text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
ৱে পুনৰ ৰচিলে ইতিহাস উৎক্ষেপণ কৰিলে ৩৬ টা উপগ্ৰহৰ সৈতে আটাইতকৈ গধুৰ ৰকেট | Assamese |
টিকটকৰ হাতত কোটি কোটি ভাৰতীয়ৰ ব্যক্তিগত তথ্য নতুন প্ৰতিবেদনত বিস্ফোৰক দাবী | Assamese |
প্ৰযুক্তিৰ যুদ্ধ টুইটাৰক প্ৰত্যাহ্বান জনাই এটা নতুন এপ লৈ আহিছে মেটাই কি আছে ইয়াত | Assamese |
কৰ্ণাটক বিজেপিয়ে নাম সলনি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ | Assamese |
চুবুৰীয়া ৰাজ্য মিজোৰামৰ লুংলেইত কাৰাগাৰ ভাঙি ৫ জন দুৰ্ধৰ্ষ কয়েদীৰ পলায়ন | Assamese |
কিয় ধ্বংস কৰি দিয়া হল মহাকাশৰ পৰা ১২ বছৰে ক তথ্য প্ৰদান কৰি অহা কৃত্ৰিম উপগ্ৰহ | Assamese |
সকলো ধৰণৰ ক্ৰিকেটক বিদায় বেগী বলাৰ অশোক দিণ্ডাৰ | Assamese |
অৱশেষত পৰাজয় স্বীকাৰ ৰ ভাৰতৰ ইউপিএছচি পৰীক্ষাত ফেইল ইলন মাস্কৰ চ্যাটবট | Assamese |
পুনৰ চৰ্চাত ছামিৰ সংসাৰ কন্যাৰ নামৰ পৰা ছামি উপাধি অঁতৰাই দিলে হাছিন জাহানে | Assamese |
অবিশ্বাস্য গোৱালপাৰাত উদ্ধাৰ ১২০ কিলোগ্ৰাম ওজনৰ মাছ | Assamese |
মই অমিত শ্বাহক ফোন কৰা প্ৰমাণ দিব পাৰিলে পদ এৰি দিম কিয় মমতা বেনাৰ্জীৰ এই প্ৰত্যাহ্বান | Assamese |
ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ পূৰ্বে ভাৰতীয় দলৰ কোভিড ফলাফল নিগেটিভ চেন্নাইত প্ৰশিক্ষণ আৰম্ভ | Assamese |
শিক্ষাবৰ্ষ আৰম্ভ হব গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৰ সেউজ সংকেট লাভ | Assamese |
শিশু দিৱস উপলক্ষ্যে বহু বিকল্পী প্ৰশ্নোত্তৰ | Assamese |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডকোন দায়ী | Assamese |
অংকিতা দত্তৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিলে যুৱ কংগ্ৰেছৰ নেতা শ্ৰীনিবাস বিভিয়ে | Assamese |
বৃহস্পতিবাৰে বিৰল হাইব্ৰিড সূৰ্যগ্ৰহণৰ সাক্ষী হব বিশ্ব কত কত দেখা যাব | Assamese |
১০ বছৰত শুভমন গীল সৰ্বশ্ৰেষ্ঠ অপেনিং বেটছমেন হব এই মন্তব্য এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ | Assamese |
মাজত মাত্ৰ দুটা দিন ১৪ নৱেম্বৰত শিশু দিৱস কেনে আছে দেশৰ শিশুসকল | Assamese |
বৃত্তি কেলেংকাৰীত বৰপেটা বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষক গ্ৰেপ্তাৰ | Assamese |
যোগীৰ ৰাজ্যতহে সম্ভৱ মুখ্য অতিথি গোমাতাৰ দ্বাৰা উদ্বোধন ৰেষ্টুৰেণ্ট | Assamese |
ব্ৰাজিলৰ বিদ্যালয়ত বন্দুকধাৰীৰ আক্ৰমণ ৩ জন নিহত আহত ১১ জন | Assamese |
কোনে মাতে উত্তেজনা বৃদ্ধি কৰি চোৰাংচোৱা উপগ্ৰহ উৎক্ষেপণৰ নিৰ্দেশ কিম জঙৰ | Assamese |
অসমত প্ৰাথমিক বিদ্যালয়ত ২০২২ত বিদ্যালয় এৰি যোৱা শিক্ষাৰ্থীৰ হাৰ প্ৰায় দুগুণ | Assamese |
আইটি খড়গপুৰত অসমৰ ছাত্ৰৰ মৃত্যু ৰেগিঙৰ অভিযোগ পোৱাৰ পিছত কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিছিল প্ৰশ্ন উচ্চ ন্যায়ালয়ৰ | Assamese |
১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্য চৰকাৰে বিলুপ্ত কৰিলে ৮০০০ খালী হৈ থকা নিয়মীয়া শিক্ষকৰ পদ | Assamese |
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত মানৱ সম্পদ মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত লেৱৰটৰী উদ্বোধন | Assamese |
প্ৰযুক্তি যুদ্ধ ৰ প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ গুগলে আনিছে | Assamese |
ইয়াৰফোন নে হেডফোন কাণৰ বাবে কোনটো কম ক্ষতিকাৰক | Assamese |
প্ৰেমাস্পদৰ মাজত আৰু বাধা হব নোৱাৰে দূৰত্ব উদ্ভাৱন হৈছে চমকপ্ৰদ কিচিং ডিভাইচ | Assamese |
আৰু নালাগে কোনো ছেটটপ বক্স টিভিত যুগান্তকাৰী পৰিৱৰ্তনৰ কথা জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে | Assamese |
বিজেপিত যোগদান কৰিলে শতাধিক প্ৰাক্তন ৰ কেডাৰে | Assamese |
গুৱাহাটীত উদ্ধাৰ হল লংকাৰ পৰা অপহৃত নাবালিকা দোষীক কৰায়ত্ত | Assamese |
য়ে ধ্বংস কৰিব পাৰে কোনে দিলে সতৰ্কবাণী | Assamese |
নিৰ্বাচনী লাভালাভৰ বাবে নিবনুৱাক গিনিপিগ নসজাব নিযুক্তিৰ ক্ষেত্ৰত ৰ সমস্যা সমাধান কৰক চৰকাৰেদেবাংগ সৌৰভ গগৈ | Assamese |
জাগীৰোডত ভয়ানক দুৰ্ঘটনা বাছট্ৰেভেলাৰৰ মুখামুখি সংঘৰ্ষত কেইবাজনো আহত | Assamese |
প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই হত্যা আৰক্ষীৰ জালত মনীষা বড়োৰ হত্যাকাৰী | Assamese |
সমগ্ৰ দেশৰ লগতে শ্ৰীমন্ত শংকৰ একাডেমীতো পালন ৰাষ্ট্ৰীয় একতা দিৱস | Assamese |
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে ১০ শতাংশ সংৰক্ষণক বৈধতা | Assamese |
শিক্ষা দপ্তৰৰ প্ৰতিবেদনত উন্মোচিত দেশৰ শিক্ষাখণ্ডৰ পয়ালগা স্বৰূপ | Assamese |
বিয়াৰ পূৰ্বেই গৰ্ভৱতী মোহময়ী অভিনেত্ৰী ইলিয়ানাৰ সাহসী ঘোষণা পিতৃ কোন | Assamese |
নিৰ্দেশনা স্বত্বেও ইউক্ৰেইন এৰিবলৈ অনিচ্ছুক কেন্দ্ৰৰ নীতিকে দোষাৰোপ ভাৰতীয় শিক্ষাৰ্থীৰ | Assamese |
অল্ড বয়জ এছচিয়েচন অফ সৈনিক স্কুলৰ উদ্যোগত প্ৰশ্নম২০২২ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুকলি কুইজ | Assamese |
এপিএছচিয়ে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ২০২০ৰ চূড়ান্ত ফলাফল ঘোষণা | Assamese |
অঘটন আইআইটিগুৱাহাটীত এগৰাকী ২০ বছৰীয়া ছাত্ৰৰ আত্মহত্যা | Assamese |
বিজ্ঞানীৰ দাবীপৃথিৱীতে আছে ইমান দিনে মানুহৰ চকুত নপৰা ছয় নম্বৰ মহাসাগৰ | Assamese |
চৰ্চাত গ্ৰন্থ এখন প্ৰাথমিক বিদ্যালয়ৰ ব্যতিক্ৰমী কৰ্মই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে | Assamese |
দেশৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত বিশেষজ্ঞ শিক্ষক নিয়োগ কৰাৰ নিৰ্দেশনা ৰ | Assamese |
কেতিয়া অনুষ্ঠিত হব আইপিএল২০২১ বিচিচিআইয়ে দিলে গুৰত্বপূৰ্ণ ইংগিত | Assamese |
আন এক বিশ্ব অভিলেখ গঢ়াৰ পৰা মাত্ৰ এটা শতক দূৰত বিৰাট কোহলী | Assamese |
বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামত মেচ উপভোগ কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে | Assamese |
টেষ্ট অভিষেকৰ ৫০ বৰ্ষপূৰ্তি গাভাস্কাৰক বিশেষ সন্মানেৰে সন্মানিত কৰিব মুম্বাই ক্ৰিকেট সংস্থাই | Assamese |
নৰ্থইষ্ট য়ুনাইটেডৰ হাতত ২১ গলত পৰাস্ত শক্তিশালী মুম্বাই চিটি এফ চি | Assamese |
চিকিৎসালয়ৰ পৰা উভতিল সৌৰভ গাংগুলী প্ৰয়োজন হব বিশ্ৰামৰ | Assamese |
ক্ৰিকেটীয় জ্ঞানত ধোনী বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ইমৰাণ তাহিৰ | Assamese |
কিংবদন্তী অনিল কুম্বলেৰ দৰে লেগ স্পিন কৰি চৰ্চাত এইগৰাকী তাৰকা পেচাৰ ভাইৰেল ভিডিঅ | Assamese |
৮৭ বছৰীয়া ইতিহাস থমকি ৰল এইবাৰ অনুষ্ঠিত নহয় ৰঞ্জী ট্ৰফী | Assamese |
ইতিহাস গঢ়াৰ সুযোগ মুম্বাইত ট্ৰায়েলৰ বাবে আমন্ত্ৰণ লাভ ১৬ বছৰীয়া নাগা স্পিনাৰৰ | Assamese |
উইণ্ডোজৰ সুৰক্ষাৰ ত্ৰুটি চাইবাৰ আক্ৰমণৰ আশংকা কৰিছে মাইক্ৰছফ্টে | Assamese |
ৰ সুৰক্ষাত ডাঙৰ সুৰুঙা দুই ভাৰতীয় হেকাৰে দেখুৱাই দি লাভ কৰিলে শকত ধনৰ পুৰস্কাৰ | Assamese |
এইবাৰ আমেৰিকাই প্ৰশিক্ষণ দিব ইউক্ৰেইনীয়ান সেনাক | Assamese |
এইবাৰ গুগলৰ ১২ হাজাৰ কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি ক্ষমা বিচাৰিলে পিচাইয়ে | Assamese |
মানুহৰ উদ্বেগ চিনাক্ত কৰিবলৈ সক্ষম ১২০ টা ভাষাত কথা কব পাৰে ৰবট জোজিয়ে | Assamese |
আন্তৰ্জাতিক সংবাদ মাধ্যমৰ দাবী হেকাৰৰ কবলত টুইটাৰ ২৩ কোটি একাউণ্টৰ তথ্য ফাদিল | Assamese |
দুঃসময় নতুন বছৰৰ আৰম্ভণিতে ১০ হাজাৰ কৰ্মচাৰীক ছাঁটাই কৰিব য়ে | Assamese |
এইবাৰ গুগুলতকৈও অত্যাধুনিক প্ৰযুক্তি আনিছে মাইক্ৰচফ্টএ | Assamese |
ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকিদেশত বন্ধ কৰা হৈছে ১০৪ টা ইউটিউব চেনেল | Assamese |
দুৰ্নীতি বেয়া ৰাস্তা আৰু প্ৰদূষণেই হৈছে ভাৰতৰ বাস্তৱতামন্তব্য ইনফোচিছৰ মুৰব্বী নাৰায়ণ মূৰ্তিৰ | Assamese |
সেনাবাহিনীত সঘনাই এনে ঘটনা ঘটে কিয় আকৌ চৰম সিদ্ধান্ত বাছি ললে সেনা জোৱানে | Assamese |
নোৱাৰিলে নিয়াই এইবাৰ বিধায়ক অখিল গগৈৰ জামিন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে | Assamese |
বাথিন্দাত ৪ সহকৰ্মীক হত্যা কৰা সাক্ষী সেনা জোৱানক গ্ৰেপ্তাৰ পোহৰলৈ প্ৰতিশোধ কাৰণ | Assamese |
ইউক্ৰেইন যুদ্ধৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ অপৰাধত ২৫ বছৰৰ কাৰাদণ্ড ৰাছিয়াৰ মানৱ অধিকাৰ কৰ্মীক | Assamese |
কনিষ্ঠ ভাতৃক উদ্ধাৰ কৰিবলৈ ব্ৰহ্মপুত্ৰত জাঁপ দিছিল জ্যেষ্ঠ ভাতৃয়ে ব্ৰহ্মপুত্ৰই উটুৱাই নিলে দুয়োকে | Assamese |
ৰাজ্যত ভূমিকম্প৩.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গল অসম | Assamese |
শক্তি বাঢ়িল কংগ্ৰেছৰ টিকট নিদিলে বিজেপিয়ে কংগ্ৰেছত যোগদান কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ | Assamese |
শিশুৰ জ্বৰৰ বিষয়ে কেইটামান জানিবলগীয়া কথা | Assamese |
অসম বিধান সভাত আজি গৃহীত হল গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় বিধেয়ক | Assamese |
মধ্যাহ্ন ভোজনত কেৱল নিমখভাত ভিডিঅ ভাইৰেল হোৱাৰ পিছতে বৰ্খাস্ত অধ্যক্ষ | Assamese |
২৩ ছেপ্টেম্বৰআজি পৃথিৱীৰ সকলো ঠাইতে দিনৰাতি সমান | Assamese |
ইউনিফৰ্মৰ নিৰ্দেশনা ধৰ্মনিৰপেক্ষ উচ্চতম ন্যায়ালয়ত হিজাব নিষিদ্ধ সম্পৰ্কত যুক্তি কৰ্ণাটক চৰকাৰৰ | Assamese |
প্ৰকাশ পালে ফলাফল চাওক ৰিজাল্ট কেনেদৰে প্ৰস্তুত কৰা হব মেধাৰ তালিকা | Assamese |
চন্দ্রবিন্দুৰ কথা | Assamese |
দুখীয়াৰ ভগৱান চনু সুদৰ আন এক মহানুভৱতাপ্ৰশাসনিক সেৱাৰ প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া অনলাইন প্ৰশিক্ষণ ক্লাছ মুকলি | Assamese |
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱত অসম কেবিনেটৰ অনুমোদন | Assamese |
আঁৰত ৰহস্য ৫২ বছৰ বয়সত ৰ মেধা তালিকাত নাম অন্তৰ্ভুক্ত কৰিও মেডিকেল নপঢ়ে প্ৰদীপে | Assamese |
টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ | Assamese |
৮৭ বছৰীয়া ঐতিহ্যত আঘাত চলিত ছিজনৰ ৰঞ্জী ট্ৰফী বাতিল কিন্তু কিয় লোৱা হল এই সিদ্ধান্ত | Assamese |
ঋষভ পন্টে কিনিব বিচাৰিছে এটা নতুন ঘৰ টুইট কৰি অনুৰাগীক সুধিলে কিবা খৱৰ থাকিলে কওক | Assamese |
এছিয়ান ক্ৰিকেট সংস্থাৰ সভাপতি নিৰ্বাচিত হল বিচিচিআইৰ সচিব জয় শ্বাহ | Assamese |
জোতাৰ জৰিয়তে আত্মৰক্ষাধৰ্ষণ ৰোধৰ বাবে নতুন প্ৰযুক্তি নিৰ্মাণ দশম শ্ৰেণীৰ ছাত্ৰীৰ | Assamese |
বহু কৰ্মীৰ চাকৰি গল যদিও এই মহিলাগৰাকীক ছাঁটাই কৰিব নোৱাৰে এলন মাস্কে কিন্তু কিয় | Assamese |
চীনৰ হেকাৰে চুৰি কৰিলে আমেৰিকাৰ কোভিড সাহাৰ্য্য পুঁজিৰ টকা | Assamese |
চাঞ্চল্যকৰ প্ৰতিবেদন ছয় লাখ ভাৰতীয়ৰ ব্যক্তিগত তথ্য চুৰি বৃহৎ মূল্যৰ বিনিময়ত বিক্ৰী | Assamese |
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰজেন ইন্ধন সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ | Assamese |
কি যে বিড়ম্বনা এইবাৰ এলন মাস্কহঁতক বহিষ্কাৰ কৰিছে টুইটাৰে | Assamese |
৪০০ কোটি হোৱাটছএপ ব্যৱহাৰকাৰীৰ তথ্য লিক আপোনাৰ সুৰক্ষিত নে | Assamese |
একেৰাহে ৯ ঘণ্টাৰ মাৰাথন জেৰা কেজৰিৱালক ৫৬টা প্ৰশ্ন চিবিআইৰ | Assamese |
অসুস্থ আমেৰিকাত বন্দুকৰ খেল জন্মদিনৰ অনুষ্ঠানত গুলীচালনা নিহত ৪ জন | Assamese |
প্ৰখৰ ৰদত তম্বুহীন চৰকাৰী অনুষ্ঠান মহাৰাষ্ট্ৰত গৰমত ১১জনৰ মৃত্যু ১২০ জন অসুস্থ | Assamese |
কি দিন পৰিল ছাত্ৰৰ সৈতে অনৈতিক যৌন আচৰণৰ অপৰাধত গ্ৰেপ্তাৰ ৬ গৰাকী শিক্ষয়িত্ৰী | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.