text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
এক ফুল দুই মালিত্ৰিকোণ প্ৰেমৰ পৰিণতি প্ৰেমিকে মূৰ ফালিলে প্ৰেমিকৰ | Assamese |
ব্ৰহ্মপুত্ৰত ওপঙি থকা অৱস্থাত উদ্ধাৰ পলাতক গঁড় চিকাৰীৰ মৃতদেহ | Assamese |
বিহুৰ মাজতেই মাৰপিটভূমি বিবাদক লৈ দুই পক্ষৰ সংঘৰ্ষত আহত কেইবাজনো লোক | Assamese |
নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি ওদালগুৰিৰ কাৰাগাৰৰ পৰা পলাল কয়দী | Assamese |
গৃহ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঅসমীয়া ভাষাত হব কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ পৰীক্ষা | Assamese |
কিয় ৫ ছেপ্তেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় | Assamese |
শিক্ষক দিৱসৰ দিনাই প্ৰতিবাদত নামিল শিক্ষকখোদ শিক্ষামন্ত্ৰীৰ সমষ্টিতে আত্মহত্যা শিক্ষকৰ | Assamese |
প্ৰস্ৰাৱ কৰি পেণ্ট তিয়োৱাৰ শাস্তি ৩ বছৰীয়া শিশুৰ গোপনাংগ জ্বলালে শিক্ষকে | Assamese |
শিৱসাগৰত চৰকাৰী শিক্ষাখণ্ডৰ পয়ালগা ৰূপবন্ধ হল আন এখন চৰকাৰী বিদ্যালয় | Assamese |
সঞ্চালক আৰু অধ্যক্ষাৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙৰ হোষ্টেলত উত্তপ্ত পৰিস্থিতি | Assamese |
দেশৰ ২১ খন বিশ্ববিদ্যালয়ক ভুৱা ঘোষণা বিশ্ববিদ্যালয় অনুদান আয়োগৰ | Assamese |
কেজৰিৱালৰে হোৱা টুইটাৰ যুঁজত কংগ্ৰেছ চৰকাৰৰ দিনৰ হিচাপ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই | Assamese |
অসমৰ মুখ্যমন্ত্ৰীৰ বিদ্যালয়ৰ হিচাপ শুনি টুইটাৰত এইবাৰ নতুন প্ৰত্যাহ্বান দিল্লীৰ মুখ্যমন্ত্ৰীৰ | Assamese |
বুকুত প্ৰচণ্ড বিষপুনৰ অসুস্থ সৌৰভ গাংগুলী চিকিৎসালয়ত ভৰ্তি | Assamese |
বিৰাট আমাৰ অধিনায়ক আৰু সদায় অধিনায়ক হৈ থাকিব আজিংক ৰাহানে | Assamese |
প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এৰ মাজত অনুষ্ঠিত হব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ | Assamese |
আই চি চিৰ অভিনৱ উদ্যোগ ফুটবলৰ দৰে প্ৰতি মাহে শ্ৰেষ্ঠ ক্ৰিকেটাৰক কৰিব পুৰস্কৃত | Assamese |
আঁচনিৰ ক্ষেত্ৰত সঘনাই বিজ্ঞাপন দিয়া মুখ্যমন্ত্ৰীয়ে চৰকাৰী বিদ্যালয়ত ছাত্রছাত্রীক পঢ়াবলৈ কিয় বিজ্ঞাপন দিব নোৱাৰে কৃষক মুক্তি | Assamese |
চৰকাৰী চাকৰি প্ৰাৰ্থীৰ বাবে কেইটামান প্ৰয়োজনীয় | Assamese |
ভাৰতীয় দলৰ প্ৰাক্তন গলকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু মোহন বাগানৰ শোকপ্ৰকাশ | Assamese |
শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ | Assamese |
১০০ টা ডবাৰে চলিল প্ৰায় ২ কিলোমিটাৰ দীঘল বিশ্বৰ দৈৰ্ঘ্যতম যাত্ৰীবাহী ৰেলখন | Assamese |
কেন্দ্ৰীয় চৰকাৰৰ নিৰীক্ষণত সামাজিক মাধ্যম সলনি হল তথ্য প্ৰযুক্তি আইন | Assamese |
টুইটাৰত শব্দৰ সীমা বৃদ্ধি কৰা বিষয়ত সন্মতি এলন মাস্কৰ | Assamese |
আপোনাৰ নামৰ কাষত আছে ব্লু টিক এইবাৰ টকা বিচাৰিব পাৰে টুইটাৰে | Assamese |
গুৱাহাটীত এইমছ উদ্বোধন২০২৪ৰ নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ | Assamese |
প্ৰধানমন্ত্ৰী মোদী অহাৰ পূৰ্ব নিশাই গুৱাহাটীত লাগিল ৱাশ্বিং পাউদাৰ নিৰ্মাৰ পোষ্টাৰ | Assamese |
৩০ৰ ২৯ গৰাকীয়েই কোটিপতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি কিমান | Assamese |
সাংবাদিক জিতুমণি বৰাৰ জেৰা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এক কৌশলগত আঘাত ৰাইজৰ দল | Assamese |
জি আই এম টি গুৱাহাটীত পিচিবি ফেব্ৰিকেচন প্ৰিণ্টিং আৰু স্কেনিঙৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ আয়োজন | Assamese |
অসমৰ গৱেষকলৈ আমেৰিকাৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় ফুলব্ৰাইটনেহৰু পোষ্ট ডক্টৰেল ফেলোশ্বিপ | Assamese |
কিশোৰীক ধৰ্ষণ২৫ বছৰৰ কাৰাদণ্ড শাস্তি ২০ লাখ জৰিমনা বাহাল প্ৰাক্তন বিধায়কৰ | Assamese |
ভাৰতৰ স্বাধীনতা দিৱস সম্পৰ্কীয় কেইটামান বহু বিকল্পী প্ৰশ্নোত্তৰ | Assamese |
শিক্ষাৰ্থীৰ মূৰত মাচুলৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰকডি ৱাই এফ আই | Assamese |
আগষ্টত নহয় পৰীক্ষা কেতিয়া হব নেটৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা জনালে আয়োগে | Assamese |
কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসৰ পুনৰ্নিৰ্মিত ভৱন উদ্বোধন | Assamese |
বড়োলেণ্ড বিশ্ববিদ্যালয়ত চিএম ভিজিলেন্সৰ দল জব্দ ছটাকৈ গুৰুত্বপূৰ্ণ ফাইল | Assamese |
অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ সহস্রাধিকৰ অংশগ্রহণ | Assamese |
আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে | Assamese |
বিস্ফোৰক গ্ৰেগ চেপেল ভাৰতীয় তৰুণ সকলৰ তুলনাত অষ্ট্ৰেলিয়ানবোৰ প্ৰাথমিক স্কুলৰ ছাত্ৰ | Assamese |
কুমাৰ ছাংগাকাৰাক ডিৰেক্টৰ অফ ক্ৰিকেট নিযুক্তি ৰাজস্থান ৰোয়েলছ দলৰ | Assamese |
কণাতংকৰ বাবে বাতিল হোৱাৰ দিশে টকিঅ অলিম্পিক গোপন বৈঠকত বহিল জাপানৰ চৰকাৰ | Assamese |
বিশ্বৰ প্ৰথম উৰন্ত বাইকওলাল ভাইৰেল ভিডিঅ দেখি স্তম্ভিত নেট বিশ্ব | Assamese |
সন্ত্ৰাসবাদী মেটা মেটাক সন্ত্ৰাসবাদী আৰু উগ্ৰপন্থী সংগঠনৰ তালিকাত স্থান দিলে ৰাছিয়াই | Assamese |
এইবাৰ মাত্ৰ ১৫০০০ টকাতে উপলব্ধ হব জিঅ লেপটপ | Assamese |
ভাৰতৰ আৰু উন্নত পাৰমাণৱিক ক্ষেপণাস্ত্ৰৰ সফল উৎক্ষেপণ অধিক শক্তিশালী হৈ পৰিল সেনাবাহিনী | Assamese |
অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো উপহাৰ দিলে মহিন্দ্ৰাই | Assamese |
ৰাহানেৰ মহানুভৱতা কেংগাৰুৰ প্ৰতিকৃতি থকাৰ বাবেই নাকাটিলে কেক | Assamese |
স্মাৰ্টফোনটো অত্যাধিক গৰম হৈ পৰিছে নেকি জানি লওক এইকেইটা উপায় | Assamese |
গুগলে প্লে ষ্টোৰৰ পৰা আঁতৰ কৰিলে ২০০০ টা ব্যক্তিগত ঋণ এপ | Assamese |
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ ৰ বিশেষ সন্মান | Assamese |
শীঘ্ৰেই বজাৰত জিঅ স্মাৰ্টফোনউপলব্ধ হব দহ হাজাৰ টকাতে | Assamese |
ব্ৰীছবেনৰ নাম হব পণ্টনগৰ যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক | Assamese |
অসম আজি লজ্জানত সত্ৰনগৰী মাজুলীত ধৰ্ষণৰ বলি হল হাইদৰাবাদৰ গৱেষক ছাত্ৰী | Assamese |
এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ অসম চৰকাৰৰ | Assamese |
আপ অসমৰ মুখপাত্ৰ সুশান্ত কুমাৰ নাথক জামিন | Assamese |
কাজিৰঙাত গড়ৰ আক্ৰমণত আহত পিতাপুত্ৰ | Assamese |
দেশৰ মাটিত পদাৰ্পন কৰিয়ে প্ৰথমে পিতৃৰ সমাধিত শ্ৰদ্ধাঞ্জলি যুৱ তাৰকা বলাৰ মহম্মদ চিৰাজৰ | Assamese |
বিতৰ্কিত মন্তব্যৰে হিন্দুৰ অনুভূতিত আঘাত পোষ্টটো ডিলিট কৰি ক্ষমা বিচাৰিলে লাকী আলীয়ে | Assamese |
মৰ্মান্তিক খেলি থকাৰ অৱস্থাতে মাকৰ চাদৰত চিপ লাগি মৃত্যু খুমটাইৰ কিশোৰৰ | Assamese |
দিনে দিনে হ্ৰাস পাইছে পুৰুষৰ প্ৰজনন ক্ষমতা গৱেষণাত পোহৰলৈ আহিছে মাৰাত্মক তথ্য | Assamese |
বেংগালুৰুত সন্ধানহীন অসমৰ যুৱক চকুত টোপনি নাই মাকদেউতাকৰ | Assamese |
ৰ দশম শ্ৰেণীৰ ফলাফল৫০০ৰ ভিতৰত ৪৯৯ নম্বৰেৰে চমক বিশ্বনাথৰ মধুপুৰৰ লোচনা বাচতোলাৰ | Assamese |
অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ নকৰাৰ অবিবেচক সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আইএছ এফ আই | Assamese |
ছাত্ৰছাত্ৰীয়ে তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত অধ্যয়ন কৰিব লাগিব গণিত আৰু বিজ্ঞান বিষয়ঃ শিক্ষামন্ত্ৰী | Assamese |
বীৰ চিলাৰায় বঁটাৰ বাবে নিৰ্বাচিত শিৱসাগৰৰ নবোদয় বিদ্যালয়ৰ এনচিচি কেডেট তন্ময়ী শ্ৰুতিধাৰা গগৈ | Assamese |
দায়িত্বজ্ঞানহীন ছেবাবিজ্ঞানত ৬৭ নম্বৰ পোৱা ছাত্ৰীৰ পুনৰীক্ষণত ওলাল ৯৯ নম্বৰ ৰাজ্যৰ ভিতৰতে লাভ কৰিলে ষষ্ঠ স্থান | Assamese |
আজি মুকলি কৰা হব পৰীক্ষাৰ এডমিট কাৰ্ড অৱশেষত ৰ ঘোষণা | Assamese |
আজিৰে পৰা দেশজুৰি অনুষ্ঠিত কমন ইউনিভাৰ্চিটী এন্ট্ৰেন্স টেষ্ট কি গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে ই | Assamese |
চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কেনেদৰে চাব ফলাফল | Assamese |
আৰক্ষীৰ প্ৰশংসনীয় কাৰ্য শিৱসাগৰ আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত হল কেৰিয়াৰ সজাগতা অনুষ্ঠান | Assamese |
প্ৰকাশ পালে পৰীক্ষাৰ ফলাফল কেনেদৰে চাব ফলাফল | Assamese |
আহিলে অচল হৈ পৰিব নেকি আপোনাৰ স্মাৰ্টফোন | Assamese |
আহিছে নতুন ফিচাৰঃ হোৱাটছএপ অনলাইন হৈ থাকিলেও আনে নাপাব গম | Assamese |
নিষিদ্ধ হল বেটেলগ্ৰাউণ্ড মবাইল ইণ্ডিয়া প্লে ষ্টোৰৰ পৰা নাইকীয়া হল জনপ্ৰিয় এই গেম | Assamese |
অজুহাত নুপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্য ভাৰতৰ বিৰুদ্ধে ইছলামিক দেশৰ হেকাৰৰ চাইবাৰ যুদ্ধ | Assamese |
অপৰাধ কি ২৪৫মিলিয়ন ডলাৰ জৰিমনাৰ সন্মুখীন গুগল | Assamese |
এবাৰ চাৰ্জত চলিব ৯৪ দিন বেটাৰিৰ স্মাৰ্টফোন চাওক ইয়াৰ দাম আৰু ফিচাৰ্ছ | Assamese |
কেনেদৰে আপোনাৰ স্মাৰ্টফোনটো দ্ৰুততাৰে চাৰ্জ কৰিব জানি লওক এইকেইটা উপায় | Assamese |
কৃষিজাত সামগ্ৰীত কীটনাশকৰ উপস্থিতি তাৎক্ষণিকভাৱে ধৰা পেলোৱাৰ ব্যৱস্থা নাই ৰাজ্যত | Assamese |
ভাল খবৰ প্ৰথম অসমীয়া হিচাপে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা হিচাপে নিযুক্তি পালে ড০ ৰূপম শৰ্মাই | Assamese |
পঞ্জাৱৰ বাথিণ্ডা সামৰিক ষ্টেচনত গুলীচালনাৰ ঘটনা নিহত ৪ জন | Assamese |
এইবাৰ মাংস ভক্ষক বেক্টেৰিয়াৰ সন্ধান সংক্ৰমিত হলে এদিনৰ ভিতৰত হব পাৰে মৃত্যু | Assamese |
মধ্যাহ্ন ভোজন বন্ধ কৰি আচলতে ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰাৰ চক্ৰান্ত কৰিছে চৰকাৰে ডি ৱাই এফ আই | Assamese |
বিজেপিয়েই জিকিব চৌবিশৰ লোকসভাত ডিব্ৰুগড়ত অমিত শ্বাহৰ ভৱিষ্যতবাণী | Assamese |
বাহিনী নদীৰ চাফাই কাম পৰিদৰ্শন কৰি অভিযন্তাক নিলম্বন কৰিলে মন্ত্ৰী অশোক সিংঘালে | Assamese |
কলা শাখাত দশম স্থানেৰে বঙাইগাঁও জিলালৈ সুনাম কঢ়িয়াই আনিলে অনন্যা সূত্ৰধৰে | Assamese |
কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান | Assamese |
ৰজাবাৰীত টীয়ক আছুৰ উদ্যোগত আজিৰে পৰা বিনামূলীয়া পাঠদান | Assamese |
কটনক কলংকিত কৰিলে কোনে দুই হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনাত আহত কেইবাগৰাকীও ছাত্ৰ | Assamese |
উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত শিৱসাগৰৰ সাফল্যৰাজ্যৰ ভিতৰত স্থান লাভ তিনিগৰাকীৰ | Assamese |
গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স ছদিনীয়া শিক্ষকবিকাশ আৰু শিকন কৰ্মশালা | Assamese |
কলা শাখাত ৫ম স্থানত শুৱালকুছিৰ মধুস্মিতা শিৱসাগৰৰ শলগুৰিৰ দেৱীস্তুতিৰ দশম স্থান | Assamese |
দ্বিতীয় শ্ৰেণীৰ ভাৰতীয় দলৰ হাতত বিধ্বস্ত কেংগেৰু বাহিনী কিয় হজম হোৱা নাই ৰিকি পন্টিঙৰ | Assamese |
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা২০২২ৰ ফলাফলকলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন | Assamese |
জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে গঢ়িলে আন এক অভিলেখ | Assamese |
ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা | Assamese |
১২৫ সংখ্যক জন্মজয়ন্তীৰ পূৰ্বে নেতাজীৰ নামেৰে ৰেলৰ নামাকৰণ ভাৰতীয় ৰেলৱেৰ | Assamese |
বি চি চি আইক পত্ৰ লিখি ধন্যবাদ জ্ঞাপন ক্ৰিকেট অষ্ট্ৰেলিয়াৰ | Assamese |
আজি নিৰ্ণয় হব সুৰেশ ৰাইনা স্মিথ মেক্সৱেলকে ধৰি কেইবাজনো ক্ৰিকেটাৰৰ ভাগ্য | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.