text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা ৰ | Assamese |
ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা ঈশান্ত শৰ্মাৰ প্ৰত্যাৱৰ্তন | Assamese |
ধোনীৰ অভিলেখ ভংগ দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্টন স্পৰ্শ ঋষভ পন্টৰ | Assamese |
ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ | Assamese |
পেগাচাছ কাণ্ডউচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া কমিটিয়ে দাখিল কৰিলে অন্তৱৰ্তী প্ৰতিবেদন | Assamese |
গৱেষণাৰ ক্ষেত্ৰখনত ভাৰত চৰকাৰৰ দ্বাৰা গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী প্ৰতিষ্ঠানৰ ঐতিহাসিক স্বীকৃতি লাভ | Assamese |
কিয় দেশখনত ফেচবুকটুইটাৰ নিষিদ্ধ কৰিলে ৰাছিয়াই মেটা কি প্রতিক্রিয়া | Assamese |
সপ্তাহ ধৰি ব্লক হৈ আছে ভাৰতীয় সেনাৰ চিনাৰ কৰ্পৰ ফেচবুক ইনষ্টাগ্ৰাম পেজ | Assamese |
পুনেত সম্পন্ন হল দেশৰ প্ৰথম খন ডিজিটাল বিবাহ | Assamese |
হিজাব পিন্ধি ৰাস্তাত অহো এইবাৰ ৰেষ্টুৰেণ্টতো মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰিলে তালিবানে | Assamese |
গীনিজ বুকত স্থান পোৱা কেইটামান আচৰিত ৰেকৰ্ড জানিলে চকু কপালত উঠিব আপোনাৰ | Assamese |
শচীন পাইলটৰ অনশন দল বিৰোধী কাৰ্যকলাপ গেহলটৰ কাষত থিয় দি কঠোৰ বাৰ্তা কংগ্ৰেছ নেতৃত্বৰ | Assamese |
১১ হাজাৰ বিহুৱতীবিহুৱাৰ বিহু নাচ | Assamese |
নগাঁৱৰ ডিমৰুগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৩ যুৱক দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি | Assamese |
অৱমাননাকৰ টুইট অৱশেষত দিল্লী উচ্চ ন্যায়ালয়ত ক্ষমা খুজিলে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে | Assamese |
৩০জুনৰ ভিতৰত ঘোষণা কৰা হব উচ্চতৰ মাধ্যমিকৰ ফলাফল | Assamese |
উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কলাত ৮৩.৮৪ বিজ্ঞানত ৯২.১৯ আৰু বাণিজ্যত ৮৭.২৭ শতাংশ উত্তীৰ্ণ | Assamese |
২৭জুনত ঘোষণা কৰা হব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল জনালে মুখ্যমন্ত্ৰীয়ে | Assamese |
মেধাৱী ছাত্ৰছাত্ৰীৰ বাবে দু:খবৰ বন্ধ হল আনন্দৰাম বৰুৱা বঁটা | Assamese |
প্রতিকূল বতৰৰ বাবে ১৭ জুনতো বন্ধ থাকিব কামৰূপ ম জিলাৰ সকলো শিক্ষানুষ্ঠান আৰু কত | Assamese |
বুধবাৰে বন্ধ থাকিব মহানগৰীৰ সকলো শিক্ষানুষ্ঠানঘোষণা প্ৰশাসনৰ | Assamese |
বানৰ সংহাৰৰ পৰিপ্ৰেক্ষিতত ২৫ জুনৰ পৰা ২৫ জুলাইলৈ বিদ্যালয়ৰ গৰমৰ বন্ধ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ | Assamese |
অসমত ২৫ লাখ দিব নোৱাৰিলে এইবাৰ ভাৰতত ১০ লাখ নিযুক্তিৰ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ | Assamese |
নাথাকিব পান কাৰ্ড অথবা আধাৰ হব পাৰে এক ডিজিটেল আইডি | Assamese |
ভাৰত বিৰোধী ভুৱা প্ৰচাৰ চলোৱা ৩৫টা পাকিস্তানী ইউটিউব চেনেল বন্ধ কৰিলে মোদী চৰকাৰে | Assamese |
আগষ্টত চন্দ্ৰযান৩ উৎক্ষেপন কৰিব ভাৰতীয় মহাকাশ আৰু গৱেষণা সংস্থাই | Assamese |
সাৱধান কোভিড পৰীক্ষাৰ নামতে ৰেইড ফামৰ হাতত পৰিব পাৰে আপোনাৰ বহু গোপনীয় তথ্য | Assamese |
ভাল খবৰ :কলিয়াবৰৰ দুই যুৱকে তৈয়াৰ কৰি উলিয়ালে খৰি ফলা যন্ত্ৰ | Assamese |
সাৱধান ইথানল মিহলি পেট্ৰল ভৰালে বিকল হব পাৰে আপোনাৰ বাহনৰ ইঞ্জিন | Assamese |
ভাৰতে প্রথমবাৰৰ বাবে বিদেশী ৰাষ্ট্ৰক বিক্ৰী কৰিব ব্ৰাহ্মছ মিছাইল | Assamese |
বেজৰ নাকত খৰ খোদ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ টুইটাৰ একাউণ্ট হল হেক্ | Assamese |
হোৱাটছ এপ গ্ৰুপত সদস্যই আপত্তিজনক পোষ্ট দিলে দায়ী হব নেকি এডমিন কি কলে ন্যায়ালয়ে | Assamese |
বেটেবলে উজলিল ৰিয়ান পৰাগ মুস্তাক আলী ট্ৰফীত বংগক হৰুৱালে অসমে | Assamese |
হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান | Assamese |
গাব্বাত দুৰ্দান্ত প্ৰদৰ্শন নৱাগত তাৰকা শাৰ্দুলসুন্দৰৰ ভংগ কৰিলে ৩০ বছৰ পুৰণি অভিলেখ | Assamese |
গাব্বাত ছিৰাজৰ দমনীয় বলিং ১৭ বছৰ পুৰণি অভিলেখ স্পৰ্শ | Assamese |
মৰ্মান্তিক ঘটনা ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে তিনিগৰাকী মহিলাই | Assamese |
পুনৰ বিমানত অসভ্য ভদ্ৰলোক লণ্ডনলৈ উৰা মাৰিও বিমান উভতিল দিল্লীলৈ কি ঘটিছিল | Assamese |
ক্ষমা বিচাৰিলে দালাই লামাই কিশোৰৰ ওঁঠত চুম্বন বিতৰ্কক লৈ কি কলে ধৰ্মগুৰুগৰাকীয়ে | Assamese |
উত্তৰাখণ্ডৰ কাৰাগাৰত মহিলাসহ ৪৪জন কাৰাবন্দী এইচ আই ভি আক্ৰান্ত | Assamese |
বিহুত আহিব প্ৰধানমন্ত্ৰী মোদীৰাজ্যত মুকলি কৰিব ৮৫০০ কোটি টকাৰ প্ৰকল্প | Assamese |
ক পৰা আহিল কৰিমগঞ্জৰ সোণবিলত উদ্ধাৰ এটি বিপন্ন স্লো লৰিছ। | Assamese |
সামাজিক মাধ্যমত ষ্টেটাছ দি নিৰুদ্দেশ শিক্ষাৰ্থী দুই কিশোৰীৰ নিৰুদ্দেশকলৈ টীয়কত চাঞ্চল্য | Assamese |
পুনৰ চৰ্চাত নিলম্বিত এ চি এছ বিষয়া বাৰ্বী হাজৰিকা শিক্ষকৰ দৰমহা কেলেংকাৰীত সাঙোৰ খাইছে নাম | Assamese |
নিৰাশাজনক ফলাফলৰাজ্যৰ ১০২ খন বিদ্যালয়লৈ ছেবাৰ কাৰণ দৰ্শোৱা জাননী ২৫ খনৰ ফলাফল শূণ্য | Assamese |
টীয়কত শ্বহীদৰ স্মৃতি বিজড়িত বিদ্যালয়ক একত্ৰিকৰণৰ বিৰোধিতা শিক্ষামন্ত্ৰীক পুনৰ বিবেচনাৰ দাবী ৰাইজৰ | Assamese |
ফলাফলকলৈ অসন্তুষ্ট জানকপুনৰীক্ষণ আৰু উত্তৰবহীৰ ফটোকপিৰ বাবে আবেদন প্ৰক্ৰিয়া | Assamese |
হাইমাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থান দখল কৰি কলিয়াবৰলৈ গৌৰৱ কঢ়িয়ালে ইৰ্শ্বাদ উল্লাহে | Assamese |
সাত বছৰৰ মূৰত ভাৰতৰ হৈ টেষ্ট খেলাৰ সুযোগ পালে বাঁওহতীয়া বেগী বলাৰে | Assamese |
বিৰাটৰ বিস্ফোৰক শতক ঝাৰখণ্ডৰ হাতত শোচনীয়ভাৱে পৰাস্ত অসম | Assamese |
হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থানেৰে উজলিল যোৰহাটৰ সমাদৃতা টীয়কৰ চেহনাজৰ পঞ্চম স্থান | Assamese |
চৈয়দ মুস্তাক আলী টি২০ প্ৰতিযোগিতাত মুম্বাইৰ হৈ অভিষেক অৰ্জুন টেণ্ডুলকাৰৰ | Assamese |
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাম উজলালে শিৱসাগৰ জিলাৰ ৬ গৰাকী পৰীক্ষাৰ্থীয়ে | Assamese |
আশ্বিনে টেষ্ট ক্ৰিকেটত ৮০০ উইকেট দখল কৰিব পাৰে লিয়নৰ সেই সামৰ্থ নাই মুৰুলীধৰণ | Assamese |
হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৫৪.৭৩ শতাংশ প্ৰথম তিনিটা স্থানত পাঁচগৰাকী শিক্ষাৰ্থী | Assamese |
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাউত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ চাওক প্ৰথম দহটা স্থানৰ সম্পূৰ্ণ তালিকা | Assamese |
বৃটিছ টেনিছ ষ্টাৰ এণ্ডি মাৰে কনা পজিটিভ | Assamese |
চৈয়দ মুস্তাক আলী টি২০ প্ৰতিযোগিতাত তামিলনাডুৰ হাতত শোচনীয় পৰাজয় অসমৰ | Assamese |
নাছাৰ সৰ্ববৃহৎ আৰু শক্তিশালী মহাকাশ বিজ্ঞান দূৰবীণ জেমছ ৱেব স্পেচ টেলিস্কোপ উৎক্ষেপণ | Assamese |
অগ্নিপিৰ পিছত ভাৰতে পৰীক্ষণ কৰিলে ঘৰুৱা প্ৰযুক্তিৰে নিৰ্মিত প্ৰলয় মিছাইল | Assamese |
ভাল খৱৰ ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত অসম সন্তান তিতাবৰৰ যুৱক অলকেশ কলিতা | Assamese |
বিশ্বত প্ৰথমবাৰৰ বাবে আজি ৰেল লাইনেৰে চলিল বাছ কি এই চাওক | Assamese |
চীনৰ ভাবুকিৰ মাজতে ভাৰতে সফলতাৰে পৰীক্ষণ কৰিলে অগ্নিপি বেলিষ্টিক মিছাইলৰ | Assamese |
ঐতিহাসিকনাছাৰ ছলাৰ প্ৰব যানে স্পৰ্শ কৰিলে সূৰ্যৰ কনা অংশক | Assamese |
নিলাম হব বিশ্বৰ প্ৰথমটো কি আছিল এই টোত | Assamese |
কঠোৰ গুগলকৰ্মচাৰীক দিলে অন্তিম সময়সীমা নহলে হেৰুৱাব চাকৰি | Assamese |
অসাৱধানতা নে চৰম সিদ্ধান্ত গুৱাহাটীত ৰেলৰ খুন্দাত প্ৰাণ গল যুৱকৰ | Assamese |
গুৱাহাটীৰ ট্ৰেফিকে জ্বলাকলা খুৱালে প্ৰীতি জিন্টাক ক্ষোভত জ্বলিছে অনুৰাগী | Assamese |
এ.পি.ডি.চি.এলৰ লোকচানৰ বোজা ৰাইজৰ মুৰত জাপি দিছে চৰকাৰেঅভিযোগ আপৰ | Assamese |
অসমৰ মুখ্যমন্ত্ৰীৰ ঠিকনা সুধি কংগ্ৰেছ নেত্ৰীয়ে কলে তেওঁ হিমন্ত বিশ্ব শৰ্মালৈ কুৰিয়াৰ কৰিব তেওঁৰ প্ৰিয় বিস্কুট | Assamese |
হেম বৰুৱা বনাম মৃনাল শইকীয়া প্ৰসংগ বিধায়ক মৃনাল শইকীয়ালৈ হেম বৰুৱা বঁটা | Assamese |
চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰত ভ্ৰমণলৈ আহিব ইউক্ৰেইনৰ উপবিদেশ মন্ত্ৰী জাপাৰোভা | Assamese |
শংকা আঁতৰিল কৰনা ভাইৰাছৰ উত্তৰ এতিয়া বিজ্ঞানীৰ হাতত কি কলে গৱেষণাই | Assamese |
আদানীয়ে মধ্যমণি ৰাহুল গান্ধীৰ টুইটকলৈ ক্ষুব্ধ হিমন্ত বিশ্ব শৰ্মাই কলেআদালতত দেখা হব | Assamese |
ৰেড ৱাইনত চুমক দি অটুট ৰাখক যৌৱন জানক ঠিক কিমানখিনি খালে সুন্দৰ হব আপোনাৰ স্বাস্থ্য | Assamese |
খহনীয়াত বিধ্বস্ত বিদ্যালয়এটা কোঠাতে অনুষ্ঠিত চাৰিটাকৈ শ্ৰেণীৰ গুণোৎসৱৰ মূল্যায়ন পৰীক্ষা | Assamese |
৭ জুনত ঘোষণা হব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলকিদৰে চাব পাৰিব | Assamese |
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ বাৰ্তা | Assamese |
নতুন আতংক নোৰোভাইৰাছ ভাৰতত ইতিমধ্যে সংক্ৰমিত ২টি শিশু সতৰ্ক হোৱাৰ আহ্বান | Assamese |
একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ | Assamese |
এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰপূবৰ প্ৰথমখন প্ৰতিষ্ঠান হল জিআইএমটিগুৱাহাটী | Assamese |
ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয় | Assamese |
৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ | Assamese |
বিশ্বনাথ জিলাত তিনিখনকৈ আদৰ্শ হাইস্কুলৰ শুভ উদ্বোধন মুখ্যমন্ত্রীৰ | Assamese |
নৰ্থইষ্ট য়ুনাইটেড আৰু বেংগালুৰু এফ চিৰ মাজৰ খেল ১১ গলত ড্ৰ | Assamese |
অষ্ট্ৰেলিয়াত আঘাতত জুৰুলা ভাৰতীয় দল বুমৰাহৰ পাছত এইবাৰ হনুমা বিহাৰী বাহিৰ দলৰ পৰা | Assamese |
আই এছ এল আজি মুখামুখি হব নৰ্থইষ্ট য়ুনাইটেড আৰু বেংগালুৰু এফ চি | Assamese |
ক্ৰিকেট ষ্টেডিয়ামত সুৰা নিষিদ্ধ কৰাৰ দাবী প্ৰাক্তন অপেনিং বেটছমেন গৌতম গম্ভীৰৰ | Assamese |
বিৰাটঅনুষ্কাৰ দীপলিপ কন্যা সন্তানৰ জন্ম তাৰকা দম্পতিলৈ অভিনন্দনৰ জোৱাৰ | Assamese |
চৰকাৰে দিছে বিনামূলীয়া বিটকয়েন মাজনিশা হেক হল প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰ একাউন্ট | Assamese |
আকাশী গংগাত এয়া কিহৰ ঢৌ গৱেষণাৰ অন্তত বহু তথ্য লাভ কৰিছে বিজ্ঞানীয়ে | Assamese |
সূৰ্যতকৈও প্ৰায় ৩০ নিযুত গুণে বেছি বৃহৎ কৃষ্ণ গহ্বৰ আৱিষ্কাৰউৎফুল্লিত বিজ্ঞানী মহল | Assamese |
নাছাৰ ভৱিষ্যতৰ অভিযানৰ বাবে নিৰ্বাচিত ভাৰতীয় বংশোদ্ভৱ অনিল মেনন | Assamese |
বেডমিণ্টন ষ্টাৰ ছাইনা নেহৱাল আৰু এইচ এছ প্ৰণয় কভিড পজিটিভ | Assamese |
এবিধ বিশেষ আলুৰ উৎপাদনত ব্যস্ত এদল মাৰ্কিন বিজ্ঞানী কি সেই আলু | Assamese |
অজৈৱ আৱৰ্জনা সংগ্ৰহৰ বাবে মোবাইল এপ্লিকেশ্যন আৰম্ভ কৰিব কেৰালা চৰকাৰে | Assamese |
ভাৰতীয় শিৱিৰৰ বাবে দু:সংবাদ এইবাৰ আঘাতৰ বাবে ব্ৰীছবেন টেষ্টৰ পৰা বাহিৰ বুমৰাহ | Assamese |
ছিডনী টেষ্টৰ নায়ক হনুমা বিহাৰী চতুৰ্থ টেষ্টৰ পৰা বাহিৰ | Assamese |
মন্থৰ বেটিঙৰ এক অনন্য অভিলেখত নাম সন্নিবিষ্ট হল হনুমা বিহাৰীৰ | Assamese |
মহানগৰীত আটক অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীভুৱা পাছপ্ট উদ্ধাৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.