text
stringlengths
1
2.59k
language
stringclasses
10 values
খানাপাৰাত জব্দ বৃহৎ পৰিমাণৰ জালনোট
Assamese
চমৎকাৰ শীঘ্ৰেই আহি আছে কেন্সাৰ আৰু হৃদৰোগৰ ভেকচিন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী
Assamese
বৰপেটাত সক্ৰিয় ৰূপত মৌলবাদী শক্তিৰে জড়িত ৩ নেতাক গ্ৰেপ্তাৰ বৰপেটা আৰক্ষীৰ
Assamese
ঋষভ পন্টৰ গাৰ্ড নষ্ট কৰিবলৈ ক্ৰীজত জোতাৰে ঘৰ্ষণ স্মিথৰ ভিডিঅত ধৰা পৰিল দুস্কাৰ্য
Assamese
অসমত ছুখয় যুদ্ধ বিমানত উৰি ইতিহাস ৰচিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে
Assamese
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কনভয়ৰ খুন্দাত আহত ডিব্ৰুগড়ৰ যুৱক
Assamese
থানাত পঞ্চাশজনীয়া দলৰ আক্ৰমণ লকআপ ভাঙি উলিয়াই নিলে তিনি কুখ্যাত ডকাইতক চাওক ভিডিঅ
Assamese
সংকটত শাৰদ পাৱাৰৰ এন চি পি দলীয় কাৰ্যসূচীত নাই ভতিজাক অজিত খবৰ নাই ৭ জন বিধায়কৰ
Assamese
সন্তানক কোৰাণ শিকাওক কিন্তু ঘৰতেমাদ্ৰাছাৰ বিৰুদ্ধে পুনৰ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Assamese
জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ দাবী আছুৰ
Assamese
শীঘ্ৰে ঘোষণা হব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলকেতিয়া হব পাৰে ঘোষণা কিদৰে চাব
Assamese
গুণোৎসৱৰ বতৰৰাজ্যৰ এখন চৰকাৰী বিদ্যালয়ত এজন শিক্ষকে পাঠদান কৰিছে পাঁচটাকৈ শ্ৰেণীত
Assamese
কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন যুৱকৰ দলৰ প্ৰহাৰত আহত এজন
Assamese
অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাশিক্ষামন্ত্ৰীৰ ঘোষণা
Assamese
কংগ্ৰেছত পুনৰ মোক্ষম আঘাত কমলাক্ষ দে পুৰুকায়স্থকে ধৰি তিনি বিধায়কৰ পদত্যাগ
Assamese
বৰপেটাত আৰক্ষীৰ অভিযানত আটক ৰ দুই শীৰ্ষ নেতাৰ লগতে এগৰাকী ৰ শীৰ্ষ নেতা
Assamese
গুণোৎসৱে শিক্ষা ব্যবস্থাৰ বিশেষ মৌলিক পৰিবৰ্তন ঘটাব নোৱাৰেঅখিল গগৈ
Assamese
প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ গাফিলতিৰ বাবে শিক্ষকৰ চাকৰিৰ চূড়ান্ত মেধা তালিকাত বিসংগতি
Assamese
ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হল হাইস্কুল টেট পৰীক্ষা ব্যাপক ফলাফল বিসংগতিডি ৱাই এফ আই
Assamese
দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ উপলব্ধ হল ৰন্ধন গেছৰ সৰবৰাহ স্বয়ংক্ৰিয়ভাবে বন্ধ কৰি দিব পৰা ৰেগুলেটৰ
Assamese
মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত প্ৰচাৰ ফেক্ টুইট
Assamese
নিমাতী ঘাটৰ দুৰ্ঘটনাৰ পাছতেই পাণ্ডু প্টত অত্যাধুনিক প্ৰযুক্তিৰ জাহাজ সেৱা মুকলি মুখ্যমন্ত্ৰীৰ
Assamese
ফেচবুকে বন্ধ কৰিব এক বিশেষ প্ৰযুক্তি জনালে ফেচবুক কৰ্তৃপক্ষই
Assamese
নাম সলালে ফেচবুকে জুকাৰবাৰ্গে ৰ নাম ৰাখিলে
Assamese
ভাৰতত ঘৃণামূলক ভাষণ ভুল তথ্য হিংসাত্মক প্ৰচাৰত বিপৰ্যস্ত ফেচবুক
Assamese
উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া তিনিজনীয়া সমিতিত আছে কোন কোন ব্যক্তি
Assamese
ৰোহিত শৰ্মাৰ নামত বাজী ধৰি নিজৰ আধা গোঁফ কাটি পেলাবলগীয়া হল যুৱকে
Assamese
ছিডনীত টেষ্ট কেৰিয়াৰৰ অনবদ্য মাইলষ্টন স্পৰ্শ কৰিলে চেতেশ্বৰ পূজাৰাই
Assamese
অলপৰ বাবে শতৰাণৰ পৰা বঞ্চিত হলেও অষ্ট্ৰেলিয়াত অনন্য অভিলেখ গঢ়িলে ঋষভ পন্টে
Assamese
ইংলেণ্ডৰ বিৰুদ্ধে হবলগীয়া টেষ্ট শৃংখলাৰ দুখন মেচৰ পৰা বাহিৰ ৰবীন্দ্ৰ জাদেজা
Assamese
অতিমাত্ৰা আনুমানিক আৰু অবাস্তৱিক ২০২১২২ৰ অসম বাজেটকেগ
Assamese
কাজিৰঙাত আফ্ৰিকান হাতী ৰাষ্ট্ৰপতি আদৰণি পোষ্টাৰত দেখা গল আফ্ৰিকান হাতীৰ বিচৰণ
Assamese
ৰহস্যজনকভাৱে হোষ্টেলৰ কোঠাৰ ভিতৰত উদ্ধাৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰৰ মৃতদেহ
Assamese
ইমান টকা প্ৰধানমন্ত্ৰী মোডীৰ প্ৰিয় অধিবক্তাৰ পত্নীয়ে দিল্লীত কিনিলে ১৬০ কোটি টকাৰ বাংলো
Assamese
বিশ্ববাসীক ঐতিহ্যৰ সৈতে পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে দ্য ৰয়েল হেৰিটেজ চাইক্লথনৰ শুভাৰম্ভ
Assamese
দিশপুৰ মহাবিদ্যালয়ৰ বেংক একাউণ্ট হেক চাইবাৰ চোৰে লুটি নিলে ৭৫ লাখতকৈয়ো অধিক টকা
Assamese
বেংক অৱ বৰোডাই দিছপুৰ কলেজক ঘূৰাই দিব হৰলুকি হোৱা ৭৬ লাখ টকা
Assamese
আনলৈ বুলি হুল পুতি নিজে মৰে ফুটি আমেৰিকানাটোৰ গোপন পৰিকল্পনা ফাদিল
Assamese
মাচুল বৃদ্ধিৰ অভিযোগ৭২০ খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ পঞ্জাৱ চৰকাৰৰ
Assamese
পুনৰ ৰাজ্যজুৰি তিনিটা পৰ্য্যায়ত শিক্ষা বিভাগৰ গুণোৎসৱ কত কেতিয়া অনুষ্ঠিত হব জনালে শিক্ষামন্ত্ৰীয়ে
Assamese
ছাত্ৰীৰ শালীনতা হানিৰ চেষ্টা অভিযুক্ত অধ্যাপকক নিলম্বনৰ দাবীত উত্তাল লিডু মহাবিদ্যালয়
Assamese
চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ চৰকৰ নামত শপত পাঠ বিতৰ্কৰ মাজতেই অপসাৰিত ডীন
Assamese
অস্তিত্বৰ সংকটত ৬০০২ নং বৰভালুকী প্ৰাথমিক বিদ্যালয় ষড়যন্ত্ৰৰ পৰা প্ৰশাসনক বচোৱাৰ অনুৰোধ স্থানীয় ৰাইজৰ
Assamese
আই এছ এলত তৃতীয়খন খেলত পৰাজয়ৰ সন্মুখিন নৰ্থইষ্ট য়ুনাইটেড
Assamese
টেষ্টত ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক শতক অৰ্জনকাৰীৰ ৰেকৰ্ড গঢ়িলে ষ্টিভ স্মিথে
Assamese
ছিডনীত বুমৰাহ চিৰাজক অষ্ট্ৰেলিয়াৰ সমৰ্থকে বান্দৰ বুলি কোৱাক কেন্দ্ৰ কৰি বিতৰ্ক
Assamese
দিশপুৰ মহাবিদ্যালয়ত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত বক্তৃতানুষ্ঠান
Assamese
আজি হায়দৰাবাদ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হব নৰ্থইষ্ট য়ুনাইটেড
Assamese
নাও বুৰিলেও টিঙৰ পৰা নানামে পুনৰ উত্তৰ কোৰিয়াৰ সামৰিক শক্তি বৃদ্ধিৰ যোজা কিম জঙৰ
Assamese
ফেচবুক ইণ্ডিয়াৰ সাৰ্বজনিক নীতিৰ নতুন মুৰব্বী হিচাপে নিযুক্ত দেশৰ প্ৰাক্তন প্ৰশাসনিক বিষয়া
Assamese
জিআইপিএছ গুৱাহাটী আৰু জিআইএমটি গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱস উদযাপন
Assamese
ডাটা লিক হোৱাৰ শংকা দুশ কোটি ক্ৰম য়ুজাৰক সতৰ্ক কৰি দিলে গুগলে
Assamese
এইবাৰ লুকাইচুৰকৈ পৰ্ণ ছাইট চোৱাতো নাকী লগাব কেন্দ্ৰই নিষিদ্ধ হোৱাৰ পথত
Assamese
অসম কৃষি বিশ্ববিদ্যালয়ৰ সাফল্যমগু মাহৰ বীজ ৯ মাহলৈকে সংৰক্ষণৰ পদ্ধতি উদ্ভাৱনেৰে পেটেন্টৰ অনুমোদন লাভ
Assamese
সাৱধান নকল ডাউনলোড কৰিলে কবলত পৰিব পাৰে হেকাৰৰ
Assamese
শীঘ্ৰে অনলাইন ক্ৰীড়াপ্ৰেমীৰ কাষলৈ ভাৰততে প্ৰস্তুত অনলাইন গেম গুৰুত্ব পাইছে মেঘালয়ৰ দৃশ্যই
Assamese
বুজিবই নোৱাৰি ইলন মাস্কৰ মায়া আঁতৰিল কুকুৰ টুইটাৰত পুনৰ ঘুৰি আহিল নীলা চৰাইটো
Assamese
ৰাছিয়াৰ সীমান্তত দুৰ্ঘটনাগ্ৰস্ত ইউক্ৰেইনৰ বিমান গ্ৰেপ্তাৰ পাইলট
Assamese
আচৰিত কাণ্ড নিম্ন আদালতত দোষী সাব্যস্ত হোৱা গুজৰাটৰ বিজেপি সাংসদ আজিও লোকসভাৰ সদস্য
Assamese
কিয় ডনাল্ড ট্ৰাম্প জেললৈ যোৱাটো ঠিক নহব বুলি কলে পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছে
Assamese
মাত্ৰ ১২ মিনিটতে গৃহীত ৫০ লাখ কোটিৰ বাজেট অচল সংসদক লৈ কেন্দ্ৰক কটাক্ষ খাৰ্গেৰ
Assamese
জাপানৰ টহলদাৰী সামৰিক হেলিকপ্টাৰ বিধ্বস্ত
Assamese
যোৱা এবছৰত আলফা স্বাধীনৰ ১০৭ জন কেডাৰ গ্ৰেপ্তাৰ ৬০ টা অস্ত্ৰ উদ্ধাৰ
Assamese
হিন্দী বাধ্যতামূলক কৰা কাৰ্য সাংস্কৃতিক সন্ত্ৰাসবাদৰ বাহিৰে আন একো নহয়অজিত কুমাৰ ভূঞা
Assamese
চৰকাৰৰ নীতিহীন কাণ্ড চাহ বাগিচাৰ হাইস্কুলত যোগ্যতাসম্পন্ন শিক্ষক নিযুক্তি দিয়কডি ৱাই এফ আই
Assamese
বিভিন্ন ৰাজ্যৰ লোকে ইংৰাজীৰ সলনি হিন্দী কোৱা উচিত পুনৰ এক দেশএক ভাষা পক্ষত অমিত শ্বাহ
Assamese
চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে প্ৰথম পচন্দ হব পাৰে হোমিঅপেথিকেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল
Assamese
১৭ জুলাইত চিকিৎসা বিজ্ঞানৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা ২ এপ্ৰিলৰ পৰা আৰম্ভ পঞ্জীয়ণ
Assamese
দিশপুৰ মহাবিদ্যালয়ত শৈক্ষিক আৰু প্ৰশাসনিক হিচাপ সম্পৰ্কীয় কৰ্মশালা সম্পন্ন
Assamese
নতুন বছৰত নতুন পৰিকল্পনাটীয়কৰ জ্ঞানপীঠ একাডেমী চিনিয়ৰ চেকেণ্ডাৰীত ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ উত্তৰন শীৰ্ষক বক্তৃতা
Assamese
দিশপুৰ মহাবিদ্যালয়ত মেকআপ আৰু মেহেন্দী কলাৰ কৰ্মশালা সম্পন্ন
Assamese
দিল্লীৰ চৰকাৰী বিদ্যালয়ত বৃদ্ধি পাইছে ৩ লাখ শিক্ষাৰ্থী জনালে উপ মুখ্যমন্ত্ৰী মনীশ ছিচোদিয়াই
Assamese
কোভিড সচেতনতা সৃষ্টিৰ প্ৰয়াসস্বাস্থ্যমন্ত্ৰীয়ে মুকলি কৰিলে বিয়ণ্ড কোভিড—নিউ নৰ্মেল ফৰ আৰবান পপুলেছন
Assamese
এমাহত হোৱাটছ এপে বন্ধ কৰিলে ২০ লাখ ভাৰতীয় একাউণ্ট
Assamese
ভাৰতীয় মাইক্ৰ ব্লগিং চাইট ৰ জৰিয়তে ছচিয়েল মিডিয়াত অসমীয়া ভাষাতে সম্পৰ্ক ৰক্ষা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Assamese
খোদ তথ্যপ্ৰযুক্তি দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰেই একাউণ্ট ব্লক কৰিলে টুইটাৰে কিন্তু কিয়
Assamese
এসময়ত ২০০ টকাৰ বাবে খেলিছিল ক্ৰিকেট আজি ভাৰতীয় টেষ্ট দলত ঘটিল অভিষেক
Assamese
সম্পূৰ্ণ সুস্থ সৌৰভ গাংগুলী চিকিৎসালয়ৰ পৰা যাব দিয়া হল ঘৰলৈ
Assamese
ছিডনীত ৰাষ্ট্ৰীয় সংগীত গোৱাৰ সময়ত কিয় আৱেগত উচুপি উঠিল ছিৰাজ চাওক ভিডিঅ
Assamese
গুৰুত্বপূৰ্ণ হোৱাটছাপ মেচেজৰ তলত ৰঙা আঁচ আহিছে নেকি তেন্তে জানক এইসমূহ
Assamese
বৰ্ডাৰগাভাস্কাৰ ট্ৰফীৰ মেলবৰ্ণ টেষ্টত উপস্থিত থকা এগৰাকী দৰ্শক কোভিড পজিটিভ
Assamese
আমেৰিকাৰ বিমান সংস্থাৰ নতুন চমক আহি আছে ছুপাৰছনিক ফ্লাইট কিমান হব ইয়াৰ গতি
Assamese
আজিও চিকিৎসালয়তে থাকিব সৌৰভ গাংগুলী সবিশেষ জনালে হাস্পতাল কৰ্তৃপক্ষই
Assamese
টকিঅ অলিম্পিক২০২১ লৈ যোগ্যতা অৰ্জন ধিং এক্সপ্ৰেছ হিমা দাসৰ
Assamese
বুধবাৰে চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হব সৌৰভ গাংগুলীক উডলেণ্ড চিকিৎসালয়
Assamese
অষ্ট্ৰেলিয়াত সমস্যাই লগ এৰা নাই ভাৰতৰ এইবাৰ দলৰ পৰা বাহিৰ হল কে এল ৰাহুল
Assamese
আই এছ এলৰ এখন মেচত দুটাকৈ গল কৰি চমক সৃষ্টি অসমৰ হলিচৰণৰ
Assamese
ভয়ানক পথ দুৰ্ঘটনাত কাজিৰঙাৰ গজ উৎসৱ চাবলৈ অহা যাত্ৰীবাহী বাছ
Assamese
প্ৰতিশোধ প্ৰেমিকাৰ বিয়াত বোমা উপহাৰ প্ৰাক্তন প্ৰেমিকৰ বিস্ফোৰণত দৰাকে ধৰি দুজন নিহত
Assamese
শচীনে নিজৰ ১০০তম শতক সম্পূৰ্ণ কৰি তেওঁক কি কৈছিল জনালে সুৰেশ ৰাইনাই
Assamese
কাঠফুলা খাওতে সাৱধান গোলাঘাটত বিষাক্ত কাঠফুলা খাই মহিলাৰ মৃত্যু
Assamese
আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হল প্ৰয়াত ৰাষ্ট্ৰপতিৰ ভতিজা কেনেডি জুনিয়ৰ
Assamese
অহা ২৫ এপ্ৰিলত হব অখিল গগৈৰ গোচৰৰ পৰৱৰ্তী শুনানি
Assamese
ফেচবুক কৰ্ণাৰ ধৰ্মক লৈ ৰাজনীতি ধৰ্মক লৈ ইতিহাসৰ পাত সলনি কৰিবলৈ বিচৰাতো ভাল হোৱা নাই
Assamese
আজি কাজিৰঙালৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
Assamese
দিল্লীৰ মহাবিক্ষোভলৈ সমৰ্থন ঔষধৰ মূল্য বৃদ্ধি কৰ বৃদ্ধিৰ প্ৰতিবাদকলগাছিয়াত প্ৰতিবাদী পথসভা
Assamese
নাটক আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আদালতত হাজিৰ হোৱা ঘটনাৰ ডাঙৰ সংকেত
Assamese
হাজোত কামৰূপ জিলা শিক্ষা বিভাগৰ আজৱ কাণ্ড ৰান্ধনী ঘৰত পাতিলে হাইস্কুল শিক্ষান্ত পৰীক্ষা
Assamese
অসম বাজেটশিক্ষা খণ্ডত প্ৰজ্ঞান ভাৰতী উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণলৈ স্কুটাৰ
Assamese
শিৱসাগৰৰ এখন চৰকাৰী বিদ্যালয়ত সন্তানৰ নামভৰ্তি কৰোৱাবলৈ হেতাওপৰা লগাইছে অভিভাৱকে
Assamese