text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
নতুন বিপদ আহি আছে মাৰাত্মক ভাইৰাছ ইবলাৰ দৰেই ভয়ংকৰ নেকি মাৰবাৰ্গ | Assamese |
ভাৰতত আমেৰিকাৰ গায়ক পত্নীৰ পৰামৰ্শ মতে মুম্বাইৰ অনুষ্ঠানত সংগীত পৰিৱেশনত সন্মতি | Assamese |
১০ মাহ পাছত জেলৰ পৰা ওলায়েই বিজেপিৰ বিৰুদ্ধে সৰৱ সিদ্ধু প্ৰশংসা ৰাহুল গান্ধীক | Assamese |
কলেষ্টেৰল ৰোগীয়ে ভুলতেও নাখাব এই পাঁচবিধ খাদ্য হব পাৰে গুৰুতৰ ক্ষতি | Assamese |
মংগল গ্ৰহ ভ্ৰমণ কৰিবলৈ নাছাৰ পৰা বৰ্ডিং পাছ লাভ কৰিলে অভিনেতা আদিল হুছেইনে | Assamese |
ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল শিৱসাগৰৰ আকাংক্ষা উত্তৰপূবলৈ কঢ়িয়াই আনিলে গৌৰৱ | Assamese |
চৰকাৰৰ অৱহেলা সদৌ অসম প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট পালন | Assamese |
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ আৰু ইণ্টিগ্ৰেটেড এম কম পৰীক্ষা স্থগিত | Assamese |
অসম কৃষি বিশ্ববিদ্যালয়ত সংক্ৰমণ দুটা ছাত্ৰী নিৱাসৰ ৪৪ গৰাকী আৱাসী কোভিড পজিটিভ | Assamese |
ৰাজ্যত অনিৰ্দিষ্ট কালৰ বাবে বিদ্যালয়ৰ অষ্টম শ্ৰেণীলৈকে স্থগিত ৰখা হৈছে শ্ৰেণীকোঠাৰ পাঠদান | Assamese |
১৫ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা সময়সূচী ঘোষণা | Assamese |
কোন সঁচা কোন মিছা কটন হোষ্টেলৰ অৰাজক পৰিস্থিতিৰ বাবে দায়ী কোন | Assamese |
ত উজলিল গুৱাহাটীৰ প্ৰাক্তন ছাত্ৰী নেহা বৰা | Assamese |
ইউপিএছচিৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ দুই অসম সন্তান | Assamese |
বিশ্বদৰবাৰত জিলিকি উঠিল অসমীয়া বিজ্ঞানী ড০ জগন্নাথ বিশ্বকৰ্ম্মা গৱেষণাত নতুন সূত্ৰ উদ্ভাৱন | Assamese |
বজাৰলৈ আহি আছে বিশ্বৰ প্ৰথম বীজাণু প্ৰতিৰোধক স্মাৰ্টফোন কিমান হব পাৰে দাম | Assamese |
মহাকাশত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ভাৰত কি সেই দুৰ্ঘটনা | Assamese |
এতিয়া চিৰদিনৰ বাবে কৰিব পাৰিব হোৱাটছএপ চ্যাট চাই লওক নিয়ম | Assamese |
ছাইলেন্ট অৱস্থাত ফোনটো হেৰাই থাকিলে আপুনি কেনেকৈ বিচাৰি পাব চাওক তাৰ কৌশল | Assamese |
পুনৰ ইছৰোৰ মহাকাশ অভিযান লকডাউনৰ পাছত আজি উৎক্ষেপন কৰিব নতুন উপগ্ৰহ | Assamese |
টীম ইণ্ডিয়াই কি ৮৮বছৰ পুৰণি লজ্জাজনক অভিলেখ গঢ়াৰ দিশে অগ্ৰসৰ হৈছে | Assamese |
সীমান্তৰ ২৬ হাজাৰ ফুট উচ্চতালৈ অস্ত্ৰ কঢ়িয়াই নিব পাৰিব ভাৰতৰ ৰুস্তম২ ড্ৰোনে | Assamese |
প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ বাবে দুজন ক্ৰিকেটাৰৰ কেৰিয়াৰ এতিয়া সংকটত ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা | Assamese |
কৰনা পৰিস্থিতিৰ বাবে ফিফাই বাতিল কৰিলে ২০২১ৰ বিশ্বকাপ | Assamese |
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অধিনায়ক হিচাপে আজিংক ৰাহানেৰ ৰেকৰ্ড কি | Assamese |
পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান নিৰ্মাণৰ দিশে ভাৰত ৰাফেলতকৈয়ো হব বহু বেছি শক্তিশালী | Assamese |
ক্ৰিকেটৰ ৰাষ্ট্ৰীয় নিৰ্বাচক কমিটিৰ অধ্যক্ষ হল হেট্ৰিক মেন চেতন শৰ্মা | Assamese |
আইপিএলত খেলিব ১০টা টীমে বিচিচিআইয়ে মাৰিলে ছীলমোহৰ | Assamese |
২৮২৯ ডিচেম্বৰত গুৱাহাটীত পূব মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা অসম দল ঘোষণা | Assamese |
ফৰ্মহীন পৃথ্বি শ্বলৈ শচীন টেণ্ডুলকাৰৰ বিশেষ টিপছ | Assamese |
৪৮ বছৰীয়া সৌৰভ গাংগুলীৰ বিস্ফোৰক অৰ্ধশতকেও বচাব নোৱাৰিলে দলক | Assamese |
কনাই বঢ়াইছে চিন্তা ছিডনীৰ বিপৰীতে এইখন ষ্টেডিয়ামত হব পাৰে ভাৰতঅষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্ট | Assamese |
পৰ্ণ তাৰকাক মুখ বন্ধ কৰিবলৈ ধন দিয়াৰ অভিযোগ আত্মসমৰ্পণৰ বাবে সাজু ডনাল্ড ট্ৰাম্প | Assamese |
গুৱাহাটীৰ পানীখাইটিত পিষ্টলসহ আটক যুৱক | Assamese |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুজিৰ খেলিমেলিমুখ্য বন্যপ্ৰাণী সংৰক্ষক পদৰ পৰা অপসাৰণ এম কে যাদৱক | Assamese |
শিৱসেনা উদ্ধৱ শিবিৰৰ সাংসদ সঞ্জয় ৰাউতক ৰে উৰুৱাই দিয়াৰ ভাবুকি | Assamese |
শোণিতপুৰত জব্দ ৪০ টাকৈ গৰুভৰ্তি ট্ৰাক | Assamese |
ৰেলৰ খুন্দাত প্ৰাণ গল কৰ্তব্যৰত ৰেল আৰক্ষী জোৱানৰ | Assamese |
টকা খৰচ কৰি গাড়ী কিনিব পাৰে টোল টেক্স দিওতেহে সমস্যা হয় ভৱেশ কলিতাৰ বচন | Assamese |
অভিনন্দন আজিৰ পৰা ভৰিব লাগিব আৰু অধিক টোল কৰ | Assamese |
১৫১৮ বছৰৰ শিক্ষাৰ্থীক ভেকচিনস্বাস্থ্যমন্ত্ৰীয়ে কলে অমিক্ৰনক লৈ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ | Assamese |
অহা বৰ্ষৰ ১৫ মাৰ্চৰ পৰা হব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা | Assamese |
সঁচা ২০২৯ চনৰ পৰা অমৰ হব মানুহ গৱেষণাত বিজ্ঞানীৰ অভূতপূৰ্ব দাবী | Assamese |
আজি মুকলি হব পঢ়ে ভাৰত অভিযান কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কৰিব মুকলি | Assamese |
শিৱসাগৰতো ১৫বছৰৰ পৰা ১৮ বছৰ বয়সৰ শিক্ষাৰ্থীৰ মাজত কভিড১৯ৰ টীকাকৰণ আৰম্ভ | Assamese |
কৰ্ম সংস্কৃতিৰ নমুনা তামুলপুৰৰ এটি বিশেষ কাৰ্যালয়ত দিনৰ ১১ বজালৈ অনুপস্থিত বিষয়াকৰ্মচাৰী | Assamese |
ৰাজধানী এক্সপ্ৰেছৰ আৰ্হিত বিদ্যালয়কৃষ্ণাই আশুডুবি প্ৰাথমিক বিদ্যালয়ে আকৰ্ষিত কৰিছে শৈক্ষিক মহলক | Assamese |
ত অন্তৰ্ভুক্ত হল অসমীয়া ভাষা দূৰ হব অনুবাদৰ সমস্যা | Assamese |
প্ৰযুক্তিৰ মহাজাল ৰঙা চীনৰমহাকাশত ৰাছিয়াতকৈও বেছি আছে চীনৰ কৃত্ৰিম উপগ্ৰহ | Assamese |
নিষিদ্ধ পাবজি পাছত এইবাৰ ভুৱা ফৌজি এপৰ পৰা সাৱধান | Assamese |
ভাৰতে পৰীক্ষণ কৰিলে শব্দতকৈয়ো বেগী পাৰমাণৱিক শক্তি সম্পন্ন শৌৰ্য মিছাইল | Assamese |
ৰত্নপীঠ মহাবিদ্যালয়ত নৱাগত আদৰণি অনুষ্ঠান সম্পন্ন | Assamese |
চাকৰি মেলা পাতি নিবনুৱাক অপমান চৰকাৰৰ সৌজন্যত যুৱকযুৱতীক এয়া কি উপহাৰ | Assamese |
পৰিবহনৰ নতুন চমৎকাৰ উৰন্ত গাড়ীযাত্ৰীসহ জাপানত সম্পন্ন হল সফল পৰীক্ষণ | Assamese |
৮ টকা খৰচ কৰিয়েই ১০০ কিলোমিটাৰ ভ্ৰমণ কৰিব পাৰিব এই বাইকেৰে নালাগে লাইচেন্সো | Assamese |
বিজেপিৰ সৈতে ঘনিষ্ঠতা বিতৰ্কত এইবাৰ কৰ্তৃপক্ষক সংসদীয় সমিতিৰ জৰুৰী তলব | Assamese |
বায়ুসেনাত ৰাফেলৰ অন্তৰ্ভুক্তিক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কেপ্টেইন কুল ধোনীয়ে | Assamese |
তিনি কিলোমিটাৰ দূৰৰ পৰাই ড্ৰোন ধ্বংস কৰিব পৰা প্ৰযুক্তি উদ্ভাৱন ডি আৰ ডি অ | Assamese |
২২ গজৰ বাহিৰত দ্বিতীয় ইনিংছ আৰম্ভ কৰিলে লেগস্পীনাৰ য়ুজবেন্দ্ৰ চাহালে | Assamese |
ওড়িশা এফ চিৰ বিৰুদ্ধে ড্ৰ খেলি ১ পইণ্টতে সন্তুষ্ট নৰ্থইষ্ট য়ুনাইটেড | Assamese |
বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামত মুখামুখি হব সৌৰভ গাংগুলী আৰু জয় শ্বাহ | Assamese |
ধোনীয়ে ভাৰতক নেতৃত্ব দিব পাৰিব বুলি কিয় কোনো ছিনিয়ৰে ভবা নাছিল উত্তৰ মহম্মদ কাইফৰ | Assamese |
এইবাৰ গৃহৰাজ্য গুজৰাটত মোডী হাটাও দেশ বচাও পোষ্টাৰ ৮জনক গ্ৰেপ্তাৰ | Assamese |
পঞ্চায়ত সভানেত্ৰীৰ গুণ্ডাৰাজ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ | Assamese |
আকৌ উৎকোচ গ্ৰহণ কৰি হাতেলোটে ধৰা পৰিল কামৰূপৰ লাট মণ্ডল | Assamese |
মৰ্মান্তিক খাদ্যই হল কাল চাওমিন খাই মৃত্যু স্কুলীয়া ছাত্ৰৰ | Assamese |
লিডু টিকক পাহাৰত দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে পাটকাই পাহাৰৰ বনাঞ্চল সৰৱ টাই আহোম ছাত্ৰ সন্থা | Assamese |
ইন্দোৰৰ মন্দিৰৰ দুৰ্ঘটনাত তীৰ্থযাত্ৰীৰ মৃত্যুৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি চলি আছে উদ্ধাৰ অভিযান | Assamese |
আজি ৰাজ্যজুৰি টেট্ উত্তীৰ্ণ শিক্ষকৰ ডিজিটেল প্ৰতিকী প্ৰতিবাদচৰকাৰে কেতিয়া বুজিব শিক্ষকৰ মৰ্মবেদনা | Assamese |
কলিয়াবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ পঞ্চদশ দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন | Assamese |
সংকটত প্ৰাক্তন ৰাষ্ট্ৰপতি পৰ্ণ তাৰকাক মুখ বন্ধ কৰিবলৈ ধন দিয়া গোচৰত অভিযুক্ত ডনাল্ড ট্ৰাম্প | Assamese |
ড০ সমুজ্জ্বল ভট্টাচাৰ্যৰ আন্তৰিক প্ৰচেষ্টাত দুৰ্ঘটনাত ভৰি হেৰুওৱা কটনৰ ছাত্ৰৰ কৃত্ৰিম ভৰি সংৰোপন | Assamese |
কোনো ৰেহাই নাই চোৰাংচোৱাগিৰিৰ অভিযোগত ৰাছিয়াত আটক আমেৰিকাৰ সাংবাদিক | Assamese |
ক্ৰিকেটাৰ সুৰেশ ৰাইনা আৰু গায়ক গুৰু ৰান্ধাৱাক গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ | Assamese |
অসমবাসীক সতৰ্ক কৰি বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁইৰ আহ্বানহুঁচিয়াৰ অসমীয়া | Assamese |
হতাশগ্ৰস্ত ভাৰতীয় দলক উৎসাহ অষ্ট্ৰেলিয়াৰ তাৰকা বেটছমেন ষ্টিভ স্মিথৰ | Assamese |
আজি প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে গোৱা এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হব নৰ্থইষ্ট য়ুনাইটেড | Assamese |
শিক্ষকৰ অভাৱত অনিশ্চয়তাত কলিয়াবৰৰ তিনিখনকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ভৱিষ্যৎ | Assamese |
এখন বিদ্যালয়ে লিংগ সমতাৰ বাবে ললে বিশেষ পদক্ষেপ প্ৰৱৰ্তন লিংগ নিৰপেক্ষ ইউনিফৰ্ম | Assamese |
প্ৰধানমন্ত্ৰী মোডীৰ বাবে আমেৰিকাৰ পৰা অনা হৈছে মিছাইলে ধ্বংস কৰিব নোৱাৰা বিমান | Assamese |
নৰ্থ ইষ্ট নাও চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষ্যে কটন বিশ্ববিদ্যালয়ত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত | Assamese |
নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক টেট্ পৰীক্ষাৰ ফলাফল ঘোষণা | Assamese |
মহানগৰীৰ বি বৰুৱা মহাবিদ্যালয়ৰ ৬গৰাকী শিক্ষাৰ্থী কোভিড১৯ত আক্ৰান্ত | Assamese |
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৫গৰাকী শিক্ষাৰ্থী কোভিড পজিটিভ ৫দিনৰ বাবে বন্ধ হোষ্টেলপাঠদান | Assamese |
আকৌ চন্দ্রযান চন্দ্ৰপৃষ্ঠত এতিয়াও সক্ৰিয় হৈ আছে প্ৰজ্ঞান ৰভাৰ গ্ৰহণ কৰিছে সংকেত | Assamese |
৩৪০০০০ ডলাৰত বিক্ৰী হল সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ ডন ব্ৰেডমেনৰ টেষ্ট কেপ | Assamese |
ডিব্রুগড় বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত মেৰী কমক প্ৰশংসাৰে ওপচাই দিলে সোণোৱালে | Assamese |
আমেৰিকাত আৰু এপ বন্ধ কৰাৰ নিৰ্দেশ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ | Assamese |
ৰাছিয়াৰ কণা ভাইৰাছৰ ভেকচিনক লৈ সন্দেহ ব্যক্ত কৰিলে আমেৰিকা বিশ্ব স্বাস্থ্য সংস্থাই | Assamese |
সকলো ৰেল চলিব সঠিক সময় মতে ৰেল বিভাগে আনিছে | Assamese |
চাইবাৰ নিৰাপত্তা কত ১৭ বছৰীয়া কিশোৰেই হেক কৰিলে অবামাগেটছৰ টুইটাৰ একাউণ্ট | Assamese |
এডিলেইডত ভাৰতে সুযোগ হেৰুৱালে এতিয়া প্ৰত্যাৱৰ্তন কৰাটো সহজ নহব হেডিন | Assamese |
যোগাসনৰ পাছত খেলো ইণ্ডিয়া য়ুথ গেইমছত নতুনকৈ সংযোজন হল চাৰিবিধ পৰম্পৰাগত খেলৰ | Assamese |
নাছাই প্ৰথমবাৰৰ বাবে মংগল গ্ৰহলৈ ৰোভাৰৰ সৈতে প্ৰেৰণ কৰিছে হেলিকপ্টাৰ | Assamese |
মুখামুখি সংঘৰ্ষত বিধ্বস্ত আমেৰিকাৰ দুখন সামৰিক হেলিকপ্টাৰ নিহত ৯ জন | Assamese |
ডিমা হাচাওত চাঞ্চল্যকৰ কাণ্ডনিজ গৃহত অগ্নিসংযোগ স্বামীৰ অগ্নিদগ্ধ হৈ মৃত্যু পত্নীৰ | Assamese |
গুৰগাঁৱত গাড়ীৰ ভিতৰতে বন্ধুৰ ধৰ্ষণৰ বলি অসমৰ মহিলা অভিযুক্তক আটক | Assamese |
নিষেধাজ্ঞাৰ মাজতো চলিছে সৰবৰাহ শ্ৰীৰামপুৰত ব্ৰয়লাৰ ভৰ্তি ১০ খন বাহন জব্দ | Assamese |
গোঁমৰফাঁকবেটী বাচাও বেটী পঢ়াও অভিযানৰ নামত মোদী চৰকাৰৰ কেৱল বিজ্ঞাপনৰ বিলাস | Assamese |
পেনচিলভেনিয়া ষ্টেট ইউনিভাৰ্চিটিৰ প্ৰথম গৰাকী মহিলা সভাপতি হিচাপে নিৰ্বাচিত ভাৰতীয় মূলৰ অধ্যাপক | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.