text
stringlengths
1
2.59k
language
stringclasses
10 values
আজি বিয়লি ৪বজাত ঘোষণা কৰা হব ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল
Assamese
জানো আহক আই পি এল ইতিহাসৰ পাঁচগৰাকী সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ নাম
Assamese
অসম আৰক্ষীৰ অবিবেচক কাণ্ড জধে মধে এনকাউন্টাৰৰ কৰা অসম আৰক্ষীয়ে প্ৰাণ ললে নিৰ্দোষী লোকৰ
Assamese
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰচণ্ড তুষাৰপাত বাতিল ১০০০ তকৈয়ো অধিক বিমান
Assamese
আইপিএলৰ দ্বিতীয়খন উত্তেজনাপূৰ্ণ মেচত পঞ্জাৱৰ বিৰুদ্ধে ছুপাৰ অভাৰত বিজয়ী দিল্লী
Assamese
যৌনতাৰ বিনিময়ত পাক গুপ্তচৰক মিছাইল পৰীক্ষাৰ তথ্য সৰবৰাহ গ্ৰেপ্তাৰ ৰ বিষয়া
Assamese
ভাৰতৰ বিৰুদ্ধে হবলগীয়া শৃংখলাটোত ২৫ শতাংশ দৰ্শক ষ্টেডিয়ামত উপস্থিত থাকিব ৱাৰ্ণাৰ
Assamese
আই পি এলডুপ্লেছি ৰায়ড়ুৰ বেটিং পৰাক্ৰমেৰে মুম্বাইক পাঁচ উইকেটত হৰুৱালে চেন্নাইয়ে
Assamese
আশংকাই সঁচা হল বিধ্বংসী ভূমিকম্পত তুৰস্কচিৰিয়াত মৃত্যুৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম
Assamese
যুদ্ধবাজ ইউৰোপ যুদ্ধত ইন্ধন যোগাবলৈ ইউক্ৰেইনলৈ প্ৰথম লেপাৰ্ড টেংক পঠিয়ালে পোলেণ্ডে
Assamese
চুবুৰীয়া ৰাষ্ট্ৰৰ দুৰ্দশা পাকিস্তানৰ গৃহ মন্ত্ৰীৰ বিৰুদ্ধে জাৰি গ্ৰেপ্তাৰী পৰোৱানা
Assamese
প্ৰাক্তন ৰ মুৰব্বী দৌলতৰ মন্তব্যসফল কাশ্মীৰ নীতি কিন্তু হেৰুৱাইছে ভাৰতৰ অনুভুতি
Assamese
পুলিচ এনকাউন্টাৰৰ নামত এই হত্যাবোৰ কেতিয়া বন্ধ হব
Assamese
এটলেটিকো মাদ্ৰিদৰ মুখ্য প্ৰশিক্ষক কোভিড১৯ পজিটিভ
Assamese
ৰাইনাৰ অনুপস্থিতিয়ে চি এছ কেত বৃহৎ শূন্যতাৰ সৃষ্টি কৰিছে এলবি মৰ্কেল
Assamese
আই পি এলত সুযোগ পোৱা প্ৰথমগৰাকী আমেৰিকান ক্ৰিকেটাৰ হিচাপে পৰিগণিত হল আলী খান
Assamese
মাৰ্চৰ পিছত প্ৰথমবাৰৰ বাবে দৰ্শকৰ উপস্থিতিত হব ক্ৰিকেট শৃংখলা
Assamese
পাণ্ডেয়া পোলাৰ্ডৰ দৰে বিগ হিটাৰছ সকল চলিত আই পি এলত ব্যৰ্থ হব ৰামিজ ৰাজা
Assamese
বলীউডৰ পৰা বিতাড়িত কৰাৰ ষড়যন্ত্ৰ জেকলিনৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু নোৰা ফাতেহীৰ
Assamese
জঘণ্য কাণ্ড সম্পত্তিৰ বাবে প্ৰবীণ অভিনেত্ৰীক হত্যা পুত্ৰৰ ঘৰুৱা সহায়ক সহ পুত্ৰক গ্ৰেপ্তাৰ
Assamese
দ্বিতীয়বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিষিদ্ধ হব পাৰে দক্ষিণ আফ্ৰিকা
Assamese
প্ৰসিদ্ধ আমেৰিকান অভিনেত্ৰীসংগীত শিল্পী জৰ্জিয়া হল্টৰ দেহাৱসান
Assamese
দুৰাৰোগ্য ৰোগত আক্ৰান্ত টাইটানিকৰ গায়িকা চেলিন ডিয়ন চিৰদিনৰ বাবে হেৰুৱাব পাৰে কণ্ঠ
Assamese
সুৰাৰ নিচাত অভিনেত্ৰীৰ ভৰি চেলেকিছে ৰাম গোপাল বাৰ্মাই ইণ্টাৰনেটত ভাইৰেল লজ্জাজনক ভিডিঅ
Assamese
কিয় হিন্দী দৃশ্যম২ ছবিখনে চেৰ পেলাব নোৱাৰিলে দৃশ্যম১ক মূল মালয়ালম ছবিখনৰ কিমান কাষ চাপিল
Assamese
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত লুট গেয়ে খ্যাত গায়ক জুবিন হাস্পাতালত ভৰ্তি
Assamese
দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰকন্যা
Assamese
অস্কাৰলৈ ৰাজামৌলীৰ আৰআৰআৰ ভিজুৱেল ইফেক্ট শাখাত মনোনয়ন
Assamese
শিক্ষক নিযুক্তি বন্ধৰ সিদ্ধান্তই ৰাজহুৱা শিক্ষা ব্যৱস্থাক পংগু কৰিবঃ ডি ৱাই এফ আই
Assamese
পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বিশ্ববিদ্যালয় সমূহে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ পৰা পালে অনুমতি
Assamese
এ আজিৰ পৰা আৰম্ভ কৰিছে সকলো বিশেষ ৰেলৰ যাত্ৰীৰ বাবে তৎকাল টিকটৰ ব্যৱস্থা
Assamese
অসমবাসীৰ আশা কি সপোন খেদি আগবাঢ়িব তিনি শাখাৰ চাৰি শীৰ্ষস্থান প্রাপ্তই
Assamese
তিনিবছৰৰ পৰিৱৰ্তে দুবছৰীয়া হল এম চি এ পাঠ্যক্ৰম
Assamese
জে ই ই নীটৰো পাঠ্যক্ৰম হ্ৰাসৰ সম্ভাৱনা ব্যক্ত কৰিলে কৰ্তৃপক্ষই
Assamese
এইবাৰ বিদেশী শিক্ষাৰ্থীৰ ভিছা বাতিল কৰিলে আমেৰিকাই ট্ৰাম্পৰ সিদ্ধান্তত কিহৰ ইংগিত
Assamese
উচ্চতৰ মাধ্যমিকৰ কলা শাখাত দ্বিতীয় স্থানেৰ সত্ৰনগৰীলৈ গৌৰৱ কঢ়িয়ালে কাশ্মিৰী দাসে
Assamese
উচ্চতৰ মাধ্যমিকৰ ফলাফল কলাত ষষ্ঠ স্থানেৰে বোকাখাতলৈ গৌৰৱ কঢ়িয়াইছে ভাৰ্গৱ ফুকনে
Assamese
কোনো নিৰ্দেশ নিদিওঁ আদানি কাণ্ডত সংবাদ মাধ্যমক নাকী লগোৱাৰ আৰ্জি খাৰিজ উচ্চতম ন্যায়ালয়ৰ
Assamese
মর্মান্তিক বিয়াৰ পৰা উভতি অহাৰ সময়ত পথ দুৰ্ঘটনাত পাঁচজনৰ মৃত্যু
Assamese
ৰাছিয়াৰ প্ৰভাৱৰ পৰা ভাৰতক মুক্ত কৰিবলৈ সক্ৰিয় জাৰ্মানী টোপ অত্যাধুনিক চাবমেৰিনৰ
Assamese
জন্মদিনত আপোচহীন সাংবাদিক মানৱ অধিকাৰ কৰ্মী প্ৰয়াত পৰাগ কুমাৰ দাসক স্মৰণ ৰাজ্যবাসীৰ
Assamese
প্ৰদূষণঃ দেশৰ ভিতৰতে শীৰ্ষত গুৱাহাটী চিকিৎসালয়ত ভৰ্তি ৩৬ শিশুকিশোৰ
Assamese
তেলৰ টেংকীত ফুটা ৩০০ যাত্ৰীৰ সৈতে চুইডেনত জৰুৰী অৱতৰণ এয়াৰ ইণ্ডিয়াৰ বিমান
Assamese
তীব্ৰ চাঞ্চল্যৰ সৃষ্টিনিশাই দুবৃত্তই ফচল কাটি তহিলং কৰিলে ৰবি শস্যৰ ক্ষেত্ৰ
Assamese
দ্য কাশ্মীৰ ফাইলছ্ক নিম্ন ৰুচিৰ আৰু প্ৰপাগাণ্ডামূলক চলচ্চিত্ৰ আখ্যা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰীৰ
Assamese
অস্কাৰ বিজয়ী সংগীত শিল্পী অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু
Assamese
ৰীল লাইফত নহয় এইবাৰ ৰিয়েল লাইফতে একলগ হবলৈ সাজু হৈছে স্পাইডাৰমেনএম জে
Assamese
কিয় খং উঠিছে ছাকিৰাৰ আইনী প্ৰক্ৰিয়াৰে যুঁজ দিবলৈ সাজু পপ ছুপাৰষ্টাৰগৰাকী
Assamese
চিৰদিনৰ বাবে নিশ্চুপ হৈ পৰিল বেবী তবছুমপ্ৰবীণ অভিনেত্ৰী তবছুম গভিলৰ দেহাৱসান
Assamese
হিজাব বিৰোধী প্ৰতিবাদক সমৰ্থন কৰাৰ বাবে গ্ৰেপ্তাৰ দুই প্ৰসিদ্ধ ইৰাণী অভিনেত্ৰী
Assamese
আই পি এলৰ প্ৰস্তুতিৰ বুজ লবলৈ ডুবাইত উপস্থিত ৰ অধ্যক্ষ সৌৰভ গাংগুলী
Assamese
অৱসৰ লোৱা যুৱৰাজ সিঙক পুনৰ এবাৰ দেখিবলৈ পোৱা যাব ক্ৰিকেট ফিল্ডত
Assamese
বিৰাট কোহলী বৰ্তমানৰ এদিনীয়া ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন স্মিথ
Assamese
ষ্টেডিয়ামৰ বাহিৰলৈ ছয় কোবাই চলন্ত বাছৰ গ্লাছ ভাঙিলে হিটমেন ৰোহিত শৰ্মাই
Assamese
উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ শীৰ্ষ ১০ত মুঠ ২৫ গৰাকী ছাত্ৰছাত্ৰী চাওক তালিকা
Assamese
উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ শীৰ্ষ ১০ত মুঠ ২৪ গৰাকী ছাত্ৰছাত্ৰী সম্পূৰ্ণ তালিকা
Assamese
উচ্চতৰ মাধ্যমিকৰ ফলাফলকলাত দৰং বিজ্ঞানত শিৱসাগৰ আৰু বাণিজ্যৰ শীৰ্ষত একেলগে চিৰাংমাজুলী পশ্চিম কাৰ্বি আংলং জিলা
Assamese
উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ শীর্ষ ১০ত আছে মুঠ ৪৪ গৰাকী ছাত্ৰছাত্ৰী চাওক তালিকা
Assamese
অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল সমূহত পাভৈ আছুৰ নাম ভৰ্তি সহায়ক কেন্দ্ৰ মুকলি
Assamese
উচ্চতৰ মাধমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাবিজ্ঞানত অবিনাশ কলিতা কলাত পূবালী ডেকা শ্ৰদ্ধা বৰগোহাঁই আৰু বাণিজ্যত কৃষ্ণা মাহেশ্বৰীৰ শীৰ্ষ স্থান
Assamese
মাত্ৰ ১২ বছৰ বয়সতে সুখ্যাতিৰে মেট্ৰিকত উত্তীৰ্ণ হল এইগৰাকী মেধাবী ছাত্ৰ
Assamese
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল চাবলৈ ১৪ টা ৱেবছাইট মুকলি
Assamese
সৰ্বভাৰতীয় পৰ্য্যায়ৰ ৰেংকিংত উজলিল জি আই পি এচ
Assamese
মেডিকেলত নামভৰ্তিত সংৰক্ষণউচ্চতম ন্যায়ালয়ে কলে সংৰক্ষণ মৌলিক অধিকাৰ নহয়
Assamese
পৃথক কমতাপুৰৰ দাবীত সশস্ত্ৰ সংগ্ৰামৰ ভাবুকি গোসাইগাঁৱত গ্ৰেপ্তাৰ ৬ জন সন্দেহযুক্ত জিচিএলঅ কেডাৰ
Assamese
এইবাৰ টীয়কত হাতত কটা মূৰ লৈ খোজকাঢ়ি আৰক্ষী থানাত উপস্থিত হল ঘাতক
Assamese
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এইবাৰ প্ৰতিদ্বন্দিতা কৰাৰ ঘোষণা ভাৰতীয় বংশোদ্ভূত বিবেক ৰামস্বামীৰ
Assamese
ভয়াবহ প্ৰদূষণৰ কবলত গুৱাহাটী বায়ুৰ মানদণ্ড সূচক ৩০৮ শিশুৰ মাজত ৰোগৰ প্ৰাদুৰ্ভাৱ
Assamese
বিলম্ব ন্যায় ১৫০ টকা উৎকোচ লোৱাৰ অভিযোগ ৪৪ বছৰ পিছত কেৰাণীক দোষমুক্ত কৰিলে আদালতে
Assamese
ছয় বছৰৰ মূৰত পুনৰ আই পি এল খেলাৰ সুযোগ পাইছে জিমি নিছামে
Assamese
ৰাজ্য চৰকাৰৰ বাল্য বিবাহ বিৰোধী আৰু উচ্ছেদ অভিযানে আগন্তুক নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় ভৱেশ কলিতা।
Assamese
ওদালগুৰিত স্বামীক হত্যা কৰাৰ অভিযোগত মহিলা আৰু তেওঁৰ প্ৰেমিকক গ্ৰেপ্তাৰ
Assamese
অৱশেষত উদ্ধাৰ অমৰজ্যোতি দে মৃতদেহডাউকী পথত পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ দেহৰ অংগ
Assamese
অনন্য কৃতিত্বৰ অধিকাৰী হল ক্ৰিষ্টিয়ানো ৰোণাল্ড ভাঙিলে বিশ্ব ফুটবলৰ একাধিক অভিলেখ
Assamese
চেন্নাই ছুপাৰ কিংছৰ বেগী বলাৰ দীপক চাহাৰ কভিডমুক্ত
Assamese
ডিব্ৰুগড়ত চিকিৎসকক আক্ৰমণদুই যুৱকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত চিকিৎসক
Assamese
দল এৰিব খোজা মেছীয়ে পুনৰ বাৰ্চিলোনাৰ হৈ আৰম্ভ কৰিলে অনুশীলন
Assamese
অনবদ্য যশোদা পোষ্ট কৰাৰ লগে লগে ভাইৰেল হৈ পৰিল সামান্থাৰ ভিডিঅ
Assamese
শীঘ্ৰেই আহি আছে অটল বিহাৰীৰ বায়পিক বাজপেয়ীৰ চৰিত্ৰত পংকজ কুমাৰ ত্ৰিপাঠী
Assamese
বাথটাবত উদ্ধাৰ সংগীতশিল্পীৰ মৃতদেহ সংগীত জগতত শোকৰ ছাঁ
Assamese
বিশিষ্ট চিত্ৰশিল্পী চলচ্চিত্ৰ পৰিচালক পুলক গগৈৰ দেহাৱসান ৰাজ্যৰ শিল্প জগতত শোকৰ ছাঁ
Assamese
জটিল ৰোগত আক্ৰান্ত বৰুণ ধাৱান কি হৈছে বলীউদৰ জনপ্ৰিয় অভিনেতাজনৰ
Assamese
ভালুকে চুৰি কৰি খালে কেফেৰ বিস্কুট
Assamese
মানুহৰ হৃদয়ত যাযাবৰী শিল্পীৰ ঠিকনা সুধাকণ্ঠৰ মৃত্যু দিৱসত একাঁজলি শ্ৰদ্ধাঞ্জলি
Assamese
অপেক্ষাৰ অন্ত অৱতাৰদ্য ৱে অৱ ৱাটাৰ ট্ৰেইলাৰ মুকলি চাওক ভিডিঅ
Assamese
শাৰীৰিক প্ৰত্যাহ্বান তথা দৰিদ্ৰতাক প্ৰাচীৰ হব নিদিলে পুৰণিগুদামৰ দুই ছাত্ৰীয়ে
Assamese
অনলাইনযোগে হব চলিত বৰ্ষৰ একাদশ শ্ৰেণীৰ নামভৰ্তি
Assamese
মাত্ৰ ৮ নম্বৰৰ বাবে স্থান লাভৰ পৰা বঞ্চিত বাগিছাৰ শ্ৰমিকৰ পুত্ৰই গৌৰৱাম্বিত কৰিলে আমগুৰিবাসীক
Assamese
আমাৰ বিদ্যালয় বন্ধ নকৰিব হাতত প্লে কাৰ্ড লৈ চৰকাৰক কাতৰ আহ্বান ছাত্ৰছাত্ৰীৰ
Assamese
অসম হাই মাদ্ৰাছাৰ ফলাফল ঘোষণা প্ৰথম স্থানত বৰপেটাৰ ইয়ামিন আলী
Assamese
কি ভৱিষ্যত পৰিকল্পনাৰ কথা সদৰী কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা ধৃতিৰাজে
Assamese
একেলগে ২৫ খন স্কুলত শিক্ষকতা কৰি ১কোটি টকা উপাৰ্জন কৰিলে এগৰাকী শিক্ষয়ত্ৰীয়ে তাৰপাছত
Assamese
ছাত্ৰছাত্ৰীৰ নামভৰ্তিত ৫০ শতাংশ ৰেহাই শিৱসাগৰৰ এডুটেক একাডেমী জুনিয়ৰ কলেজৰ
Assamese
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শীৰ্ষত শিৱসাগৰ জিলা সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ ধুবুৰীত
Assamese
জোকাই লোৱাৰ পৰিণতিবিডেনৰ ইউক্ৰেইন ভ্ৰমণে বৃদ্ধি কৰিব যুদ্ধৰ গতি কি প্ৰতিক্ৰিয়া পুটিনৰ
Assamese
জো বিডেনৰ যুদ্ধভূমি ইউক্ৰেইনত আচম্বিত ভ্ৰমণ কেনেকৈ গোপনে ৰখা হৈছিল এই যাত্ৰা
Assamese
গুৱাহাটী ডবল মাৰ্ডাৰঅভিযুক্ত বন্দনাক লৈ অমৰজ্যোতিৰ মৃতদেহৰ সন্ধানত মেঘালয়লৈ ৰাওনা আৰক্ষী
Assamese
দেশৰ প্ৰভাৱশালী পৰিয়াল থাইলেণ্ডৰ ৰাজনৈতিক মঞ্চত ভগ্নীৰ পিছত এইবাৰ থাকচিনৰ কন্যা
Assamese
সংসদে কৰক বিবেচনাছোৱালীৰ বিয়াৰ বয়স ২১ বছৰ বিচৰা আবেদন খাৰিজ কৰি কলে উচ্চতম ন্যায়ালয়ে
Assamese
মহিলা অধ্যক্ষৰ গাত পেট্ৰল ঢালি জ্বলাই দিলে ছাত্ৰই সংকটজনক অৱস্থাত ভৰ্তি হাস্পাতালত
Assamese