text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
বিধ্বস্ত তুৰস্কছিৰিয়াত পুনৰ ৰিখটাৰ স্কেলত ৬.৪ প্ৰাবল্যৰ ভূমিকম্প দুটাকৈ জোকাৰণিত বিস্তৰ ক্ষতি | Assamese |
গো মাংস ভক্ষণ কৰাত বিজেপিৰ কোনো আপত্তি নাইচৰ্চাত বিজেপিৰ ৰাজ্যিক সভাপতিৰ মন্তব্য | Assamese |
পানী ছটিয়াই নিয়ন্ত্ৰণ কৰা হব গুৱাহাটীৰ প্ৰদূষণ পানী স্পেয়াৰ কিনিবলৈ ধাৰ্য ১৮ কোটি টকা | Assamese |
লিডুত উগ্ৰপন্থীৰ আক্ৰমণত তিনি ব্যক্তি নিহতআক্ৰমণৰ আঁৰত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ | Assamese |
পি এছ জিৰ পাছত মানচেষ্টাৰ চিটিৰ দুগৰাকী ফুটবলাৰ কোভিড পজিটিভ | Assamese |
অপেক্ষাৰ অন্ত আজি প্ৰকাশ পালে আই পি এলৰ সম্পূৰ্ণ কাৰ্যসূচী | Assamese |
বলেৰে লাইন জজক আঘাত ইউ এছ অপেনৰ পৰা বহিস্কৃত হল বিশ্বৰ এক নম্বৰ খেলুৱৈ জকভিচ | Assamese |
আই পি এলৰ আৰম্ভণিৰ কেইখনমান মেচত দেখা পোৱা নাযাব বেন ষ্টোকছক | Assamese |
ৰাষ্ট্ৰীয় শিৱিৰত দীপক পুনিয়াকে ধৰি তিনিগৰাকী মল্লযোদ্ধা কোভিড১৯ পজিটিভ | Assamese |
ৰাইনা মালিংগাৰ পিছত এইবাৰ আই পি এলৰ পৰা আঁতৰিল হৰভজন সিং | Assamese |
আজি প্ৰকাশ কৰা হব আই পি এলৰ সম্পূৰ্ণ কাৰ্যসূচী | Assamese |
আটাইতকৈ দামী বিশ্বকাপ বিজয়ী ধোনীৰ সেই বেটখন জানেনে ইয়াৰ মূল্য কিমান | Assamese |
আই পি এল নেখেলাৰ সিদ্ধান্ত ললে ডেথ বলাৰ স্পেচিয়েলিষ্ট লাছিথ মালিংগাই | Assamese |
এঞ্জেলিনাৰ বিকৃত ছবি পষ্ট কৰি শাস্তি কাৰাগাৰৰ পৰা ওলাই যুৱতীৰ উপলব্ধিভাল নহয় সস্তীয়া খ্যাতি | Assamese |
গাৰ্হস্থ্য হিংসাৰ আধাৰত নিৰ্মিত এখন জ্বলন্ত ছবিআম্মু | Assamese |
বিৰল ৰোগত আক্ৰান্ত অভিনেত্ৰী সামান্থা ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে যন্ত্ৰণাৰ কথা | Assamese |
আকৌ জেললৈ যাব নেকি কমেডিয়ান ভাৰতী সিং নাৰ্কটিক্স কন্ট্ৰল ব্যুৰোৰ দুশ পৃষ্ঠাৰ অভিযোগ | Assamese |
লাইভ শ্ব চলি থকাৰ মাজতে জনপ্ৰিয় ৰেডিঅ জকীৰ মৃত্যু | Assamese |
শ্ৰদ্ধাঞ্জলিনিপন গোস্বামী আছিল অসমীয়া চলচ্চিত্ৰৰ এক মহীৰূহ অভিনেতা | Assamese |
ছেমখৰৰ পৰৱৰ্তী প্ৰদৰ্শন নিষিদ্ধ কৰাৰ বাবে এইবাৰ ৰাষ্ট্রপতিলৈ পত্ৰ জনজাতীয় সাহিত্য সভাৰ | Assamese |
বেলকনিত ভগৱানঃ এখন অনন্য অসাধাৰণ ছবি | Assamese |
ভাৰতৰ হৈ বিশ্বকাপ খেলি ৰচিছিল ইতিহাস আজি কেৰিয়াৰৰ লগতে জীৱন সংকটত | Assamese |
২৫জুনত ঘোষণা কৰা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল | Assamese |
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাপ্ৰথম স্থানত দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতা প্ৰথম দহ স্থানত আৰু কোন আছে চাওক | Assamese |
কোভিড১৯ শেষ হলে স্কুলকলেজ খোলাৰ কথা বিবেচনা কৰা হবস্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা | Assamese |
ছেবা ৰিজাল্টকিদৰে পাব মবাইলতে | Assamese |
ৰাজ্যৰ নতুন শিক্ষা বৰ্ষৰ সিদ্ধান্তক আদৰণি অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ | Assamese |
কোভিড১৯ লকডাউন পৰৱৰ্তী প্ৰত্যাহ্বান আৰু সম্ভাৱনা সম্পৰ্কে ৱেমিনাৰ আয়োজন ৰ | Assamese |
কোভিড১৯আই আই টি গুৱাহাটীৰ কোৱাৰ্টাৰ কোৱাৰেন্টাইন চেন্টাৰ কৰাৰ বিৰোধিতা | Assamese |
দিল্লী বিশ্ববিদ্যালয়ত উত্তৰপূবৰ ছাত্ৰীক হোষ্টেল এৰিবলৈ হেচা জাতিগত বৈষম্যৰ অভিযোগ | Assamese |
ঘোষণা হল ৰ বাদ পৰি ৰোৱা দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ দিন | Assamese |
প্ৰধানমন্ত্ৰী মোডীৰ সমাৱেশত দিয়া নাই অনুমতি বিজেপিৰ ৰোষত মেঘালয় চৰকাৰ | Assamese |
মৃতদেহ টুকুৰা কৰি ভৰাই ৰাখিছিল ফ্ৰীজত গুৱাহাটীত প্ৰেমিকৰ সৈতে মিলি স্বামী আৰু শাহুক নৃশংস হত্যা | Assamese |
বিয়াৰ বাবে দিছিল চাপ বিবাহিতা প্ৰেমিকাক হত্যা কৰি দেহ টুকুৰা টুকুৰ কৰিলে যুৱকে | Assamese |
ঝাৰু এৰি হাতত পদুম তুলি ললে আপৰ ৱাৰ্ড মেম্বাৰে বিজেপিত যোগদান কৰিলে উদিতা দাসে | Assamese |
এনকাউন্টাৰ শ্বাহ আলমৰ পিছত আকৌ আৰক্ষীৰ গুলীত নিহত ডকাইটিৰ অভিযোগত অভিযুক্ত সঞ্জু জয়ছোৱাল। | Assamese |
নগাঁৱৰ যুৱকে হাইদৰাবাদত গৈ হত্যা কৰিলে নিজ সহোদৰক | Assamese |
বিবাহৰ ৪ মাহৰ পিছতে যমজ সন্তানৰ মাতৃ হল অভিনেত্ৰী নয়নতৰা সন্তানৰ পিতৃয়ে দিলে খৱৰ | Assamese |
চলচ্চিত্ৰৰ ইতিহাসত প্ৰথম শ্বুটিং কৰিবলৈ ৰকেটত মহাকাশলৈ উৰা মাৰিব টম ক্ৰুজ | Assamese |
মৰ্মান্তিক খৱৰ কৰ্কট ৰোগত মৃত্যু অস্কাৰৰ বাবে মনোনীত চেল্লো শ্ব ১০ বছৰীয়া শিশু অভিনেতা | Assamese |
ৰূপকোঁৱৰৰ সৃষ্টিৰ বিকৃতকৰণঃ ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ পৰিণতিত লভিতা নাটৰ প্ৰদৰ্শন বন্ধৰ সিদ্ধান্ত আৱাহন থিয়েটাৰৰ | Assamese |
শাস্তি পাবনে দোষীয়ে কোলাৰ কেঁচুৱা হেৰুৱাই আজিও উচুপিছে চেমখৰৰ নৱজাতকৰ পিতৃমাতৃয়ে | Assamese |
বাইকৰ পিছ ছীটত বহি ৰাইডত ওলাল এগৰাকী বিশেষ যাত্ৰীসামাজিক মাধ্যমত প্ৰশংসাৰ বৰষুণ | Assamese |
গ্ৰেপ্তাৰী পৰোৱানা জাৰি গ্ৰেপ্তাৰ হব পাৰে একতা কাপুৰ মাতৃ শোভা কাপুৰ | Assamese |
চেমখৰ বিতৰ্কই জোকাৰিছে ৰাজ্যআইমী বৰুৱাৰ বিৰুদ্ধে সমগ্ৰ ডিমাছা জনজাতিক অপমানৰ অভিযোগ | Assamese |
সৰভোগৰ জৱাহৰ নৱোদয় বিদ্যালয়ত আৱদ্ধ মধ্যপ্ৰদেশৰ ২৩ শিক্ষাৰ্থীৰ নিজ গৃহলৈ ৰাওনা | Assamese |
জুনত প্ৰকাশ পাব মেট্ৰিক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল | Assamese |
প্ৰশাসনে বান্ধি দিয়া নীতিনিয়মৰ মাজেৰে আজিৰ পৰা খুলিব পাৰিব কিতাপৰ দোকান | Assamese |
লকডাউনৰ বাবে ডেৰমাহ ধৰি কৰ্ণাটকত আৱদ্ধ হৈ আছে অসমৰ ২৪ গৰাকীকৈ ছাত্ৰছাত্ৰী | Assamese |
এইবাৰ মহানগৰবাসীয়ে ঘৰতে লাভ কৰিব ছাগলীৰ মাংস পশুধন আৰু হাঁহকুকুৰা উন্নয়ন নিগমে লৈছে ব্যৱস্থা | Assamese |
ৰ বিৰুদ্ধে যুঁজিবলৈ ধৰ্মীয় ন্যাসৰ ৮০ শতাংশ ভগৱান ধন দান কৰাৰ নিৰ্দেশ দিয়ক প্ৰধান মন্ত্ৰীলৈ এটি কিশোৰৰ আহ্বান | Assamese |
লকডাউনৰ সময়ত ছাত্ৰছাত্ৰীসকলৰ বাবে হেল্পলাইন পোৰ্টেল মুকলি মানৱ সম্পদ বিকাশ মন্ত্ৰ্যালয়ৰ | Assamese |
ৰ জৰিয়তে দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ছেবাৰ বিশেষ অনলাইন পাঠ্যক্ৰম | Assamese |
শান্ত হোৱা নাই প্ৰকৃতি পুনৰ উত্তৰ পূৰ্বাঞ্চলক জোকাৰি গল ভূমিকম্পই | Assamese |
মানসিক স্বাস্থ্যজনিত হতাশাত ভূগি ৫১ বছৰীয়া জিএমচিএইচৰ মহিলা চিকিৎসকৰ আত্মহত্যা | Assamese |
আই পি এল সুৰেশ ৰাইনাৰ স্থানত মূল একাদশত স্থান পাব ৰিতুৰাজ গায়কোৱাডে | Assamese |
কে এল ৰাহুলে কেনেদৰে দলক নেতৃত্ব দিয়ে সেয়া চোৱাৰ বাবে আই পি এললৈ অপেক্ষা কৰিছো গৌতম গম্ভীৰ | Assamese |
সুস্থ হৈ উঠিছে কনা আক্ৰান্ত দীপক চাহাৰ কোৱাৰেণ্টাইন কক্ষৰ পৰা শ্বেয়াৰ কৰিলে শাৰীৰীক অনুশীলনৰ ভিডিঅ | Assamese |
পুনৰ বিশ্ব ফুটবলত কণাৰ আক্ৰমণ নেইমাৰ দি মাৰিয়াসহ অন্য ৩ খেলুৱৈ কণাত আক্ৰান্ত | Assamese |
সংকটৰ গৰাহত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাচীন সভ্যতা ভয়াৱহ ৰূপ লৈছে ব্ৰহ্মপুত্ৰই | Assamese |
ভূমিকম্প বিধ্বস্ত চিৰিয়াৰ আৱাসিক অঞ্চলত ইজৰাইলৰ মিছাইল আক্ৰমণ নিহত কমেও ১৫ জন | Assamese |
চোৰাংচোৱাগিৰিৰ অভিযোগ ৰাছিয়াৰ কূটনীতিকসকলক দেশ এৰিবলৈ কলে নেডাৰলেণ্ডে | Assamese |
মহেন্দ্ৰ সিং ধোনীক গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ | Assamese |
কিমান টকাৰ ধাৰ আছে বৰ্তমান ৮০০কোটি টকাৰ গৰাকী মহেন্দ্ৰ সিং ধোনীৰ | Assamese |
ৰাইনাই আই পি এলৰ পৰা আঁতৰি যোৱাত আৱেগিক হৈ পৰিল এগৰাকী সতীৰ্থ খেলুৱৈ | Assamese |
সুৰেশ ৰাইনাই আই পি এলৰ মাদকতা আৰু ধন দুয়োটাই হেৰুৱাব চেন্নাই চুপাৰ কিংগছৰ স্বত্তাধিকাৰীৰ মন্তব্য | Assamese |
ৰাষ্ট্ৰপতিৰ পৰা ভাৰ্চুৱেল অনুষ্ঠানত অৰ্জুন বঁটা গ্ৰহণ কৰিলে অসম কন্যা লাভলিনা বৰগোঁহাইয়ে | Assamese |
কোভিডত আক্ৰান্ত অসমৰ প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেবল টেনিছ খেলুৱৈ নিপজ্যোতি বৰুৱাৰ মৃত্যু | Assamese |
চিত্ৰশিল্পী বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পুলক গগৈ অসুস্থ জিএমচিএইচত চিকিৎসাধীন | Assamese |
ডিমাচা চলচ্চিত্ৰ ছেমখোৰ বিষয়বস্তুক লৈ আইনী সমস্যাত অভিনেত্ৰী আইমী বৰুৱা | Assamese |
সকলোকে কন্দুৱাই ৫৮ বছৰ বয়সত জীৱনৰ পৰা বিদায় মাগিলে হাঁহিৰ যাদুকৰ ৰাজু শ্ৰীবাস্তৱে | Assamese |
অস্কাৰৰ দৌৰত গুজৰাটী চলচ্চিত্ৰ চেল্লো শ্বো আঁতৰিল কাশ্মীৰ ফাইলছ আৰআৰআৰ | Assamese |
বলীউদৰ বৰ্ষীয়ান অভিনেত্ৰী আশা পাৰেখলৈ দাদাচাহেব ফালকে বঁটা | Assamese |
চিকিৎসালয়ত ভৰ্তি টাইটানিকৰ নায়িকা কেট উইন্সলেট | Assamese |
বায়পিক নিৰ্মাণ হব ৰাণু মণ্ডলৰ কোনে অভিনয় কৰিব ৰাণু মণ্ডলৰ চৰিত্ৰত | Assamese |
ফ্লেটৰ পৰা উদ্ধাৰ জনপ্ৰিয় অভিনেত্ৰীৰ মৃতদেহ পোৱা গৈছে ছুইচাইড নোট | Assamese |
বিবিচিৰ অফিচত আই টিৰ জৰীপ | Assamese |
কোকৰাঝাৰত অধিবক্তাক এচিড আক্ৰমণ দুৰ্বৃত্তৰকঠোৰ ব্যৱস্থাৰ দাবী অধিবক্তা সন্থা | Assamese |
উচ্ছেদ অভিযানে সংকটত পেলাইছে ডিগবৈৰ ১৭০টা পৰিয়ালক বৈষম্যৰ অভিযোগ চিপিআইৰ | Assamese |
বন্ধ্যাত্বকৰণ কৰাৰ বাবে ১১টা সন্তানৰ মাতৃক ঘৰৰ পৰা উলিয়াই দিলে স্বামীয়ে | Assamese |
চিনেটত গৃহীত প্ৰস্তাৱচীনলৈ আমেৰিকাৰ স্পষ্ট বাৰ্তাঅৰুণাচল প্ৰদেশ ভাৰতৰ অৱিচ্ছেদ্য অংগ | Assamese |
গণতন্ত্ৰক হত্যা মোডীয়ে একনায়কত্ব ঘোষণা কৰক দলৰ প্ৰতীক হেৰুওৱাৰ পিছত বিস্ফোৰক উদ্ধৱ ঠাকৰে | Assamese |
পুনৰ ৰক্তাক্ত পাকিস্তান কৰাচীত আৰক্ষী প্ৰধানৰ কাৰ্যালয়ত তালিবানৰ আক্ৰমণ সংঘৰ্ষত নিহত ৭ জন | Assamese |
প্ৰথম বিশ্বযুদ্ধৰো আগৰ ৭.৭ কোটি টকাত বিক্ৰী হল ১১৫ বছৰ পুৰণি হাৰ্লেডেভিডচন মটৰচাইকেল | Assamese |
জিম্মাৰ পৰা পলোৱা ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম আৰক্ষীৰ গুলীত নিহত | Assamese |
আমেৰিকাত হৈছে কি এইবাৰ মিচিচিপিত বন্দুকধাৰীৰ এলানি গুলীচালনাত নিহত ৬জন | Assamese |
কেন্দ্ৰীয় বিদ্যালয়ৰ সকলো বিদ্যালয়গৃহ আইছলেশ্যন ৱাৰ্ড হিচাপে ব্যৱহাৰ কৰা হব | Assamese |
কনাৰ আতংক পৰীক্ষাৰ অবিহনে নাৰ্ছাৰী পৰা অষ্টম শ্ৰেণীলৈকে উত্তীৰ্ণ কৰা হব শিক্ষাৰ্থীক | Assamese |
কৰনাভাইৰাছপিছুৱাই দিয়া হৈছে পৰীক্ষা | Assamese |
কনা ভাইৰাছৰ আতংক ব্ডৰ সকলো ধৰণৰ পৰীক্ষা স্থগিত | Assamese |
কৰনা সংকট ৰাজ্য চৰকাৰলৈ প্ৰায় ৩ কোটি টকা বৰঙণি প্ৰদানৰ কথা ঘোষণা শিক্ষক সমাজৰ | Assamese |
মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হল দুয়োখন হাত নথকা মেঘালয়ৰ ছাত্ৰ সোঁভৰিৰে লিখিলে পৰীক্ষা | Assamese |
আন্তঃগাঁথনিৰ অভাৱত মুকলি আকাশৰ তলতেই শিক্ষা গ্ৰহণ কণকণ ছাত্ৰছাত্ৰীৰ | Assamese |
কৰনা ভাইৰাছৰ আতংক মাস্ক পিন্ধি পৰীক্ষা দিয়াৰ অনুমতি ৰ | Assamese |
অহা এবছৰৰ ভিতৰত ১৪৬০৮ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰিব স্মাৰ্টফোন | Assamese |
বিশ্ব চলচ্চিত্ৰ জগতলৈ দু:সংবাদপ্ৰখ্যাত ফৰাচী চলচ্চিত্ৰ পৰিচালক জঁ ল্যুক গডাৰ মৃত্যু | Assamese |
আজি চিনেমা হলত বুলু ফিল্মবিতৰ্কৰ মাজতে বুটলিছে সমালোচকৰ প্ৰশংসা | Assamese |
বলীউডত ইয়োহানিৰ আত্মপ্ৰকাশ থ্যাংক গড ছবিত এইবাৰ হিন্দীত শুনা যাব মানিকে মাগে হিথে | Assamese |
বিশ্ব চলচ্চিত্ৰ জোকাৰি যোৱা জাঁ লুক গডাৰৰ পাঁচখন চিনেমা | Assamese |
অস্কাৰৰ দৌৰত অসমৰ মহৰ্ষি কাশ্যপৰ চুটি ছবি মোৰ ঘোঁৰাৰ দূৰন্ত গতি | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.