text
stringlengths
1
2.59k
language
stringclasses
10 values
বিতৰ্কিত টুইটৰ বাবেই কাৰাগাৰলৈ মুম্বাই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কমল ৰছিদ খান
Assamese
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু
Assamese
১৩ তম ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ মেলবৰ্ণত বিশাল স্বৰ্গিয়াৰীৰ ৰ ৱৰ্ল্ড প্রিমিয়াৰ
Assamese
হৃদৰোগত আক্ৰান্ত হৈ বিজেপি নেত্ৰী বিগ বছ১৪ৰ প্ৰতিযোগী সোণালী ফোগাটৰ মৃত্যু
Assamese
পত্নীৰ সৈতে আৰু ২৫ বছৰ কটোৱাৰ আকাংক্ষা অসম্পূৰ্ণ হৈ ৰল একচন হিৰো চিলভেষ্টাৰ ষ্টেলোনৰ
Assamese
ৰাজ্যৰ শিক্ষকে এই নিৰ্দেশনা ভংগ কৰিলে হব তিনিবছৰ কাৰাদণ্ড ঘোষণা শিক্ষা মন্ত্ৰীৰ
Assamese
তাৰকা মল্লযোদ্ধা বিনেশ ফোগট কনা পজিটিভ
Assamese
শংকাৰ মাজত আই পি এল ২০২০ চেন্নাই চুপাৰ কিংগছৰ খেলুৱৈচাপোৰ্ট ষ্টাফ কনা পজিটিভ
Assamese
উইকেটৰ পাছত ধোনীৰ সফলতাৰ ৰহস্য ফাদিল কৰিলে ইংলেণ্ডৰ ক্ৰিকেটাৰ মন্টি পানেছাৰে
Assamese
চেন্নাই চুপাৰ কিংছৰ বৃহৎ ক্ষতি ২০২০ বৰ্ষৰ আই পি এলত অংশগ্ৰহণ নকৰে সুৰেশ ৰাইনাই
Assamese
স্মাৰ্ট আৰক্ষীৰ বেষ্টনী ভাঙি হাতত হেণ্ডকাফ লগায়ে পলায়ন ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্তৰ
Assamese
অমিত শ্বাহৰ নিৰ্বাচনী চমক ৰাজ্যখনলৈ আহি কলে মেঘালয় দেশৰ এক নম্বৰ দুৰ্নীতিগ্ৰস্ত ৰাজ্য
Assamese
বাল্য বিবাহউদ্বেগ প্ৰকাশ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শিশু ন্যায় সমিতিলৈ নৰ্থ ইষ্ট নেটৱৰ্কৰ পত্ৰ
Assamese
ভাৰতৰ বিবিচি কাৰ্যালয়ত আয়কৰৰ তালাচী প্ৰায় ৬০ঘণ্টাৰ পিছত সমাপ্ত অভিযান
Assamese
যোৰহাটৰ চক বজাৰত বিধ্বংসী অগ্নিকাণ্ড ১৫০ খনতকৈও অধিক দোকান ভস্মীভূত
Assamese
কেৰিবিয়ান টি২০ লীগ খেলা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হৈ পৰিল টাম্বে
Assamese
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা শ্ৰীলংকাৰ থাৰাংগা পাৰানাভিটানাৰ
Assamese
এডভেন্সাৰ বঁটাৰ বাবে নিৰ্বাচিত নৰেন্দ্ৰ সিঙৰ এভাৰেষ্ট জয়ৰ নাটক ভুৱা সতীৰ্থই কৰিলে গোঁমৰফাঁক
Assamese
ক্ৰিকেটৰ বাহিৰেও জীৱন আছে কৰ্কট ৰোগ মুক্ত মাতৃৰ সৈতে ফটো ক্ৰিকেটাৰ ক্ৰিছ লিনৰ
Assamese
বাল্য বিবাহকলৈ মুখথেকেচা ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী অখিলৰ
Assamese
ফ্ৰান্স জাতীয় দলৰ তাৰকা ফুটবলাৰ পল পগবা কনা পজিটিভ
Assamese
অতি শীঘ্ৰে বিৰাটঅনুষ্কাৰ সংসাৰলৈ আহি আছে নতুন আলহী
Assamese
অসমত জন্মগ্ৰহণ কৰা পাকিস্তানৰ বুলবুল কিংবদন্তি গায়িকা নায়াৰা নুৰৰ পৰলোকপ্ৰাপ্তি
Assamese
মুখত হাঁহি বিৰিঙাবলৈ আইচিইউত ব্যস্ত চিকিৎসক কেনে আছে ৰাজু শ্ৰীবাস্তৱ
Assamese
দৈনিক ১০ কোটি টকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে আল্লু অৰ্জুনে কাৰণটো কি জানেনে
Assamese
ঘূৰি আহিছে পুষ্পাৰাজ আৰম্ভ হৈছে শ্বুটিং পুনৰ ৰূপালী পৰ্দা কঁপাব অৰ্জুনৰশ্মিকাই
Assamese
টয়লেটত বুলু ফিল্ম দৰাচলতে কি হৈছে এয়া
Assamese
অহা ২ ছেপ্টেম্বৰত চিত্ৰগৃহলৈ আহিব নতুন অসমীয়া চলচ্চিত্র জনকনন্দিনী
Assamese
মেৰিলিন মনৰোৰ বায়পিককলৈ সৃষ্টি হৈছে বিতৰ্কৰ কিন্তু কিয়
Assamese
বিপদত হিৰো আলমবেসুৰীয়া গীত গাই আইনী ৰোষত পৰিল সামাজিক মাধ্যমৰ নায়ক
Assamese
নিৰাপত্তাৰ স্বস্তি বন্দুকৰ অনুমোদন পালে ছলমান খানে
Assamese
মুকলি হল বুলু ফিল্ম ট্ৰেইলৰ ৰাজ্যৰ চলচ্চিত্ৰগৃহ সমূহত মুক্তি পাব ৯ ছেপ্টেম্বৰত চাওক ভিডিঅ
Assamese
পুলৱামা চহিদৰ সন্তানলৈ পৰীক্ষাত বিশেষ সুবিধা চি বি এছ ইৰ
Assamese
পৰিৱেশ সংৰক্ষণৰ সন্দৰ্ভত গ্ৰন্থ লিখিছে অৰণ্য মানৱ যাদৱ পায়েঙে
Assamese
কিয় বৰপেটাৰ মেট্ৰিক পৰীক্ষাৰ্থী গৰাকীয়ে বাচি ললে আত্মহননৰ পথ
Assamese
শিক্ষা বিভাগৰ আজৱ কাণ্ড পৰীক্ষাৰ বহী নোচোৱাৰ বাবে দুবছৰ পূৰ্বে মৃত্যু হোৱা শিক্ষকক নিলম্বন
Assamese
আমন্ত্ৰিত ৰাহুল গান্ধী শীঘ্ৰেই কেমব্ৰিজ বিশ্ববিদ্যালয়ত বক্তৃতা দিবলৈ ভ্ৰমণ কৰিব ব্ৰিটেইন
Assamese
ত্ৰিপুৰা বিধানসভা নিৰ্বাচনভোটাৰৰ মিশ্ৰিত সঁহাৰি পুনৰ চৰকাৰ গঠনৰ আশা মুখ্যমন্ত্ৰী মাণিক সাহাৰ
Assamese
বিন লাদেন আলজাৱাহিৰীৰ উত্তৰাধিকাৰী আলকায়েদাৰ নতুন মুৰব্বী ছাইফ আলআদেল
Assamese
এই দেশতে ৰাস্তাত ঘূৰি ফুৰিছে এজাক সিংহ ভাইৰেল ভিডিঅ দেখি চকু কপালত নেটিজেনৰ
Assamese
নিৰ্বাচনমুখী ত্ৰিপুৰাত বিজেপি কৰ্মীৰ তাণ্ডৱআক্ৰমণৰ বলি মহিলা আয়োগৰ অধ্যক্ষ
Assamese
কোহলী আৰু এম এছ ধোনীৰ নেতৃত্বৰ মাজত বৃহৎ পাৰ্থক্য আছে বুলি কলে এজন প্ৰাক্তন ক্ৰিকেটাৰে
Assamese
সৰ্বভাৰতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত জিআইপিএছৰ শিক্ষাৰ্থীৰ সাফল্য
Assamese
অসমত বন্ধ হব মাদ্ৰাছা আৰু সংস্কৃত টোল
Assamese
কৃষ্ণাই মণ্টেছৰী হাইস্কুলৰ ৰূপালী জয়ন্তী উৎসৱৰ শুভাৰম্ভ
Assamese
স্কুল ড্ৰপ আউটৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত অসম
Assamese
ধোনীতকৈ কোহলী বেগী বলাৰৰ ওপৰত অধিক বিশ্বাসী অজিত আগৰকাৰ
Assamese
টেষ্টত ৬০০ উইকেটৰ অধিকাৰী হোৱাৰ অনবদ্য অভিলেখ ইংলেণ্ডৰ জিমি এণ্ডাৰছনৰ
Assamese
১‍৬ বছৰৰ মূৰত বাৰ্চিলোনা এৰাৰ মন মেলিছে বিশ্বৰ ষ্টাৰ ফুটবলাৰ লিঅনেল মেছিয়ে
Assamese
চি বি এছ ইয়ে মাৰ্কশ্বিটৰ পৰা আঁতৰাব ফেইল শব্দ
Assamese
কোৱাৰেণ্টাইনৰ সময় শেষ অনুশীলন আৰম্ভ কিংছ ইলেভেন পঞ্জাব আৰু ৰাজস্থান ৰয়েলছৰ
Assamese
মুম্বাইত ৰণবীৰশ্ৰদ্ধাৰ ছবিৰ শ্বুটিং ছেটত ভয়ংকৰ অগ্নিকাণ্ড এজন যুৱকৰ মৃত্যু
Assamese
নাগাৰ সৈতে কিয় সংসাৰ ভাগিল সামান্থাৰ এইবাৰ খুলাখুলিকৈ কলে সকলো কথা
Assamese
১৩০ কোটি টকাৰ সম্পত্তি চনু সুদৰ উপাৰ্জনৰ উৎস অকল অভিনয়নে
Assamese
প্ৰসিদ্ধ বাংলা কণ্ঠশিল্পী নিৰ্মলা মিশ্ৰৰ পৰলোক কেইবাখনো অসমীয়া ছবিতো নিগৰাইছিল কণ্ঠ
Assamese
শিৱসাগৰত সদৌ অসম ভিত্তিত শিশু নাট সমাৰোহ আয়োজনৰ প্ৰস্তুতিভাগ লব ৰাজ্যৰ কেইবাটাও শিশু নাট্য দলে
Assamese
টেষ্ট কেৰিয়াৰ সামৰণি মৰাৰ পূৰ্বে কোহলীয়ে টেষ্টত ত্ৰিশতৰাণ অৰ্জন কৰিব লাগে অজিত আগৰকাৰ
Assamese
ভোজন বিলাসত কৃপণালী নকৰে অভিনেতা চনু সুদেখাদ্যৰ জুতিয়ে আকৰ্ষিত কৰিব আপোনাকো
Assamese
প্ৰসিদ্ধ গজল শিল্পী ভূপিন্দৰ সিং প্ৰয়াত ভাৰতীয় সংগীত জগতত শোকৰ ছাঁ
Assamese
লাখ লাখ টকা প্ৰৱঞ্চনাৰ অভিযোগ আমিশাৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত গোচৰ
Assamese
প্ৰেম এবাৰেই হব কি কথা আছে সুস্মিতা সেনৰ জীৱনলৈও নামিছিল কেইবাটাও ফাগুন
Assamese
নৰ্থইষ্ট য়ুনাইটেডৰ মুখ্য প্ৰশিক্ষক হিচাপে জেৰাৰ্ড নুছক নিযুক্তি
Assamese
কনাৰ সংহাৰ অন্ত পৰাৰ পিছতে মুকলি হব বাইচুং ভুটীয়াৰ নামত নিৰ্মাণ কৰা ষ্টেডিয়াম
Assamese
৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা অসমৰ কেইবাখনো ছবিলৈ ৰাষ্ট্ৰীয় সন্মান
Assamese
৩৪ সংখ্যক জন্মদিন পালনৰ এদিন পিছতেই কনাত আক্ৰান্ত মহান স্প্ৰিণ্টাৰ উছেইন বল্ট
Assamese
দিল্লীৰ কাৰ্যালয়ত আয়কৰৰ তালাচীঅঘোষিত জৰুৰী অৱস্থা বুলি অভিহিত কংগ্ৰেছৰ
Assamese
আমেৰিকাৰ মিচিগান বিশ্ববিদ্যালয় চৌহদত গুলীচালনাত নিহত ৩ আহত ৫জন
Assamese
স্বাধীনতা এক উপহাৰ চিংগল যুৱকলৈ বিশেষ বাৰ্তাৰে পুনৰ চৰ্চাত নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলং
Assamese
বাল্যবিবাহ বিৰোধী অভিযান উচ্চ ন্যায়ালয়ত মুখথেকেচা হিমন্ত বিশ্ব চৰকাৰৰ
Assamese
যোগী ৰাজ্যত উচ্ছেদ অভিযানত অগ্নিদগ্ধ হৈ মৃত্যু মাতৃকন্যাৰ ১৩ জন লোকৰ বিৰুদ্ধে ৰুজু গোচৰ
Assamese
খালী ষ্টেডিয়ামৰ বাবে আই পি এলৰ গৌৰৱ কমি নাযায় ভি ভি এছ লক্ষ্মণ
Assamese
অবৰ্ণনীয় তুৰস্কচিৰিয়াত ভূমিকম্পত মৃত্যুৰ সংখ্যা ৩৭হাজাৰলৈ বৃদ্ধি
Assamese
বাজেটৰ পূৰ্বে প্ৰতিশ্ৰুতিৰ বৰষুণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভেন্সাৰ শিক্ষকৰ বাবে আছে সুখৱৰ
Assamese
কেন্দ্ৰীয় বাজেট ২০২০২১ শিক্ষাখণ্ডলৈ ৯৯৩০০ কোটি টকা দেশৰ প্ৰতিখন জিলাত হব চিকিৎসা মহাবিদ্যালয়
Assamese
সোধপোচৰ বাবে মাতি নি ই এৰি দিলে ছাত্ৰ নেতাক প্ৰয়োজনত আকৌ মাতিব
Assamese
ত ১.৩৪ লাখ চাকৰিত নিযুক্তিৰ প্ৰস্তুতি
Assamese
মানৱ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ দালেৰ মেহেন্দি ২ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ
Assamese
বিবাহ অনুষ্ঠানৰ কেইখনমান আলোড়নকাৰী ফটো
Assamese
উচ্চাকাংক্ষাই আমুৱালে কিম কাৰ্দাচিয়ান হোৱাৰ দুৰ্বাৰ হেঁপাহৰ নামত পানীত পৰিল ৫ কোটি টকা
Assamese
বলীউদত ভিৰ কৰিছে ভাল খৱৰে আলিয়া ভাটৰ পিছত এইবাৰ ভাল খৱৰ দিব কেটৰিনা কাইফে
Assamese
সকলোকে কন্দুৱাই অকালতে গুচি গল জনপ্ৰিয় অভিনেতা কিশোৰ দাস
Assamese
ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২
Assamese
শ্ৰুতি হাছানৰ শৰীৰত বাহ লৈছে নতুন ৰোগ ভীষণ যন্ত্ৰণাত ভূগিছে অভিনেত্ৰীগৰাকী
Assamese
এইবাৰ অটল বিহাৰী বাজপেয়ীৰ জীৱনৰ আধাৰত বলীউডত নিৰ্মাণ হব ছবি
Assamese
আধাৰ ডাব্বাহৰতাল শ্বাদী আদি ভাৰতীয় শব্দ সোমাল এইবাৰ অক্সফ্ড ডিক্সনাৰীত
Assamese
ফাদিল হৈছে বিশ্বজিৎ হাজৰিকা হত্যাকাণ্ডৰ ৰহস্যআৰক্ষীৰ জালত ছয় অভিযুক্ত
Assamese
গুৱাহাটীৰ বামুনীমৈদামত ৰহস্যজনকভাৱে উদ্ধাৰ ইউটিউবাৰৰ মৃতদেহ
Assamese
কাৰ প্ৰতিবাদ ২২ জানুৱাৰিত কোনে কৰিলে সম্পূৰ্ণ বন্ধ ঘোষণা
Assamese
বিদ্যালয়ৰ বাৰ্ষিক অধিবেশনৰ সভাত কা বিৰোধী শ্লোগান মুখ্য অতিথিৰ প্ৰতিক্ৰিয়া
Assamese
চৰকাৰী বিদ্যালয়ত তিনি লাখতকৈও অধিক ভুৱা ছাত্ৰছাত্ৰী চিনাক্ত
Assamese
পুনৰ উত্তৰ আমেৰিকাৰ আকাশত অজ্ঞাত বস্তু গুলীয়াই নমালে আমেৰিকাৰ যুঁজাৰু বিমানে
Assamese
মুঠ ৩.৮৭ লাখ তিনি বছৰত দেশত ১.১২ লাখ দৈনিক মজুৰী কৰা শ্ৰমিক আৰু ৩৫৯৫০ শিক্ষাৰ্থীৰ আত্মহত্যা
Assamese
হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত অসমৰ বিজেপি যুৱ নেতাক আটক
Assamese
যোগীৰ ৰাজ্যত গোহত্যা ৰেলৰ সন্মুখলৈ ঠেলি দিয়া হল ২৪ টা গৰু তীব্ৰবেগী ৰেলৰ খুন্দাত ১১ টাৰ মৃত্যু
Assamese
অযোধ্যাতিনি তালাক গোচৰত ৰায় দিয়া ন্যায়াধীশ এইবাৰ ৰাজ্যপাল বিতৰ্কত আব্দুল নাজিৰ
Assamese
এইবাৰ ভূমিকম্পত কঁপি উঠিল ছিকিম য়ুকচাম চহৰৰ পৰা ৭০ কিলোমিটাৰ উত্তৰপশ্চিমে আছিল অভিকেন্দ্ৰ
Assamese
পুনৰ এবাৰ ভাৰতীয় দলৰ হৈ খেলাৰ সপোন পুহি ৰাখিছে ৰবিন উথাপ্পাই
Assamese
চুম্বনে হৰিব ৰোগ জানেনে চুম্বনৰ এনে গুণৰ কথা
Assamese
আই পি এল ২০২০ পি পি ই কিট পিন্ধি য়ু এ ইলৈ ৰাওনা পাণ্ডেয়া ভাতৃ
Assamese
নিজ দেশক প্ৰতিনিধিত্ব কৰাতকৈ আই পি এলত খেলাটো কঠিন মুথিয়া মুৰুলিধৰণ
Assamese