text
stringlengths
1
2.59k
language
stringclasses
10 values
ধোনীৰ নিচিনাকৈ খেলপথাৰত মই মোৰ আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰো ৰিকি পইণ্টিং
Assamese
এছ বি আইত ওলাইছে ৮০০০ চাকৰি চাওক সৱিশেষ
Assamese
ৰোহিত শৰ্মাৰ সৈতে পাঁচগৰাকীলৈ ৰাজীৱ গান্ধী খেলৰত্ন লাভলিনাকে ধৰি ২৭জনলৈ অৰ্জুন বঁটা
Assamese
বিবাহপাশত আৱদ্ধ অলৰাউণ্ডাৰ বিজয় শংকৰ
Assamese
আই পি এলত অংশগ্ৰহণৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে লাচিথ মালিংগাৰ
Assamese
ক্ৰিকেটাৰ সুৰেশ ৰাইনালৈ এখন দীঘলীয়া পত্ৰ প্ৰেৰণ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
Assamese
চেন্নাই ছুপাৰ কিংছ দলৰ সৈতে ডুবাইলৈ নাযায় ক্ৰিকেটাৰ হৰভজন সিং
Assamese
জনি ডেপক জেক স্পেৰো চৰিত্ৰত পৰ্দালৈ উভতিবলৈ ২৫৩৫ কোটি টকাৰ প্ৰস্তাৱ ডিজনীৰ
Assamese
বিচিচিআইয়ে প্ৰকাশ কৰিলে আইপিএল২০২০ নতুন লগ
Assamese
অভিনেত্ৰী স্বাৰা ভাস্কৰলৈ মৃত্যুৰ ভাবুকিসাভাৰকাৰক অপমান নকৰিবলৈ সকীয়নি
Assamese
বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট ছচিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ
Assamese
সহায়ৰ হাত অসমলৈ বান সাহায্য আগবঢ়ালে বলিউড তাৰকা অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টীয়ে
Assamese
হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱেমন্তব্য কৰি ট্রোলড হল মাধৱন
Assamese
ফেশ্বন ডিজাইনাৰ প্ৰত্যুষা গাৰিমেল্লাৰ ৰহস্যজনক মৃত্যু হতাশাত ভুগি থকাৰ দাবী ঘনিষ্ঠৰ
Assamese
মিম জগত চিনাকী মুখ পাকিস্তানী সাংসদ তথা টিভিৰ অনুষ্ঠান সঞ্চালক আমিৰ লিয়াকতৰ মৃত্যু
Assamese
ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ সিদ্ধান্ত কাপুৰ বাতৰি শুনি যেন মূৰত বজ্ৰপাত পিতৃ শক্তি কাপুৰৰ
Assamese
স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত মহিমা চৌধুৰী ছবি শ্বেয়াৰ কৰি অনুপম খেৰে জনালে আন বহু কথা
Assamese
পৰীক্ষাকেন্দ্ৰত মোবাইল শিক্ষিত নিবনুৱাক প্ৰতাৰণাৰ অভিযোগ তুলি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ জাতীয় যুৱ বাহিনী
Assamese
গুৱাহাটীত বন্য হাতীৰ গচকত প্ৰাণ হেৰুৱালে সেনা জোৱানে
Assamese
ভূমিকম্পত বিধ্বস্ত তুৰস্কচিৰিয়াত মৃত্যুৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰাৰ আশংকা ৰাষ্ট্ৰসংঘৰ
Assamese
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত সন্দীপ মেহতা
Assamese
গুলাব চান্দ কাটাৰিয়াৰাজস্থানৰ বিজেপি নেতা অসমৰ নতুন ৰাজ্যপালৰ বিষয়ে জানক সৱিশেষ
Assamese
সলনি হল দেশৰ কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল অসমৰ নতুন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া
Assamese
হায় মানৱতা ভূমিকম্পত ধ্বংসস্তূপ হৈ পৰা অঞ্চলত লুণ্ঠনৰ অভিযোগ তুৰস্কত ৪৮ জনক গ্ৰেপ্তাৰ
Assamese
অনলাইনযোগে প্ৰকাশ কৰা হল টেট পৰীক্ষাৰ ফলাফল
Assamese
দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে চি বি এছ ইৰ কঠোৰ নিৰ্দেশনা
Assamese
চৰকাৰৰ ৰোষত ৰাজনৈতিক কাৰ্যকলাপত জড়িত কৰ্মচাৰী অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
Assamese
ভূত বিদ্যাদেশত প্ৰথমটো পাঠ্যক্ৰম মুকলি বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ৰ
Assamese
সাম্প্ৰতিক পৰিস্থিতিৰ বাবে ১৯ জানুৱাৰী ২০২০ লৈ পিছুৱালে হাইস্কুল টেট পৰীক্ষা
Assamese
সমাৱৰ্তনৰ দিনা ৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰছাত্ৰীয়ে
Assamese
১৫ ফেব্ৰুৱাৰিৰ পৰা চিবিএছচিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ছাত্ৰছাত্ৰীলৈ কি নিৰ্দেশ
Assamese
অহা ২২ ডিচেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ পৰীক্ষা
Assamese
আইফা ২০২২ শ্ৰেষ্ঠ ছবিৰ খিতাপ আজুৰিলে শ্বেৰশ্বাহএ বিকি কৌশল কৃতি চেনন শ্ৰেষ্ঠ অভিনেতাঅভিনেত্ৰী
Assamese
মুছেৱালাৰ দৰেই হত্যাৰ ভাবুকিকি কলে ছলমান খানে
Assamese
কোভিড হটস্পটত পৰিণত কৰণ জোহৰৰ জন্মদিনৰ অনুষ্ঠান ৫০ জন অতিথি কোভিড আক্ৰান্ত
Assamese
মানহানিৰ গোচৰত জয়ী জেক স্পেৰো খ্যাত জনি ডেপপুনৰ আপীলৰ দিশে এম্বাৰ হাৰ্ড
Assamese
হতাশ বিতৰ্কৰ ৰাণীদেশত মাত্ৰ ২০ জন দৰ্শকেহে উপভোগ কৰিলে কংগনাৰ ধাকাড়
Assamese
অন্ত পৰিল কণ্ঠৰ মায়াময় যাদুৰ লহৰঅনুৰাগীক শোকাহত কৰি বিদায় ললে কেকেই
Assamese
দেশৰ প্ৰথমগৰাকী কেপপ সংগীতশিল্পী ৰূপে স্বীকৃতি পালে উৰিষ্যাৰ যুৱতীয়ে
Assamese
ৰেড কাৰ্পেটৰ আঁৰতকানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে
Assamese
আই পি এল ২০২০ ডুবাইলৈ ৰাওনা হল কিংছ ইলেভেন পঞ্জাৱ
Assamese
ৰাইনাই অৱসৰ ভংগ কৰি পুনৰ ক্ৰিকেটৰ পথাৰলৈ উভতি আহিব লাগে প্ৰাক্তন ক্ৰিকেটাৰ আকাশ চোপ্ৰাৰ মন্তব্য
Assamese
ভদ্ৰ আচৰণৰ বাবে বিশ্ববাসীৰ পৰা সন্মান পাইছে মহেন্দ্ৰ সিং ধোনীয়ে ভি ভি এছ লক্ষ্মণ
Assamese
ভট্টদেৱ বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি উপাচাৰ্যৰ বাহনত লিখিলে বদন আৰু
Assamese
অৰ্জুন বঁটালৈ মনোনয়নলাভলিনা মীৰাবাই চানুলৈ অভিনন্দন নৰ্থইষ্ট ইউনাইটেড এফচিৰ
Assamese
কাইলৈ আছুনেছ বন্ধৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় বন্ধ দিলে দিল্লী পাব্লিক স্কুলে
Assamese
এইবাৰ কানাডাৰ আকাশত ৰহস্যময় লক্ষ্যবস্তু গুলীয়াই ভূপতিত কৰিলে আমেৰিকাৰ যুঁজাৰু বিমানে
Assamese
নাছাই দিছে ভাল খৱৰ গৱেষণাত পোৱা গৈছে মঙ্গল গ্ৰহত পানীৰ সন্ধান
Assamese
গুৱাহাটীত বিশাল সমাৱেশত চিপিআইএমৰ দাবী মোডী চৰকাৰে কাঢ়ি লৈছে শ্ৰমিক শ্ৰেণীৰ অধিকাৰ
Assamese
পক্ষী গণনা পবিতৰা অভৰায়ণ্যত বৃদ্ধি পালে ১৬ হাজাৰ পক্ষী
Assamese
আই পি এছ গৌৰৱ উপাধ্যায়ৰ পদোন্নতি
Assamese
খহি পৰিল সূৰ্যৰ এটা বৃহৎ অংশ সৃষ্টি হল বিশাল টৰ্ণেডো ভিডিঅ দেখি চিন্তিত বিজ্ঞানীমহল
Assamese
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধিত অনুমোদন দেশৰ মুখ্য ন্যায়াধীশৰ
Assamese
দেশৰ আকাশত উৰিল ৰুছ ক্ষেপনাস্ত্ৰ সংকটৰ মাজতে পতন ১৮ মহীয়া মলদোভা চৰকাৰৰ
Assamese
চেন্নাইৰ হৈ অন্তিমখন খেল ধোনীৰ বিদায়ী খেল হব ভি ভি এছ লক্ষ্মণ
Assamese
তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাইৰ নাম অৰ্জুন বঁটাৰ বাবে মনোনীত
Assamese
স্বাস্থ্য সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত ৰাষ্ট্রীয় শিবিৰত ভাগ নলয় মল্লযোদ্ধা বিনেশ ফোগাতে
Assamese
এৰন ফিন্সৰ ঘোষণা কেতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনাব
Assamese
খেলো ইণ্ডিয়া প্ৰশিক্ষণ কেন্দ্ৰৰ বাবে শিৱসাগৰত আবেদন আহ্বান
Assamese
আই চি চিৰ শেহতীয়া টেষ্ট ৰেংকিং বেছমেনৰ স্মিথ শীৰ্ষত কোহলী দ্বিতীয় স্থানত
Assamese
শত্ৰুতাৰ অৱসান স্বাক্ষৰিত হল মিত্ৰতাৰ চুক্তি নিজ পিঠিত তুলি নতুন মিত্ৰক বিশেষ অভিযানত সহায়চাওক ভিডিঅ
Assamese
এইবাৰ চিনেমা জগতত থালানিৰ্মাণ কৰিব তামিল চিনেমা অভিনয়ত নয়নতৰা
Assamese
শিল্পসংস্কৃতিতো চৰকাৰৰ স্বজনতোষণ প্ৰযোজকপৰিচালকক উৎসাহ যোগোৱাত কৃপণালি কিয়
Assamese
অৰ্হতাহীন বলীউড তাৰকা বলীউডত নাই কংগনাৰ বন্ধুৰ যোগ্য তাৰকাখোদ নিজ মুখেৰে কলে কংগনাই
Assamese
ছনি টিভিয়ে বন্ধ কৰিব দ্য কপিল শৰ্মা শ্ব আনিব নতুন হাঁহিৰ খোৰাক কথাটোনো কি
Assamese
গ্ৰেপ্তাৰ হল চলমান খান চলমানক চাবলৈ অহা অনুৰাগীয়ে সৃষ্টি কৰিলে যানজঁটৰ
Assamese
প্ৰেমিকৰ তেজ শুহি খোৱা হলিউদৰ অভিনেত্ৰী নিজেই দিলে এই ভয়ংকৰ অভ্যাসৰ স্বীকাৰোক্তি
Assamese
মুছলমানৰ বিৰুদ্ধে উচতনিমূলক ছবিছিংগাপুৰত নিষিদ্ধ হল বলিউডৰ দ্য কাশ্মীৰ ফাইলছ্
Assamese
লক্আপৰ ভিতৰতে আত্মহত্যাৰ চেষ্টা ৰঞ্জিত বৰা হত্যাকাণ্ডৰ প্ৰধান অভিযুক্তৰ
Assamese
আলাস্কাৰ ওপৰত অতিউচ্চতাত উৰা এটা অচিনাক্ত বস্তু গুলীয়াই ভূপতিত কৰিলে আমেৰিকাৰ যুঁজাৰু বিমানে
Assamese
চিপিআই নেতাৰ দাবীআলফাস্বাধীনৰ কমাণ্ডাৰৰ মৃত্যু অবৈধ কয়লা চিণ্ডিকেটৰ সৈতে সম্পৰ্কিত
Assamese
ভাৰতত বিবিচিৰ ওপৰত নিষেধাজ্ঞা বিচাৰি কৰা আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে
Assamese
কিম জংউনৰ পত্নীৰ ডিঙিত মিছাইল নেকলেছ বিশ্বজুৰি আলোড়ন
Assamese
কা বিৰোধী প্ৰতিবাদঃ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে নিয়াক অভিযোগ প্ৰস্তুত কৰাৰ অনুমতি আদালতৰ
Assamese
বছৰটোৰ প্ৰথম পৰীক্ষাত ইছৰোৰ ৩ টা উপগ্ৰহৰ সৈতে ৰকেটৰ মহাকাশ যাত্ৰা
Assamese
বিডেনক কিয় সন্ত্ৰাসবাদী বুলি অভিহিত কৰিলে ৰাছিয়াৰ ডুমা অধ্যক্ষ ভলোডিনে
Assamese
ত ভুৱা নামভৰ্তিৰে কোটি কোটি টকা আহৰণ গুৱাহাটী বিশ্ব.বি.ৰ তদন্তৰ দাবী আছুৰ
Assamese
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ১০ ফেব্ৰুৱাৰিৰ পৰা পৰীক্ষা আৰম্ভ
Assamese
ডিচেম্বৰৰ অন্তিম সপ্তাহত টেটৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা
Assamese
হিন্দুত্বৰ কথা কোৱা চৰকাৰৰ দিনত ২০ সহস্ৰাধিক হিন্দু শিক্ষকে জীয়াতু ভুগিছে ঐক্যমঞ্চ
Assamese
তৃতীয় স্বদেশ অধ্যয়ন কুইজত চেম্পিয়ন কটন বিশ্ববিদ্যালয়
Assamese
দেশৰ ভিন্ন প্ৰান্তৰ লগতে বোকাখাততো প্ৰাথমিক শিক্ষকৰ প্ৰতিবাদ
Assamese
গুৱাহাটী বিশ্ব.বি.ৰ ৭৪হাজাৰ শিক্ষাৰ্থীৰ কেৰিয়াৰ বৰবাদ ভয়ংকৰ তথ্য কেগ প্ৰতিবেদনত
Assamese
গুৱাহাটী বিশ্ববিদ্যালয়ৰ আজৱ কাণ্ডস্নাতক তৃতীয় ষান্মাসিকৰ আজিৰ পৰীক্ষা বাতিল
Assamese
যুৱ ধোনীৰ তুলনাত ২২ বছৰীয়া ঋষভ পণ্ট অধিক টেলেণ্টেড আশীষ নেহৰা
Assamese
জি আই এম টি তেজপুৰত বিজ্ঞান প্ৰযুক্তিবিদ্যা ভিত্তিক প্ৰতিযোগিতাৰ আয়োজন
Assamese
এ লাভ কৰিলে আই পি এল ২০২০ৰ টাইটেল স্পনছৰছিপ
Assamese
ধোনীয়ে ঘৰত বহি নহয় খেলপথাৰৰ পৰা কৰিব লাগিছিল অৱসৰৰ ঘোষণা ইনজামাম
Assamese
ৰোহিত শৰ্মাৰ নাম ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে মনোনীত
Assamese
জি আই এম টি তেজপুৰত পাঁচদিনীয়া শিক্ষক বিকাশ কৰ্মশালাৰ সফল সামৰণি
Assamese
টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত জিলিকিল অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰী নয়নমণি
Assamese
বঁটা প্ৰদান অনুষ্ঠানত সঞ্চালকক চৰ মৰাৰ পৰিণতি অস্কাৰৰ মঞ্চত ১০ বছৰলৈ নিষিদ্ধ উইল স্মিথ
Assamese
অস্কাৰৰ মঞ্চত ক্ৰিছ ৰকক চৰ মৰা উইল স্মিথৰ ফিল্ম একাডেমীৰ পৰা পদত্যাগ
Assamese
গ্ৰেমী বঁটা ২০২২জিলিকিল ভাৰতীয় মূলৰ শিল্পী ফাল্গুনী শ্বাহ সংগীত পৰিচালক ৰিকি কেজ
Assamese
অব্যাহত পুষ্পাৰ সফলতাৰ দৌৰ ৰেটিঙত অতিক্ৰম কৰিলে অক্ষয়ৰ সূৰ্যবংশী আৰু ৰণবীৰৰ ৮৩ ক
Assamese
কৰনাত আক্ৰান্ত এছিয়ান গেমছৰ স্বৰ্ণপদক বিজয়ী বক্সাৰ সৰিতা দেৱী
Assamese
বিনামূলীয়া নহয় মাত্ৰ ২৫ টকাত গৰুচলচ্চিত্ৰপ্ৰেমী দৰ্শকলৈ এই সুবিধা হিমাংশু প্ৰসাদ দাসৰ
Assamese
মহেন্দ্ৰ সিং ধোনীক ‍ভাৰত ৰত্ন প্ৰদানৰ দাবী উত্থাপন এগৰাকী কংগ্ৰেছী বিধায়কৰ
Assamese
এম এছ ধোনী এগৰাকী ভাল ফুটবলাৰো আছিল জেজে লালপেখুলাই
Assamese
কনাই হতাশগ্ৰস্ত কৰি তোলা মানুহৰ মুখত হাঁহি বিৰিঙাব আই পি এলে শচীন টেণ্ডুলকাৰ
Assamese