text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
পত্নীৰ মৃতদেহ কান্ধত লৈ কেইবা কিলোমিটাৰ খোজ কাঢ়িলে এগৰাকী স্বামীয়ে কিন্তু কিয় | Assamese |
অসহনীয় তুৰস্কচিৰিয়াৰ ভূমিকম্পত মৃত্যুৰ সংখ্যা ২০হাজাৰ অতিক্ৰম | Assamese |
২০১১ চনৰ পৰা ১৬ লাখতকৈও অধিক ভাৰতীয়ই এৰিছে দেশ কিয় বৃদ্ধি পাইছে নাগৰিকত্ব ত্যাগৰ প্ৰৱণতা | Assamese |
ভূমিকম্পত মৃত্যু ১৭ হাজাৰ ৫৪৩ জনলৈ বৃদ্ধি তুৰস্কক ১০০ খনতকৈও অধিক দেশৰ সহায়ৰ প্ৰতিশ্ৰুতি | Assamese |
অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি | Assamese |
মাৰ্ঘেৰিটাত আলফা স্বাধীন আৰক্ষীৰ সংঘৰ্ষআলফা কামাণ্ডাৰ উদয় অসম নিহত | Assamese |
প্ৰাক্তন ক্ৰিকেটাৰ চেতন চৌহান আৰু নাই | Assamese |
ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ | Assamese |
ধোনীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে সুব্ৰমনিয়ন স্বামী | Assamese |
মুকলিৰ পথত জিঅ ইউনিভাৰ্ছিটি বিশ্ব বিখ্যাত পণ্ডিতক লৈ কমিটী গঠন | Assamese |
ভেন্সাৰ শিক্ষক কৰ্মচাৰীৰ সমস্যা সমাধানত আগ্ৰহী নহয় ৰঞ্জিৎ দাস শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চক সাক্ষাৎৰ সময় দিও উপস্থিত নহল দাস | Assamese |
কাশ্মীৰ ফাইলছ লাগী ঝুণ্ড এলাগী বলিউডৰ ছবি প্ৰযোজকে ঘটালে ক্ষোভৰ উদ্গীৰণ | Assamese |
ৰাছিয়াৰ ৰকেট আক্ৰমণত নিহত ইউক্ৰেইনৰ জনপ্ৰিয় অভিনেত্ৰী ওকছানা শভেটছ | Assamese |
অস্কাৰৰ মঞ্চত অঘটন ক্ৰিছ ৰকৰ গালত প্ৰচণ্ড চৰ উইল স্মিথৰ | Assamese |
সংস্কৃত পঢ়াবলৈ ৰামকৃষ্ণ মিশ্যনে নিযুক্তি দিলে মুছলমান অধ্যাপকক | Assamese |
ত প্ৰকৃততে কি হৈছে ছাত্ৰ বিক্ষোভৰ গুৰি কত | Assamese |
ৰাছিয়াক ইউক্ৰেইনত গুলীবৰ্ষণ বোমা বিস্ফোৰণ ধ্বংস হত্যা বন্ধ কৰিবলৈ আহ্বান অভিনেতা আদিল হুছেইনৰ | Assamese |
মহা শিৱৰাত্ৰীৰ প্ৰাকক্ষণত ভাং খাই মহাদেৱে শীৰ্ষক গীতৰ শুভমুক্তি | Assamese |
ধূলিয়ৰি গুৱাহাটীঅত্যন্ত নিম্ন স্তৰত মহানগৰীৰ বায়ুৰ গুণাগুণ সূচাংক | Assamese |
আৰক্ষীৰ জালত যুৱকক অমানুষিক অত্যাচাৰ কৰি শৰীৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগত অভিযুক্ত | Assamese |
জি আই এম টি গুৱাহাটীত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত কৰ্মশালা | Assamese |
মণিপুৰত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ দুটা বোমানিৰাপদে নিষ্ক্ৰিয় কৰিলে আৰক্ষীয়ে | Assamese |
আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূমাফিয়াৰ | Assamese |
গুৱাহাটী বিশ্ববিদ্যালয় যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সতীৰ্থ সন্মিলন | Assamese |
ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা | Assamese |
গোলাঘাটত মৰ্মান্তিক মৃত্যু কাজিৰঙাৰ পৰা ওলাই অহা গঁড়ৰ | Assamese |
ভুৱা এনকাউণ্টাৰদুই আৰক্ষী বিষয়াক ৭ লাখ টকাকৈ ক্ষতিপূৰণ আদায়ৰ দিয়াৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ | Assamese |
জি আই এম টি তেজপুৰত গণিত বিষয়ক মনোগ্ৰাহী কৰ্মশালা | Assamese |
চিবিএছচিত ৩৫৭টা খালী পদত দিব নিযুক্তি কেনেকৈ কৰিব আবেদন | Assamese |
চাকৰি নিয়মীয়াকৰণৰ দাবীৰে পুনৰ আন্দোলনত নামিব প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ | Assamese |
ৰান্ধনীৰ প্ৰতিবাদত সেও মানি বুধবাৰে আলোচনাত বহাৰ প্ৰতিশ্ৰুতি শিক্ষা মন্ত্ৰীৰ | Assamese |
কেৰালা এৰি হায়দৰাবাদ এফ চিত যোগ দিলে অসমৰ হলিচৰণ নাৰ্জাৰীয়ে | Assamese |
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় ধোনিৰ সুৰেশ ৰাইনাৰো অৱসৰ | Assamese |
অৱসৰৰ সময়ত কি ৫টা বিশ্ব অভিলেখ গঢ়ি থৈ গল কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনীয়ে | Assamese |
বাবৰ আজমক আই পি এলত খেলিব দিব লাগে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক নাছিৰ হুছেইনৰ মন্তব্য | Assamese |
পাকিস্তানী প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে বিস্ফোৰণ প্ৰাক্তন সতীৰ্থ জাভেদ মিঞাদাদৰ | Assamese |
মহেন্দ্ৰ সিং ধোনীৰ কনা টেষ্ট সম্পন্ন আজি আহিব ৰিজাল্ট | Assamese |
আই পি এল খেলাৰ সুযোগ নোপোৱাৰ বাবে এজন ক্লাব ক্ৰিকেটাৰৰ আত্মহত্যা | Assamese |
কণা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ সপৰিয়ালে কণা প্ৰতিৰোধী বিচনাত শুইছে মেছিয়ে | Assamese |
ৱেব জগতত প্ৰৱেশ মোহময়ী মাধুৰী দীক্ষিতৰ নেটফ্লিক্সৰ প্ৰথম ছিৰিজৰ ভিডিঅ মুকলি চাওক ট্ৰেইলাৰ | Assamese |
এখন ফটোত ৯ জন কোহলী বিৰাট কোহলী এটা টুইটে খোৰাক যোগাইছে অনুৰাগীক | Assamese |
বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত চলো ভেকচিন নিতে যাই শীৰ্ষক চুটি কথাছবিৰ শুভমুক্তি | Assamese |
মুক্তিৰ বাবে সাজু নতুন অসমীয়া বোলছবি হিৰো জ্যোতি চিত্ৰবনত বিশেষ দৰ্শনী | Assamese |
মালিংগা ষ্টাৰ্কক অতিক্ৰমি বুমৰাহক চুপাৰ অভাৰৰ বাবে বাচনি কৰিলে এইগৰাকী ক্ৰিকেটাৰে | Assamese |
অবৈধ সম্পৰ্ক শিৱসাগৰৰ ৰাজপথত মহিলাৰ ৰণচণ্ডী ৰূপ গাড়ীৰ গ্লাচ ভাঙি প্ৰহাৰ যুৱতীক | Assamese |
দেশখনত চতুৰ্থটো শক্তিশালী ভূমিকম্প আজি পুনৰ ভূমিকম্পই জোকাৰি গল তুৰস্ক | Assamese |
ত ২০০০ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পদৰ বাবে কৰক অনলাইন আবেদন | Assamese |
তিনিদিন পূৰ্বেই আহিছিল তুৰস্কচিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান ভাইৰেল গৱেষকৰ পোষ্ট | Assamese |
চৌদিশে কেৱল মৃত্যু তুৰস্কচিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪০০০ অতিক্ৰম | Assamese |
একাধিক স্থানত চিবিআইৰ অভিযান উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰেলৱেৰ দুই বিষয়া ঠিকাদাৰ | Assamese |
ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ আত্মহত্যা চৌহদত শোকৰ ছাঁ | Assamese |
ইণ্ডিয়ান অইলত চাকৰি ১৪৯৪টা পদত নিয়োগৰ বাবে আবেদন আহ্বান | Assamese |
২০১৯ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটাৰ বাবে অনলাইন আবেদন আৰম্ভ | Assamese |
বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনীয়াৰ নৱ নিৰ্বাচিত বিধায়ক হাফিজ ৰফিকুল ইছলামৰ | Assamese |
শিৱসাগৰত মিট দ্যা ডিচি কাৰ্যসূচী কণ কণ ছাত্ৰছাত্ৰীৰ সৈতে উপায়ুক্তৰ মত বিনিময় | Assamese |
কিয় বাউলি পুখুৰীত জ্বলিল টেট পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা গাইড | Assamese |
চেঙা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষৰ প্ৰহাৰত আহত ছাত্ৰ চিন্তিত অভিভাৱক | Assamese |
হাস্পাতালত ভৰ্তি অভিনেতাপৰিচালক অমল পালেকৰ কি হৈছে গোলমাল নায়কগৰাকীৰ | Assamese |
পঞ্চভূতত বিলীন হল ভাৰতৰ নাইটিংগেল লতা মংগেশকাৰৰ নশ্বৰ দেহ | Assamese |
অস্কাৰৰ দৌৰত দলিত মহিলা সাংবাদিকৰ গাঁথা ৰাইটিং উইথ ফায়াৰ | Assamese |
বলীউডত বাধাৰ উপৰি বাধা পায়ো বটবৃক্ষৰ দৰে থিয় হৈ ৰৈছিল লতা | Assamese |
ব্ৰহ্মপুত্ৰৰ দৰে চিৰকাল অসমীয়াৰ মনত প্ৰৱাহিত হৈ থাকিব লতা মংগেশকাৰৰ কণ্ঠ | Assamese |
এয়া অপূৰণীয় ক্ষতি সুৰ সম্ৰাজ্ঞীৰ প্ৰয়াণত শোকাভিভূত প্ৰধানমন্ত্ৰী মোদী ৰাষ্ট্ৰীয় শোক ঘোষণা | Assamese |
স্বাস্থ্যৰ অৱনতি পুনৰ ভেন্টিলেশ্যনলৈ নিয়া হৈছে কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰক | Assamese |
কিংবদন্তি সুৰ সম্ৰাজ্ঞী ভাৰতৰত্ন লতা মংগেশকাৰৰ দেহাৱসান | Assamese |
ভাৰতীয় হকী দলৰ ফৰৱাৰ্ড মনদীপ সিং কভিড১৯ত আক্ৰান্ত | Assamese |
ত হবলগীয়া আই পি এল ২০২০ত চকু দিছে বাবা ৰামদেৱৰ পতঞ্জলিয়ে | Assamese |
আজি ৰাজপথত নামিব কংগ্ৰেছ আদানিৰ জালিয়াতিক লৈ দেশজুৰি সাব্যস্ত কৰিব প্ৰতিবাদ | Assamese |
তুৰস্কত ৭.৮ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্প বিধ্বস্ত ঘৰবাৰী বহু হতাহতৰ আশংকা | Assamese |
পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যা আৰক্ষীৰ জালত মূল অভিযুক্তকে ধৰি আন ৪ জন | Assamese |
ত্ৰিপুৰাত কিংমেকাৰ তিপ্ৰা মথাৰ ঘোষণাতিপ্ৰালেণ্ডৰ সমাধান অবিহনে কোনো দলকে নিদিয়ে সমৰ্থন | Assamese |
লক্ষ্যভ্ৰষ্ট যোগগুৰু উচটনিমূলক মন্তব্যৰ বাবে বাবা ৰামদেৱৰ বিৰুদ্ধে দাখিল এজাহাৰ | Assamese |
আই পি এল ২০২০ ৰ পিছত এইবাৰ বাহিৰ হল | Assamese |
কভিড১৯ত আক্ৰান্ত হকী খেলুৱৈ মনদীপ সিঙক বেংগালুৰুৰ চিকিৎসালয়ত ভৰ্তি | Assamese |
পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ ৭৯ বছৰ বয়সত দেহাৱসান | Assamese |
চলিত আই পি এলত খেলুৱৈ সকলক গীটাৰ শিকা আৰু তাচ খেলাৰ পৰামৰ্শ ব্ৰেট লীৰ | Assamese |
জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰিবলৈ সাজু টীম ইণ্ডিয়াৰ তাৰকা স্পীনাৰ চাহাল কইনা কোন | Assamese |
অধিনায়ককে ধৰি ভাৰতীয় হকী দলৰ পাঁচগৰাকী তাৰকা কোভিড১৯ত আক্ৰান্ত | Assamese |
অৱসৰৰ পূৰ্বে ভাৰতক ভাৰতৰ মাটিত পৰাস্ত কৰাৰ সপোন দেখিছে ষ্টিভ স্মিথে | Assamese |
প্ৰতিবাদত সেও মানিলে বি চি চি আইয়ে টাইটেল স্পনছৰাৰ ভিভো আঁতৰিল | Assamese |
যোৱাৰ পূৰ্বে এবাৰ দুবাৰ নহয় পাঁচবাৰ কনা টেষ্ট কৰা হব এই দলটোৰ | Assamese |
খুলি দিয়া হৈছে ভেন্টিলেশ্যন কেনে আছে কোকিলকন্ঠী কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰ | Assamese |
স্বামী লাগিব নেকি স্বামীৰ নিলাম ঘোষণা কৰি মহিলাৰ চৰ্ত সলনি বা ঘুৰাই লোৱা নহয় | Assamese |
দিল্লীৰ ঘৰ বিক্ৰী কৰিলে অমিতাভ বচ্চনে দাম শুনিলেই চকু কপালত উঠিব আপোনাৰ | Assamese |
মাতাল অৱস্থাত মোদীক টুইট কৰি কিয় বিপদ চপাই লৈছিল নতুন শ্বোত সদৰী কৰিলে কপিল শৰ্মাই | Assamese |
পুষ্পাদ্য ৰাইজ বৃহৎ সফলতাৰ পাছত অল্লু অৰ্জুনলৈ অভাৱনীয় পাৰিশ্ৰমিকৰ প্ৰস্তাৱ | Assamese |
ৰাষ্ট্ৰীয় পৰ্যায়ত দু:সাহসিক নৃত্য প্ৰদৰ্শন কৰি বিশ্বনাথলৈ গৌৰৱ কঢ়িয়ালে গাগলিনা আশ্ৰায়নে | Assamese |
আই পি এলত আত্মপ্ৰকাশৰ আশাৰে মুম্বাই ইণ্ডিয়ানছৰ ট্ৰায়েল কেম্পত উত্তৰপূবৰ দুই বেগী বলাৰ | Assamese |
বোকাখাতৰ নিউ হৰাইজন বিদ্যালয়লৈ ই চি ডি এফ ৰাষ্ট্ৰীয় বঁটা | Assamese |
চুবুৰীয়াৰ বিস্ফোৰক অভিযোগ বলীউদ তাৰকা চলমান খানৰ ফাৰ্মহাউছত তাৰকাসকলৰ কবৰ | Assamese |
সাৱধান দেশত চলি আছে ২৪খন ভুৱা বিশ্ববিদ্যালয় চাওক ৰ তালিকা | Assamese |
ছাত্ৰছাত্ৰীক অধ্যয়নমুখী কৰি তুলিবলৈ সাঁচতীয়া ধনেৰে পুথিভঁৰাল নিৰ্মাণৰ পদক্ষেপ যুৱ সমাজকৰ্মীৰ | Assamese |
১২ টা নতুন চন্দ্ৰ মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ | Assamese |
ছিকিমৰ নেপালীসকল বিদেশী মূলৰ উচ্চতম ন্যায়ালয়ৰ মন্তব্যৰ প্ৰতিবাদত উত্তাল ৰাজ্য | Assamese |
বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞাজনালে প্ৰত্যাহ্বান | Assamese |
চীনৰ গুপ্তচৰ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে | Assamese |
পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া | Assamese |
যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গোৱালপাৰাত গ্ৰেপ্তাৰ দুগৰাকী শিক্ষক জেইললৈ প্ৰেৰণ | Assamese |
দেশৰ ২১খন নতুন কেন্দ্ৰীয় বিদ্যালয়ৰ তালিকাত অসমৰ গোলাঘাট হাফলং আৰু তামুলপুৰ | Assamese |
বেংকত চাকৰিৰ সুযোগ১২০০০ ক্লাৰ্কৰ পদত নিযুক্তিৰ বাবে আবেদন আহ্বান | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.