text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
হাউলীৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমুৰ্তি উন্মোচন | Assamese |
দেশক অপমানিত কৰিছে বি চি চি আইয়ে আই পি এল বহিস্কাৰ কৰক স্বদেশী জাগৰণ মঞ্চ | Assamese |
কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নির্বাচন নেতৃত্বত নিৰ্দলীয় আছুৰ আধিপত্য | Assamese |
এপ বাতিল হলেও আই পি এল স্পনছৰ কৰিব চীনৰ কোম্পানীয়েই আব্দুল্লাৰ প্ৰতিক্ৰিয়া | Assamese |
পুনৰ ভাৰতীয় এদিনীয়া ক্ৰিকেট দললৈ প্ৰত্যাৱৰ্তনৰ পৰিকল্পনা আজিংক ৰাহানেৰ | Assamese |
শচীন টেণ্ডুলকাৰৰ বেটেৰে এক অনবদ্য ৰেকৰ্ড গঢ়িছিল ছাহিদ আফ্ৰিদীয়ে | Assamese |
বিশ্বৰ ধনাঢ্য ক্ৰিকেট বোৰ্ড বিচিচিআইয়ে ১০ মাহ ধৰি দৰমহা দিয়া নাই তাৰকা ক্ৰিকেটাৰক | Assamese |
মাত্ৰ ৩ মিনিটত সামান্থাই ললে ৫কোটি টকা কথাটো কি | Assamese |
কিংবদন্তি নৃত্যশিল্পী পণ্ডিত বিৰজু মহাৰাজৰ দেহাৱসান | Assamese |
ৰজনীকান্তৰ কন্যা ঐশ্বৰ্যাৰ সৈতে ১৮ বছৰীয়া বৈবাহিক সম্পৰ্কৰ ইতি পেলালে ছুপাৰষ্টাৰ ধনুশে | Assamese |
গোপনে ৰাখিব বিচাৰিছে খৱৰটো মাতৃ হল প্ৰিয়ংকা চোপ্ৰা | Assamese |
কৰনাত আক্ৰান্ত কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰ চিকিৎসাৰ বাবে ভৰ্তি | Assamese |
অস্কাৰ বিজয়ী হলীউদৰ প্ৰথম কৃষ্ণাংগ তাৰকা অভিনেতা ছিডনি পইটিয়াৰৰ দেহাৱসান | Assamese |
অৱসৰ ভাঙি পুনৰ ক্ৰিকেটৰ পথাৰলৈ অলৰাউণ্ডাৰ ইৰফান পাঠান | Assamese |
বেটবলজাৰ্চি নিলামেৰে অসমবিহাৰৰ বন্যাৰ্তক সহায়ৰ চেষ্টা কোহলী আৰু আন খেলুৱৈৰ | Assamese |
ডিঙিত দাগ প্ৰৱঞ্চক সুকেশৰ সৈতে প্ৰেমৰ আৰু এক অন্তৰংগ ছবি পোহৰলৈ আহিল জেকুলিনৰ | Assamese |
ৰাষ্ট্ৰীয় খেল পুৰস্কাৰৰ নিৰ্বাচন সমিতিত ক্ৰিকেটাৰ সেহৱাগ | Assamese |
কি কাৰণত গ্ৰেপ্তাৰ হব পাৰে বিৰাট কোহলি আৰু তামান্না ভাটিয়া | Assamese |
এন পি পি যদি গণমুখী হলহেঁতেন তেন্তে বিজেপিৰ সৈতে হাত মিলাই নাথাকিলহেঁতেন টিএমচিৰ নেতা এন্ড্ৰিউ ছুল্লাই | Assamese |
আৰু কিমান বাকী পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী প্ৰয়াত অঞ্জন দত্ত নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ | Assamese |
মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক বিস্ময়ত হতবাক গৱেষক | Assamese |
প্ৰতি নৱজাতকৰ বিপৰীতে ১০০ টাকৈ গছপুলিছিকিম চৰকাৰৰ অভিনৱ পদক্ষেপ | Assamese |
আজি বৰপেটা কৃষ্ণ গুৰু সেৱা শ্ৰমৰ কীৰ্ত্তনত অংশ লব নৰেন্দ্ৰ মোডীয়ে | Assamese |
মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি | Assamese |
মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তিকৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী | Assamese |
২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিমান খৰচ হল জানেনে | Assamese |
ৰিকি পণ্টিঙৰ তুলনাত এম এছ ধোনীক সবাটোকৈ সফল অধিনায়ক আখ্যা আফ্ৰিদীৰ | Assamese |
শিৱসাগৰত ছাত্ৰক প্ৰহাৰৰ ঘটনা শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল | Assamese |
জম্মুকাশ্মীৰৰ ১০০ গৰাকী মেধাৱী ছাত্ৰছাত্ৰীক ইণ্টাৰ্নশ্বিপ প্ৰদান কৰিব আই আই টি গুৱাহাটীয়ে | Assamese |
জলবায়ু পৰিৱৰ্তনৰাষ্ট্ৰসংঘত বিশ্বনেতাসকলক কিশোৰীৰ প্ৰশ্ন আপোনালোকৰ সাহস কেনেকৈ হল | Assamese |
আগন্তুক শিক্ষাবৰ্ষত আৰম্ভ হব অসম সাহিত্য সভাৰ জাতীয় শিক্ষা সংসদৰ আদৰ্শ বিদ্যালয় | Assamese |
কোনো ভাষাৰ জোৰকৈ আৰোপ বা বিৰোধ নকৰিব উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু | Assamese |
ভেকচিনৰ দুয়োটা ডজ লোৱাৰ পাছতো পত্নীসহ কৰনাত আক্ৰান্ত অভিনেতা জন আব্ৰাহাম | Assamese |
দেশৰ জনপ্ৰিয় সংগীত বেণ্ড শ্বিলং চেম্বাৰ কইৰ প্ৰতিষ্ঠাপক প্ৰসিদ্ধ সংগীতজ্ঞ নীল নংকিনৰিহৰ মৃত্যু | Assamese |
বিপদত ভিকি কৌশল অভিনেতাগৰাকীৰ বিৰুদ্ধে থানাত দাখিল কৰা হৈছে অভিযোগ | Assamese |
প্ৰসিদ্ধ ফৰ্বছ আলোচনীৰ ২০২১বৰ্ষৰ অসাধাৰণ হিন্দী অভিনেতাৰ তালিকাত অন্তৰ্ভুক্ত আদিল হুছেইন | Assamese |
যাদৱপুৰ বিশ্ববিদ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ক আক্ৰমণৰ ঘটনাক গৰিহণা ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীৰ | Assamese |
নতুন ক লৈ কি প্ৰতিক্ৰিয়া অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ ৰাইজলৈ কি আহ্বান | Assamese |
মাস্ক অবিহনেই বিমানবন্দৰত কংগনা ৰানাৱট নেটিজেনৰ ট্ৰোলৰ সন্মুখীন অভিনেত্ৰীগৰাকী | Assamese |
নৱবৰ্ষৰ প্ৰথম দিনটোতে বিবাহপাশত আৱদ্ধ হল দেৱো কা দেৱমহাদেৱ খ্যাত অভিনেতা মোহিত | Assamese |
আঁৰত পৰকীয়া অৱশেষত বিবাহ বিচ্ছেদ হলীউদৰ কিংবদন্তি অভিনেতা আৰ্নল্ড শোয়াৰ্জনেগাৰৰ | Assamese |
পৰিৱৰ্তনৰ ফোঁপোলা স্বৰূপ হাই ভল্টেজ বিদ্যুৎ পৰিবাহী তাঁৰৰ তলত চলিছে পাঠদান | Assamese |
জেকুলিনৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক দাবী প্ৰতাৰণাৰ গোচৰত অভিযুক্ত সুকেশৰ | Assamese |
জি আই এম টি তেজপুৰত শক্তি খণ্ডত সংৰক্ষণ আৰু হিচাপ পৰীক্ষণ বিষয়ক কৰ্মশালা | Assamese |
গোপন নথিপত্ৰ বিচাৰি পুনৰ জো বিডেনৰ ঘৰত চাৰে তিনি ঘণ্টা ধৰি তালাচী এফ বি আইৰ | Assamese |
বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতিকাইলৈৰ পৰা গ্ৰেপ্তাৰ হব বাল্যবিবাহৰ লগত জড়িত লোক | Assamese |
বাজেটত নিবনুৱা দৰিদ্ৰতাৰ বিষয়ে দিয়া নাই গুৰুত্ব নতুন কৰ ব্যৱস্থাৰ ওপৰতো প্ৰশ্ন তুলিলে পি চিদাম্বৰমে | Assamese |
অক্সফৰ্ড অভিধানত স্থান পালে বিন্দাছ তালিকাত মুঠ ৮০০ ভাৰতীয় শব্দ | Assamese |
পুনৰ সাধাৰণ লোকৰ ওপৰত মাধমাৰ এতিয়াৰ পৰা মাজুলীলৈ যাবলৈ ভৰিব লাগিব দুগুণ টকা | Assamese |
এতিয়াৰ পৰা অসম আৰ্হিৰ ঘৰ সাজিলে ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ কৰ | Assamese |
নৃত্যৰ ভিডিঅ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক | Assamese |
অনবদ্য কৃতিত্ব অৰ্জন ইংলেণ্ডৰ বেগী বলাৰ ষ্টুৱাৰ্ট ব্ৰডৰ | Assamese |
অধিনায়ক হিচাপে ৰিকি পইণ্টিং আৰু বিৰাট কোহলীৰ মাজত বহু সাদৃশ্য আছে ব্ৰেট লী | Assamese |
ক্ৰিকেটক বিদায় জনালে ঘৰুৱা ক্ৰিকেটৰ তাৰকা ৰজত ভাটিয়াই | Assamese |
লখিমপুৰত নিৰ্মাণৰত ইণ্ডোৰ ষ্টেডিয়াম পৰিদৰ্শন মুখ্য মন্ত্ৰী সোণোৱালৰ | Assamese |
১১ বছৰৰ মূৰত আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ সুযোগ লাভ কৰিব পাৰে এইগৰাকী বেটছমেনে | Assamese |
চেপ্তেম্বৰঅক্টোবৰ মাহৰ ভিতৰত দেশৰ ক্ৰীড়া প্ৰতিযোগিতা সমূহ পুনৰ আৰম্ভ হব | Assamese |
আই পি এলত ভাল প্ৰদৰ্শন নকৰিলে ধোনীৰ বাবে বন্ধ হব ভাৰতীয় ক্ৰিকেট দলৰ দুৱাৰ ডীন জোনছ | Assamese |
স্বৰ্ণলৈ উন্নীত এছিয়ান গেইমছৰ পদক কোভিড১৯ যোদ্ধাৰ নামত উৎসৰ্গা হিমা দাসৰ | Assamese |
১৯ ছেপ্তেম্বৰত আই পি এলৰ শুভাৰম্ভণি ৮ নৱেম্বৰত ফাইনেল | Assamese |
এছিয়ান গেইমছৰ ৰূপৰ পদক স্বৰ্ণলৈ উন্নীত ভাৰতীয় মিক্সড ৰীলে দলৰ | Assamese |
ৰাধাৰ ৰূপত অশ্লীল নৃত্য ছানী লিয়নিৰ নতুন গানৰ ভিডিঅত ধৰ্মীয় আবেগক আঘাত হনাৰ অভিযোগ | Assamese |
২৯ ডিচেম্বৰত চানচিল্ক মেগা মিছ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে | Assamese |
কোভিড১৯ত আক্ৰান্ত নোৰা ফতেহি দুৰ্বল হৈ পৰিছে আক্রান্ত বলীউদ অভিনেত্ৰীগৰাকী | Assamese |
মাজনিশা সৰ্প দংশনত অসুস্থ চলমান খানক হাস্পাতালত ভৰ্তি | Assamese |
শ্বুটিং ছেটতে আহত বলীউদ তাৰকা টাইগাৰ শ্ৰফ কেনেকৈ ঘটিল এই ঘটনা | Assamese |
দিল্লী চৰকাৰে কৰমুক্ত কৰিলে বহুচৰ্চিত চলচিত্ৰ ক | Assamese |
আপোনালোকৰ বেয়া দিন আহি আছে সংসদত বিজেপিক অভিশাপ জয়া বচ্চনৰ | Assamese |
কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে | Assamese |
বাজেটত দাম কমিল মোবাইল ফোন টিভিৰ আৰু কি কি সস্তা কি কি হল দামী চাওক তালিকা | Assamese |
জম্মুকাশ্মীৰৰ গুলমাৰ্গত হিমস্খলনত দুই বিদেশী পৰ্যটকৰ মৃত্যু | Assamese |
আৰু কিমান দিন চলাব পাৰিব পুৰণি গাড়ী বাজেটত নিৰ্দ্ধাৰণ কৰি দিয়া হল সময় সীমা | Assamese |
বান্দৰেহে নুবুজে নাৰিকলৰ মোল কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে | Assamese |
মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ বিমান কৰ্মীক দুৰ্ব্যৱহাৰ গটালে আৰক্ষীক | Assamese |
অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিলে ড০ মালিনী গোস্বামীক | Assamese |
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অনলাইন প্ৰপত্ৰ পূৰণৰ সবিশেষ জানক | Assamese |
সংসদত আৰম্ভ বাজেট অধিৱেশন মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি কলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে | Assamese |
ছেবাৰ নৱম দশম মানৰ শিক্ষাৰ্থীলৈ নতুন বছৰত ন বিষয় | Assamese |
অস্তিত্বৰ সংকটত মহানগৰীৰ মাজ মজিয়াৰ এখন ঐতিহ্য বহনকাৰী বিদ্যালয় | Assamese |
ফেব্ৰুৱাৰিত অসম মেত্ৰিকহাই মাদ্ৰাছা পৰীক্ষা প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা | Assamese |
সম্বন্ধীয় জানিবলগীয়া কিছু বিষয় উত্তীৰ্ণ হোৱাত হব সহায়ক | Assamese |
অচিৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীক দিয়া হব ব্ৰেণ্ডেড য়ুনিফৰ্ম শিক্ষা মন্ত্ৰী | Assamese |
২০৫০ চনৰ ভিতৰত অসমত চিকিৎসালয়ৰ সংখ্যা আধা কৰি তোলাৰ আহ্বান মুখ্য মন্ত্ৰীৰ | Assamese |
পানামা পেপাৰ্ছ কেলেংকাৰীত শলঠেকত ঐশ্বৰ্য ৰায় জেৰাৰ বাবে পুনৰ ইডিৰ চমন | Assamese |
যাদুৰ দেশ মায়ঙক লৈ ৰাজ্যত প্ৰথমখন চলচ্চিত্ৰ বুঢ়া মায়ঙত দ্য গৱৰ্নমেণ্ট ছাৰ্ভেণ্ট শুভ মহুৰত | Assamese |
ভেকচিন নিতে যাই বঙাইগাঁৱত ভেকচিন সজাগতা সম্পর্কীয় ছবিৰ গীতৰ ভিডিঅ মুকলি | Assamese |
অল্লু অৰ্জুনৰ পুষ্পাদ্য ৰাইজবলীউদহলীউদৰ সৈতে ফেৰ মাৰি দুদিনতে ১০০কোটি টকাৰ ব্যৱসায় | Assamese |
বলিউদত আকৌ কৰণাতংককণাত আক্ৰান্ত কৰীণা কাপুৰ অমৃতা অৰোৰা | Assamese |
প্ৰাক্তন প্ৰেমিক চলমান ৰণবীৰে কেটৰিনাক উপহাৰ দিলে গাড়ী নেকলেচ বাকী কোনে কি দিলে | Assamese |
কেটৰিনাৰ বিয়াৰ পিছত এইবাৰ সোণাক্ষীৰ প্ৰেমৰ চৰ্চা কাৰ প্ৰেমত পৰিল সোণাক্ষী | Assamese |
কাচা বাদাম গান গাই ভাইৰেল ভুৱন শীৰ্ষত কীৰ্তি বন্ধ হল বিক্ৰী এতিয়া পিচে কি | Assamese |
ছেপ্তেম্বৰত য়ু এ ইত অনুষ্ঠিত হব আই পি এল | Assamese |
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাবলগীয়া ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ সকলক ৰখা হব দুসপ্তাহ কোৱাৰেণ্টাইনত | Assamese |
ভূমেশ্বৰ পাহাৰত কুঁজিয়া নৈৰ প্ৰাকৃতিক সৌন্দৰ্য তথা নৈসৰ্গিক পৰিৱেশত বনভোজস্থলী মুকলি | Assamese |
কি হব ৰ অধ্যক্ষ সৌৰভ গাংগুলীৰ ভৱিষ্যত আজি উচ্চতম ন্যায়ালয়ত শুনানি | Assamese |
শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামৰ উন্নয়ণৰ বাবে ১২৫ কোটি টকাৰ অনুমোদন মেঘালয় চৰকাৰৰ | Assamese |
আশ্ৰমত শিষ্যাক ধৰ্ষণ আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু | Assamese |
গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ অভিযুক্ত মুৰ্তাজাক নিয়া আদালত মৃত্যুদণ্ড | Assamese |
এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত জাৰি কৰা হৈছে নতুন নিৰ্দেশনা | Assamese |
বোধোদয় নে পশ্চাৎপদ ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.