text
stringlengths
1
2.59k
language
stringclasses
10 values
বিবিচিৰ মোডী তথ্যচিত্ৰকেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে
Assamese
কাশ্মীৰীসকলে গ্ৰেনেড নহয় দিছে প্ৰেম ভৰা হৃদয়সতৰ্কবাণী নেওচি দাবী ৰাহুল গান্ধীৰ
Assamese
পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ নিহত ২৮ জন ১৫০ জন আহত
Assamese
মহাত্মা স্মৰণ জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি
Assamese
কত আৰু কেতিয়া অনুষ্ঠিত হব চলিত বছৰৰ আই পি এল
Assamese
অসন্তুষ্ট বি চি চি আই পদত্যাগ কৰিবলৈ কোৱা হল ছবা কৰিমক
Assamese
কনা মহামাৰীৰ বাবে পিছুৱাই দিয়া হল আই চি চি টি২০ বিশ্বকাপ২০২০
Assamese
অসমৰ ভয়াবহ বানপানী তাৎক্ষণিক গুৰুত্ব আৰু সাহায্যৰ আহ্বান ভাৰতীয় ফুটবল দলৰ অধিনায়কৰ
Assamese
গাভাস্কাৰৰ ১০০০০ ৰান এতিয়াৰ সময়ত ১৬০০০ ৰানৰ সমান ইনজামামউলহক
Assamese
আহি পালে ২০১৯ ডিচেম্বৰত হবলগীয়া পৰীক্ষাৰ আবেদনৰ তাৰিখ চাওক সৱিশেষ
Assamese
শিক্ষক দিৱস বৰ্জন কৰি ন্যায় বিচাৰি প্ৰতিবাদত বহিল শিক্ষক
Assamese
‍আমি আছো আপোনালোকৰ লগত অসমৰ বানক লৈ উদ্বিগ্ন ইংলিছ ফুটবল ক্লাব আৰ্ছেনাল
Assamese
শীর্ষ ১০ খন বিদ্যালয়ৰ ভিতৰত স্থান লাভ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ
Assamese
শিক্ষক দিৱস২০১৯ৰ শুভেচ্ছা কিয় ৫ ছেপ্তেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়
Assamese
মহাবিদ্যালয়ত শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক বিসংগতিৰ অভিযোগেৰে শিক্ষা মন্ত্ৰীক স্মাৰকপত্ৰ এছ এফ আইডি ৱাই এফ আইৰ
Assamese
শিৱসাগৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনত আছুৰ হাতত ধৰাশায়ী এবিভিপি
Assamese
টেট শিক্ষকৰ মাজত বিভাজন নানিবলৈ শিক্ষা মন্ত্ৰীক সকিয়ালে টেট উত্তীৰ্ণ শিক্ষক সমাজে
Assamese
গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ হল আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ
Assamese
জি আই এম টি তেজপুৰত উদযাপন নৱাগত আদৰণি আৰু দীক্ষান্ত সমাৰোহ
Assamese
কংগনাৰ নতুন নাটক এইবাৰ পঞ্জাৱত কৃষকৰ আক্ৰমণৰ বলি হোৱা বুলি দাবী
Assamese
জেৰাৰ পাছত মুম্বাই বিমানবন্দৰ এৰাৰ অনুমতি জেকুলিনক দিল্লীত দেখা কৰিব লাগিব ইডিক
Assamese
ভিকিকেটৰিনাৰ বিবাহৰ সংগীতানুষ্ঠানত নাবাজে ৰণবীৰৰ গান কেটৰিনাৰ নিৰ্দেশ
Assamese
প্ৰতীক্ষাৰ অৱসান বিয়া সম্পন্ন হল চাওক ভিকিকেটৰিনাৰ বিয়াৰ ফটো
Assamese
স্বামীৰ জোনাছ উপাধি অঁতৰোৱাৰ পাছতে বিচ্ছেদক লৈ চৰ্চাত নিকপ্ৰিয়ংকা কি হৈছে দেশী গাৰ্ল
Assamese
কিয় আমিষা পেটেলৰ বিৰুদ্ধে জাৰি কৰা হল গ্ৰেপ্তাৰী পৰোৱানা
Assamese
কেটৰিনাভিকিৰ বিয়ালৈ আমন্ত্ৰিত কোনো লোকে কৰিব নোৱাৰিব এই কাম ফেৰা কি কাম
Assamese
জুবিন গাৰ্গলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চুকাফা বঁটা২০২১
Assamese
কৰণাত আক্ৰান্ত চুপাৰষ্টাৰ কমল হাছান চিকিৎসালয়ত ভৰ্তি
Assamese
এমাহৰ ভিতৰত হাইস্কুল টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ
Assamese
বিপৰীত দিশত ঘূৰিছে পৃথিৱী আভ্যন্তৰীণ ঘূৰ্ণনৰ নতুন গৱেষণাত বিস্মিত বিজ্ঞানীমহল
Assamese
কিহত ব্যস্ত কেটৰিনা বিয়াৰ পাছতেই নাম সলনি কৰিবলৈ সাজু অভিনেত্ৰী
Assamese
ধাৰত চৰকাৰ আৰ্থিক সংকটৰ বাবে সীমিত পৰিমাণৰ ধন অনুমোদন দিয়া হব চৰকাৰী বিভাগসমূহলৈ
Assamese
মানস ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণত গঁড়ৰ মৃত্যু
Assamese
কোকৰাঝাৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক প্ৰহাৰ জিলা উপায়ুক্তৰ চিকিৎলায়ত ভৰ্তি
Assamese
মুম্বাইত টাটাৰ শিক্ষা প্ৰতিষ্ঠানত বিবিচিৰ মোডী তথ্যচিত্ৰ প্ৰদৰ্শন ক্ষুব্ধ বিজেপি
Assamese
এমাহৰ ভিতৰতে ষষ্ঠবাৰ পুনৰ বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীত কেলিফৰ্ণিয়াত নিহত ৩ জন আহত ৪জন
Assamese
পিতৃ পাকিস্তানীমাতৃ বাংলাদেশী কিন্তু পুত্ৰৰ নাম কিয় ৰাখিলে ইণ্ডিয়া
Assamese
ইংলেণ্ডৰ ভয়াৱহ বেগী বলাৰ জোফ্ৰা আৰ্চাৰক দলৰ পৰা বাহিৰ কৰি দিলে ব্ডে
Assamese
ইংলেণ্ডত তৃতীয় তাৰকা যুক্ত হোটেলত বাহৰ পাতিছে পাকিস্তান ক্ৰিকেট দলে ছচিয়েল মিডিয়াত ট্ৰল
Assamese
ৰ অধ্যক্ষ সৌৰভ গাংগুলীৰ ঘৰত প্ৰৱেশ ঘটিল কনাৰ
Assamese
২০২০ কাটাৰ ফিফা ফুটবল বিশ্বকাপৰ সূচী প্ৰকাশ আকৰ্ষণীয় হব গ্ৰুপ পৰ্যায়ৰ মেচ
Assamese
২০১৯ বিশ্বকাপ ফাইনেলৰ চুপাৰ অভাৰৰ পূৰ্বে গা ধোৱা ঘৰত কিয় চিগাৰেট হুপিছিল বেন ষ্টোকছে
Assamese
কনাতংকৰ কাৰণে উদযাপন কৰা নহয় চলিত বৰ্ষৰ মোহন বাগান দিৱস
Assamese
ধোনীয়ে ভাৰতীয় ক্ৰিকেটক আগুৱাই নিছে গাংগুলীয়ে এই যাত্ৰাৰ আৰম্ভণি কৰিছিল কুমাৰ ছাংগাকাৰা
Assamese
ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ চেতন চৌহান কনাত আক্ৰান্ত
Assamese
নাকফুলি পৰিধান কৰি সমস্যাৰ মুখত অস্কাৰ বিজয়ী অভিনেত্ৰী জেনিফাৰ লৰেন্স
Assamese
তামুলপুৰত দিঠকত হেৰাল সপোনবোলছবিৰ প্ৰযোজকপৰিচালকক সম্বৰ্ধনা ৰংঘৰ ক্ৰিয়েশ্বনৰ
Assamese
যমজ সন্তানৰ মাতৃ হল অভিনেত্ৰী প্ৰীতি জিন্টা শ্বেয়াৰ কৰিলে ৪৬ বছৰত মাতৃ হোৱাৰ অনুভুতি
Assamese
কিয় যশ চোপ্ৰাই ৰাণী মুখাৰ্জীৰ পিতৃমাতৃক ঘৰত বন্ধ কৰি ৰখাৰ ভাবুকি দিছিল
Assamese
বিবাহৰ নিমন্ত্ৰিত অতিথিয়েই বহন কৰিব লাগিব অভ্যৰ্থনাৰ খৰচ অদ্ভুত আবদাৰ নৱ দম্পতীৰ
Assamese
উঞ্ছবৃত্তি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা প্ৰাপ্ত ছবি ছেমখৰ হেনো অসমীয়া মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম ছবি
Assamese
এই পৰ্যন্ত অলিম্পিকলৈ কোৱালিফাই কৰিব নোৱাৰাৰ বাবে চিন্তিত নহয় ‍ধিং এক্সপ্ৰেছ হিমা দাস
Assamese
গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকনলজী তেজপুৰৰ বিষয়ে কিছু কথা..
Assamese
কথাতে কটা যায় কথাতে বঁটা পায় পুনৰ কি কথাৰে বিতৰ্কত সোমাই পৰিল অভিনেত্ৰী কংগনা ৰাণাৱট
Assamese
ইন্টাৰনেশ্যনেল চাইল্ড্ৰেনছ ৰাইটছ চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি শগুন
Assamese
স্বামীৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ তুলি হাস্পাতালত ভৰ্তি পুনম গ্ৰেপ্তাৰ ছেম
Assamese
মোডী চৰকাৰে সলনি কৰিলে ৰাষ্ট্ৰপতি ভৱনৰ উদ্যানৰ নাম কি নাম দিলে মোগল গাৰ্ডেনৰ
Assamese
ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ
Assamese
আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন
Assamese
কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হব লাগে কলে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Assamese
৩১ জুলাইত কাৰ্যকাল অন্ত পৰিব সৌৰভ গাংগুলীৰ অধ্যক্ষ হব নেকি আই চি চিৰ
Assamese
৩১ জানুৱাৰীত ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং
Assamese
লাচিত বৰফুকনক বিকৃত ৰূপত উপস্থাপনৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল যুৱ কংগ্ৰেছ
Assamese
শিক্ষক দিৱস বৰ্জনৰ ঘোষণা ঐক্যমঞ্চৰ
Assamese
দ্বাদশ শ্ৰেণী উত্তীৰ্ণৰ বাবে ভাৰতীয় মহাকাশ সংস্থা চাকৰি আকৰ্ষণীয় দৰমহা
Assamese
গুণোৎসৱৰ পিছত অসমত এইবাৰ সগুণোৎসৱৰ পাল
Assamese
চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম
Assamese
প্ৰতাপ জ্যোতি সন্দিকৈক গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি
Assamese
বাতিল হল ৰাজ্যৰ পোন্ধৰখন বি এড কলেজৰ পঞ্জীয়ন শিক্ষককৰ্মচাৰীৰ মাজত প্ৰতিক্ৰিয়া
Assamese
১৫ আগষ্টত ছাত্ৰছাত্ৰীৰ বাবে চিনেমা হলত মিছন মংগল বিনামূলীয়া দৰ্শনী
Assamese
নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰছাত্ৰীৰ বাবে চি বি এছ ইৰ জাননী
Assamese
লুইতৰ গৰ্ভত জাহ গল বিদ্যালয় মাটিত বহি গছৰ তলত পাঠ গ্ৰহণ কণ কণ ছাত্রছাত্ৰীৰ
Assamese
অৱশেষত জামিন পালে শ্বাহৰুখ পুত্ৰ আৰিয়ান খানে দীপাৱলিৰ পূৰ্বে ঘৰলৈ
Assamese
ছুপাৰষ্টাৰ ৰজনীকান্তক দাদা চাহেব ফাল্কে বঁটা প্ৰদান
Assamese
মুম্বাইত বিলাসী ভাড়াঘৰ ললে মাধুৰী দীক্ষিতে কিমান ভাড়া জানেনে
Assamese
২৬দিনৰ অন্তত জেলৰ বাহিৰলৈ আৰিয়ান মন্নতত আদৰিলে শ্বাহৰুখগৌৰীয়ে
Assamese
পুনৰ চৰ্চাত শ্বাহৰুখ খান ইণ্টাৰনেটত খলকনি শ্বাহৰুখ অভিনীত ভিডিওৰ
Assamese
বৃক্কৰ জটিল ৰোগত আক্রান্ত অনাতাঁৰ শিল্পী কাকজানৰ থুনুমনি দত্ত সহায়ৰ আহ্বান পৰিয়ালৰ
Assamese
চলি আছে বাছনি পৰ্ব অস্কাৰৰ দৌৰত শ্বেৰনি চৰ্দাৰ উধম
Assamese
প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা মাৰ্টিন স্কৰচেজ আৰু ষ্টিভেন জাবোলৈ সত্যজিৎ ৰায় লাইফটাইম এচিভমেণ্ট বঁটা
Assamese
ডোনাল্ড ট্ৰাম্পৰ অদ্ভুত দাবী২৪ ঘণ্টাৰ ভিতৰত ৰাছিয়াইউক্ৰেইন যুদ্ধ বন্ধ কৰি দিম
Assamese
অসমত আৰক্ষীৰ এনকাউণ্টাৰ সন্দৰ্ভত পিআইএল খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে
Assamese
পূব জেৰুজালেমত উপাসনা গৃহৰ বাহিৰত বন্দুকধাৰীৰ গুলীচালনা নিহত ৭ জন লোক
Assamese
মাজনিশা হাস্পাতালত অগ্নিকাণ্ড দুজন চিকিৎসককে ধৰি পাঁচজনৰ মৃত্যু
Assamese
কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ
Assamese
মুকালমুৱাত শোকাৱহ ঘটনাবিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু
Assamese
ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ
Assamese
ইজিপ্তত ৪০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি
Assamese
কলকাতা আৰক্ষীৰ বাবে কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হব ইডেন গাৰ্ডেন
Assamese
ধনৰ অভাৱত বন্ধ দ্যুতি চান্দৰ অলিম্পিকৰ অনুশীলন বিক্ৰী কৰিবলৈ সাজু হেঁপাহৰ
Assamese
অল লাইভছ মেটাৰ ব্লেক লাইভছ মেটাৰ আন্দোলনক লুংগি এনগিদিৰ সমৰ্থনৰ পাছতে বয়েটা দিপেনাৰৰ মন্তব্য
Assamese
জাহিৰ খানৰ বাবেই ধোনী শ্ৰেষ্ঠ ভাৰতীয় টেষ্ট অধিনায়ক হিচাপে পৰিগণিত হৈছে গৌতম গম্ভীৰ
Assamese
কভিড১৯ৰ বাবে ২০২১ৰ জুনলৈকে পিছুৱাই দিয়া হল এছিয়া কাপ
Assamese
অৱসৰৰ কথা ভবা নাই ধোনীয়ে
Assamese
কটন বিশ্ববিদ্যালয়ত আয়োজন কৰা হৈছে আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ
Assamese
কেতিয়াৰ পৰা আৰম্ভ হব ঘৰুৱা ক্ৰিকেট উত্তৰত কি কলে সৌৰভ গাংগুলীয়ে
Assamese
কনাৰ পৰা সুস্থ হৈ উঠা সকলক প্লাজমা দান কৰিবলৈ আহ্বান শচীন টেণ্ডুলকাৰৰ
Assamese
দৰঙত তিনিদিন ধৰি চলা শিক্ষকৰ শ্ৰেণীবৰ্জনে বিপাঙত পেলাইছে ছাত্ৰছাত্ৰীক
Assamese
সমস্যা সমাধানৰ প্ৰসংগত মুখ্য মন্ত্ৰী সোণোৱালক সাক্ষাৎ মাধ্যমিক শিক্ষককৰ্মচাৰীৰ
Assamese
জে বি আইন মহাবিদ্যালয়ৰ অধ্যক্ষাৰ বিৰুদ্ধে পুঁজি লুণ্ঠনৰ চক্ৰান্তৰ অভিযোগ দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ
Assamese