text
stringlengths
1
2.59k
language
stringclasses
10 values
১১৭ দিনৰ মূৰত আজিৰ পৰা পুনৰ আৰম্ভ হব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট
Assamese
এনে খেলুৱৈ এটা প্ৰজন্মত এগৰাকীহে আহে আৰু ৰাষ্ট্ৰই তেওঁক মনত ৰাখে জন্মদিনত ধোনীক শুভেচ্ছা ছেহৱাগৰ
Assamese
নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰমত ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত হব বাণিজ্য
Assamese
স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰৰ হাতে লিখা ৰচনা প্ৰতিযোগিতা
Assamese
শ্বাহৰুখ পুত্ৰ আৰিয়ানৰ ভগ্নী সুহানাৰ বান্ধৱী অভিনেত্ৰী অনন্যা পাণ্ডেৰ বাসগৃহত ৰ তালাচী
Assamese
ব্ৰাজিলৰ ৪৫সংখ্যক চাও পাউলো আন্তঃৰাষ্ট্ৰায় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখালৈ জয়ছেং জয় দহোতীয়াৰ জলছবি
Assamese
আন্তঃৰাষ্ট্ৰীয় চিনেমা মহোৎসৱত উজলিল অসমীয়া চুটি ছবি
Assamese
হাইস্কুলৰ ফিক্সড পেত কৰ্মৰত শিক্ষকৰ চাকৰি নিয়মীয়া নকৰে চৰকাৰে
Assamese
অসম কন্যা ফ্লোৰিনা গগৈ ছুপাৰ ডান্সাৰৰ চেম্পিয়ন লাভ কৰিলে ট্ৰফীসহ ১৫লাখ টকাৰ নগদ পুৰস্কাৰ
Assamese
বিধানসভাৰ পবিত্ৰ সদনতে মিছা মাতিলে শিক্ষা মন্ত্ৰীয়েঅভিযোগ টেট শিক্ষকৰ
Assamese
মুম্বাইৰ বিলাসী ক্ৰুজ পাৰ্টিত জব্দ ড্ৰাগছ খানৰ পুত্ৰ আৰিয়ানক জেৰা এনচিবিৰ
Assamese
ছলনাময়ী ললনা চাওক বহু প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা এইগৰাকী মোহময়ী অভিনেত্ৰীৰ কাণ্ড
Assamese
আকৌ হাফপেণ্ট এইবাৰ হাফপেণ্ট পিন্ধি চৰকাৰী অনুষ্ঠানত ভাগ ললে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে
Assamese
উভতি আহিছে ৰানাঘাটৰ ৰাণু মণ্ডল ৰূপালী পৰ্দাৰ বায়পিকত ৰাণুৰ চৰিত্ৰত কোনে কৰিব অভিনয়
Assamese
ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ
Assamese
টেংকেৰে আৰম্ভ ইয়াৰ পিছত পাৰমাণৱিক বোমাবিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ
Assamese
ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ নিহত কমেও ১১ জন
Assamese
চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আলছুদানী
Assamese
বলীউডত পূৰ্ণাংগ ছবিৰ পৰিচালকৰূপে পদাৰ্পণ বিশ্বনাথৰ এজন যুৱকৰ
Assamese
অসমৰ তিনিগৰাকী বৰেণ্য ব্যক্তিলৈ পদ্মশ্ৰী সন্মান
Assamese
ত্ৰিপুৰাৰ বিধান সভা নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা তালিকাত নাম নাই মাণিক চৰকাৰৰ
Assamese
প্ৰধান শিক্ষক অবিহনেই চলি আছে ৰাজ্যৰ সকলো প্ৰাথমিক বিদ্যালয় প্ৰাথমিক শিক্ষক সন্থা
Assamese
বহু বছৰলৈকে শাসনত থাকিব হিমন্ত বিশ্ব ২০২৩২৪ ৰ পঞ্জীকাৰ ভৱিষ্যত বাণী
Assamese
তামিলনাডু বিধানসভাৰ অশোভনীয় পৰিস্থিতিয়ে কি ইংগিত দিয়ে
Assamese
বিশ্ব ৰেংকিঙৰ শীৰ্ষত অসমৰ তিনিগৰাকী মণিপুৰৰ দুগৰাকী বক্সাৰৰ স্থান লাভ
Assamese
পৰিয়ালক সময় দিয়াৰ বাবেই ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ পদ প্ৰত্যাখান কৰিছিল ৰাহুল দ্ৰাবিড়ে
Assamese
অন্যতম জনপ্ৰিয় বিদেশী টি২০ লীগত খেলা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হব টাম্বে
Assamese
প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ আনোৱাৰ হুছেইন হাজৰিকাৰ দেহাৱসান
Assamese
আদিল হুছেইন আৰু ৰাধিকা আপ্তেৰ ঘনিষ্ঠ এখন ভাইৰেল ছবিয়ে ছচিয়েল মিডিয়াত তুলিছে খলকনি
Assamese
মৰ্মান্তিক হৃদৰোগত আক্ৰান্ত হৈ হঠাতে মৃত্যুক সাৱটিলে বিগ বছ১৩ৰ বিজয়ী অভিনেতা সিদ্ধাৰ্থ শুক্লাই
Assamese
ড্ৰাগছ খুৱাই ভিডিঅ কৰি পৰ্ণৰ বাবে ব্লেকমেইলিং বলীউদত সাধাৰণ ঘটনাশ্ৰুতি
Assamese
সম্পূৰ্ণ কভিড বিধি পালনেৰে টীয়কত আছুৰ কভিড সজাগতামূলক গীত মুকলি
Assamese
মন্দাৱস্থাৰ প্ৰভাৱ আমেৰিকা যুক্তৰাষ্ট্ৰত চাকৰি হেৰুৱাই বিপদত হাজাৰ হাজাৰ ভাৰতীয়
Assamese
শগুণৰ মৃত্যু উপত্যকাত পৰিণত হৈছে শিৱসাগৰ
Assamese
বালিকা বধু ধাৰাবাহিকখ্যাত অভিনেত্ৰী সুৰেখা ছিক্ৰিৰ মৃত্যু বলীউডত শোকৰ ছাঁ
Assamese
ভূমিকম্পত কঁপি উঠিল ৰাজধানী দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বহু অঞ্চল আতংকিত নাগৰিক
Assamese
ন্যায়াধীশসকলেতো আৰু নিৰ্বাচন খেলিব নালাগেকলেজিয়াম বিতৰ্কৰ মাজতে পুনৰ কটাক্ষ ৰিজিজুৰ
Assamese
অসম আৰক্ষীৰ বীৰংগনা ওপৰত তথ্যচিত্ৰৰ শ্বুটিঙৰ বাবে গুৱাহাটীত বলীউদ তাৰকা ছাৰা আলী খান
Assamese
গ গ্ৰীণ অৰ্গেনাইজেশ্বনৰ উদ্যোগত গোলাঘাটত আলাপেৰেআদৰেৰে শীর্ষক ব্যতিক্রমী অনুষ্ঠান
Assamese
স্বামী ৰাজ কুন্দ্ৰাৰ কুকীৰ্তি জনপ্ৰিয় ৰিয়েলিটি শ্ব ছুপাৰ ডান্সাৰ পৰা শিল্পা আউট কৰিশ্মা ইন
Assamese
চিকিৎসকৰ প্ৰেচক্ৰিপচন নোহোৱাকৈ শিশুক ঔষধ খুওৱাটো সমীচিন নে
Assamese
সকলো মিছাৰ ওপৰত চলি আছে মোডীৰ ওচৰত চাৰ্জিকেল ষ্ট্ৰাইকৰ কোনো প্ৰমাণ নাইদিগ্বিজয় সিং
Assamese
২০১১ বিশ্বকাপৰ ফাইনেল ফিক্স কৰাৰ অভিযোগত ছাংগাকাৰক ১০ ঘণ্টা জেৰা
Assamese
সংকটত কেৰিয়াৰ শ্ৰীলংকাৰ উইকেটকীপাৰ বেটছমেন কুছল মেণ্ডিছক গ্ৰেপ্তাৰ
Assamese
ডেভিড ৱাৰ্ণাৰক আমেৰিকাৰ মহান ফাইটাৰ ফ্লইড মেৱেডাৰৰ সৈতে তুলনা বেটিং প্ৰশিক্ষকৰ
Assamese
অসমৰ বানাক্ৰান্ত জনতালৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২৫০০০০০ টকাৰ সাহায্য
Assamese
আইন উলংঘাৰে শিক্ষানুষ্ঠানৰ দাঁতিতে চলি আছে ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰী
Assamese
আজি মৃত্যু বাৰ্ষিকীত ড০ এ পি জে আব্দুল কালামক স্মৰণ দেশৰ লগতে উত্তৰপূৰ্বাঞ্চলবাসীৰ
Assamese
কোহলীত কৈ পাকিস্তানী ক্ৰিকেটাৰৰ সৈতে তুলনা কৰিলে মই বেছি গৌৰৱ অনুভৱ কৰিম বাবৰ আজম
Assamese
আন্দোলনৰ বাবে সাজু পাঁচমাহে দৰমহাৰ পৰা বঞ্চিত ৰাজ্যখনৰ ৫৯২৪ গৰাকী হাইস্কুল শিক্ষক
Assamese
বিদেশৰ ভূমিত আই পি এল অনুষ্ঠিত কৰাৰ ইংগিত দিলে বি চি চি আইয়ে
Assamese
বিবাহপাশত আৱদ্ধ হল অলিম্পিয়ান আৰ্চাৰ দীপিকা আৰু অতনু
Assamese
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় মাদ্ৰাছাত শিক্ষক নিযু্ক্তিৰ ক্ষেত্ৰত বাধ্যতামূলক টেট পৰীক্ষা
Assamese
প্ৰতিবাদৰ মাজতে কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিলে ইউনিফৰ্মৰ ৰং পৰিধান কৰাটো বাধ্যতামূলক
Assamese
বেংকৰ চাকৰি বিচৰাসকলৰ বাবে সুখৱৰ এছ বি আইত ওলাইছে চাকৰি লোভণীয় দৰমহা
Assamese
এ পি এছ চিৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচীৰ সংশোধন ২ আগষ্টৰ পৰা ২৯ আগষ্টলৈ চলিব পৰীক্ষা
Assamese
প্ৰতিবন্ধীক উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ
Assamese
অনলাইনত কৰিছিল মদৰ অৰ্ডাৰ প্ৰতাৰণাৰ বলি অভিনেত্ৰী শ্বাৱানা আজমী
Assamese
নিয়মীয়া হোৱাৰ পথত অসমৰ ৪১ হাজাৰ টেট শিক্ষকৰ চাকৰি
Assamese
পোন্ধৰ বছৰীয়া দাম্পত্য জীৱনৰ ইতি আমিৰ খানকিৰণ ৰাওৰ বিচ্ছেদ ঘোষণা
Assamese
জালিয়াতিৰ অভিযোগত বলীউদ তাৰকা চলমান খানকে ধৰি ৯জনক আৰক্ষীৰ চমন
Assamese
বলীউডৰ কিংবদন্তী অভিনেতা দিলীপ কুমাৰৰ মৃত্যু প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন জনৰ শোক
Assamese
মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ চৰকাৰ আৰু ন্যায়পালিকাৰ সংঘাতৰ মাজতে টুইট মোডীৰ
Assamese
প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ জন্মদিনত ৩১ হাজাৰ গজালেৰে ছবি আঁকি অসমৰ অনুৰাগীৰ শ্ৰদ্ধাঞ্জলি
Assamese
প্ৰসিদ্ধ চিত্ৰ নিৰ্মাতা কবি বুদ্ধদেৱ দাসগুপ্তাৰ পৰলোকপ্ৰাপ্তি ৰাষ্ট্ৰপতিপ্ৰধানমন্ত্ৰীকে ধৰি বিভিন্নজনৰ শোক
Assamese
প্ৰতিটো ভোটৰ বাবদ ৬০০০ টকা দিয়াৰ ঘোষণা বিজেপি নেতাৰ মন্তব্যই জোকাৰিছে কৰ্ণাটক
Assamese
শ্বাসপ্ৰশ্বাসত কষ্ট পুনৰ হাস্পাতালত ভৰ্তি বলীউদৰ কিংবদন্তি অভিনেতা দিলীপ কুমাৰ
Assamese
১০ টকীয়া ৩০ খন নোট গণনা কৰাত ব্যৰ্থ দৰা বিয়া বাতিল কৰি দিলে কইনাই
Assamese
কেলিফৰ্ণিয়াত গুলীয়াই ১০ জনক হত্যা বৃদ্ধ বন্দুকধাৰীৰ আৰক্ষীৰ বেহুত আত্মঘাতী আততায়ী
Assamese
বিৰাট কোহলীক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰ আখ্যা অষ্ট্ৰেলিয়াৰ অধিনায়ক এৰন ফিন্সৰ
Assamese
নিষিদ্ধ হলেও খেলুৱৈ সকলে অভ্যাসবশত বলত থু লগাব ভাৰতীয় আম্পায়াৰ নিতিন মেনন
Assamese
ভাৰতত কিয় ফেয়াৰ এণ্ড লাভলি নামৰ ক্ৰীম আছে ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ ডাৰেণ চামীৰ প্ৰশ্ন
Assamese
ধোনীৰ স্থান অন্য খেলুৱৈয়ে লোৱা সহজ নহব বুলি মন্তব্য ভাৰতীয় বেটিং প্ৰশিক্ষকৰ
Assamese
ক্ৰিকেটত বৰ্ণবাদক মেচ ফিক্সিং আৰু ডপিঙৰ সম পৰ্যায়ৰ অপৰাধ হিচাপে গণ্য কৰিব লাগে জেচন হোল্ডাৰ
Assamese
হঠাতে বিয়া পাতিলে বলীউদৰ অভিনেত্ৰী য়ামি গৌতমে দৰা কোন জানেনে
Assamese
আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰাজেন দাস পৰিচালিত লাইফ ইন্‌ এ পাপেটলৈ শ্ৰেষ্ঠ ছবিৰ সন্মান
Assamese
ধৰ্ষণৰ অভিযোগত উত্তাল বলিউড জনপ্ৰিয় অভিনেতাসহ ৯জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু
Assamese
প্ৰেমত ঘুৰিছে ভূমণ্ডল ৯৩ বছৰ বয়সত চতুৰ্থবাৰৰ বাবে বিবাহপাশত আৱদ্ধ হল মহাকাশচাৰী বাজ এলড্ৰিন
Assamese
দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ তৰিলে বলিউডৰ অভিনেত্ৰী জুহি চাওলাই কিয় আৰু কাৰ ওপৰত
Assamese
স্বয়ং আমেৰিকাৰ ৰাষ্ট্ৰপতি বিডেনৰ ঘৰতে ৰ অভিযান মাৰাথন তালাচীত উদ্ধাৰ বহু গোপন নথি
Assamese
২০০২ৰ সংঘৰ্ষৰ বাবে মোডী পোনপটীয়াকৈ জগৰীয়াব্ৰিটেইনৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী জেক ষ্ট্ৰ
Assamese
বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে টাৰ্জানএ এতিয়ালৈকে হোৱা নাই মৃতদেহ উদ্ধাৰ
Assamese
মোডীৰ নিৰ্দেশো অমান্য হিমন্তৰ পাঠানক লৈ তাণ্ডৱৰ পিছত মুখ্যমন্ত্ৰীৰ প্ৰশ্নকোন শ্বাহৰুখ খান
Assamese
দীৰ্ঘদিনৰ বিৰতিৰ অন্তত প্ৰশিক্ষণলৈ উভতিল ভাৰতীয় দলৰ তাৰকা অপেনিং বেটছমেন ৰোহিত শৰ্মা
Assamese
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰত নতুন মোৰ বন্ধু সিদ্ধাৰ্থ পিথানিক গ্ৰেপ্তাৰ
Assamese
চৰাইদেউলৈ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আনুষ্ঠানিক ঘোষণা বাকী
Assamese
পুনৰ মস্কোগোৱা বিমানত বোমাতংক উজবেকিস্তানত কৰা হল জৰুৰী অৱতৰণ
Assamese
মহানগৰীৰ নাৰেংগীত পাঠানৰ পোষ্টাৰ জ্বলালে বজৰং দলে
Assamese
মোৰ অলপো লাজ নাই নিজৰ অৰ্ধনগ্ন ফটো সম্পৰ্কে এইগৰাকী অভিনেত্ৰীৰ ভাষ্য
Assamese
গোৱালপাৰাৰ ৰংজুলিত প্ৰয়াস উদ্যোগত গণিতৰ বিনামূলীয়া কৰ্মশালা অনুষ্ঠিত
Assamese
নতুন ট্ৰেক্টৰ লৈ জৈৱিক খেতিত ব্যস্ত মহেন্দ্ৰ সিং ধোনী ভাইৰেল ভিডিঅ
Assamese
জন্মদিনৰ দিনা অনুৰাগীৰ পৰা এটা বিশেষ প্ৰস্তাৱ লাভ কৰিলে শ্বাহৰুখ কন্যা সুহানাই চাওক
Assamese
প্ৰচণ্ড শীত প্ৰবাহৰ ফলত ডিব্ৰুগড়ৰ মৰানত দুটি শিশুৰ মৃত্যু
Assamese
অন্ধবিশ্বাস সন্তান লাভৰ আশাত মানুহৰ হাড়ৰ গুৰি খুৱাই দিয়াৰ অভিযোগ মহিলাৰ
Assamese
কিয় ২০০৭ চনৰ টি২০ বিশ্বকাপ নেখেলিলে শচীন আৰু গাংগুলীয়ে
Assamese
নতুন যুগৰ সাংবাদিক হব খোজে আজিয়েই যোগ দিয়ক টিজেএছত
Assamese
টেট পৰীক্ষাক প্ৰত্যাহ্বান জনায় ১৫৫ জন টেট শিক্ষকৰ উচ্চতম ন্যায়ালয়ত গোচৰ
Assamese
বানপানীৰ বাবে পিছুৱাই দিয়া হল বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ.আৰু ৰ নাম ভৰ্তি প্ৰক্ৰিয়া
Assamese
লকডাউনৰ নিয়ম উলংঘাৰ বাবে প্ৰাক্তন ক্ৰিকেটাৰ ৰবীন সিঙক ৫০০ টকাৰ জৰিমনা গাড়ী জব্দ
Assamese
শচীন নহয় দ্ৰাবিড়হে ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ টেষ্ট বেটছমেন
Assamese