text
stringlengths
1
2.59k
language
stringclasses
10 values
১০ জুলাইত ঘোষণা কৰা হব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকৰ ফলাফল
Assamese
অসমৰ ছাত্ৰছাত্ৰীয়ে আৰ এছ এছৰ বিষয়ে জানিব নালাগে নেকি
Assamese
পুনৰ এবছৰলৈ বৃদ্ধি ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰিৰ ম্যাদ
Assamese
কাৰ ভুলৰ বাবে মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হব নোৱাৰিলে শিৱসাগৰৰ ৪১ গৰাকী পৰীক্ষাৰ্থীয়ে
Assamese
মই কলেজীয়া ছাত্ৰছাত্ৰীৰ মুখৰ জেউতি সদায় চাব বিচাৰো নলবাৰী মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উদ্বোধনী বক্তৃতা অনুষ্ঠানত হোমেন বৰগোহাঞি
Assamese
হাফলং আৰু মাইবাং কলেজত বি এড পাঠ্যক্ৰম অন্তৰ্ভুক্তি কৰাৰ দাবী ডি এল এমৰ
Assamese
বিশিষ্ট চলচ্চিত্ৰ পৰিচালক দাৰা আহমেদৰ পৰলোকপ্ৰাপ্তি মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ
Assamese
গোধ্ৰা কাণ্ডৰ ছাঁ কিয় বাৰে বাৰে উঠি আহিছে মোদীৰ নাম কি আছে ৰ তথ্যচিত্ৰত
Assamese
আইআইটি খড়গপুৰত অসমৰ ছাত্ৰৰ মৃত্যুৰ ঘটনাত সঞ্চালকক ভৰ্ৎসনা আদালতৰ
Assamese
ডিজিটেল ইণ্ডিয়া সম্পূৰ্ণ মবাইলত মগ্ন বান্দৰৰ দলৰ ভিডিঅ পোষ্ট কৰি মন্তব্য কিৰেন ৰিজিজুৰ
Assamese
আমি একটা কব্ৰা বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত হিংসাত্মক সংলাপ মাতি বিপদত মিঠুন
Assamese
সহস্ৰাধিক কভিড আক্ৰান্তক ফোনযোগে গান শুনাই দেশজুৰি সমাদৰ লাভ অসমৰ এই শিল্পীৰ
Assamese
গাড়ীত ছিটবেল্ট নমৰাৰ বাবে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকক জৰিমনা ভুলৰ বাবে বিচাৰিলে ক্ষমা
Assamese
অবাক হৈ পৰিল মিয়া খালিফা পাকিস্তানত নিষিদ্ধ প্ৰাক্তন পৰ্ণষ্টাৰগৰাকীৰ টিকটক একাউণ্ট
Assamese
আশা হেৰুৱাই নেপেলাব ভাৰতলৈ আহ্বান বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এই পপ গ্ৰুপৰ
Assamese
ধৰ্ষণৰ অভিযোগত অভিযুক্ত হল অভিনেত্ৰী কংগনাৰ ব্যক্তিগত বডীগাৰ্ড গোচৰ ৰুজু
Assamese
এটা নগ্ন ভিডিঅ ভাইৰেল হোৱাৰ পাছত ৪ দিন ঘৰৰ পৰা ওলোৱা নাছিল এইগৰাকী অভিনেত্ৰী
Assamese
লকডাউনৰ সময়ত একেলগে দিনৰাতি কটাইছে ৰণবীৰআলিয়াই চাওক এই ভিডিঅ
Assamese
হঠাতে ৰাহুল গান্ধীৰ প্ৰেমিকাক লৈ কিয় তোলপাৰ চছিয়েল মিডিয়া কোলাত কোন এই প্ৰেমিকা
Assamese
বিশ্বৰ শীৰ্ষস্থানৰ টেনিছ খেলুৱৈ নভাক জকভিচ কনাত আক্ৰান্ত
Assamese
গুৱাহাটীত হবলগীয়া ফিফা ১৭ বছৰ অনূৰ্দ্ধৰ বিশ্বকাপ মহিলা ফুটবলৰ তাৰিখ ঘোষণা
Assamese
ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে কনা আক্ৰান্ত পাকিস্তানৰ তিনিগৰাকী ক্ৰিকেটাৰ
Assamese
ফখৰ জামান মহম্মদ হাফিজকে ধৰি পাকিস্তানৰ ১০ গৰাকী ক্ৰিকেটাৰ কনা আক্ৰান্ত
Assamese
কটন বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সেউজ বহনক্ষম আৰু উদ্ভাৱনী বিজ্ঞান সন্মিলন
Assamese
টি২০ বিশ্বকাপৰ খিতাপ দখলৰ সপোন দেখি আছে পাকিস্তানে
Assamese
শচীনক কেইবাবাৰো ভুল সিদ্ধান্তৰে আউট দিছিল বুলি মানি ললে ষ্টিভ বাকনাৰে
Assamese
২৬ ছেপ্তেম্বৰৰ পৰা আই পি এল আয়োজনৰ কুচকাৱাজ চলাইছে বি চি চি আইয়ে
Assamese
অসমীয়াকে ধৰি ২২ টা ভাষাত অনুবাদ কৰি প্ৰকাশ কৰা হব বিশ্ববিদ্যালয় পৰ্যায়ৰ পাঠ্যপুথি
Assamese
শ্বেণ ৱাৰ্ণতকৈও অধিক উইকেট লোৱা এইগৰাকী ভাৰতৰ মহান ক্ৰিকেটাৰৰ মৃত্যু
Assamese
খহনীয়াত জাহ যাওঁ যাওঁ এখন বিদ্যালয় অন্ধকাৰৰ দিশে অৰ্ধশতাধিক ছাত্ৰছাত্ৰীৰ ভৱিষ্যৎ
Assamese
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত মুকলি হব অসমীয়া বিভাগ
Assamese
পঞ্চভূতত বিলীন হল কবি নীলমণিকবিৰ ইচ্ছামতেই শেষকৃত্য সম্পন্ন ভূতনাথত
Assamese
প্ৰচণ্ড শীতপ্ৰবাহ ঠাণ্ডাত কমেও ৭০ জন লোকৰ মৃত্যু আফগানিস্তানত
Assamese
অষ্ট্ৰেলিয়াত আৱিষ্কৃত বিশাল আকৃতিৰ ভেকুলী নাম দিয়া হৈছে টোডজিলা
Assamese
অসুস্থ পৃথিৱীৰ খৱৰ কঙ্গোত গণ কবৰত উদ্ধাৰ শিশুসহ ৪৯ জন লোকৰ মৃতদেহ
Assamese
চৰকাৰৰ ৰঙা চকুলৈ কেৰেপ নকৰি দিচপুৰ চলো কাৰ্যসূচী লৈ ৰাজপথত শিক্ষক
Assamese
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো প্ৰতিবন্ধী সকলক লৈ গুৱাহাটী বিশ্ববিদ্যালয়ে হেতালি খেলাৰ অভিযোগ
Assamese
সকলোকে আচৰিত কৰি হঠাতে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্ণৰ পদত্যাগ
Assamese
বজালীৰ গোবিন্দপুৰত ভয়ংকৰ ঘটনা মৰেল পুলিচৰ আক্ৰমণত নিহত যুৱক
Assamese
স্বয়ং দিল্লী মহিলা আয়োগৰ মুৰব্বীৰে শ্লীলতাহানি গাড়ীৰে টানিহেঁচুকি নিলে সুৰাসক্তই
Assamese
শিৱসাগৰত কিশোৰ সৱলীকৰণ বিষয়ক মাণ্ডলিক পৰ্য্যালোচনা সভাত কি কলে উপায়ুক্ত লক্ষ্মণনে
Assamese
শদিয়াত ছাত্ৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ
Assamese
২০২০ বৰ্ষৰ মিছ ইউনিভাৰ্ছৰ মুকুট পৰিধান কৰিলে মেক্সিকোৰ এইগৰাকী সুন্দৰীয়ে
Assamese
শ্বুটিং কৰি থকা অৱস্থাতে আঘাতপ্ৰাপ্ত হল নিক জোনাছ হস্পিতালত ভৰ্তি
Assamese
অসমত দ্বিতীয়খন সৈনিক স্কুল স্থাপনৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙলৈ সাংসদ গৌৰৱ গগৈৰ পত্ৰ
Assamese
বলিউডৰ অনেক চিনেমাৰ অফাৰ প্ৰত্যাখ্যান কৰিছিল এইগৰাকী পাকিস্তানী অভিনেত্ৰীয়ে কিয়
Assamese
কৰনাত আক্ৰান্ত হৈ চলচ্চিত্ৰ পৰিচালক শম্ভু গুপ্তাৰ পৰলোকপ্ৰাপ্তি মুখ্যমন্ত্ৰীৰ শোক
Assamese
নিজৰ মৃ্ত্যুৰ উৰাবাতৰি নহয় আন এটা কাৰণতহে জীৱনত প্ৰথম ভয় খালে শক্তিমান মুকেশ খান্নাই
Assamese
সুখবৰ নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হব অসমীয়া ছুটি ছৱি উৎপল বৰপুজাৰীৰ শগুন
Assamese
ক্ষোভত ফাটি পৰিল শক্তিমান মুকেশ খান্না কাক খেদি খেদি পিটিবলৈ উপদেশ দিলে শক্তিমানে কিয়
Assamese
১৫০ টকাতে বিয়া পাতিলে এহাল তাৰকা দম্পত্তিয়ে বিয়াৰ বাবে থোৱা পইচা দান কৰিব কভিড আক্ৰান্তক
Assamese
টেট পৰীক্ষাৰ বাবে বাধ্যতামূলক নহয় বি এড অথবা ডি এল এড ডিগ্ৰী
Assamese
মাতৃ দিৱস উপলক্ষে ৰিয়া চক্ৰৱৰ্তীয়ে মনত পেলালে সৰুতে তেওঁক মাকে কি উপদেশ দিছিল চাওক
Assamese
কভিড১৯ক লৈ এইবাৰ নতুন কনস্পাইৰেচী থিয়ৰী আৱিষ্কাৰ কংগনাৰ জানিলে অবাক হব আপুনি
Assamese
ধোঁৱাচাঙত খোৱাপানী যোগান আঁচনি জলবৰ্ডক ১৪ দিন সময় দিলে উচ্চ ন্যায়ালয়ে
Assamese
সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হীৰেন গোহাঁই আৰু অজিত কুমাৰ ভূঞাৰ
Assamese
নিৰ্বাচনমুখী মেঘালয়ত দল ত্যাগৰ ঢৌ পাঁচ বিধায়কে নিজ দল এৰি যোগ দিলে ইউনাইটেড ডেমক্ৰেটিক পাৰ্টিত
Assamese
ঘোষণা হল উত্তৰপূবৰ তিনি ৰাজ্যৰ নিৰ্বাচনৰ দিন
Assamese
ভাৰতীয় ক্ৰিকেট দলৰ সৈতে জড়িত হোৱাৰ আগ্ৰহ প্ৰাক্তন অধিনায়ক মহম্মদ আজাহাৰুদ্দিনৰ
Assamese
ত্ৰিপুৰাৰ প্ৰতিভাৱান যুৱ মহিলা ক্ৰিকেটাৰ আয়ান্তি ৰিয়াঙৰ আত্মহত্যা
Assamese
২০২০ বৰ্ষৰ ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে ধিং এক্সপ্ৰেছ হিমা দাসৰ নাম মনোনীত অসম চৰকাৰৰ
Assamese
ৰহস্য উৰিষ্যাৰ প্ৰাক্তন ফুটবলাৰৰ অসমত মৃত্যু মিজোৰামলৈ প্ৰেৰণ কৰা হল মৃতদেহ
Assamese
দিল্লীত হব পৃথক কমতাপুৰৰ চূড়ান্ত সিদ্ধান্ত ম্যানমাৰৰ জংঘলৰ পৰা ওলাই আহিল জীৱন সিংহ
Assamese
অসমৰ মুখ্যমন্ত্ৰীয়ে এইবোৰ কি কৈছে
Assamese
পুনৰ দেৱদূতৰ ৰূপত ছনু সুদ প্ৰাণৰক্ষা কৰিলে ২২জনকৈ কভিড ৰোগীৰ যোগান ধৰিলে অক্সিজেন
Assamese
কৰনাত আক্ৰান্ত কংগনা ৰানাৱট সম্প্ৰতি হোম কোৱাৰেন্টাইনত আছে অভিনেত্ৰীগৰাকী
Assamese
কভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে সংগীতশিল্পী লাকী আলিয়ে কি কলে অভিনেত্ৰী নাফিছা আলিয়ে
Assamese
কভিড লকডাউন দিল্লীত ১০০০০ প্ৰব্ৰজিত শ্ৰমিকক খাদ্য সামগ্ৰী বিতৰণ কৰিব ছানি লিয়নীয়ে
Assamese
নিৰ্বাচনত পৰাজিত অভিনেত্ৰীক নগৰৰ নটী আখ্যা বংগৰ বিজেপি নেতা তথাগত ৰায়ৰ বিতৰ্কৰ সূত্ৰপাত
Assamese
টুইটাৰে কৰিলে চিৰদিনলৈ নিষেধাজ্ঞা ইনষ্টাগ্ৰামত কন্দনামুৱা হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কংগনাৰ
Assamese
জলছবি
Assamese
১০০ কোটি টকাৰ চিনেমাতকৈ কৰোণা ৰোগীৰ সেৱাত বেছি তৃপ্তি কলে চনু সুদে
Assamese
স্কুল বেগ কিনি দিবলৈ পইচা নাছিল পিতৃৰ কিন্তু তেওঁ গ্ৰহণ কৰা পদক্ষেপে দৃষ্টি কাঢ়িলে বিশ্বৰ
Assamese
ভাৰতৰ কভিড যুদ্ধ অনুৰাগীক বৰঙনি যোগাবলৈ আহ্বান আমেৰিকাৰ এই দুগৰাকী জনপ্ৰিয় পপষ্টাৰৰ
Assamese
অস্কাৰৰ শ্ৰেষ্ঠ ছবিৰ সন্মান নোমাডল্যাণ্ডলৈ আৰু কোনে কোনে পালে শ্ৰেষ্ঠত্বৰ খিতাপ
Assamese
কনাত আক্ৰান্ত হল শ্বাহিদ আফ্ৰিদী আৰোগ্য কামনা কৰি কি কলে গৌতম গম্ভীৰে
Assamese
প্ৰতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুত শোকস্তব্ধ ক্ৰিকেট জগত
Assamese
মদ আৰু ধঁপাত জাতীয় সামগ্ৰীৰ বিজ্ঞাপন কিয় নকৰে শচীন টেণ্ডুলকাৰে
Assamese
ঘৰুৱা ক্ৰিকেটৰ মহান বেটছমেন ৱাছিম জাফাৰে ক দিছে কেতবোৰ পৰামৰ্শ
Assamese
অচিৰে ৰাজ্যত নিযুক্তি দিয়া হব ১৪০০ কলেজ শিক্ষকক শিক্ষা মন্ত্ৰী
Assamese
কৃষ্ণাইত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰছাত্ৰীক অভিনন্দন জ্ঞাপন
Assamese
অহা বছৰৰ পৰা অসমৰ কলেজ বিশ্ববিদ্যালয়ত নাথাকিব উচ্চতৰ মাধ্যমিক শ্ৰেণী
Assamese
তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা ৰ ফলাফল ঘোষণা
Assamese
বিশ্বৰ বয়োজেষ্ঠ ক্ৰিকেটাৰ বসন্ত ৰাইজিৰ ১০০ বছৰ বয়সত দেহাৱসান
Assamese
ডোপিং টেষ্টত ব্যৰ্থ ভাৰতৰ তাৰকা দৌৰবিদ গোমাথি মাৰিমুথুক চাৰি বছৰৰ বাবে নিলম্বন
Assamese
মহাৰাষ্ট্ৰৰ দৰে অসমতো খিলঞ্জীয়া ভাষাৰ শিক্ষা বাধ্যতামূলক কৰাৰ আহ্বান সাহিত্য সভাৰ
Assamese
অসমত এম বি বি এছৰ পাঠ্যক্ৰমত বৃদ্ধি পাব অতিৰিক্ত ১৭৪খন আসন
Assamese
শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ বিপুল প্ৰস্তুতি
Assamese
ৰাজ্য চৰকাৰৰ জ্যোতি স্মৰণ কৃপাত জ্যোতিপ্ৰসাদৰ নজন্ম পঞ্জিকা
Assamese
ভাতৃ বৰুণ গান্ধীয়ে কংগ্ৰেছত যোগদান কৰিব নেকি কি কলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে
Assamese
নিজ ৰাজ্যত দলৰ বিজয়ত ব্যৰ্থ হলেও লোকসভা নিৰ্বাচনলৈকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি থাকিব নাড্ডা
Assamese
ৰাস্তাত পেলালে জলন্ত চিগাৰেটৰ টুকুৰাআদালতে বিহিলে ৫৫ হাজাৰ টকাৰ জৰিমনা
Assamese
কোন গ্ৰুপৰ তেজ শৰীৰত থাকিলে ষ্ট্ৰোকৰ আশংকা আটাইতকৈ বেছি সন্ধান ওলাল গৱেষণাত
Assamese
চিচিলিত গ্ৰেপ্তাৰ ৩০ বছৰ ধৰি পলাতক ইটালীৰ মষ্ট ৱান্টেড মাফিয়া সম্ৰাট মাট্টেও মেছিনা ডেনাৰোক
Assamese
ডিব্ৰুগড়ত শিহৰণকাৰী ঘটনাপথত ওলাল নৱজাত শিশুৰ ছিন্ন মুণ্ড
Assamese
নিসংগতাত ভুগিছে কিম জংউন টেটুলৈকে মদ গিলি দিনেৰাতি হেনো কৰিছে কন্দাকটা
Assamese
ঘাতক কুম্ভমেলা প্ৰাণ কাঢ়িলে বলিউডৰ সংগীত পৰিচালক শ্ৰাৱণ ৰাঠোড়ৰ পুত্ৰৰ বিস্ফোৰক ভাষ্য
Assamese
হঠাৎ পাকিস্তানে হৃদয় জিনিলে কংগনা ৰানাৱটৰ দেশখনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল কিয়
Assamese
পৰম্পৰাগত ধাৰাৰ বিপৰীতে অগতানুগতিক চিন্তাধাৰাৰে ৰীলড্ৰামাৰ নতুন ৱেব শৃংখলা ফিচা
Assamese
হৃদৰোগত আক্ৰান্ত হৈ বলীউডৰ জনপ্রিয় অভিনেতা অমিত মিস্ত্ৰীৰ মৃত্যু
Assamese