text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
বন্ধু হিচাপেই থকাই ভাল প্ৰেমিকৰ সতে ব্ৰেকআপ হল হলিউড তাৰকা জেনিফাৰ লোপেজৰ | Assamese |
এগৰাকী বেংক কৰ্মচাৰীৰ অংক ৩৭দিনত তিনিবাৰ ডিভোৰ্ছ চাৰিবাৰ বিয়া ঘটনাটো কি | Assamese |
কভিড পজিটিভ হল অভিনেতা ছনু সুদ কোৱাৰেণ্টাইনৰ সময়খিনি পাৰ কৰিব ব্যতিক্ৰমীভাৱে | Assamese |
কৰনাত প্ৰাণ হেৰুৱালে বলীউদৰ জনপ্ৰিয় সংগীত পৰিচালক নাদিমশ্ৰাৱণ যুটীৰ শ্ৰাৱণ ৰাঠোৰে | Assamese |
সাম্প্ৰদায়িক ঘৃণাক প্ৰতিৰোধ কৰিবলৈ এটা চিৰসেউজ গানৰ তালত নাচি উঠিছে অসংখ্য লোক কত | Assamese |
পপষ্টাৰ টেইলৰ চুইফটৰ গানত গুজৰাটৰ মুখ্যমন্ত্ৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজনক কিয় | Assamese |
ওড়িশা এফ চিত চুক্তিবদ্ধ হৈছে অসমৰ প্ৰতিভাৱান ফুটবলাৰ বাওৰিংদাও বড়ো | Assamese |
প্ৰতিযোগিতা নিৰপেক্ষ হব লাগে কেবল বেটছমেনৰ পক্ষত সকলো হব নালাগে আই চি চিৰ নতুন নিয়ম সম্পৰ্কত ইশান্ত শৰ্মা | Assamese |
আন্তঃৰাষ্ট্ৰীয় ফুটবলত ১৫ বছৰ সম্পূৰ্ণ সুনীল চেত্ৰীৰ অৱসৰ সম্পৰ্কে দিলে ডাঙৰ মন্তব্য | Assamese |
কনাৰ সংক্ৰমণৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ জিম্বাবুৱে আৰু শ্ৰীলংকা ভ্ৰমণ স্থগিত | Assamese |
কটন বিশ্ববিদ্যালয়ত চাকৰি ১০৯ টা পদৰ নিযুক্তিৰ বাবে আবেদন আহ্বান | Assamese |
আন্তৰ্জাতিক যোগদিৱস উপলক্ষে বুঢ়ীখামাৰ মাদ্ৰাছাৰ ছাত্ৰই কৰিলে যোগাভ্যাস | Assamese |
গোলাঘাটত ঠিকাভিত্তিত প্ৰাথমিক টেট শিক্ষকৰ ধৰ্ণা মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ | Assamese |
ৰাজ্যৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানসমূহত খালী আছে শ শ পদ ২০১২ চনৰ পৰা হোৱা নাই নিযুক্তি | Assamese |
অসমৰ নিবনুৱালৈ সুখবৰজাপানছিংগাপুৰৰ কোম্পানীয়ে দিব নিয়োগৰ সুবিধা | Assamese |
ভাৰতপাকিস্তান সংযুক্ত টি২০ একাদশত কোন পাঁচ গৰাকী ভাৰতীয় ক্ৰিকেটাৰক স্থান দিলে বাবৰ আজমে | Assamese |
বাঘজানৰ জুইত মৃত্যু অসমৰ ৰাজ্যিক ফুটবল দলৰ প্ৰাক্তন গলৰক্ষকৰ | Assamese |
আই চি চিৰ বলত থু লগাব নোৱাৰা নিৰ্দেশনাৰ পাছত টেষ্ট ক্ৰিকেটত ৫০ অভাৰত নতুন বল দিয়াৰ পোষকতা শচীনৰ | Assamese |
য়ুনিছ খান পাকিস্তানৰ মুখ্য বেটিং প্ৰশিক্ষক নিযুক্ত ৩০ জুলাইৰ পৰা ইংলেণ্ডৰ সৈতে শৃংখলা | Assamese |
টুইটাৰ ব্যৱহাৰ কৰি ৰাষ্ট্ৰ বিৰোধী প্ৰচাৰ চৌদি অধ্যাপকক মৃত্যুদণ্ডৰ ৰায় আদালতৰ | Assamese |
ন্যায়াধীশ নিযুক্তি প্ৰক্ৰিয়াত চৰকাৰক অন্তৰ্ভুক্ত কৰক:দেশৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ ৰিজিজুৰ | Assamese |
দেশৰ ৪০ শতাংশতকৈও অধিক সম্পদ ধনীৰ হাতত ডুবিছে দৰিদ্ৰ পৰিশোধ কৰিছে অধিক কৰ | Assamese |
১৯ জুনত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ দ্বিতীয় সংখ্যক সমাৱৰ্তন সমাৰোহ | Assamese |
ৰাজ্যৰ ৪১ হাজাৰ প্ৰাথমিক টেট শিক্ষকৰ প্ৰতিবাদ ২৯ জুনত দিছপুৰ চলো কাৰ্যসূচী | Assamese |
প্ৰাক্তন আফগান মহিলা সাংসদক গুলীয়াই হত্যা ৰহস্যজনক তথ্য প্ৰকাশ আৰক্ষীৰ | Assamese |
মহাবিদ্যালয়ত বি এড পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ বাবে অনুমোদন জনালে ৰাজ্য চৰকাৰে | Assamese |
কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসুচী লৈ আজি মাজুলীলৈ মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব শিক্ষা মন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্য | Assamese |
জুবিনক ধমক আক্ৰাছুৰ কমতাপুৰত নিষিদ্ধ জুবিন | Assamese |
ব্ৰহ্মাণ্ড সুন্দৰী আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰবনি গেব্ৰিয়েল হল মিছ ইউনিভাৰ্ছ | Assamese |
যোশীমঠক লৈ সংবাদ মাধ্যমৰ আগত মুখ নুখুলিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নিৰ্দেশনা | Assamese |
কি যে হব চাই বেলেগ যুৱতীৰ ঘৰত সোমাল দৰাযাত্ৰী তাৰপাছত | Assamese |
ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতাঞ্জলী পঢ়ি অনুপ্ৰেৰণা লাভ কৰিছে ৰিয়া চক্ৰৱৰ্তীয়ে চাওক | Assamese |
কৰনাক লৈ আতংক তাৰ মাজতে হীৰাৰ মাস্ক পিন্ধি সকলোৰে দৃষ্টি কাঢ়িলে উৰ্বশীয়ে | Assamese |
যিসকল সতীৰ্থই মোক কালু বুলি সম্বোধন কৰিছিল তেওঁলোকে ক্ষমা বিচৰা উচিত ডাৰেণ চামী | Assamese |
বিশ্বৰ চলচ্চিত্ৰ জগতলৈ প্ৰদান কৰা হল ২০২১ বৰ্ষৰ বাফটা বঁটা উজলি উঠিল নমাডলেণ্ড | Assamese |
বিতৰ্কিত আদিবাসী গীতক লৈ দেশজুৰি চৰ্চা ঠায়ে ঠায়ে এজাহাৰ দাখিল লেখক আৰু গায়িকাই খুজিলে ক্ষমা | Assamese |
ইউ টিউবত প্ৰচাৰিত মেৰী হাচদাৰ গীতৰ বিৰুদ্ধে চাওঁতালী সংগঠনৰ থানাত এজাহাৰ দাখিল | Assamese |
নাৰীৰ স্তনলৈ কিয় ইমান আকৰ্ষণ প্ৰশ্ন কৰিলে বলিউডৰ এগৰাকী অভিনেত্ৰীয়ে কোন | Assamese |
অৰ্জুন বঁটাৰ বাবে মনোনীত বক্সাৰ লাভলিনা বৰগোঁহাইক সম্বৰ্ধনা ধনশিৰি জিলা ক্ৰীড়া সন্থাৰ | Assamese |
চুমা চুমা চুমা চুমা মিঠা মন কিয় কৰিশ্মাই পাহৰিব পৰা নাই সেই স্মৃতি | Assamese |
ৰাজ্যৰ উদীয়মান ক্ৰিকেটাৰৰ বাবে অসম ক্ৰিকেট সন্থাৰ বিশেষ সুযোগ | Assamese |
কভিডত আক্ৰান্ত হোৱাৰ এবছৰৰ পাছত প্ৰথমবাৰৰ বাবে মুখ খুলিলে বেবী ডল কণিকা কাপুৰে | Assamese |
ইতিহাসক ভেঙুচালি নে অপবাখ্যা ২০০১ চনত অসমলৈ আহিছিল স্বামী বিবেকানন্দ | Assamese |
প্ৰাক্তন উপ প্ৰতিৰক্ষা মন্ত্ৰী আলিৰেজা আকবৰীৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিলে ইৰাণে | Assamese |
প্ৰেমিকৰ সন্মুখতে প্ৰেমিকাক দলবদ্ধ ধৰ্ষণ ৫ জনক গ্ৰেপ্তাৰ | Assamese |
আজি মকৰ সংক্ৰান্তিএই দিনটোৰ সৈতে কি সম্পৰ্ক মহাভাৰতৰ পিতামহ ভীষ্মৰ | Assamese |
অঘটন ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীৰ লগত খোজ কাঢ়ি থাকোঁতে জলন্ধৰৰ কংগ্ৰেছ সাংসদৰ মৃত্যু | Assamese |
বয়ফ্ৰেণ্ড ভিকী কৌশলৰ পাছতে কভিড১৯ত আক্ৰান্ত হল অভিনেত্ৰী কেটৰিণা কাঈফ | Assamese |
বিবাহিত পুৰুষৰ সৈতে প্ৰেম কি কলে ৰেখাই | Assamese |
কভিড১৯ত আক্ৰান্ত হল জনপ্ৰিয় ষ্টেণ্ডআপ কমেডিয়ান কুনাল কামৰা | Assamese |
গৰ্ভৱতী হোৱাৰ বাবে বিয়াত বহা নাছিল অভিনেত্ৰী দিয়া মিৰ্জাই ইনষ্টাগ্ৰামত জনালে এই কথা | Assamese |
গুৰুশিষ্যা সম্পৰ্কক অপমান ধৰ্ষণৰ অভিযোগ উঠিল পদ্মশ্ৰীপ্ৰাপ্ত ধ্ৰুপদী সংগীতজ্ঞৰ বিৰুদ্ধে | Assamese |
কৰনাত আক্ৰান্ত বলীউদ তাৰকা অক্ষয় কুমাৰ হোম কোৱাৰেন্টাইনত অভিনেতাগৰাকী | Assamese |
তেওঁৰ ভৰিখন ভগা তথাপিও তেওঁ যুঁজি আছে মমতা বেনাৰ্জীক প্ৰশংসা জয়া বচ্ছনৰ | Assamese |
অক্ষয় কুমাৰৰ পিছত ৰামসেঁতু ৪৫ গৰাকী কলাকুশলীৰ দেহত কণা | Assamese |
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ ছাত্ৰছাত্ৰীৰ বাবে ৰ বিনামূলীয়া বাছ সেৱা | Assamese |
নগদ ধন নচলিব কলেজৰ ছাত্ৰছাত্ৰীয়ে অনলাইন মাচুল দিব লাগিব গুৱাহাটী বিশ্ববিদ্যালয়ক | Assamese |
শিৱসাগৰত কৃতী ছাত্ৰছাত্ৰীক অভিনন্দন জনালে নৱ নিৰ্বাচিত দুই সাংসদ তপন কুমাৰ গগৈ আৰু তাচাই | Assamese |
ছাত্ৰছাত্ৰীৰ ভৱিষ্যত চমকিব পৰা সিদ্ধান্ত গ্ৰহণ কৰক চৰকাৰলৈ আহ্বান ড০ সমুজ্জল ভট্টাচাৰ্যৰ | Assamese |
অসম আৰক্ষীত চাকৰি ২০০০ টা খালী পদত নিযুক্তিৰ বাবে আবেদন আহ্বান | Assamese |
লাচিথ মালিংগাক বিশ্বৰ শ্ৰেষ্ঠ য়ৰ্কাৰ বলাৰ আখ্যা জাচপ্ৰীত বুমৰাহৰ | Assamese |
অনিচ্ছাকৃত বৰ্ণবাদী মন্তব্যৰ বাবে ক্ষমা বিচাৰিলে প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙে | Assamese |
সৌৰভ গাংগুলী আই চি চিৰ অধ্যক্ষ হলে আজীৱন নিষেধাজ্ঞাৰ বিৰুদ্ধে আবেদন কৰিম পাকিস্তানী লেগস্পীনাৰ কানেৰিয়া | Assamese |
লকডাউন বিধি উলংঘা কৰি চুলি কটাই ৮ লাখ টকা জৰিমনা ভৰিলে দুগৰাকী ফুটবলাৰে | Assamese |
বি পি এল শিক্ষাৰ্থীৰ বাবে জি আই এম টি তেজপুৰৰ বিশেষ সাহায্য | Assamese |
১ জুলাইৰ পৰা মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা ছেবাই ঘোষণা কৰিলে পৰীক্ষাৰ সূচী | Assamese |
প্ৰতি চৰকাৰঅসম মহিলা বিশ্ববিদ্যালয়ত উপাচাৰ্য্য নাথাকিলেও হয় নেকি | Assamese |
অসমমেঘালয় সীমান্তৱৰ্তী অঞ্চলত ৰাইজৰ দুৰ্দশা টুলুঙা নাওৰে ছাত্ৰছাত্ৰীৰ ভয়ংকৰ যাত্ৰা | Assamese |
ৰাজীৱ গান্ধীৰ নামত কিয় দিয়া হয় ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান ক্ৰীড়া মন্ত্ৰীৰ পৰা বিচাৰিছে উত্তৰ | Assamese |
আমেৰিকাৰ হৈ খেলিব বিচাৰে ইংলেণ্ডৰ এগৰাকী বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰে | Assamese |
কনাৰ সংক্ৰমণৰ ফলত পাকিস্তানত দ্বিতীয় গৰাকী ক্ৰিকেটাৰৰ মৃত্যু | Assamese |
কিয় যুৱৰাজে সিঙে ক্ষমা খুজিব লাগে বুলি দাবী উঠিছে ছচিয়েল মিডিয়াত | Assamese |
এছিয়ান গেমছৰ স্বৰ্ণ বিজেতা মণিপুৰৰ বক্সাৰ ডিংকো সিঙৰ দেহত ওলাল কোভিড১৯পজিটিভ | Assamese |
চলিত বছৰৰ আই পি এল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা কিমান জনালে সৌৰভ গাংগুলীয়ে | Assamese |
৩৭৯ ৰাণৰ দুৰ্দান্ত ইনিংছৰ সুবাদতে টী২০ দলত পৃথ্বী অক্ষৰৰাহুলক ছুটী দললৈ উভতিল জাদেজা | Assamese |
এয়াৰলাইনছৰ ভুলৰ বাবে আন দেশলৈ গৈছিল বেগ চাৰি বছৰ পিছত ঘুৰাই পালে যাত্ৰীয়ে লগতে ক্ষতিপূৰণ | Assamese |
১৫ বছৰীয়া মুছলমান ছোৱালীৰ বিবাহৰ অধিকাৰউচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনোৱা আবেদনৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ জাননী | Assamese |
পত্নীক হত্যা কৰি ঘৰতেই পুতি ৰাখিছিল স্বামীয়ে ১৮ মাহ পিছত পোহৰলৈ আহিল সেই নৃশংস ঘটনা | Assamese |
বিপদত বিডেন ঘৰৰ পৰা উদ্ধাৰ গোপন চৰকাৰী নথিপত্ৰ তদন্তত ট্ৰাম্পৰ ঘনিষ্ঠ এটৰ্নি | Assamese |
চিৰ্দিলৈ যোৱাৰ পথত নাছিকত বাছট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষত নিহত কমেও ১০ জন আহত ৩০ৰো অধিক | Assamese |
আৰু নহয় ৫ বছৰ ধৰি কৰ্তব্যত অনুপস্থিত ৬৪ জন চিকিৎসকক বৰ্খাস্ত কৰিলে বিহাৰ চৰকাৰে | Assamese |
কভিড১৯ত আক্ৰান্ত হল জনপ্ৰিয় সংগীত পৰিচালক বাপ্পী লাহিৰী | Assamese |
বয়ফ্ৰেণ্ড ৰণবীৰ কাপুৰৰ পাছত কভিড১৯ত আক্ৰান্ত হল আলিয়া ভাটো | Assamese |
ছোৱালীক কিদৰে পতাব পাৰি অনুৰাগীৰ প্ৰশ্নৰ উত্তৰত শ্বাহৰুখ খানে কি কলে চাওক | Assamese |
কিংবদন্তি অভিনেতা ৰজনীকান্তলৈ ২০১৯ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা প্ৰদান | Assamese |
এংকৰে হিন্দীত কথা কোৱাৰ বাবে মঞ্চ এৰি যাবলৈ ওলাল এ আৰ ৰহমান চাওক ভিডিঅ | Assamese |
চঈফ চাইৱালা অভিনয় এৰি চাহৰ দোকান খুলিলে চঈফ আলি খানে সঁচাকৈয়েনে | Assamese |
ফটোশ্বপত বেলেগৰ ফটোত নিজৰ মুখ জোৰাই লগাই শিৰোনামাত পপষ্টাৰ মেডোনা | Assamese |
বলিউড আলিয়া ভাট আৰু সঞ্জয় লীলা ভাঞ্চালীক মুম্বাই আদালতৰ চমন জাৰি কিয় | Assamese |
এছিয়ান ৱৰ্ল্ড ফিল্ম ফেষ্টিভেল উজ্বলি উঠিল ভাৰতৰ অভিনেতা আদৰ্শ গৌৰৱ | Assamese |
পোন্ধৰশ পদ খালী ৰাজ্যৰ মহাবিদ্যালয়ৰ খালী পদত শিক্ষক নিযুক্তিৰ দাবী নিবনুৱা সন্থাৰ | Assamese |
কলেজত নামভৰ্তিৰ মাচুল নিৰ্দিষ্ট কৰি নিৰ্দেশ অসম চৰকাৰৰ | Assamese |
হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য্যৰ দায়িত্বভাৰ গ্ৰহণ | Assamese |
হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ দুশ ছাত্ৰছাত্ৰীক অভিনন্দন জ্ঞাপন | Assamese |
কটন কলেজ বৰ্তমান কটন বিশ্ববিদ্যালয় প্ৰাক্তন অধ্যাপক শিক্ষাবিদ বসন্ত বৰুৱাৰ দেহাৱসান | Assamese |
শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী মিলিত হল প্ৰাক্তন ছাত্ৰছাত্ৰী | Assamese |
শিক্ষাৰ পৰাও বঞ্চিত কৰে তালিবানে ২৫০ গৰাকী চৌদি মহিলাই ললে সুৰক্ষা বাহিনীৰ বিশেষ প্ৰশিক্ষণ | Assamese |
মধ্যস্থতাকাৰী হিমন্ত পৃথক কমতাপুৰক লৈ কেএলঅ সৈতে চূড়ান্ত আলোচনাত কেন্দ্ৰ দাবী জীৱন সিংহৰ | Assamese |
তিনিচুকীয়াত তিনি চোৰাং চিকাৰীক গ্ৰেপ্তাৰজব্দ মাৰণাস্ত্ৰসহ জন্তুৰ দেহৰ অংশ | Assamese |
কৰ্ণাটকত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত বৃহৎ খেলিমেলি নিৰাপত্তা বেহু ভাঙি মালা পিন্ধাবলৈ চেষ্টা যুৱকৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.