text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
চৰকাৰী বিদ্যালয়ৰ পৰিভাষা সলনি কৰিছে এখন ব্যতিক্ৰমী বিদ্যালয়ে | Assamese |
এতিয়াৰে পৰা মহানগৰবাসীৰ বাবে বাধ্যতামূলক হব চিচি টিভি কেমেৰা | Assamese |
বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত কৃৰ্তী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা | Assamese |
প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ বিজেপিৰ সাংসদ গৌতম গম্ভীৰৰ পিতৃৰ এছ য়ু ভি বাহন চুৰি | Assamese |
পুনৰ চলিছে অপপ্ৰচাৰ টুইটাৰ ট্ৰেণ্ডত | Assamese |
কেন্দ্রীয় চৰকাৰক তুষ্টিকৰণৰ সুফল ৰাষ্ট্ৰীয় শ্ৰেষ্ঠা অভিনেত্ৰীৰ খিতাপ লাভ বিতৰ্কৰ কুইন কংগণাৰ | Assamese |
কভিড১৯ত আক্ৰান্ত হল বলিউদৰ চুপাৰষ্টাৰ আমিৰ খান | Assamese |
চলিত বছৰৰ টি২০ বিশ্বকাপৰ আশা ক্ষীণ ১০ জুনত হব চূড়ান্ত সিদ্ধান্ত | Assamese |
অৱশেষত বলিউডৰ বাদশ্বাহ শ্বাহৰুখেও চোবালে বিমল পান মচলা টুইটাৰ ভৰি পৰিল মিমেৰে | Assamese |
লাৰা দত্তই পিন্ধিলে অসমৰ মেখেলা চাদৰ পিন্ধি কলে অভিভূত হৈ পৰিছো | Assamese |
বিশ্বৰ এক নম্বৰৰ চাবোনেৰে ধুলেও আজমলৰ গাৰ পৰা বিজেপিৰ গোন্ধ নাযায় | Assamese |
সুশান্তৰ মৃত্যুৰ পাছত কিয় ইমানদিনে নীৰৱে আছিল মুখ খুলিলে কৃতি স্যাননে | Assamese |
মৌনতাৰ অন্ত সুশান্ত সিং ৰাজপুত সম্পৰ্কে মুখ খুলিলে প্ৰাক্তন প্ৰেয়সী অংকিতাই | Assamese |
বাপেক চাই পুতেক নহল পাপ্পাৰাজী ভাল পায় ইমৰান হাছমীৰ পুত্ৰ আয়ানে | Assamese |
হিন্দু খ্ৰীষ্টান আৰু ইছলাম ধৰ্মৰ বিষয়ে কি কলে প্ৰিয়ংকা চোপ্ৰাই চাওক ভিডিঅ | Assamese |
হিটমেন ৰোহিত শৰ্মালৈ খেলৰত্ন অৰ্জুন বঁটাৰ বাবে মনোনীত আন তিনিগৰাকী ক্ৰিকেটাৰ | Assamese |
এজনী কন্যা ঘৰৰ পৰা ওলোৱাৰ পাছত ঐশ্বৰ্যৰ ৰূপত আন এজনী কন্যা ঘৰ সোমাল অমিতাভ | Assamese |
বলিউড নিজৰ মেক আপ মেনৰ বিষয়ে অনিল কাপুৰৰ আৱেগভৰা টুইট চাওক | Assamese |
অৰ্জুন বঁটাৰ বাবে মনোনীত ভাৰোত্তোলিকা মীৰাবাঈ চানুৰ নাম | Assamese |
ক্ৰিকেট পুনৰ আৰম্ভ কৰা সন্দৰ্ভত আই চি চিৰ নিৰ্দেশনাক অস্বাভাৱিক আখ্যা ৰাহুল দ্ৰাবিড়ৰ | Assamese |
ভাৰত বিৰোধী ভাষণৰ বাবে নিজৰ দেশৰ ক্ৰিকেটাৰৰে সালোচনাৰ সন্মুখীন হল আফ্ৰিদি | Assamese |
কোনগৰাকী ক্ৰিকেটাৰ হব পৰৱৰ্তী ডন ব্ৰেডমেন ইয়াৰ উত্তৰ দিলে ব্ৰেট লীয়ে | Assamese |
হকী মহাতাৰকা বলবীৰ সিং ছিনিয়ৰ বিয়োগত গভীৰ শোক প্ৰকাশ অক্ষয় কুমাৰৰ | Assamese |
ভাৰতীয় বক্সাৰসকলে ১০ জুনৰ পৰা অলিম্পিকৰ বাবে আৰম্ভ কৰিব অনুশীলন | Assamese |
অভিশপ্ত ৩০ অক্টোবৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবী এবছুৰ সভাপতিৰ | Assamese |
গুৱাহাটীত জিঅ ট্ৰু ৫জি সেৱা মুকলিকামাখ্যা মন্দিৰত বিনামূলীয়া ৫জি সেৱা জিঅ | Assamese |
এন কোটিশ্বৰ সিঙক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি | Assamese |
বিটিআৰ চৰকাৰৰ উদ্যোগত কোকৰাঝাৰত বড়োলেণ্ড সামাজিক পৰামৰ্শদান কেন্দ্ৰ মুকলি | Assamese |
অসমৰ গ্ৰন্থ সংস্কৃতি কোন দিশে | Assamese |
গুৱাহাটী ত পুনৰ উদ্ধাৰ বহিৰাজ্যৰ ছাত্ৰৰ মৃতদেহ | Assamese |
পেৰুত চৰকাৰ বিৰোধী প্ৰতিবাদ নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত নিহত কমেও ১২জন | Assamese |
ইৰাণত আৰু তিনিজন হিজাব বিৰোধী প্ৰতিবাদকাৰীক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ | Assamese |
১১৯ বছৰীয়া পৰম্পৰা ভংগ কটনিয়ানে পৰিধান কৰিব লাগিব গণবেশ | Assamese |
পাৰ্টি কৰো ধূমপান আৰু মদ্যপানো কৰোনিজকে ভ্ৰষ্ট বুলি কলে অভিনেতা গোবিন্দাই কিয় | Assamese |
এৰিলে ৰাইজৰ দল এইবাৰ অসম জাতীয় পৰিষদত যোগদান অভিনেত্ৰী জেৰিফা ৱাহিদৰ | Assamese |
আমিৰ খানৰ জন্মদিন কৰীণাৰ পৰা মোহনলাললৈকে সকলোৱে জনালে শুভকামনা | Assamese |
সামাজিক মাধ্যম ত্যাগ কৰিলে বলিউডৰ চুপাৰষ্টাৰ আমিৰ খানে কিয় | Assamese |
পাঁচ বছৰ বয়সৰ পৰাই বাৰে বাৰে ধৰ্ষণৰ বলি হৈছো চলমান খানৰ প্ৰাক্তন প্ৰেমিকাৰ স্বীকাৰোক্তি | Assamese |
ফ্ৰান্সত উলংগ হৈ প্ৰতিবাদ সাৱ্যস্ত কৰিলে এগৰাকী অভিনেত্ৰীয়ে কিন্তু কিয় | Assamese |
মোদী চৰকাৰৰ ১০০ দিনৰ কৰ্মসূচী শীঘ্ৰেই ৰাজ্যৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানত খালী হৈ থকা কেইবাহাজাৰো পদত নিযুক্তিৰ সম্ভাৱনা | Assamese |
গ্ৰেট কুইন ব্ৰিটিছ সম্ৰাজ্ঞীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল কংগনা ৰানাৱট কিয় | Assamese |
বলিউড ৰণবীৰ ভাঞ্চালীৰ পাছতে অভিনেতা মনোজ বাজপেয়ীৰো কভিড১৯ পজিটিভ | Assamese |
দুখীয়া ছাত্ৰছাত্ৰীক সকাহ ৰাজ্য চৰকাৰৰ এইবাৰো হব বিনামূলীয়া নামভৰ্তি | Assamese |
নাৰী সবলীকৰণ দেউতাক আৰু স্বামীক ধন্যবাদ জনালে অভিনেত্ৰী দিপীকা পাডুকনে | Assamese |
দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব খোজা অসমৰ শিক্ষাৰ্থীৰ বাবে দিল্লীৰ অসমীয়া ছাত্ৰ সন্থাৰ বিশেষ পদক্ষেপ | Assamese |
উচ্চতৰ মাধ্যমিকত আশা কৰা ধৰণে ফলাফল লাভ নকৰা ছাত্ৰীৰ আত্মহত্যা | Assamese |
শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ডায়েৰীয়া প্ৰতিৰোধ পষেক আৰম্ভ | Assamese |
দৃষ্টিহীন ঋতুৰাজে তামুলপুৰলৈ আনিলে গৌৰৱ মন্ত্ৰী ভৱেশ কলিতাই ললে অধ্যয়নৰ দায়িত্ব | Assamese |
চিকিৎসা আৰু শিক্ষা অব্যাহত ৰখাৰ বাবে সুহৃদজনৰ সহায় বিচাৰিছে এজনী ছোৱালীয়ে | Assamese |
গুৱাহাটী বিশ্ববিদ্যালয়ত পিজি পঢ়িব পৰীক্ষা দিব লাগিব সবিশেষ | Assamese |
এসময়ৰ কটনৰ ছাত্ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কি কলে এতিয়াৰ কটনিয়ানক | Assamese |
প্ৰব্ৰজিত শ্ৰমিকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ক্ৰিকেটাৰ মহম্মদ ছামি | Assamese |
কনাতংকৰ মাজতে আজিৰ পৰা আৰম্ভ হব এখন ৰোমাঞ্চকৰ ক্ৰিকেট টুৰ্ণামেণ্ট | Assamese |
ভাৰতীয় খেলুৱৈ সকলে বিদেশী লীগত খেলাৰ অনুমতি বিচাৰি বি চি চি আইলৈ ৰবীন উত্থাপাৰ আহ্বান | Assamese |
কনাৰ সংক্ৰমণৰ পাছত আন্তঃৰাষ্ট্ৰীয় খেল আৰম্ভ কৰাৰ ক্ষেত্ৰত কি কি নতুন নিৰ্দেশনা জাৰি আই চি চিৰ | Assamese |
মই শিশুকালৰ পৰাই ফুটবল নাচাও সুনীল চেত্ৰীক কলে কংগ্ৰেছ সাংসদ শশী থাৰুৰে | Assamese |
সৌৰভ গাংগুলী আই চি চিৰ অধ্যক্ষ হোৱাটো বিচাৰে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক গ্ৰেম স্মিথে | Assamese |
মস্কোগোৱা বিমানত বোমাতংক গুজৰাটৰ জামনগৰৰ বায়ুসেনা ঘাটিত জৰুৰী অৱতৰণ | Assamese |
ৰাজহুৱা বুদ্ধিজীৱী বুলি মোক আক্ৰমণ কৰা হয়কিয় এইদৰে কলে ড° হীৰেন গোহাঁয়ে | Assamese |
ভাৰত জোড়ো যাত্ৰাই সলনি কৰি দিয়া ৰাহুলৰ ভাষ্যমই সেই ৰাহুল গান্ধীক মাৰি পেলাইছো | Assamese |
আকৌ ভূমিকম্প ৰিখটাৰ স্কেলত ৭.৭ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই জোকাৰি গল ইণ্ডোনেছিয়া | Assamese |
নৰ্থইষ্ট য়ুনাইটেডৰ মুখ্য প্ৰশিক্ষক হোৱাৰ দিশত ৰিয়েল মাদ্ৰিডৰ প্ৰাক্তন সহকাৰী প্ৰশিক্ষক গাৰ্চিয়া | Assamese |
ব্ৰাজিলৰ ৰাষ্ট্ৰপতি প্ৰাসাদ আৰু উচ্চতম ন্যায়ালয়ত তাণ্ডৱ চলোৱা ৪০০ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ | Assamese |
অসহিষ্ণু পৰিৱেশ তথা বিভেদকামী শক্তিৰ পৰা মুক্ত হবলৈ অসমবাসীলৈ আবেদন কেইবাগৰাকীও বিশিষ্ট লোকৰ | Assamese |
বিনা দৰ্শকেৰে মেচ আৰু কইনা নোহোৱা বিয়া একেই কথা আখতাৰ | Assamese |
তিনিচুকীয়াত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰবিষক্ৰিয়াৰ ফলত মৃত্যুৰ সন্দেহ | Assamese |
লকডাউন ৪ খুলি দিয়া হল ষ্টেডিয়াম হব নেকি আই পি এল | Assamese |
যাবলৈ খুজিও থমকিব দুভৰি টিকি থাকিল অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ সংসাৰ | Assamese |
কনাৰ এটা সঠিক সমাধান নোলোৱা পৰ্যন্ত সম্পূৰ্ণ প্ৰশিক্ষণ সম্ভৱ নহয় মেৰীকম | Assamese |
বলিউড ৰণবীৰৰ পাছত চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰো কভিড পজিটিভ আলিয়া ভাট কোৱাৰেণ্টাইনত | Assamese |
অপেক্ষাৰ অন্ত অৱশেষত কৰিণাই শ্বেয়াৰ কৰিলে দ্বিতীয় সন্তানৰ ফটো সামান্থাই জনালে বিশেষ শুভেচ্ছা | Assamese |
কৰনাত আক্ৰান্ত বলীউদ অভিনেতা ৰণবীৰ কাপুৰ জনালে মাতৃ নীতু কাপুৰে | Assamese |
আয়কৰ বিভাগৰ তালাচীৰ পাছত একেলগে চিনেমাৰ শ্বুটিঙত ব্যস্ত হল অনুৰাগ কাশ্যপ তাপসী পান্নু | Assamese |
মাহীয়েকে শ্বেয়াৰ কৰিলে মাকদেউতাকৰ সতে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো চাওক | Assamese |
বলিউড সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে | Assamese |
ইনষ্টাগ্ৰামলৈ ওভটি আহিল ৰিয়া চক্ৰৱৰ্তী জনালে নাৰী দিৱসৰ শুভেচ্ছা | Assamese |
আউট অফ দ্য ৱৰ্ল্ডমহাকাশত খুলিছে প্ৰথমখন হোটেল ছুটী কটাবলৈ সাজু | Assamese |
বলিউদ ড্ৰাগছ কাণ্ড এনচিবিৰ চাৰ্জশ্বিটক অন্তঃসাৰশূণ্য আখ্যা ৰিয়া চক্ৰৱৰ্তীৰ অধিবক্তাৰ | Assamese |
বিজ্ঞানত উত্তীৰ্ণৰ হাৰত প্ৰথমস্থান শিৱসাগৰ জিলাৰ ভূতত্ত্ব সৰ্বোচ্চ নম্বৰ কৃতিকা ফুকনৰ | Assamese |
উচ্চতৰ মাধ্যমিক পৰীক্ষা২০১৯ ৰ ফলাফল কলা শাখাত দুটা স্থান দখলেৰে সাফল্য কৃষ্ণগুৰু কণিষ্ঠ মহাবিদ্যালয়ৰ | Assamese |
বাণিজ্যত অষ্টম স্থান মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰিয়াংশু আগৰৱালাৰ | Assamese |
নৱম স্থান দখলেৰে দিনহাজিৰা কৰা পিতৃমাতৃৰ মুখত হাঁহি বিৰিঙালে ধুবুৰীৰ মানিক ৰয়ে | Assamese |
কিয় মহাকাশ বিজ্ঞানী হোৱাৰ সপোন বাদ দিলে বিজ্ঞান শাখাত শীৰ্ষস্থান প্ৰাপ্ত চয়নে | Assamese |
বাণিজ্যত ৬ টাকৈ স্থান দখলেৰে উজলিল কে চি দাস বাণিজ্য মহাবিদ্যালয় | Assamese |
অসমীয়াত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ দৌৰ ৰাণী হিমা দাস | Assamese |
কলাৰ শাখাৰ শীৰ্ষস্থানত উজলিল দৰঙৰ খুছবু ফিৰদৌচ | Assamese |
সন্ধানহীন মৰমৰ পুতলা উদ্ধাৰ কৰি এটি শিশুৰ মুখৰ হাঁহি ঘূৰাই আনিলে ভাৰতীয় ৰেলৱেই | Assamese |
বসবাসৰ উপযুক্ত নহয় বিধ্বস্তমুখী চহৰ যোশীমঠ মুখ্যমন্ত্ৰী ধামীৰ ঘোষণা উদ্বিগ্ন প্ৰধানমন্ত্ৰী মোডী | Assamese |
বৃহৎ অঘটন ব্ৰাজিলৰ কংগ্ৰেছ ভৱন ৰাষ্ট্ৰপতি প্ৰাসাদত বোলসোনাৰোৰ সমৰ্থকৰ আক্ৰমণ | Assamese |
আজিয়েই পৃথিৱীত খহি পৰিব নেকি নাছাৰ বিশাল উপগ্ৰহ বিজ্ঞানী মহলত চাঞ্চল্য | Assamese |
নলবাৰীত অনুষ্ঠিত হল ৰাইজৰ দলৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস | Assamese |
অভূতপূৰ্ব নাটকীয়ভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভাৰ অধ্যক্ষৰ আসনত কেভিন মেককাৰ্থি | Assamese |
অসমৰ ১০০০ শিশু প্ৰাপ্তবয়স্কৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ ব্যয় বহন কৰিব ৰাজকোটৰ এটি ন্যাসে | Assamese |
উচ্চতৰ মাধ্যমিকৰ ফলাফল বাণিজ্য শাখাত শীৰ্ষ ১০ টা স্থানপ্ৰাপ্ত ছাত্ৰছাত্ৰীৰ তালিকা | Assamese |
জাভেদ আখটাৰৰ প্ৰতি অসন্মাজনক বক্তব্য কংগনা ৰানাৱটলৈ চমন জাৰি মুম্বাইৰ কোৰ্টৰ | Assamese |
প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছৰ পুৰণি প্ৰেমৰ ফটো ইনষ্টাগ্ৰামত চৰ্চা | Assamese |
মেন আপ পিতৃতান্ত্ৰিকতাক ওফৰাবলৈ পুৰুষসকলক আহ্বান জনালে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে | Assamese |
দ্বিতীয়বাৰৰ বাবে মাক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে নিজৰ ফটো পষ্ট কৰিলে কৰীণা কাপুৰে | Assamese |
টাইকোৱাণ্ডোৰ ব্লেক বেল্ট লাভ কৰিলে জীয়ৰী ৰাসাই ইনষ্ট্ৰাগামত অভিনেত্ৰী ৰবীনা টেণ্ডনৰ উল্লাস | Assamese |
চিনেমাৰ পৰ্দাত দেখা পোৱা নাযাব নেকি এম্মা ৱাটছনক অনুৰাগীৰ মাজত লাগিল হাহাকাৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.