text
stringlengths
1
2.59k
language
stringclasses
10 values
কুকুৰ হেৰাল হলিউদ তাৰকা লেডি গাগাৰ সম্ভেদ দিলে প্ৰদান কৰিব ৩ কোটিৰো অধিক টকা
Assamese
চিনেমা নহয় এইবাৰ প্ৰদৰ্শিত হব চলমান খানে অঁকা পেইণ্টিংছ
Assamese
ভাৰতীয় দলৰ হৈ ২০২৩ বিশ্বকাপ জয় কৰিব বিচাৰে বেগী বলাৰ এছ শ্ৰীশান্তে
Assamese
মেৰীকমৰ পুত্ৰৰ জন্মদিনত উপস্থিত হল দিল্লী আৰক্ষী কেক কাটি দিলে শুভেচ্ছা
Assamese
জুলাইত ছয় মেচৰ শৃংখলাৰ বাবে ভাৰত ভ্ৰমণলৈ আহিব পাৰে শ্ৰীলংকান জাতীয় ক্ৰিকেট দল বিচিচিআই
Assamese
ৰবীন্দ্ৰ জাদেজাক নিজতকৈ শ্ৰেষ্ঠ ফিল্ডাৰ আখ্যা অধিনায়ক বিৰাট কোহলীৰ
Assamese
২০১৪ চনৰ টি২০ বিশ্বকাপৰ ফাইনেলত পৰাস্ত হোৱাৰ পাছত মোৰ ঘৰলৈ শিলগুটি দলিওৱা হৈছিল যুৱৰাজ সিং
Assamese
কনাৰ বিৰুদ্ধে যুঁজিবলৈ ফুটবল ষ্টাৰ মেছীয়ে আগবঢ়ালে ৫ লাখ য়ুৰো ডলাৰ
Assamese
হাৰ্দিকে মোৰ নামত থকা দ্ৰুততম টি২০ অৰ্ধশতৰানৰ অভিলেখ ভংগ কৰিব পাৰিব যুৱৰাজ সিং
Assamese
ভাৰততেই হব মহিলাৰ ১৭ অনূৰ্ধ্ব ফিফা বিশ্বকাপ নতুন সময়সূচী ঘোষণা
Assamese
কোহলীক ৰজাৰ ফেডেৰাৰৰ সৈতে তুলনা এবি ডি ভিলিয়াৰ্ছৰ
Assamese
লকডাউনৰ সামৰণি পৰাৰ পাছতে দেশৰ আগশাৰীৰ ক্ৰীড়াবিদ সকলৰ প্ৰশিক্ষণ আৰম্ভ হব কিৰেণ ৰিজিজু
Assamese
বিপিএফৰ প্ৰাক্তন বিধায়ককে ধৰি ৩ জন বড়ো নেতাক গ্ৰেপ্তাৰ ছাত্ৰ সংগঠনৰ তীব্ৰ প্ৰতিক্ৰিয়া
Assamese
এবছৰ পূৰ্বে ধৰ্ষণ কৰা অভিযুক্তৰ মাতৃক গুলীয়াই নিৰ্যাতিতা কিশোৰীৰ প্ৰতিশোধ
Assamese
ৰাষ্ট্ৰ বিৰোধী প্ৰতিবাদৰ অভিযোগ আৰু দুজন প্ৰতিবাদকাৰীক মৃত্যুদণ্ড দিলে ইৰানে
Assamese
আমেৰিকাত ২০ বছৰতকৈও অধিক কাল বন্দিত্বৰ পিছত মুকলি হল বিশ্বৰ শীৰ্ষ গুপ্তচৰ আনা মণ্টেছ
Assamese
ৰাষ্ট্ৰপতিৰ প্ৰস্ৰাৱ কৰা ভিডিঅ লোৱাৰ বাবে গ্ৰেপ্তাৰ ৬ সাংবাদিক
Assamese
কি দিন পৰিল শ্ৰেণীকোঠাতেই শিক্ষয়িত্ৰীৰ ওপৰত গুলী চলালে এটি ৬ বছৰীয়া শিশুৱে
Assamese
কাবুলিৱালাৰ প্ৰেমত পৰি সীমান্ত পাৰহৈ লটিঘটি পাকিস্তানৰ কাৰাগাৰত বন্দী নগাঁৱৰ বোৱাৰী
Assamese
প্ৰবীণ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামৰ মৃত্যু
Assamese
এইবাৰ পিকে ছিকুৱেল মূল চৰিত্ৰত আমিৰ খানৰ পৰিৱৰ্তে অভিনয় কৰিব ৰণবীৰ কাপুৰে
Assamese
অপেক্ষাৰ অন্ত দীৰ্ঘ সময়ৰ অন্তত একেলগে চলমানশ্বাহৰুখৰ চিনেমা
Assamese
আলিয়া ভাটৰ সতে অভিনয় কৰিবলৈ মন ইমৰাণ হাছমিৰ বলিউডক লৈ বিষোদ্গাৰ
Assamese
বলিউদৰ ফ্লপ হিৰ বিবেক অবেৰয়ে নিৰ্মাণ কৰিব লাচিত বৰফুকন জীৱন আধাৰিত চিনেমা
Assamese
চিনেমা নহয় দেউতাক ছঈফৰ সতে হিটলাৰ আৰু ষ্টেলিনৰ কথাহে পাতে ছাৰাই
Assamese
পুনৰ শিৰোনামাত সুশান্ত সিং ৰাজপুত ভাৰত চৰকাৰৰ বিশেষ পৰিকল্পনা
Assamese
হলিউড তৃতীয়বাৰৰ বাবে বিবাহ বিচ্ছেদৰ আবেদন কিম কাৰডাচিয়ানৰ অনুৰাগীৰ মাজত ব্যাপক চৰ্চা
Assamese
বিমানত সহযাত্ৰী মহিলাৰ গাত প্ৰস্ৰাৱ কৰা অভিযুক্ত শংকৰ মিশ্ৰক গ্ৰেপ্তাৰ হব পাৰে ৩ বছৰ কাৰাবাস
Assamese
পুনৰ মাতৃ হল বলিউডৰ অভিনেত্ৰী কৰিণা কাপুৰ
Assamese
উত্তৰাখণ্ডৰ দুৰ্যোগ বলিউডৰ অভিনেতা সনু সুদৰ সহায়ৰ হাত
Assamese
উচ্চতৰ মাধ্যমিকৰ ফলাফল কলা শাখাত শীৰ্ষ ১০ টা স্থানপ্ৰাপ্ত ছাত্ৰছাত্ৰীৰ তালিকা
Assamese
উচ্চতৰ মাধ্যমিকৰ ফলাফল বিজ্ঞান শাখাত শীৰ্ষ ১০ টা স্থানপ্ৰাপ্ত ছাত্ৰছাত্ৰীৰ তালিকা
Assamese
আৰ্থিকভাৱে অনগ্ৰসৰ মেধাসম্পন্ন ছাত্ৰছাত্ৰীক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ নামত বিশেষ জলপানি
Assamese
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ২০১৯ ৰ ফলাফল কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ শীৰ্ষ স্থান দখল কৰা সকলৰ তালিকা
Assamese
জি আই এম টি তেজপুৰত কেৰিয়াৰ সজাগতা সভা সম্পন্ন
Assamese
আৰ্থিক দৈন্যতাকো নেওচি মেট্ৰিকৰ ফলাফলত উজলিল কৃষ্ণাইৰ মণিকংকনা
Assamese
বৃদ্ধি কৰা নাই চাকৰিৰ ম্যাদ কি হব হাইস্কুলৰ ৬৫০০ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ ভৱিষ্যৎ
Assamese
নামফাকে গাঁৱৰ লোকসকলে টাইফাকে লিপি সংৰক্ষণৰ বাবে অব্যাহত ৰাখিছে প্ৰচেষ্টা
Assamese
২৫ মেত ঘোষণা কৰা হব উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাৰ ফলাফল
Assamese
স্বয়ং এইগৰাকী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে পইণ্টিঙতকৈ আগস্থান দিলে এম এছ ধোনীক
Assamese
অন্য ৰূপত এথলেট দ্যুতি চান্দ ৭০ কি:মিগাড়ী চলাই গৈ নিজ গাঁৱত দুখীয়াক বিলালে খাদ্য
Assamese
বিচিচিআইৰে চুক্তিৱদ্ধহীন ক্ৰিকেটাৰক বিদেশী লীগত খেলিবলৈ দিয়ক সুৰেশ ৰাইনা
Assamese
২ মাহৰ বিৰতিৰ অন্তন মুখত মাস্ক পিন্ধি অনুশীলন আৰম্ভ কৰিলে মেছিৰ লগতে বাৰ্চিলোচনাৰ অন্যান্য খেলুৱৈয়ে
Assamese
দক্ষিণ আফ্ৰিকাৰ এই গৰাকী ক্ৰিকেটাৰৰ শৰীৰত মাৰাত্মক কনা ভাইৰাছৰ উপস্থিতি
Assamese
আৰু ৰহস্য দুগৰাকী অধিবক্তাই গুৱাহাটী বিমানবন্দৰত দেখিছিল শ্বীনা বৰাক দাবী ইন্দ্ৰাণী মুখাৰ্জীৰ
Assamese
প্ৰকৃতিৰ আগত কোন আমেৰিকা কেলিফৰ্ণিয়াত ধুমুহাৰ তাণ্ডৱ বিদ্যুৎ বিহীন প্ৰায় ৭০ হাজাৰ ঘৰ
Assamese
কোনে জানে মই সঁচাকৈয়ে তোমাৰ পিতৃ হয়নে প্ৰিন্স হেৰীক এনেকৈয়ে কৈছিল কিং চাৰ্লছে
Assamese
উকীল হৈ থকা হলে হিমন্ত বিশ্ব শৰ্মাই ন্যায় ব্যৱস্থা সলাই পেলালেহেঁতেন
Assamese
অশ্লীল ভিডিঅ গ্ৰেপ্তাৰ হব পাৰে বলিউদৰ অভিনেত্ৰী চেৰলীন চোপ্ৰা
Assamese
বিগ বি অমিতাভ অক্ষয় কুমাৰৰ ছবিৰ প্ৰদৰ্শন বন্ধ কৰি দিয়াৰ ভাবুকি কোনে কিয় দিলে এই ভাবুকি
Assamese
অৰ্থ সংগ্ৰহৰ বাবে ৮ কিলোমিটাৰ হাফ মাৰাথনত অংশ লব বেন ষ্টোকছ
Assamese
বন্যহস্তীৰ কৰিডত নিৰ্মাণ হব আণ্ডাৰপাছকেবিনেটত অনুমোদন
Assamese
ফিক্স আছিল ১৯৯৯ বিশ্বকাপৰ ফাইনেল ৱাছিম আক্ৰামৰ বিৰুদ্ধে অভিযোগ প্ৰাক্তন সতীৰ্থৰ
Assamese
কৃষক আন্দোলন কিয় নিমাত অক্ষয়অমিতাভ শিৱসেনা সাংসদৰ প্ৰশ্ন
Assamese
চিলি চুইডেনত উজলিল ৰাজেন দাস পৰিচালিত অসমীয়া চিনেমা লাইফ ইন্‌ এ পাপেট
Assamese
বিমানৰ বিজনেছ ক্লাছত মহিলা যাত্ৰীৰ ওপৰত মূত্ৰ বিসৰ্জন অসভ্য ভদ্ৰলোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব দিল্লী পুলিচে
Assamese
আফগানিস্তানত তালিবান চৰকাৰৰ বাহিনীৰ অভিযানত ৮ জন ইছলামিক ষ্টেটৰ সন্ত্ৰাসবাদী নিহত
Assamese
অনুৰাগীৰ বাবে দুঃখবৰ চিনেমা জগতত ভৰি নিদিয়ে অমিতাভৰ নাতিনী নব্যাই
Assamese
ক্ৰিকেট বলত থু বা ঘাম লগালে শাস্তিৰ সন্মুখীন হব পাৰে ক্ৰিকেটাৰ
Assamese
হোমযজ্ঞত মহিলা পুৰোহিত দিয়া মিৰ্জাক ভূয়সী প্ৰশংসা অনুৰাগীৰ
Assamese
পশ্চিমবংগক গেৰুৱা কৰাৰ লক্ষ্য মিথুন চক্ৰৱৰ্তীৰ ঘৰত ৰুদ্ধদ্বাৰ বৈঠকত বহিল মোহন ভাগৱত
Assamese
পুনৰ চিনেমাত প্ৰাণ পাই উঠিব কাশ্মীৰৰ সৌন্দৰ্য কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পদক্ষেপ
Assamese
বলিউদত আন এক আত্মহত্যাৰ ঘটনা সুশান্তৰ সহঃ অভিনেতা সন্দীপ নাহাৰৰ অস্বাভাৱিক মৃত্যু
Assamese
তুমি মোৰ পৃথিৱী পোহৰাই তুলিলা অনুষ্কাৰ জন্মদিনত বিৰাট কোহলীৰ শুভেচ্ছা
Assamese
মাইক হাছীৰ শ্ৰেষ্ঠ শত্ৰু একাদশত ভাৰতৰ তিনিগৰাকী ক্ৰিকেটাৰ
Assamese
কেন্দ্ৰীয় বিদ্যালয়ত অসমীয়া ভাষাৰ পাঠদানৰ ক্ষেত্ৰত চলি থকা অনিশ্চয়তাৰ অৱসান
Assamese
বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ সমস্যা শীঘ্ৰে সমাধান কৰাৰ দাবী এবছুৰ
Assamese
বাধাৰ প্ৰাচীৰ ভাঙি সফলতাৰ ধাৰা অক্ষুন্ন ৰাখিলে বঢ়মপুৰ শংকৰ মিছন অন্ধ বিদ্যালয়ে
Assamese
চিটেটত অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে সংৰক্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
Assamese
উত্তীৰ্ণৰ হাৰত ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থানত শিৱসাগৰ জিলা দুগৰাকীৰ স্থান লাভ
Assamese
অষ্টম স্থানেৰে গৌৰীসাগৰলৈ গৌৰৱ কঢ়িয়াই অনা দেৱাশ্ৰীৰ চিকিৎসক হোৱাৰ মন
Assamese
হাইস্কুল শিক্ষান্ত পৰীক্ষাত চামগুৰিৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ ১০০ শতাংশ উত্তীৰ্ণ
Assamese
মেট্ৰিক ফেল লাহঁতলৈ চাকৰিৰ সুবিধা গুৱাহাটীৰ অভিযন্তাৰ মুকলি ফন নম্বৰ
Assamese
ৰেলত শিল নিক্ষেপ কৰাটো এক দণ্ডনীয় অপৰাধ ১০ বছৰ পৰ্যন্ত হব পাৰে কাৰাদণ্ড
Assamese
পশ্চিমীয়া নিষেধাজ্ঞাৰ বাবে ভাৰত চীন আৰু ৰাছিয়াৰ মাজত বৃদ্ধি পাইছে তৈল বাণিজ্য
Assamese
তেওঁৰ পত্নী মেগানৰ সন্মুখতে গাত হাত তুলিছিল ভাতৃ উইলিয়ামে গ্ৰন্থত লিখিলে প্ৰিন্স হেৰীয়ে
Assamese
দুলীয়াজানৰ পৰা অপহৃত নাবালিকাক বঙাইগাঁৱত উদ্ধাৰ
Assamese
এনকাউণ্টাৰৰ পিছত এইবাৰ বুলডজাৰ হিমন্ত বিশ্ব চৰকাৰক ন্যায়ৰ পাঠ পঢ়ালে উচ্চ ন্যায়ালয়ে
Assamese
অপহৰণৰ পিছত ধৰ্ষণ কৰি বিষ খুৱাই হত্যাৰ চেষ্টা কিশোৰীক পলাতক অভিযুক্ত
Assamese
বিমানৰ ইঞ্জিনে গিলি পেলালে গোটে গোটে এজন মানুহ মৰ্মান্তিক দুৰ্ঘটনাত হতবাক বিশ্ব
Assamese
মিছন বসুন্ধৰাখিলঞ্জীয়া অসুৰক্ষিতবাংলাদেশীক সংস্থাপনদাবী উপমন্যু হাজৰিকাৰ
Assamese
ত্ৰিপুৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী বিজেপি নেতা বিপ্লব দেৱৰ ঘৰ জ্বলাই দিলে দুৰ্বৃত্তই
Assamese
অভিযন্তা চিকিৎসক নহয় এগৰাকী ভাল চিত্ৰ শিল্পী হোৱাৰ মন সপ্তম স্থানপ্ৰাপ্ত অংকুৰৰ
Assamese
পৰ্ণ ছবি প্ৰস্তুত কৰি গ্ৰেপ্তাৰ বলিউডৰ অভিনেত্ৰী কোন এই গহণা বশিষ্ঠ
Assamese
কিয় নিকৰ পাছত গুপ্তচৰ নিয়োগ কৰিছিল প্ৰিয়ংকাই সদৰী কৰিলে বলীউদ সুন্দৰীয়ে
Assamese
চিৰদিনৰ বাবে ভেলেণ্টাইন ডেত আৱেগিক হৈ পৰিল অনুষ্কা
Assamese
টুলুঙা বিতৰ্কেৰে চৰ্চাত থকা কংগনা ৰানাৱটৰ টুইটাৰ এৰি যোৱাৰ ভাবুকি
Assamese
কপালত অমূল্য কিৰিটি ৰেপাৰৰ প্ৰায় ১৭৫কোটি টকীয়া গুলপীয়া হীৰাৰ ৰহস্য কি
Assamese
এক চুক্তিৰ পাছতহে নিকৰ সৈতে বিয়াত বহিছিল প্ৰিয়ংকা চোপ্ৰা কি আছিল সেই চুক্তিত
Assamese
প্ৰিয়ংকা চোপ্ৰাৰ ঘৰত উঠিল জেকুলিন কথাটো কি
Assamese
ভেলেন্টাইন ডেত প্ৰতাৰণা কিয় ক্ৰাইম ব্ৰাঞ্চৰ জেৰাৰ সন্মুখীন হল ছানি লিয়নি
Assamese
মহেন্দ্ৰ সিং ধোনীৰ সৈতে একেলগে ভাৰতীয় দলৰ হৈ খেলাৰ ইচ্ছা বেগী বলাৰ দীপক চাহাৰৰ
Assamese
মহামাৰী কনা ভাইৰাছ নিয়ন্ত্ৰণত নাহিলে বাতিল হব টকিঅ অলিম্পিক
Assamese
ক্ৰমাগত চতুৰ্থবাৰ কনা ভাইৰাছ পৰীক্ষাত পজিটিভ আৰ্জেণ্টাইন ফুটবলাৰ ডিবালা
Assamese
ভাৰতৰ মহান ফুটবলাৰ চুনি গোস্বামীৰ দেহাৱসান
Assamese
গুৰুতৰ অভিযোগত তিনিবছৰৰ বাবে নিষিদ্ধ কৰা হল ক্ৰিকেটাৰ উমৰ আকমলক
Assamese
ছিক্সাৰ কিং যুৱৰাজ সিঙৰ আগত নিজৰ বিয়াৰ কথা কি কলে জাচপ্ৰীত বুমৰাহে
Assamese
টেষ্টত কোন ভাৰতীয় বেটছমেনক আউট কৰাটো কঠিন বুলি কলে বিশ্বৰ এক নম্বৰ বলাৰগৰাকীয়ে
Assamese
কোভিদ১৯ৰ পুজিৰ বাবে আই পি এলৰ স্মৰণীয় ক্ৰিকেটৰ সামগ্ৰী নিলাম কৰিব কোহলী আৰু ভিলিয়াৰ্ছে
Assamese
কেনেদৰে নিজৰ হাতৰ এটা আঙুলি হেৰুৱাইছিল কলে ক্ৰিকেটাৰ পাৰ্থিৱ পেটেলে
Assamese