text
stringlengths
1
2.59k
language
stringclasses
10 values
বেডমিন্টনৰ ৭০০ প্ৰশিক্ষকৰ অনলাইন প্ৰশিক্ষণৰ মাজতেই স্ক্ৰীণত ভাহি উঠিল প্ণগ্ৰাফী ছবি
Assamese
উত্তৰ প্ৰদেশত ভাৰত জোড়ো যাত্ৰা পূৰ্বে ৰাহুল গান্ধীলৈ পত্ৰ লিখি শুভেচ্ছা ৰাম মন্দিৰৰ প্ৰধান পুৰোহিতৰ
Assamese
নতুন বছৰত আধাৰ কাৰ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন ঘৰত বহি পলকতে কৰিব পাৰিব এই কাম
Assamese
লক্ষ্য ১০০ সন্তান৬০ তম সন্তানৰ জন্মৰ পিছত তেওঁ আৰু বিচাৰি আছে পত্নী
Assamese
সমষ্টি পুনৰ নিৰ্ধাৰণবাদানুবাদৰ আঁৰৰ ৰাজনৈতিক প্ৰসঙ্গ
Assamese
পুনৰ অঘটন উৰিষ্যাত মালবাহী জাহাজত উদ্ধাৰ আন এগৰাকী ৰাছিয়ান নাগৰিকৰ মৃতদেহ
Assamese
কোন অসমীয়া প্ৰেমিকৰ সৈতে জন্মদিন পালন কৰিলে মোহময়ী অভিনেত্ৰী শ্ৰুতি হাছানে
Assamese
বলীউদৰ মোহময়ী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ বিয়া দৰা হব কোন
Assamese
কাজিৰঙাত বলিউডৰ জনপ্ৰিয় অভিনেতা আয়ুষ্মান খোৰাণা কাৰ্বি পাহাৰৰ নামনিত ছবিৰ দৃশ্যগ্ৰহণ
Assamese
আঁতৰা নাই কণাতংকজুলাইলৈ পিচুৱালে ৭৪ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ
Assamese
এইবাৰ নিজৰ বডিগাৰ্ডকে বিয়া পাতিলে হলীউদৰ জনপ্ৰিয় অভিনেত্ৰী পামেলা এণ্ডাৰছনে
Assamese
ৱেব ছিৰিজ তাণ্ডৱ নিৰ্মাতাৰ জিভা কাটি অনা লোকলৈ এক কোটি টকাৰ পুৰস্কাৰ ঘোষণা
Assamese
ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ
Assamese
এইবাৰ কি কাৰণে এইদৰে ভাইৰেল হৈ পৰিছে নোৰাৰ ফটো
Assamese
লাই হালে জালে ফুল চন্দন তুলসী সম্পন্ন হল ৰ নবিটাছিজুকাৰ বিয়া
Assamese
১৯ মেত জি আই এম টি তেজপুৰত কেৰিয়াৰ সজাগতা সভা
Assamese
প্ৰথম দহটা স্থানৰ ভিতৰত উজলিল বৰপেটা জিলাৰ ৪গৰাকীকৈ শিক্ষাৰ্থী
Assamese
শিৱসাগৰত দুৰ্বৃত্তই তাণ্ডৱ চলাই চূৰ্ণবিচূৰ্ণ কৰিলে বিদ্যালয়ৰ আচবাব কিতাপ পত্ৰ
Assamese
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হব ঠিকাভিত্তিক টেট শিক্ষক
Assamese
পৰিবেশ সংৰক্ষণৰ অনন্য প্ৰয়াস সাংবাদিকৰ ছাত্ৰছাত্ৰীৰ মাজত গছপুলি বিতৰণ
Assamese
জাতীয় উৎসৱ বিহুক নতুন মাত্ৰা প্ৰদান কৰি উচ্চতৰ মাধ্যমিকত বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিব শিক্ষা সংসদে
Assamese
আছাম চায়েন্স এণ্ড টেকনলজি য়ুনিভাৰ্ছিটিৰ চি ই ই ২০১৯পৰীক্ষাৰ ফলাফল ঘোষণা
Assamese
আই চি এছ চি পৰীক্ষাত সাফল্যৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াইছে যোৰহাটৰ তুষিতাই
Assamese
যুদ্ধৰ খৱৰ মিছাইল আক্ৰমণত নিহত হৈছে ৪০০ ৰাছিয়ান সেনা দাবী ইউক্ৰেইনৰ
Assamese
সোনকালেই সমাপ্ত নহয় ৰাছিয়াইউক্ৰেইন যুদ্ধ ব্যাপক প্ৰস্তুতিৰ আহ্বান নাটোৰ
Assamese
ইজৰাইলী সংবাদ মাধ্যমক সাক্ষাৎকাৰ দিয়াৰ অপৰাধ লেখকক মৃত্যুদণ্ড ইৰাণ প্ৰশাসনৰ
Assamese
মনৰ মিলন
Assamese
নিৰাপত্তাত গাফিলতি দেশখনৰ শীৰ্ষ সামৰিক বিষয়াক বৰ্খাস্ত কৰিলে কিম জং উনে
Assamese
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰাথনাৰ মতে বিমুদ্ৰাকৰণৰ সিদ্ধান্ত আছিল অসাংবিধানিক
Assamese
মেক্সিকোৰ কাৰাগাৰত সশস্ত্ৰ দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণত নিহত কমেও ১৪ জন
Assamese
অস্কাৰৰ দৌৰত এইবাৰ শ্বৰ্ট ফিল্ম নটখট উৎফুল্লিত বিদ্যা বালান
Assamese
বলীউদত মাত্ৰ ৩খন ছবি মুক্তি পাইছে অভিনেত্ৰী গৰাকীৰ ৩৯ কোটি টকাৰে কিনিলে বিলাসী ফ্লেট
Assamese
লকডাউন চলি থকাৰ মাজতে কিয় প্ৰিয়ংকা চোপ্ৰাক সাৱধান কৰি দিলে আৰক্ষীয়ে
Assamese
ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই
Assamese
ধোনী সম্পৰ্কত হৰভজন সিঙৰ আগত কি কলে ৰোহিত শৰ্মাই
Assamese
ধোনীক পুনৰ নীলা জাৰ্চিত দেখিবলৈ পোৱা নাযাব বুলি কিয় কলে তেওঁৰ সতীৰ্থই
Assamese
নতুন ঘৰৰ সন্ধানত ৰিয়া চক্ৰৱৰ্তী কেমেৰা দেখি ক্ষুব্ধ হৈ পৰিল সুশান্তৰ মৃত্যু গোচৰৰ মূল অভিযুক্ত
Assamese
কনা মহামাৰীৰ পাছত ক্ৰিকেটৰ পথাৰত খেলুৱৈৰ আনন্দ প্ৰকাশৰ শৈলী সলনি হব শচীন টেণ্ডুলকাৰ
Assamese
আমাৰ বেটছমেন সকলে দলৰ বাবে খেলাৰ বিপৰীতে ভাৰতীয় বেটছমেন সকলে নিজৰ অভিলেখৰ বাবে খেলিছিল ইনজামামুল হক
Assamese
মোৰ পৰিৱৰ্তে ধোনীক চেন্নাই চুপাৰ কিংছে আই পি এলত ক্ৰয় কৰাতো মোৰ বাবে ডাঙৰ বিপদ সদৃশ আছিল দিনেশ কাৰ্তিক
Assamese
ভাৰতীয় বেটছমেন অবিহনেই ৱাছিম জাফাৰে নিৰ্বাচিত কৰিলে সৰ্বশ্ৰেষ্ঠ টি২০ একাদশ
Assamese
কোভিদ১৯ৰ পৰৱৰ্তী সময়ছোৱা ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ বাবে আশীৰ্বাদ স্বৰূপ হব অভিনৱ বিন্দ্ৰা
Assamese
কনাৰ ভয়াবহতাৰ বাবে আৰু এবছৰলৈ ক্ৰিকেট নহব বুলি ভয় আখতাৰৰ
Assamese
ছাত্ৰছাত্ৰীৰ ব্যক্তিত্ব বিকাশৰ লক্ষ্যৰে কলিয়াবৰ মহাবিদ্যালয়ত কৰ্মশালা
Assamese
চি বি এছ ইৰ ফলাফল দেশৰ ভিতৰত দ্বিতীয় স্থানেৰে অসমৰ নাম উজ্বলালে অৰিন্দম শৰ্মাই
Assamese
৭৭ বছৰ বয়সতো কনা আক্ৰান্ত ৰোগীৰ চিকিৎসাত ব্যস্ত এগৰাকী ক্ৰিকেটাৰৰ পিতৃ
Assamese
মুখ্য মন্ত্ৰীয়ে উদ্বোধন কৰা গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল
Assamese
গুৱাহাটী মণ্ডল চি বি এছ চিৰ দশম শ্ৰেণীৰ ফলাফলত চৰকাৰী খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আধিপত্য
Assamese
জি আই এম টি তেজপুৰত কেৰিয়াৰ সজাগতা সভাৰ আয়োজন
Assamese
মেট্ৰিকৰ ফলাফল চাবলৈ ছেবাৰ ১৪ টা ৱেবছাইট মুকলি
Assamese
প্ৰতিযোগিতামূলক পৰীক্ষাত সহায়ক হোৱাৰ উদ্দেশ্যে বোকাখাতত বিনামূলীয়া প্ৰশিক্ষণ
Assamese
চি বি এছ চিৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা
Assamese
চাৰি জিলা বিলুপ্তিকৰণৰ আঁৰত কি জাতীয় স্বাৰ্থ নিহিত হৈ আছে জাতিক জনাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Assamese
বিমুদ্ৰাকৰণ সন্দৰ্ভত ৰায় দিলে উচ্চতম ন্যায়ালয়ে মোডীৰ ঘোষণা সন্দৰ্ভত কি কলে ন্যায়ালয়ে
Assamese
৩১ ডিচেম্বৰৰ নিশা ৰাজ্যত ৭৯ টা দুৰ্ঘটনা ৫ জনৰ মৃত্যু
Assamese
আৰক্ষী থানাৰ ভিতৰত মহিলাক যৌন নিৰ্যাতন বাবে আটক কৰা আৰক্ষী বিষয়াক জামিনত মুক্তি
Assamese
নৱবৰ্ষক আদৰাৰ মাজনিশা ভূমিকম্পই জোকাৰি গল দিল্লীহাৰিয়ানা
Assamese
সোঁৱৰণিয়ে কৰেহি আমনি সময়ৰ সোঁতত হেৰাই গল নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰা গ্ৰিটিংচ কাৰ্ড
Assamese
বিজেপিক বাধা দিবলৈ বিৰোধী একত্ৰিত হব লাগিব বিৰোধী ঐক্যৰ প্ৰয়োজনীয়তা তুলি ধৰিলে ৰাহুল গান্ধীয়ে
Assamese
নতুন বছৰৰ বাৰ্তা বছৰৰ অন্তিম দিনটোতো মিছাইল নিক্ষেপ কৰিছে উত্তৰ কোৰিয়াই
Assamese
দক্ষিণ ভাৰতৰ ছুপাৰষ্টাৰ ৰাম চৰণ কভিড পজিটিভ
Assamese
ৰাজ্যবাসীলৈ সুখবৰফোৰ্বছৰ বেষ্ট পাৰফৰ্মাৰ—২০২০ তালিকাত অসম সন্তান আদিল হুছেইন
Assamese
কেতিয়া বিয়াত বহিব ৰণবীৰআলিয়া দুই তাৰকাৰ লগ্নত বাধা লকডাউন
Assamese
নতুন স্মাৰ্টফোন নাপালে নকৰায় বিয়া যুৱকৰ এনে চৰ্তৰ পাছত কি ঘটিল চাওক
Assamese
১৫ মেত ঘোষণা কৰা হব মেট্ৰিক পৰীক্ষাৰ ফলাফল
Assamese
হৃদৰোগত আক্ৰান্ত বলীউডৰ প্ৰখ্যাত কৰিঅগ্ৰাফাৰ তথা ছবি নিৰ্মাতা ৰেম ডিছুজা
Assamese
ডেমকেয়াৰ জুবিন স্পষ্ট কৰি দিলে কা কেতিয়াও নাপাহাৰো
Assamese
অপ্সৰাত ছেকেণ্ড শ্ব বন্দনাত মেটিনী সকলো হবগৈ স্মৃতি
Assamese
খেয়াল ৰাখিয়া কৰবিয়াৰ দুমাহতে গৰ্ভৱতী হোৱাৰ ৰহস্য ফাদিল কৰিলে বলীউডৰ গায়িকা নেহা কক্কৰে
Assamese
চিবিএছ‌ইৰ বিজ্ঞান শাখাত ৯৭.৪ শতাংশ নম্বৰেৰে উজলিল নগাঁও কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্র উদ্দীপ্ত‌
Assamese
পাপ কৰ্মত লিপ্ত হল বলীউডৰ অভিনেত্ৰী হুমা কুৰেছি কি পাপ কৰিলে হুমাই
Assamese
বিশ্বকাপ বিজয়ী দলত স্থান পোৱা ধোনীৰ পচন্দৰ ক্ৰিকেটাৰগৰাকী কোন কলে যুৱৰাজে
Assamese
মহম্মদ কাঈফক কিয় সতৰ্ক হবলৈ কৈছিল মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰে
Assamese
এটা মহান কামৰ বাবে বিশ্বকাপত ব্যৱহাৰ কৰা বেট নিলামত দিলে কে এল ৰাহুলে
Assamese
মহেন্দ্ৰ সিং ধোনীক সৰ্বশ্ৰেষ্ঠ অধিনায়ক আখ্যা প্ৰাক্তন তাৰকা ইংৰাজ ক্ৰিকেটাৰ কেভিন পিটাৰছেনৰ
Assamese
ভেটিকান চিটিৰ প্ৰাক্তন পোপ ষোড়শ বেনেডিক্টৰ দেহাৱসান শোকস্তব্ধ বিশ্বৰ অজস্ৰ গুণমুগ্ধ
Assamese
দিল্লীত সিদ্ধান্ত অসম কেবিনেটৰচাৰি জিলাক পুনৰ একত্ৰীকৰণ
Assamese
নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ ভাৰতৰ বিকৃত মানচিত্ৰৰ ছবি পোষ্ট কেন্দ্ৰৰ ৰোষত হোৱাটছএপ
Assamese
নৱবৰ্ষৰ শুভেচ্ছা ২০২৩নতুন বছৰৰ আৰম্ভণিতে প্ৰিয়জনক দিয়ক শুভেচ্ছা
Assamese
আধাৰ নিৰ্দেশনাত সতৰ্কতাৰ বাৰ্তা কি পৰামৰ্শ দিছে ইউআইডিএআইয়ে
Assamese
চালকৰ হাৰ্ট এটেক বছৰটোৰ অন্তিম দিনটোত গুজৰাটত ভয়ংকৰ পথ দুৰ্ঘটনা বাছএছইউভিৰ সংঘৰ্ষত নিহত ৯ জন
Assamese
প্ৰাক্তন বিজেপি বিধায়কৰ বাংলোৰ পৰা উদ্ধাৰ মাটিত আধা পোত খাই থকা মহিলাৰ উৱলি যোৱা মৃতদেহ
Assamese
উৰিষ্যাত ৰাছিয়াৰ দুজনৰ ৰহস্যজনক মৃত্যুৰ পিছতে সন্ধানহীন আন এক পুটিনৰ সমালোচক
Assamese
কেৱল উকীলৰ অনুপস্থিতিৰ বাবেই সমগ্ৰ দেশতে বিচাৰাধীন ৬৩ লাখ গোচৰমুখ্য ন্যায়াধীশ চন্দ্ৰচূড়
Assamese
দিল্লী সীমান্তত কৃষক বিক্ষোভত চামিল হল অভিনেতা দিলজিৎ দান দিলে ১কোটি টকা
Assamese
স্বামীৰ পুৰুষত্বক লৈ সন্দেহ নৱ পৰিণীতাৰ নিজকে সক্ষম প্ৰমাণ কৰিবলৈ যুৱকে কৰিলে এই কাণ্ড
Assamese
চকুত কাজল নাকত নাকফুলি ৱেবছিৰিজত এইবাৰ নতুন ৰূপত মিলিন্দ সুমন
Assamese
হাতত ছবিৰ কাম নাই এইবাৰ ৰেষ্টুৰেন্টৰ মালিক হল শিল্পা ছেট্টি
Assamese
সৌৰভ গাংগুলী কোহলি আৰু ৰোজৰ ফেডৰাৰ মোৰ আদৰ্শ সুভাশীষ বসু
Assamese
মন্ত্ৰীৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান বাতিল কৰা হল বিদ্যা বালানৰ ছবিৰ শ্বুটিং
Assamese
আই পি এল আয়োজনৰ ইচ্ছা প্ৰকাশ কৰিছে শ্ৰীলংকাই ৰ সিদ্ধান্তলৈ অপেক্ষা
Assamese
নহয় এইবাৰ বৈঠকৰ পাছতে আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে য়ে
Assamese
দিবানৈশ টেষ্ট আৰু লৰ্ডছ টেষ্টৰ মাজত তুলনা অসম্ভৱ ঈশান্ত শৰ্মা
Assamese
বলিউদ অভিনেতা তথা বিজেপি সাংসদ ছানী দেউল কনা পজিটিভ
Assamese
বিএমচিক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ ঘৰ ভঙাৰ গোচৰত বোম্বে হাইকোৰ্টত কংগনাৰ জয়
Assamese
শ্বুটিঙৰ সময়তে কাৰ্গিলত ব্ৰেইন ষ্ট্ৰোক আশিকি খ্যাত অভিনেতা ৰাহুল ৰয়ৰ বিশেষ বিমানেৰে আনি মুম্বাইত চিকিৎসাধীন
Assamese
চি বি এচ ই দ্বাদশ শ্ৰেণীৰ ফলাফলত পূব ভাৰতৰ শীৰ্ষত তেজপুৰৰ তুষাৰ তায়াল
Assamese
এ পি এচ চি সংস্কাৰ কত সোণোৱালক প্ৰশ্ন কংগ্ৰেছৰ
Assamese
ধোঁৱাচাঙত এ পি এছ ছি সংস্কাৰ অনুত্তীৰ্ণ ৪শ পুনৰ উত্তীৰ্ণ উত্তীৰ্ণৰ মাজতো অনুত্তীৰ্ণ স্বীকাৰ অধ্যক্ষৰ
Assamese
অনিৰ্দিষ্ট কাললৈ স্থগিত কৰা হল আই পি এল
Assamese