text
stringlengths
1
2.59k
language
stringclasses
10 values
বিনাবেতনে ৩৮ বছৰ শিক্ষকতা কৰি অবসৰ গ্ৰহণ কৰিলে প্ৰধান শিক্ষকে
Assamese
প্ৰায় সাত বছৰৰ মূৰত ৰাজ্যত অনুষ্ঠিত হবলৈ গৈ আছে সাধাৰণ টেট
Assamese
নৱম আৰু দশম শ্ৰেণীৰ বৈচিত্ৰ্যময় অসম পাঠ্যপুথিত অনুসূচিত জাতিক উপেক্ষাৰ অভিযোগ
Assamese
পুনৰ অনুষ্ঠিত কৰক এ পি ডি চি এলৰ পৰীক্ষা কংগ্ৰেছ
Assamese
মোক্তাব বিদ্যালয়ত আবদ্ধ শিক্ষয়িত্ৰী পুৰণিগুদাম চলচলিত প্ৰতিবাদ বিক্ষুব্ধ ৰাইজৰ
Assamese
ফেচবুক কৰ্ণাৰভাল খবৰ
Assamese
ষষ্ঠবাৰৰ বাবে ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে বেঞ্জামিন নেতান্যহুৱে
Assamese
খালি ভৰিৰে মাতৃৰ মৃতদেহ কান্ধত তুলি শ্মশানলৈ নিলে প্ৰধানমন্ত্ৰী মোডীয়ে কৰিলে মুখাগ্নি
Assamese
ৰামহনুমানৰ কপিৰাইট বিজেপিৰ উমা ভাৰতীৰ বিস্ফোৰণত গেৰুৱা শিবিৰত অস্বস্তি
Assamese
১০০ বছৰত প্ৰয়াত হীৰাবেন মোদী মাতৃহাৰা হল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
Assamese
গুৱাহাটী আৰক্ষী আয়ুক্তৰ অনুমতি অবিহনে কামৰূপ মেট্ৰত নহব কোনো বনভোজ
Assamese
মাতৃ হোৱাৰ সাহস ৪৫ বছৰত মাতৃ হোৱা অভিনেত্ৰী শিল্পা ছেট্টিয়ে কি কলে
Assamese
২৭ খন ছবিক পিছ পেলাই অস্কাৰলৈ মনোনীত মালায়ালম ছবি জাল্লিকাট্টু
Assamese
বাংলা চলচ্চিত্ৰ জগতৰ কিংবদন্তি অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ দেহাৱসান
Assamese
এমি এৱাৰ্ডছত আদিল হুছেইন অভিনীত দিল্লী ক্ৰাইমলৈ বেষ্ট ড্ৰামা ছিৰিজৰ বঁটা
Assamese
কমলা হেৰিছৰ কাষত মল্লিকা শ্বেৰাৱট কেনেকৈ ঘটিল এই সংযোগ
Assamese
কনাত মৃত্যু এইগৰাকী প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰৰ
Assamese
লকডাউনৰ সময়ত ফিটনেছ ধৰি ৰখাটো বেগী বলাৰ সকলৰ বাবে প্ৰত্যহ্বান হব শংকৰ বসু
Assamese
দৰ্শকবিহীন বন্ধ ষ্টেডিয়ামত বিৰোট কোহলীৰ আচৰণ আমোদজনক হব নাথান লিয়ন
Assamese
প্ৰভাৱশালী ক্ৰিকেট ব‍্ড বি চি চি আইৰ উপাধ্যক্ষ পদ এৰিলে মহীম বাৰ্মাই
Assamese
দেশৰ ১২০০০ যুৱ চিকিৎসকৰ সৈতে মত বিনিময় কৰিলে ক্ৰিকেটৰ ‍ভগৱান শচীন টেণ্ডুলকাৰে
Assamese
শেষ মুহুৰ্তৰ আখৰাৰ মাজেৰে নগাঁৱৰ শিল্প কাননৰ এজাক শিশু চেমনীয়াই মন্ত্ৰমুগ্ধ কৰি ৰাখিলে দৰ্শকক
Assamese
গোৱাৰ সাগৰৰ পাৰত নগ্ন হৈ দৌৰা ফটো শ্বেয়াৰ মডেলঅভিনেতা মিলিন্দ সুমনক গ্ৰেপ্তাৰ
Assamese
বলিউদৰ ছুপাৰষ্টাৰ অভিনেতা অৰ্জুন ৰামপলৰ ঘৰত এন চি বিৰ অভিযান
Assamese
বিশ্বনাথ চাৰিআলিত নতুন কনিষ্ঠ বিজ্ঞান মহাবিদ্যালয়ৰ উদ্বোধন
Assamese
বাবৰ আজমে ভংগ কৰিব বিৰাট কোহলীৰ ৰেকৰ্ড এইগৰাকী ক্ৰিকেটাৰৰ মন্তব্য
Assamese
ড০ হীৰেন গোহাঁইৰ ৮০সংখ্যক জন্মদিনৰ প্ৰাকক্ষণত কেমব্ৰিজৰ শুভেচ্ছা পত্ৰ
Assamese
ধোনীৰ ক্ৰিকেটৰ ভবিষ্যৎ সম্বন্ধে কি কলে ভি ভি এছ লক্ষ্মণে
Assamese
মহিলা নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ বলিউদৰ জনপ্ৰিয় অভিনেতা বিজয় ৰাজ
Assamese
আশ্ৰয়হীন শিশুসকলৰ বাবে উত্তৰপূব সীমান্ত ৰেলৱেৰ বিশেষ আশ্ৰয় কক্ষ মুকলি
Assamese
ষ্টেট বেংকত ৯ হাজাৰ চাকৰি অসমীয়া জনাসকলৰ বাবে বিশেষ সুযোগ
Assamese
বিৰাট কোহলিক কপিল দেৱৰ সৈতে তুলনা এগৰাকী প্ৰাক্তন বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰৰ
Assamese
এই গৰাকী ক্ৰিকেটাৰে কলে ধোনীৰ ওপৰত অৱসৰৰ চাপ দিয়া উচিত নহয়
Assamese
দেশৰ যিকোনো প্ৰান্তৰ পৰাই ভোট দিয়ক পছন্দৰ প্ৰাৰ্থীক নিৰ্বাচন আয়োগৰ ৰিমট ভোটদানৰ পদক্ষেপ
Assamese
প্ৰবীণ সাংবাদিক তথা লেখক এম এছ প্ৰভাকৰৰ মৃত্যু
Assamese
দেশৰ শীৰ্ষ ফাৰ্মাচি শিক্ষানুষ্ঠানৰ তালিকাত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটীৰ জি আই পি এছ
Assamese
মৰ্মান্তিক ফেচবুক লাইভ আহি আত্মহত্যা কাছাৰৰ জয়দ্বীপৰ
Assamese
পশ্চিমৰ পৰা অস্ত্ৰশস্ত্ৰৰ বাবে অপেক্ষা কৰিছে কিয়েভে কলে ইউক্ৰেইনৰ চোৰাংচোৱা মুৰব্বী বুদানভে
Assamese
উচটনিমূলক ভাষণ বাবে শলঠেকত প্ৰজ্ঞা সিং ঠাকুৰ সাংসদগৰাকীৰ বিৰুদ্ধে ৰুজু গোচৰ
Assamese
ভাৰতত প্ৰস্তুত কৰা কফ চিৰাপ সেৱনৰ ফলত উজবেকিস্তানত কমেও ১৮ টি শিশুৰ মৃত্যুৰ অভিযোগ
Assamese
দেশৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ আভিযান্ত্ৰিক শাখাত সপ্তম স্থান লাভ গুৱাহাটী আই আই টিৰ
Assamese
বিয়াৰ বাবে কেনে ধৰণৰ ছোৱালী পছন্দ ৰাহুল গান্ধীৰ কংগ্ৰেছ নেতা গৰাকীয়ে নিজেই দিলে উত্তৰ
Assamese
মুম্বাইৰ ৫০০০ লোকক খাদ্য সামগ্ৰী যোগান ধৰিব শচীন টেণ্ডুলকাৰে
Assamese
কলকাতাবেংকক বিমানত মাজ আকাশতে মাৰপিটত লিপ্ত যাত্ৰী চাওক ভাইৰেল ভিডিঅ
Assamese
মন্ত্ৰী হিমন্ত বিশ্বৰ নৃত্যক লৈ প্ৰতিক্ৰিয়া শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ
Assamese
য়ুপিএছচিত উজলিল শিৱসাগৰৰ সাধাৰণ পৰিয়ালৰ সন্তান ৰাহুল কুমাৰ গুপ্তা
Assamese
ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষাত জিলিকিল অসমৰ ১৩ গৰাকী শিক্ষাৰ্থী
Assamese
অতি কম দিনৰ ভিতৰত বজালী মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হব
Assamese
অর্থনৈতিকভাৱে দুর্বল শ্ৰেণীৰ সংৰক্ষণ বাহাল ৰখাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ এছ এফ আই আৰু ডি ৱাই এফ আইৰ
Assamese
প্ৰাপ্তবয়স্ক যৌন পুতলা আমদানিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে দক্ষিণ কোৰিয়াই
Assamese
উত্তৰপূবৰ আটাইতকৈ ধনী আৰু দুখীয়া মুখ্যমন্ত্ৰী কোন কাৰ ওচৰত আছে আগ্নেয়াস্ত্ৰ
Assamese
অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰত চন্দ্ৰবাবু নাইডুৰ ৰোড শ্বত অঘটন পদপিষ্ট হৈ কমেও নিহত ৮ জন
Assamese
১০২ টা সন্তানৰ পিতৃৰ ১২ গৰাকী পত্নীক নিৰ্দেশ আৰু নহয় এতিয়া গৰ্ভনিৰোধক টেবলেট খোৱা
Assamese
দুৰ্নীতিৰ গোচৰত কাৰাবাস হোৱা দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি লী মিয়াঙক ৰাষ্ট্ৰপতিৰ ক্ষমা দান
Assamese
ৰবীন্দ্ৰ ভৱনৰ মঞ্চত বাউলী মেঘৰ সাধু
Assamese
হলীউদৰ প্ৰথম জেমছ বণ্ড ছিয়েন কনাৰিৰ দেহাৱসান
Assamese
ব্যক্তিগতঅৰবিন্দ কেজৰিয়াল
Assamese
ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ পুৰণি পেঞ্চন আচঁনিৰ দাবীত চহী সংগ্রহ অভিযান আৰম্ভ ইয়ং আছামৰ
Assamese
অসমত বিধানসভা আৰু লোকসভা সমষ্টিৰ সীমা পুনর্নিৰ্ধাৰণৰ কাম আৰম্ভ নিৰ্বাচন আয়োগৰ
Assamese
ভাৰতত জন্মদিনৰ ছুটী কটাবলৈ অহা ৰাছিয়াৰ পুটিন বিৰোধী আইন প্ৰণেতাৰ ৰহস্যজনক মৃত্যু
Assamese
বিগ ছাউণ্ড ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ পাঞ্চী ব্ৰহ্মৰ
Assamese
প্ৰতিবাদৰ পিছত সলাই পেলোৱা হল অক্ষয় কুমাৰৰ লক্ষ্মী বোম্ব ছবিৰ নাম নতুন নাম কি দিলে জানো আহক
Assamese
চিকিৎসালয়ক সহায়ৰ বাবে নিজৰ বিশ্বকাপ বিজয়ী জাৰ্চিৰ নিলাম কৰিলে এইগৰাকী ইংৰাজ ক্ৰিকেটাৰে
Assamese
বৰ্তমান ক্ৰিকেটতকৈ দেশ বেছি গুৰুত্বপূৰ্ণ বুলি মন্তব্য বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেৱৰ
Assamese
মাত্ৰ এগৰাকী ভাৰতীয় ক্ৰিকেটাৰক লৈ চাহিদ আফ্ৰিদিয়ে নিৰ্বাচিত কৰিলে বিশ্বৰ শ্ৰেষ্ঠ একাদশ
Assamese
ভৱিষ্যৎ গঢ়াৰ ক্ষেত্ৰত ছাত্ৰছাত্ৰীসকলে এটা মুক্ত মন লৈ আগবঢ়া উচিত ডাঃ এছ লক্ষ্মণন
Assamese
বেয়া খবৰ চেতেশ্বৰ পুজাৰাৰ সৈতে চুক্তি বাতিল কৰিলে ইংলেণ্ডৰ এটা কাউণ্টি ক্লাবে
Assamese
৩ মাহ উকলি যোৱাৰ পিছতো পাঠ্যপুথিৰ পৰা বঞ্চিত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰছাত্ৰী
Assamese
১০ মে ভিতৰত প্ৰকাশ পাব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল
Assamese
হৃত্বিক আৰু আদিত্যক লৈ কি অহেতুক মনৰ কথা কলে মোহময়ী অভিনেত্ৰী কিয়াৰাই
Assamese
বলীউদত ড্ৰাগছ চক্ৰ গ্ৰেপ্তাৰ জনপ্ৰিয় অভিনেত্ৰী
Assamese
গুৱাহাটীত শিক্ষানুষ্ঠানৰ সন্মুখতে মুকলিভাৱে বিক্ৰী হৈ আছে ধঁপাত সমীক্ষা
Assamese
সুশান্তৰ মৃত্যুৰ এইমছৰ ৰিপ্টৰ পুনৰীক্ষণৰ আৰ্জি জনাই প্ৰধান মন্ত্ৰীলৈ পত্ৰ বিজেপি সাংসদ স্বামীৰ
Assamese
বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ছানু কৰনাত আক্ৰান্ত
Assamese
লোভনীয় চাকৰি এৰি খড়গপুৰ আইআইটিৰ স্নাতকে শিক্ষাৰ পোহৰ বিলাইছে মাজুলীত
Assamese
লিডুৰ বিশিষ্ট শিক্ষাবিদ পংকজ কুমাৰ দে পৰলোকগামী
Assamese
কনাত আক্ৰান্ত হৈ এই গৰাকী ইটালীয়ান প্ৰাক্তন অলিম্পিক খেলুৱৈৰ মৃত্যু
Assamese
যদি ভাৰতে পাকিস্তানৰ বাবে ১০০০০ ভেণ্টিলেটৰ নিৰ্মাণ কৰে পাকিস্তানে চিৰদিন ভাৰতৰ ওচৰত কৃতজ্ঞ হৈ থাকিব ছোৱেইব আখতাৰ
Assamese
দ্বিতীয় বিশ্বযুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে স্থগিত হল ব্ৰিটিছ অপেন গল্ফ
Assamese
কনাৰ বিৰুদ্ধে যুদ্ধৰ বাবে গাভাস্কাৰৰ ৫৯ লাখ টকাৰ অনুদান প্ৰকাশ কৰা নাছিল ছচিয়েল মিডিয়াত
Assamese
২০ মে পূৰ্বে ঘোষণা হব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল
Assamese
ভুৱা মানহানিকৰ বাতৰিৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ বলীউদৰ তাৰকা বাহিনী
Assamese
ভাগ্যৰ পৰিহাস গ্লেমাৰ অতীতপুনৰ পুৰণি ঠিকনা ষ্টেশ্যনৰ প্লেটফৰ্মলৈ ৰাণু মণ্ডল
Assamese
গণতন্ত্ৰৰাজনীতিৰ প্ৰতি আস্থা হেৰুৱাইছে ভেন্সাৰ শিক্ষকে শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চ
Assamese
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহত উপস্থিত থাকিব উপৰাষ্ট্ৰপতি ভেংকায়া নাইডু
Assamese
কনাৰ বিৰুদ্ধে যুঁজিবলৈ এ চি এ আৰু বক্সাৰ অংকুশিতাই আগবঢ়ালে সাহায্য
Assamese
প্ৰধান মন্ত্ৰীৰ আহ্বানত মমবাতি প্ৰজ্বলন মহম্মদ কাঈফৰ ছচিয়েল মিডিয়াত মৌলানাৰ ধমক
Assamese
ফাৰ্মা কোম্পানীৰ লেবত ভয়াৱহ অগ্নিকাণ্ডজুইত জাহ গল চাৰি কৰ্মচাৰী এগৰাকী গুৰুতৰভাৱে আহত
Assamese
ডিব্ৰুগড়ত চাঞ্চল্যচাহ বাগিচাত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰৰ ভাণ্ডাৰ
Assamese
দিল্লীত সুৰাৰ ৰাগীত ৰুমমেটক হত্যাৰ অভিযোগত অসমৰ যুৱকক গ্ৰেপ্তাৰ
Assamese
চীন আৰু পাকিস্তানকলৈ চিন্তিত ৰাহুল গান্ধী যুদ্ধ হলে দুই চুবুৰীয়া দেশে একেলগে আক্ৰমণ কৰিব ভাৰতক
Assamese
ফেচবুক কৰ্ণাৰপিপিইকিটৰ ভূত
Assamese
বিবাহৰ প্ৰস্তাৱ দিয়া প্ৰেমিকাৰ মুখত চৰগোৰ অভিযুক্ত যুৱকৰ ঘৰ বুলডোজাৰেৰে ভাঙিলে প্ৰশাসনে
Assamese
মৰাণত শিলাবৃষ্টিনেটিজেনৰ চকুত উপভোগ্য কৃষকৰ বিভীষিকা
Assamese
যুদ্ধ বন্ধ কৰিবলৈ আলোচনাৰ বাবে সাজু পুটিন ইউক্ৰেইনবাসীক অবিচল থকাৰ আহ্বান জেলেনস্কিৰ
Assamese
প্ৰকৃতিৰ ৰোষকাছাৰত পাহাৰ খহি শ্ৰমিকৰ মৃত্যু তিনিগৰাকী শ্ৰমিক আহত
Assamese
এই তাৰিখৰ ভিতৰত আধাৰৰ সৈতে লিংক নকৰিলে নিষ্ক্ৰিয় হব পেন কাৰ্ড কোনে পাব ৰেহাই
Assamese
কেগৰ প্ৰতিবেদনত ধৰা পৰিল এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াত ব্যাপক বিসংগতি
Assamese
কংগ্ৰেছ এৰিলে দক্ষিণৰ মোহময়ী অভিনেত্ৰী খুশবুয়ে এইবাৰ যোগ দিব গেৰুৱা শিৱিৰত
Assamese
আহি আছে বলিউডৰ খিলাড়ী অক্ষয় কুমাৰৰ হৰৰ ছবি লক্ষ্মী বোম্ব চাওঁক ট্ৰেলাৰ
Assamese