text
stringlengths
1
2.59k
language
stringclasses
10 values
গুণোৎসৱ কৃষ্ণাইৰ ভেল্টাৰঘাট প্ৰাথমিক বিদ্যালয়ে লাভ কৰিলে এ গ্ৰেড
Assamese
১৫ অক্টোৱৰত ছবি গৃহলৈ আহিব প্ৰধানমন্ত্ৰী মোডীৰ জীৱনকলৈ নিৰ্মাণ কৰা বায়পিক
Assamese
চিৰদিনৰ বাবে অভিনয়ক বিদায় দি ধৰ্মত শৰণ ললে এইগৰাকী বলীউদ অভিনেত্ৰীয়ে
Assamese
নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ে সালসলনি ঘটালে পৰীক্ষাৰ সময়সূচী
Assamese
অসম সাহিত্য সভাৰ আহ্বান মৰ্মে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত আৰম্ভ হব অসমীয়া বিভাগ
Assamese
নিজৰ উপাচাৰ্যকে প্ৰফেছৰৰ সন্মান দিলে বিশ্ববিদ্যালয়ে
Assamese
কনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ হকী ইণ্ডিয়াই প্ৰদান কৰিলে ১ কোটি টকা
Assamese
যুৱৰাজ সিঙে ক‍নাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে ধন
Assamese
ৰোভানিমি এই গাওঁখনতে ছাণ্টা ক্লজৰ ঘৰ যত শিশুসকলে গোটেই বছৰ তেওঁক লগ কৰিব পাৰে
Assamese
হৰভজন আৰু গীতাই ৫০০০ পৰিয়ালৰ মাজত বিতৰণ কৰিব খাদ্য সামগ্ৰী
Assamese
আজি নিশা সকলোৱে একত্ৰিত হৈ বিশ্ববাসীক দেখুৱাই দিয়ক ভাৰতৰ শক্তি কোহলি
Assamese
কাইলৈ অগপত এদল সমর্থকৰ সৈতে যোগদান কৰিব কন্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে
Assamese
চৰকাৰৰ অৱহেলাৰ বাবে মু্কলি হোৱাৰ পূৰ্বে এৰাবাৰীত পৰিণত লিডু আই টি আই
Assamese
ডিব্ৰুগড়ত দিবাংগসকলৰ বাবে স্থাপন কৰা হব বিশ্ববিদ্যালয় মুখ্য মন্ত্ৰী
Assamese
শ্বুটিং চলি থকাৰ মাজতে অসুস্থ হৈ পৰিল তামান্না ভাটিয়া পৰীক্ষাত ধৰা পৰিল কৰনা পজিটিভ
Assamese
বিশ্বনাথত টেট শিক্ষকৰ উত্তাল প্ৰতিবাদে কঁপালে উপায়ুক্তৰ কাৰ্য্যালয়
Assamese
অৱশেষত জামিন লাভ কৰিলে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে
Assamese
মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ কি কথাত অসন্তুষ্ট ছিক্সাৰ কিং যুৱৰাজ সিং
Assamese
কৰনা আতংকভাৰতত অনুষ্ঠিত হবলগীয়া ফিফাৰ ১৭ অনুৰ্দ্ধৰ মহিলা বিশ্বকাপ স্থগিত
Assamese
যুৱৰাজ সিং আৰু হৰভজন সিঙক সমৰ্থন কৰি আফ্ৰিদীয়ে কলে আমি প্রেম আৰু শান্তিৰ দূত
Assamese
কৰনাভাইৰাছপ্ৰথমবাৰলৈ মহামাৰীৰ বাবে বাতিল হল উইম্বলডন
Assamese
আফ্ৰিদিক সহায় কৰিবলৈ কোৱা বাবে হৰভজনৰ পিছত অনুৰাগীৰ লক্ষ্য হৈ পৰিল যুৱৰাজ
Assamese
ইউ এছ অপেন টেনিছ প্ৰতিযোগিতাৰ ষ্টেডিয়ামক ৰূপান্তৰ কৰা হল ৩৫০ খন বিচনাযুক্ত চিকিৎসালয়লৈ
Assamese
ক্ষান্ত হোৱা নাই পুটিন খেৰচনত ৰাছিয়াৰ বিমান আক্ৰমণত নিহত ১০ জন
Assamese
দিছপুৰৰ পৃষ্ঠপোষকতাতে চলিছে কয়লাৰ বৃহৎ চিণ্ডিকেট অসম জাতীয় পৰিষদৰ বিস্ফোৰক অভিযোগ
Assamese
মণিপুৰত উত্তপ্ত পৰিস্থিতিআৰক্ষী জোৱানৰ গুলীত মহিলাৰ মৃত্যুৰ অভিযোগ তুলি ক্ষুব্ধ জনতাই জ্বলাই দিলে আৰক্ষী থানা
Assamese
ভাতৃ প্ৰিন্স এণ্ড্ৰিউক চিৰদিনৰ বাবে ৰাজপ্ৰাসাদত নিষিদ্ধ কৰিলে ৰজা তৃতীয় চাৰ্লছে
Assamese
কেবিনেট সিদ্ধান্তৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৮১.৩৫ কোটি হিতাধিকাৰীলৈ বিনামূলীয়া খাদ্যশস্য
Assamese
বিহাৰৰ ইটা ভাটাত ভয়ংকৰ বিস্ফোৰণত নিহত ৭ জন শ্ৰমিক
Assamese
দেশৰ প্ৰথম মুছলমান মহিলা যুঁজাৰু পাইলট হিচাপে ইতিহাস গঢ়িবলৈ আগবাঢ়িছে ছানিয়া মিৰ্জা
Assamese
শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে হাফলঙত মুকলি ছেবাৰ মাণ্ডলিক কাৰ্যালয়
Assamese
লওক নিৰ্বাচনী সুযোগ এচ চি ই আৰ টিত মুকলি অৰ্ধ শতাধিক পদ
Assamese
টিংখং পলিটেকনিকৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰী সোণোৱালৰ
Assamese
বেংকৰ চাকৰিৰ পৰীক্ষাত ৫০ নম্বৰ মাতৃভাষাৰ প্ৰশ্ন বাধ্যতামূলক কৰাৰ দাবী অসম সাহিত্য সভাৰ
Assamese
প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে বিভিন্ন বিভাগত মুকলি কৰি দিলে ২০০ ৰো অধিক পদ
Assamese
এসময়ৰ জনপ্ৰিয় টিভি শ্ব বালিকা বধুৰ এপিছড পৰিচালক এতিয়া শাকপাচলি বিক্ৰেতা
Assamese
পৰীক্ষা বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ আদিল হুছেইনৰ
Assamese
ড্ৰাগছ কাণ্ডত ১০ বছৰ জেল হব পাৰে বলীউদ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ
Assamese
কিংবদন্তি গায়ক এছ পি বালাসুব্ৰমনিয়ামৰ বিষয়ে অতি কমেইহে জনা দহটা বিশেষ কথা
Assamese
শীঘ্ৰেই মানুহৰ মাজত গঢ়ি উঠক বৈজ্ঞানিক মানসিকতা ড° দীনেশ চন্দ্ৰ গোস্বামী
Assamese
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজলিল অসম সন্তান দিগৰ
Assamese
চৰকাৰে বন্ধ কৰা বিদ্যালয় চলাব অসম সাহিত্য সভাই
Assamese
হাফলঙৰ ডনবস্কো স্কুলত জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ
Assamese
সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী শ্বেতা তিৱাৰী কনাত আক্ৰান্ত
Assamese
কৃষি আইন ২০২০ গৃহীত হোৱাৰ পাছতে কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ অভিনৱ প্ৰতিবাদ
Assamese
ড্ৰাগছ সংক্ৰান্তীয় চ্যাট গ্ৰুপৰ এডমিন আছিল দীপিকা পাডুকন দাবী এন চি বিৰ
Assamese
চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষযতীন বৰা আউট সুমন হৰিপ্ৰিয়া ইন
Assamese
টেঙাখাটত অইল ইণ্ডিয়াৰ অব্যৱহৃত গেছ পাইপলাইনত অগ্নিকাণ্ড
Assamese
কৰনাৰ বিৰুদ্ধে যুঁজত আগবাঢ়ি আহিল হিটমেন ৰোহিত আগবঢ়ালে বৃহৎ পৰিমানৰ ধন
Assamese
ছিকিমত ভয়াৱহ দুৰ্ঘটনাপথৰ পৰা বাগৰি দ খাৱৈত পৰিল ভাৰতীয় সেনাৰ বাহন ১৬ জোৱানৰ মৃত্যু
Assamese
ছিকিমত আৱদ্ধ প্ৰব্ৰজিত শ্ৰমিকৰ আশ্ৰয়ৰ বাবে নিজৰ অট্টালিকা আগবঢ়াব বাইচুং ভূটীয়াই
Assamese
ডেভিড ৱাৰ্ণাৰক মহাভাৰত চাবলৈ উপদেশ দিলে অনুৰাগীয়ে
Assamese
কেইবাগৰাকীও মহান ক্ৰিকেটাৰক বাদ দি বিশ্ব একাদশ ঘোষণা গ্ৰেম স্বানৰ
Assamese
পুনৰ বিয়পিছে কৰনা সতৰ্ক হোৱাৰ পৰামৰ্শ দি বিশেষ নিৰ্দেশনা জাৰী ভাৰতীয় চিকিৎসা সংস্থাৰ
Assamese
পলাশবাৰীত উদ্ধাৰ বন্যহস্তীৰ মৃতদেহবিদ্যুৎস্পৃষ্ট হোৱাৰ ফলত মৃত্যুৰ সন্দেহ
Assamese
কিছুমান দেশৰ নেতাৰ আমেৰিকা নিৰ্ভৰশীলতাৰ পৰিণতিৰ পৰা শিক্ষা লওক জেলেনস্কিয়েইৰান
Assamese
আকস্মিক শান্তি বাৰ্তা ইউক্ৰেইনত যুদ্ধ সমাপ্ত কৰিব বিচাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে
Assamese
ৰিক্সাচালকৰ পুত্ৰৰ সপোন পূৰণ কৰিবলৈ ৩লাখ টকা দান কৰিলে হৃত্বিক ৰোশনে
Assamese
বলীউদৰ ড্ৰাগছ কাণ্ডত শ্ৰদ্ধা ছাৰা ৰাকুল প্ৰীত আৰু দীপিকাৰ পাছত এইবাৰ দিয়া মিৰ্জাৰ নাম
Assamese
কনা বিৰোধী যুঁজত সহায়ৰ বাবে আগবাঢ়ি আহিল বিৰাটঅনুষ্কা
Assamese
কনাৰ বিৰুদ্ধে যুদ্ধৰ বাবে পুনৰ সাহায্য আগবঢ়ালে সাংসদ গৌতম গম্ভীৰে
Assamese
আঁতৰিব নেকি কনা ভাইৰাছ ঘোষণা কৰা হল টকিঅ অলিম্পিকৰ নতুন তাৰিখ
Assamese
আই পি এলৰ সৰ্বকালৰ একাদশৰ নেতৃত্ব ধোনীক দিলে এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে
Assamese
আফ্ৰিদিক সহায় কৰিবলৈ আহ্বান জনোৱা হৰভজন সিঙক তীব্ৰ সমালোচনা
Assamese
কনাৰ বিৰুদ্ধে যুঁজিবলৈ ৯০ মিলিয়ন ইউৰো দান পটুৰ্গীজ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ
Assamese
গুৱাহাটী বিশ্ববিদ্যালয়ত সাহিত্য উৎসৱ আৰম্ভ
Assamese
মাৰ্ঘেৰিটাৰ উলুপত স্থাপন হব শ্ৰী শ্ৰী আউনিআটী সত্ৰৰ শাখা সত্ৰ আৰু বিশ্ববিদ্যালয়
Assamese
শিৱসাগৰত ১০০০ গৰাকী ছাত্ৰছাত্ৰীয়ে লাভ কৰিছে আনন্দৰাম বৰুৱা বঁটা
Assamese
চৰকাৰক ৰাজহুৱা ককৰ্থনা আজি প্ৰতিবাদী শোভাযাত্ৰাৰ লগতে জেইল ভৰো প্ৰাথমিক শিক্ষকৰ
Assamese
ঘৈণী লাগে কইনা বিচাৰি দিয়ক বিয়াৰ পোছাক পিন্ধি ঘোঁৰাত উঠি হাতত পোষ্টাৰ লৈ ডঙুৱাৰ দল
Assamese
দুধনৈৰ এখন চিকিৎসালয়ৰ নাৰ্চ নিশা ডেকাৰ আত্মহত্যা জানুৱাৰীত ঠিক হৈ আছিল বিয়া
Assamese
সৰিয়হৰ ডুলিত ভূত বিধানসভা চৌহদৰ পৰাই চুৰি হল চৰকাৰী বিভাগৰ বাহন
Assamese
ধনৰ নাটনি কিমান দিনলৈ দৰমহাৰ পৰা বঞ্চিত হব ৩০ হাজাৰ টেট শিক্ষক
Assamese
২০০৬ চনৰ পৰা ৯৭ টা পোহনীয়া হাতী প্ৰেৰণ কৰা হৈছে আন ৰাজ্যলৈ বিধানসভাত জনালে চৰকাৰে
Assamese
অকল ৰেলত ১৩০০০০ নেহৰু যুৱ কেন্দ্ৰৰ ১২ হাজাৰটা পদ লোকসভা নিৰ্বাচনৰ পূৰ্বে চাকৰিৰ বৰষুণ
Assamese
ৰাজ্যত খালী হৈ আছে ১৯২৩০টা উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষকৰ পদ
Assamese
নাবালিকাক উৎপীড়নৰ অভিযোগত গ্ৰেপ্তাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা
Assamese
চীনলৈ উভতিছে কোভিডৰ আতংক হাস্পাতালৰ আইচিইউ ভৰ্তি শ্মশানত দীঘলীয়া শাৰী
Assamese
নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ৩ বছৰ পাছতো পাঠ্যক্ৰম আৰম্ভ নহল পাঠশালা আই টি আইত ক্ষুভিত দলসংগঠন
Assamese
অৰুণাচল প্ৰদেশত আটক আলফা স্বাধীন উগ্ৰপন্থী
Assamese
দৰদী কণ্ঠশিল্পী প্ৰয়াত জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন শিল্পীগৰাকীক স্মৰণ অজস্ৰ গুণমুগ্ধৰ
Assamese
মইও বহু হিৰোৰ যৌন কামনাৰ চিকাৰ হৈছো অনুৰাগে এই কাম কৰাত আচৰিত হবলগীয়া নাই
Assamese
আজিৰ পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা
Assamese
পৰিচালক অনুৰাগ কাশ্যপে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ অভিনেত্ৰীৰ গ্ৰেপ্তাৰৰ দাবী কংগনাৰ
Assamese
কেঁচু খান্দোতে ওলাইছে সাপ ড্ৰাগছ কাণ্ডত এন চি বিৰ নজৰত এইবাৰ দীপিকা পাডুকন
Assamese
বলিউড ইণ্ডাষ্ট্ৰি কৰণ জোহৰ বা তেওঁৰ দেউতাকে বনোৱা নাই টিকট ক্ৰয় কৰা দৰ্শকেহে বনাইছে কংগনা
Assamese
বলীউদত উষ্ণতা বৃদ্ধিএইবাৰ উৰ্মিলাক ছফট পৰ্ণষ্টাৰ বুলি কটাক্ষ কংগনা ৰানাৱটৰ
Assamese
কনাৰ আতংকৰ বাবে ধিং এক্সপ্ৰেছ হিমা দাসে সলালে নিজৰ ট্ৰেক
Assamese
বিশ্বজুৰি কনাৰ সংহাৰ ২০২১ লৈ সাময়িকভাৱে পিছুৱাই দিয়া হল টকিঅ অলিম্পিক২০২০
Assamese
কনা ভাইৰাছৰ আতংক অদৃষ্টৰ হাতত দুলি থাকিব নেকি ২০২০ টকিঅ অলিম্পিক
Assamese
ৰিয়া চক্ৰৱৰ্তীৰ পাছত এইবাৰ ছাৰা আলী খান এন চি বিৰ নজৰত তিনি অভিনেত্ৰী
Assamese
ৰিয়া চক্ৰৱৰ্তীৰ জামিন আবেদন নাকচ সহজেই জেইলৰ পৰা মুক্তি পোৱাৰ সম্ভাৱনা ক্ষীণ
Assamese
কনাৰ আতংক জাপানী প্ৰধানমন্ত্ৰীৰ ঘোষণা স্থগিত হব পাৰে ২০২০ টকিঅ অলিম্পিক
Assamese
সংগীত শিল্পী মানস ৰবীন আৰু তেওঁৰ পত্নী কোভিড১৯ পজিটিভ
Assamese
খানাপাৰাৰ উৰণীয়া সেঁতুৰ তলত বিশ্বৰত্ন ভূপেন হাজৰিকাক অংকন কৰি উলিয়ালে চিত্ৰশিল্পী নীলিম মহন্তই
Assamese
মণিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা৭ গৰাকী ছাত্ৰী নিহত আহত ৪০ গৰাকীৰো অধিক ছাত্ৰী
Assamese
ৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱস উপলক্ষে আয়োজিত ৰচনা প্ৰতিযোগিতাৰ বঁটা বিতৰণ ইলোৰা বিজ্ঞান মঞ্চৰ
Assamese
নাবালিকাক যৌন উৎপীড়ন অপৰাধীক সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ড৷
Assamese
হোৱাইট হাউচ পালেগৈ জেলেনস্কি সাক্ষাৎ কৰিলে বিডেনক কি কথা পাতিলে দুই ৰাষ্ট্ৰপতিয়ে
Assamese
তিনিচুকীয়াত আলফাৰ বিৰুদ্ধে সেনাৰ অভিযান এজন আহত
Assamese