text
stringlengths
1
2.59k
language
stringclasses
10 values
গোৱালপাৰাত বন্য হাতীৰ গচকত যুৱকৰ মৃত্যু
Assamese
ৰাজনীতি বিদায় শিক্ষকতাত যোগদান কৰিব প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী ডেভিদ কেমেৰুনে
Assamese
অতিৰিক্ত নিষেধাজ্ঞাইও ক্ষেপণাস্ত্ৰ কাৰ্যসূচী বন্ধ কৰিব নোৱাৰে স্পষ্ট কৰি দিলে উত্তৰ কোৰিয়াই
Assamese
পাকিস্তানত কনা বিয়পাই গল এগৰাকী ইংৰাজ ক্ৰিকেটাৰে ৰাজাৰ দাবী
Assamese
শেহতীয়া প্ৰতিবেদনধৰ্ষণৰ ঘটনাৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত অসম
Assamese
নিৰ্ধাৰিত সূচীমতে অনুষ্ঠিত হব টকিঅ অলিম্পিক ২০২০ ৰ উচ্চস্তৰীয় বৈঠকত সিদ্ধান্ত
Assamese
সম্পূৰ্ণ ভাৰতীয় সাজত অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ গ্লেন মেক্সৱেল
Assamese
৪৯ কেজি শাখাত অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰোত্তোলক মীৰাবাঈ চানুৰ
Assamese
কিমান পাৰিশ্ৰমিক লাভ কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্যই
Assamese
মেট্ৰিক পৰীক্ষাত মাজুলীত ১২টা কেন্দ্ৰত বহিব ২৭৬১ গৰাকী পৰীক্ষাৰ্থী
Assamese
সন্মুখত পৰীক্ষা শব্দ প্ৰদূষণ নকৰিবলৈ আহ্বান সংযুক্ত সাংবাদিক সন্থাৰ
Assamese
বিধেয়ক বিৰোধী প্ৰতিবাদৰ মাজতেই আজিৰে পৰা আৰম্ভ হল উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা
Assamese
বন্ধ প্ৰতিবাদৰ মাজতে কাইলৈৰ পৰা আৰম্ভ হব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা
Assamese
অপেক্ষাৰ অৱসান মুখ্য মন্ত্ৰীয়ে প্ৰদান কৰিলে আনন্দৰাম বৰুৱা বঁটা২০১৮
Assamese
গণিতৰ জনপ্ৰিয়কৰণত বিশেষ অৰিহণা মুনীন্দ্ৰ কুমাৰ মজুমদাৰলৈ ৰাষ্ট্ৰীয় বঁটা
Assamese
দিব্যাংগ সকলৰ বাবে প্ৰথমবাৰলৈ ছেবাৰ ব্ৰ্ৰেইলী প্ৰশ্ন কাকত
Assamese
ছেবাক শোচনীয় অৱস্থালৈ ঠেলি দিছে স্বয়ং চৰকাৰে
Assamese
তেজপুৰৰ জি আই এম টিত বাৰ্ষিক সমাৰোহৰ আয়োজন
Assamese
শিক্ষা মন্ত্ৰীক প্ৰত্যাহ্বান অচল হৈ পৰিল ৰাজ্যৰ ৩৯ হাজাৰ প্ৰাথমিক বিদ্যালয়
Assamese
ধুমুহাৰ সৃষ্টি কৰি কংগনাই এইবাৰ পাকিস্তান অধিকৃত কাশ্মীৰৰ সৈতে তুলনা কৰিলে মুম্বাইক
Assamese
এইবাৰ কৰনাত আক্ৰান্ত বলীউদৰ বহু চৰ্চিত প্ৰেমিক যুগল অৰ্জুনমালাইকা
Assamese
আশ্চৰ্য প্ৰথমবাৰৰ বাবে তাজমহললৈ হাউছ টেক্স বিচাৰি জাননী প্ৰেৰণ বিষয়াৰ ভুল নে আন কিবা
Assamese
দুবছৰীয়া শিশুৰ পেটত টিভি ৰিমটৰ বেটাৰী ২০ মিনিটৰ অস্ত্ৰোপচাৰ কৰি উলিয়াই আনিলে চিকিৎসকে
Assamese
বিপদত প্ৰাক্তন ৰাষ্ট্ৰপতি অভিযোগ প্ৰমানিত হলে ৪০ বছৰলৈকে কাৰাবাস হব পাৰে ডোনাল্ড ট্ৰাম্পৰ
Assamese
কাশ্মীৰত নিৰাপত্তাৰক্ষী বাহিনীৰ সাফল্য ৩ লস্কৰ উগ্ৰপন্থীক গুলীয়াই নিহত কাশ্মীৰ আৰক্ষীৰ
Assamese
তেলেগু ছবিৰ জনপ্ৰিয় অভিনেতা জয়প্ৰকাশ ৰেড্ডীৰ মৃত্যু
Assamese
কংগনা ৰানাৱটলৈ + নিৰাপত্তা অমিত শ্বাহক ধন্যবাদ জনালে অভিনেত্ৰীগৰাকীয়ে
Assamese
দলবদ্ধ ধৰ্ষণৰ বলি নাবালিকা পৰিত্যক্ত বাংলোত নাৰকীয় যৌন নিৰ্যাতন ৮ জনক গ্ৰেপ্তাৰ
Assamese
খালেক উবাচ অসম পুত্ৰ মেছি বিশ্বকাপ জয়ৰ আনন্দত আত্মহাৰা সাংসদ আব্দুল খালেক
Assamese
চাৰিখন ৰাজ্যত উদ্ধাৰ অসমৰ পৰা সৰবৰাহ কৰা ৬গৰাকী নাবালিকা
Assamese
অনলাইনত প্লেটফৰ্মত প্ৰদৰ্শিত হব প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীৰ দ্বিতীয় বিশ্বযুদ্ধৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰ মেমোৰিজ অফ ফৰগোটেন ৱাৰ
Assamese
অসমৰ ৰঞ্জন বেজবৰুৱালৈ ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি সন্মান
Assamese
সুশান্তৰ ঘৰ এৰি যোৱাৰ দিনাই ৰিয়াই ধ্বংস কৰিছিল ৮টা হাৰ্ড ড্ৰাইভ ঘনীভূত হৈ পৰিছে ৰহস্য
Assamese
কনা আতংক চমু হব পাৰে আই পি এলৰ সময়সূচী
Assamese
আপুনি জানেনে ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়ন আছিল ৰাহুল গান্ধী লাভ কৰিছিল মাৰ্চিয়েল আৰ্টৰ ব্লেক বেল্ট
Assamese
কনাৰ আতংক বাতিল হব নেকি টকিঅ অলিম্পিক আজি অনুষ্ঠিত হৈছে অলিম্পিক কমিটিৰ উচ্চস্তৰীয় বৈঠক
Assamese
এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ দাবী টি২০ ক্ৰিকেটত দ্বিশতক অৰ্জন কৰিব পাৰিব ৰোহিত শৰ্মাই
Assamese
পশ্চিমবংগক পৰাস্ত কৰি ৰঞ্জী ট্ৰফীৰ নতুন চেম্পিয়ন সৌৰাষ্ট্ৰ
Assamese
কৰনা আতংক সাময়িকভাৱে ১৫ এপ্ৰিললৈ পিছুৱাই দিয়া হল আই পি এল
Assamese
ভাৰতীয় ক্ৰিকেট দলৰ শিবিৰত কনা ভাইৰাছৰ আতংক
Assamese
কৰনা ভাইৰাছ ভাৰতদক্ষিণ আফ্ৰিকাৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় শৃংখলা বাতিল
Assamese
আমগুৰি আউনীআটীয় হেমচন্দ্ৰ দেৱ উঃ মাঃ বিদ্যালয়ৰ মহাৰজত জয়ন্তী আৰম্ভ
Assamese
এম বি বি এছৰ চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান ডিগবৈৰ অভিলাষ পাটোৱাৰীৰ
Assamese
কাইলৈৰ পৰা ৰাজ্যৰ সমূহ প্ৰাথমিক বিদ্যালয়ত ওলমিব তলা
Assamese
কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ আৰম্ভ
Assamese
পত্নীক হত্যাৰ পিছত ১২ টুকুৰা কৰিলে স্বামীয়ে পৰিত্যক্ত ঘৰৰ পৰা উদ্ধাৰ খণ্ডবিখণ্ড মৃতদেহ
Assamese
সৰিয়হতলীৰ পৰা উদ্ধাৰ অপহৃত কিশোৰীৰ মৃতদেহ হত্যাৰ অভিযোগ পৰিয়ালৰ
Assamese
বিশ্বৰ আটাইতকৈ ধনী ক্ৰিকেটাৰ কোহলি উপাৰ্জন আৰু সম্পত্তি জানি হব আচৰিত
Assamese
বৰষুণৰ বাবে বাতিল ভাৰতদক্ষিণ আফ্ৰিকাৰ প্ৰথম এদিনীয়া ষ্টেডিয়ামত দৰ্শক অবিহনে অনুষ্ঠিত হব দ্বিতীয় আৰু তৃতীয় এদিনীয়া
Assamese
বাসগৃহত জুই পিতৃমাতৃৰ চকুৰ সন্মুখতে অগ্নিদগ্ধ হৈ মৃত্যু প্ৰবাসী ভাৰতীয় মহিলা ব্যৱসায়ীৰ
Assamese
কেন্দ্ৰীয় বিদ্যালয়ত সংস্কৃত প্ৰাৰ্থনাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন পাঁচজনীয়া খণ্ড বিচাৰপীঠলৈ প্ৰেৰণ
Assamese
চিত্ৰাঙ্কন প্ৰতিযোগিতাত আৰিয়ন মানসলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান
Assamese
এসপ্তাহৰ ভিতৰতে ৩০৫খন শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ কৰা হব শিক্ষা মন্ত্ৰী
Assamese
ভেন্সাৰ শিক্ষকসকল স্বাধীন দেশৰ নাগৰিকনে গণৰাজ্য দিৱসত চৰকাৰলৈ প্ৰশ্ন ঐক্যমঞ্চৰ
Assamese
হাউলীৰ জয়পুৰত হেপ্পী ভেলী নামৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় মুকলি
Assamese
আন্দোলনৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীসকলক ৰেহাই দিয়াৰ আহ্বান শিক্ষা মন্ত্ৰীৰ
Assamese
বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্তৰ দেহাৱসান
Assamese
কিয় চলমান খানক লক্ষ্য কপিল শৰ্মা শ্ব বৰ্জনৰ ঘোষণা সুশান্ত সিং ৰাজপুতৰ অনুৰাগীৰ
Assamese
ৰেঙণিৰ ধাৰাবাহিক বেগমজান সম্প্ৰচাৰত ৬০ দিনৰ বাবে নিষেধাজ্ঞা দিলে কাৰণ দৰ্শোৱাৰ জাননী
Assamese
বলিউদৰ জনপ্ৰিয় অভিনেতা ৰণদীপ হুডা অসুস্থ মুম্বাইত সম্পন্ন হব এক জটিল অস্ত্ৰোপচাৰ
Assamese
অসমৰ বিশিষ্ট গীতিকাৰ মন্মথ বৈশ্য গুৱাহাটী হেলথ চিটি হাস্পতালত চিকিৎসাধীন
Assamese
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ নতুন ৰহস্য ফৰেনছিক ৰিপ্টত চাঞ্চল্যকৰ তথ্য
Assamese
এইবাৰ ডিচকভাৰীত বীয়েৰ গ্ৰেইলৰ সৈতে দেখা পোৱা যাব ছুপাৰষ্টাৰ অক্ষয় কুমাৰক
Assamese
সুশান্ত সিং ৰাজপুতৰ মৃত্যু ৰহস্য ৰিয়ামহেশ ভাটৰ হোৱাটছএপ চ্যাটত কিহৰ ইংগিত
Assamese
বাহুবলী প্ৰভাসৰ ডাঙৰ ঘোষণা মুকলি কৰিলে ছবি আদিপুৰুষ পোষ্টাৰ
Assamese
আৰক্ষীৰ জালত পৰিল আন এক ৱাণ্টেড গঁড় চিকাৰীবিশ্বনাথত গ্ৰেপ্তাৰ কৰিলে পলাতক চোৰাং চিকাৰীক
Assamese
ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আটাইতকৈ বৃহৎ মিছাইল আক্ৰমণ আৰম্ভ কৰিছে ৰাছিয়াই
Assamese
চাপত নতশিৰ সমালোচনাৰ সন্মুখীন হৈ সাংবাদিকসকলৰ টুইটাৰ একাউণ্ট ঘূৰাই দিলে এলন মাস্কে
Assamese
এইবাৰ মহিলাৰ আই পি এল আৰম্ভ কৰাৰ প্ৰস্তাৱ সুনীল গাভাস্কাৰৰ
Assamese
ৰাজ্যৰ সকলো জিলা সদৰতে স্থাপন হব বৈদ্যুতিকএল পি জি শ্মশান
Assamese
উচ্চতম ন্যায়ালয়ৰ সন্মুখত কোনো গোচৰ তুচ্ছ নহয় কেন্দ্ৰীয় আইন মন্ত্ৰীলৈ দেশৰ মুখ্য ন্যায়াধীশৰ বাৰ্তা
Assamese
বাধ্যতামূলক নহয় আধাৰৰ সৈতে ভোটাৰ কাৰ্ডৰ সংযোগ সংসদত স্পষ্ট কৰিলে আইন মন্ত্ৰী ৰিজিজুৱে
Assamese
পাঁচ মাহৰ মূৰত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিল অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ
Assamese
সুশান্তৰ চহী জাল কৰি একাউন্টৰ পৰা টকা উলিয়াইছিল ৰিয়াই চাঞ্চল্যকৰ তথ্য পোহৰলৈ
Assamese
টকিঅ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰিব অসমৰ লাভলীনাই
Assamese
টকিঅ অলিম্পিকলৈ যোগ্যতা অৰ্জন মেৰীকমৰ
Assamese
চছিয়েল মিডিয়াত ভাইৰেল ধোনীৰ নতুন ৰূপ
Assamese
জিন্তু গগৈ সোঁৱৰণি ফুটবল টুৰ্ণামেণ্টত কমাৰগাঁও মহাবিদ্যালয় বিজয়ী
Assamese
ক্ৰিকেটাৰ পৰা অৱসৰ ঘোষণা এইগৰাকী মহান ভাৰতীয় বেটছমেনৰ
Assamese
আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত খেলপথাৰত নামিব শচীনলাৰাৰ লগতে বহুকেইগৰাকী ৰথীমহাৰথী
Assamese
২০ টা ছিক্সাৰেৰে হাৰ্দিক পাণ্ডেয়াৰ ১৫৮ ৰানৰ বিধ্বংসী ইংনিছ
Assamese
অসম আৰু ভাৰতলৈ গৌৰৱ কঢ়িয়াম সোণোৱালহিমন্ত বিশ্বলৈ কৃতজ্ঞতাৰে হিমা
Assamese
জি আই এম টি তেজপুৰৰ উদ্যোগত বিনামূলীয়া কেৰিয়াৰ কৰ্মশালা
Assamese
অসম বন্ধৰ আতংক :পৰীক্ষাৰ সময়ত বন্ধৰ আহ্বান নিদিবলৈ আহ্বান ছেবাৰ
Assamese
জি আই এম টি তেজপুৰত কেৰিয়াৰ কৰ্মশালা
Assamese
সন্দিকৈ ছোৱালী মহাবিদ্যালয়তো নিষিদ্ধ হল বিজেপিৰ নেতাৰ প্ৰৱেশ
Assamese
সমাধানত ব্যৰ্থ চৰকাৰ উৰুকাৰ দিনাই বেতন বঞ্চিত শিক্ষকৰ আত্মহত্যা
Assamese
বিজেপিৰ নেতাৰ প্ৰৱেশ নিষিদ্ধ হল গুৱাহাটী বিশ্ববিদ্যালয়তো
Assamese
চাৰিখন ভৰিৰে জন্ম হল নৱজাতকৰ লাখ লাখ শিশুৰ ভিতৰত মাত্ৰ এজনহে আক্ৰান্ত হয় এই বিৰল ৰোগত
Assamese
সক্ৰিয় কিম জংউন নতুন অস্ত্ৰৰ বাবে অত্যাধুনিক ইঞ্জিনৰ পৰীক্ষা চলালে উত্তৰ কোৰিয়াই
Assamese
পূৰ্ণাংগ পিজি কলেজ হোৱাৰ দিশে যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেল
Assamese
ডিব্ৰুগড়ৰ বকুল চাহ বাগিচাত পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘ
Assamese
ৰাহুল গান্ধীৰ উপলব্ধি ৰাইজৰ পৰা দূৰত্ব সৃষ্টি হৈছিল কিন্তু আমি ফেচিষ্ট নহয়
Assamese
মহাবিদ্যালয়ৰ হোষ্টেলতে আত্মহত্যা অভিযান্ত্ৰিকৰ ছাত্ৰৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
Assamese
সন্দেহতে ১১ জন লোকক হত্যা ভুৱা এনকাউণ্টাৰ গোচৰত ৪৩ জন আৰক্ষীক যাৱজ্জীৱন কাৰাদণ্ড
Assamese
শিক্ষিত নিবনুৱাৰ বাবে সুখবৰ ৰাজ্যৰ শিক্ষানুষ্ঠানত শীঘ্ৰে ৯ হাজাৰ শিক্ষকক দিয়া হব নিযুক্তি
Assamese
অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ মষ্ট ৱান্টেড দুৰ্ধৰ্ষ গঁড়ৰ চোৰাং চিকাৰী
Assamese
প্ৰখ্যাত গায়ক এছ পি বালাসুব্ৰমনিয়মৰ স্বাস্থ্যৰ অৱস্থা জটিল
Assamese
বলীউদত হাংগামাসুভাষ ঘাইৰ বিৰুদ্ধে মুখ খুলি কি কলে অভিনেত্ৰী মহিমাই
Assamese
জটিল ৰোগত বলিউড অভিনেতা সঞ্জয় দত্ত
Assamese