text
stringlengths
1
2.59k
language
stringclasses
10 values
মানুহজনৰ ওজন ২২৫কেজি দিনে খোৱাৰ পৰিমান জানিলে চকু কপালত উঠিব আপোনাৰ
Assamese
মাফিয়াৰ তোষামোদকাৰী আয়ুষ্মান খুৰানা কিয় কংগনাৰ এই বিস্ফোৰণ
Assamese
বলীউদৰ নতুন গুঞ্জন হঠাতে চৰ্চাৰ মাজলৈ ভিকিকেটৰিনা যুগলবন্দী
Assamese
অভিনেতা সঞ্জয় দত্তক চিকিৎসালয়ত ভৰ্তি
Assamese
ৰিয়াৰ জেৰাত ফাদিল সুশান্তৰ ভনীয়েকৰ ৰ পৰা হৰলুকি ২.৫কোটি টকা
Assamese
লাহে লাহে খোল খাইছে ৰহস্যৰ দুৱাৰ সুশান্তক কিয় দৰৱৰ অভাৰডজ দিছিল ৰিয়াই
Assamese
বলীউদৰ সৰু পৰ্দাৰ কাহানী ঘৰ ঘৰ কী তাৰকা অভিনেতা সমীৰ শৰ্মাৰ আত্মহত্যা
Assamese
পাছপোৰ্ট প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ বিখ্যাত ফুটবলাৰ ৰোনাল্ডিনহো
Assamese
শাৰী পিন্ধি ক্ৰিকেট খেলাত ব্যস্ত মিতালী ৰাজ ভিডিঅ ভাইৰেল
Assamese
পাঁচটা বলত পাঁচটা ছিক্সাৰধোনী ৰিটাৰ্নছ
Assamese
অসম বাজেট ২০২০২১ হিমা দাসলৈ ৰাজ্য চৰকাৰৰ ডি এছ পি পদ
Assamese
বিয়াৰ বাবে হেঁচা প্ৰেমিকাৰ গুজৰাট ফুৰাবলৈ নি যুৱতীক ৪৯ বাৰ হানিখুচি হত্যা প্ৰেমিকৰ
Assamese
কুকুৰৰ সৈতে খেলি থাকোঁতে হৃদৰোগত আক্ৰান্ত থাই ৰাজকুমাৰী অৱস্থা সংকটজনক
Assamese
আজিৰে পৰা উত্তৰপূবৰ আকাশত হব ভাৰতীয় বায়ু সেনাৰ অনুশীলন
Assamese
গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত নাবালিকাসহ ৪জন নিহত
Assamese
চিৰাং জিলাৰ বিজনীত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ।
Assamese
ঈশান উদয় আঁচনিৰ ধন আত্মসাৎ মহাবিদ্যালয়ৰ অধ্যক্ষৰ
Assamese
গংগা স্নান কৰি আধ্যাত্মিক অনুভূতি লাভ দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ জণ্টি ৰোডছৰ
Assamese
বজালীৰ পাঠশালা শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী উদযাপন বৰ্ষ আৰম্ভ
Assamese
মাজুলীত প্ৰথমবাৰৰ বাবে অহা ৩০ ডিচেম্বৰত অনুষ্ঠিত হব অসম লোকসেৱা আয়োগৰ পৰীক্ষা
Assamese
ইতিহাস এটাও বল নেখেলাকৈয়ে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা দলৰ
Assamese
চৰকাৰলৈ সকীয়নি ১ ফেব্ৰুৱাৰিৰ পৰা জংগী আন্দোলনৰ হুংকাৰ অতিৰিক্ত শিক্ষক সন্থাৰ
Assamese
যোৰহাটৰ নেইষ্টৰ সঞ্চালক পদক লৈ অসমীয়া বিৰোধী চক্ৰৰ ষড়যন্ত্ৰৰ অভিযোগ
Assamese
মাত্ৰ বিছ বছৰ গৰকা এইজন ক্ৰিকেটাৰৰ সম্পত্তিয়ে আপোনাক আচৰিত কৰিব
Assamese
কোটি কোটি টকাৰ গাড়ীসম্পত্তি থকাৰ পাছতো সাধাৰণ জীৱন কটাইছে এইগৰাকী ভাৰতীয় খেলুৱৈয়ে
Assamese
প্ৰতিভাৰ সন্ধানত অহা ৭ জানুৱাৰিত ধুবুৰীৰ ১৪খন বিদ্যালয়ৰ এক অনন্য অনুষ্ঠান
Assamese
ছাত্ৰছাত্ৰীৰ স্কুলবেগৰ ওজন হ্ৰাস কৰাৰ জাননী অসমৰ শিক্ষা বিভাগৰ
Assamese
শিক্ষা বিভাগৰ নতুন নীতি প্ৰশাসনিক অনুদানৰ পৰা বঞ্চিত হব বহু শিক্ষানুষ্ঠান
Assamese
মাত্ৰ এখন মেচত জয়ী হলেই অলিম্পিক খেলাৰ সুযোগ পাব লাভলিনাই
Assamese
দুখীয়া হৈছে নেকি বিচিচিআই আই পি এলৰ প্ৰাইজমানি হ্ৰাস বাতিল উদ্বোধনী অনুষ্ঠান
Assamese
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী ঘোষণা ১২ ফেব্ৰুৱাৰিত আৰম্ভ হৈ সামৰণি পৰিব ১৪ মাৰ্চত
Assamese
কংগনা ৰানাৱটৰ মানালিৰ ঘৰৰ সন্মুখত গুলীচালনা কটকটীয়া কৰা হৈছে সুৰক্ষা
Assamese
সুশান্তৰ মৃত্যুৰ তদন্তৰ বাবে মুম্বাইত উপস্থিত হোৱা পাটনাৰ এছ পিক বিএমচিয়ে কৰিলে কোৱাৰেন্টাইন
Assamese
বলিউদৰ পিতামহ অমিতাভ বচ্চন কনা মুক্ত চিকিৎসালয়ৰ পৰা উভতি আহিল নিজ গৃহলৈ
Assamese
বলীউদত চাঞ্চল্যৰামগোপাল বাৰ্মাৰ নতুন ছবিৰ নাম অৰ্ণৱ দ্য নিউজ প্ৰষ্টিটিউট
Assamese
কালিকা লাগিছে মুম্বাইত সুশান্তৰ পিছত পুনৰ আন এজন অভিনেতাৰ চিপ লৈ আত্মহত্যা
Assamese
বাংগালুৰুত সংঘটিত হিট এণ্ড ৰাণ দুৰ্ঘটনাত নিহত অসমৰ ৩ জন প্ৰব্ৰজনকাৰী শ্ৰমিক
Assamese
অসমত চলি আছে কয়লাৰ ব্যাপক চিণ্ডিকেট জাতীয় যুৱবাহিনীৰ সংবাদমেল
Assamese
আৰক্ষী প্ৰশাসনত সালসলনিদিগন্ত বৰাক গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত হিচাপে নিযুক্ত
Assamese
কি হব নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১০ জানুৱাৰীত সাংবিধানিক বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি
Assamese
অষ্ট্ৰেলিয়াত অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনাত দুজন আৰক্ষী বিষয়াকে ধৰি নিহত ৬ জন
Assamese
ধৰা পৰিল জিকা ভাইৰাছৰ প্ৰথমটো ঘটনা সমগ্ৰ কৰ্ণাটকত জাৰি কৰা হৈছে সতৰ্কতা
Assamese
সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ চিবিআই তদন্তৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ
Assamese
আগষ্টত খুলিব নে চিনেমা হল তথ্য সম্প্ৰচাৰ দপ্তৰৰ আবেদনৰ প্ৰত্যুত্তৰত কি কলে গৃহ মন্ত্ৰালয়ে
Assamese
সুশান্ত সিং ৰাজপুতৰ অনুৰাগীৰ আকাশচুম্বী উছাহ সৰ্বকালৰ অভিলেখ ভংগ দিল বেচেৰা
Assamese
চামগুৰিত আন্তঃজিলা ৰচী টনা প্ৰতিযোগিতা
Assamese
পুনৰ ভেন্সাৰ শিক্ষকৰ আত্মহনন চৰকাৰক ধিক্কাৰ ভেন্সাৰ শিক্ষক সন্থাৰ
Assamese
আজি চি এ চিয়ে বাচনি কৰিব ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচক পদৰ প্ৰাৰ্থী
Assamese
হোজাইৰ নাজিৰ আজমল মেমোৰিয়েল বি এড কলেজত ১২ দিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি
Assamese
এইবাৰ আগতীয়াকৈ অনুষ্ঠিত হব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা
Assamese
আজি মুকলি কৰি দিয়া হব অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰৱেশ পত্ৰ
Assamese
এইবাৰ আই পি এলত ভংগ হবনে ক্ৰিছ গেইলৰ অভিলেখ
Assamese
নিউজিলেণ্ডৰ বিৰুদ্ধে দুৰ্বল প্ৰদৰ্শন টেষ্ট ৰেংকিঙত কোহলীৰ বৃহৎ ক্ষতি
Assamese
পুনৰ বিতৰ্কত হাৰ্দিক পাণ্ডিয়া বোৰ্ডৰ নিয়ম ভংগ কৰি বিপদত টীম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ
Assamese
মৰিগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু
Assamese
বিস্ফোৰণত কঁপিল কাবুল পাকিস্তানৰ পিছত এইবাৰ আফগানিস্তানতো জেহাদীৰ লক্ষ্য চীনৰ নাগৰিক
Assamese
দেশে দেশে মৃত্যুৰ কিৰিলি জাম্বিয়াত ৰাস্তাৰ কাষৰ পৰা উদ্ধাৰ ২৭ টা মৃতদেহ
Assamese
অধ্যাপক ড০ অমৰেশ দত্তলৈ সন্মানীয় কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা
Assamese
বাহিৰা শক্তিয়ে টলাব নোৱাৰিলে হিমাচল কংগ্ৰেছক নিৰ্বিঘ্নে নতুন মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীয়ে ললে শপত
Assamese
কিয় গ্ৰেপ্তাৰ কৰা হৈছে ইউৰোপীয় পাৰ্লিয়ামেন্টৰ ভাইচ প্ৰেছিডেন্টক
Assamese
অহা ৩০ ডিচেম্বৰত অনুষ্ঠিত হব অসম লোকসেৱা আয়োগৰ সংযুক্ত পৰীক্ষা প্ৰাঃ
Assamese
সত্ৰৰ ভূমি বেদখলত জড়িত বিজেপি নেতা গণককুছি সত্ৰৰ ভকতআই মাতৃৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘট
Assamese
শিক্ষক বিহীন বিদ্যালয় অভিভাৱকৰ লগতে অসহায় ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ
Assamese
তৃতীয় ফ্ৰণ্ট নহয় বিজেপিক পৰাস্ত কৰিবলৈ লাগে কেৱল এটাই ফ্ৰণ্টনীতিশ কুমাৰ
Assamese
চেফালী ৰাধাৰ চমকপ্ৰদ প্ৰদৰ্শনেৰে মহিলা টি২০ বিশ্বকাপত চতুৰ্থ বিজয় ভাৰতৰ
Assamese
ৰোগবিহীন শৰীৰৰ বাবে যুৱ অৱস্থাতে শিক্ষা দানপহিলা ডিচেম্বৰত গ্ৰহণ কৰা হব সংকল্প
Assamese
কেন উইলিয়ামছন নহয় এইবাৰ আই পি এলত ডেভিড ৱাৰ্ণাৰে নেতৃত্ব দিব চানৰাইজ হয়দৰাবাদক
Assamese
ক্ৰিকেটৰ খেলপথাৰ এৰি কৃষি পথাৰত অমিতাতৰমুজৰ খেতিত ধৰিলে ধোনীয়ে
Assamese
৫ আৰু ৯ এপ্ৰিলত গুৱাহাটীৰ বৰ্ষাপাৰাত ৰ খেল
Assamese
দিল্লীৰ হিংসাত্মক পৰিস্থিতিত উদ্বিগ্ন যুৱৰাজছেহৱাগ জনালে শান্তি বজাই ৰখাৰ আহ্বান
Assamese
দুখীয়া মেধাৱী শিক্ষাৰ্থীলৈ সুখবৰ এফিনিটি ক্লাচেচৰ উল্লেখনীয় পদক্ষেপ
Assamese
অভিনেতা সুশান্ত সিঙৰ মৃত্যুত হতাশাগ্ৰস্ত হৈ এগৰাকী অনুৰাগী কিশোৰীৰ আত্মহত্যা
Assamese
মহিলাই গান গোৱাটো নিষিদ্ধগালেই ঠিকনা হব কাৰাগাৰ কত
Assamese
অসমত বানৰ দুৰ্যোগসহায়ৰ আহ্বান বলীউদৰ অভিনেতা জন আব্ৰাহাম বৰুণ ধাৱানৰ
Assamese
কৰনাৰ বিৰুদ্ধে সজাগতা সৃষ্টিবলীউদ তাৰকা শ্বাহৰুখৰ খানৰ কাষ চাপিল অসম আৰক্ষী
Assamese
কভিড১৯ঐশ্বৰ্য্য ৰায় বচ্চন কন্যা আৰাধ্যাক হস্পিটেলত ভৰ্তি
Assamese
কিতাপ পঢ়াৰ অনুভূতি
Assamese
যি কৈছো সেয়া প্ৰমাণ কৰিব নোৱাৰিলে ঘুৰাই দিম পদ্মশ্ৰী কিয় কলে কংগনা ৰানাৱটে
Assamese
বিদেশত পুনৰ উজলিল অসম গৌৰৱ আদিল হুছেইন
Assamese
মই মৃত্যুশয্যাতএইদৰে লিখি পৃথিৱীৰ পৰা বিদায় মাগিলে বলীউদৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে
Assamese
অমিতাভৰ পাছত অভিষেক বচ্চনৰো কোভিড১৯পজিটিভ জয়া বচ্চন ঐশ্বৰ্যাৰ ৰিপ্ট নিগেটিভ
Assamese
তেলৰ দৰ বান্ধি দিয়া জি৭ মিত্ৰজোঁটৰ সিদ্ধান্তত সমৰ্থন নাই ভাৰতৰ আদৰণি জনালে ৰাছিয়াই
Assamese
চৰম নৃশংসতা চলন্ত গাড়ীৰ পৰা কোলাৰ শিশুক দলিয়াই দি মাতৃৰ ওপৰত যৌন নিৰ্যাতন চলালে দুৰ্বৃত্তই
Assamese
বিমানৰ ভিতৰত ফণা তুলি উঠিল সাপ আতংকিত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ যাত্ৰী
Assamese
বোৱালগুৰিত উৎখাত কুখ্যাত চাইবাৰ ঘাটি অভিযানত উদ্ধাৰ বিভিন্ন অবৈধ নথিপত্ৰ
Assamese
ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্মদিৱস উপলক্ষে ঢেকিয়াজুলিত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস উদযাপন
Assamese
প্ৰতিষ্ঠান চৌহদৰ ভিতৰৰ কোৱাৰ্টাৰত উদ্ধাৰ আইআইটি গুৱাহাটীৰ অধ্যাপকৰ মৃতদেহ
Assamese
১.১০ কোটি হাত ঘড়ী আৰু ১ লাখ টকাৰ জোতা পিন্ধি প্ৰেয়সীৰ সৈতে ডেটিঙত যোৱা ক্ৰিকেটাৰ গৰাকী কোন
Assamese
দীৰ্ঘদিনৰ বিৰতিৰ অন্তত সুখবৰ ২ মাৰ্চত হাতত বেট তুলি লব ধোনীয়ে
Assamese
ভাৰতীয় মূলৰ যুৱতীক বিয়া কৰাব অষ্ট্ৰেলিয়াৰ ষ্টাৰ অলৰাউণ্ডাৰ মেক্সৱেলে
Assamese
নোলাব শচীনৰ দৰে দ্বিতীয়জন ক্ৰিকেটাৰ ইয়াৰ চাৰিটা কাৰণ ব্যাখ্যা
Assamese
সন্মুখত লোকসভা নিৰ্বাচন এইবাৰ আগতীয়াকৈ অনুষ্ঠিত হব মেট্ৰিক পৰীক্ষা
Assamese
নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ১৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
Assamese
ৰাষ্ট্ৰীয় বিজ্ঞান মেলাত দেশৰ ভিতৰত প্ৰথম স্থান লাভ বিলাসীপাৰাৰ আস্থা ভৰদ্বাজৰ
Assamese
পঞ্চায়ত নিৰ্বাচনৰ বাবে চৰকাৰী বিদ্যালয়ে ৩দিনৰ ভিতৰত ঘোষণা কৰিব লাগিব পৰীক্ষাৰ ফলাফল
Assamese
অসম চৰকাৰৰ মিডিয়া মেনেজাৰৰ আন এক বিভ্ৰান্তিকৰ প্ৰমাদ এদিন আগতীয়াকৈ জনালে শিশু দিৱসৰ শ্ৰদ্ধাঞ্জলি
Assamese
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ বিলাসী অট্টালিকাৰ মূল্য কিমান
Assamese
বুধবাৰে গুৱাহাটীলৈ আহিব ৰাজস্থান ৰয়েলছ দল মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা প্ৰদান কৰিব টিকট
Assamese
সপ্তম দৰমহা আয়োগৰ আসোঁৱাহ পুনৰ আন্দোলনৰ হুংকাৰ মধ্য ইংৰাজী শিক্ষক সন্থাৰ
Assamese
১৫১৭ নৱেম্বৰলৈ গুৱাহাটীত সৰ্বভাৰতীয় পৰীক্ষা পৰিষদ সমূহৰ ৪৭ সংখ্যক সন্মিলন
Assamese