text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
নোবেল বিজয়ী ব্যক্তিৰ কৰ্মৰাজিৰ ওপৰত তেজপুৰ বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব এলানি বক্তৃতা | Assamese |
আকৌ এবাৰ তালৈ যাব লাগিছিল ইৰফান খানৰ স্মৃতি সুঁৱৰি পত্নীয়ে দিলে এই পষ্ট | Assamese |
আজি গুৱাহাটীত নৰ্থইষ্ট আৰু চেন্নায়েনৰ মাজত হব ৰ অন্তিম লীগ মেচ | Assamese |
ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মুখত শচীন টেণ্ডুলকাৰ বিৰাট কোহলীৰ নাম আই চি চিৰ কিয় উঠিল খং | Assamese |
জৱাহৰ নৱোদয় বিদ্যালয়ত নামভৰ্তিৰ বাবে অনলাইন আৱেদন আৰম্ভ | Assamese |
ভাৰতীয় বিয়াত হিন্দী গীতৰ তালে তালে নৃত্য কৰিলে এইগৰাকী মহান ক্ৰিকেটাৰে | Assamese |
গুজৰাট বিধানসভাৰ ১৮২খন আসনত মুছলমান বিধায়ক এজন কংগ্ৰেছৰ টিকটত জয়ী ইমৰান | Assamese |
প্ৰায় ১০০ জন লোকে মিলি ঘৰ ভাঙি অপহৰণ কৰিলে যুৱতী চিকিৎসকক ভাইৰেল ভিডিঅ | Assamese |
ৰকেট আক্ৰমণৰ সন্দেহ পঞ্জাৱৰ তৰণ তাৰণ আৰক্ষী থানাত বিস্ফোৰণ আৰম্ভ তালাচী অভিযান | Assamese |
নাবালিকাক ধৰ্ষণ কৰি হত্যা অপৰাধৰ ৫৭ দিনৰ ভিতৰতে দোষীক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ | Assamese |
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ ভিডিঅ | Assamese |
বলিউদৰ মহীৰূহ অমিতাভ বচ্চন কোভিড১৯ পজিটিভ | Assamese |
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণীউচ্চতম ন্যায়ালয় | Assamese |
কণাতংকই সলনি কৰিছে চিনেমা চোৱাৰো ধৰণনাওত উঠি চাওঁ আহক চিনেমা | Assamese |
ভেন্সাৰ শিক্ষককৰ্মচাৰীক চৰকাৰৰ বঞ্চনা পঞ্চায়ত নিৰ্বাচনত প্ৰত্যুত্তৰ দিবলৈ সাজু ঐক্যমঞ্চ | Assamese |
সুশান্ত সিং ৰাজপুতৰ হত্যাত জৰিত ডাউদ ইব্ৰাহিম | Assamese |
বলীউদৰ প্ৰসিদ্ধ অভিনেতাশ্বোলে চূৰ্মা ভূপালী খ্যাত জগদীপৰ দেহাৱসান | Assamese |
অশান্ত লাডাখৰ ভাৰতচীন সীমান্ত আমিৰ খানে লৈছে এক ডাঙৰ সিদ্ধান্ত | Assamese |
পুনৰ চাঞ্চল্য সুশান্ত সিং ৰাজপুতৰ পূৰ্বে আত্মহত্যা কৰা মেনেজাৰ দিশা আছিল অন্ত:সত্ত্বা | Assamese |
বলীউদৰ প্ৰসিদ্ধ কৰিঅগ্ৰাফাৰ সৰোজ খানৰ পৰলোকপ্ৰাপ্তি | Assamese |
সুশান্ত সিং ৰাজপুত আত্মহত্যাৰ গোচৰত এইবাৰ সঞ্জয় লীলা ভাঞ্চালীক মুম্বাই আৰক্ষীৰ চমন | Assamese |
জয়মতী আইদেউ সন্দিকৈৰ স্মৃতিত সাংস্কৃতিক কেন্দ্ৰ হব বোকাখাতত | Assamese |
পুনৰ গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ জন্তু স্থানান্তৰ কৰিলে অসম ৰাজ্যিক চিৰিয়াখানাই সাৱ্যস্ত প্ৰতিবাদ | Assamese |
প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ তিনিজন আটক | Assamese |
আমেৰিকা ভ্ৰমণত সৰ্বাধিক ব্যয় ২৩ কোটি প্ৰধানমন্ত্ৰী মোডীৰ ৫ বছৰত ৩৬ টা বিদেশ ভ্ৰমণত খৰচ কিমান | Assamese |
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ | Assamese |
মহাভিযোগত অপসাৰিত ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলো পেৰুৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হল দিনা বোলুয়াৰ্ট | Assamese |
সলনি হোৱা নাই তালিবান আফগানিস্তানত পুনৰ ৰাজহুৱাভাৱে দিয়া হল মৃত্যুদণ্ড | Assamese |
লজ্জাজনক প্ৰদৰ্শনৰ ধাৰা অব্যাহত নৰ্থইষ্টৰ ৫১ গলত হৰুৱালে হায়দৰাবাদে | Assamese |
শচীন টেণ্ডুলকাৰৰ বিদায় টেষ্টত মেন অব দ্যা মেচ লাভ কৰা এই গৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা | Assamese |
দৌৰচাঞ্চল্য ৫ বছৰীয়া গীতাঞ্জলিক সহায়ৰ বাবে আহিছে বিভিন্নজন সহায় কৰিব অসম চৰকাৰেও | Assamese |
পুনমৰ বিধ্বংসী বলিঙেৰে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি মহিলা টি২০ বিশ্বকাপত ভাৰতৰ সুন্দৰ আৰম্ভণি | Assamese |
মোদী পাছ নাড্ডা ফেইল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হব কোন | Assamese |
ওদালগুৰিত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল নেশ্যনেল পায়নিয়াৰ জুনিয়ৰ কলেজ | Assamese |
পুটিনৰ সতৰ্কবাণী পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে | Assamese |
ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত ধুবুৰীৰ নাজিয়া হাছান | Assamese |
উত্তৰপূব শিশু গ্ৰন্থমেলা ছাত্ৰছাত্ৰীৰ উৎসাহজনক সহাঁৰিয়ে হাঁহি বিৰিঙাইছে গ্ৰন্থ বিক্ৰেতাক | Assamese |
বাংলা ভাষাত গুণোৎসৱৰ নিৰ্দেশাৱলী জাতীয় সংগঠনৰ প্ৰতিক্ৰিয়া | Assamese |
ধোনীৰ বডিগাৰ্ডৰ ৰূপত দীৰ্ঘদিনৰ বান্ধৱী হেয়াৰষ্টাইলিষ্ট ভাইৰেল | Assamese |
ক্ৰিকেটৰ পথাৰলৈ ধোনীৰ বহু প্ৰত্যাশিত পুনৰাগমন | Assamese |
ক্ৰিকেটৰ পৰিভাষা সলনি কৰি দিয়া তিনিগৰাকী ক্ৰিকেটাৰৰ নাম কলে ইনজামাম উল হকে | Assamese |
আজি গুৰুত্বহীন মেচত নৰ্থইষ্ট য়ুনাইটেডৰ সন্মুখত হায়দৰাবাদ এফ চি | Assamese |
৩০ অক্টোবৰত বিজ্ঞাপন প্ৰাথমিক বিদ্যালয়ত দহ হাজাৰ শিক্ষক নিযুক্তি দিব ৰাজ্য চৰকাৰে | Assamese |
আজি সামৰণি পৰিব ২৬ সংখ্যক ৰাজ্যিক পৰ্যায়ৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ | Assamese |
এইবাৰ ৯ নৱেম্বৰত গুৱাহাটী কঁপাবলৈ সাজু প্ৰাথমিক শিক্ষক | Assamese |
ডেমকেয়াৰ শিক্ষা মন্ত্ৰী শিক্ষকৰ সমস্যাক লৈ উদ্বিগ্ন নহয় সিদ্ধাৰ্থ ভট্টাচাৰ্য | Assamese |
কাইলৈৰ পৰা মাজুলীত ৰাজ্যিক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ অসম বন্ধৰ পৰা ৰেহাই দিবলৈ আয়োজকৰ অনুৰোধ | Assamese |
মেলব্ণক অতিক্ৰমী বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম হব মটেৰা ২৪ ফেব্ৰুৱাৰিত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে কৰিব মুকলি | Assamese |
পিতৃৰ পদাংক অনুকৰণেৰে পুনৰ দ্বি শতকীয় ইনিংছ জুনিয়ৰ দ্ৰাবিড়ৰ | Assamese |
কেনেকৈ মৃত্যু হৈছিল সুশান্ত সিং ৰাজপুতৰ ওলাল মৰণোত্তৰ পৰীক্ষাৰ ফাইনেল ৰিপ্ট | Assamese |
কিয় টুইংকলক একেসময়তে ৪জন বয়ফ্ৰেণ্ড ৰখাৰ পৰামৰ্শ দিছিল চুপাৰষ্টাৰ পিতৃ ৰাজেশ খান্নাই | Assamese |
ডিজিটেল প্লেটফৰ্মত মুক্তি পাব সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি দিল বেচাৰা পিছে কেতিয়া | Assamese |
সেনা আৰু আৰক্ষী সম্পৰ্কে অভিনেতা পৰেশ ৰাৱালৰ কি মন্তব্যই বুটলিছে ইমান প্ৰশংসা | Assamese |
জুবিনে মুকলি কৰিলে এন কে বিগ ষ্টাৰ | Assamese |
সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনা১১ঘন্টা ধৰি বান্ধৱী ৰিয়াক জেৰা আৰক্ষীৰ | Assamese |
অনুৰাগীৰ মনৰ কামনা পূৰণ কৰি বন্যাৰ্তৰ বাবে ১ কোটি টকা দান কৰিছিল সুশান্ত সিং ৰাজপুতে | Assamese |
শোক সহ্য কৰিব নোৱাৰিয়েই মৃত্যুক সাৱটিলে সুশান্ত সিং ৰাজপুতৰ বৌৱেকে | Assamese |
অসম কেবিনেটৰ বৃহৎ সিদ্ধান্তএ পি এছ চি ৰ পৰা আঁতৰিল ঐচ্ছিক বিষয়ৰ প্ৰশ্ন কাকত | Assamese |
খোৱাঙত বাঘৰ আতংকবাগিচাত কৰ্মৰত অৱস্থাত নাহৰফুটুকীৰ আক্ৰমণত দুই মহিলা আহত | Assamese |
আমেৰিকাৰ জনপ্ৰিয় গায়িকা অভিনেত্ৰী লেডী গাগাৰ কুকুৰ চুৰিত অভিযুক্তক ২১ বছৰৰ কাৰাদণ্ড | Assamese |
নলবাৰীত ৰাজ্যৰ প্ৰথমটো প্লেনেটেৰিয়াম উদ্বোধনআধাৰশিলা স্থাপনৰ ১০ বছৰ পিছত হল মুকলি | Assamese |
কাক ভোট দিলে নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে | Assamese |
সোণাৰীত থানাৰ ভিতৰতে আৰক্ষী কনিষ্টবলৰ গুলীত নিহত সতীৰ্থ কনিষ্টবল | Assamese |
২০২২ চনৰ বছৰটোৰ শব্দ ঘোষণা কৰিছে অক্সফৰ্ড অভিধানে শব্দটো কি | Assamese |
কলেজীয়া দিনত হাত খৰচ উলিয়াবলৈ কি কাম কৰিছিল দেশৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে জনালে নিজেই | Assamese |
প্ৰতিবছৰতে লকডাউনৰ পোষকতা শিল্পী আচুৰ্য্য বৰপাত্ৰৰ | Assamese |
কি মহৎ উদ্দেশ্যত পুনৰ নগ্ন হবলৈ আগবাঢ়িল অভিনেত্ৰী জেনিফাৰ আনিষ্টন | Assamese |
হোজাইৰ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ উছাহ | Assamese |
বঙাইগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ত সফলতাৰে সম্পন্ন দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ | Assamese |
আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ | Assamese |
২৫ অক্টোবৰৰ পৰা ধাৰাবাহিক আন্দোলনৰ ঘোষণা সদৌ অসম সংযোগী শিক্ষা কৰ্মী সন্থাৰ | Assamese |
ৰানৰ নহয় এইবাৰ অনুৰাগীৰ সংখ্যাৰে ৰেকৰ্ড গঢ়িলে বিৰাট কোহলীয়ে | Assamese |
হিমা দাসৰ কেৰিয়াৰ সন্দৰ্ভত এ ললে এটা ডাঙৰ সিদ্ধান্ত | Assamese |
বিশ্বকাপ বিজয়ৰ ঐতিহাসিক মূহুৰ্তটোৰ বাবে শচীনে জিনিলে লিয়ছ স্প্টিং মোমেণ্ট এৱাৰ্ড | Assamese |
গুৱাহাটীত অনুষ্ঠিত হব ১৭ বছৰ অনূৰ্দ্ধ মহিলা ফিফা বিশ্বকাপৰ খেল | Assamese |
মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ মুৰ্মুষু অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ | Assamese |
ছাত্ৰ একতা সভাৰ নিৰ্বাচনী ফলাফলক লৈ উত্তপ্ত কটন বিশ্ববিদ্যালয়ৰ চৌহদ | Assamese |
জাঁজীত লুমিনাছে আগবঢ়ালে চৰকাৰী বিদ্যালয়লৈ বৈদ্যুতিক পাংখা | Assamese |
ছাত্ৰীক দুবছৰ ধৰি ধৰ্ষণ শিক্ষকৰ মুখ খুলিলে গোটেই পৰিয়ালকে শেষ কৰি দিয়াৰ ভাবুকি | Assamese |
গুজৰাটত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণভোট দিলে প্ৰধানমন্ত্ৰী মোদীয়ে ৯৩ খন আসনৰ বাবে প্ৰাৰ্থী ৮৩৩ জন | Assamese |
আজি অনুষ্ঠিত হৈছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন ছাত্ৰছাত্ৰীৰ উৎসাহ প্ৰদৰ্শন | Assamese |
গান্ধী জয়ন্তীত দিচপুৰত অনশনত বহিল হাজাৰ হাজাৰ বেতন বঞ্চিত অপ্ৰাদেশীকৃত শিক্ষক | Assamese |
কিম জঙ উনৰ নতুন ফতোৱা দেশৰ শিশুসকলৰ নাম ৰাখিব লাগিব বোমাবন্দুক | Assamese |
মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক আন্ত:ৰাষ্ট্ৰীয় বিশ্ব সংবিধান সাংসদ বঁটা | Assamese |
অধিকৃত মাৰিঅপোলত নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিছে ৰাছিয়াই ডনবাছ ভ্ৰমণৰ বাবে সাজু পুটিন | Assamese |
ভাৰতত উছেইন বল্ততকৈ দ্ৰুত মানৱ সহায়ৰ আশ্বাস ক্ৰীড়া মন্ত্ৰী ৰিজিজুৰ | Assamese |
প্ৰকাশ পালে ৰ সূচী অনিশ্চয়তাত ওলমি থাকিল গুৱাহাটী | Assamese |
হকী আমাৰ ৰাষ্ট্ৰীয় খেল নহয় এগৰাকী শিক্ষকে পোহৰলৈ আনিলে এই সত্য | Assamese |
বুমৰাহক অধিক আক্ৰমণাত্মক হোৱাৰ আহ্বান এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ | Assamese |
অচলাৱস্থাৰ অৱসান চলিত মাহতে বড়োলেণ্ড বিশ্ববিদ্যালয়ত স্থায়ী উপাচাৰ্য নিযুক্তি | Assamese |
মৃত্যুৰ পূৰ্বে অভিনেতা ইৰফান খানে কৰি থৈ গল এক ডাঙৰ কাম এতিয়া বন্ধুৱে কৰিলে সদৰী | Assamese |
অভিনেতা ইৰফান খানৰ সমাধিৰ কাষতে সমাধিস্থ কৰা হল সংগীত পৰিচালক ৱাজিদ খানক | Assamese |
জনপ্ৰিয় সংগীত পৰিচালক ৱাজিদ খানৰ কোভিড১৯ত মৃত্যু শোকস্তব্ধ বলীউদ | Assamese |
কৰনাৰ বিৰুদ্ধে সজাগতাৰ প্ৰচাৰত বলীউদ নাগপুৰ আৰক্ষীৰ অভিনৱ পোষ্টাৰ | Assamese |
আজি আই এছ এলৰ গুৰুত্বহীন খেলত ওড়িশাৰ বিৰুদ্ধে নৰ্থইষ্ট য়ুনাইটেড | Assamese |
নিজৰ পৈতৃক প্ৰাসাদ কিনি লব লগা হৈছিল ছেইফ আলি খানে | Assamese |
বোকাৰ পদুম শিল্পী দূৰ্গ বায়েন ৯০ দশকৰ পৰাই টোকাৰী গীতৰ একান্ত সাধনাত ব্ৰতী অনাতাঁৰ শিল্পী | Assamese |
বলীউদৰ প্ৰসিদ্ধ অভিনেতা কিৰন কুমাৰৰ দেহত ধৰা পৰিছে কোভিড১৯ পজিটিভ | Assamese |
মুম্বাইৰ পৰা পত্নীসতীৰ্থসহ অসম আহি পালেহি জুবিন গাৰ্গ ১৪ দিন থাকিব কোৱাৰেন্টাইনত | Assamese |
বিষাক্ত সম্পৰ্ক স্বামীক লাহে লাহে বিষ দি হত্যা প্ৰেমিকক লগত লৈ ষড়যন্ত্ৰ পত্নীৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.