text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
দিনৰ পোহৰতে কুখ্যাত গেংষ্টাৰক গুলীয়াই হত্যা দুৰ্বৃত্তৰ গুলীত এজন পথচাৰীও নিহত | Assamese |
নিয়ম ভঙাৰ পৰিণামমুম্বাইত গ্ৰেপ্তাৰ হল অভিনেত্ৰী পুনম পাণ্ডে | Assamese |
গৰুৰ পেটৰ পৰা উদ্ধাৰ ৬৫ কিলোগ্ৰাম প্লাষ্টিক ধাতুৰ আৱৰ্জনা হতভম্ব চিকিৎসক | Assamese |
খুজেস্তান প্ৰদেশত পাৰমাণৱিক শক্তি প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ইৰাণে | Assamese |
ঋষি কাপুৰৰ অন্তিম ইচ্ছা পূৰণ কৰিব নোৱাৰিলে ৰণবীৰ কাপুৰে | Assamese |
তামিলনাডুত ৩৩ বছৰীয়া ব্যক্তিৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ৪ জন শ্ৰমিক | Assamese |
বঞ্চনাৰ অভিযোগ ১ অক্টোবৰত ঠিকাভিত্তিক টেট শিক্ষকে ঘেৰাও কৰিব সৰ্বশিক্ষাৰ কাৰ্যালয় | Assamese |
পুনৰ উত্তপ্ত অসম বিশ্ববিদ্যালয় উপাচাৰ্যৰ কক্ষত তলা লগালে ছাত্ৰই | Assamese |
নিৰক্ষৰতাই সমস্যা গুণোৎসৱ সময়তো শিক্ষক নাছিল কাৰ্বি আংলঙৰ শতাধিক বিদ্যালয়ত | Assamese |
প্রাদেশিকীকৰণৰ মায়াজাল ১ অক্টোবৰত ২০০৫ চনৰ স্বীকৃতিপ্ৰাপ্ত শিক্ষকৰ ধৰ্ণা | Assamese |
দ্বিতীয় পৰ্ব গুণোৎসৱৰ বাবে সাজু বিশ্বনাথ জিলা আজিৰ পৰা বহী মূল্যায়নকাৰীৰ প্রশিক্ষণ | Assamese |
নতুন উপাচাৰ্য নিযুক্তি নিদিয়া পৰ্যন্ত চলি থাকিব ধৰ্মঘট বি এছ য়ু | Assamese |
অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী উৰ্বশী হাজৰিকালৈ হাংগেৰীৰ বিশ্ববিদ্যালয়ৰ জলপানী | Assamese |
উচ্চ ন্যায়ালয়ত মাধ্যমিক শিক্ষককৰ্মচাৰী সন্থাৰ গোচৰ বিত্ত তথা শিক্ষা বিভাগলৈ জাননী জাৰি | Assamese |
কনা ভাইৰাছৰ আতংক চীনৰ টেবল টেনিছ দলৰ কাটাৰত আশ্ৰয় | Assamese |
বান্ধবীৰ নগ্ন ছবি ছচিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি এইগৰাকী তাৰকা ক্ৰিকেটাৰৰ | Assamese |
আই চি চিৰ এদিনীয়া ৰেংকিং বুমৰাহৰ ৰাজত্বৰ অৱসান কোন স্থানত বিৰাট কোহলী | Assamese |
বৰ্ষাপাৰাত অসমৰ বিৰুদ্ধে ত্ৰিপুৰাৰ ৰানৰ পাহাৰ ঋষভৰ অৰ্ধশতৰানেৰে অসমৰ সতৰ্ক আৰম্ভণি | Assamese |
দিব্যাংগসকলৰ উত্তৰণৰ বাবে আন্তৰিকতাৰে কাম কৰিব লাগিব প্ৰমীলা ৰাণী ব্ৰহ্ম | Assamese |
৩.৫ মিনিটৰ ভিতৰত সাজু হৈ নুঠিল ৰন্ধাপাস্তা কোম্পানীৰ বিৰুদ্ধে ৰুজু ৪০ কোটি টকাৰ গোচৰ | Assamese |
অচিনাকি বাহনত যাত্ৰা কৰি বিপদত দুই যুৱক নিচাযুক্ত বস্তু খুৱাই সকলো লুটি নিলে দুৰ্বৃত্তই | Assamese |
কোন গৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ সৈতে বিয়াত বহিব অনুষ্কা শেট্টি চৰ্চাত দেবসেনা | Assamese |
মহিলা টি২০ বিশ্বকাপত এই নতুন পদ্ধতি ব্যৱহাৰ কৰিব আই চি চিয়ে | Assamese |
ধোনী আৰু কপিলৰ অভিলেখ ভংগ কৰিও জাদেজাই জিকাব নোৱাৰিলে টীম ইণ্ডিয়াক | Assamese |
বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্যকাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ | Assamese |
মাৰ্ঘেৰিটাৰ বৰগোলাইত কয়লা সৰবৰাহ কৰিবলৈ অহা ট্ৰাকৰ খুণ্ডাত এজন লোকৰ মৃত্যু | Assamese |
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ বিৰুদ্ধে থিয় দিবলৈ ইউৰোপ যথেষ্ট শক্তিশালী নহয়ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী | Assamese |
সৰুসজাইত গলৰ বৰষুণ জামছেদপুৰৰ বিৰুদ্ধে ড্ৰ খেলিলে নৰ্থইষ্ট য়ুনাইটেডে | Assamese |
দিল্লীত পুনৰ লিভইন সংগীক নৃশংস হত্যা দেহ কাটি টুকুৰাটুকুৰ কৰাৰ চেষ্টা | Assamese |
বাছ চলাই থাকোতেই হাৰ্ট এটেক চালকৰ খুন্দিয়ালে এখনৰ পিছত আনখন গাড়ীত নিহত ২ জন | Assamese |
পুনৰ ফিল্ডত নামিছে সাংসদ বদৰুদ্দিন আজমল সাম্প্ৰদায়িক মন্তব্যৰে এইবাৰ কি লক্ষ্য মৌলানাৰ | Assamese |
বলিউদ অভিনেতা ইৰফান খানৰ মৃত্যু | Assamese |
অভিলেখবিশ্বৰ আটাইতকৈ সৰ্বাধিক দৰ্শকে চোৱা শ্ব হৈছে ৰামায়ন | Assamese |
কি আছিল ঋষি কাপুৰৰ সেই অকপট চিন্তা যিটো তেওঁ টুইটাৰতো ব্যক্ত কৰিছিল | Assamese |
কনা বিৰোধী যুঁজলৈ পুনৰ সহায় অক্ষয়ৰ এইবাৰ মুম্বাই আৰক্ষীলৈ আৰ্থিক সাহায্য | Assamese |
গুৱাহাটীত চুটি ছবি প্ৰতিযোগিতা ইউটিউবৰ পৰা সংগৃহীত ধন কভিড১৯ আক্ৰান্তক দিয়া হব | Assamese |
ইৰফান খানৰ মাতৃৰ মৃত্যু লকডাউনৰ বাবে ঘৰৰ পৰা দূৰত আৱদ্ধ হৈ ৰল অভিনেতাগৰাকী | Assamese |
হাৰ্টথ্রব জুবিন গাৰ্গৰ সম্পূৰ্ণ নামক লৈ ত বিভ্ৰান্তি অনুৰাগীৰ প্ৰতিক্ৰিয়া | Assamese |
কনাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে দুখনকৈ চুটি ছবি নিৰ্মাণ পৰিচালক মঙ্গল নায়কৰ | Assamese |
নাম্বাৰপাৰাত কৃতি শিক্ষক শুকুৰ মামুদক বিভিন্ন দলসংগঠনৰ সম্বৰ্ধনা | Assamese |
বিহাৰৰ ছুপাৰ থাৰ্টি প্ৰতিষ্ঠাতা আনন্দ কুমাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী | Assamese |
হাইস্কুলৰ প্ৰধান শিক্ষকৰ পদত সংশ্লিষ্ট বিদ্যালয়ত কৰ্তব্যৰত কোনো শিক্ষককে দিয়া নহব নিযুক্তি | Assamese |
আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন প্ৰায় ৪৫০০ ছাত্ৰছাত্ৰীয়ে কৰিব ভোটদান | Assamese |
সাহিত্যিক নাহেন্দ্ৰ পাদুনক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান ৰাজ্যপাল জগদীশ মুখীৰ | Assamese |
অসমৰ শিক্ষানুষ্ঠানত ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি দিব নোৱাৰিব ৰাজ্যপাল জগদীশ মুখী | Assamese |
ছাত্ৰছাত্ৰীয়ে নম্বৰৰ বিপৰীতে মানৱীয় গুণ আহৰণত গুৰুত্ব দিব লাগে ড০ আবু হানিফা | Assamese |
কুখ্যাত অপৰাধী হৰপ্ৰীত সিঙক দিল্লী বিমান বন্দৰত আটক | Assamese |
কোটিপতি ভিক্ষাৰী নিজে ফুটপাথত বাস কৰে অথচ ঘৰ ভাড়া দি মাহে উপাৰ্জন লক্ষাধিক টকা | Assamese |
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ গাদী যাব নেকি যোগীৰ | Assamese |
চূণশিল খনিত ভয়ংকৰ স্খলন মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু বহু শ্ৰমিক আৱদ্ধ | Assamese |
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বাছনি প্ৰক্ৰিয়াত স্থগিতাদেশ ন্যায়ালয়ৰ | Assamese |
আজি অসম দিৱস বৰ অসমৰ ভেটি গঢ়োতা স্বর্গদেউ চাওলুং চুকাফাক সুঁবৰিছে ৰাজ্যবাসীয়ে | Assamese |
আফগানিস্তানলৈ গৈছে লস্কৰজৈশৰ দৰে পাকিস্তানী সন্ত্ৰাসবাদী গোটদাবী প্ৰাক্তন আফগান সুৰক্ষা প্ৰধানৰ | Assamese |
কে এল ৰাহুলৰ অথিয়াৰ সৈতে প্ৰেমৰ সম্পৰ্ক বলিউদৰ কোন জনপ্ৰিয় অভিনেতাৰ কন্যা অথিয়া | Assamese |
বৰপেটাত প্ৰাথমিক বিদ্যালয়ৰ প্ৰথমটো ডিজিটেল ক্লাছ ৰুম মুকলি কুঁহিপাত পুথিভঁড়াল উদ্বোধন | Assamese |
পত্নী নিৰ্যাতনৰ গোচৰত পুনৰ বিপদত ক্ৰিকেটাৰ ছামী আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ | Assamese |
আত্মহত্যাৰ প্ৰেতাত্মাৰ গ্ৰাসত প্ৰযুক্তিকেন্দ্ৰ আই আই টি গুৱাহাটী | Assamese |
দুৰ্বল হৈছে ভাৰতীয় দলৰ ফিল্ডিং কিন্তু কিয় কি কলে ফিল্ডিং প্ৰশিক্ষকে | Assamese |
কাইলৈ গুৱাহাটীত কেৰেলা ব্লাষ্টাৰ্ছৰ মুখামুখি হব নৰ্থইষ্ট য়ুনাইটেড | Assamese |
১৯ অনুৰ্দ্ধৰ বিশ্ব কাপভাৰতৰ লক্ষ্য ফাইনেল ছেমিত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ প্ৰত্যাহ্বান | Assamese |
ৰঞ্জি ট্ৰফী ২০২০ হাৰিয়ানাৰ বিৰুদ্ধে মাত্ৰ ৯৭ ৰানতে প্ৰথম ইনিংছ সামৰিলে অসমে ব্যৰ্থ ৰিয়ান পৰাগ | Assamese |
এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ হৈ মায়ংক আৰু পৃথ্বীৰ অভিষেক | Assamese |
যশস্বীৰ যশস্বী শতৰাণ ছেমিফাইনেলত পাকিস্তানক বিধ্বস্ত কৰি ফাইনেলত ভাৰত | Assamese |
কনা ভাইৰাছ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে চুটি ছবি নিৰ্মাণ টীয়কৰ যুৱকৰ | Assamese |
বিদেশী নৃত্যশিল্পী দলৰ আক্ৰমণকাৰীক ফাঁচী চৌদি আৰৱৰ | Assamese |
এইবাৰ দৰিদ্ৰৰ সেৱাপ্ৰতিদিনে ৪৫ হাজাৰ লোকক খুওৱাৰ দায়িত্ব ললে অভিনেতা চনু চুদে | Assamese |
কেনেদৰে বিহু উদযাপন কৰিলে অভিনেতা মিলিন্দ সুমনে পত্নীৰ সৈতে আনন্দ ললে কণী যুঁজৰ | Assamese |
লকডাউনৰ পিছতেই লক্ষ্ণৌ আৰক্ষীৰ মুখামুখি হব লাগিব গায়িকা কনিকা কাপুৰ | Assamese |
স্বাস্থ্য কৰ্মীসকলৰ বাবে অভিনেতা চনু চুডে খুলি দিলে নিজৰ বিলাসী হোটেল | Assamese |
ৰ বিৰুদ্ধে যুঁজত এইবাৰ ক ৩ কোটি টকা আগবঢ়ালে অক্ষয় কুমাৰে | Assamese |
প্ৰচাৰ অবিহনে ২৫ হাজাৰ পৰিয়ালক সহায় আগবঢ়োৱা ছলমান খানক প্ৰশংসা অনুৰাগীৰ | Assamese |
মানুহৰ মগজুত চিপ লগাই অন্ধত্ব আৰু পক্ষাঘাত নিৰাময় আশ্চৰ্যজনক দাবী এলন মাস্কৰ | Assamese |
কোভিদ১৯ত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ বলিউদৰ অভিনেতা পূৰব কোহলিৰ | Assamese |
পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰক কেলিফৰ্ণিয়াত আটক | Assamese |
দেশৰ পৰাজয় উদযাপন ইৰাণত যুৱকক মুকলিকৈ গুলীয়াই হত্যা আৰক্ষীৰ | Assamese |
প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ ভোটদানৰ হাৰ ৬০ শতাংশ অতিক্ৰম | Assamese |
মুচ নেহী তো কুচ নেহী গোঁফেৰেই নিৰ্বাচনত ওলটপালট কৰিব বিচাৰে হিচাপনিকাচ | Assamese |
ভাৰতীয় টিভিৰ সৰ্বকালৰ অভিলেখ ভংগ ৰামায়ণৰ | Assamese |
নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহ আৰম্ভ | Assamese |
য়ু এছ টি এমৰ সমাৱৰ্তনউপস্থিত মেঘালয়ৰ মুখ্য মন্ত্ৰী চাংমা পল্লৱ বৰালৈ শ্ৰেষ্ঠ স্নাতকোত্তৰ বঁটা দীক্ষিতা ডেকা শ্ৰ্ৰেষ্ঠ স্নাতক | Assamese |
খানাপাৰা চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ দুৰৱস্থাই উদঙাইছে চৰকাৰী শিক্ষাখণ্ডৰ ফোঁপোলা স্বৰূপ | Assamese |
জাতীয় প্রাক্প্রাথমিক বিদ্যালয় স্থাপনৰ চিন্তাচৰ্চা অসম সাহিত্য সভাৰ | Assamese |
বৌদ্ধিক যাত্ৰাত সহযোগিতা গুৱাহাটীৰ তিনিওখন গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ঐক্যমত | Assamese |
ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ১৪ হাজাৰৰো অধিক শিক্ষকৰ পদ | Assamese |
বিদ্যালয় প্ৰাদেশিকীকৰণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ ৰাজ্যৰ বিজেপি চৰকাৰ | Assamese |
শিশু সাহিত্যিকসুলেখিকা কাৰুণ্য ভট্টাচাৰ্যলৈ ৰাজ্যিক কৃতী শিক্ষয়িত্ৰী সন্মান | Assamese |
দুৰন্ত কে এল ৰাহুল ভংগ কৰিলে বিৰাট কোহলীৰ নামত থকা এই অভিলেখ | Assamese |
সৰ্বভাৰতীয় প্ৰবীণ ফুটবল চেম্পিয়নশ্বিপত শ্বিলঙৰ স্প্টিং ইউনাইটেড বিজয়ী | Assamese |
এইবাৰ ধোনীৰ ক্ৰিকেট ভবিষ্যতক লৈ এনেদৰে কলে ১৯৮৩ৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অধিনায়ক কপিল দেৱে | Assamese |
গুৱাহাটীত আই পি এলৰ সপোন এতিয়া আদালতৰ মজিয়াত | Assamese |
২০১৭ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা বাবে নিৰ্বাচিত মঙলদৈৰ শশাংক হাজৰিকা | Assamese |
পৰীক্ষাত অৱতীৰ্ণ হৈয়ো ফলাফল নাপালে ডি এল এড পৰীক্ষাৰ্থীয়ে উত্তপ্ত বিহালী মহাবিদ্যালয় | Assamese |
এটা যৌথ পৰিয়ালত একেলগে বাস কৰে ৮১ জন লোক ঐক্যবদ্ধভাৱে ভোট দিব নিৰ্বাচনত | Assamese |
ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষবিজেপি কৰ্মীৰ আক্ৰমণত চিপিআইএমৰ এগৰাকী কৰ্মী নিহত আহত কেইবাগৰাকীও | Assamese |
দলৰ মুৰব্বী আবু আলহাছানৰ মৃত্যুৰ ঘোষণা ইছলামিক ষ্টেটৰ কোন হল নতুন নেতা | Assamese |
পৰিভ্ৰমী পক্ষীৰ কলৰৱেৰে মুখৰিত হাকামা বিলঅৰণ্য সুৰক্ষা সমিতিৰ আদৰণি উৎসৱৰ প্ৰস্তুতি | Assamese |
আঁতৰা নাই ৰাজস্থানৰ ৰাজনৈতিক সংকটঃ কোনো নেতাৰ পক্ষতে নাই ৰাহুল গান্ধী | Assamese |
:২০২৩ বৰ্ষৰ অসম চৰকাৰৰ সম্পূৰ্ণ চৰকাৰী বন্ধৰ তালিকা | Assamese |
নিউজিলেণ্ডত দ্বিশতক টীম ইণ্ডিয়াত স্থান নিশ্চিত হবনে এই গৰাকী তাৰকাৰ | Assamese |
য়ু১৯ বিশ্বকাপ২০২০ ছেমিফাইনেলত ৪ ফেব্ৰুৱাৰিত ভাৰতপাকিস্তানৰ যুদ্ধ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.