text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
পুনৰ শ্বাসৰুদ্ধ চুপাৰ অভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে বিজয়ৰ হাঁহি বিৰাট বাহিনীৰ | Assamese |
ক্ৰমাগত আঠখন মেচত জয়ৰ মুখ নেদেখা নৰ্থইষ্টৰ সম্মুখত আজি মুম্বাই এফ চি | Assamese |
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডচাৰি ছাত্ৰক বহিষ্কাৰ নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক | Assamese |
বিৰাট কোহলীৰ সৈতে কোন এইগৰাকী মোহময়ী নাৰী ভাইৰেল ফটো | Assamese |
কৰনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ অভিনেত্ৰী আইমী বৰুৱাৰ ১ লাখ টকাৰ সাহায্য | Assamese |
কনাৰ আতংক ২১ দিনীয়া লকডাউনত কিমান লোকচান ভৰিব বলিউদে | Assamese |
আজিৰে পৰা ডি ডি ভাৰতীত পুনৰ সম্প্ৰচাৰ হব বি আৰ চোপ্ৰাৰ মহাভাৰত | Assamese |
কৰনা আক্ৰান্তৰ শুশ্ৰুষাৰ বাবে নাৰ্ছ হল এগৰাকী অভিনেত্ৰী হাস্পাতলত ব্যস্ত ৰোগীৰ সেৱাত | Assamese |
ৰঞ্জি ট্ৰফীত এদিনতে দুটাকৈ হাফ চেঞ্চুৰীৰে অসমৰ কুণাল শইকীয়াৰ বিৰল অভিলেখ | Assamese |
বিশিষ্ট অভিনেতা সুৰেন মহন্তৰ বিয়োগ মুখ্য মন্ত্ৰীৰ শোক প্ৰকাশ | Assamese |
কনা কপিল শৰ্মাই প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে ৫০ লাখ টকা | Assamese |
কৰনাত আক্ৰান্ত এইগৰাকী বলিউদৰ কণ্ঠশিল্পী লণ্ডনৰ পৰা অহাৰ তথ্য লুকাই অংশ ললে অনুষ্ঠানত | Assamese |
মূৰ্খ নহয় খিলাড়ী হওক আহ্বানেৰে অনুৰাগীক সতৰ্ক হব কলে অক্ষয় কুমাৰে | Assamese |
কৰনা সম্পৰ্কত সজাগতা সৃষ্টি নিৰাপদ হাত কাৰ্য্যসূচীৰ বাবে দীপিকাপ্ৰিয়ংকা মনোনীত | Assamese |
বৰপেটাৰ চাপাৰবড়ি হাইস্কুলত মধ্যাহ্ন ভোজনৰ নামত ব্যাপক অনিয়ম | Assamese |
চৰকাৰৰ বঞ্চনা ৫ ছেপ্টেম্বৰত শিক্ষককৰ্মচাৰী ঐক্যমঞ্চৰ ৰাজভৱন যাত্ৰা | Assamese |
ছাত্ৰছাত্ৰী সকলে শিক্ষা কেৰিয়াৰৰ লগতে অসমৰ কথাও চিন্তা কৰিব লাগিবডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য | Assamese |
২৪ বছৰ শিক্ষকতা কৰি বিনা বেতনে অৱসৰ শিক্ষক সতীন্দ্ৰ নাথ বৰাৰ আৱেগিক হৈ পৰিল সতীৰ্থ আৰু ছাত্ৰছাত্ৰী | Assamese |
এইগৰাকী আছিল ছুপাৰষ্টাৰ আমিৰ খানৰ প্ৰথমা পত্নী | Assamese |
লক্ষ্মী সিংঃ উত্তৰ প্ৰদেশৰ আৰক্ষীত প্ৰথমবাৰৰ বাবে নিযুক্ত মহিলা আয়ুক্ত | Assamese |
ডাটা লিক হোৱাৰ কোনো প্ৰমাণ পোৱা নাই হোৱাটছএপে | Assamese |
২০৩৬ চনত মোদীৰ ৰাজ্য গুজৰাটত অলিম্পিক অনুষ্ঠিত কৰাৰ বাবে চলিছে প্ৰস্তুতি | Assamese |
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে | Assamese |
কেবিনেটৰ সিদ্ধান্তগুৱাহাটীত হব আৰু তিনিখন নতুন উৰণীয়া সেঁতু | Assamese |
চাৰ্ভাইকেল স্পণ্ডাইলছিছ কি জানো আহক | Assamese |
এ ডি পি মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সোণোৱাল | Assamese |
অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী অমৰাৱতীত নিৰ্মাণ কৰাৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় | Assamese |
মেডিকেল পাঠক্রমত নামভর্তি অসম চৰকাৰৰ স্থায়ী বাসিন্দা সন্দৰ্ভত পূৰ্বৰ নীতিকে বাহাল ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ | Assamese |
নগাঁৱত শৈক্ষিক প্ৰমাণ পত্ৰত কাউন্টাৰ চহী প্ৰদানক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিসংগতি | Assamese |
বিভিন্ন সমস্যাৰ সমাধান বিচাৰি আজি ৰাজ্যপালক সাক্ষাৎ কৰিব প্ৰাথমিক শিক্ষক সন্মিলনীয়ে | Assamese |
বিদ্যালয়ত অনুপস্থিত থকাৰ বাবে ধুবুৰীৰ ৪৬ গৰাকী শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী | Assamese |
ইতিহাস গঢ়িলে মণিপুৰৰ ফুটবলাৰ বালা দেৱীয়ে | Assamese |
ব্যৰ্থতাৰ ধাৰা অব্যাহত ৰঞ্জি ট্ৰফীত ওড়িশাৰ বিৰুদ্ধে ইনিংছ ব্যৱধানত পৰাস্ত অসম | Assamese |
ধোনীৰ নামত থকা আৰু এটা ৰেকৰ্ড ভংগ কৰিলে বিৰাট কোহলীয়ে | Assamese |
ৰঞ্জি ট্ৰফী ২০১৯২০ ওড়িশাৰ বিৰুদ্ধে পৰাজয়ৰ গৰাহত অসম | Assamese |
ধোনীলৈ মনত পৰে টিম ইণ্ডিয়াৰ এতিয়াও খালী আছে কোণৰ ছীট | Assamese |
টেষ্ট ক্ৰিকেটত ৫ লাখ ৰান কোনে গঢ়িলে এই আকৰ্ষণীয় বিশ্ব অভিলেখ | Assamese |
বিশ্বকাপৰ পৰাজয়ৰ প্ৰতিশোধ নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টি২০ত বিধ্বংসী বিজয় ভাৰতৰ | Assamese |
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আজাহাৰুদ্দিনৰ বিৰুদ্ধে গোচৰ ৰুজু | Assamese |
আজি খেলো ইণ্ডিয়াৰ সামৰণি অনুষ্ঠান অংশগ্ৰহণ নকৰে কা বিৰোধী শিল্পী সমাজে | Assamese |
ডিব্ৰুগড়ৰ পিছত এইবাৰ যোৰহাটৰেগিঙৰ আতিশয্যত হোষ্টেল এৰিবলৈ বাধ্য জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ | Assamese |
শিহৰণকাৰী দৃশ্য ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰল দুৰ্ঘটনাগ্ৰস্ত বিমান | Assamese |
কৰোনাৰ নতুন আতংক এছিয়া মহাদেশত সংক্ৰমণৰ শীৰ্ষত জাপান | Assamese |
ৰাজ্যত ৰেগিং কাণ্ডৰ জোৱাৰএইবাৰ ৰেগিঙৰ অভিযোগত অসম চিকিৎসা মহাবিদ্যালয়ৰ দুই ছাত্ৰক নিলম্বন | Assamese |
মৰ্মান্তিক ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ পৰিয়ালত শোকৰ ছাঁ | Assamese |
বলিউদৰ অভিনেত্ৰী আলিয়া ভাটৰ প্ৰথমখন ছবিত কি চৰ্ত আৰোপ কৰিছিল পৰিচালক কৰণ জোহৰে | Assamese |
চছিয়েল মিডিয়াত চৰ্চাৰ শীৰ্ষত থকা বলিউদৰ এই অভিনেত্ৰীগৰাকী কোন | Assamese |
বলিউদৰ পাৰ্ফেক্টচনিষ্ট আমিৰ খানক লৈ কিয় হতাশ পত্নী কিৰণ ৰাও | Assamese |
বাৰ্থ দে বয় বলিউদ অভিনেতা আমিৰ খানক কি কলে অভিনেত্ৰী কৰীণা কাপুৰ খানে | Assamese |
অনিশ্চয়তাত উত্তৰপূব গ্ৰন্থমেলা মুখ্য মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে সংস্থাই | Assamese |
অন্ত পৰিল ড০ মৃদুল হাজৰিকাৰ কাৰ্যকাল কোন হব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰৱৰ্তী উপাচাৰ্য | Assamese |
বেতন বঞ্চিত শিক্ষকৰ আন্দোলন শিক্ষামন্ত্ৰী ভট্টাচাৰ্যৰ মন্তব্যক ঐক্যমঞ্চৰ গৰিহণা | Assamese |
আদিত্য পাঞ্চালী বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ এজাহাৰ দাখিল বলিউদৰ এগৰাকী আগশাৰী অভিনেত্ৰীৰ | Assamese |
আজি হব দেশৰ আটাইতকৈ ব্যয়বহুল বিয়া মন্ত্ৰ পাঠৰ বাবে আমন্ত্ৰণ ৫০০ পুৰোহিত | Assamese |
শব্দৰ বিপৰীতে সংগীতে সহজে মনৰ ভাৱ প্ৰকাশ কৰাত সহায় কৰে পাপন | Assamese |
অনিৰ্দিষ্টকালীন অনশনত বহা শিৱসাগৰৰ ১৫৩০ গৰাকী বেতন বঞ্চিত শিক্ষকৰ কাষত মন্ত্ৰী কেশৱ মহন্ত | Assamese |
কোন গৰাকী ২৬ বৰ্ষীয় সুন্দৰী অভিনেত্ৰীয়ে বিয়া হব ছলমান খানৰ সৈতে | Assamese |
অহা ১১ মাহলৈ ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰিৰ ম্যাদ বৃদ্ধি | Assamese |
বেতন বঞ্চিত শিক্ষকৰ আমৰণ অনশনে অতিক্ৰম কৰিলে ৯০ ঘণ্টা | Assamese |
নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীত চাৰি কিলোমিটাৰ জোৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা | Assamese |
শীঘ্ৰে ৰূপালী পৰ্দাত দেখা যাব দীপালি বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ অমৰ প্ৰেম কাহিনী | Assamese |
ৰনদীপ হুদাৰ মণিপুৰী কইনা | Assamese |
ঘিলামৰাৰ নৰ্থ বেংক কলেজৰ ছাত্ৰ নিবাসৰ গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ মন্ত্ৰী নৱ দলেৰ | Assamese |
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই নিজৰ বিৰুদ্ধে উঠা অভিযোগৰ বিচাৰিলে তদন্ত | Assamese |
মঙলবাৰৰ পৰা ছয়দিনীয়া কাৰ্যসূচীৰে নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী | Assamese |
হত্যাৰ পিছত স্বামীৰ দেহ ২২ টুকুৰাকৈ কাটি নিশাৰ অন্ধকাৰত পেলাই দিছিল চহৰৰ বিভিন্ন প্ৰান্তত | Assamese |
চাপৰৰ কৃষ্ণকলি সমল কেন্দ্ৰত সমূহীয়া লোক উৎসৱ সম্পন্ন | Assamese |
কংগ্ৰেছে উন্নয়ন নকৰিলে আপুনি কিহকলৈ গৌৰৱ কৰিলেহেঁতেন মোদীক প্ৰশ্ন মল্লিকাৰ্জুন খাৰ্গেৰ | Assamese |
ভাৰতভূটান উপগ্ৰহ উৎক্ষেপনে ভূটানক লাভাৱান্বিত কৰিবঃ মোদী | Assamese |
ইম্ফলৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত ইমা বজাৰ দৰ্শন কৰিলে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে | Assamese |
খেল ইণ্ডিয়া অংকুশিতা বড়োৰ জৰিয়তে অসমে লাভ কৰিলে বক্সিঙত প্ৰথমটো স্বৰ্ণ | Assamese |
অৰূপ দাসে গঢ়িলে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰীৰ ৰেকৰ্ড | Assamese |
খেল ইণ্ডিয়াত অথন্তৰ অসমমধ্য প্ৰদেশৰ খৈলুৱৈৰ মাজত হতাহতি | Assamese |
২৯৬ ৰানৰ লক্ষ্য খেদি মাত্ৰ ৭৮ ৰানতে অলআউট মহাৰাষ্ট্ৰৰ বিৰুদ্ধে বৰ্ষাপাৰত নিৰ্লজ্জ পৰাজয় অসমৰ | Assamese |
খেল ইণ্ডিয়াত ব্যক্তিগত পঞ্চমটো সোণৰ পদক আঁজুৰিলে সন্তৰণবিদ শিবাংগী শৰ্মাই | Assamese |
ৰঞ্জী ট্ৰফী অন্তিম দিনা মহাৰাষ্ট্ৰৰ বিৰুদ্ধে অসমক জয়ৰ বাবে প্ৰয়োজন ২৮৫ ৰান | Assamese |
স্বৰ্ণ জয়ৰ আশাৰে আজি বক্সিং ৰিঙত নামিব অংকুশিতা বড়ো এতিয়ালৈকে ৩২ টা পদক অৰ্জন অসমৰ | Assamese |
খেলো ইণ্ডিয়াত জুনিয়ৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ অসমৰ ভাৰত্তোলক গোলাপ গগৈৰ | Assamese |
ধোনীক অতিক্ৰমি অধিনায়ক হিচাপে নতুন অভিলেখৰ অধিকাৰী হল কোহলি | Assamese |
খেলো ইণ্ডিয়াত অসমৰ সন্তৰণবিদ শিৱাংগী শৰ্মাৰ পুনৰ স্বৰ্ণ পদক অৰ্জন | Assamese |
বৰপেটাত হোলীগীত সমাৰোহ আকাশে বতাহে হোলীগীতৰ ধ্বনি | Assamese |
ত ৰত্নাকৰ জেইললৈ গল যুৱক | Assamese |
বিবাহিত পৰিচালকৰ সৈতে প্ৰেমত পৰিছে বাহুবলীৰ দেবসেনা অনুষ্কা ছেট্টী বহিব বিয়াত | Assamese |
বলীউদৰ পাছত এইবাৰ হলীউদৰ প্ৰসিদ্ধ সংস্থাৰ সৈতে চুক্তিবদ্ধ হৃতিক ৰোশন | Assamese |
কাপোৰ নিপিন্ধিলেও মহিলাসকলক ভাল লাগে সস্তীয়া মন্তব্য কৰি শলঠেকত বাবা ৰামদেৱ | Assamese |
জন্মৰ প্ৰমাণপত্ৰ নাথাকিলে নাপাব চাকৰি ড্ৰাইভিং লাইচেন্সপাছপোৰ্ট ভোটদানৰ অধিকাৰ | Assamese |
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ | Assamese |
মোদীৰ পৰম মিত্ৰ হোৱাৰ বাবেই আম্বানীৰ ৰিলায়েন্সে নিৰ্মাণ কৰিব পাৰে নেকি | Assamese |
১৩ আগষ্টৰ পৰা আৰম্ভ হব মিজোৰামৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান | Assamese |
ভট্টদেৱ বিশ্ববিদ্যালয় কামকাজ শীঘ্ৰে আৰম্ভ কৰিবলৈ শিক্ষা মন্ত্ৰীক অনুৰোধ বিধায়ক পবিন্দ্ৰ ডেকাৰ | Assamese |
প্ৰিয়ংকাতকৈ ১০ বছৰে সৰু নিকে পত্নীৰ সৈতে বয়সৰ ব্যৱধান সম্পৰ্কত দিলে চাঞ্চল্যকৰ ভাষ্য | Assamese |
অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত খালী হৈ আছে ২০১০৫টা শিক্ষকৰ পদ | Assamese |
নগাঁৱত ডি এল এড প্ৰশিক্ষণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ | Assamese |
বলপূৰ্বক ওঁঠত চুম্বন কামাল হাছানৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ মোহময়ী অভিনেত্ৰীৰ | Assamese |
তৃতীয় লিংগৰ আৱাস নিৰ্মাণৰ বাবে অক্ষয় কুমাৰৰ দান ১.৫ কোটি টকা | Assamese |
ৰণবীৰদীপিকাৰ সংসাৰত আউল লগাব এইগৰাকী সুন্দৰী অভিনেত্ৰীয়ে | Assamese |
ভেঞ্চাৰ স্কুল প্ৰাদেশিকীকৰণশিক্ষামন্ত্ৰীৰ ব্যৰ্থতাৰ প্ৰতিবাদত ২৭ জুলাইত ৰাজভৱনত শিক্ষকৰ অৱস্থান | Assamese |
গুৱাহাটী বিশ্ববিদ্যালয়ত ২৮ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হব জোনাকী চলচ্চিত্ৰ মহোৎসৱ | Assamese |
শিৱসাগৰৰ বেতন বঞ্চিত শিক্ষকে কঁপালে ৰাজপথ আত্মজাহ দিয়াত বাধা আৰক্ষী প্ৰশাসনৰ | Assamese |
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লোহাৰ আলমাৰিত বন্দী মোদীৰ ডিজিটেল ইণ্ডিয়া | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.