text
stringlengths
1
2.59k
language
stringclasses
10 values
লক্ষ্য ৰেলৱে ৫০ হাজাৰ খালী পদ থলুৱা প্ৰাৰ্থীক বিশেষ পাঠদানৰ ব্যৱস্থা আছুৰ
Assamese
৯২৩৬ শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী আদেশ প্ৰত্যাহাৰৰ দাবী সন্মিলনীৰ
Assamese
গুৱাহাটী বিশ্ববিদ্যালয়ত ক্ৰীড়া আইন সন্দৰ্ভত আৰম্ভ হব নতুন পাঠ্যক্ৰম
Assamese
খেলো ইণ্ডিয়াৰ ২০০ মিটাৰ ফ্ৰীষ্টাইল সাঁতোৰত অসমৰ শিংবাগী শৰ্মাৰ স্বৰ্ণ পদক
Assamese
ৰোহিত শৰ্মাই ভংগ কৰিলে শচীন টেণ্ডুলকাৰ হাছিম আমলাৰ এই অভিলেখ
Assamese
এ এছ ভৰত কোন আঘাতপ্ৰাপ্ত ঋষভ পণ্টৰ স্থানত ভাৰতীয় দললৈ পালে আমন্ত্ৰণ
Assamese
আউট ইন ৮৭ টীম ইণ্ডিয়াৰ ছুপাৰফেন চাৰুলতা আৰু নাই
Assamese
বণ্ডি বীচত এক মহান উদ্দেশ্যৰ বাবে নগ্ন হল ২৫০০ লোক
Assamese
আকৌ শীৰ্ষত মোদী মৰ্ণিং কনচাল্ট পলিটিকেল ইণ্টেলিজেঞ্চ গ্ৰুপৰ প্ৰতিবেদন
Assamese
গুজৰাটৰ বিধানসভা নিৰ্বাচনঃ জনজাতীয় লোকক গুৰুত্ব দি সংকল্প পত্ৰ প্ৰকাশ কৰিলে বিজেপিয়ে
Assamese
শ্ৰদ্ধা ৱালকাৰ হত্যাকাণ্ডৰ অভিযুক্ত আফতাব আমিন পুনাৱালাক ১৩ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
Assamese
ছত্তীশগড়ত পুৱতি নিশাৰ অভিযানত নিহত মহিলা কেডাৰসহ তিনি মাওবাদী সদস্য
Assamese
ইলন মাস্কৰ প্ৰশংসা কৰি সমালোচনাৰ সন্মুখীন লেখিকা তছলিমা নাছৰিন
Assamese
গাহৰি উৎপাদক কোম্পানীৰ বাবে উমৈহতীয়া সুবিধা কেন্দ্ৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন এনএইচপিচিৰ
Assamese
ৰ চুক্তিৰ পৰা বাহিৰ হলেও সহজতে ক্ৰিকেট নেৰে ধোনীয়ে
Assamese
ধোনীৰ ক্ৰিকেট কেৰিয়াৰ শেষ নেকি ৰ খেলুৱৈৰ বাৰ্ষিক চুক্তিৰ তালিকাত নাহিল নাম
Assamese
চেন্নাইন এফ চিৰ বিৰুদ্ধে ২০ গলৰ ব্যৱধানত পৰাস্ত নৰ্থইষ্ট য়ুনাইটেড
Assamese
বিৰাট কোহলীয়ে কাইলৈ পাৰিবনে শচীনৰ ৰেকৰ্ড স্পৰ্শ কৰিব
Assamese
কোহলী নহয় অন্য এজন ভাৰতীয় ক্ৰিকেটাৰলৈ ৰ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰৰ সন্মান
Assamese
খেল ইণ্ডিয়াত উজলিছে অসমৰ লন বলৰ দল ৩টা স্বৰ্ণ আৰু এটা ব্ৰঞ্জৰ পদক অর্জন
Assamese
বণ্ডৰ ন টাইমছ টু ডাই সমগ্ৰ বিশ্বজুৰি প্ৰচাৰ
Assamese
পেৰিছত প্ৰদৰ্শিত হব নিৰুদ্দিষ্ট কবি অৱনী চক্ৰৱৰ্তীৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি
Assamese
কমল হাছানৰ নিৰ্মীয়মান ছবি ইণ্ডিয়ান টু শ্বুটিং চেটত ভয়ংকৰ দুৰ্ঘটনা নিহত ৩ আহত ১০
Assamese
আমেৰিকান আইডল ছিজন ১৮ত নেপালী গায়কে তুলিছে খলকনি
Assamese
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৩য় বৰ্গৰ কাম চলাইছে ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে
Assamese
পাঁচ বছৰৰ অন্তত হাফলং কেন্দ্ৰীয় বিদ্যালয়ত স্থায়ী অধ্যক্ষ নিযুক্তি
Assamese
এই বছৰ মেট্ৰিকত অনুত্তীৰ্ণ ছাত্ৰছাত্ৰীক বিনামূলীয়া পাঠদানেৰে পুনৰ পৰীক্ষাৰ বাবে সাজু হোৱাত সহায় কৰিলে নলবাৰীৰ চেংনৈ গ্ৰুপে
Assamese
গৈ মুখখন ধুই আহা বুলি ৰাণী মুখাৰ্জীক কোনে আৰু কিয় কৈছিল
Assamese
গাত মাহহালধি সানিবলৈ সাজু আলিয়াৰণবীৰ কি কলে আলিয়াই
Assamese
ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ ওপৰত ৱেব ছিৰিজ নিৰ্মাণ কৰিব অসমৰ নিৰ্মাতাই
Assamese
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক লৈ হেতালি খেলিছে কিয় অসম চৰকাৰে
Assamese
ফিল্মফেয়াৰলৈ অনিমন্ত্ৰিত শিল্পী ৰাজকুমাৰ ঠাকুৰীয়া কিয় ক্ষোভ উজাৰিলে ৰাকু দাই
Assamese
নিৰ্মাণ সম্পূৰ্ণ হোৱা সত্ত্বেও চৰকাৰী অৱহেলাৰ বাবে এৰাবাৰীত পৰিণত লিডুৰ আই টি আই
Assamese
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাৰ ফলাফল ঘোষণা
Assamese
১৪ জুলাইত ঘোষণা কৰা হব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাৰ ফলাফল
Assamese
সমকামিতাৰ বিৰুদ্ধে কঠোৰ আইন ৰাছিয়াৰ সংসদত গৃহীত বিধেয়ক
Assamese
গোপন কেমেৰাত ১২০০ ছোৱালীৰ নগ্ন ভিডিঅ গ্ৰেপ্তাৰ মেনেজমেণ্টৰ শিক্ষাৰ্থী
Assamese
আমেৰিকাৰ আদালতত ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ মানহানিৰ অভিযোগ ট্ৰাম্পৰ
Assamese
অসমমেঘালয় সীমান্তৰ হত্যাৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাষ চাপিল কনৰাড চাংমা
Assamese
দিল্লীৰ বিদ্যালয়ত শ্ৰেণীকোঠা নিৰ্মাণৰ নামত ১৩০০ কোটি টকাৰ কেলেংকাৰী তদন্তৰ পৰামৰ্শ ভিজিলেন্স সঞ্চালকালয়ৰ
Assamese
নতুন দিল্লীত লাচিত বৰফুকনৰ পৰাক্ৰমৰ কথা স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
Assamese
উত্তৰ পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলন হাতীগাওঁ শাখাৰ উদ্যোগত কবি সন্মিলন
Assamese
স্বামীৰ যৌন বিকৃতিৰ কথা উল্লেখ কৰি ছোনিয়া গান্ধীলৈ পত্ৰ লিখিলে কংগ্ৰেছ বিধায়কৰ পত্নীয়ে
Assamese
অসম আন্দোলনৰ সংগঠক খনিন মহন্তৰ জীৱন বিষয়ক গ্ৰন্থ উন্মোচন কৰিলে বিশিষ্ট চিন্তাবিদ ডঃ হীৰেণ গোহাঁইয়ে
Assamese
৬৫সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছশ্ৰেষ্ঠ ছবি গালী বয় ৰণবীৰ সিং শ্ৰেষ্ঠ অভিনেতা শ্ৰেষ্ঠা অভিনেত্ৰী আলিয়া ভাট
Assamese
বড়ো মাধ্যমৰ বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাক লৈ চিন্তিত বড়ো সাহিত্য সভা
Assamese
ফিল্মফেয়াৰত কিয় অসন্তুষ্ট হৈ গুচি গল গীতিকাৰ মনোজ মুন্টাশীৰ
Assamese
নগাঁৱৰ কৃষ্ণাইখাট প্ৰাথমিক বিদ্যালয়ত য়ুনিফৰ্ম বিতৰণত ব্যাপক অনিয়ম
Assamese
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাত হোজাইৰ দুই কৃতী ছাত্ৰীৰ সফলতা
Assamese
অৰবিন্দ কেজৰিৱালক সমালোচনা কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৰ
Assamese
গুৱাহাটীত চলি থকা খেল ইণ্ডিয়াত ডেভিদ বেকহাম
Assamese
মাতৃত্বৰ বাবে টেনিছ কোৰ্টৰ পৰা আঁতৰত থকা ছানিয়া মিৰ্জাৰ জয়েৰে প্ৰত্যাৱৰ্তন দৰ্শক হিচাপে উপস্থিত থাকিল দুবছৰীয়া পুত্ৰ
Assamese
অসমচত্তিছগড়ৰ ৰঞ্জী খেল ড্ৰ প্ৰথম ইনিংছৰ অগ্ৰগতিৰ ভিত্তিত অসমৰ তিনি পইণ্ট অৰ্জন
Assamese
খেলো ইণ্ডিয়াত এতিয়াও পদকৰ খাটা খুলিব পৰা নাই মেঘালয় নাগালেণ্ড আৰু ছিকিমে
Assamese
খেলো ইণ্ডিয়া য়ুথ গেমছ লাৰ ২১ অনূৰ্দ্ধৰ ৰীলেত অসমৰ স্বৰ্ণ জয়
Assamese
ক্ৰিকেটৰ ভগৱান ৰেকৰ্ড স্পৰ্শৰ বাবে মাত্ৰ এটা শতক দূৰত বিৰাট কোহলী
Assamese
খেলো ইণ্ডিয়াত ৰূপৰ পদক অৰ্জন শ্বুটাৰ হৃদয় হাজৰিকাৰ
Assamese
কিয় লাচিত দিৱসৰ এই উলহ মালহ
Assamese
দক্ষিণ কোৰিয়া আমেৰিকাৰ বিশ্বস্ত কুকুৰ এইবাৰ বিস্ফোৰণ কিম জং উনৰ ভগ্নীৰ
Assamese
বিশ্বত ৪০ নিযুত শিশুৱে লাভ কৰা নাই সৰু আইৰ ভেকছিনঃ বিশ্ব স্বাস্থ্য সংস্থা
Assamese
দিল্লীৰ জামা মছজিদত মহিলাই প্ৰৱেশ কৰিব নোৱাৰিব অকলে নতুন নিৰ্দেশনাকলৈ ব্যাপক প্ৰতিক্ৰিয়া
Assamese
ন্যায় আদালতৰ এজন লোকক হত্যাৰ অভিযোগত ৪৯ জন দোষীক মৃত্যুদণ্ড
Assamese
বিকৃত হোৱা ইতিহাস পুনৰ নতুনকৈ লিখাৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ
Assamese
মুক্ৰ গুলীচালনাঃ অসমমেঘালয় সীমান্তত উন্নত নিৰাপত্তাৰ দাবী আছু কেএছইউৰ
Assamese
সৰুকালত হনুমান বুলি পূজা কৰা ললিত আক্ৰান্ত এক বিৰল ৰোগত চিকিৎসকে কি কয়
Assamese
ৰঞ্জী ট্ৰফী অধিনায়ক গকুল শৰ্মাৰ শতকীয় ইনিংছেৰে শক্তিশালী স্থিতিত অসম
Assamese
ৰঞ্জি ট্ৰফী মেচত ইতিহাস গঢ়িলে মেঘালয়ী ক্ৰিকেটাৰে
Assamese
গোৱালপাৰাৰ ধনুভাঙাত অঘটন ৰেলৰ খুন্দাত নিহত একেলগে ধান কাটিবলৈ যোৱা পতিপত্নী
Assamese
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা
Assamese
ইউ এচ টি এমৰ জনসম্পৰ্কৰ দিন চাৰিগৰাকী সাংবাদিকলৈ মিডিয়া এক্সেলেন্স এৱাৰ্ড
Assamese
বাক্সাত সম্পন্ন অধিবিদ্যা পৰিষদৰ শিক্ষকশিক্ষয়িত্ৰীৰ পাঠ প্ৰস্তুতি কৰ্মশালা
Assamese
বহী পুনৰীক্ষণৰ ফটোষ্টেট কপিত ওলাল ছেবাৰ গাফিলতি ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ ভুক্তভোগী ছাত্ৰীৰ
Assamese
ৰণবীৰ সিং আৰু কাৰ্তিক আৰিয়নে এপাক নাচিলে বিহু
Assamese
ডিজিটেল প্লেটফৰ্মত মুক্তিৰ বাবে সাজু আদিল হুছেইন অভিনীত মীল
Assamese
সুন্দৰী অভিনেত্ৰী পূজা হেগড়েৰ সৈতে চালমান খানৰ ৰোমাঞ্চ
Assamese
লোকেল উৎপাত বাবে জনসাধাৰণৰ পৰা ধন সংগ্ৰহ কেনি বসুমতাৰীৰ
Assamese
চাহ বাগিচাৰ বিদ্যালয়তো চৰকাৰে যোগান ধৰিব বিনামূলীয়া পাঠ্যপুথি আৰু য়ুনিফৰ্ম
Assamese
বৰভাগত কৃতী ছাত্ৰছাত্ৰীক সম্বৰ্ধনা বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ
Assamese
ডিজিটেল ইণ্ডিয়াৰ নগ্ন স্বৰূপ গোহালি সদৃশ কোঠাত শিক্ষাগ্ৰহণ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰছাত্ৰীৰ
Assamese
নগাঁৱৰ জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১২ দিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ
Assamese
হিমন্তৰ কোটিটকীয়া আই টি আইত হল জংঘল পাঠদানৰ সলনি আন এখনহে স্থাপনৰ ঘোষণা ন শিক্ষা মন্ত্ৰীৰ
Assamese
অস্কাৰত দক্ষিণ কোৰিয়াৰ পেৰাইছাইট ধুমুহা
Assamese
দৃশ্যগ্ৰহণৰ সময়ত অভিনেত্ৰী তাপসী পান্নুৰ গালত খঙত ৭ চৰ সোধালে সহঅভিনেত্ৰীয়ে
Assamese
অসমতে এখন ব্যতিক্ৰমী বিবাহঘোঁৰাত উঠি আহিল দৰা কইনা আহিল দোলাত
Assamese
মির্চি মিউজিক এৱাৰ্ডৰ বাবে মনোনীত অসমৰ কণ্ঠশিল্পী
Assamese
শিক্ষামন্ত্ৰীৰ মন্তব্যত ঠিকাভিত্তিক শিক্ষক সন্থাৰ প্ৰতিবাদ পৰীক্ষা বৰ্জনৰ সিদ্ধান্ত
Assamese
জুবিনৰ ফিল্মফেয়াৰৰ প্ৰতি সমৰ্থনক সন্মান জনালেও তাত উপস্থিত নাথাকে বৰষাৰাণী বিষয়াই
Assamese
নিজ কন্যাভাতৃসহ পাঁচগৰাকী ব্যক্তিক হত্যাহত্যাকাৰীক মৃত্যুদণ্ড বিহিলে ত্ৰিপুৰা আদালতে
Assamese
উজনি অসমত কূটাঘাতৰ পৰিকল্পনা আলফা স্বাধীন তিনিচুকীয়াত বাহৰ পাতিছে ১১ জনীয়া দলে
Assamese
মুছলমানৰ চাৰি বিবাহ বৈধ পৰীক্ষা কৰিবলৈ পাঁচ জনীয়া বিচাৰপীঠ গঠনৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ
Assamese
খেলো ইণ্ডিয়া য়ুথ গেইমছত ৰাজ্যলৈ প্ৰথমটো পদক আনিলে উপাশা তালুকদাৰে
Assamese
ধোনীক চেৰ পেলাই আন এক অনন্য বিশ্ব অভিলেখ কহলিৰ
Assamese
খেলো ইণ্ডিয়া য়ুথ গেইমছত ৰাজ্যলৈ প্ৰথমটো স্বৰ্ণ পদক আনিলে পূজা বসুমতাৰীয়ে
Assamese
আজিৰে পৰা বৰ্ষাপাৰত অসমচত্তিছগড়ৰ ৰঞ্জী ট্ৰফী খেল জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হব ঘৰুৱা দলটো
Assamese
অসমৰ এটা খৰ্গৰ গঁড়ৰ দুশিঙীয়াকৰণ এ চি এৰ
Assamese
গুৱাহাটীত আজিৰ পৰা খেলো ইণ্ডিয়া য়ুথ গেইমছ
Assamese
ধোনীয়ে শীঘ্ৰে অৱসৰ লোৱাৰ সম্ভাৱনা
Assamese
ছন্দহীন নৰ্থইষ্ট য়ুনাইটেড গোৱাৰ বিৰুদ্ধে হাৰিল ২০ গলৰ ব্যৱধানত
Assamese
অতীজৰে পৰা চলি অহা পৰম্পাৰক ম্লান কৰিব বিচাৰিছে আই চি চিক সমালোচনা শচীনৰ
Assamese
মহাৰজত জয়ন্তী উপলক্ষে নগাঁও কলেজত প্ৰাক্তন ছাত্ৰছাত্ৰীৰ সতীৰ্থ সন্মিলন
Assamese