text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
নগাঁও জিলাৰ শিক্ষানুষ্ঠানৰ নামভৰ্তিত ডকমকা কাণ্ডৰ প্ৰভাৱ পূৰ্বৰ তুলনাত হ্ৰাস পালে কাৰ্বি ছাত্ৰছাত্ৰী | Assamese |
পূৰ্ণগতিত চলি আছে ৰবী শৰ্মাৰ নতুন অসমীয়া ছবি ৰঘুপতি নিৰ্মাণ | Assamese |
প্ৰত্যাহ্বান নেওচি আইআইটিত স্থান লাভ মাজুলীৰ কৃষকৰ সন্তান বাবুল পেগুৰ | Assamese |
শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্য ধুবুৰীত ৩০ জুনৰ পৰা আৰম্ভ হব জন আন্দোলন কাৰ্যসূচী | Assamese |
আজিৰ পৰা আৰম্ভ হব কলাগুৰু সংগীত মহোৎসৱ | Assamese |
পাকিস্তানৰ নতুন সেনা প্ৰধান লেফটেনেন্ট জেনেৰেল চৈয়দ আসিম মুনীৰ | Assamese |
অসমমেঘালয় সীমান্তৰ মুক্ৰৰ দুৰ্ভাগ্যজনক ঘটনাৰ উচিত অনুসন্ধানৰ দাবী অসম নাগৰিক সমাজৰ | Assamese |
মোদী ৰজনীকান্তৰ পাছত এইবাৰ বীয়াৰ গ্ৰীলছৰ বন্য অভিযানৰ সংগী হব অক্ষয় কুমাৰ | Assamese |
এহাজাৰতকৈয়ো অধিক চলচ্চিত্ৰত অভিনয়েৰে গীনিজ বুকত নাম অন্তৰ্ভুক্ত কৰা অভিনেতা ব্ৰহ্মানন্দম | Assamese |
ভূস্বৰ্গত সক্ৰিয় ৩০০ পাক সন্ত্ৰাসবাদী পাক অধিকৃত কাশ্মীৰ পুনৰুদ্ধাৰৰ প্ৰস্তাৱ ১৯৯৪ চনৰে প্ৰস্তাৱঃ সেনা বিষয়াৰ মন্তব্য | Assamese |
নৃশংসঃ উত্তৰ প্ৰদেশত পত্নীক হত্যা কৰি টুকুৰা টুকুৰকৈ কাটিলে স্বামীয়ে | Assamese |
নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলৰ নিযুক্তিকলৈ সন্দেহৰ সৃষ্টি নথিপত্ৰ বিচাৰিলে আদালতে | Assamese |
গুজৰাটত ৰাজনীতিৰ সৈতে ক্ৰিকেটক একাকাৰ কৰিছে বিজেপি প্ৰাৰ্থী ৰিভাবাই তুমুল প্ৰতিক্ৰিয়া | Assamese |
ইণ্ডোনেছিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ২৬৮ জনলৈ বৃদ্ধি | Assamese |
জে ই ই এডভান্স ফলাফলত উজলিল অসমৰ ১৪৭ প্ৰাৰ্থী | Assamese |
আই আই টিত স্থান লাভেৰে শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়ালে ৰক্তিম জ্যোতি দাসে | Assamese |
মেট্ৰিকত নিৰাশাজনক প্ৰদৰ্শন কৰা ওদালগুৰি জিলাৰ শিক্ষকসকলৰ লগত প্ৰশাসনৰ পৰ্যালোচনা সভা | Assamese |
কইনাই মধুচন্দ্ৰিকাত লৈ গৈছিল মাকক পিচে পতিয়ে কইনাৰ মাককে পাতিলে বিয়া | Assamese |
পূজা বেদীৰ জীয়েক তথা কবিৰ বেদীৰ নাতিনীয়েকৰ প্ৰৱেশ ঘটিল বলিউদত | Assamese |
বৰপেটাৰ কয়াকুচিত আমছুৰ উদ্যোগত কৃতি ছাত্ৰছাত্ৰীক সম্বৰ্ধনা | Assamese |
ৰাছিয়াৰ বিৰুদ্ধে আৰু অধিক কঠোৰ হল ইউৰোপীয় সংসদ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্ৰ ঘোষণা | Assamese |
অসমৰ বিশ্ববিদ্যালয়সমূহৰ অনাশিক্ষক কৰ্মচাৰীৰ দৰমহা বৃদ্ধিত ৰাজ্যপালৰ সন্মতি | Assamese |
ৰাজ্য চৰকাৰৰ নিৰ্দেশত বিদ্যালয় সংযুক্তকৰণৰ বিৰোধিতা এএছডিচিৰ | Assamese |
দুই মহাৰথীৰ বাক যুদ্ধ অনুপম খেৰক বহুৱা আখ্যা নাছিৰুদ্দিন শ্বাহৰ | Assamese |
বেশ্যাৰ পৰা অভিনেত্ৰী হোৱা নটী বিনোদিনীৰ চৰিত্ৰত দেখিব ঐশ্বৰ্য্য ৰায় বচ্চনক | Assamese |
মহেশ ভাটে কিয় নিজৰ জীয়েকক বিয়া কৰাব বিচাৰিছিল কাৰণ জানি আচৰিত হব আপুনি | Assamese |
নতুন ছবিত অন্তৰংগ দৃশ্যত ছাৰা পিতৃ ছৈয়ফ আলী খানে ভাল নাপালে ট্ৰেইলৰ | Assamese |
শিৱসাগৰত ষষ্ঠ উত্তৰপূব কুংফু আৰু কিক বক্সিং প্ৰতিযোগিতাৰ আয়োজন | Assamese |
গ্ৰেগ চেপেলেই ধ্বংস কৰিছিল পাঠানৰ কেৰিয়াৰ মুখ খুলিলে ইৰফানে | Assamese |
শিৱসাগৰত খেল শিৱসাগৰ খেল শুভাৰম্ভণি ব্ৰেণ্ড এম্বেচেডৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা | Assamese |
ধোনীয়ে ক্ৰিকেটৰ পৰা কিয় আঁতৰি আছে | Assamese |
আই এছ এলত অসমৰ মিডফিল্ডাৰ বিনীত ৰায়ৰ চমৎকাৰী গল | Assamese |
প্ৰাক্তন ক্ৰিকেটাৰৰ মন্তব্য মই নিৰ্বাচক হলে শিখৰ ধাৱানক টি২০ দলত স্থান নিদিলো হয় | Assamese |
ৰ আজৱ কাণ্ডক লৈ অসন্তুষ্ট বি চি চি আয়ে বিচাৰিলে ঘটনাৰ প্ৰতিবেদন | Assamese |
ৰঞ্জী ট্ৰফীত উত্তৰাখণ্ডৰ বিৰুদ্ধে অসমৰ বিশাল জয় ৰিয়ানৰ শতৰাণ ৰঞ্জীত মালীৰ ১০ টা উইকেট | Assamese |
বৰ্ষাপাৰাত টছৰ পাছতেই বৰষুণ স্থগিত ভাৰতশ্ৰীলংকাৰ টি২০ মেচ | Assamese |
বিশ্ব ক্ৰীড়াত লজ্জানত অসম এয়াই নেকি সোণোৱাল চৰকাৰৰ গুৱাহাটীক ক্ৰীড়াৰ ৰাজধানী কৰাৰ নমুনা | Assamese |
অসম আৰক্ষীৰ বিষয়াজোৱানলৈ অতি উৎকৃষ্ট সেৱা পদক আৰু উৎকৃষ্ট সেৱা পদক | Assamese |
বিক্ৰী নহয় ফিফা বিশ্বকাপৰ চেম্পিয়ন হোৱা দেশ খনত সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণ কৰা হব বিয়েৰ | Assamese |
জিম কৰোতে এনে ভুল বোৰ পৰিহাৰ কৰি চলক | Assamese |
ডিজিটেল শিক্ষণঃ বিশ্বৰ দুইতৃতীয়াংশ শিশুৱে লাভ কৰা নাই ডিজিটেল শিক্ষা ইউনিচেফৰ তথ্য | Assamese |
২০৩০ চনৰ ভিতৰত সম্ভৱ হৈ উঠিব চন্দ্ৰত মানুহৰ বসতি নাছাৰ বিজ্ঞানীৰ মন্তব্য | Assamese |
ভয়াৱহতাৰ ইংগিত মেঘালয়ত দুস্কৃতিকাৰীয়ে জ্বলালে অসমৰ পঞ্জীয়ন নম্বৰ থকা বাহন | Assamese |
গুৱাহাটীৰ ব্যৱসায়ী হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত দুগৰাকী লোকক আটক আৰক্ষীৰ | Assamese |
ঘৰৰ ওপৰতে ভাঙি পৰিল বিমান দুৰ্ঘটনাত যাত্ৰীসহ নিহত ৮ জন | Assamese |
মেঘালয়ত প্ৰৱেশ কৰি অসম আৰক্ষীয়ে কৰিছিল গুলীচালনাঅভিযোগ কনৰাড চাংমাৰ | Assamese |
ওম প্ৰকাশপ্ৰমীলা দেৱী মেমিয়েল চেৰিটেবল ট্ৰাষ্টে হোজাইৰ মেধাৱী ছাত্ৰছাত্ৰীক প্ৰদান কৰিব বঁটা | Assamese |
খালী শিক্ষকৰ পদেৰে ভৰপূৰ মন্ত্ৰী কেশৱ মহন্তৰ সমষ্টিৰ চৰকাৰী বিদ্যালয় | Assamese |
শিক্ষকক ৰাজহুৱা গালিৰ নতুন ব্যাখ্যা হিমন্ত বিশ্বৰ এইবাৰ স্বাস্থ্য বিভাগত গুণোৎসৱ | Assamese |
জঞ্জাল কেঁচুৱা লৈ পৰীক্ষা গৃহ পালেহি মাতৃ | Assamese |
কিয় এইবাৰ গান কমকৈ গাব শিল্পী মহেন্দ্ৰ হাজৰিকাই | Assamese |
দেশৰ আগশাৰীৰ সংগীত শিল্পীৰ উপস্থিতিত আজিৰে পৰা মাজুলীত মনগীত ফেষ্টিভেল | Assamese |
বেটিং কৰি থাকোতেই বেয়াকৈ আঘাত পালে চাহিদ কাপুৰে | Assamese |
ছচিয়েল মিডিয়াত ভাইৰেল এটা ভিডিঅ আছে অসমৰ এগৰাকী শিল্পী | Assamese |
নাগৰিকত্ব বিধেয়কৰ তীব্ৰ বিৰোধী কলা শাখাৰ দ্বিতীয় স্থানপ্ৰাপ্ত নগাঁৱৰ ত্ৰিদীপ | Assamese |
বিজ্ঞান শাখাত সপ্তমস্থান দখল নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ মৃন্ময় দাসৰ | Assamese |
অহা ১৬ ছেপ্টেম্বৰত দেশজুৰি অনুষ্ঠিত হব চিটেট পৰীক্ষা | Assamese |
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ১০০ শতাংশৰে উজলি উঠিল ধূপগুৰি জুনিয়ৰ কলেজ | Assamese |
নৱ প্ৰজন্মক মুক্ত মনেৰে অধ্যয়নৰ আহ্বান বাণিজ্য শাখাৰ প্ৰথম স্থানপ্ৰাপ্ত ৰৌনক লোহিয়াৰ | Assamese |
ডিজাইনিঙত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ মন বাণিজ্য শাখাৰ চতুৰ্থ স্থানপ্ৰাপ্ত ৰাধিকা আগৰৱালাৰ | Assamese |
১১ বছৰ পূৰ্বে অসমত সংঘটিত হৈছিল সদৃশ ঘটনা লাঠিৰ প্ৰহাৰত মোৰ হাতৰ হাড় ভাগি তিনি টুকুৰা হৈছিল নিলোৎপল বৰা | Assamese |
নামদাঙত খিলঞ্জীয়াক উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ | Assamese |
আঁতৰা নাই সংকট খেৰচনমাইকোলাইভৰ পৰা অসামৰিক লোকসকলক স্থানান্তৰ কৰিছে ইউক্ৰেইনে | Assamese |
আজি বিশেষ লোকৰ সৈতে জন্মদিন উদযাপন কৰিব বলীউদৰ মোহময়ী অভিনেত্ৰী দীপিকাই | Assamese |
বলিউদ চিলেব্ৰিটিৰ সৈতে প্ৰেমৰ সম্পৰ্ক চৰ্চাত এয়াৰটেল গাৰ্ল | Assamese |
অসমীয়া চিনেমাক বাংলা চিনেমা বুলি দেখুৱাই আনন্দবাজাৰ পত্ৰিকাৰ বিনোদন | Assamese |
দলবদ্ধ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আন্দামানৰ নিলম্বিত আইএএছ বিষয়া আৰ এল ঋষিক | Assamese |
চিন্তিত মমতাঃ বংগৰ পুৰুলিয়াত আস্থা ভোটত কংগ্ৰেছৰ হাতত পৰাজিত তৃণমূল কংগ্ৰেছ | Assamese |
গুৱাহাটীত বিৰাট কোহলীক অনুৰাগীয়ে উপহাৰ দিলে এখন বিশেষ পট্ৰেইট | Assamese |
উত্তপ্ত পশ্চিম কাৰ্বি আংলংমেঘালয় সীমান্তৰ মুক্ৰ গৃহৰক্ষী জোৱানকে ধৰি সংঘৰ্ষত নিহত ৪জন লোক | Assamese |
মাহিলী ৪০০০ টকা বিনিয়োগ কৰিলেই হব পাৰিব কোটিপতি মাহিলী লাভ কৰিব ৩৫০০০ টকাৰ পেঞ্চনো কেনেকৈ | Assamese |
অনুশীলনৰ সময়ত আঘাত পালে বিৰাট কোহলীয়ে খেলক লৈ অনিশ্চয়তা | Assamese |
খেলুৱৈৰ সাজত আৰু নেদেখিব ইৰফান পাঠানক | Assamese |
গুৱাহাটীত শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টী২০ত অনন্য অভিলেখ গঢ়াৰ দিশে বুমৰাহচাহাল | Assamese |
চাৰিওপিনে কেমেৰা থাকিলেহে কাম কৰে তেওঁ প্ৰধান মন্ত্ৰী মোদীক কটাক্ষ অনুৰাগ কাশ্যপৰ | Assamese |
কাইলৈ গুৱাহাটীত ভাৰতশ্ৰীলংকা টি২০ জানক কত কত থাকিব নএণ্ট্ৰি | Assamese |
আউট হোৱাত শুভমন গীলৰ খং আম্পায়াৰে সলনি কৰিবলগীয়া হল নিজৰ সিদ্ধান্ত | Assamese |
গুৱাহাটীত সংবাদমেলত বিৰাট কোহলিয়ে কালৈ নিজৰ মত প্ৰকাশ কৰিলে | Assamese |
কা বিৰোধী প্ৰতিবাদৰ শংকা গুৱাহাটীত ভাৰতশ্ৰীলংকাৰ খেলত নাথাকিব কোনো বেনাৰপোষ্টাৰ | Assamese |
খেলো ইণ্ডিয়া য়ুথ গেমছৰ অন্তিম পৰ্যায়ৰ প্ৰস্তুতিৰ পৰ্যালোচনা মুখ্য মন্ত্ৰী সোণোৱালৰ | Assamese |
ৰঞ্জী ট্ৰফীত কেৰিয়াৰৰ প্ৰথমটো শতৰান অৰ্জন ৰিয়ান পৰাগৰ | Assamese |
উচ্চতৰ মাধ্যমিক কলাবিজ্ঞান আৰু বাণিজ্য শাখাৰ প্ৰথম তিনিটাকৈ স্থানপ্ৰাপ্ত শিক্ষাৰ্থীসকল | Assamese |
মহানগৰীত হত্যাকাণ্ডঃ আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ অপৰাধীয়ে দিন দুপৰতে হত্যাকাণ্ড সংঘটিত কৰিবলৈ সাহস কৰিছেঃৰিপুণ বৰা | Assamese |
চিকিৎসকৰ গাফিলতিত কোভিড আক্ৰান্ত ৰোগীৰ মৃত্যু নয়ডাৰ পাঁচ জন চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰুজু | Assamese |
ৰাজীৱ গান্ধীৰ হত্যাকাৰীক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হব কংগ্ৰেছ | Assamese |
ৰেডক্ৰছ সংস্থাৰ অসম ৰাজ্যিক শাখাৰ নতুন ৰাজ্যিক পৰিচালনা সমিতিৰ শপত গ্ৰহণ | Assamese |
ফিফা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান সুখেৰে উপভোগ কৰিব নোৱাৰিলে ভাৰতীয় দৰ্শকে কিয় | Assamese |
মহানগৰীত দুৰ্বৃত্তৰ গুলীচালনা হাস্পাতললৈ নিয়াৰ পথত মৃত্যু আহত পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাৰ | Assamese |
অশ্লীল ছবি নিৰ্মাণ কৰি শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই অৰ্জন কৰিছিল ১.১৭ কোটি টকা | Assamese |
মিথ্যাচাৰ আৰু সাম্প্ৰদায়িক মন্তব্যৰে গুজৰাটত অসমবাসীক লজ্জানত কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই | Assamese |
নৃশংস প্ৰেম দিল্লীৰ পিছত এইবাৰ উত্তৰ প্ৰদেশ প্ৰাক্তন প্ৰেমিকাক হত্যা কৰি দেহ ৬ টুকুৰা কৰিলে যুৱকে | Assamese |
উচ্চতৰ মাধ্যমিকৰ ফলাফল কটনৰ পৰা বিজ্ঞান শাখাত দশম স্থান লাভ উজ্জ্বল জৈনৰ | Assamese |
উচ্চতৰ মাধ্যমিকত দুটা স্থানেৰে উজলি উঠিল ওদালগুৰিৰ নেশ্যনেল পায়নিয়াৰ জুনিয়ৰ কলেজ | Assamese |
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাবিজ্ঞান শাখাত প্ৰথম হোজাইৰ অমৰ সিং থাপা | Assamese |
বাণিজ্য শাখাত দশমস্থান দখল মঙলদৈ ব্ৰিলিয়াণ্ট একাডেমিৰ পল্লবী দাসৰ | Assamese |
অক্টোবৰৰ পৰা হবলগীয়া দ্বিতীয়টো গুণোৎসৱে এইবাৰ সামৰি লব নৱম শ্ৰেণীলৈকে | Assamese |
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত জিলিকিল বিশ্বনাথৰ টিনাশ্ৰী দেৱী | Assamese |
তিনিগৰাকী প্ৰাক্তন প্ৰেমিকাৰ সৈতে জন্মদিন উদযাপন দাবাং খান চলমানৰ | Assamese |
১৭ সংখ্যক মৃত্যু বাৰ্ষিকীত লোকশিল্পী প্ৰতিমা পাণ্ডে বৰুৱাক সশ্ৰদ্ধ স্মৰণ | Assamese |
মেধাৱী আৰু অৰ্থনৈতিকভাৱে পিছপৰা শিক্ষাৰ্থীলৈ লংকাৰ দাতব্য ন্যাসৰ জলপানি | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.