text
stringlengths
1
2.59k
language
stringclasses
10 values
কোকৰাঝাৰত দিনজোৰা কাৰ্যসূচীৰে ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী
Assamese
দিল্লী চৰকাৰক প্ৰশংসা কৰা জুবিন গাৰ্গক ধন্যবাদ জনালে মুখ্য মন্ত্ৰী কেজৰিৱালে
Assamese
নৱবৰ্ষত সুখবৰ ১৩০ টকাত গ্ৰাহকে লাভ কৰিব ২০০টা চেনেল
Assamese
ছেবাৰ নতুন সচিবৰূপে নিযুক্ত প্ৰশাসনিক বিষয়া সুৰঞ্জনা সেনাপতি
Assamese
আজি গুৱাহাটীত উপস্থিত হব শ্ৰীলংকাৰ ক্ৰিকেট দল
Assamese
চিৰাঙৰ আই নদীৰ পাৰত আজিৰ পৰা আৰম্ভ হব দৈজিং উৎসৱ
Assamese
বৰনদী ভটিয়ায়লৈ শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান
Assamese
ভাৰতক বিশ্বকাপ বিজয়ী কৰোৱা ক্ৰিকেটাৰ এবছৰৰ বাবে নিলম্বন
Assamese
নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অজয় দেবগণে কিয় ছবি নিষিদ্ধ কৰাৰ প্ৰসংগ আনিলে
Assamese
ঋত্বিক ঘটকৰ চিনেমাক বিজেপিৰ যুৱ মৰ্চাই অপব্যৱহাৰ কৰাৰ অভিযোগ
Assamese
ভাৰতশ্ৰীলংকাৰ টী২০ মেচগুৱাহাটীত উপস্থিত ভাৰতীয় ক্ৰিকেট দলৰ ৪গৰাকী তাৰকা
Assamese
পাহাৰত বৰফৰ মাজত প্ৰেমৰোমাঞ্চত ডুব গল ক্ৰিকেটাৰ ঋষভ পন্ট শ্বেয়াৰ কৰিলে ফটো
Assamese
কেইবাগৰাকীও তাৰকা অবিহনেই আৰম্ভ হব ২০২০ৰ আই পি এল
Assamese
ধুবুৰী হৈ ডিব্ৰুগড় আলিপুৰদুৱাৰডিব্ৰুগড়ৰ মাজত বিশেষ ৰেল চলাব উত্তৰ পূব সীমান্ত ৰেলৱেই
Assamese
এখন এখনকৈ ৪৮ খন বাহনক খুন্দা মাৰিলে টেংকাৰে পুনেত ভয়ংকৰ দুৰ্ঘটনাত আহত বহুলোক
Assamese
বিহাৰত ধৰ্মীয় শোভাযাত্ৰাত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত কমেও ১২ জন লোক
Assamese
ইৰাক আৰু চিৰিয়াৰ উত্তৰাঞ্চলত কুৰ্দি সন্ত্ৰাসবাদীৰ ঘাটিত তুৰ্কীৰ বিধ্বংসী বিমান আক্ৰমণ
Assamese
নিৰ্বাচনৰ সময়তে বিসম্বাদঃ গুজৰাটত ৭ বিধায়কক নিলম্বন কৰিলে বিজেপিয়ে
Assamese
আম্বানীৰ পৰিয়াললৈ নতুন সদস্যৰ আগমণককাক হল মুকেশ আম্বানী
Assamese
প্ৰকল্প ৰূপায়ণত হোৱা বিলম্বৰ বাবেই চৰকাৰে ভৰিবলগীয়া হৈছে অতিৰিক্ত ৪.৫৮ লাখ কোটি টকা
Assamese
প্ৰখ্যাত আলোচনী উইজডেনে ঘোষণা কৰিলে ধোনীৰোহিত বিহীন দশকৰ শ্ৰেষ্ঠ টি২০ দল
Assamese
খেলি থকাৰ সময়তে কৰুণ মৃত্যুক আঁকোৱালি ললে এইগৰাকী ফুটবলাৰে মৃত্যুৰ পূৰ্বে দিছিল কিহৰ ইংগিত
Assamese
মুখ্য মন্ত্ৰীয়ে উদ্বোধন কৰিলে টি জি বৰুৱা মেমিয়েল মিডিয়া টি২০ ক্ৰিকেট টুৰ্ণামেণ্ট
Assamese
পাঁচদিনৰ বিপৰীতে চাৰিদিনলৈ হ্ৰাস পাব পাৰে টেষ্ট মেচ
Assamese
নৰ্থইষ্ট য়ুনাইটেডৰ তিনিখন ঘৰুৱা মেচৰ দিন সলনি
Assamese
দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনসহ ৮৭.৩৩ শতাংশ নম্বৰেৰে উজলিল গৌৰীসাগৰৰ লক্ষ্যজ্যোতি
Assamese
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চি বি এছ ই ২০১৮ বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা
Assamese
ভৱিষ্যতে চিকিৎসক হোৱাৰ লক্ষ্য দশম স্থান দখল কৰা নীলবাগানৰ নাইমা ফিৰদৌছ বৰভূঞাৰ
Assamese
হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থান নগাঁৱৰ ৰাজশ্ৰী নন্দিনী কাকতিৰ দশম স্থানত নাইমা ফিৰদৌচ বৰভূঞা আৰু ভাৰ্গৱজ্যোতি দাসৰ
Assamese
দেশত হ্ৰাস পাইছে পাইকাৰী মূল্যৰ মুদ্ৰাস্ফীতি তথাপি কমা নাই সামগ্ৰীৰ দাম
Assamese
কিয় পিছুৱাই দিয়া হৈছে সংসদৰ শীতকালীন অধিৱেশন ৰহস্য জানিবলৈ উদগ্ৰীব বিৰোধী
Assamese
মাস্কক ধন্যবাদ একাউণ্ট পুনৰুদ্ধাৰ হলেও টুইটাৰলৈ উভতি নাহে ডোনাল্ড ট্ৰাম্প
Assamese
কাটাৰ বিশ্বকাপত বিক্ৰী কৰিব নোৱাৰা বিয়েৰ বিশ্বকাপৰ চেম্পিয়ন হোৱা দেশত বেচিব বাডৱাইজাৰে
Assamese
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শীৰ্ষত ধেমাজি জিলা সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ ওদালগুৰিত
Assamese
দুধনৈত অঘটন তীব্ৰবেগী ৰেলৰ খুন্দাত থিতাতে নিহত ৰেল বিভাগৰ সহকাৰী কণিষ্ঠ অভিযন্তা
Assamese
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯১.৫ শতাংশ নম্বৰেৰে উত্তীৰ্ণ জনপ্ৰিয় কণ্ঠ শিল্পী নাহিদ আফ্ৰিন
Assamese
ইৰাণৰ সকীয়নি স্বত্বেও পাৰস্য উপসাগৰত চালকবিহীন জাহাজ মোতায়েন কৰিব আমেৰিকাই
Assamese
অসম হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান ধুবুৰীৰ মীজানুৰ ৰহমানৰ
Assamese
বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাক নিন্দা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ
Assamese
ৰ বিৰোধতাৰ বাবে চৰকাৰে বেটী বচাও এম্বেছাদৰ পৰিণীতি চোপ্ৰাক বিদায় দিলে নেকি
Assamese
অস্কাৰৰ দৌৰত অসমত জন্মগ্ৰহণ কৰা চলচ্চিত্ৰ নিৰ্মাতাৰ ছবি ওৱান লিটিল ফিংগাৰ
Assamese
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪ কৃতীমানে উজলালে বৰপেটা জিলাৰ মান
Assamese
মেঘালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত তুৰাৰ শ্বেৰউড স্কুলৰ জয় যাত্ৰা
Assamese
এইবাৰ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিব এইগৰাকী বলিউদ অভিনেতাই
Assamese
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা শোণিতপুৰৰ ৰক্তিম ভূঞাৰ প্ৰথম স্থান লাভ
Assamese
গুৱাহাটীত কেব বিৰোধী প্ৰতিবাদকাৰী নিহতৰ ঘটনাত কি কলে বলিউদৰ অভিনেত্ৰীয়ে
Assamese
চিনেমাৰ কায়দাৰে বিয়াৰ প্ৰলোভন দি কুখ্যাত অপৰাধীক জালত পেলালে মহিলা আৰক্ষীয়ে
Assamese
অসমত প্ৰস্তাৱিত ফিল্মফেয়াৰ বঁটাৰ অনুষ্ঠানক লৈ ক্ষুব্ধ অমিত শ্বাহ
Assamese
অভিনয় জীৱনৰ পৰা অৱসৰ গ্ৰহণৰ বাবে সাজু হৈছে অমিতাভ বচ্চন কিয়নো
Assamese
সতীৰ্থক হৰুৱাই অলিম্পিক কোৱালিফায়াৰলৈ উত্তীৰ্ণ অসমৰ বক্সাৰ লাভলিনা বৰগোহাঁই
Assamese
ঠেঁটুৱৈ লগা জাৰত কঁপি ফুটপাথতে দিন কটাইছে দেশৰ হৈ খেলা প্ৰাক্তন হকী খেলুৱৈয়ে
Assamese
বাস্তৱতা পাহৰি মেৰীকমক প্ৰত্যাহ্বান জনোৱা নিখাত জেৰিণৰ দৰ্প চূৰ্ণ মানি ললে শোচনীয় পৰাজয়
Assamese
যশস্বী জয়ছোৱালৰ দুৰ্দান্ত প্ৰদৰ্শন দক্ষিণ আফ্ৰিকাক ৮ উইকেটত হৰুৱালে ১৯অনুৰ্ধৰ ভাৰতীয় দলে
Assamese
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১৯ অনুৰ্ধৰ ভাৰতীয় ক্ৰিকেট দলৰ চমকপ্ৰদ বিজয়
Assamese
আজি কোচিত পৰাজয়ৰ ধাৰা ভংগৰ লক্ষ্যৰে কেৰালা ব্লাষ্টাৰ্ছৰ মুখামুখি হব নৰ্থইষ্ট য়ুনাইটেড
Assamese
ভাৰত সুৰক্ষিত দেশ নহয় আই চি চিয়ে ভাৰতলৈ বিদেশী দলৰ ভ্ৰমণ বাতিল কৰিব লাগে পাকিস্তানী প্ৰাক্তন অধিনায়কৰ মন্তব্য
Assamese
পাকিস্তান ক্ৰিকেট দলত হিন্দু খেলুৱৈক উৎপীড়ন চলোৱা সন্দৰ্ভত আখতাৰৰ বিস্ফোৰক মন্তব্য
Assamese
খ্ৰীষ্টমাছৰ বন্ধত ধোনীৰ সৈতে পণ্ট ডুবাইত দুই তাৰকাৰ খ্ৰীষ্টমাছ উদযাপন
Assamese
অস্থিৰতা আঁতৰা নাই শ্ৰীলংকাত পুনৰ প্ৰতিবাদত উত্তাল ৰাজধানী কলম্বো
Assamese
মন কি বাত বন্ধ কৰি মোদীয়ে সাধাৰণ মানুহৰ কথা শুনক ভাৰত জোড়ো যাত্ৰাৰ পৰাই ৰাহুল গান্ধীয়ে জনালে দাবী
Assamese
সন্ত্ৰাসবাদৰ বাবে দুটা দশকত বিশ্বৰ অৰ্থনীতিয়ে হেৰুৱাইছে ৯০০ বিলিয়ন মাৰ্কিন ডলাৰঃপ্ৰতিবেদন
Assamese
হত্যা কৰি প্ৰেমিকাৰ দেহাংশ ভৰ্তি মোনা লৈ পুৱাই খোজ কাঢ়িছে আফতাব শিহৰণকাৰী দৃশ্য পোহৰলৈ
Assamese
অৰুণাচলত ডনি পোলো বিমানবন্দৰ মুকলি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
Assamese
দুৰ্ঘটনা ৰোধৰ প্ৰয়াসঃ ভাৰতীয় ৰেলত ব্যৱহাৰ কৰা হব কুঁৱলী প্ৰতিৰোধী সঁজুলি
Assamese
পিয়াঁজ নিদিয়া বাবে হোটেলৰ কৰ্মচাৰীক গ্ৰাহকৰ আক্ৰমণ
Assamese
কোভিডৰ পিছতে দেশত বৃদ্ধি পাইছে বিত্তীয় জালিয়াতিৰ ঘটনাপিডব্লিউচিৰ প্ৰতিবেদন
Assamese
বিধ্বস্ত ব্ৰিটেইনৰ অৰ্থনীতিঃ ঋষি চুনাকৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান
Assamese
দেশৰ ৯ টা বেংকক জৰিমনা বিহি সকিয়াই দিলে ৰিজাৰ্ভ বেংকে কি কি বেংক
Assamese
এন আই টিৰ সমাবৰ্তন অনুষ্ঠানত শিক্ষাৰে সমাজক আগুৱাই নিয়াৰ বাবে শিক্ষাৰ্থীক আহ্বান উপ ৰাষ্ট্ৰপতিৰ
Assamese
ছেবাৰ সম্প্ৰসাৰিত অনলাইন সেৱা উদ্বোধন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ
Assamese
৩১ মেত ঘোষণা কৰা হব উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাৰ ফলাফল
Assamese
দ্ৰোণাচাৰ্য কণিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত যোগ্যতা সন্ধানী পৰীক্ষাৰ ফলাফল ঘোষণা
Assamese
মেঘালয়ৰ খচৰা শিক্ষা নীতি গ্ৰহণ কৰোঁতা নাই৪৫ দিনৰ ভিতৰত নীতি স্থিৰ কৰাৰ নিৰ্দেশ টাস্ক ফ্চক
Assamese
তেজপুৰত ডাবৰৰ উদ্যোগত স্থাপন জীৱন্তী প্ৰতিকাৰমূলক শিক্ষা কেন্দ্ৰ
Assamese
১৮ মেত ঘোষিত হব নাগালেণ্ডৰ ব্ডৰ পৰীক্ষাৰ চৰ্তসাপেক্ষ ফলাফল
Assamese
ৰাজ্য চৰকাৰে শিক্ষাৰ অধিকাৰ আইন ভংগ কৰিছে অল আছাম ইলিজিবল্ কাম ৰিকমেণ্ডেট টিচিং এণ্ড ননটিচিং এচছিয়েশ্যন
Assamese
২৩ মেত অনুষ্ঠিত হব নাগালেণ্ড ৰাজ্যিক প্ৰৱেশ পৰীক্ষা
Assamese
টাইমছ হায়াৰ এড্যুকেশ্যনৰ শীৰ্ষ শিক্ষানুষ্ঠানৰ তালিকাৰ ৯৯ সংখ্যক স্থানত তেজপুৰ বিশ্ববিদ্যালয়
Assamese
গৰ্ভধাৰণৰ পাছত বলিউডত কোনোধৰণৰ অভিনয়ৰ প্ৰস্তাৱ লাভ কৰা নাই জনপ্ৰিয় অভিনেত্ৰী নেহা ধুপিয়াই
Assamese
গুৱাহাটীত ফিল্মফেয়াৰ এৱৰ্ডছ ২০২০ ৰ চুক্তি সম্পাদন বলিউদৰ নামিদামী অভিনেতাঅভিনেত্ৰীৰে ভৰিব গুৱাহাটী
Assamese
বিশিষ্ট অভিনেত্ৰী শ্বাবানা আজমিৰ মাতৃ শৌকাট কাইফিৰ মৃত্যু
Assamese
গুৱাহাটীত ফিল্মফেয়াৰ এৱৰ্ডছ ২০২০ সোমবাৰে চুক্তি
Assamese
প্ৰথমবাৰৰ বাবে পিতৃৰ হাত ধৰি ক্ষেপণাস্ত্ৰ ঘাঁটিত কিম জঙৰ কন্যা
Assamese
মাটিয়াত দুই বনৰীয়া হাতীৰ যুঁজ ৰুদ্ৰমূৰ্তি ধৰি খেদিবলৈ চেষ্টা কৰা বনকৰ্মী আৰক্ষী আৰু ৰাইজলৈ চোঁচা
Assamese
নিশা ১৯ বছৰীয়া মডেলক চলন্ত গাড়ীত দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগত চাৰিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ
Assamese
বটদ্ৰৱা কাণ্ড সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ প্ৰতিক্ৰিয়াৰ পিছত কি হব
Assamese
মাজুলী গাভৰু বিতৰ্ক অৱেশষত ক্ষমা খুজিলে কৰিঅগ্ৰাফাৰ অসীম গগৈয়ে
Assamese
বেট অবিহনে শচীন টেণ্ডুলকাৰ ভৰা আদালতত অধিবক্তাক ভৰ্ৎসনা মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ
Assamese
নিশা ৰিখটাৰ স্কেলত ৬.৯ প্ৰাবল্যৰ ভূমিকম্প পুনৰ কঁপি উঠিল ইণ্ডোনেছিয়া
Assamese
কাইলৈ মুক্তি পাব এই বৰ্ষৰ আটাইতকৈ চৰ্চিত ছবি আমিষ
Assamese
বৈদেশিক মন্ত্ৰালয়তে পাকিস্তানৰ গুপ্তচৰ আৰক্ষীৰ জালত গাড়ী চালক
Assamese
৭ ডিচেম্বৰত গুৱাহাটীত প্ৰসিদ্ধ শাস্ত্ৰীয় সংগীত শিল্পী পাৰবীন চুলতানাৰ সংগীতানুষ্ঠান
Assamese
উত্তৰ কোৰিয়াৰ মিছাইল আমেৰিকা যুক্তৰাষ্ট্ৰৰ মূল ভূখণ্ডত আঘাত হানিবলৈ সক্ষমজাপান
Assamese
২ ফুট উচ্চতাৰ দৰাই পাইছে ৬ ফুট উচ্চতাৰ সুন্দৰী কন্যা বিয়াৰ ভিডিঅ ভাইৰেল ছচিয়েল মিডিয়াত
Assamese
৯ বছৰত ৬৯টা শতক অৰ্জন কৰা কোহলীক দশকটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ আখ্যা এখন শীৰ্ষ মেগাজিনৰ
Assamese
অন্তৰংগ দৃশ্যৰ শ্বুটিঙত নিজক চম্ভালিব নোৱাৰিলে এইসকল অভিনেতাই পৰিণতি
Assamese
ভাৰত ৰত্ন শচীন টেণ্ডুলকাৰৰ নিৰাপত্তা হ্ৰাস মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে চৰকাৰৰ
Assamese
জেমছ এণ্ডাৰছন ১৫০ খন টেষ্ট খেলা বিশ্বৰ প্ৰথম গৰাকী বেগী বলাৰ
Assamese
আজিৰ পৰা পাৰভেজ ৰুছুল নেতৃত্বাধীন জম্মু আৰু কাশ্মীৰৰ বিৰুদ্ধে অসমৰ ৰঞ্জি মেচ
Assamese
দশকটোৰ শ্ৰেষ্ঠ এদিনীয়া দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত ধোনী
Assamese