text
stringlengths
1
2.59k
language
stringclasses
10 values
বিতৰ্কৰ অন্ত নিখাত জেৰিন আৰু মেৰীকমৰ মাজত হব অলিম্পিক ট্ৰায়েল
Assamese
বিস্ময় বালক চকু মুদিয়েই ৰুবিকছ কিউবৰ ৰং মিলাইছে অৰুণাচলৰ চিন্তাই
Assamese
কাইলৈৰ পৰা অনলাইন যোগে কিনিব পাৰিব ভাৰতশ্ৰীলংকাৰ টি২০ৰ টিকট
Assamese
মণিপুৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণাউত্তীৰ্ণৰ হাৰ ৬৭.০৪ শতাংশ
Assamese
চি বি এছ চিৰ অধীনৰ নিট পৰীক্ষাত বিসংগতিডিব্ৰুগড়ত প্ৰশ্নকাকতৰ অভাৱত পৰীক্ষা অনুষ্ঠিত হল তিনি ঘণ্টা পলমকৈ
Assamese
মে শেষলৈ ঘোষিত হব মেট্ৰিক উচ্চতৰ মাঃ চূড়ান্ত পৰীক্ষাৰ ফলাফল
Assamese
নৰ্থ ইষ্ট নাও বাতৰিৰ প্ৰভাৱ হাফলঙৰ পৰা স্থানান্তৰিত হল সৰ্বশিক্ষাৰ ব্লক মিশ্যনৰ কাৰ্যালয়
Assamese
হায়দৰাবাদত ৰাসায়নিক গেছ লিকঃ অসুস্থ হৈ পৰিল কমেও ২৫ গৰাকী শিক্ষাৰ্থী
Assamese
সন্ত্ৰাসবাদীক বিত্তৰ যোগান ধৰাটো সন্ত্ৰাসবাদতকৈ অধিক বিপজ্জনকঅমিত শ্বাহ
Assamese
শ্ৰদ্ধা হত্যাকাণ্ডঃ ড্ৰাগছ আসক্ত আছিল আফতাব
Assamese
মবাইল এপৰ জৰিয়তে অসংৰক্ষিত টিকট বুকিঙৰ বাবে দূৰত্বৰ প্ৰতিবন্ধকতা শিথিল ৰেল মন্ত্ৰালয়ৰ
Assamese
সন্ত্ৰাসবাদ মানৱতা স্বাধীনতা আৰু সভ্যতাৰ শত্ৰুঃ মোদী
Assamese
ভাৰত জোড়ো যাত্ৰাত অংশলৈ আনন্দিত ভাৰত ত্যাগ আন্দোলনত আটক হোৱা ৯৩ বছৰীয়া লীলাবাই
Assamese
ভীমা কোৰেগাঁও গোচৰআনন্দ টেলটুম্বডেৰ জামিন লাভ গৌতম নৱলাখাৰৰ গৃহবন্দিত্বত স্থগিতাদেশ
Assamese
পঞ্চম দৰমহা আয়োগে সামৰি লব মেঘালয়ৰ ৬৬৮৬ শিক্ষকক
Assamese
যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত পুতুল বৰুৱাৰ কাব্য গ্ৰন্থ কবিতাৰ কুঁহকিনী আৰু দিগন্তত যাৰ হেৰাল সীমা উন্মোচন
Assamese
অসমত বুকলেণ্ড প্ৰকাশনে আগবঢ়াব শ্ৰেষ্ঠ শিক্ষকৰ বঁটা
Assamese
গুৱাহাটী এডুফেষ্ট অংশগ্ৰহণ কৰিব অষ্ট্ৰেলিয়া চুইজাৰলেণ্ড ছিংগাপুৰৰ শীৰ্ষ শিক্ষা প্ৰতিষ্ঠানে
Assamese
যুৱচামক চাকৰীপ্ৰাৰ্থীৰ পৰিৱৰ্তে উদ্যোগী হবলৈ আহ্বান সাংসদ ৰমেন ডেকাৰ
Assamese
অসামৰিক সেৱাৰ প্ৰশিক্ষণ শ্ৰেণীৰ আসন বৃদ্ধি কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ে
Assamese
তিনিটা সিজোৱা কণীৰ দাম ১৬৭২ টকা হতবাক সংগীত পৰিচালক শেখৰ
Assamese
সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সোঁৱৰণত গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰদৰ্শন হব চামেলী মেমচাহেব
Assamese
এৰাউণ্ড গুৱাহাটী ফুদ ফেষ্টিভেল খ্ৰীষ্টমাছৰ বতৰত সংগীত আৰু খাদ্যৰ অনন্য উদযাপন আহিব লকেল ট্ৰেইন
Assamese
ইৰাণত উজলিল অসমীয়া চুটি ছবি কানফুচফুচত ফুচফুচনি
Assamese
৫ জানুৱাৰীত গুৱাহাটীত ভাৰতশ্ৰীলংকাৰ আন্তঃৰাষ্ট্ৰীয় টি২০ মেচ
Assamese
অসুস্থ কোকিলকণ্ঠী লতা মংগেশকাৰ মুম্বাইৰ হাস্পাতালত ভৰ্তি
Assamese
লণ্ডনত বৰ্ণাঢ্য কাৰ্য্যসুচীৰে ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ সংগীত দিবস পালন
Assamese
ক্ষান্ত নহয় ক্ৰেমলিন ইউক্ৰেইনৰ বিস্তীৰ্ণ অঞ্চলত পুনৰ আক্ৰমণ আৰম্ভ কৰিছে ৰাছিয়াই
Assamese
গুজৰাটত সাভাৰকাৰ বিতৰ্কত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ৰাহুল গান্ধী ৰাষ্ট্ৰ আৰু হিন্দু বিৰোধী
Assamese
গোৱালপাৰা জিলাত অব্যাহত বনৰীয়া হাতীৰ তাণ্ডৱ হাতীয়ে ভাঙিলে অঙ্গনবাড়ী কেন্দ্ৰ
Assamese
চাপৰ অঞ্চলত ব্যাপক হাৰত মাটিৰ খননঃ উদ্বিগ্ন প্ৰকৃতিপ্ৰেমীবন মন্ত্ৰীৰ হস্তক্ষেপ কামনা
Assamese
সফল ভাৰতঃ দেশৰ প্ৰথম ব্যক্তিগত ৰকেট বিক্ৰম এছৰ সফল উৎক্ষেপণ
Assamese
আই পি এল২০২০ ৰাজস্থান ৰয়েলছৰ লগতে থাকিব অসমৰ ৰিয়ান পৰাগ
Assamese
কাটাৰত স্বৰ্ণ অৰ্জন উত্তৰপূবৰ তাৰকা ভাৰোত্তোলক মীৰাবাঈ চানুৰ
Assamese
ৰঞ্জী ট্ৰফীত ব্যৰ্থতাৰ ধাৰা অব্যাহত ঝাৰখণ্ডৰ বিৰুদ্ধে এক ইনিংছ আৰু ৬৭ ৰাণত শোচনীয় পৰাজয় অসমৰ
Assamese
যেনে পিতৃ তেনে পুত্ৰ ৰাহুল দ্ৰাবিড়ৰ পুত্ৰৰ দ্বিশতকীয় ইনিংছেৰে চমক
Assamese
ষ্টান্ট কৰিবলৈ গৈ সূৰ্যবংশী ছেটত বেয়াকৈ আঘাত পালে অক্ষয় কুমাৰে
Assamese
ত্ৰিপুৰাত স্থাপন হব এছিয়াৰ সৰ্ব্বোচ্চ ফোৱাৰানতুন বৰ্ষৰ প্ৰথম মাহতে সম্পূৰ্ণ হব নিৰ্মাণ
Assamese
গুজৰাটত প্ৰথম পৰ্যায়ৰ বিধানসভাৰ নিৰ্বাচনৰ ৩৬৩ খন মনোনয়ন নাকচ
Assamese
চাঞ্চল্যকৰ শ্বীনা বৰা হত্যা কাণ্ডপিটাৰ মুখাৰ্জী নিৰ্দোষ দাবী পুত্ৰ ৰাহুলৰ
Assamese
ৰণবীৰ সিঙে মাৰিলে কপিল দেবৰ নটৰাজ শ্বট দেখি মুগ্ধ অনুৰাগী
Assamese
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কুলদীপ যাদৱৰ দুৰ্দান্ত হেট্ৰিক এদিনীয়া ক্ৰিকেটত দ্বিতীয়টো হেট্ৰিক অৰ্জন কৰা প্ৰথম ভাৰতীয় বলাৰ
Assamese
ৰঞ্জী ট্ৰফীত ২০০ উইকেট দখলেৰে বেগী বলাৰ অৰূপ দাসৰ কৃতিত্ব
Assamese
বেংগালুৰু এফ চিৰ বিৰুদ্ধে ২০ গলত পৰাস্ত নৰ্থইষ্ট য়ুনাইটেড
Assamese
মই কি অনুভৱ কৰো সেয়া নিজৰ দেশত কোৱাৰ বাবে কাৰো অনুমতিৰ প্ৰয়োজন নাই ইৰফান পাঠান
Assamese
টংলা মহাবিদ্যালয়ত কেৰিয়াৰ কাউঞ্চেলিং কৰ্মশালাৰ আয়োজন
Assamese
গোৱালপাৰাত শিক্ষানুষ্ঠান সমূহৰ সমস্যা সমাধানৰ দাবীত ছাত্ৰ মুক্তিৰ উত্তাল প্ৰতিবাদ
Assamese
বজালী মহাবিদ্যালয়ৰ পৰা এন আৰ চিৰ কাৰ্যালয় উঠোৱাৰ দাবী শিক্ষাৰ্থীৰ
Assamese
দৰঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হল অভিলেখ সংখ্যক শিক্ষাৰ্থী
Assamese
আঁতৰিল অনিশ্চয়তা দৰ্শকেৰে পৰিপূৰ্ণ ষ্টেডিয়ামতে হব নৰ্থইষ্ট য়ুনাইটেড বনাম বাংগালুৰু এফ চিৰ মেচ
Assamese
ত্ৰিপুৰা কৃষি মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ প্ৰস্তাৱ
Assamese
মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই পৰিদৰ্শন কৰিলে শিক্ষানুষ্ঠানখনৰ বিভিন্ন বিভাগ
Assamese
গোৱালপাৰা ছায়েন্স একাডেমিৰ প্ৰশ্নকাকত ফাদিলৰ লগত জড়িতক শাস্তি প্ৰদানৰ দাবীত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ
Assamese
অসম কৃষি বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী উপস্থিত থাকিব উপৰাষ্ট্ৰপতি ভেংকায়া নাইডু
Assamese
প্ৰতি বছৰে বৃদ্ধি পাই আহিছে অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত ছাত্ৰছাত্ৰীৰ সংখ্যা
Assamese
ভুৱা প্ৰমাণ পত্ৰ লৈ অসমৰ মাদ্ৰাছাত শিক্ষকতা ভুৱা ডক্টৰেটৰ পিছত পুনৰ সৰৱ নাগৰিক সুৰক্ষা মঞ্চ
Assamese
লাভ জিহাদ কঠোৰ আইনৰ পোষকতা বিজেপি বিধায়কৰ
Assamese
নাবালিকাক যৌন নিৰ্যাতনকে ধৰি বহু অপৰাধত অভিযুক্ত ধৰ্ম প্ৰচাৰকক ৮৬৫৮ বছৰৰ কাৰাদণ্ড
Assamese
শীঘ্ৰেই সকলো স্মাৰ্টফোনত ব্যৱহাৰ হব টাইপচি চাৰ্জাৰ জনালে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিয়ে
Assamese
ক্ষমতালৈ ঘুৰি নাহিলে ২০২৪ চনৰ পিছত নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰোকলে চন্দ্ৰবাবু নাইডুৱে
Assamese
এযোৰ ফটা ছেণ্ডেলৰ মূল্য প্ৰায় ২ কোটি টকা কোনে পিন্ধিছিল সেই ছেণ্ডেল
Assamese
শ্ৰদ্ধা ৱালকাৰৰ হত্যাকাৰী আফতাব আমিন পুনাৱালাৰ নাৰ্কো টেষ্টৰ অনুমতি প্ৰদান কৰিলে ন্যায়ালয়ে
Assamese
পথৰ আধাৰশিলা স্থাপন অনুষ্ঠানলৈ আহি মঞ্চতে অসুস্থ হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী
Assamese
ভাৰতৰে এইখন গাওঁত ১৮ বছৰ বয়সৰ তলৰ কিশোৰকিশোৰীৰ বাবে নিষিদ্ধ হল মোবাইল ফোন
Assamese
এনাছথেছিয়া প্ৰয়োগ নকৰাকৈয়ে ২৪ গৰাকী মহিলাৰ অস্ত্ৰোপচাৰ কৰিলে চিকিৎসকে তদন্তৰ নিৰ্দেশ
Assamese
ৰাজস্থান কংগ্ৰেছত বিদ্ৰোহৰ উকমুকনি অজয় মাকেনৰ পদত্যাগে অস্বস্তিত পেলাইছে কংগ্ৰেছৰ শীৰ্ষ মহলক
Assamese
অসমীয়া কে ৰ পাল্লাত হেভি মেটেল লেজেণ্ড মাৰ্টি
Assamese
আই এফ এফ আই২০১৯ত প্ৰদৰ্শিত হব সত্তৰ দশকৰ জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ ড০ বেজবৰুৱা
Assamese
অনুৰাগীৰ স্পৰ্শত বিৰক্ত ৰাণু মণ্ডলৰ প্ৰশ্ন হোৱাট ইছ দিজ
Assamese
বিজেপি নেতাৰ গৰুৰ গাখীৰত সোণ তত্ত্ব গৰুৰ বিপৰীতে গল্ড লোণ বিচাৰি লোকৰ লানি
Assamese
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ শুভ উদ্বোধন কৰিলে মুখ্য মন্ত্ৰী সোণোৱালে
Assamese
ৰত্নাকৰ ব্যৱসায়িক সফলতাৰ পাছত ইটালীত কি কৰিছে বৰষাৰাণী বিষয়া আৰু নিশিতা গোস্বামীয়ে
Assamese
অসমত ছবি নিৰ্মাণৰ বাবে বলিউডৰ পৰিচালক মধুৰ ভাণ্ডাৰকাৰক আহ্বান মুখ্য মন্ত্ৰীৰ
Assamese
দেশবিদেশৰ ছবিৰে আজিৰ পৰা ৩য় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
Assamese
অসমৰ পৰস্থিতি ভয়ানক বাতিল হব পাৰে ভাৰতশ্ৰীলংকাৰ টি২০ মেচ
Assamese
চেন্নাইত হোপহেটমেয়াৰৰ ধুমুহাত বিধ্বস্ত টীম ইণ্ডিয়া দুৰ্দান্ত বিজয় ৱেষ্টইণ্ডিজৰ
Assamese
প্ৰতিবাদত উত্তাল অসম বাতিল হল অসমওড়িশাৰ কোচবিহাৰ ট্ৰফীৰ খেল
Assamese
ৰঞ্জী ট্ৰফী :২০১৯২০ ঝাৰখণ্ডৰ বিৰুদ্ধে মাত্ৰ ১৬২ ৰাণতে প্ৰথম ইনিংছ সামৰিলে অসমে
Assamese
অসমৰ ছাত্ৰছাত্ৰীলৈ ইউৰোপীয় জলপানি লাভৰ সুযোগ ৩ বছৰত ১৩০০ গৰাকী ভাৰতীয়ৰ বৃত্তি লাভ
Assamese
দৰমহা আসোঁৱাহ নিৰাময় সমিতিৰ প্ৰতিবেদন ৰাজহুৱাৰ দাবী প্ৰাথমিক শিক্ষক সন্মিলনীৰ
Assamese
শোণিতপুৰত নাবালিকাক ধৰ্ষণৰ চেষ্টা চলাই হত্যা কৰাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ
Assamese
মিজোৰামৰ শিল কুৱেৰীৰ স্খলনস্থলীৰ পৰা পুনৰ তিনিটা মৃতদেহ উদ্ধাৰমৃতকৰ সংখ্যা ১১ লৈ বৃদ্ধি
Assamese
ভুৱা পিএইচডিৰে চাকৰি কৰি থকা অসমৰ কলেজ শিক্ষকক চিনাক্ত কৰিবলৈ দিচপুৰে গঠন কৰিব কমিটি
Assamese
অসমত ভুৱা ডক্টৰেটধাৰী অধ্যাপক থকাৰ কথা স্বীকাৰ শিক্ষা মন্ত্ৰীৰ মগধ বিনায়ক বিঃ বিঃৰ ডিগ্ৰীৰে নাপাব চাকৰি কৰা হব সত্যাসত্য পৰীক্ষা
Assamese
বিশ্ব বিখ্যাত স্প্টছ ব্ৰেণ্ড পিউমাৰ সৈতে চুক্তিবদ্ধ হল সুনীল চেত্ৰী
Assamese
চিকিৎসালয়ৰ মৰ্গত থকা মহিলাৰ মৃতদেহৰ পৰা চকু উলিয়াই নিবলৈ চেষ্টা কৰাৰ অভিযোগ তীব্ৰ চাঞ্চল্য
Assamese
যুৱ সাংবাদিক মিৰাজ ৰায়ৰ অকাল বিয়োগঃ চাপৰবহলপুৰত শোক
Assamese
ঐতিহাসিক ৱালং যুদ্ধক স্মৰণ কৰিলে ভাৰতীয় সেনাইপালন কৰিলে মাহজোৰা কাৰ্যসূচী
Assamese
বৃহৎ ঘোষণাঃ পুনৰ মাৰ্কিন ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিব ডোনাল্ড ট্ৰাম্পে
Assamese
কেব বিৰোধিতাত জ্বলিছে অসমগুৱাহাটীত ৰঞ্জী মেচ আই এছ এলৰ খেল বাতিল
Assamese
২০১৯২০ বৰ্ষৰ ৰঞ্জী ট্ৰফীত চমকপ্ৰদ আৰম্ভণি অসমৰ ১২৪ ৰাণতে প্ৰথম ইনিংছ সামৰিবলৈ বাধ্য হল ছাৰ্ভিছেচ
Assamese
দুবাৰৰ বিফলতাৰ পিছত আজি পুনৰ চন্দ্ৰ অভিমুখে নাছাই প্ৰেৰণ কৰিব আৰ্টেমিছ ১ যান
Assamese
মাৰ্কিন সেনাৰ আৰ্হিত ভাৰতীয় সেনায়ো সীমান্তত স্থাপন কৰিব কম ওজনৰ থ্ৰি ডি বাংকাৰ
Assamese
ভাৰতীয়ৰ বাবে সুখবৰঃ ব্ৰিটেইনত ভাৰতীয়ক কাম কৰাৰ সুবিধা দিবলৈ ঋষি চুনাকে মুকলি কৰিলে ৩০০০ ভিছা
Assamese
বোকাখাতত ২৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হব অসম মাষ্টাৰ্চ এথলেটিকছ প্ৰতিযোগিতা
Assamese
ডিমৌত ১৮ খন চৰকাৰী বিদ্যালয়ত আকস্মিক পৰিদৰ্শন জিলা শিক্ষা বিষয়াৰ
Assamese
অসমৰ প্ৰাথমিক বিদ্যালয়ত এপ্ৰিলৰ পৰা অনলাইন হব শিক্ষকৰ উপস্থিতিৰ হিচাপ দিয়া হব টেবলেট
Assamese
মুখ্য মন্ত্ৰীৰ ঘোষণা চাবুৱাত স্থাপন কৰিব ক্ৰীড়া বিশ্ববিদ্যালয়
Assamese
অসম চৰকাৰে বাতিল কৰিব শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ সম্পৰ্কীয় দুখন আইন সদনত উত্থাপন বিধেয়ক
Assamese
বিৰাটৰাহুলৰ বিস্ফোৰক বেটেঙিৰে ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টী২০ মেচত বিজয়ী ভাৰত
Assamese