text
stringlengths
1
2.59k
language
stringclasses
10 values
পুনৰ অনুষ্ঠিত নহয় চিবিএছইৰ গণিতৰ পৰীক্ষা পৰিষদৰ ঘোষণা
Assamese
দুৰ্গম বাটপথৰ বাবে বিদ্যালয়লৈ যাবলৈ অপাৰগ উত্তৰপূৰ্বাঞ্চলৰ শিশু
Assamese
৩১ অক্টোবৰৰ পৰা দ্বিতীয় নাগালেণ্ড চলচ্চিত্ৰ মহোৎসৱ
Assamese
কোনখন ছবিৰ বাবে ৪০ বছৰ বয়সত প্ৰথমবাৰৰ বাবে অডিশ্যন দিলে কৰিনাই
Assamese
ৰামলীলাক শিশু পৰ্ণগ্ৰাফীৰ সৈতে তুলনা অভিনেতা প্ৰকাশ ৰাজৰ বিৰুদ্ধে এফ আই আৰ
Assamese
দীঘল পকা দাড়ি আৰু সেউজীয়া কুৰ্তাৰে সৈতে অমিতাভ বচ্চন নতুন ছবিৰ প্ৰথম আলোকচিত্ৰ মুকলি
Assamese
মহাভাৰতৰ দ্ৰৌপদীৰ চৰিত্ৰত অৱতীৰ্ণ হব দীপিকা পাডুকন
Assamese
চলচ্চিত্ৰ উদ্যোগত ৰত্নাকৰ অভিলেখ ১০ দিনতে ৪.৯৫ কোটি টকা উপাৰ্জন
Assamese
মাঘত আলিয়া ভাতৰ বিয়া
Assamese
৫ কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগত কিওগ্ৰাফাৰ ৰেম ডিছুজাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি
Assamese
তুৰ্কীত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ চোৰাংচোৱা মুৰব্বীৰ গোপন বৈঠক
Assamese
দিল্লীৰ শিহৰণকাৰী হত্যাকাণ্ডঃ হত্যাকাৰী আফতাবে শ্ৰদ্ধাক হত্যা কৰাৰ ১৫ দিনৰ ভিতৰতে গোটাই লৈছিল নতুন সংগী
Assamese
হাইলাকান্দিত সাতটা কলা প্ৰাইমেটক উদ্ধাৰদুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
Assamese
হলিউদতো ৰাণু মণ্ডল লছ এঞ্জেলছৰ ষ্টেশ্যনত গান গাই ভাইৰেল হল আৰু এগৰাকী মহিলা
Assamese
মহাকাশলৈ এইবাৰ উৎক্ষেপন কৰা হব প্ৰথম মেডইনইণ্ডিয়া ৰকেট বিক্ৰম এছ
Assamese
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪৮তম এনএইচপিচি প্ৰতিষ্ঠা দিৱস উদযাপন
Assamese
বেলজিয়ামৰ চলচ্চিত্ৰ মহোৎসৱত দ্যা মেন হু স্পিকচ নেচাৰলৈ শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান
Assamese
উইকেট দখলৰ পাছত যাদুৰে ৰুমালক দণ্ডলৈ ৰূপান্তৰ কৰি খেল পথাৰত দক্ষিণ আফ্ৰিকাৰ বলাৰৰ আনন্দ প্ৰকাশ
Assamese
আইপিএলত গম্ভীৰৰ চমক কোন দলৰ মালিকী স্বত্ত্ব কিনিবলৈ সাজু প্ৰাক্তন ক্ৰিকেটাৰগৰাকী
Assamese
আপুনি কেন্সাৰক জয় কৰিব পাৰিব কেন্সাৰ আক্ৰান্ত বিজেপি সাংসদক সাক্ষাৎ কৰি যুৱৰাজ সিঙৰ অনুপ্ৰেৰণা
Assamese
ৰাফেল যুঁজাৰু বিমানৰ ছেটেলাইট নেভিগেইশ্যন ছিষ্টেমলৈ অসম জীয়ৰী প্ৰিয়ংকাৰ অৱদান
Assamese
দক্ষিণ এছীয় গেইমছত অসমীয়াৰ দপদপনি আজি স্বৰ্ণ জয়ৰ লক্ষ্যৰে ক্টত নামিব অস্মিতা
Assamese
উচ্চতৰ মাধ্যমিকৰ ফাদিল হোৱা প্ৰশ্ন কাকতৰ পুনৰ পৰীক্ষা অনুষ্ঠিত নহয়
Assamese
চি বি এচ ই প্ৰশ্নকাকত ফাদিলক লৈ তোলপাৰ দেশ ২৫ এপ্ৰিলত দ্বাদশৰ পৰীক্ষা দশম শ্ৰেণীৰ সন্দৰ্ভত ১৫ দিনৰ ভিতৰত হব সিদ্ধান্ত
Assamese
মেঘালয়ৰ সৰ্ব শিক্ষাৰ অধীনৰ শিক্ষকসকলক সকাহ দিলে কেন্দ্ৰই
Assamese
ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে টী২০ত এম এছ ধোনীৰ অভিলেখ অতিক্ৰম কৰাৰ লক্ষ্য ঋষভ পন্টৰ
Assamese
দক্ষিণ এছিয়ান গেমছত ৰদালিৰ সোণ পাকিস্তানৰ প্ৰতিদ্বন্দ্বিক পৰাস্ত কৰি ছেমিফাইনেলত অস্মিতা
Assamese
অসম মহিলা বিশ্ববিদ্যালয়ৰ স্বীকৃতি অক্ষুণ্ণ থাকিব বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী
Assamese
অসম মহিলা বিশ্ববিদ্যালয় কাকপথাৰত প্ৰতিবাদ আছুৰ চৰকাৰক সকীয়নি
Assamese
অচিৰেই ভাৰতত মুকলি হব বিশ্বৰ আটাইতকৈ বৃহৎ ক্ৰিকেট ষ্টেডিয়ামখন
Assamese
দশম মানৰ গণিত আৰু দ্বাদশ মানৰ অৰ্থনীতিৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ জাননী চি বি এছ চিৰ
Assamese
৯০০০ শিক্ষকৰ চাকৰিৰ বিজ্ঞাপন দিছে অসম চৰকাৰে
Assamese
ত্ৰিশতকীয় ইনিংছৰ পাছত মহাত্মা গান্ধীৰ বাণীৰে ডেভিড ৱাৰ্ণাৰক প্ৰশংসা পত্নী কেণ্ডিচ ৱাৰ্ণাৰৰ
Assamese
অনুষ্কা শৰ্মাই অভিনয় কৰা এইখন চলচ্চিত্ৰ মোৰ আটাইতকৈ প্ৰিয় বিৰাট কোহলী
Assamese
মিজোৰামৰ শিল কুৱেৰী স্খলনত আঠগৰাকী লোকৰ মৃত্যুএতিয়াও নিখোঁজ চাৰিগৰাকী
Assamese
শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তি দিয়াৰ দাবীত ২৮ মাৰ্চত বৰপেটাত প্ৰতিবাদ কৰিব ছাত্ৰ মুক্তিয়ে
Assamese
অহা বছৰৰ পৰা নাথাকিব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ শীৰ্ষ ১০ টা স্থানৰ তালিকা
Assamese
পেঙেৰীত সেনাৰ কনভয় আক্ৰমণৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনআক্ৰমণক অপাৰেচন লখিপথাৰ আখ্যা
Assamese
ইলোৰা বিজ্ঞান মঞ্চৰ আশাব্যঞ্জক পদক্ষেপৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱস উপলক্ষে আয়োজিত ৰচনা প্ৰতিযোগিতাৰ বঁটা প্ৰদান
Assamese
তিনিচুকীয়াত সেনাৰ কনভয়ত আক্ৰমণআক্ৰমণৰ আঁৰত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ
Assamese
মিজোৰামত ভয়াৱহ অঘটনশিলৰ কুৱেৰীত স্খলনৰ পাছত সন্ধানহীন কেইবাগৰাকীও শ্ৰমিক
Assamese
ভাৰতৰ নব নিযুক্ত মুখ্য ন্যায়াধীশৰ পৰা আমি কি আশা কৰোঁ
Assamese
দেৱী দুৰ্গাৰ সন্মুখত নৃত্যৰতা মহিলা নুছৰাত জাহান নহয়
Assamese
গুৰুতৰভাৱে অসুস্থ চিকিৎসালয়ত ভৰ্তি বিগ বি অমিতাভ বচ্চন
Assamese
ছচিয়েল মিডিয়াত ৰত্নাকৰৰ দৃশ্যাৱলী ভাইৰেল হোৱাকলৈ শুকুৰবাৰে নিশা গীতনগৰ থানাত এজাহাৰ দাখিল যতীন বৰাৰ
Assamese
টিভিৰ পৰা দ্যা কপিল শৰ্মা শ্ব বাবদ কিমান পাৰিশ্ৰমিক লাভ কৰে অভিনেতা কপিল শৰ্মাই
Assamese
বালিত উপস্থিত হোৱাৰ পিছতে অসুস্থ ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী লাভৰভ চিকিৎসালয়ত ভৰ্তি
Assamese
বীভৎস প্ৰেয়সীক হত্যা কৰি ৩৫ টুকুৰা কৰিলে প্ৰেমিকে হত্যাকাৰী প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ
Assamese
কাঞ্চনজংঘা ৰত্নাকৰৰ সফলতাৰ পাছত ২২ নবেম্বৰত চলচ্চিত্ৰ গৃহলৈ আহিব অসমীয়া ছবি আমিষ
Assamese
বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা ছুপাৰ মডেল বেলা হাদিদ
Assamese
অভিনয়েৰে কেৰিয়াৰৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিবলৈ সাজু ক্ৰিকেটাৰ ইৰফান পাঠান
Assamese
মোডীৰ সমাৱেশত ভাড়াতীয়া সমৰ্থক আধা টকা পৰিশোধ কৰাত প্ৰতিবাদ লজ্জানত বিজেপি
Assamese
স্বামী নিক জোনাছক বিবাহ বিচ্ছেদৰ হুমকি প্ৰিয়ংকা চোপ্ৰাৰ
Assamese
আহি আছে কৃষ৪ মূল ভূমিকাত থাকিব হৃতিক ৰোশনেই
Assamese
কৃষ্ণাইত ব্লক পৰ্য্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাৰ সফল সামৰণি
Assamese
দ্বিতীয় আটোৱাৰ ৰহমান সোঁৱৰণি ফুটবল টুৰ্ণামেণ্ট প্ৰথম মেচত বিজনী ফেৰেংগা এফ চি বিজয়
Assamese
অপৰাজেয় নৰ্থইষ্ট য়ুনাইটেড জামছেদপুৰৰ বিৰুদ্ধে খেলিলে ড্ৰ
Assamese
শীৰ্ষস্থানৰ লক্ষ্যৰে জামছেদপুৰৰ বিৰুদ্ধে অৱতীৰ্ণ হব অপৰাজেয় নৰ্থইষ্ট য়ুনাইটেড
Assamese
হায়দৰাবাদৰ ধৰ্ষণ তথা হত্যাৰ ঘটনা সন্দৰ্ভত বিৰাট কোহলীয়ে কলে এয়া অত্যন্ত লজ্জাজনক
Assamese
গুৱাহাটী আই আই টিৰ উদ্যোগত ৰিট্ৰেন্সফৰ্মিংএডুকেইশ্যন ছায়েন্স এণ্ড টেকনলজি শীৰ্ষক বিশেষজ্ঞ আলোচনাচক্ৰ
Assamese
গিৰিজানন্দ ইনষ্টিটিউটত মেটলেব শীৰ্ষক কৰ্মশালা সম্পন্ন
Assamese
এতিয়ালৈকে ঘোষিত নহল মুখ্য মন্ত্ৰীৰ বিশেষ আঁচনিৰ বৃত্তি পৰীক্ষাৰ সময়সূচী উৎকণ্ঠাত শিক্ষাৰ্থীঅভিভাৱক
Assamese
মহিলা বিশ্ববিদ্যালয় বন্ধৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত আছুৰ তীব্ৰ প্ৰতিবাদ
Assamese
তৃতীয় খেল ইণ্ডিয়া য়ুথ গেমছ২০২০ৰ শুভংকৰ লগ আৰু থিম ছং মুকলি
Assamese
আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চা প্ৰতিযোগিতাত ৰ খিতাপ দখল ধেমাজিৰ সমীৰ পালৰ
Assamese
১০৫ সংখ্যক ভাৰতীয় বিজ্ঞান সমাৱেশত জ্ঞানৰ আলোকেৰে উদ্ভাসিত হল মণিপুৰৰ শিক্ষাৰ্থী
Assamese
গাংগুলীৰ প্ৰচেষ্টাত ক্ৰিকেট পৰামৰ্শদাতা সমতিলৈ পুনৰ উভতি অহাৰ সম্ভাৱনা শচীনলক্ষ্মণৰ
Assamese
তেজপুৰ বিশ্ববিদ্যালয়ৰ দুগৰাকী গৱেষক ছাত্ৰীলৈ গান্ধীয়ান যুৱ প্ৰযুক্তি বঁটা
Assamese
সৰভোগত অনুষ্ঠিত হৈছে বিদ্যালয় পৰ্যায়ৰ জ্ঞানবিজ্ঞান মেলা
Assamese
বিশেষভাৱে সক্ষমসকলৰ বাবে শিল্পগ্ৰামত তিনিদিনীয়া পুতলা নিৰ্মাণৰ কৰ্মশালা আৰম্ভ
Assamese
মাটিয়াত হাতীৰ গচকত মৃত্যু মাতৃপুত্ৰৰ বন বিভাগৰ বিৰুদ্ধে ক্ষোভ স্থানীয় ৰাইজৰ
Assamese
শিৱসাগৰৰ কোঁৱৰপুৰত অঘটনদলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা বৃদ্ধাৰ
Assamese
শ্বাহৰ অধিবক্তা হোৱাৰ পুৰস্কাৰ নাছিল পদ ৰিজিজুৰ কলেজিয়াম প্ৰশ্নৰো উত্তৰ প্ৰাক্তন মুখ্য ন্যায়াধীশৰ
Assamese
দৌৰি তৎ পোৱা নাই নাড্ডাশ্বাহ গুজৰাটত নতুন দলত্যাগীসকলক টিকট দি সংকটত বিজেপি
Assamese
আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত বিপৰ্যয়ৰ বাবে ট্ৰাম্পৰ ওপৰত ক্ষুব্ধ ৰিপাব্লিকানসকল
Assamese
ভাৰতত পুনৰ ভূমিকম্প এইবাৰ কঁপি উঠিল পঞ্জাৱ
Assamese
মা কামাখ্যাৰ আশীৰ্বাদ লৈ ৰত্নাকৰ শেষ প্ৰচাৰ চলালে টিম ৰত্নাকৰে
Assamese
যতীন বৰাৰ ৰত্নাকৰে ৰেকৰ্ড ভাঙিলে জুবিনৰ কাঞ্চনজংঘাৰ
Assamese
ভাৰতীয় পেনৰামালৈ নিৰ্বাচিত উত্তৰপূবৰ ৩খন চলচ্চিত্ৰ
Assamese
বিগ বি অমিতাভ বচ্চনৰ বিশেষ নামৰ ৫টা বাসগৃহৰ আঁৰৰ কাহিনী
Assamese
বাংগালুৰুত গ্ৰেপ্তাৰ পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ অসম শাখাৰ পলাতক নেতা
Assamese
স্লোভেনিয়াৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত নাটাছা আছিল মেলানিয়া ট্ৰাম্পৰ অধিবক্তা
Assamese
কটনৰ ছাত্ৰ তুষাৰ ভূঞালৈ ষ্টাৰ য়ুথ আইকনিক এৱাৰ্ড
Assamese
এইবাৰ কামসূত্ৰত ছানি লিয়ন
Assamese
ৰ ছিজন ৩ত অভিনয় অসমৰ আদিল হুছেইনৰ
Assamese
আজি জন্মদিন ভায়া মামাৰ পৰা আন্তৰ্জাতিক খ্যাতিলৈ স্বৰ্ণিল যাত্ৰা আদিল হুছেইনৰ
Assamese
এইগৰাকী বলাৰৰ বিধ্বংসী বলিঙত দিশহাৰা বিপক্ষ এক অভাৰত ললে ৫ টা উইকেট
Assamese
ৰীমা দাসলৈ আন এক সন্মান জাগৰণ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা
Assamese
বিজেপিলৈ মিঠুন চক্ৰৱৰ্তী আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত কিয় গৈছিল মিঠুন
Assamese
আইজল এফ চি আৰু মোহন বাগানৰ মেচেৰে শনিবাৰৰ পৰা আৰম্ভ হব হিৰ আই লীগ
Assamese
ডিমাপুৰত অনুষ্ঠিত নিয়োগ মেলালৈ চাকৰি প্ৰত্যাশীৰ ব্যাপক সঁহাৰি
Assamese
ভাৰতীয় ফুটবলত নৱজাগৰণ প্ৰৱেশ ঘটিল মানচেষ্টাৰ চিটিৰ
Assamese
টেষ্ট ক্ৰিকেটৰ শীৰ্ষ বেটছেমনগৰাকী ভুগিছে আচৰিত বেমাৰত সদৰী কৰিলে অধিনায়কে
Assamese
ফাদিল হৈছিল উঃ মাঃ বিজ্ঞানৰ প্ৰশ্ন কাকত তদন্ত প্ৰতিবেদন পৰীক্ষা পুনৰ পতা সন্দৰ্ভত মঙলবাৰে সিদ্ধান্ত
Assamese
হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যত প্ৰতিবাদী অনশন মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ বিশ্ববিদ্যালয়খনৰ ডিগ্ৰীৰ মূল্য নাই বোলাত ছাত্ৰীৰ হাহাকাৰ
Assamese
অসম মহিলা বিশ্ববিদ্যালয় আইন ২০১৩ৰ যোগে চৰকাৰে পতা উপাচাৰ্য্যহীন বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ কোনো মূল্য নাই শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Assamese
জি চি এফ চি ফুটবল স্কুলৰ সৰুসজাই কেন্দ্ৰ মুকলি
Assamese
নাগালেণ্ডৰ ৰাজ্যপালে ছাত্ৰছাত্ৰীৰ বাবে মুকলি কৰিলে মাই নৰ্থইষ্ট এপ
Assamese
মুম্বাই এফ চিৰ বিৰুদ্ধে ড্ৰ খেলি পইণ্ট তালিকাৰ তৃতীয় স্থানত নৰ্থইষ্ট য়ুনাইটেড
Assamese
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ১৭ সংখ্যক সমাৱৰ্তনত অৰূপ কুমাৰ দত্তক ডি লিট উপাধি প্ৰদান
Assamese