text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
কেতিয়া উভটিব ভাৰতীয় দললৈ অৱশেষত উত্তৰ দিলে ধোনীয়ে | Assamese |
পি বি এলৰ নিলাম নৰ্থইষ্টাৰ্ণ ৱাৰিঅ্ছৰ সৈতে চুক্তিবদ্ধ অসমৰ শ্বাটলাৰ অস্মিতা চলিহা | Assamese |
জুলাইত গুৱাহাটী বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব অল ইণ্ডিয়া মিডিয়া এডুকেটৰছ কনফাৰেন্স | Assamese |
গুণগত মান উন্নত কৰিবলৈ নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষা পদ্ধতি অনুসৰণ কৰিবই লাগিব বিপ্লৱ কুমাৰ দেব | Assamese |
ৰাজ্যিক পৰ্যায়ৰ বিজ্ঞান প্ৰদৰ্শনীত উজলিল মঙলদৈৰ ছাত্ৰৰ দল | Assamese |
কোকৰাঝাৰ চহৰৰ চন্দ্ৰপাৰাত তিনিদিনীয়া কাৰ্যসূচীৰে ইউপিপিএলৰ তৃতীয় ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিবেশন | Assamese |
আজি গুৱাহাটীত নৰ্থইষ্ট য়ুনাইটেড বনাম মুম্বাই চিটিৰ মেচ | Assamese |
এন আই টি আগৰতলাত ভয়ংকৰ ৰেগিং বহিষ্কৃত উত্তৰ প্ৰদেশৰ ছাত্ৰ | Assamese |
বিলাসীপাৰা মহাবিদ্যালয়ত ড০ বাণীকান্ত কাকতি ডিজিটেল গ্ৰন্থাগাৰনৃপেন্দ্ৰ নাৰায়ণ চৌধুৰী পঠনকক্ষ উদ্বোধন | Assamese |
গুৱাহাটীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰাণজিৎ শইকীয়াৰ মৃত্যু | Assamese |
মুম্বাইৰ বিমান বন্দৰত আটক কিং খান শ্বাহৰুখক কিয় আটক কৰা হল অভিনেতাজনক | Assamese |
বিৰোধীৰ প্ৰতি কঠোৰ চৰকাৰ সংসদীয় সমিতিত নাই তৃণমূল কংগ্ৰেছ আপৰ কোনো অধ্যক্ষ | Assamese |
নেপাললৈ কাম বিচাৰি গৈ দিশহাৰা হৈ পৰা ৩৮ জন ভাৰতীয়ক উদ্ধাৰ | Assamese |
খলে দাই উৎসৱলৈ যাওঁ বলক | Assamese |
অসহিষ্ণুতা জো বিডেনৰ ভাতৃভগ্নীকে ধৰি ২০০ আমেৰিকানৰ ওপৰত নিষেধাজ্ঞা আৰোপ ৰাছিয়াৰ | Assamese |
বাক্সাৰ তামুলপুৰত ৰত্নাকৰ প্ৰচাৰ চলালে টিম ৰত্নাকৰে | Assamese |
শ্বোলে কালিয়া বিজু খোটেৰ দেহাৱসান বলীউদত শোকৰ ছাঁ | Assamese |
৬৫খন দেশৰ ১০০খন চলচ্চিত্ৰেৰে ৩১ অক্টোবৰৰ পৰা তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ | Assamese |
বলীউদ কঁপাব ধোনীয়ে ডগ হাউছত সঞ্জয় দত্তৰ সৈতে দেখা যাব ক্ৰিকেটৰ বাহুৱলীক | Assamese |
বুলুবুল কেন ছিংক পিছ পেলাই এইবাৰ অস্কাৰৰ দৌৰত গল্লি বয় | Assamese |
অমিতাভ বচ্চনলৈ ভাৰত চৰকাৰৰ সৰ্বোচ্চ চলচ্চিত্ৰ সন্মান দাদাচাহেব ফাল্কে | Assamese |
সীতাৰ নাম লৈ ত্ৰলৰ সন্মুখীন ৰামায়ণত ডাঙৰ হোৱা সোণাক্ষি | Assamese |
দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ ওপজা দিনত আজি অসমবাসীয়ে স্মৰণ কৰিছে শিল্পীগৰাকীক | Assamese |
এন আই টি আগৰতলাত অৰুণাচলী ছাত্ৰক প্ৰহাৰ | Assamese |
ছনি টিভিৰ ৰিয়েলিটি শ্ব ছুপাৰষ্টাৰ চিংগাৰৰ অষ্টম স্থানত হৰ্ষিত গৃহ চহৰত বিপুল আদৰণি | Assamese |
ত্ৰিপুৰাৰ যুৱতীৰ সাফল্য গৱেষণাৰ বাবে হাৰ্ভাৰ্ডৰ পৰা আহিল প্ৰস্তাৱ | Assamese |
কেৰিয়াৰৰ সৰ্বোচ্চ স্থানত মায়ংক আগৰৱাল স্মিথৰ সৈতে পইণ্টৰ ব্যৱধান হ্ৰাস পালে কোহলীৰ | Assamese |
বুমৰাহৰ বলত ছিগিল ষ্টাম্প দললৈ প্ৰত্যাৱৰ্তনৰ অপেক্ষাত য়ৰ্কাৰ কিং | Assamese |
এছিয়ান আৰ্চাৰি চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতীয় মহিলা দলক কিৰেন ৰিজিজুৰ শুভেচ্ছা | Assamese |
শ্ৰেণীত বহিবলৈ শংকিত হৈ পৰিছে বজালী মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী | Assamese |
গুৱাহাটী আই আই টিত আৰম্ভ হৈছে ৰিছাৰ্চ কনক্লেভ | Assamese |
অসমৰ অৰ্থনীতিলৈ গুৰুত্বপূৰ্ণ অৱদান যোগোৱা চাহ বাগিচাত শিক্ষাৰ শোচনীয় ৰূপ | Assamese |
নিৰ্বাচক কমিটি সলনিৰ বাবে গাংগুলীক অনুৰোধ হৰভজন সিঙৰ | Assamese |
অসম মহিলা বিশ্ববিদ্যালয়ৰ পূৰ্ণ মৰ্যাদা বিচাৰি যোৰাহাটত গণ অভিৱৰ্তন | Assamese |
সদ্যসমাপ্ত মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হব মে মাহতউত্তৰবহী নিৰীক্ষণ আৰম্ভ | Assamese |
ধোনীসহ ৭গৰাকী ভাৰতীয় ক্ৰিকেটাৰক বিচাৰিছে বাংলাদেশ ক্ৰিকেট ব্ডে | Assamese |
অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ শিশুৰ বাবে শিক্ষা আঁচনি আৰম্ভ কৰিব মণিপুৰ চৰকাৰে | Assamese |
আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই যোৰহাট অসম মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ ৰাজপথ অৱৰোধ | Assamese |
১২টা পদকেৰে অৰুণাচলৰ নাম উজলোৱা মুস্তি যোদ্ধাৰ দলক প্ৰশংসা মন্ত্ৰী কিৰেন ৰিজিজুৰ | Assamese |
অধিনায়ক হিচাপে মহেন্দ্ৰ সিং ধোনীৰ অভিলেখ ভংগ বিৰাট কোহলীৰ | Assamese |
ৰান ফৰ স্বচ্ছতা সহস্ৰাধিক অংশগ্ৰহণকাৰীৰে শিৱসাগৰত মিনি মাৰাথন প্ৰতিযোগিতা | Assamese |
প্ৰশ্নকাকত ফাদিল সম্পৰ্কত শিক্ষা সংসদৰ অধ্যক্ষ আৰু সচিবক ছাত্ৰ সন্থাৰ সাক্ষাৎ | Assamese |
সংসদতে সুৰক্ষিত নহয় ব্ৰিটিছ মহিলা ৪০ জন কামাতুৰ পুৰুষ সাংসদৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ | Assamese |
ন্যায়াধীশ নিযুক্তিত কেন্দ্ৰৰ বিলম্বত অসন্তুষ্ট উচ্চতম ন্যায়ালয় আইন সচিবলৈ জাননী জাৰি | Assamese |
হিমাচলত প্ৰদেশত চলিছে ভোটগ্ৰহণ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰেকে ধৰি বিভিন্ন নেতাৰ ভোটদান | Assamese |
দুখন মেচৰ পৰা নিলম্বিত হল নৰ্থইষ্ট য়ুনাইটেড এফ চিৰ ডিফেণ্ডাৰ কাই হিৰিংছ | Assamese |
উত্তৰ প্ৰদেশত সন্ধিয়া ৭ বজাৰ পিছত সুৰক্ষিত নহয় ছোৱালী যোগীৰ ৰাজ্যকলৈ বিস্ফোৰক প্ৰিয়ংকা | Assamese |
মৃত্যু আহত সন্ধানহীনঃ দুধনৈত তিনিটা অঘটন | Assamese |
দিল্লীত ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰে আলোচনাত মিলিত হল মাৰ্কিন কোষাগাৰ সচিব জেনেট য়েলেনে | Assamese |
জিমলৈ গলেই মহিলাক বিহা হব কঠোৰ শাস্তি তালিবানে জাৰি কৰিলে নতুন ফটোৱা | Assamese |
ৰাজীৱ গান্ধীৰ কেউজন হত্যাকাৰীকে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ | Assamese |
অসমীয়া বক্স অফিছৰ সৰ্বকালৰ অভিলেখ ভংগ ১০ দিনত ৩.৯ কোটি টকা উপাৰ্জন | Assamese |
২০ ছেপ্টেম্বৰত অসমৰ ছবিগৃহলৈ আহি আছে ৰীমা দাসৰ বুলবুল কেন ছিং | Assamese |
ছনি টিভিৰ চুপাৰ ষ্টাৰ চিংগাৰত উজলিছে ৮ বছৰীয়া অসম সন্তান হৰ্ষিত নাথ | Assamese |
স্থানীয় অধিবাসীৰ অধিকাৰঃ ঝাৰখণ্ড বিধানসভাত উত্থাপন দুখনকৈ বিধেয়ক | Assamese |
মাৰ সৈতে মোৰ বয়সৰ ব্যৱধান যিমান পত্নীৰ সৈতে মোৰ বয়সৰ ব্যৱধান সিমান মিলিন্দ | Assamese |
মুক্তি পালে ৰ প্ৰথমখন মোচন পিক্সাৰ সৰ্বত্ৰে এতিয়া চৰ্চা ৰ | Assamese |
উভটি আহিব অনামিকাৰ দীঘল চুলিৰ জুবিন আপুনি বিচাৰেনে | Assamese |
কাঞ্চনজংঘালৈ দৰ্শকৰ বিপুল সঁহাৰি ৩ দিনতে ১.৩৮ কোটি টকা উপাৰ্জন | Assamese |
ৰাণু মণ্ডলক নিজৰ ভিডিঅ গানৰ ৰিমিক্সত কণ্ঠ দিয়াৰ অফাৰ ৰাখী সাৱন্তৰ | Assamese |
অধ্যাপক হৰদেও সিং য়াদৱক নেৰিস্তৰ নতুন সঞ্চালকৰূপে নিযুক্তি কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰ্যালয়ৰ | Assamese |
গুণোৎসৱৰাজ্যৰ ভিতৰতে শীৰ্ষত গোৱালপাৰ জিলাৰ লক্ষীপুৰ শিক্ষা খণ্ড | Assamese |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিজ্ঞানৰ গৱেষণাৰ বাবে পূঁজি গঠন বিশিষ্ট বিজ্ঞানীৰ | Assamese |
অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ৰসায়ন বিজ্ঞান গণিতৰ প্ৰশ্নকাকত আগতেই হৈছিল ফাদিল গোৱালপাৰাৰ বেচৰকাৰী বিদ্যালয়লৈ সন্দেহৰ আঙুলি | Assamese |
৭৬২ ৰানৰ বিশাল টাৰ্গেট ৭ ৰানত অল আউট শূন্যৰ ঘৰত আটাইকেইগৰাকী বেটছমেন | Assamese |
য়ুকে ইণ্ডিয়া শৈক্ষিক গৱেষণা উদ্যোগৰ বাচনিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ প্ৰকল্প | Assamese |
ৰাষ্ট্ৰীয় দবা চেম্পিয়নশ্বিপত শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন মহানগৰীৰ ১০ বছৰীয়া মায়াঙৰ | Assamese |
কাইলৈ ইডেনত প্ৰথমখন দিবানৈশ গুলপীয়া বলৰ টেষ্ট ম্যেচ উপস্থিত থাকিব বাংলাদেশৰ প্ৰধান মন্ত্ৰীকে ধৰি বহু ৰথীমহাৰথী | Assamese |
সৰ্বভাৰতীয় আৰ্চাৰি প্রতিযোগিতাত অসম ৰাইফলছৰ দল চেম্পিয়ন | Assamese |
৩০ জুনৰ ভিতৰত ঘোষণা কৰা হব মেট্ৰিকৰ ফলাফল | Assamese |
ইডেনত গুলপীয়া ইতিহাস হাছিনা মমতাকে ধৰি ভাৰতীয় ক্ৰিকেট তাৰকাৰ উপস্থিতিত মহা আৰম্ভণি | Assamese |
দুজন বিদ্যালয় উপপৰিদৰ্শকক শিক্ষা মন্ত্ৰীৰ নিৰ্দেশত শাস্তিমূলকভাৱে বদলি | Assamese |
বিদ্যালয় বন্ধ কৰাৰ বিৰুদ্ধে ৰঙিয়াত ছাত্ৰছাত্ৰীৰ হিয়াভগা কান্দোন | Assamese |
তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱত প্ৰাথমিক বিদ্যালয়সমূহৰ হৈছে নাটকীয় উন্নতি হিমন্ত বিশ্ব শৰ্মা | Assamese |
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পাহৰিলে বহাগ বিহু উৰুকাৰ বাবে আদবাটতে সলালে চলি থকা প্ৰথম বৰ্ষৰ ১৩ এপ্ৰিলৰ পৰীক্ষাৰ দিন | Assamese |
স্কটিছ ৰেঞ্জাৰ্ছ এফ চিত ট্ৰায়েলৰ বাবে আমন্ত্ৰিত মণিপুৰৰ ফুটবলাৰ বালা দেৱী নাংগম | Assamese |
আম্পায়াৰৰ ভুল সিদ্ধান্তই কাল হল ক্ৰিকেটাৰৰ ড্ৰেছিংৰুমত হাৰ্ট এটেকত সাৱটিলে মৃত্যুক | Assamese |
ফিফা বিশ্বকাপ কোৱালিফায়াৰ আজি ভাৰতওমানৰ গুৰুত্বপূৰ্ণ খেল | Assamese |
চাপৰত হেৰইনসহ দুই ড্ৰাগছ ব্যৱসায়ীক আটক | Assamese |
ৰাছিয়াই খেৰচনক মৃতকৰ চহৰত পৰিণত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ ইউক্ৰেইনৰ | Assamese |
ৰিজাৰ্ভ বেংকৰ নিৰ্দেশত বন্ধ হল মহাৰাষ্ট্ৰৰ লক্ষ্মী সমবায় বেংক গ্ৰাহকে পাব ৫ লাখকৈ টকা | Assamese |
বয়স মাত্ৰ ২৩ বছৰ আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত ইতিহাস গঢ়িলে ভাৰতীয় বংশোদ্ভূত নাবিলাই | Assamese |
বুচান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হব আদিল হুছেইন অভিনীত ৰাহগীৰ | Assamese |
মুক্তিৰ দিনাই ৪০ লাখ টকা উপাৰ্জনেৰে কাঞ্চনজংঘাৰ অভিলেখ | Assamese |
শৈশৱ সুঁৱৰি ছচিয়েল মিডিয়াত আবেগিক পষ্ট চিৰসেউজ অভিনেতা ধৰ্মেন্দ্ৰৰ | Assamese |
গুজৰাটত বিজেপিয়ে বাদ দিলে ২০১৭ৰ আধা প্ৰাৰ্থীৰ নাম বাদ পৰিল কেবিনেট মন্ত্ৰী প্ৰথম মহিলা অধ্যক্ষ | Assamese |
লতা মংগেশকাৰক ডটাৰ অফ দ্য নেশ্যন খিতাপেৰে সন্মানিত কৰিব চৰকাৰে | Assamese |
জামিন আবেদন নাকচ গ্ৰেপ্তাৰ গণধৰ্ষণত অভিযুক্ত আন্দামানৰ প্ৰাক্তন মুখ্য সচিব | Assamese |
ৰামদেৱৰ পতঞ্জলিৰ ৫টা ঔষধ বন্ধ কৰাৰ নিৰ্দেশ কাৰণটো কি | Assamese |
ৰণবীৰৰ সৈতে বিবাহপাশত আবদ্ধ হল আলিয়া ভাট ফটো ভাইৰেল | Assamese |
ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি জুবিনৰ কাঞ্চনজংঘাত ব্যাঘাত জন্মোৱাৰ চেষ্টা বজৰংগ দলৰ | Assamese |
উজনিনামনিৰ পিছত এইবাৰ গুৱাহাটীৰ মহাবিদ্যালয়ত কাঞ্চনজংঘা প্ৰচাৰ | Assamese |
ৰাণু মণ্ডলৰ নকল কৰি গ্ৰেপ্তাৰ হোৱাৰ পথত পাপু পম পম আৰু বহুতৰ ওপৰত আৰক্ষীৰ শেনচকু | Assamese |
শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত উন্নয়নৰ আশ্বাস ৰাজ্যপালৰ | Assamese |
আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে অধ্যাপক ৱিনোদ কুমাৰ জৈনে | Assamese |
শিশুসকল দেশৰ ভৱিষ্যৎ আৰু সমাজৰ আটাইতকৈ মহান সম্পত্তি অধ্যাপক মুখী | Assamese |
বোকাজানৰ চিমেণ্ট কাৰখানা চৌহদৰ কেন্দ্ৰীয় বিদ্যালয় বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ অভিভাৱকৰ | Assamese |
মাচুল বৃদ্ধিৰ বিৰুদ্ধে দেশৰ তিনিওখন টিছৰ লগতে গুৱাহাটীৰ টাটা ইনষ্টিটিউট অৱ চশ্বেল চাইন্সেজৰ ছাত্ৰছাত্ৰীৰো প্ৰতিবাদ | Assamese |
ৰাণু মণ্ডলে তেওঁৰ প্ৰথমটো গানেৰে উপাৰ্জন কৰিলে ৬ লাখ টকা | Assamese |
গুৱাহাটীৰ অসম আভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত আগবঢ়োৱা হব অতিৰিক্ত সুৰক্ষা | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.