text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
দুহেজাৰ গৰাকী শিক্ষককৰ্মচাৰীৰ বিনা বেতনে অৱসৰ দুই শতাধিকে সাৱতিলে মৃত্যু লাষ্টগেটত ধৰ্মঘট অসম শিক্ষককৰ্মচাৰী ঐক্য মঞ্চৰ | Assamese |
খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ দিশৰ পৰা অসমত ভূমি আইন সংশোধনৰ প্ৰয়োজনীয়তা তেজপুৰ আইন মহাবিদ্যালয়ত আয়োজন আলোচনা চক্ৰ | Assamese |
ছৈয়দ মুস্তাক আলীত মুম্বাইৰ বিৰুদ্ধে পৰাস্ত অসম বেটেবলে উজলিল ৰিয়ান পৰাগ | Assamese |
বড়োলেণ্ড বিশ্ববিদ্যালয়ত এছ বি আইৰ এটিএম উন্মোচন | Assamese |
গুৱাহাটী ৰেলৱে ষ্টেশ্যনত বৃহৎ পৰিমাণৰ গাঞ্জা সহ যুৱক আটক | Assamese |
প্ৰাক্তন ক্ৰিকেটাৰ তথা সাংসদ গৌতম গম্ভীৰ নিৰুদ্দেশ সন্ধান বিচাৰি দিল্লীত পোষ্টাৰ | Assamese |
ধূলিসাৎ ৰাজ্যৰ সন্মান নাগালেণ্ডৰ হাতত বেয়াকৈ পৰাস্ত অসম ক্ৰিকেট দল | Assamese |
এছিয়াৰ বৃহৎ সমৰকলাৰ বাবে সাজু অসমৰ ভৱজিৎ চৌধুৰী | Assamese |
ঘৰুৱা ক্ৰিকেটত অঘটন শক্তিশালী মুম্বাইক ৬ উইকেটত পৰাস্ত মেঘালয়ৰ | Assamese |
বাংলাদেশক হৰুৱাই ধোনীৰ অভিলেখ ভংগ কোহলিৰ ছামীৰো নতুন অভিলেখ | Assamese |
এ এফ চি প্লেয়াৰ অৱ দা ইয়েৰ বঁটাৰ বাবে মনোনীত মণিপুৰৰ লইটংবাম আশালতা দেবী | Assamese |
মুঠ ২২খন আসনৰ ভিতৰত ১২ খনত জয়লাভেৰে বিজেপিৰ হাতলৈ দেউৰী স্বায়ত্ত শাসিত পৰিষদ | Assamese |
২০২২ ফিফা বিশ্বকাপ কোৱালিফায়াৰ ভাৰতআফগানিস্তানৰ খেল ড্ৰ | Assamese |
উৎকৃষ্ট খেলুৱৈৰ বাবে চাকৰিত ৫ শতাংশ সংৰক্ষণ মিজোৰামত | Assamese |
খেৰচনৰ পৰা ৰাছিয়াৰ সেনা প্ৰত্যাহাৰৰ ঘোষণা নাটো মুৰব্বীৰ প্ৰতিক্ৰিয়া কি ভাৱে ইউক্ৰেইনে | Assamese |
ডেংগুৰ সংহাৰী ৰূপএকেদিনাই নতুনকৈ সংক্ৰমিত ৯১ গৰাকী | Assamese |
প্ৰেমৰ টান প্ৰেমিক আফ্ৰিকান বংশোদ্ভৱ আধ্যাত্মিক গুৰু বাবে সিংহাসন এৰিলে নৰৱেৰ ৰাজকুমাৰীয়ে | Assamese |
পুত্ৰৰ বিবাহ বিৰোধ মাতৃৰ পুত্ৰই মৰিয়াই হত্যা কৰিলে মাতৃক | Assamese |
পঞ্জাৱত পুনৰ অঘটনঃ ৰাম ৰহিমৰ অনুগামীক গুলীয়াই হত্যা | Assamese |
হাৱা হাৱানি নামৰ এক ব্যতিক্ৰমী গীতৰ এলবাম মুকলি | Assamese |
কাইলৈৰ পৰা নগাঁৱত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্যচিত্ৰ মহোৎসৱ | Assamese |
দুৰ্নীতিগ্ৰস্ত লোকে দেশ ধ্বংস কৰিছে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই উচ্চতম ন্যায়ালয় | Assamese |
ৰাজ্যখনৰ চিনেমা হলসমূহ পুনৰুজ্জীৱিত কৰাৰ ব্যৱস্থা লৈছে অসম চৰকাৰে | Assamese |
খাচি চলচ্চিত্ৰই অনুপ্ৰাণিত কৰিছে বলীউদৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা সতীশ কৌশিকক | Assamese |
সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত স্থাপন কৰিব ২১ খন আদৰ্শ আৱাসিক বিদ্যালয় | Assamese |
মঙলদৈত আছুৰ উদ্যোগত সপ্তাহজোৰা গ্ৰন্থমেলাৰ আয়োজন | Assamese |
এখন মনোৰম পৃথিৱীলৈ এখোজ জিআইএমটিৰ দশম বাৰ্ষিক উৎসৱৰ সফল সামৰণি | Assamese |
মেট্ৰিক পৰীক্ষাত বিসংগতি দক্ষিণ শালমাৰাকাছাৰত ৱাটচ এপ গ্ৰুপত উত্তৰসহ প্ৰশ্নকাকত প্ৰকাশ | Assamese |
ছিকিম চৰকাৰে বাচনি কৰি উলিয়ালে ৰাজ্যৰ ৫০ গৰাকী মেধাৱী ছাত্ৰছাত্ৰী | Assamese |
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেন্সাৰ চিকিৎসালয়ে ৮ হাজাৰ জনতকৈ অধিক ৰোগীক সেৱা আগবঢ়ালে পহিলা বছৰত | Assamese |
তেজপুৰ বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য্যৰূপে ঘোষিত অধ্যাপক ৱিনোদ কুমাৰ জৈন | Assamese |
৭৫ শতাংশ বেয়া হৈছে মেগাষ্টাৰ অমিতাভ বচ্চনৰ লিভাৰ | Assamese |
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেন্সাৰ প্ৰতিষ্ঠানৰ প্ৰথম বৰ্ষপূৰ্তি বক্তৃতা প্ৰদান কৰিব মুম্বাইৰ টাটা মেমৰিয়েলৰ প্ৰাক্তন সঞ্চালক ডঃ পি বি দেশায়ে | Assamese |
ধৰ্ষণৰ কথা নিজ মুখে স্বীকাৰ কৰিলে ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে | Assamese |
ৰাষ্ট্ৰীয় আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত অংশ লবলৈ সাজু গুৱাহাটী বিশ্ববিদ্যালয় | Assamese |
পুনৰ হেট্ৰিক মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰত দ্বিতীয়টো হেট্ৰিক অৰ্জনেৰে বেগী বলাৰ দীপক চাহাৰৰ চমক | Assamese |
আগন্তুক বৰ্ষৰ আই পি এলত দিল্লী কেপিটেলছৰ গৈ খেলিব আজিংক ৰাহাণে | Assamese |
চৈয়দ মুস্তাক আলী টি২০ত মেঘালয়ৰ বিপক্ষে অসমৰ শোচনীয় পৰাজয় | Assamese |
এগৰাকী তাৰকা ক্ৰিকেটাৰৰ কন্যাই হাতত বেট লৈ কলে মই বিৰাট কোহলী ছচিয়েল মিডিয়াত ভাইৰেল | Assamese |
বজাৰত আপুনি এতিয়াই ক্ৰয় কৰিব পৰা ১০ টা আটাইতকৈ দামী স্কটছ্ | Assamese |
শচীনৰ ৩০ বছৰীয়া ৰেকৰ্ড ভংগ কৰিলে ১৫ বছৰীয়া মহিলা ক্ৰিকেটাৰে | Assamese |
অসম অলিম্পিক সন্থাৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ মুখ্য মন্ত্ৰী সোণোৱালৰ | Assamese |
চাহাৰৰ হেট্ৰিকসহ ৬ উইকেটৰ বিধ্বংসী বলিঙেৰে বাংলাদেশক তচনচ টিম ইণ্ডিয়াৰ | Assamese |
টাইগাৰ শ্ৰফৰ | Assamese |
ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ কিৰিলি গোৱালপাৰাত পুনৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এজন যুৱকৰ | Assamese |
ৰাছিয়া অধিকৃত খেৰছনৰ পৰা সেনা প্ৰত্যাহাৰৰ সিদ্ধান্ত ৰাছিয়াৰ | Assamese |
৫.৭ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গল অৰুণাচলক | Assamese |
সকলো ৰাজ্যৰ চোৰাংচোৱা বিষয়াসকলৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক অনুপ্ৰৱেশৰ ক্ষেত্ৰত দৃঢ় স্থিতি গ্ৰহণৰ নিৰ্দেশ | Assamese |
টাইৱানৰ সৈতে উত্তেজনাৰ মাজতে দেশৰ সেনাক যুদ্ধৰ বাবে প্ৰস্তুত হবলৈ নিৰ্দেশ জিনপিঙৰ | Assamese |
অবৈধভাৱে ভাৰতত প্ৰৱেশমণিপুৰত গ্ৰেপ্তাৰ হল ম্যানমাৰৰ নাগৰিক | Assamese |
কৰিমগঞ্জত কিশোৰীক দলবদ্ধ ধৰ্ষণঅভিযুক্ত ছয় কিশোৰক গ্ৰেপ্তাৰ | Assamese |
এন আই টি ছিকিমত পানীৰ ব্যাপক নাটনি ৰাজ্য চৰকাৰৰ লগতো আলোচনা এন আই টি কৰ্তৃপক্ষৰ | Assamese |
নীৰৱ মোদীৰ ভাৰতলৈ প্ৰত্যাৰ্পনৰ সম্ভাৱনা উজ্জ্বল ব্ৰিটেইনৰ আদালতে নাকচ কৰিলে নীৰৱ মোদীৰ আবেদন | Assamese |
হাফলঙত বৃ্হস্পতিবাৰৰ পৰা দুদিনীয়াকৈ ডিমা হাচাও জিলা আন্তঃ বিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা | Assamese |
দিছপুৰ ঘেৰাওৰ হুংকাৰ দৰমহা বঞ্চিত স্নাতক শিক্ষক সংগঠনৰ | Assamese |
এছিয়াৰ ১০০খন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ ভিতৰত তেজপুৰ বিশ্ববিদ্যালয় | Assamese |
অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ফাদাৰ ষ্টেফেন মেভাৰলিক জীৱনজোৰা সাধনা বঁটা | Assamese |
কটন বিশ্ববিদ্যালয়ৰ সহযোগত গুৱাহাটীত বৃটিছ উপ উচ্চায়ুক্তৰ নাৰী সবলীকৰণ বিষয়ক | Assamese |
হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা ত্ৰুটিহীনভাৱে অনুষ্ঠিত কৰাৰ দাবীত আছুৰ স্মাৰকপত্ৰ | Assamese |
১৪ ফেব্ৰুৱাৰিৰ পৰা গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্টৰ বাৰ্ষিক সাংস্কৃতিক আৰু কাৰিকৰী উৎসৱ | Assamese |
উত্তৰপূৰ্বাঞ্চললৈ বৃহৎ বিনিয়োগ বৃদ্ধি পাবঅৰুণাচলৰ উপ মুখ্যমন্ত্ৰী | Assamese |
দক্ষিণ এছিয়া কাৰাটেত স্বৰ্ণ জয় অসম ৰাইফলছৰ ৱংছিকা টানৱাৰৰ | Assamese |
নিখাত জেৰিনৰ অপেন চেলেঞ্জ মেৰীকম মুখামুখি হব লাগিব কনিষ্ঠ সতীৰ্থগৰাকীৰ | Assamese |
মধ্যাহ্ন ভোজন গান্ধী পৰিয়ালৰ এছ পি জি নিৰাপত্তা কৰ্তনৰ প্ৰসংগৰে সংবাদমেলত বিজেপিক চোকা সমালোচনা ৰিপুন বৰাৰ | Assamese |
যিকোনো আদৰ্শতকৈ ভাৰতৰ ধাৰণা অধিক শক্তিশালী প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ কাইফ | Assamese |
বিশেষভাৱে সক্ষম অসমীয়া ছাত্ৰীৰ জীৱনৰ আধাৰত অক্ষয় কুমাৰে নিৰ্মাণ কৰিছে চুটি ছবি | Assamese |
মহিলা কেপ্টেইনক চুমা খাই চাকৰি আৰু পেন্সন হেৰুৱালে সেনাৰ মেজৰ জেনেৰেলে | Assamese |
জমেট খাদ্য যোগান ধৰা অসমীয়া যুৱকৰ কণ্ঠই খলকনি তুলিছে ইন্টাৰনেটত ভাইৰেল ভিডিঅ | Assamese |
বেয়েৰ গ্ৰাইলছৰ পুতেকো সাংঘাটিক ৰ নজনা কথা | Assamese |
এই বাবে ৰোহিত শৰ্মাক বিৰাট কোহলীতকৈ ভাল বেটছমেন আখ্যা দিলে ছেহৱাগে | Assamese |
অসম ৰঞ্জী দলৰ বেটিং পৰামৰ্শদাতা হিচাপে দায়িত্বভাৰ গ্ৰহণ ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ প্ৰবীণ আম্বৰেৰ | Assamese |
স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে ভাৰতত অনুষ্ঠিত হব ২০২৩ চনৰ পুৰুষ হকী বিশ্বকাপ | Assamese |
বৰুণ ধাৱান ছাৰা আলী খান অভিনীত কুলী নং ১ ছবিৰ পষ্টাৰ মুকলি | Assamese |
আই পি এল২০২০ কিংছ এলেভেন পঞ্জাৱ এৰি দিল্লী কেপিটেলছৰ সৈতে চুক্তিবদ্ধ আশ্বিন | Assamese |
ডিব্ৰুগড়ত ছাত্ৰছাত্ৰীৰ বাবে মিনি মাৰাথন অনুষ্ঠিত | Assamese |
অসমত অনুষ্ঠিত হব ২০২০ ফিল্মফেয়াৰ এৱাৰ্ড | Assamese |
ৰোহিত শৰ্মাৰ দুৰ্দান্ত বেটিঙেৰে দ্বিতীয়খন টী২০ত বাংলাদেশক ৮ উইকেটত পৰাস্ত কৰিলে ভাৰতে | Assamese |
টুইটাৰত অধিক কঠোৰ নিয়ম প্ৰযোজ্য কৰিব পাৰে মাস্কে | Assamese |
কেজৰিৱালৰ ১৫ দফীয়া নীতিয়েও হ্ৰাস কৰিব পৰা নাই দিল্লীৰ প্ৰদূষণ | Assamese |
বেচৰকাৰী সংস্থা প্ৰথম উদ্যোগত ডিমৌত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ দেখুওৱাৰ প্ৰচেষ্টা | Assamese |
বিজেপিৰ টিকটত নিৰ্বাচন খেলাৰ মন ৰবীন্দ্ৰ জাদেজাৰ পত্নীৰ পূৰণ হবনে আশা | Assamese |
প্ৰাথমিক বিদ্যালয়ৰ ৮ হাজাৰ পদ বিলুপ্তিৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী ডি ৱাই এফ আই আৰু এছ এফ আইৰ | Assamese |
বৰপেটাত শিক্ষকৰ দৰমহাৰ বিল অনলাইনৰ নামত উৎকোচ সংগ্ৰহৰ অভিযোগ | Assamese |
অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ পৰা যোৱা স্কুলীয়া ছাত্ৰৰ দলে সাক্ষাৎ কৰিলে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কিৰেন ৰিজেজুক | Assamese |
মণিপুৰৰ বাহিৰত অধ্যয়নৰত ছাত্ৰছাত্ৰীৰ বাবে বিশেষ আঁচনি লব মণিপুৰ চৰকাৰে | Assamese |
বঙাইগাঁৱত ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰিলে এন টি পি চিয়ে | Assamese |
দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন | Assamese |
ৰংজুলি আৰু কৃষ্ণাইত সংঘটিত দুটা পৃথক পথ দুৰ্ঘটনাত নিহত ৪ জনকৈ যুৱক | Assamese |
ইউক্ৰেইনক লৈ ৰাছিয়াৰ সৈতে গোপন আলোচনাৰ কথা স্বীকাৰ কৰিলে আমেৰিকাই | Assamese |
ইনষ্টাৰিল বনাবলৈ গৈ মৃত্যু ঘৰৰ পৰা ওলমি থকা অৱস্থাত উদ্ধাৰ ১৩ বছৰীয়া কিশোৰৰ মৃতদেহ | Assamese |
ছাত্ৰসকল সমাজৰ গুৰুত্বপূৰ্ণ সম্পদ অৰুণাচলৰ ৰাজ্যপাল | Assamese |
কোকৰাঝাৰত পৰম্পৰাগত ধৰ্মীয় আচাৰেৰে দেৱী সৰস্বতীক পূজাঅৰ্চনা | Assamese |
আকাশত ৰঙা চন্দ্ৰ আজি বছৰটোৰ অন্তিম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ কত কেতিয়া দেখা পোৱা যাব এই বিৰল গ্ৰহণ | Assamese |
ডেমকেয়াৰ কিম আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ লক্ষ্যত আক্ৰমণৰ অনুশীলন চলালে উত্তৰ কোৰিয়াই | Assamese |
জীৱিত কালতে ভূপেন হাজৰিকাদেৱ ভাৰত ৰত্ন সন্মানৰ বাবে যোগ্য আছিল উষা মংগেশকাৰ | Assamese |
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলিল ৰীমা দাস মঞ্জু বৰা ববি শৰ্মা বৰুৱা মুখ্য মন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন | Assamese |
হায়দৰাবাদ এফ চিক পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষস্থানত নৰ্থইষ্ট য়ুনাইটেড | Assamese |
অলৰাউণ্ডাৰ হাৰ্দিকে গুণগুণালে ধনূষৰ কোলাবেৰি দি ভাইৰেল ভিডিঅ | Assamese |
মেলব্নত উজলিল ৰীমা দাস বুলবুল কেন ছিং ছবিয়ে আঁজুৰিলে শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ সন্মান | Assamese |
গুৱাহাটীত অনুষ্ঠিত হব আই পি এলৰ তিনিখন খেল ৰাজস্থান ৰোয়েলছে অংশ লব দুখনত | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.