uttid
stringlengths
24
24
audio
audioduration (s)
2.81
10.4
sentence
stringlengths
9
94
common_voice_as_32844798
অলংকাৰ-পাতি, কাপোৰ-কানি গোটাবলৈকো ধনৰ দৰকাৰ।
common_voice_as_32844818
তাচ হাতত ল'লে সংসাৰ গোটেইখনকে পাহৰে।
common_voice_as_32844823
মোক আনক মতা দি মাতিব নালাগে, কিন্তু খবৰটো তো দিয়াব লাগিছিল।
common_voice_as_32844831
তাক বুজিবৰ উপায় নাই।
common_voice_as_32844832
তাক দেখোন চকুৰেও দেখা নাই।
common_voice_as_32844833
মানুহটোৱে উচপ খাই ষ্টেজৰ পৰা ওলাই যায়।
common_voice_as_32844834
ঠাণ্ডা দিন আছিল।
common_voice_as_32844850
তেওঁ ভাবিছে এবাকচ টকাৰে তেওঁৰ বহুত কাম হ'ব।
common_voice_as_32844851
সেই কাৰণেই আমাৰ একো নাই
common_voice_as_32844853
তেজাই এটা মইনা চৰাই পোৱালি পুহিছিল।
common_voice_as_32844854
এনেতে আন এজন বাবুৱে ক'বলৈ ধৰিলে।
common_voice_as_32844861
এই জাননী দি শিৱসাগৰ জিলাৰ ৰাইজ সকলে
common_voice_as_32844862
সেই দিনা ৰাতি এক বজাত বলো আৰু হৰ তেজপুৰ পালেহি।
common_voice_as_32844863
এতিয়া দেখা পাই সুধিলে- "ক'ৰ পৰা আহিল?"
common_voice_as_32844865
মুখ ধুই থকা মানুহজনে লৰ মাৰি আহি ধৰিলে।
common_voice_as_32844867
তুমি মানুহটো ক'ৰ বুলি অনুমান কৰা?
common_voice_as_32844868
গাঁৱত তেনেই তোল-পাৰ লাগিল।
common_voice_as_32844880
ৰেলৰ টইলেটৰ দৰজা দুই ধৰণে বন্ধ কৰিব পাৰি।
common_voice_as_32844881
গুৱাহাটী মেট্ৰ' ট্ৰেইন প্ৰজেক্টৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছে।
common_voice_as_32844882
টমে আৰু এনে ঠাইত আগেয়ে থকা নাছিল।
common_voice_as_32844883
কিয়নো ইয়াত তেতিয়াও মানুহ শোৱা নাছিল।
common_voice_as_32844884
মেট্ৰিকৰ ৰুটীন পাইছা নেকি?
common_voice_as_32844885
ৰজাই সেই বাঘ আৰু হাতী মাৰিব নোৱাৰি গোটেই ৰাজ্যতে ঢোল পিটি শুনাই দিলে।
common_voice_as_32849965
বাঘিনীয়ে এইদৰে ভাবি গিৰীয়েকক ক'লে- "শুনিছানে বোলো আজি তুমি পহু মাৰিবলৈ যাব নেলাগে।"
common_voice_as_32849967
সেই ৰাতি মাক-জীয়েক কাৰো টোপনি নাহিল।
common_voice_as_32849968
এইবুলি বামুণে টপকৰে মিঠৈ মুখত সুমুৱাবলৈ ধৰিলে।
common_voice_as_32849969
দূৰৰ পৰা এটা গৰু খেদি আনিবলৈ ক'লত, তুলাই গৰুটো খেদি আনিবলৈ গ'ল।
common_voice_as_32849975
তেনেদৰে ওচৰৰ পৰা টিভি চোৱাৰ অভ্যাসৰ ফলত তাৰ মায়'পিয়া হোৱা নাই।
common_voice_as_32849978
তেওঁলোকৰ দৰে ধনী মানুহ জিলাতো নাই।
common_voice_as_32849980
এই বিল্ডিঙৰ মালিক কোন গম পোৱা নেকি?
common_voice_as_32849981
তেতিয়াই তেজা শালিকী এটা হৈ উৰি ঘৰৰ চালতে পৰিলগৈ।
common_voice_as_32849982
ডিব্ৰুগড়ত মাটি কিনিলে বোলে?
common_voice_as_32849983
আমি কুশলে থাকিলেই তেওঁবিলাকৰ আনন্দ
common_voice_as_32849987
খতৰ টকা এতিয়াও পৰিশোধ কৰা নাই, নৰায়েও খোজা নাই।
common_voice_as_32849989
কাৰণ ইয়াত চাইবাৰ ছিকিয়ৰিটীৰ কথা আহে।
common_voice_as_32849990
তোমালোক সকলোৱে মেকুৰি দেখিছা নহয়।
common_voice_as_32849995
গৰুকেইটা অহা নাই, তাকে বিচাৰিবলৈ।
common_voice_as_32849996
গুৱাহাটী হৈ আহিলোঁ, অলপ কিবা কিবি কিনি আনিলোঁ।
common_voice_as_32849997
দৰা গৈ কলৰ তলত ৰ'ল।
common_voice_as_32849998
মোৰ কোনো নাই, সকলো সম্পত্তি তহঁতকে দিম।
common_voice_as_32849999
হয় খুড়া ভগা, আমাৰ জাতিটোৱে ভগা।
common_voice_as_32850000
ওঁ... হয়, সেইটোৱেই আচল কথা।
common_voice_as_32850001
কাহিনীটো আজোককাই ক'ৰবাত শুনিছিল নে নিজেই সাজিছিল নাজানো।
common_voice_as_32850007
খোৱাৰ পাচত বলোৱে হৰ আৰু দয়াৰ পৰিচয় দিলে।
common_voice_as_32850018
ইমান বেয়া বতৰত কোনে ফুৰিবলৈ যায়?
common_voice_as_32850024
মই তেজপুৰলৈ গৈছিলোঁ।
common_voice_as_32850026
ওপৰৰ পৰা তললৈ লোভ লগা দৃষ্টিৰে কোনোবাই চাই আছে।
common_voice_as_32850027
সেই কাৰণে ভাবিলে যে- "এইজনী নিশ্চয় মোৰ তেজীমলা।"
common_voice_as_32850028
চোৰে গৰু চুৰ কৰিবলৈ গোহালিত সোমাল।
common_voice_as_32850031
আনখনত এটা তেৰ-চৈধ্য বছৰ বয়সীয়া ল'ৰা।
common_voice_as_32850033
নৈখন বৰফেৰে ভৰা
common_voice_as_32850034
সেইবোৰৰ প্ৰমাণ মোৰ হাতত পৰিল।
common_voice_as_32850035
ধৰি টনা আজোৰা লগাইছে।
common_voice_as_32850036
চিটি ডেইলী নামৰ এখন নিউজ পেপাৰ।
common_voice_as_32850037
দেখি বহুতে ভাবে গছ লতাৰ জীৱ নাই, কিন্তু সেইটো সঁচা নহয়।
common_voice_as_32850038
কুঁৱৰীয়ে সেই গছৰ তল পাই দেখিলে।
common_voice_as_32850039
বিবাহৰ পৰৱৰ্তী জীৱনত তুমি কেতিয়াও সুখী হ'ব নোৱাৰিবা।
common_voice_as_32850040
জংকিৰ এই কথা মিৰিহঁত আচৰিত হ'ল।
common_voice_as_32850041
চাগে তুমিও সেয়াই ভাবি আছা।
common_voice_as_32850042
এই নাটকত যিবোৰ ঘটনা আৰু চৰিত্ৰ দিয়া হৈছে
common_voice_as_32850043
ডেকা-গাভৰুৱে তাক বুজিব নোৱাৰিলে।
common_voice_as_32850044
এই কথাটো নাটকৰ সমালোচকসকলে মনত ৰাখে যেন।
common_voice_as_32850045
তাৰ পাছত কেচিৰে চুলিখিনি কাটিলে।
common_voice_as_32850046
তেখেতৰ খংহে উঠি আহিছিল।
common_voice_as_32850048
তেওঁ কাৰবাৰত অলপ হাত খোলা মানুহ আছিল।
common_voice_as_32850049
যিদৰে আমি কোনো পুৰুষে কি পিন্ধিছে সেয়া চাই নাথাকোঁ।
common_voice_as_32850051
ৰাজধানী দিশপুৰক আৱৰি এটা উপ-কেন্দ্ৰ গঢ়ি তুলিছে।
common_voice_as_32850052
লগে লগে তাল চলিল আৰু তাৰ লগে লগে গাভৰুহঁতে নাচিব ধৰিলে।
common_voice_as_32850053
নৰাইৰ ঘৰত হুলস্থূল লাগিল।
common_voice_as_32850054
সেই গছৰ ওচৰলৈ আহি মানুহটোক সুধিলে,"ককাই তই চৰাইবিলাকক কি শিকাইছ?
common_voice_as_32850055
একো নজনাতে বিয়াখন হৈ যোৱা হ'লেও এক কথা আছিল।
common_voice_as_32850056
ঠায়ে ঠায়ে মানুহে বাওধানৰ খেতি কৰে।
common_voice_as_32850058
গাওঁখনৰ ভিতৰতে মালতী ধুনীয়া ছোৱালী।
common_voice_as_32850059
তাঁত বোৱাৰ বাহিৰেও মই আন আন কাম শিকিব লাগে নহয়
common_voice_as_32850060
এইবোৰ বিষয়ে তেওঁ সকলোৰে মতামত ল'লে।
common_voice_as_32850061
নৰায়ে ক'লে- "তোক মই পুৱাতে মাতিছিলোঁ নহয়, নগলি কিয়?"
common_voice_as_32850062
বা একেবাৰে পাচৰ আশা কেতিয়াও কৰিব নােৱাৰি
common_voice_as_32850064
কপাল মূৰ থুকি সিও তাকে পিন্ধিলে।
common_voice_as_32850065
দৰাক দেখা পাই হালিৰ বিষম খং উঠিল।
common_voice_as_32850066
এটা সৰু লৰাক একেবাৰে ওপৰলৈ টেকেলিটোৰ ওচৰলৈকে যাবলৈ দিয়া হয়।
common_voice_as_32850067
বলোৱে মাজে-সময়ে ভু-ভা লৈ আছিল।
common_voice_as_32850070
বাইবেলখন উলিয়ালে
common_voice_as_32850072
ইয়াৰ নায়ক গোটেই অসমীয়া ৰাইজেই।
common_voice_as_32850076
আচলতে তাহানিতে এখন গাঁৱেই আছিল।
common_voice_as_32850080
মোৰ সকলোয়েই গ'ল
common_voice_as_32850081
নহ'লে জামিনেই জগৰত পৰিব।
common_voice_as_32850082
দয়াৰামকো আজি বহুত দিন দেখাই নাই।
common_voice_as_32850083
কি ঠিক কৰিলে বৌ?
common_voice_as_32850089
সেইহে দেখাত আচল বয়সতকৈ বেচি বয়সীয়া যেন লাগে?
common_voice_as_32850090
এইদৰে মাৰি থাকোঁতেই বাঘ মৰিল।
common_voice_as_32850091
দুয়োটাই কুকুৰ-মেকুৰীৰ দৰে কাজিয়া কৰি থাকে।
common_voice_as_32850092
তেওঁ ভাবিলে এতিয়া আৰু ভয় নাই।
common_voice_as_32850093
তাই শপতো খাইছিল
common_voice_as_32850109
এই পথত বহুত ট্ৰেফিক জাম হয়।
common_voice_as_32850111
চিকিৎসক হিচাপে দুখীয়া লােকসকলৰ সেৱাই মােৰ জীৱনৰ ব্ৰত হ'ব।
common_voice_as_32850112
তই মোক ভাল নাপাৱ, তই কমুদকহে ভাল পাৱ।
common_voice_as_32850114
এজনী বুঢ়ী আছিল।
common_voice_as_32850119
তাৰ বয়স বহুত হৈছে বুলি কোনোবাই কোৱা শুনিছিলোঁ।
common_voice_as_32850120
তাকেহে সেই সময়ৰ অসমত ঘটা নানা ঘটনাৱলী
common_voice_as_32850121
কেইদিনমান অ'ত ত'ত থাকি কিনো হয় চাওঁ।