uttid
stringlengths
24
24
audio
audioduration (s)
2.81
10.4
sentence
stringlengths
9
94
common_voice_as_32850123
এতিয়ালৈকে ব্ৰেকফাষ্ট কৰাই নাইনে?
common_voice_as_32850145
হেৰিয়ে মাকৰ ফালে আচৰিতভাৱে চাই থাকিল।
common_voice_as_32850146
দুই বজাৰ পিচতেই দোকান পাই তাত যি দেখিলে বলোহঁতক ভাঙি পাতি ক'লে।
common_voice_as_32850149
তোমাক এতিয়াৰ পৰা পৰিশ্ৰমী হবলৈ এই উপায়েৰে শিক্ষা দিব খুজিছোঁ।
common_voice_as_32850181
বুঢ়ীয়ে ল'ৰা ছোৱালীকেইটা চাইছিল আৰু ঘৰ ৰখিছিল।
common_voice_as_32850184
আইৰে দিনৰে একেটি ভাই, সিও মোৰ লগতে যায়।
common_voice_as_32850211
তাৰে এজন বাপুৰ দেউতাক।
common_voice_as_32850212
হালোৱা এটাও ৰাখিব লাগিব, ৰোৱনীৰ খৰচো বেচি হ'ব।
common_voice_as_32850213
নিজৰ হাতৰ আচাৰ নিজৰ হাতৰ চাটনিবোৰ মেজত সজাই থ'লে।
common_voice_as_32850217
মোৰ হাড়ে-মূৰে ভাগি যাবলৈ ধৰিছে।
common_voice_as_32850236
আপোনাৰ ঘৰলৈ চাৰি-পাঁচ বাৰ আহিলোঁ।
common_voice_as_32850237
এতিয়া জানি-শুনি তেনে এজনী ছোৱালী কেনেকৈ চপাই লওঁ।
common_voice_as_32850240
দুৱাৰখন মেলি দিয়ক।
common_voice_as_32850242
লক্ষীমপুৰৰ কাছাৰি ঘৰটো সৰু।
common_voice_as_32850245
ঘৰত সোমোৱাৰ পিছতে প্ৰথমে আৰম্ভ হ'ল মাৰ গালি।
common_voice_as_32850261
দোকানীয়ে তাৰ সমিধান দি প্ৰশ্ন কৰিলে- "তোমালোক ক'ৰ পৰা আহিছা?"
common_voice_as_32850262
প্ৰথমতে তেওঁলোক সকলোটিৰে মিল আছিল।
common_voice_as_32850263
তাতকৈ এতিয়া বিয়া কৰাই দুই এদিন এই ঘৰতে থাকক।
common_voice_as_32850264
দুইকো একেলগে নিশা মোৰ ঘৰতে ধৰিছোঁ।
common_voice_as_32850265
মই যাৱেঁই যেনিবা, তই কোৱাজন কোন?
common_voice_as_32850306
তাত সকলো কথাৰ জাতি গুৰি লৈ আহিহে কি কৰিব লাগে বুজিব পাৰিম।
common_voice_as_32850308
শিৱসাগৰৰ পৰা বেছি দূৰ নহয়।
common_voice_as_32850309
ককাই নাই যেতিয়া তোমালোকৰ ভাল-বেয়াৰ বাবে মানুহে মোকেই দায়ী কৰিব।
common_voice_as_32850310
মিছা হওক, সঁচা হওক, দয়াৰামৰ এটা বাতৰি নোপোৱাকৈ মই একো ক'ব নোৱাৰোঁ।
common_voice_as_32850316
আৰু বামুণৰ বাৰী এৰি একেবাৰেই উঠি গ'ল।
common_voice_as_32850341
আমাক লৈনাে কিহৰ চিন্তা মামা?
common_voice_as_32850342
বাকীবোৰেও থপিয়াথপি কৰি কলবোৰ খাই পেলায়।
common_voice_as_32850343
দেউতাই খাই ভাল পায়, খুৱায়ো ভাল পায়।
common_voice_as_32850344
ব'হাগৰ একুৰি চাৰি দিন যোৱাত বিয়াৰ কথা আছিল।
common_voice_as_32850345
আমি ঘৰ বদলি কৰি কিছুদিনৰ বাবে আহিছিলোঁ।
common_voice_as_32850371
আৰু ই অধিক প্ৰচাৰ লাভ কৰিব।
common_voice_as_32850372
তেনেহ'লে সি পলোৱাৰ কি কাৰণ থাকিব পাৰে?
common_voice_as_32850373
বলোৱে তাৰ পৰাই অলপ ডাইল আৰু আলু লৈ যাবৰ মন কৰি দোকানত সোমাল।
common_voice_as_32850374
ইমান অপমানৰ ভাৰখনি কান্ধত লৈ থকাতকৈ মৰাই ভাল
common_voice_as_32850375
এখন পাছপ'র্ট ছাইজ ফটো আঠা লগাই দিয়া।
common_voice_as_32850376
মই মতাতো মাত নিদিলে।
common_voice_as_32850377
এনেকৈ দুখ কৰি বহি আছা।
common_voice_as_32850378
হুঁ, মই যাওঁ নহ'লে।
common_voice_as_32850379
আমি গম পাই যাওঁ কোনোবা আহিছে বুলি।
common_voice_as_32850380
মানুহৰ দৰে সিহঁতো জীৱ থকা পদাৰ্থ।
common_voice_as_32850386
ভূধৰে ক'লে- "আজিয়েই মই একো সমিধান দিব নোৱাৰোঁ।"
common_voice_as_32850387
বাৰিষা দিনত বেচিব পাৰিলে অতিকমেও ডেৰ হাজাৰ টকা পোৱা যাব।
common_voice_as_32850388
তোমালোক ভালে ভালে ইয়াৰ পৰা গুচি যোৱা।
common_voice_as_32850389
তাৰ পাচত ল'ৰাৰ লগতে ছোৱালীও বাগিচালৈ যাওক।
common_voice_as_32850391
এইবুলি কোৱাত সেই মানুহটো ভয়ত ৰাতিয়েই পলাই গ'ল।
common_voice_as_32850392
“বোপা-ককাৰ ৰীতিটো মইনো এৰিম কিয়?”
common_voice_as_32850394
ভাৰতৰ অসম, মেঘালয়, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগ।
common_voice_as_32850395
তেওঁ লগতে যোগ দি কয়।
common_voice_as_32850396
একো কথা নাই।
common_voice_as_32850397
তেওঁ ডাঙৰ হওক, হ'লে মই নিশ্চয় বিয়া কৰাই লৈ যামহি।
common_voice_as_32850398
ছোৱালীৰ সুন্দৰ ৰূপ দেখি ৰজাৰ মোহ লাগিছিল।
common_voice_as_32850399
আপোনাক পিছত কম দিয়ক।
common_voice_as_32850400
ঈশ্বৰে তাইক তোক মিলাই দিব।
common_voice_as_32850402
কুকুৰটোৱে ও সিংহৰ নাক মুখ চেলেকি তাৰ মৰম দেখুৱায়।
common_voice_as_32850405
এৰা সেয়ে ভাল।
common_voice_as_32850407
বােকা-পানীৰে ভৰা
common_voice_as_32850408
ৰাতি হ'লেও জাহাজত আহি গা নোধোৱাকৈ তেওঁ খাব নোৱাৰে।
common_voice_as_32850409
বামুণৰ লগতে খাব, কিন্তু কাপোৰ-কানি নিজৰ খৰচতে ল'ব লাগিব।
common_voice_as_32850410
তেনেবোৰ কিতাপ পঢ়াও ছাত্ৰৰ কৰ্তব্যৰ ভিতৰত পৰে।
common_voice_as_32850411
তেওঁ কুকুৰাক আদেশ দিলে, ডাক দিবলৈ।
common_voice_as_32850412
ল'ৰাজনে তাৰ গাওঁখনৰ নাম কৈছিলে যদিও কোনেও চিনি নাপালে।
common_voice_as_32850413
দেশৰ ডেকা-ডেকেৰীৰ দল, দেশৰ নৱ যোৱানৰ দল সাজু, হ'ব লাগিব।
common_voice_as_32850416
ল'ৰা-ছোৱালীও জোৰ হ'ব।
common_voice_as_32850417
কালি ৰাতিহে পালোঁহি।
common_voice_as_32850419
প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড।
common_voice_as_32850420
আপুনি নিজে সুত নলওঁ বুলি কৈছিল।
common_voice_as_32850423
উভতি আহি পাওঁ যদি ডালিমী।
common_voice_as_32850424
এই গছৰ পাতত পোক পৰুৱা পৰিলেই পাতটো জাপ খাই যায়।
common_voice_as_32850425
ক'ত আছে, তেনেহ'লে তোক মই ক্ষমা কৰিম।
common_voice_as_32850426
ল'ৰাৰ বিষয়ে ভয়, সন্দেহ যায় ক'ত?
common_voice_as_32850427
মোৰ ল'ৰা অ' এন জি চিত কাম কৰে।
common_voice_as_32850428
কপাহীৰ চকু-লো বৈ গ'ল।
common_voice_as_32850434
আৰু সেই দেখিয়েই খোজা-বঢ়া কৰিলোঁ।
common_voice_as_32850436
এঘাৰ বজাত স্কুললৈ অহাৰ নিয়ম, তুমি ইমান পলম কৰিলা কিয়?
common_voice_as_32850437
এজনীয়ে গগনা বজাইছে, আন দুজনীয়ে হাতত চাপৰি দিছে।
common_voice_as_32850438
এইখন ছবি নিৰ্মাণ কৰা হৈছিল।
common_voice_as_32850445
তথাপি পিছৰ ছোৱাত চকুত লগা হৈ উঠিছিল।
common_voice_as_32850447
মোৰ চাইকেলৰ চেইন পৰি গৈছিল।
common_voice_as_32850454
কেতিয়াবা কেতিয়াবা সিংহই গাওঁত বৰ অত্যাচাৰ কৰে।
common_voice_as_32850455
খবৰ পাই দলে বলে দাৰোগা এজন গৈ তাতে তেওঁক ধৰা পেলালে।
common_voice_as_32850458
আজি বহাগৰ ঘাই দিন
common_voice_as_32850463
ঘৰ বদলি কৰাটো কাৰো বাবে মূৰৰ কামোৰণি হৈ নপৰে।
common_voice_as_32850464
“তুমি সেই মানুহটোক জিকিব পাৰা যদি তোমাক আৰু ধন-বস্তু দিম।”
common_voice_as_32850465
বলা আই আজি ৰাতিটো আমি তাতে থাকোঁ গৈ।
common_voice_as_32850466
আজিকালি মই হিন্দী নিউজ চোৱা বাদ দিছোঁ।
common_voice_as_32850478
আমাৰ ঘৰত কেবুল কানেকচন নাই।
common_voice_as_32850479
সেই দি চলা ফুৰা নকৰি পুৰণি আলিকে ৰাখি চলাফুৰা কৰিলে
common_voice_as_32850480
পুৰণি আৰু নতুনে এনে বিলাক তর্ক বিতর্ক কৰা
common_voice_as_32850481
জীৱনৰ লক্ষ্য মানে কর্ম বাছনি।
common_voice_as_32850483
ছোৱালী দিবলৈ হেনো বহুতো ওলাইছে।
common_voice_as_32850484
মই তোমাক বৰ মিছ কৰোঁ।
common_voice_as_32850485
সকলো যা-যোগাৰ হৈ গ'ল।
common_voice_as_32850486
তাইনো কেলেই কান্দিছে?
common_voice_as_32850487
মই সেইবোৰ একো নাজানো।
common_voice_as_32850493
যোৱা মাঘত তাৰ পঁচিশ বছৰ পুৰ হৈছে।
common_voice_as_32850494
দুকুৰি নালাগে দুটা টকাও মোৰ হাতত নাই।
common_voice_as_32850496
মোৰ কপালততো মোনো ল'ৰা-ছোৱালী নহ'লেই।
common_voice_as_32850497
সকলো ফালে এন্ধাৰ
common_voice_as_32850499
দেউতাৰো সেইটোৱেই ইচ্ছা।
common_voice_as_32850500
ইফালে দেৱৰাজ ইন্দ্ৰই ঘটনাৰ খবৰ পালে।