Unnamed: 0 int64 0 50.5k | source stringlengths 1 1.85k ⌀ | target stringlengths 1 8.31k ⌀ | lang stringclasses 3
values |
|---|---|---|---|
12,600 | Why dont you ask people to read from books or Wikipedia articles in different languages? | আপোনালোকে লোকক বিভিন্ন ভাষাৰ কিতাপ বা ৱিকিপিডিয়া প্ৰৱন্ধবোৰৰ পৰা পঢ়িবলৈ নকৈ কিয়? | asm_Beng |
12,601 | I did not even understand what I was doing. | মইনাকেইটাই ক’তনো কি কৰি আছেগৈ বুজি পোৱা নাই। | asm_Beng |
12,602 | We are proud of them. | আমি তেওঁলোকক মৰমেৰে হৰুৱাম। | asm_Beng |
12,603 | The meetings continued for long and nothing was being decided. | 'এই বৈঠক বহু সময় ধৰি চলিছিল আৰু কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। | asm_Beng |
12,604 | Above all, they will make Jehovahs heart glad because he pays attention to our conversations and he rejoices when we use our tongue in the right way. | প্ৰিয় আৰু সুখ্যাতিযুক্ত বিষয়বোৰৰ ওপৰত আধাৰিত থকা কথোপকথনৰ কিছুমান উদাহৰণ দিয়ক । | asm_Beng |
12,605 | India remembers Dr. APJ Abdul Kalam on his 5th death anniversary | পঞ্চম মৃত্যু দিৱসত আজি দেশবাসীয়ে সোঁৱৰণ কৰে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ এ পি জে আব্দুল কালামক। | asm_Beng |
12,606 | Worse still, some couples have allowed malicious bitterness to affect their relationship. | কিছুমান বৈবাহিক দম্পতীয়ে এজনে আনজনৰ প্ৰতি “আখেজীয়া তিক্তকৰ ” মনোবৃত্তি প্ৰকাশ কৰাৰ ফলত তেওঁলোকৰ সম্বন্ধত প্ৰভাৱিত হৈছে । | asm_Beng |
12,607 | The Union Cabinet chaired by the Prime Minister Shri Narendra Modi has given its approval for Indian membership of the International Continental Scientific Drilling Program (ICDP) consortium by signing an MoU with the Helmholtz Centre Potsdam GFZ German Research Centre for geosciences. | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে হেল্মোহটজ চেণ্টাৰ পোষ্টডাম ডিএফজেদ জাৰ্মান ভূ-বিজ্ঞান গৱেষণা কেন্দ্ৰৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰিত কৰি আন্তঃৰাষ্ট্ৰীয় উপমহাদেশীয় বৈজ্ঞানিক খনন কাৰ্যসুচীত ভাৰতৰ সদস্যভূক্তিক অনুমোদন জনাইছে। | asm_Beng |
12,608 | Since the 1870 s, the wheat became increasingly evident, and some years later anointed Christian overseers were told: The elders... should set before those who assemble themselves [for the Memorial] these terms and conditions, (1) faith in the blood [of Christ]. and (2) consecration to the Lord and his service, even un... | ( মথি ১৩ : ২৪ - ৩০, ৩৬ - ৪৩) ১৮৭০ চনৰ পৰা সেই “ধান ” স্পষ্টকৈ প্ৰকাশ পালে আৰু প্ৰায় ১০০ বছৰৰ পিছত খ্ৰীষ্টান অধ্যক্ষসকলৰ উদ্দেশ্যে এইদৰে কোৱা হৈছিল:“ প্ৰাচীনসকলে... | asm_Beng |
12,609 | Local residents are delighted. | অঞ্চলবাসীয়েও আনন্দত আত্মহাৰা হৈ উঠিছে। | asm_Beng |
12,610 | One such incident happened in Uttar Pradesh. | এনেধৰণৰে এক ঘটনা সংঘটিত হ’ল অন্ধ্ৰপ্ৰদেশত। | asm_Beng |
12,611 | The headquarters turned down the proposal. | অধ্যক্ষই নাকচ কৰিলে প্ৰস্তাৱ। | asm_Beng |
12,612 | But is that what were seeing? | কিন্তু বাস্তৱত তেনে হোৱা আমি দেখিবলৈ পাইছোঁ জানো? | asm_Beng |
12,613 | By contrast, resurrected integrity - keepers will receive the gift of everlasting life. | ( ১ যোহন ২ : ১৫ - ১৭) “প্ৰকৃত জীৱনৰ ” তুলনাত এই জগতে প্ৰদান কৰা ভৌতিক বস্তুৰ কোনো মূল্য নাই । | asm_Beng |
12,614 | Right now, in fact, Satan is misleading the entire inhabited earth. | সেই সময়ৰ জগতৰ অৱস্থা “অতি উত্তম ” আছিল । | asm_Beng |
12,615 | Such assets, having passed the stages of land acquisition and environment and forest clearances, are relatively de-risked. | কেৱল সেয়াই নহয়, ইয়াৰ বাবে প্রয়োজন হ’ব উন্নত মানৰ প্রকল্প তথা কাৰ্যক্ৰমণিকা প্রণয়ন আৰু বলিষ্ঠ প্রকল্প গঢ়ি তোলাৰ প্রস্তাৱ। | asm_Beng |
12,616 | The Minister has been making curious statements. | ” বুলি মন্ত্ৰীজনে তাৎপৰ্য্যপূৰ্ণ মন্তব্য দিয়ে। | asm_Beng |
12,617 | Dropdown List & & Automatic | ড্ৰপ- ডাউন তালিকা & & স্বয়ংক্ৰিয়@ item: inmenu Text Completion | asm_Beng |
12,618 | BJP's Yeddyurappa Plays Cricket With Party Legislators At Bengaluru Hotel | বাংগালুৰুৰ ৰামাডা হোটেলত বিজেপি সাংসদসকলৰ সৈতে খেলে য়েডিয়ুৰাপ্পাই। | asm_Beng |
12,619 | It is all understood. | বৰুৱাই সকলো বুজি পায়। | asm_Beng |
12,620 | Choking at the death | মাতত মৃত্যুৰ চিৎকাৰ | asm_Beng |
12,621 | What kind of world did the early Christians live in? The first - century Christians lived in a world dominated by Greco - Roman values and ideals. | প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলে এনে সময়ত বাস কৰিছিল, যি সময়ত গ্ৰীচ - ৰোমানসকলৰ ভৌতিকতা আৰু আদৰ্শতাই ৰাজত্ব কৰিছিল । | asm_Beng |
12,622 | People came forward in droves. | মানুহবোৰ গতানুগতিকভাৱে আগুৱাই থাকিল। | asm_Beng |
12,623 | In the early Christian congregations, overseers taught the truth, and ministerial servants assisted fellow believers in various ways. | পৃথিবীত কাকো পিতৃ বুলি নামাতিবা. কিয়নো এজনা, অৰ্থাৎ স্বৰ্গত থকা জনাই তোমালোকৰ পিতৃ । ” | asm_Beng |
12,624 | One Bible scholar suggests: The rearing [of] an altar in the land was in fact a form of taking possession of it on the ground of a right secured to the exercise of his faith. | বহু শতাব্দীৰ পাছত অচূৰৰ ৰজা দ্বিতীয় অচূৰনাচিৰাপালে কৰ্কমিচৰ ওচৰত থকা ফৰাৎ নদী পাৰ কৰিবলৈ সৰু নাওঁ ব্যৱহাৰ কৰিছিল । | asm_Beng |
12,625 | Container for Logical Partitions | লজিকেল বিভাজন অন্তৰ্ভুক্ত আছে | asm_Beng |
12,626 | Hence, Jehovahs long - suffering is not a sign of weakness and is not without limits. The fact that the almighty God is at once slow to anger and great in power shows that his long - suffering is the result of purposeful restraint. | ঈশ্বৰে চিৰসহিষ্ণুতা হোৱাৰ বিষয়ে ভৱিষ্যতবক্তা নহূমে এইদৰে কৈছিল: “যিহোৱা ক্ৰোধত ধীৰ আৰু পৰাক্ৰমত মহান. কিন্তু তেওঁ দোষীক কোনো মতেই নিৰ্দ্দোষী নকৰে । ” | asm_Beng |
12,627 | our workers satisfied. | আমাৰ কৰ্মচাৰীসকল সন্তুষ্ট হ’ব, | asm_Beng |
12,628 | This situation may impede our efforts to display self - control. | ( ১ তীমথিয় ৬ : ৬ - ৮) আমিও তেওঁৰ দৰে ভাবোঁনে? | asm_Beng |
12,629 | Why don't you just stop talking? | তুমি কথা পতা বন্ধ নকৰা কিয়? | asm_Beng |
12,630 | Mumbai: This is something that has happened for the first time in Indias history as Mumbais S&P BSE SENSEX has crossed the 40,000 marks | দেশৰ ইতিহাসত প্ৰথম বাৰৰ বাবে মুম্বাইৰ S& P BSE SENSEX ত ৪০,০০০ অতিক্ৰম কৰিছে । | asm_Beng |
12,631 | The Prime Minister, Shri Narendra Modi, today interacted with farmers across the country, through video bridge. | প্ৰধানমন্ত্ৰীয়ে আজি ভিডিঅ’ সংযোগৰ জৰিয়তে সমগ্ৰ দেশৰ কৃষকৰ সৈতে বাৰ্তালাপ কৰে। | asm_Beng |
12,632 | Congress Maha ministers meet Rahul Gandhi | মহাৰাষ্ট্ৰ চৰকাৰৰ কংগ্ৰেছ মন্ত্ৰীসকলক সাক্ষাৎ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। | asm_Beng |
12,633 | Her thesis was entitled Single Molecule Dynamics of Motor Enzymes Along DNA. | "তেখেতৰ গৱেষণাপত্ৰৰ শিৰোনাম আছিল-""Single Molecule Dynamics of Motor Enzymes Along DNA""." | asm_Beng |
12,634 | What will be good for the country? | ভাল কোনবোৰ দেশৰ হ'ব? | asm_Beng |
12,635 | The Bible says: The thing that David had done appeared bad in the eyes of Jehovah. | ইয়াৰ ওপৰিও তেওঁলোকে আনৰ পৰা পোৱা বিশ্বাস আৰু সন্মান হেৰুৱাব লগা হয় । | asm_Beng |
12,636 | Not certain. | নিশ্চয়কৈ নহয়। | asm_Beng |
12,637 | She also reports: The elders always commended me for my efforts to attend the meetings and to go out in the field ministry. | ঈশ্বৰৰ দ্বাৰা শক্তিশালী হৈ পাঁচনি পৌলে আনন্দিত হৈছিল । | asm_Beng |
12,638 | There are no package updates available for your computer at this time. | আপোনাৰ কমপিউটাৰৰ বাবে বৰ্তমানে কোনো পেকেইজ আপডেইট উপলব্ধ নাই। | asm_Beng |
12,639 | DEATH casts a shadow over us as we go about our daily life, no matter how physically fit or rich we may be. | মৃত্যু প্ৰতি আপোনাৰ দৃষ্টিভঙ্গী কি? | asm_Beng |
12,640 | Your Excellency President U Htin Kyaw Members of the media, I am delighted to welcome H.E U Htin Kyaw, President of Myanmar, and his distinguished delegation to India. | মহামহিম ৰাষ্ট্ৰপতি ইউ টিন ক্যাও, সংবাদ মাধ্যমৰ সদস্যসকল, মই ম্যানমাৰৰ ৰাষ্ট্ৰপতি মহামহিম ইউ টিন ক্যাও আৰু তেওঁৰ লগত অহা প্ৰতিনিধিবৰ্গক ভাৰতলৈ আদৰণি জনাবলৈ পাই অতিশয় আনন্দিত হৈছো। | asm_Beng |
12,641 | Make sure important data is backed up. This action cannot be undone. | "বিভাজন %d (""%s"" নাম বিশিষ্ট) ""%s""-ত উপস্থিত আছে । এই বিভাজনত উপস্থিত সকলো তথ্য স্থায়ীৰূপে বৰ্জন কৰা হ'ব ।" | asm_Beng |
12,642 | Golaghat: The All India Council for Technical Education (AICTE) in a letter to the Department of Higher Education (TECHNICAL), Government of Assam had rejected the application of by the Government of Assam for setting up of New Technical Institute Golaghat Engineering College | গোলাঘাট ইঞ্জিনিয়াৰিং কলেজৰ এ আই চি টি ই ( All India Council for Technical Education) ৰ স্বীকৃতি বাতিলৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থায়ে ১৮ মেত এখন ৰাজহুৱা সভাৰ আহ্বান জনাইছে । | asm_Beng |
12,643 | In these and many other respects, there are parallels between the early Christians and Jehovahs Witnesses. Persecuted for Preaching the Truth 6, 7. | প্ৰাৰম্ভিক খ্ৰীষ্টানসকলে শান্তিময় ৰাজ্যৰ বাৰ্ত্তা প্ৰচাৰ কৰাৰ বাবে যীচুৰ নিচিনাকৈ তাড়নাৰ সম্মুখীন হৈছিল । | asm_Beng |
12,644 | When Davids provisions are running low, he sends ten young men to Nabal to request food. | সেইসময়ত নাবলৰ ওচৰত ঈশ্বৰৰ মনোনীত সেৱক দায়ূদে কৰা উপকাৰৰ প্ৰতি কৃতজ্ঞতা দেখুৱাৰ এক উত্তম সুযোগ আছিল । | asm_Beng |
12,645 | Artist's Imagination | শিল্পীৰ আৰ্তনাদ | asm_Beng |
12,646 | The committee also includes Congress president Rahul Gandhi. | তাৰ ভিতৰত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীও আছে। | asm_Beng |
12,647 | Calculate the number of screenshots | স্ক্ৰিনশ্বটৰ সংখ্যা গণনা কৰক | asm_Beng |
12,648 | Device History | বিদ্যুত্ ব্যৱহাৰ সংক্ৰান্ত পূৰ্ববৰ্তী তথ্য | asm_Beng |
12,649 | Kisse munsifi chaahen? | গাৰুৰ তলত জাপি থোৱা চাদৰখন ফাটিল? | asm_Beng |
12,650 | Chart root node | ৰেখাচিত্ৰৰ মূল নোড | asm_Beng |
12,651 | Environment, Forestry and Wildlife (EFWL) | পৰিৱেশ, বন আৰু বন্যপ্ৰাণী (EFWL) | asm_Beng |
12,652 | I will try to recover. | হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিম। | asm_Beng |
12,653 | He has expressed his deep condolences to the bereaved family. | তেওঁ শোকসন্তপ্ত পৰিয়ালটোলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। | asm_Beng |
12,654 | Did they know what was happening? | তেওঁলোকৰ কি হৈছিল জানেনে? | asm_Beng |
12,655 | ( b) How can Christians today be bold like Abram? Genesis 12: 5, 6 tells us: Finally they came to the land of Canaan. | ঠিক তেনেদৰে বৰ্তমান সময়ৰ খ্ৰীষ্টানসকলেও ‘ জগতৰ ভাগী ’ নোহোৱাকৈ থকা উচিত । | asm_Beng |
12,656 | He often preached to Jews, but most of them rejected the message of salvation. Their refusal affected Paul deeply. | এই লেখটোত প্ৰথম দুটা কাৰণ আৰু পৰৱৰ্তী লেখত তৃতীয় কাৰণটো আলোচনা কৰা হ’ব । | asm_Beng |
12,657 | Why he is being so soft on her? | কিয় তেওঁ তাৰ সমুখত ইমান দূৰ্বল অনুভৱ কৰিছে? | asm_Beng |
12,658 | But when they repented and called on him for help, he exercised long - suffering and raised up judges to deliver them. | ৭৪০ চনত যিহোৱাই ইস্ৰায়েলৰ দহ - জাতিৰ ৰাজ্যৰ বাসিন্দাসকলক বন্দী হ’বলৈ অচূৰীয়াসকলৰ হাতত গতাইছিল । | asm_Beng |
12,659 | The situation was dire. | পৰিস্থিতি নিশ্চয় বিষম আছিল। | asm_Beng |
12,660 | Any kind of religious gathering will remain banned. | যিকোনো ধৰ্ণা-ধৰ্মঘট আয়োজনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। | asm_Beng |
12,661 | You will call, and I myself shall answer you. Job 14: 13 - 15. | তুমি মাতিবা, আৰু মই উত্তৰ দিম । ” — ইয়োব ১৪ : ১৩ - ১৫. | asm_Beng |
12,662 | His commands involving those four all - embracing expressions raise some important questions, which can be summed up in the words why? where? what? and when? Let us consider the questions one at a time. | এতিয়া আঁহক আমি ক্ৰমান্বয়ে সেই প্ৰশ্নবোৰৰ বিষয়ে আলোচনা কৰোঁহঁক । | asm_Beng |
12,663 | Otherwise, posterity will not forgive us. | নহ’লে আমাক পৰৱর্তী প্রজন্মই ক্ষমা নকৰিব । | asm_Beng |
12,664 | Who are these meek ones? They are those described in the book of Acts as rightly disposed for everlasting life. | পাঁচনিৰ কৰ্ম্মৰ কিতাপত তেওঁলোকক “অনন্ত জীৱন পাবলৈ নিৰূপিত ” বুলি বৰ্ণনা কৰিছে । | asm_Beng |
12,665 | But what about others? Why, every living creature on the dry ground outside the ark, including the Nephilim, perished! | সেই জাহাজৰ বাহিৰত থকা সকলো জীৱিত প্ৰাণীৰ সৈতে নাফিলবিলাকৰো সমুলিকৈ বিনষ্ট কৰা হ’ল! | asm_Beng |
12,666 | When is enabled, you can move your mouse pointer over a control, let go of the mouse, and then wait for a while before the button will be clicked for you. | যেতিয়া হভাৰ ক্লিক সামৰ্থবান কৰা থাকে, আপুনি আপোনাৰ মাউছ পইন্টাৰক এটা নিয়ন্ত্ৰণৰ ওপৰত লৈ, মাউছ এৰি দিব, তাৰ পিছত অলপ অপেক্ষা কৰিব আৰু বুটামক আপোনাৰ বাবে ক্লিক কৰা হব। | asm_Beng |
12,667 | Or it could be that since the land available for cultivation was limited, the Egyptians despised those seeking pasture for flocks. | ( আদিপুস্তক ৪৬ : ৩৪) কিয় ঘৃণা কৰিছিল? | asm_Beng |
12,668 | I am trying. | ময়ো চেষ্টা কৰিছোঁ। | asm_Beng |
12,669 | What ongoing situation did Paul have to endure, and in what ways might such a situation affect us? | লক্ষ্য কৰক যে পাঁচনি পৌলৰ সৈতে কি ঘটিছিল । | asm_Beng |
12,670 | It is divided geographically into two parts. | ভূগোলক দুটা প্ৰধান ভাগত ভগোৱা হৈছে। | asm_Beng |
12,671 | The Bible can have a powerful influence on the hearts of former enemies | পূৰ্বৰ দুজন শত্ৰুৰ হৃদয়ত বাইবেলে এক শক্তিশালী প্ৰভাৱ পেলালে | asm_Beng |
12,672 | The list includes AIUDF president and Lok Sabha member Maulana Badruddin Ajmal, his brother and MP Sirajuddin Ajmal, AUIDF legislator Hafiz Bashir Ahmed Quasimi, and Congres MLA Nurul Huda. | এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমল, ভাতৃ সাংসদ চিৰাজউদ্দিন আজমল আৰু বিধায়ক পুত্রৰ আব্দুৰ ৰহিম আজমল লগতে প্রাক্তন বিধায়ক আব্দুল ৰহিম আজমলৰো নাম নোসোমাল, দলটোৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, ধুবুৰীৰ নজৰুল হক চৌধৰী, বিলাসীপাৰাৰ হাফিজ বছিৰ কাছিমী আৰু দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালোৰ৷ ৰূপহী সমষ্টিৰ প্রাক্... | asm_Beng |
12,673 | Rather, he centered his attention on the men and women who made his heart rejoice, those who made a real effort to please him because they loved him. Proverbs 27: 11. Hebrews 6: 10. 6, 7. | ( যোহন ১ : ১৪) কিহে তেওঁক অপৰিপূৰ্ণ মানৱজাতিৰ প্ৰতি এক সঠিক মনোবৃত্তি বজাই ৰাখিবলৈ সহায় কৰিলে? | asm_Beng |
12,674 | Jehovahs Witnesses show honor to their neighbors | যিহোৱাৰ সাক্ষীসকলে তেওঁলোকৰ চুবুৰীয়াৰ প্ৰতি সন্মান দেখুৱায় | asm_Beng |
12,675 | Two people have died. | দুজন মানুহৰ মৃত্যু হৈছে। | asm_Beng |
12,676 | I have conquered the world. JOHN 16: 33. In view of what awaited the Israelites in Canaan, what encouragement did they receive? | “ নিৰ্ভয় হোৱা. ময়েই জগতক জয় কৰিলোঁ । ” — যোহন ১৬ : ৩৩. | asm_Beng |
12,677 | As they travel through the district of Samaria, Jesus seizes an opportunity to give a thorough witness to a Samaritan woman. This paves the way for many Samaritans to become believers. | কিয়নো তেওঁৰ বাৰ্ত্তাই সকলোৰে হৃদয় স্পৰ্শ কৰে আৰু তেওঁলোকক উৎসাহিত কৰি তোলে । | asm_Beng |
12,678 | The priority of a process is given by its nice value. A lower nice value corresponds to a higher priority. | প্ৰক্ৰিয়াৰ প্ৰাথমিকতা nice মান দ্বাৰা নিৰ্ধাৰিত হয়। nice ৰ মান তুলনামূলকৰূপে কম হলে প্ৰক্ৰিয়াৰ প্ৰাথমিকতা মাত্ৰা বেশি হ'ব। | asm_Beng |
12,679 | Do you see how this issue touches your life? | এজন যিহোৱাৰ উপাসক হোৱাৰ বাবে আপুনি হয়তো বুজিব পাৰিছে যে ঈশ্বৰৰ ইচ্ছাৰ অনুসৰি চলিবলৈ কিমান পৰিশ্ৰম কৰিবলগীয়া হয়, কিন্তু তেনে পৰিশ্ৰম কৰাৰ ফলত পোৱা আশীৰ্ব্বাদসমূহ অসাধাৰণ । | asm_Beng |
12,680 | Start the selected volume | নিৰ্বাচিত ভলিউম আৰম্ভ কৰক | asm_Beng |
12,681 | Why, their heart had become hypocritical ! Although they had once entered a covenant with Jehovah as a people dedicated to him, he found them guilty of hypocrisy. What can we learn from this? | যদিও তেওঁলোকে এক সমৰ্পিত লোক হিচাপে যিহোৱাৰ সৈতে নিয়ম স্থাপিত কৰিছিল, তথাপিও যিহোৱাই তেওঁলোকক দোষী সাবস্ত্য কৰিছিল । | asm_Beng |
12,682 | The rebels should have known better than to challenge Moses authority. Not long before, Aaron and Miriam had done just that. | কিয়নো মাত্ৰ কিছু সময়ৰ আগতে হাৰোণ আৰু মিৰিয়মেও তেনে মনোবৃত্তি ৰখাৰ বাবে এক গম্ভীৰ পৰিণামৰ সম্মুখীন হ’ব লগা হৈছিল । | asm_Beng |
12,683 | The party is hopeful of putting up a good show in the upcoming Lok Sabha elections. | পঞ্চায়ত নিৰ্বাচনতো দলটোৱে ভাল ফল প্ৰদৰ্শন কৰিব বুলিও আশাবাদী বিধায়ক ইছলাম । | asm_Beng |
12,684 | He dreaded going to sleep at night, not knowing if he would wake up the next day. | এতিয়া তেওঁ সুখেৰে জীৱন - যাপন কৰিব পাৰিছে । | asm_Beng |
12,685 | Command to run when a mouse is connected. | মাউছ সংযুক্ত কৰা হ'লে সঞ্চালনৰ উদ্দেশ্যে চিহ্নিত আদেশ । | asm_Beng |
12,686 | When new ones begin to associate with the Christian congregation and wish to share in the ministry, they need training and direction. | আমি কি ধৰণে প্ৰচাৰ কাৰ্য্যৰ সম্বন্ধে থকা পাঁচনি পৌলৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ? | asm_Beng |
12,687 | Import Key | কি' ইমপোৰ্ট কৰক | asm_Beng |
12,688 | How were the meek ones blessed by the good news that Jesus preached? What blessings came to those who responded to the evangelizing work of Jesus first - century disciples? | এজন সাক্ষী ভাইক যেতিয়া সকলোকে প্ৰতিনিধিত্ব কৰি প্ৰাৰ্থনা কৰিবলৈ কোৱা হয় তেতিয়া তেওঁ তাত উপস্থিত থকা লোকসকলক কেনেকৈ সহায় কৰিলে? | asm_Beng |
12,689 | ( a) Why has Jehovah provided us with fine tools for Bible study? ( b) What is needed for proper Bible reading and study? | কেনেকৈ আমি আমাৰ ব্যক্তিগত অধ্যয়নক স্ফুৰ্ত্তি আৰু ফলদায়ক কৰি তুলিব পাৰোঁ? | asm_Beng |
12,690 | The decision was taken in view of security concerns. | সুৰক্ষাজনিত কাৰণত লোৱা হৈছিল এই সিদ্ধান্ত। | asm_Beng |
12,691 | Saba, 2 / 15 Share Good News With Deaf (Spain), 11 / 1 | বৰ্তমান সময়ত “বহুমূলীয়া মুকুতাৰ ” অন্বেষণ কৰা, ২ / ১ | asm_Beng |
12,692 | The psalmist fittingly sang: The law of Jehovah is perfect, bringing back the soul. The reminder of Jehovah is trustworthy, making the inexperienced one wise. | সেইবাবে গীতমালা লিখকে এইদৰে কৈছিল: “যিহোৱাৰ ব্যৱস্থা সিদ্ধ, প্ৰাণক সুস্থ কৰোঁতা. যিহোৱাৰ সাক্ষ্য বিশ্বাসযোগ্য, অজ্ঞানক জ্ঞান দিওঁতা । | asm_Beng |
12,693 | Rajinikanth was also named one of the most influential persons in South Asia by Asiaweek. | Asiaweek-ৰ দ্বাৰা ৰজনীকান্ত দক্ষিণ এছিয়াৰ সবাতোকৈ প্ৰভাৱশালী ব্যক্তি হিচাপে ঘোষিত হৈছিল। | asm_Beng |
12,694 | Not without my mother! | নাই কেৱল মাতৃ! | asm_Beng |
12,695 | Protest against Citizenship Amendment Act | নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰহাত অগপৰ অৱস্থান ধৰ্মঘট। | asm_Beng |
12,696 | Union Human Resource Development Minister Smt. Smriti Zubin Irani Confers National Prizes upon Winner Teams of Kala Utsav - 2015 | “কলা উৎসৱ-২০১৫”ৰ ৰাষ্ট্ৰীয় পুৰষ্কাৰ বিজয়ীসকলক বঁটা প্ৰদান মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী স্মৃতি ইৰাণীৰ | asm_Beng |
12,697 | They demand strictest punishment for the accused. | তেওঁলোকৰ দাবী দোষীক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। | asm_Beng |
12,698 | The deceased is survived by his wife and two children . | মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুটি সন্তানক এৰি থৈ গৈছে। | asm_Beng |
12,699 | Neither the symbolic heavens wicked governments nor the symbolic earth mankind alienated from God will survive the heat of Gods burning anger. | যদি দৈনন্দিন চিন্তাধাৰাই আমাৰ জীৱনত প্ৰথম স্থান লৈছে তেন্তে কি কৰা উচিত? | asm_Beng |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.