Unnamed: 0
int64
0
50.5k
source
stringlengths
1
1.85k
target
stringlengths
1
8.31k
lang
stringclasses
3 values
1,300
Rather, store up for yourselves treasures in heaven, where neither moth nor rust consumes, and where thieves do not break in and steal.
আমি প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাৰ প্ৰমুখ কাৰণটো কি?
asm_Beng
1,301
Commerce. business
ব্যৱসায়-বাণিজ্য
asm_Beng
1,302
Her mother was also a poet and writer.
তেওঁৰ মাতৃ ধৰিত্ৰী দেৱীও এগৰাকী লেখিকা আৰু সমাজকৰ্মী আছিল।
asm_Beng
1,303
Have you heard?
“শুনিছে বৰুৱা?
asm_Beng
1,304
The Lok Sabha elections in the state take place in the first phase.
বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন।
asm_Beng
1,305
You may need details such as the model number of your wireless adapter in subsequent troubleshooting steps.
পৰৱৰ্তী সমস্যামুক্তি স্তৰসমূহত আপোনাক বিৱৰণ যেনে আপোনাৰ বেতাঁৰ এডাপ্টাৰৰ আৰ্হি সংখ্যাৰ প্ৰয়োজন হব পাৰে।
asm_Beng
1,306
Adam and Eve were evicted from a section of the earth that was a paradise.
ই সচাঁকৈ এক সুসহ্য যুৱলী!
asm_Beng
1,307
your changes. Are you sure you want to proceed?
আপুনি নতুন একাউন্ট নিৰ্মাণ কৰিবলৈ ওলায়ছে । ইয়াৰ ফলত আপোনাৰ
asm_Beng
1,308
No, it can't be.
হ’ব পাৰে নহয়, হৈয়েই থাকে।
asm_Beng
1,309
Said Paul: I received from the Lord that which I also handed on to you, that the Lord Jesus in the night in which he was going to be handed over took a loaf and, after giving thanks, he broke it and said: This means my body which is in your behalf.
৩৩ চনত যীচু আৰু ১১ জন শিষ্যৰ সৈতে উপস্থিত নাছিল তথাপিও তেওঁ এই বিষয়ে আন কিছুমান পাঁচনিৰ পৰা জানিব পাৰিলে ।
asm_Beng
1,310
View MathML Source
MathML উৎস দৰ্শন কৰক
asm_Beng
1,311
( b) Why do many not choose the light? When a person comes out of dense darkness into the light, his eyes will likely need a little time to adjust.
পোহৰত চলি আমি যি জ্ঞান লাভ কৰিলোঁ, সেইয়ে আমাৰ জীৱনত কেনে পৰিৱৰ্ত্তন ঘটালে?
asm_Beng
1,312
Require additional authori_zation to mount
মাউন্ট কৰিবলে অতিৰিক্ত প্ৰমাণীকৰণৰ প্ৰয়োজন (_z)
asm_Beng
1,313
As I write
ধৰিলে কেনেকৈ লিখিম
asm_Beng
1,314
By Last Visited
শেহতীয়াভাৱে ভ্ৰমণ কৰা
asm_Beng
1,315
India-Afghanistan Joint Statement during the visit of President of Afghanistan to India
আফগানিস্তানৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণকালত ভাৰত-আফগানিস্তানৰ যৌথ বিবৃতি
asm_Beng
1,316
Assam Chief Minister Sarbananda Sonowal has mourned the death of Mitra.
দিক্ষিতৰ মৃত্যুত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।
asm_Beng
1,317
Lower window below other windows
উইন্ডোটোক অন্য উইন্ডোৰ তলত নমাওক
asm_Beng
1,318
Not to be.
হ’বলৈ নাপালোঁ কথা।
asm_Beng
1,319
Likely, Paul wrote his letter to the Colossians about 27 years after the death of Jesus Christ. How could the preaching work have spread as far as Colossae in such a relatively short time?
সম্ভৱতঃ যীচুৰ মৃত্যুৰ ২৭ বছৰৰ পিছত পাঁচনি পৌলে কলচীয়া মণ্ডলীলৈ এই পত্ৰখন লিখিছিল ।
asm_Beng
1,320
Because he kept his mind focused on the hope ahead.
( ক) ঈশ্বৰক সেৱা কৰিবলৈ কিয় ধৈৰ্য্যশীল হোৱা আৱশ্যক?
asm_Beng
1,321
You have just inserted a blank HD DVD.
আপুনি এইমাত্ৰ এটা ৰিক্ত HD DVD সুমুৱাইছে।
asm_Beng
1,322
Has Entry
এন্ট্ৰি আছে
asm_Beng
1,323
Dr. Jitendra Singh told the business leaders that North east has a huge unexplored potential which, if optimally utilized, can turn the region into a trade hub not only for India, but also for countries across the eastern border.
ড০ সিঙে ব্যৱসায়িক নেতাসকলক কয় যে উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগৰ বৃহৎ সম্ভাৱনা আছে আৰু এই সম্ভাৱনাক সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে, উত্তৰ-পূৰ্বাঞ্চল কেৱল ভাৰতৰে নহয় সীমান্তৱৰ্তী দেশসমুহৰো বাণিজ্যিক কেন্দ্ৰ হৈ পৰিব৷
asm_Beng
1,324
But what are the ways in which companies can actually do this?
কিন্তু প্রকৃততে নিগম-পৰিষদসমূহে কাম কৰিব পাৰিছেনে?
asm_Beng
1,325
It is essential to pursue success in life.
জীৱনত সফলতা লাভ কৰিবলৈ কঠোৰ শ্ৰম কৰা জৰুৰী বুলি কয়।
asm_Beng
1,326
This includes the new commandment to show self - sacrificing love and also the order Christ gave after his resurrection to preach to the people and to give a thorough witness, endeavoring to make disciples of those who accept the good news. Acts 10: 42. Matthew 28: 19, 20.
সেই আজ্ঞা পালন কৰাত নিস্বাৰ্থ প্ৰেমৰ যি নতুন আজ্ঞা, যীচুৱে নিজৰ পুনৰুত্থানৰ পাছত শিষ্যসকলক, “জনসাধাৰণৰ আগত...
asm_Beng
1,327
Our being greedy also indicates that we do not trust that God will follow through on his promise to supply what we need. Greed, then, amounts to a turning away from God.
লোভীয়া হোৱাটোৱে এইটোও প্ৰকাশ কৰে যে আমি আমাৰ আৱশ্যকতাসমূহ পূৰণ কৰিবলৈ কৰা ঈশ্বৰৰ প্ৰতিজ্ঞাত ভৰসা নকৰোঁ ।
asm_Beng
1,328
How? The husband and his wife were spending up to three hours each day commuting to and from work.
যিহেতু তেওঁলোকে প্ৰতিদিনে চাকৰিলৈ অহা - যোৱা কৰাৰ বাবে প্ৰায় তিনি ঘন্টা সময় অতিবাহিত কৰিবলগীয়া হয় ।
asm_Beng
1,329
But it is just that.
কিন্তু অকলে মোক কিয় কৈ আছে।
asm_Beng
1,330
Some were able to make a reasonable living by using high quality mill yarn and catering to the luxury market.
কিছুমানে উচ্চ মানদণ্ডৰ মিলৰ সূতা ব্যৱহাৰ কৰি আৰু বিলাসী বজাৰৰ বাবে পৰিৱেশ সৃষ্টি কৰি যুক্তিসঙ্গত জীৱন যাপন কৰিবলৈ সক্ষম হৈছিল।
asm_Beng
1,331
Displayed hour
প্ৰদৰ্শিত ঘন্টা
asm_Beng
1,332
Correcting Faulty Attitudes
‘ বিশ্বাসী বুদ্ধিমান দাসে ’ প্ৰৱন্ধ কৰা প্ৰকাশনৰ যোগেদি প্ৰাৰ্থনাপূৰ্বক ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰাৰ দ্বাৰা সঠিক মনোভাবক বিকাশিত কৰি “আন্তৰিকৰূপে গঢ় ” দিবলৈ সহায় কৰে ।
asm_Beng
1,333
Gone will be prisons, police stations, sexually transmitted diseases, drug czars, divorce courts, bankruptcy proceedings, and terrorism. Psalm 37: 29. Isaiah 33: 24. Revelation 21: 3 - 5.
আমি কেনেকৈ “মানুহৰ কালৰ ” সমাপ্তি আৰু দৈৰ্ঘ্যতাৰ আৰম্ভণিৰ বিষয়ে বিবেচনা কৰিব পাৰোঁ?
asm_Beng
1,334
In the meantime, while we await the end of human suffering, our loving Father, Jehovah, watches over us.
খ্ৰীষ্টান ভাতৃত্ব সমাজক দৃঢ় কৰিবলৈ আমাৰ ওচৰত কেনে সুযোগবোৰ আছে?
asm_Beng
1,335
Cornelius, an uncircumcised Gentile, was not dedicated to Jehovah.
কৰ্ণালিয় এজন অচূন্নত আৰু যিহোৱালৈ সমৰ্পিত নকৰা ব্যক্তি আছিল ।
asm_Beng
1,336
border crossing
সীমান্ত কোঁৱৰ
asm_Beng
1,337
Take it from there.
তাৰ পৰা লৈ ল’ম।
asm_Beng
1,338
[ Picture on page 18]
[ ১৮ পৃষ্ঠাৰ ছবি]
asm_Beng
1,339
How did you get into the world of films?
ফটাঢোল : আপুনি চিনেমা জগতলৈ কেনেকৈ আহিল?
asm_Beng
1,340
From the Bible, I learned that all those years spent fighting were wasted
“ মই বাইবেলৰ পৰা জানিব পাৰিলোঁ যে মই যিমান সময় যুদ্ধত ব্যয় কৰিলো, সেই সকলোবোৰ অৰ্থহীন আছিল । ”
asm_Beng
1,341
Divine wrath would also be unleashed upon those trying to mix true worship with false religion by making sworn oaths to Jehovah and by Malcam.
ইয়াত উল্লেখ কৰা মল্‌কম হৈছে অম্মোনীয়াবিলাকৰ প্ৰধান দেৱতা, যাক মোলক নামেৰেও জনা যায় ।
asm_Beng
1,342
Prime Minister Narendra Modi expressed his grief via a tweet.
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰৰ জৰিয়তে শোক প্ৰকাশ কৰে।
asm_Beng
1,343
These examples well illustrate what is called biomimetics, the field of science that seeks to mimic designs found in nature.
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাইট ভাতৃদ্বয়ে আকাশত উৰি ফুৰা ডাঙৰ চৰাইবোৰক অধ্যয়ন কৰি উৰাজাহাজ নিৰ্ম্মাণ কৰিছিল ।
asm_Beng
1,344
Furthermore, the work included making disciples of people and then baptizing them.
ইয়াৰ ওপৰিও, এই কাৰ্য্যত শিষ্য বনোৱা আৰু বাপ্তিষ্মা দিয়াও সন্মিলিত আছিল ।
asm_Beng
1,345
In reply Jesus told him, not who his neighbor was, but what makes a real neighbor. You are likely familiar with Jesus illustration.
উত্তৰত যীচুৱে কৈছিল যে চুবুৰীয়া নো কোন তাক জনাতকৈ কিহে প্ৰকৃত চুবুৰীয়া হোৱাৰ পৰিচয় দিয়ে, সেই বিষয় জনাটো অধিক গুৰুত্বপূৰ্ণ ।
asm_Beng
1,346
Moreover, prices of petrol and diesel have fallen.
আনহাতে, পেট্ৰ’লৰ লগতে ডিজেলৰ দামো বৃদ্ধি পোৱা দেখা গ’ল।
asm_Beng
1,347
This adds to the evidence that holy spirit is at work in the lives of those serving God.
( গালাতীয়া ৫ :⁠ ২২, ২৩) ভৱিষ্যতবক্তা মলাখীয়ে কৰা ভৱিষ্যতবাণীৰ পৰিপূৰ্ণতাক আজি আমি স্পষ্টকৈ দেখা পাইছোঁ ।
asm_Beng
1,348
Everyone has been trying to help.
সকলোৱেই মোক সহায় কৰিবলৈ আগবাঢ়ি আহিল।
asm_Beng
1,349
No sessions for %s available for reauthentication
পুনৰপ্ৰমাণীকৰণৰ কাৰণে %s ৰ বাবে কোনো অধিবেশন উপলব্ধ নাই
asm_Beng
1,350
Erected on the banks of the River Narmada in Gujarat, the structure is twice the height of the Statue of Liberty in the US.
গুজৰাটত নৰ্মদা নদীৰ ওপৰত স্থাপিত এই ‘ষ্টেছু অৱ ইউনিটি’ৰ উচ্চতা আমেৰিকাৰ ষ্টেছু অৱ লিবাৰ্টিতকৈ দুগুণ ।
asm_Beng
1,351
If they have persecuted me, they will persecute you also. if they have observed my word, they will observe yours also. John 15: 20.
তেওঁবিলাকে যদি মোকেই তাড়না কৰিলে, তেন্তে তোমালোককো তাড়না কৰিব. মোৰ বাক্য যদি পালন কৰিলে, তেন্তে তোমালোকৰ বাক্যও পালন কৰিব । ” ​ —⁠ যোহন ১৫ :⁠ ২০.
asm_Beng
1,352
Image type '%s' is not supported
প্ৰতিমুৰ্তিৰ ধৰণ '%s' অসমৰ্থিত
asm_Beng
1,353
How many milliseconds it takes to go from 0 to maximum speed.
০ পৰা সৰ্বাধিক গতিলে যাওতে কিমান মিলিছেকেণ্ড সময় লাগে।
asm_Beng
1,354
What is Gods greatest gift to mankind, and what is one way to show appreciation for it?
নতুন নিয়মে অভিষিক্ত খ্ৰীষ্টানসকলৰ জীৱনত কেনে ভূমিকা আদায় কৰে?
asm_Beng
1,355
Whether the actor contains the pointer of an input device
অভিনায়কে এটা ইনপুট ডিভাইচৰ পোইন্টাৰ অন্তৰ্ভুক্ত কৰে নে
asm_Beng
1,356
But I do not think there is any problem here.
কিন্তু মই নাভাবো যে ইয়াত কোনোধৰণৰ সমস্যা আছে।
asm_Beng
1,357
To the shepherd, the Shulammites moral purity and loveliness were like such a garden of rare beauty.
[ অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
asm_Beng
1,358
The use of pesticides in the agricultural ecosystem is a serious cause of concern.
কৃষি বাস্তুতন্ত্রত কীটনাশক আজি দুশ্চিন্তাৰ বিষয় হৈ উঠিছে।
asm_Beng
1,359
Kidney disease
কিডনিৰ পাথৰ হোৱা ৰোগ
asm_Beng
1,360
None of the deceased has been identified yet.
মৃত লোক কেইজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই।
asm_Beng
1,361
Jehovah also assured Joshua: Nobody will take a firm stand before you all the days of your life.... I shall prove to be with you.
( দ্বিতীয় বিবৰণ ৩১ :⁠ ৬) তদুপৰি যিহোৱাই যিহোচুৱাকো আশ্বাস দি এইদৰে কৈছিল: “তোমাৰ জীৱনৰ গোটেই কালত তোমাৰ আগত কোনো লোক থিয় হব নোৱাৰিব....
asm_Beng
1,362
document presentation
দস্তাবেজ পৰিৱেশন
asm_Beng
1,363
Political gains
ৰাজনৈতিক মুনাফাৰ …
asm_Beng
1,364
D_on't Save
সংৰক্ষণ নকৰিব (_o)modificationreading
asm_Beng
1,365
To roll back or not?
পুনৰ বোৱাব নে ভেটিব?
asm_Beng
1,366
They also burned effigies of Prime Minister Narendra Modi and Chief Minister Sarbananda Sonowal.
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ।
asm_Beng
1,367
The only way to survive this is to acquire knowledge and skills, and learn to innovate.
ইয়াৰ পৰা হাত সৰাৰ একমাত্ৰ উপায় হ’ল জ্ঞান আৰু দক্ষতা অৰ্জন কৰা আৰু নতুনত্বক আঁকোৱালি লোৱা।
asm_Beng
1,368
Disable GL Pixel Buffers
GL পিক্সেল বাফাৰসমূহৰ ব্যৱহাৰ অসামৰ্থবান কৰক
asm_Beng
1,369
Do you make it a point not to miss meetings? Are you trying your best to be on hand for every session of our assemblies and conventions?
ফলস্বৰূপে, জন্মৰ পাছত যেতিয়া যীচুক শিশু অৱস্থাত আৰাধনালয়ত অনা হৈছিল সেই মহিলা গৰাকীয়ে তেওঁক দেখিব পাৰিলে ।
asm_Beng
1,370
What does Jehovah require of those who worship him?
“ যিহোৱাৰ পৰ্ব্বতটোলৈ কোনে উঠি যাব পাৰে?
asm_Beng
1,371
Please ensure, that as a country, we keep pace with these emerging technologies and innovations.
এইবোৰ নতুন প্ৰযুক্তি তথা উদ্ভাৱনী ক্ষেত্ৰত এখন দেশ হিচাপে আমি আমাৰ দৃঢ় পদক্ষেপ আগবঢ়োৱাতো নিশ্চিত কৰাৰ বাবে আপোনালোকে ভূমিকা গ্ৰহণ কৰক।
asm_Beng
1,372
How can we be?
কেনেকুৱানো হ’ব পাৰে আমাৰ অসমখন?
asm_Beng
1,373
No shortage
অভাৱ নাই ।
asm_Beng
1,374
Sad to say, some have begun to give in under the pressures of life, neglecting their spiritual responsibilities.
যীচুৰ সময়ত থকা ভাৰাক্ৰান্ত লোকসকলক উদ্দেশ্য কৰি তেওঁ কি কৈছিল, সেই বিষয়ে বিবেচনা কৰক ।
asm_Beng
1,375
Would you please tell us about your childhood?
আমি: আপোনাৰ শৈশৱ কালৰ বিষয়ে আমাক জনাব নেকি?
asm_Beng
1,376
Viewed from this standpoint, human prospects for winning the battle against evil are less than favorable.
যিহিষ্কেল ৩৮ অধ্যায়ত ‘ মাগোগদেশীয় গোগৰ ’ এই আক্ৰমণক চৌদিশৰ পৰা হোৱা আক্ৰমণ বুলি উল্লেখ কৰিছে ।
asm_Beng
1,377
Tertullian added: Now, I ask you, what sort of a thing is it, that when you are confident [that Christians] will turn with horror from animals blood, you should suppose them greedy for human blood?
এই মিছা অভিযোগক খণ্ডন কৰি টাৰ্টুলিয়ানে আগলৈ এইদৰে কৈছিল: “মই সুধিছোঁ যে, যদি [খ্ৰীষ্টানসকলক] জীৱ - জন্তুৰ তেজ পান কৰিবলৈ নিষেধ কৰা হৈছে বুলি আপোনালোকে বিশ্বাস কৰে, তেনেস্থলত কেনেকৈ ক’ব পাৰে যে তেওঁলোকে মানুহৰ তেজ পান কৰে? ”
asm_Beng
1,378
An alternate aircraft has been arranged to accomodate the passengers.
যাত্ৰীসকলৰ বাবে পিছত ব্যৱস্থা কৰা হয় এখন পৃথক বিমানৰ।
asm_Beng
1,379
In what sense may you hear a word behind you from your Grand Instructor?
এই বাক্যটোৱে দাঙি ধৰা ছবি আমাৰ বাবে কেনেকৈ প্ৰযোজ্য হয়?
asm_Beng
1,380
File '%s' is not a regular file or directory.
'%s' নামক ফাইল সাধাৰণ ফাইল অথবা পঞ্জিকা নহয়।
asm_Beng
1,381
Jehovahs Will in Heaven How was Gods will being done long before Satans rebellion took place?
তেতিয়াৰ পৰা চয়তান আৰু তাৰ দূতবিলাকৰ বাবে স্বৰ্গৰ দুৱাৰ বন্ধ কৰা হ’ল ।
asm_Beng
1,382
That is what I am.
যিটো ইষ্টদেৱ মোৰ৷
asm_Beng
1,383
Better Rail connectivity to North East & Jammu and Kashmir
উত্তৰ-পূব আৰু জম্মু আৰু কাশ্মীৰলৈ উন্নত ৰে’ল সেৱা
asm_Beng
1,384
Isnt this inhuman?
এয়া মানৱতাৰ জয় নহয়নে?
asm_Beng
1,385
[ Pictures on page 31]
[ ২১ পৃষ্ঠাৰ ছবি]
asm_Beng
1,386
Indian Government and Politics
ভাৰতীয় গণতন্ত্র আৰু ৰাজনৈতিক শিষ্টাচাৰ
asm_Beng
1,387
The location of the file.
ফাইলৰ অৱস্থান।
asm_Beng
1,388
Show date in clock
ঘড়িত তাৰিখ দেখুৱাওক
asm_Beng
1,389
You dont worry about me.
আপুনি মোৰ কথা অলপো চিন্তা নকৰে।
asm_Beng
1,390
Our decision to join the international North South Transport Corridor, the Chabahar Agreement, and Ashgabat Agreement reflects this desire and intent.
আন্তঃৰাষ্ট্ৰীয় উত্তৰ দক্ষিণ পৰিৱহণ কৰিডৰ, চাবাহাৰ চুক্তি আৰু আশগাবাদ বুজাবুজি চুক্তিত অংশ লোৱাৰ আমাৰ সিদ্ধান্তই এই ইচ্ছা আৰু আকাংক্ষাক প্ৰতিফলিত কৰে।
asm_Beng
1,391
Cautious criticism by BJP
বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা।
asm_Beng
1,392
Nobody can come down.
কোনো কাৰো ঘৰলৈ যাব নোৱাৰা হ’লোঁ।
asm_Beng
1,393
The file is not a regular file or is not a text file.
নথিপত্ৰ সাধাৰণ নথিপত্ৰ বা টেক্সট নথিপত্ৰ নহয় ।
asm_Beng
1,394
However, it is not the case in Assam.
কিন্তু,অসম অথবা বাঘজানৰ ক্ষেত্ৰত সেয়া নহ'ল।
asm_Beng
1,395
Paul referred to another public service when he wrote: Even if I am being poured out like a drink offering upon the sacrifice and public service to which faith has led you, I am glad and I rejoice with all of you.
যীচুক জনাৰ বাবে আমি কিমান যে সুখী, কিয়নো তেওঁ এনে এজন পৰিচৰ্য্যাকাৰী যাৰ যোগেদি যিহোৱাই আমাৰ উপাসনা গ্ৰহণ কৰে! ​ —⁠ যোহন ১৪ :⁠ ৬.
asm_Beng
1,396
Jointly developed...
একত্ৰিত হৈ বিকাশ অনাৰ .
asm_Beng
1,397
What scriptures can be used effectively?
এই বিষয়ে পাঁচনি পৌলে এইদৰে আশ্বাস দি কৈছিল: “কিয়নো ঈশ্বৰৰ বাক্য জীয়া, কাৰ্য্য - সাধক, আৰু আটাই দুধৰীয়া তৰোৱালতকৈয়ো চোকা, প্ৰাণ আৰু আত্মা, গাঁঠি আৰু মজ্জা, এই সকলোকে ভেদ কৰালৈকে বিন্ধোতা আৰু মনৰ ভাবনা আৰু অভিপ্ৰায়কো চিনোতা । ”
asm_Beng
1,398
I have not read the book.
“কিতাপৰ কথা নুশুনাবি মোক।
asm_Beng
1,399
The partition type as a 8-bit unsigned integer
এটা 8-bit অস্বাক্ষৰীত পূৰ্ণসংখ্যা হিচাপে বিভাজন ধৰণ
asm_Beng