Unnamed: 0 int64 0 50.5k | source stringlengths 1 1.85k ⌀ | target stringlengths 1 8.31k ⌀ | lang stringclasses 3
values |
|---|---|---|---|
13,200 | A table cell was implicitly closed, but there were open elements. | এটা টেবুল কোষ নিহিতভাৱে বন্ধ কৰা হৈছিল, কিন্তু মুক্ত উপাদানসমূহ থাকি গৈছিল। | asm_Beng |
13,201 | South America. | দক্ষিণ আমেৰিকালৈ যাওক। | asm_Beng |
13,202 | The region is one of the wettest regions of India. | এই জিলা ভাৰতৰ সৰ্বাধিক বৰষুণ হোৱা জিলাসমূহৰ ভিতৰত অন্যতম৷ জিলাখনৰ প্ৰধান উপত্যকা অঞ্চল হৈছে দিহিং উপত্যকা৷ | asm_Beng |
13,203 | Can redo | পুনৰাবৃত্তি কৰিব পাৰি | asm_Beng |
13,204 | He was not a BJP leader. | বাজপেয়ী কেৱল বিজেপিৰ নেতা নাছিল। | asm_Beng |
13,205 | 53 students from Sikkim and Ladakh, who are part of two ITBP excursion groups visiting different parts of India, called on Prime Minister Narendra Modi today. | আই টি বি পিৰ শিক্ষামূলক ভ্ৰমণত অংশ লৈ ভাৰতৰ বিভিন্ন স্থানলৈ যাবলৈ ওলোৱা ছিক্কিম আৰু লাডাখৰ দুটা দলৰ ৫৩ জন ছাত্ৰৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সাক্ষাৎ কৰে। | asm_Beng |
13,206 | A new era had begun. | নতুন শাসন ব্যৱস্থা আৰম্ভ হৈছিল। | asm_Beng |
13,207 | Could not display help: %s | সহায় প্ৰদৰ্শন কৰা নগল: %s | asm_Beng |
13,208 | He knows every detail about you, including the number of the very hairs of your head. | তেন্তে আহঁক আমি সকলো প্ৰকাৰৰ ধৰ্ম্মচ্যুত বিষয়বোৰৰ পৰা আঁতৰি থাকোঁহঁক । | asm_Beng |
13,209 | How can we help | কিদৰে সহায় কৰিব পাৰো আমি? | asm_Beng |
13,210 | What is their say? | কোনেনো ভাৱে তেওঁলোকৰ কথা? | asm_Beng |
13,211 | -In all scholarship, Fellowship, Coaching and Skill Development programmes, minimum 30% seats have been earmarked for minority girls/ women. | - সকলোধৰণৰ জলপানি, ফেল’শ্বিপ, কোচিং, দক্ষতা উন্নয়ন আঁচনিৰ ক্ষেত্ৰতে 30% আসন সংখ্যালঘু মহিলা/ছোৱালীৰ বাবে সংৰক্ষণ কৰা হৈছে৷ এই 30% কেৱল প্ৰাৰম্ভিক পৰ্যায়ৰ বাবেই৷ মন্ত্ৰালয়ে সংখ্যালঘু মহিলা/ছোৱালীৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে৷ | asm_Beng |
13,212 | Former Jammu and Kashmir chief and PDP chief Mehbooba Mufti. | জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিডিপি নেত্ৰী মেহবুবা মুফতীৰ ভোটদান। | asm_Beng |
13,213 | Rather, all are united by their worship of the Universal Sovereign, Jehovah God. | কিয়নো তেওঁলোকে জানে যে সেইবোৰ স্থায়ী নহয় । | asm_Beng |
13,214 | Someones playing the drums. | কোনোৱে ঢোপ খেলিছে। | asm_Beng |
13,215 | The host name has changed | গৃহস্থ-নাম পৰিবৰ্তিত হৈছে | asm_Beng |
13,216 | He received a bachelor's degree from Delhi University. | দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। | asm_Beng |
13,217 | Jehovah Sets Matters Straight In your own words, how would you describe the prophecy recorded at Micah 4: 1 - 4? | যদি আমি ঈশ্বৰৰ অনুগ্ৰহপ্ৰাপ্ত হ’ব বিচাৰিছোঁ তেন্তে তেওঁৰ নামেৰে চলা অতি আৱশ্যক । | asm_Beng |
13,218 | We have made progress on improving the ease of doing business. | ব্যৱসায় পৰিচালনা সহজ কৰি তুলিবলৈও আমি পদক্ষেপ লৈছো। | asm_Beng |
13,219 | They consulted UNICEF teams, NGOs, and government people and carried out hundreds of focus groups and individual interviews through out the region to arrive at the characters, names, backgrounds and stories. | তেওঁলোকে চৰিত্ৰসমূহ, সেইবোৰৰ নাম, পটভূমি আৰু কাহিনী নিৰ্ধাৰণ কৰিবৰ বাবে ইউনিছেফ বিভিন্ন দল, বেচৰকাৰী সংগঠন আৰু চৰকাৰী লোকসকলৰ সৈতে আলোচনা-বিলোচনা কৰাৰ লগতে অঞ্চলটোত বহুতো ফোকাছ গ্ৰুপ আৰু ব্যক্তিগত সাক্ষাৎকাৰ অনুষ্ঠিত কৰিছিল। | asm_Beng |
13,220 | The package that is being modified was not found on your system or in any package source. | পৰিবৰ্তনৰ বাবে চিহ্নিত পেকেইজ আপোনাৰ চিস্টেম অথবা অন্য কোনো পেকেইজ উৎসত পোৱা নগল। | asm_Beng |
13,221 | How did Amos react to the opposition from Amaziah? How did Amos react to Amaziahs opposition? | আমোচ কোন আছিল আৰু বাইবেলে তেওঁৰ বিষয়ে কেনে পৰিচয় দাঙি ধৰিছে? | asm_Beng |
13,222 | How is God greater than our hearts, and in what way does he know all things ? Admittedly, it can be difficult to quell feelings of discouragement if these are deeply ingrained. | যদি নিৰুৎসাহী ভাৱনাই দকৈ আমাৰ হৃদয়ত বাঁহ লৈছে, তেন্তে ইয়াক আঁতৰ কৰাটো ইমান সহজ নহ’ব । | asm_Beng |
13,223 | Plugin Manager View | প্লাগিন ব্যৱস্থাপক দৰ্শন | asm_Beng |
13,224 | Why are you so afraid? | অণিমাঃ সেইদৰে ভয় দেখুৱাইছে কিয়? | asm_Beng |
13,225 | Packer, were built to live in dependence on God and mutual dependence on each other. | পেকাৰে এইদৰে কয় যে, “আমাক, ঈশ্বৰ আৰু ইজনে - সিজনৰ অন্তৰঙ্গতাৰ ওপৰত নিৰ্ভশীল হৈ জীয়াই থাকিবলৈ সৃষ্টি কৰা হৈছে । ” | asm_Beng |
13,226 | I know that I am hearing the truth, and it has made our marriage much stronger. | ( ১ থিচলনীকীয়া ৪ : ৯) সঁচাকৈ যিসকল “যিহোৱাৰ দ্বাৰা শিক্ষিত ” তেওঁলোকে পৰস্পৰে প্ৰেম কৰে । | asm_Beng |
13,227 | It is important that the poor and the middle class gets access to affordable medicines, he added. | দুখীয়া আৰু মধ্যবিত্ত শ্রেণীৰ লোকসকলে যাতে সুলভ মূল্যত ঔষধ লাভ কৰে, সেই ক্ষেত্ৰত প্রধানমন্ত্রীয়ে গুৰুত্ব আৰোপ কৰে। | asm_Beng |
13,228 | Why are you looking like that? | চোৱাচোন মোক কেনে লাগিছে। | asm_Beng |
13,229 | """""It was exhilarating." | ” “সেইটোৱেই তো আচৰিত কৰি দিলে। | asm_Beng |
13,230 | ( b) Why may those who give encouragement sometimes be in need of receiving it? All who are devoted to Jehovah and who are loyal to him experience persecution of some sort. | পৰৱৰ্তী লেখত আলোচনা কৰা হৈছে যে আমি কেনেকৈ এই উভয়কে শান্ত্বনা দিব পাৰোঁ । | asm_Beng |
13,231 | Others seek to suppress such stress, only to find that it spills over into other areas of life, most commonly the family. | কৰ্ম্ম সম্বন্ধীয় বহুতো কাৰণে মানসিক চাপ বৃদ্ধি কৰিব পাৰে । | asm_Beng |
13,232 | Does it not bring joy to our hearts to have such ones in our midst? | [ অধ্যয়নৰ বাবে প্ৰশ্নসমূহ] | asm_Beng |
13,233 | Madhu Mantena, Vishu Induri, Kabir Khan and Sajid Nadiadwala are producing the film | ৮৩ ছবিখনক মধু মন্তেনা,বিষ্ণু ইন্দুৰী,কবীৰ খান আৰু চাজিদ নাডিয়াৱালাই প্ৰযোজনা কৰিছে ৷ অনাগত বৰ্ষৰ ১০ এপ্ৰিলত এই ছবিখন মুক্তি লাভ কৰিব ৷ ইফালে ছবি খনৰ মুক্তি লাভ কৰা তাৰিখ দুবাৰ পৰিৱৰ্তন কৰিছিল ৷ ইফালে ৰনৱীৰ সিঙে যশৰাজ ফিল্মৰ অন্য এখন ছবিৰ কাৰণে সাজু হৈছে ৰনৱীৰ সিং ৷ | asm_Beng |
13,234 | Low Disk Space notification threshold | কম ডিস্কৰ মাপ সম্পৰ্কে সতৰ্কবাৰ্তাৰ প্ৰান্তিকমান | asm_Beng |
13,235 | Whether the image should be extrapolated on zoom-in or not. This leads to blurry quality and is somewhat slower than non extrapolated images. | ছবি প্ৰদৰ্শনৰ মাত্ৰা বৃদ্ধিৰ সময় ছবি বিক্ষিপ্ত কৰা হ'ব নে নহয় । ইয়াৰ ফলত ছবি ধোঁৱা চোৱা হয় আৰু বিক্ষিপ্ত নকৰা ছবিৰ তুলনাত অধিক সময় ব্যয় হয় । | asm_Beng |
13,236 | He has made it possible for humans everywhere to learn and speak the one and only pure language. | এইটো ঠিক ভৱিষ্যতবক্তা চফনিয়াৰ দ্বাৰা প্ৰতিজ্ঞা কৰা অনুসাৰে সম্পূৰ্ণ হৈছে । | asm_Beng |
13,237 | Edit the current image using %s | বৰ্ত্তমানৰ ছবিক %s ব্যৱহাৰ কৰি সম্পাদন কৰক | asm_Beng |
13,238 | Add files to the archive | আৰ্কাইভত ফাইলসমূহ যোগ কৰক | asm_Beng |
13,239 | This was the beginning of a chain of events that unmistakably betrayed his lack of humility. | কি ধৰণে যিহোৱাই নম্ৰতা হোৱাৰ প্ৰমাণ দিলে? | asm_Beng |
13,240 | Everyone is afraid. | সকলোৱে মোলৈ ভয় কৰে। | asm_Beng |
13,241 | NIA Raids Peasant Leader Akhil Gogoi's Residence in Guwahati | গুৱাহাটীৰ NIAৰ আদালতত হাজিৰ কৃষক নেতা অখিল গগৈ | asm_Beng |
13,242 | Set the filter, e.g. installed | ফিল্টাৰ নিৰ্ধাৰণ কৰক, যেনে সংস্থাপিত | asm_Beng |
13,243 | ( a) The early Christians were advocates of what government? ( b) How have true followers of Christ applied the words of Isaiah 2: 4 in their lives? | আন আন পৃষ্ঠভূমিৰ পৰা অহা স্বত্বেও যিহোৱাৰ সাক্ষীসকলে একত্ৰিত হৈ সত্য উপাসনাত ভাগ লৈছে । | asm_Beng |
13,244 | Getting packages | সৰঞ্জাম প্ৰাপ্ত কৰা হৈছে | asm_Beng |
13,245 | But theres no point being scared. | কিন্তু এইক্ষেত্ৰত আতংকিত হোৱাৰ কোনো কাৰণ নাই। | asm_Beng |
13,246 | Chinese Foreign Ministry spokesperson Hua Chunying also said the recent tests showed that the water quality met the standards of Class III water. | চীনা বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ হুৱা চুনইঙে লগতে জনায় যে শেহতীয়া পৰীক্ষা অনুযায়ী ব্ৰহ্মপুত্ৰৰ পানীৰ মান তৃতীয় শ্ৰেণীৰ (Class III)। | asm_Beng |
13,247 | Last month, Airtel announced that it had launched this service for its customers in Delhi, Mumbai, Tamil Nadu, Kolkata and Andhra Pradesh. | এয়াৰটেলে যোৱা মাহত দিল্লী, মুম্বাই, তামিল নাদু, ক’লকাতা আৰু অন্ধ্ৰ প্ৰদেশত এই সেৱা মুকলি কৰিছিল। | asm_Beng |
13,248 | In yourself. | কৰো নিজৰ ভিতৰতে। | asm_Beng |
13,249 | ?Do ask the question. | ’ বুলিও প্ৰশ্ন কৰে। | asm_Beng |
13,250 | He dedicated the 5 MMTPA capacity Ennore LNG Terminal to the nation. | প্ৰধানমন্ত্ৰীয়ে ৫এমএমটিপিএ সামৰ্থ্যৰ এন্ন’ড় এলএনজি টাৰ্মিনেলটো দেশবাসীলৈ উছৰ্গা কৰে। | asm_Beng |
13,251 | When war erupted between two republics of the former Yugoslavia in the early part of the 1990 s, a journalist wrote: We lived happily together for many years and now it has come to killing each others babies. | ১৯৯০ চনৰ আৰম্ভণীত পূৰ্বৰ য়ুগ’শ্লাভিয়াত যেতিয়া দুখন গণতন্ত্ৰ দেশৰ মাজত হঠাতে যুদ্ধ হৈছিল, তেতিয়া সেই সম্পৰ্কে এগৰাকী মহিলা সাংবাদিকে এইদৰে লিখিছিল: “আমি বহু সময়ৰ পৰা একেলগে আনন্দেৰে বাস কৰিছিলোঁ, কিন্তু এতিয়া আমি ইজনে সিজনৰ শিশুবোৰক হত্যা কৰিছোঁ । | asm_Beng |
13,252 | If the screensaver is active then deactivate it (un-blank the screen) | হলো সক্ৰিয় | asm_Beng |
13,253 | This led to the death of a man and two others were injured. | যাৰ ফলত এজন ব্যক্তিৰ মৃত্যু হোৱাৰ উপৰিও আন দুজন গুৰুতৰ ভাবে আহত হয়। | asm_Beng |
13,254 | The user will be able to see what files are in the folder, but will not be able to open, create, or delete files. | ব্যৱহাৰকাৰীয়ে ফোল্ডাৰত থকা ফাইলসমূহ চাব পাৰিব, কিন্তু ফাইলসমূহ খোলিব, সৃষ্টি কৰিব, অথবা মচিব নোৱাৰিব। | asm_Beng |
13,255 | She earned her doctorate in x-ray crystallography of clay minerals. | তেখেতে ভূ-খনিজৰ ৰঞ্জন-ৰশ্মিৰ ক্ৰিষ্টেলোগ্ৰাফী(x-ray crystallography of clay minerals)ত ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে। | asm_Beng |
13,256 | Left margin: | বাওঁফালৰ প্ৰান্তৰেখা | asm_Beng |
13,257 | Use a custom background color | স্বনিৰ্বাচিত পটভূমিৰ ৰঙ ব্যৱহাৰ কৰা | asm_Beng |
13,258 | Make sure important data is backed up. This action cannot be undone. | "বিভাজন %d, ""%s""-ত উপস্থিত আছে । এই এক্সটেন্ডেড বিভাজনত উপস্থিত সকলো বিভাজন আৰু তথ্য স্থায়ীৰূপে বৰ্জন কৰা হ'ব ।" | asm_Beng |
13,259 | What is to be done in this situation? | এই ক্ষেত্ৰত আছুৰ স্থিতি কি হোৱা উচিত? | asm_Beng |
13,260 | The exchanged information include identification, account and financial information. | বিনিময় কৰা তথ্যত জমাকৰ্তাৰ পৰিচয়, বেংক একাউণ্ট আৰু বিত্তীয় তথ্য অন্তৰ্ভুক্ত হৈ আছে। | asm_Beng |
13,261 | The Bible states that his murderous brother, Cain, originated with the wicked one, Satan the Devil. | অতি নিষ্ঠুৰভাৱে হত্যা কৰা ধাৰ্ম্মিক হেবলৰ বিষয়ে বিবেচনা কৰক । | asm_Beng |
13,262 | Why not? Human failings were just as evident in his new partnership as they had been in the old one. To make matters worse, his hasty and selfish decision got him into serious financial problems. | কিয়নো আগৰ গৰাকীৰ দৰে সেই একে দুৰ্ব্বলতাবোৰ মনিকাৰ ক্ষেত্ৰতো দেখা দিব ধৰিলে । | asm_Beng |
13,263 | Text to display | যি লিখা প্ৰদৰ্শন কৰা হ'ব | asm_Beng |
13,264 | The message was translated to Bengali by Dr. Manjula Anwar. | ড॰ মঞ্জুলা আনোৱাৰে এই বাৰ্তা বাংলালৈ অনুবাদ কৰিলে। | asm_Beng |
13,265 | No one could have thought that Japan will be able to rise again. | কোনেও কল্পনা কৰাই নাছিল যে জাপানে পুনৰ মুৰ দাঙি উঠিব পাৰিব। | asm_Beng |
13,266 | Byington, published by the Society in 1972. | ১৯৭২ চনত সংস্থাই ষ্টেফন টি. | asm_Beng |
13,267 | Jesus deep love for his Father, Jehovah, and for his disciples is nowhere made more apparent than in these chapters. | ( যোহন ১৪ : ৩১) তদুপৰি, যিহোৱাও তেওঁক প্ৰেম কৰা আৰু তাৰ কাৰণৰ বিষয়েও যীচুৱে বৰ্ণনা কৰি কৈছিল । | asm_Beng |
13,268 | "Default color of bold text in the terminal, as a color specification (can be HTML-style hex digits, or a color name such as ""red""). This is ignored if bold_color_same_as_fg is true." | "টাৰ্মিনেলত ডাঠ লিখনীৰ অবিকল্পিত ৰঙ, এটা ৰঙ ধাৰ্য্যকৰণ হিচাপে (HTML-শৈলী hex অঙ্কসমূহ, অথবা এটা ৰঙৰ নাম যেনে ""ৰঙা"")। ইয়াক উপেক্ষা কৰা হয় যদি bold_color_same_as_fg সঁচা হয়।" | asm_Beng |
13,269 | But his neutrality did not prevent him from working for the benefit of others. Jesus concentrated on what would bring lasting good to others. | তেওঁ এই জগতৰ শাসনৰ বাবে চয়তানে আগবঢ়োৱা ক্ষমতাক অগ্ৰাহ্য কৰিলে । | asm_Beng |
13,270 | And the end is not yet. Just during the past decade, the number of active proponents of Kingdom rule increased by over 1,750,000 persons. | আজিও এনে কিছুমান লোক আছে যিসকলে যিহোৱাৰ সাক্ষীসকলক সমাজৰ শত্ৰু বুলি মিছা অভিযোগ দিয়ে । | asm_Beng |
13,271 | I wasn't able to make my maiden speech. | মোৰ কথাশুনি প্ৰিয়াই নাহাঁহি নোৱাৰিলে৷ | asm_Beng |
13,272 | Here is the list of 10 rank holders: | এই ১০ টা স্থান লাভ কৰা তালিকাঃ | asm_Beng |
13,273 | Dedicated to serve the society | সমাজ সেৱা কৰিবলৈ বৰকৈ মন | asm_Beng |
13,274 | It could not be otherwise. | অন্যথা সম্ভৱ নহয়। | asm_Beng |
13,275 | But theres no proof to it. | কিন্তু কোনো প্ৰমাণ নাই। | asm_Beng |
13,276 | Thats what happened in my case. | মোৰ ক্ষেত্ৰতো এনে হৈছিল। | asm_Beng |
13,277 | The Driver of the vehicle has been taken into custody. | বাহনখনৰ চালকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। | asm_Beng |
13,278 | The Cabinet has also given ex-post facto approval for an amount of Rs.1474.65 crore, being the amount spent over and above the earlier Cabinet approval of Rs.3000 crore for these Central Universities. | তাৰোপৰি কেবিনেটে এই কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ বাবে কেবিনেটৰ দ্বাৰা পূৰ্বে স্বীকৃত ৩০০০ কোটি টকাৰ পৰিমাণৰ উপৰিও ১৪৭৪.৬৫ কোটি টকাৰ পূৰ্ব্যব্যাপী অনুমোদন প্ৰদান কৰিছে৷ | asm_Beng |
13,279 | What do you want to do with your life? | কোনটো পৰিচয়েৰে আপোনাৰ জীৱনটোক জাষ্টিফাই কৰিব বিচাৰিব আপুনি? | asm_Beng |
13,280 | Constitution of two committees for the commemoration of birth centenary of Pandit Deendayal Upadhyay | পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম শতবৰ্ষৰ স্মৃতিচাৰণ অনুষ্ঠানৰ বাবে দুখনকৈ কমিটী গঠন | asm_Beng |
13,281 | Yes, we encounter trials, but there is a greater harvest of Jehovahs worshipers than ever before. | ( খ) যদি আমি একেৰাহে শস্য বোৱা আৰু পানী দিয়া কাৰ্য্য কৰোঁ, তেনেহ’লে কেনে পৰিণামৰ আশা কৰিব পাৰোঁ? | asm_Beng |
13,282 | Zoom Controls | নিয়ন্ত্ৰণসমূহ জুম কৰক | asm_Beng |
13,283 | Explain why the term faithful and discreet slave does not apply to each Christian individually. | তেনেহ’লে “বিশ্বাসী বুদ্ধিমান দাস ” বুলি কোৱা অভিব্যক্তিটো সাধাৰণভাৱে সকলো খ্ৰীষ্টানকে বুজাইছেনে? | asm_Beng |
13,284 | Decode image data files inside a thread to reduce blocking when loading images from disk | ডিস্কৰ পৰা ছবিসমূহ লোড কৰি থাকোতে প্ৰতিৰোধ বাধা দিবলে ছবি তথ্য নথিপত্ৰসমূহক এটা থ্ৰেডৰ ভিতৰত ডিকোড কৰক | asm_Beng |
13,285 | All believers assumed their responsibility to promote unity. How? | ঐক্যতা বজাই ৰাখিবলৈ সকলো বিশ্বাসী খ্ৰীষ্টানে তেওঁলোকৰ কৰ্তব্য পালন কৰিছিল । | asm_Beng |
13,286 | The report also suggests that if Indias richest one per cent pays just 0.5 per cent extra tax on their wealth then the money raised would be enough to increase government spending on health by 50 per cent. | উক্ত প্ৰতিবেদনে এইটোও আঙুলিয়াই দিছে যে ভাৰতৰ আটাইতকৈ ধনী এক শতাংশই যদি তেওঁলোকৰ সম্পদৰ ওপৰত অতিৰিক্ত ০.৫ শতাংশ কৰ দিয়ে, তেনেহ’লে চৰকাৰে স্বাস্থ্য পৰিসেৱাৰ ক্ষেত্ৰত ব্যয় ৫০ শতাংশ হাৰত বৃদ্ধি কৰিবলৈ সক্ষম হ’ব। | asm_Beng |
13,287 | 1, 2. (a) When looking up at the starry heavens, what question might we ask regarding the Creator? | আপুনি নিশা কেতিয়াবা কোটি কোটি তৰাৰে ভৰি থকা আকাশখনলৈ দৃষ্টি কৰি বিস্মিত হৈছেনে? | asm_Beng |
13,288 | His father's name is AHM Habibul Islam and mother's name is Shamsun Nahar. | তেখেতৰ পিতৃৰ নাম হোমেশ্বৰ বৰ্মন আৰু মাতৃৰ নাম ৰীনা বৰ্মন। | asm_Beng |
13,289 | definition list | বিৱৰণ তালিকা | asm_Beng |
13,290 | Loyalty is a fine quality, answered Karl. Still, being loyal is costing you money! | কিন্তু আনুগ্যত বজাই ৰাখিবলৈ আপুনি অধিক ধন ব্যয় কৰিবলগীয়া হোৱা নাইনে বাৰু! ” | asm_Beng |
13,291 | Punjab is one of the most fertile regions in India. | পঞ্জাব হৈছে ভাৰতৰ এক অতি উৰ্বৰ অঞ্চল। | asm_Beng |
13,292 | Local files to install | ইনস্টল কৰিবলে স্থানীয় ফাইলসমূহ | asm_Beng |
13,293 | The Vital Role of Our Meetings Who are the gifts in men, and how do they help fellow believers? | আমি যিহোৱাৰ সোঁৱৰাই দিয়া বাক্যবোৰক জানিবলৈ হ’লে মণ্ডলীৰ সভাহবোৰত উপস্থিত থকা আৱশ্যক । | asm_Beng |
13,294 | I am confident that measures like opening up space sector will generate many new employment opportunities for our youth, stated PM Modi | মোৰ বিশ্বাস যে মহাকাশ খণ্ডৰ লেখীয়া ব্যৱস্থা গ্ৰহণে যুৱক-যুৱতীৰ বাবে নতুন সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। | asm_Beng |
13,295 | What's Actually In It? | তাত আচলতে কি চোৱা হয়? | asm_Beng |
13,296 | It was a landmark in India's engagement with SCO. | এছচিঅ’ৰ সৈতে ভাৰত জড়িত হোৱাৰ বাবে সেয়া আছিল যুগান্তকাৰী ঘটনা। | asm_Beng |
13,297 | How may we do so? What impact will accepting his leadership have on our lives? | তেওঁৰ নেতৃত্বক গ্ৰহণ কৰাৰ দ্বাৰা আমাৰ জীৱনত কেনে প্ৰভাৱ পৰিব? | asm_Beng |
13,298 | The omnipresent God | ৰূপকথাৰ ঈশ্বৰ | asm_Beng |
13,299 | They have been directed to stay in home quarantine. | তেওঁলোকক সম্প্ৰতি হোম কোৱাৰেন্টাইনত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। | asm_Beng |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.