Unnamed: 0 int64 0 50.5k | source stringlengths 1 1.85k ⌀ | target stringlengths 1 8.31k ⌀ | lang stringclasses 3
values |
|---|---|---|---|
14,000 | After few days of filming, the project was shelved. | ছবিখনত কিছু দিন কাম কৰাৰ পাছত তেখেতে সেই প্ৰকল্প পৰিত্যাগ কৰে। | asm_Beng |
14,001 | Do You Recall? In what ways can spiritual maturity be made manifest? What kind of knowledge and understanding reflect maturity? | ( খ) এই শস্য চপোৱা কাৰ্য্যই কেনেধৰণৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে? | asm_Beng |
14,002 | Bottom Button #%d | তলৰ বুটাম #%dAction type | asm_Beng |
14,003 | Married womans body recovered in Sgarh | শিৱসাগৰত বিবাহিত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য | asm_Beng |
14,004 | serve it up | তেওঁৰ সেৱা কৰিবা | asm_Beng |
14,005 | JEHOVAH RAISES UP JUDGES ( Judges 3: 7 16: 31) | ( বিচাৰকৰ্ত্তাবিলাক ৩ : ৭ - ১৬ : ৩১) | asm_Beng |
14,006 | This would be an ideal mechanism to mitigate the credit risks associated with cross-border financing. | ভৱিষ্যতে এনে ব্যৱস্থাই ব্ৰিক্সৰ অন্তৰ্গত ৰাষ্ট্ৰসমূহৰ মূল্যাঙ্কনৰ বিকল্প সংস্থা হিচাপেও কাম কৰাৰ সম্ভাৱনা আছে। | asm_Beng |
14,007 | """We had talked to Mahan Dal earlier." | ‘বদৰুদ্দিনৰ লগত আমাৰ আগতে কথা-বতৰা হৈছিল। | asm_Beng |
14,008 | The maximum time displayed for history | ইতিহাসৰ বাবে প্ৰদৰ্শন হোৱা সৰ্বাধিক সময় | asm_Beng |
14,009 | Jesus once warned his faithful apostles: Satan has demanded to have you men to sift you as wheat. | যীচুৱে এবাৰ তেওঁৰ বিশ্বাসী পাঁচনিসকলক এইদৰে কৈছিল: “চয়তানে তোমালোকক তাৰ নিজৰ কৰি লব খুজিলে । ” | asm_Beng |
14,010 | Not surprisingly, we are commanded to gather regularly as we behold the day drawing near. Hebrews 10: 24, 25. | সম্পূৰ্ণৰূপে ভাৰসা ৰাখা । ” | asm_Beng |
14,011 | No casualties have been reported in this incident. | এই ঘটনাত কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই। | asm_Beng |
14,012 | BASIC STAND ON BLOOD | তেজৰ সম্বন্ধে লোৱা মুখ্য পদক্ষেপ | asm_Beng |
14,013 | For some of the issues we also had different sections of people in 1942. | আমাৰ সকলোকে ৰাজনীতিৰ ঊর্ধ্বে উঠি এই অনুকূল পৰিৱেশৰ সুযোগ লৈ সাফল্যৰ পথত আগুৱাব লাগিব। | asm_Beng |
14,014 | In the first century, when the issue of circumcision arose in 49 C.E., the governing body of that early slave class prayerfully considered the matter and came to a Scriptural conclusion. | ( যিচয়া ২ : ৪. পাঁচনিৰ কৰ্ম্ম ২১ : ২৫. ২ কৰিন্থীয়া ৭ : ১) ঈশ্বৰৰ সেৱকসকলে তেওঁৰ বাক্য আৰু বিশ্বাসী বুদ্ধিমান দাসবৰ্গৰ প্ৰতি আজ্ঞাকাৰী হোৱাৰ বাবে যিহোৱাই তেওঁলোকক আশীৰ্ব্বাদ কৰিছে । | asm_Beng |
14,015 | "Sivasagar (Pron: /svsr/ or /vsr/) (""the ocean of Shiva""), is a city in and headquarters of the Sivasagar district Assam, India." | শিৱসাগৰ (ইংৰাজী: Sivasagar) অসমৰ শিৱসাগৰ জিলাৰ এখন গুৰুত্বপূৰ্ণ নগৰ আৰু জিলা সদৰ। | asm_Beng |
14,016 | Having sustenance and covering, we shall be content with these things, states another Bible principle. | আন এটা বাইবেলৰ সিদ্ধান্তই এইদৰে কৈছে যে “আমাৰ অন্ন - বস্ত্ৰ থাকিলে, তাৰেই আমি সন্তুষ্ট হৈ থাকিম । ” | asm_Beng |
14,017 | """Hey, whats up?""" | “হেল্লো, কোনে কৈছে? | asm_Beng |
14,018 | Reload the list of available sources | তালিকা মুঠ | asm_Beng |
14,019 | Some sample Text goes here. | কিছুমান নমুনা লিখনি ইয়াত আহিব। | asm_Beng |
14,020 | Received incorrect handshakes hash values from peer. | সমনীয়াৰ পৰা ভুল হেষ মানসমূহ গ্ৰহণ কৰা হৈছে। | asm_Beng |
14,021 | There were no signs of the rain receding. | বতাহৰ বেগ কমাৰ কোনো লক্ষণ দেখা নগল। | asm_Beng |
14,022 | Your Excellency Prime Minister Pushpa Kamal Dahal Prachanda, | আদৰণীয় প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল ‘প্ৰচন্দ’ ডাঙৰীয়া, | asm_Beng |
14,023 | Money will keep coming | ধনৰ আগমন অব্যাহত থাকিব। | asm_Beng |
14,024 | Isaiah contrasts them with those practicing false religion: This is what the Sovereign Lord Jehovah has said: Look! | তেওঁলোকে নিজকে যিহোৱাৰ সেৱাত সহকৰ্ম্মী হৈ উত্তম আৰ্হি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰে । | asm_Beng |
14,025 | I did not recognise him. | “আপোনালোকক চিনি পোৱা নাছিলো । | asm_Beng |
14,026 | Loading document from %s | “%s”ৰ পৰা ডকুমেন্ট লোড কৰা হৈছে | asm_Beng |
14,027 | The psalmist did. Psalm 63: 6. What will we do if we delight in Jehovahs law? | আমাৰ চিৰস্থায়ী সুখ যিহোৱাৰ ব্যৱস্থাত আনন্দিত হোৱাৰ ওপৰত নিৰ্ভৰ কৰে । | asm_Beng |
14,028 | A husband and wife with different religious views can still have a successful marriage in the sense that it can be enduring and bring happiness to both. | নিশ্চয়ে হ’ব পাৰে বুলি বহুতৰ অভিজ্ঞতাই দেখুৱাইছে । | asm_Beng |
14,029 | ( a) What should be considered when making decisions? ( b) Why can it be said that secular employment is a Christians avocation? | এইটো হয়তো আপোনাৰ চাকৰিৰ সৈতে জড়িত থাকিব পাৰে । | asm_Beng |
14,030 | He said she made a noteworthy contribution to Delhis development. | সকলোৱে কৈছে যে, দিল্লীৰ উন্নতি সাধন কৰাত তেওঁৰ অভূতপূৰ্ব ভূমিকা আছিল। | asm_Beng |
14,031 | Error attaching disk image: %s (%s, %d) | ডিস্ক ছবি সংলগ্ন কৰোতে ত্ৰুটি: %s (%s, %d) | asm_Beng |
14,032 | The meeting reviewed the overall security situation in the regions of upper Assam, South Arunachal Pradesh and Nagaland. | এই বৈঠকতে উজনি অসম , দক্ষিণ অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ নিৰাপত্তা দিশটোৰ পৰ্যালোচনা কৰা হয় । | asm_Beng |
14,033 | The device will need to be within 10 meters of your computer, and be visible (sometimes called discoverable). Check the device's manual if in doubt. | "ডিভাইচ আপোনাৰ কমপিউটাৰৰ ১০ মিটাৰত উপস্থিত থকা আবশ্যক, আৰু “দৃশ্যমান"" (কেতিয়াবা ""discoverable"" বুলি কোৱা হয়) হোৱা আবশ্যক। কোনো ধৰণৰ সন্দেহ থাকিলে ডিভাইচৰ সহায়িকাত উপস্থিত তথ্য পঢ়ক।" | asm_Beng |
14,034 | Lok Sabha elections to be held on time | লোকসভা নিৰ্বাচন নিৰ্ধাৰিত সময়মতে অনুষ্ঠিত হ'ব। | asm_Beng |
14,035 | No suicide note has been recovered so far. | বৰ্তমানলৈ কোনোধৰণৰ ছুইচাইড নোট উদ্ধাৰ হোৱা নাই। | asm_Beng |
14,036 | What application did Paul make of Psalm 19: 4? What is the relationship between faith and preaching? | প্ৰথম শতিকাত বৃদ্ধি হোৱা লোকসকলৰ সংখ্যাই কি কৰিবলৈ সংযুক্ত হৈছিল? | asm_Beng |
14,037 | Keep On Minding the Spirit What are some spiritual goals we might set, and why would working to attain them be wise? | এই শেষ কালত আত্মাক মনত বহোৱা আৰু জাগতিক ইচ্ছাবোৰক বিৰোধ কৰাটো হৈছে এক বুদ্ধিমান কাম । | asm_Beng |
14,038 | Was the Gibeonite ruse just a means to avoid execution? On the contrary, it reflected a desire to have the favor of Israels God. | সেই দেশ আৰু ভৱিষ্যতে থকা আশাৰ বিষয়ে শিকক | asm_Beng |
14,039 | Do it | কৰক বাৰু । | asm_Beng |
14,040 | We invite Malaysian students to study in India and urge early conclusion of an agreement on Mutual Recognition of Degrees. | যৌথ স্বীকৃতিপ্ৰাপ্ত ডিগ্ৰী সম্পৰ্কীয় চুক্তি স্বাক্ষৰৰ বাবে আমি মালয়েছিয়াৰ শিক্ষাৰ্থীসকলক ভাৰতত পঢ়িবলৈ আমন্ত্ৰণ জনাইছো। | asm_Beng |
14,041 | Many want to get out. | বহুতেই বাহিৰলৈ ওলাই আহিব বিচাৰে। | asm_Beng |
14,042 | They also sought the chief ministers intervention in this regard. | লগতে তেওঁলোকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছিল। | asm_Beng |
14,043 | "What say?""" | কি কোৱাহে”? | asm_Beng |
14,044 | %S (camera and window) | %S (কেমেৰা আৰু উইণ্ড') | asm_Beng |
14,045 | All aspects are being probed. | সকলো দিশ তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছে। | asm_Beng |
14,046 | The position in which the current value is displayed | যি অবস্থানে বৰ্তমান মানটি প্ৰদৰ্শন কৰা হ'ব | asm_Beng |
14,047 | To Edge | প্ৰান্তলে | asm_Beng |
14,048 | Built-in _schemes: | অন্তৰ্ভুক্ত বিনেস: (_s) | asm_Beng |
14,049 | Avoid getting bogged down in debates about words and violent disputes about trifles. | সেইবাবে যাকোবে এইদৰে কৈছিল: “এনে জ্ঞান ওপৰৰ পৰা নামি অহা নহয়, কিন্তু সেয়ে পাৰ্থিব, (পশুতুল্য, NW), আৰু ভৌতিক । | asm_Beng |
14,050 | Yet, in the last two and a half years with the support of 125 crore Indians, India has become the bright spot in the global economy. | তথাপি যোৱা আঢ়ৈ বছৰত ১২৫ কোটি ভাৰতবাসীৰ সহযোগত বিশ্ব অৰ্থনীতিত ভাৰতে এক উজ্জ্বল স্থানত অৱস্থান কৰিছে। | asm_Beng |
14,051 | Why are you here? | ৰাইজ কিয় চকুমুদা কুলি হৈ থাকে ইয়াত? | asm_Beng |
14,052 | I have sold my land. | মাটি বিক্ৰি কৰি পইচা লৈছি। | asm_Beng |
14,053 | There was a problem printing document `%s' (job %d): `%s'. | `%s' আলেখ্যন মূদ্ৰণ কৰোঁতে সমস্যা (কাৰ্য্য সংখ্যা %d): `%s' । | asm_Beng |
14,054 | Great artist. | এক মহান মানৱ শিল্পী। | asm_Beng |
14,055 | Paul describes its results with a single word: futility. | এই ক্ষেত্ৰত আমাৰ আদি পিতৃ - মাতৃয়ে কি কৰিলে তাক স্মৰণ কৰক । | asm_Beng |
14,056 | Command to execute when the applet is clicked | এপ্লেটৰ ওপৰত ক্লিক কৰাৰ ফলত সঞ্চালিত আদেশ | asm_Beng |
14,057 | But no one looked. | কিন্তু তালৈ কোনেও চকু দিয়া নাছিল। | asm_Beng |
14,058 | From the foregoing examples, we can see that pride may imply a sense of delight that comes from some act or possession. | এনে ধৰণৰ গৌৰৱে প্ৰায়ে মতগৰ্বী আৰু অভিমানী মনোভাৱ প্ৰকাশ কৰে । | asm_Beng |
14,059 | Meanwhile, by regularly studying Gods Word and getting the sense of it, we are protected from acting in ignorance in a way that brings Jehovahs displeasure. | এনে ব্যক্তিবিলাকৰ বিষয়ে পাঁচনি পিতৰে এইদৰে কৈছিল: ‘ তেওঁলোকে পাহৰি যায় যে ঈশ্বৰে কেনেকৈ নোহৰ সময়ত থকা জগতখনক জলপ্লাবনেৰে বিনিষ্ট কৰিলে । ’ | asm_Beng |
14,060 | It was agreed to deepen the New Development Partnership in the areas of high impact projects in this field of infrastructure, human resources development and other capacity building projects in Afghanistan. | আফগানিস্তানত আন্তঃগাঁথনি উন্নয়ন, মানৱ সম্পদ উন্নয়ন আৰু অন্যান্য উন্নয়নমূলক কামতো দুয়োখন দেশে একেলগে কাম কৰাৰ দিশত সন্মতি প্ৰকাশ কৰে। | asm_Beng |
14,061 | Agreement between the India and Russia for cooperation on a coordinated grant competition for conducting basic and exploratory scientific research | ভাৰত আৰু ৰাছিয়াৰ মাজত মৌলিক তথা অনুসন্ধানমূলক বৈজ্ঞানিক গৱেষণা প্ৰতিযোগিতাৰ সম্বন্বিত অনুদানৰ সহযোগিতামূলক চুক্তি | asm_Beng |
14,062 | Rotate Counterc_lockwise | দক্ষিণাৱৰ্তী ঘুৰাওক (_l) | asm_Beng |
14,063 | Everything is changing with the time. | সময়ৰ লগে লগে সকলোৰে পৰিৱৰ্তন আহে। | asm_Beng |
14,064 | Kalitas are mostly engaged in farming since ancient time. | কলিতাসকল প্ৰাচীন কালৰে পৰা কৃষি কৰ্মৰ লগত জড়িত। | asm_Beng |
14,065 | Thus since all sides of an equilateral triangle are equal. | গতিকে যিহেতু সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ দৈঘ্য সমান। | asm_Beng |
14,066 | We honour your commitment and bravery. | আপোনালোকৰ ধৈৰ্য আৰু বুজাপৰাক সন্মান জনাইছো। | asm_Beng |
14,067 | ( b) How has Jehovah displayed humility? ( c) How should we be affected by Jehovahs humility? | এতিয়া আমাৰ বিষয়ে কি ক’ব পৰি? | asm_Beng |
14,068 | I have never seen such a crowd in my life. | এনেকুৱা দল মই জীৱনত দেখা নাই। | asm_Beng |
14,069 | How is it that Jehovah sees what the heart is ? | ( ১ চমূৱেল ১৬ : ৭) যিহোৱাই কেনেকৈ এজন ব্যক্তিৰ “মনলৈ দৃষ্টি ” কৰে? | asm_Beng |
14,070 | Everyone wants it to happen. | সকলোৰে ইচ্ছা পথ টো হ’ব লাগে। | asm_Beng |
14,071 | It will become a law after the President signs off on it. | ৰাষ্ট্ৰপতিৰ পৰা বিধেয়কখনে অনুমোদন লাভ কৰাৰ পাছতে ই পৰিণত হ'ব আইনলৈ। | asm_Beng |
14,072 | Surely Rebekah is designated for Isaac. Take her and go, they say, and let her become a wife to the son of your master, just as Jehovah has spoken. | যেতিয়া ৰিবেকাক মাতি এই বিষয়ে জনালে তেতিয়া তাই কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? | asm_Beng |
14,073 | Consequently, the officer assigned Joseph a responsible position. | সেয়েহে অব্ৰাহামৰ দাসজনে “মোৰ প্ৰভু অব্ৰাহামৰ ঈশ্বৰ যিহোৱা ” বুলি ক’ব পাৰিছিল । | asm_Beng |
14,074 | Their very appearance on the world scene already provides tangible evidence that Shiloh truly is Ruler over the kingdom of the world. Revelation 11: 15. Now Is the Time to Obey the Good News 11, 12. (a) Who only will survive the end of the present system of things? | ( দানিয়েল ৭ : ১৩, ১৪) বৰ্তমান সময়ৰ এই পৃথিৱীৰ পৰিস্থিতিসমূহে স্পষ্টকৈ প্ৰমাণ দিছে যে ‘ চীলোৱে ’ প্ৰকৃততে “জগতৰ ৰাজ্যৰ ” ওপৰত শাসন কৰিছে । — প্ৰকাশিত বাক্য ১১ : ১৫. | asm_Beng |
14,075 | He is god for many. | বহুতৰ বাবে তেওঁ ভগৱান | asm_Beng |
14,076 | Such soundness of mind can help us to weigh our options carefully and to make an informed decision. Titus 2: 12. | নামৰ লেখটোত এইদৰে পৰামৰ্শ আগবঢ়োৱা হ’ল: “পৰাপক্ষত আপুনি নিজৰ ৰোগৰ সৈতে যুক্তিসঙ্গত হ’বলৈ শিকক । ” | asm_Beng |
14,077 | Is that possible? | ইও কি সম্ভৱ? | asm_Beng |
14,078 | 1 - 3. (a) What statement does the Bible make about Jehovahs attribute of love, and in what way is this statement unique? | যিহোৱাৰ সকলোবোৰ গুণ উত্তম, শুদ্ধ আৰু আকৰ্ষণীয় । | asm_Beng |
14,079 | Enter a name for the Wi-Fi network you wish to create. | সৃষ্টি কৰাৰ বাবে চিহ্নিত Wi-Fi নেটৱাৰ্কৰ এটা নাম নিৰ্ধাৰণ কৰক। | asm_Beng |
14,080 | Mamata Banerjee to meet Home Minister Amit Shah | গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ | asm_Beng |
14,081 | Subscribe to This Page | এই পৃষ্ঠা লৈ স্বাক্ষৰ কৰক… | asm_Beng |
14,082 | Prime Minister Narendra Modi met President Xi Jinping of China on the sidelines of Shanghai Cooperation Organization Summit in Tashkent today. | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি ছাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ’) বৈঠকৰ প্ৰাকমুহূৰ্তত তাছখণ্ডত চীনৰ ৰাষ্ট্ৰপতি শ্ৰী জী জিনপিঙৰে মিলিত হয়। | asm_Beng |
14,083 | The Harvest Reaching Its Climax What was prophesied that Gods people would do in the final days? | পুনৰাই যীচুৰ দৃষ্টান্তটো বিবেচনা কৰক । | asm_Beng |
14,084 | Play sound on incoming calls | অন্তৰ্গামী কলৰ বাবে শব্দ বজাওক | asm_Beng |
14,085 | Was this good - looking woman one of Abrahams relatives? And was she still unmarried? | তেওঁলৈ অহা সেই বিশেষ পৰীক্ষাৰ সময়ত কি ঘটিল? | asm_Beng |
14,086 | Master Boot Record | মাস্টাৰ বুট ৰেকৰ্ড (MBR) | asm_Beng |
14,087 | Free eye treatment camp held | নাৰায়ণপুৰত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন | asm_Beng |
14,088 | A book on Bible lands relates that a visitor once claimed that sheep recognize their shepherd by his dress, not his voice. | আমি অচিনাকী ব্যক্তিবিলাকৰ মাত শুনি কেনে প্ৰতিক্ৰিয়া দেখুৱা উচিত? | asm_Beng |
14,089 | Unable to set metadata key | মেটাডাটা কি' সংহতি কৰা নাযায় | asm_Beng |
14,090 | You have the Caps & Num Lock keys on. | You লক কৰা হ'ব চলি আছে. | asm_Beng |
14,091 | But how long? | কিন্তু কিমান দিনলৈ ? | asm_Beng |
14,092 | List of selected players: | নিৰ্বাচিত প্ৰতিনিধিসকলৰ তালিকাঃ | asm_Beng |
14,093 | According to some economic historians, it was one of the most advanced pre-industrial economies. | কোনো কোনো অৰ্থনৈতিক ইতিহাসবিদৰ মতে গ্ৰীক অৰ্থনীতি উন্নত প্ৰাকঔদ্যোগীক অৰ্থনীতিসমূহৰ অন্যতম আছিল। | asm_Beng |
14,094 | That is why the divine guidance found in the Bible is so important. It helps us to discern how we can make the wisest decisions in life. | ইয়ে আমাক আমাৰ জীৱনৰ বাবে বুদ্ধিমানৰূপে সিদ্ধান্ত লোৱাত সহায় কৰিব । | asm_Beng |
14,095 | This key determines the GTK+ module to load for crash collection support. | ক্ৰেশ্ব গোটোৱাৰ সমৰ্থনৰ কাৰণে এই চাবিয়ে GTK+ অংশ নিৰ্ধাৰণ কৰে । | asm_Beng |
14,096 | But if we continue to sow and water, God will make things grow, often beyond our expectations. | যিসকলে ঈশ্বৰৰ আধিপত্যক স্বীকাৰ কৰে, তেওঁলোকক ৰাজ্যৰ বাৰ্ত্তাই পৃথকে থকাত সহায় কৰে । | asm_Beng |
14,097 | Copy a screenshot of an area to clipboard | এটা স্থানৰ স্ক্ৰিনশ্বটক ক্লিপবৰ্ডলে কপি কৰক | asm_Beng |
14,098 | This file cannot be stopped | এই ফাইল বন্ধ কৰা সম্ভৱ নহয় | asm_Beng |
14,099 | Friday night | শুক্ৰবাৰ ৰাতি | asm_Beng |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.