Unnamed: 0
int64
0
50.5k
source
stringlengths
1
1.85k
target
stringlengths
1
8.31k
lang
stringclasses
3 values
14,500
This is the first such initiative in India.
এনে ধৰণৰ বৃহ্য প্ৰকল্প ভাৰতত এয়েই প্ৰথম।
asm_Beng
14,501
With what attitude should we display loving - kindness? Who need our expressions of loving - kindness?
বথুৱেল, যোচেফ আৰু ৰূথে কেনেকৈ প্ৰেমপূৰ্বক দয়া দেখুৱালে?
asm_Beng
14,502
Since salvation is involved, we make repeated calls at the homes of people. Circumstances keep on changing.
( ১ কৰিন্থীয়া ৯ :⁠ ১৯ - ​ ২৩) প্ৰচাৰ কাৰ্য্যত লাভ কৰা অভিজ্ঞতাই আমাক বিবেচনাশীল হ’বলৈ সহায় কৰে ।
asm_Beng
14,503
They will pay homage to Mahatma Gandhi at Sabarmati Ashram.
তেওঁলোকে সবৰমতী আশ্ৰমলৈ গৈ মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব।
asm_Beng
14,504
There are small changes.
সৰু সৰু পৰিবৰ্তনবোৰ চকুত পৰিছিল।
asm_Beng
14,505
Contact goes offline
পৰিচয় অফ-লাইন হৈছে
asm_Beng
14,506
It would not be enough for young Solomon to watch how his own father built faith in Jehovah. He had to get to know Jehovah for himself, and he did.
( ১ বংশাৱলি ২৮ :⁠ ৯) চলোমনে কেৱল তেওঁৰ পিতৃ দায়ূদে ঈশ্বৰৰ প্ৰতি ৰাখা দৃঢ় বিশ্বাসক দেখি কাৰ্য্য কৰাটোৱেই যথেষ্ট নাছিল ।
asm_Beng
14,507
The Prime Minister Shri Narendra Modi has greeted the Border Security Force (BSF) personnel and their families on BSF Raising Day.
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে জোৱানসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
asm_Beng
14,508
Troubleshoot problems with power and batteries.
শক্তি আৰু বেটাৰিবোৰৰ সৈতে সমস্যাৰ সমাধান কৰক।
asm_Beng
14,509
Trigger shortcut keys without modifier keys
পৰিবৰ্তক কি'সমূহৰ বাহিৰে চৰ্টকাট কি'সমূহ আৰম্ভ কৰক
asm_Beng
14,510
Flip _Vertical
উলম্বভাবে ওলোটাওক (_V)
asm_Beng
14,511
This will help you in enhancing the strength of your body.
ইয়ে আপোনাৰ দেহত শক্তিস্তৰ বৃদ্ধিত অৰহিনা যোগায়।
asm_Beng
14,512
This has caused many a death.
ইয়াৰ ফলত বহুতো শ্ৰমিকৰ মৃত্যু হৈছে ।
asm_Beng
14,513
User not found
ব্যৱহাৰকাৰীকে খুঁজে পোৱা নাযায়
asm_Beng
14,514
Protests against the Citizenship Amendment Act (CAA) have escalated across the country.
সংধোধিত নাগৰিকত্ব আইন(CAA)সন্দৰ্ভত সম্প্ৰতি দেশৰ বিভিন্ন প্ৰান্তত ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ চলিছে।
asm_Beng
14,515
I was sad.
মোৰো দুখ লাগিছিল।
asm_Beng
14,516
He has two children.
তেওঁ দুটা সন্তান তুলি লৈছে।
asm_Beng
14,517
According to the most reliable manuscripts of the Christian Greek Scriptures, Jesus model prayer ends with the words: Deliver us from the wicked one. * Protection from the Devil is all the more necessary in this time of the end.
যদি আমি শেষলৈকে ভাৰসা ৰাখোঁ তেন্তে যিহোৱাই আমাক দৈনন্দিন আধ্যাত্মিক আৰু শাৰীৰিক আহাৰ প্ৰদান কৰিব ।
asm_Beng
14,518
Additional Information: %1
অতিৰিক্ত তথ্য:% 1
asm_Beng
14,519
Building a Spiritually Strong Family
আধ্যাত্মিকৰূপে এক শক্তিশালী পৰিয়াল গঢ়ি তোলক
asm_Beng
14,520
Either --pid , --include or --minidump arguments are required.
-pid, --include অথবা --minidump তৰ্ক উল্লেখ কৰা আৱশ্যক।
asm_Beng
14,521
The committee comprises the Prime Minister, the Chief Justice of India and the Leader of the Opposition in the Lok Sabha.
এই কমিটীত থাকে প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ দলপতি আৰু দেশৰ মুখ্য ন্যায়াধীশ বা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে প্ৰস্তাৱ কৰা এজন ন্যায়াধীশ।
asm_Beng
14,522
Specifies the width of the log viewer main window in pixels.
লগ প্ৰদৰ্শনৰ প্ৰধান উইন্ডোৰ প্ৰস্থ, পিক্সেল অনুযায়ী নিৰ্ধাৰিত হয়।
asm_Beng
14,523
He is also on the dot.
তিনিও চোতালত ৰৈ থাকে।
asm_Beng
14,524
Gods Word Prevails in Zealous Workers How do Jehovahs Witnesses feel about the evangelizing work, and what reaction to their preaching activity do they expect?
কিয়নো খ্ৰীষ্টীয়জগতৰ লোকসকলে প্ৰচাৰ কাৰ্য্যত সক্ৰিয়ৰূপে ভাগ লোৱা দেখা নাযায় ।
asm_Beng
14,525
Its not just about poems.
এয়া কেৱল কবিতাৰ কথা নহয়।
asm_Beng
14,526
My body my armour!
মোৰ চকুযোৰ তাৰমানে অস্ত্র !
asm_Beng
14,527
The successful and glamorous people featured in commercials and on soap operas are seldom seen cleaning the house, sweeping the yard, picking up trash, or cleaning up after their pet cats and dogs.
সেয়েহে, শুদ্ধতা হৈছে এনে এটা গুণ, যিটো পবিত্ৰ আৰু সিদ্ধ ঈশ্বৰ যিহোৱাৰ পৰা উৎপন্ন আৰু যথাৰ্থভাৱে তেওঁৰ সৈতে খাপ খায় ।
asm_Beng
14,528
Technology has played a big role.
প্ৰযুক্তিয়ে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
asm_Beng
14,529
As we seek Jehovahs guidance in handling them, we see how practical that guidance is.
আমি কিয় যিহোৱাত ভাৰসা ৰাখা উচিত ইয়াত তাৰ কিছুমান কাৰণৰ বিষয়ে জানিব পাৰিলোঁ ।
asm_Beng
14,530
AT Pentecost 33 C.E., Jesus appointed a slave to provide food at the proper time for his domestics.
সেইবাবে তেওঁ এই দাসবৰ্গক “নিজৰ সৰ্ব্বস্বৰ ওপৰত গৰাকী ” পাতিলে ।
asm_Beng
14,531
Keep your hands off my money.
আপোনাৰ হাত দুখন মোৰ টকাৰ পৰা আঁতৰাই ৰাখক।
asm_Beng
14,532
Jesus made Gods name known to others
যীচুৱে আনক ঈশ্বৰৰ নামৰ বিষয়ে জনাইছিল
asm_Beng
14,533
Actually, his requirements are very reasonable.
যু. পূ.
asm_Beng
14,534
On a two day visit to Arunachal Pradesh, the Minister inspected the Pappu-Yupia-Hoj-Potin section of NH 713 A and Potin-Ziro section of NH-13.
অৰুণাচল প্ৰদেশলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অহা মন্ত্ৰীগৰাকীয়ে ৭১৩ ক নং ঘাইপথৰ পাপ্পু-য়ুপিয়া-হজ-প’টিন অংশ আৰু ১৩ নং ঘাইপথৰ প’টিন-জিৰ’ অংশ পৰ্যবেক্ষণ কৰে।
asm_Beng
14,535
Want to talk about it?
মোলৈ ট ট কৈ চাই আছ যে?
asm_Beng
14,536
Lessons for Us:
আমাৰ বাবে শিক্ষামূলক পাঠ:
asm_Beng
14,537
It is the question of someones life .
এইবাৰ জীৱনৰ প্ৰশ্ন ।
asm_Beng
14,538
Enough or not?
আৱশ্যকেই বা কি?
asm_Beng
14,539
Start an instance in netbank mode
netbank অৱস্থাত এটা উদাহৰণ আৰম্ভ কৰক
asm_Beng
14,540
_Empty Trash
আবৰ্জনাৰ বাক্স ফাঁকা কৰক (_E)
asm_Beng
14,541
Horrifying Accident On the Road
ৰহাৰ নামগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা
asm_Beng
14,542
You did?
“অঁ কৈছিলা৷ তাতে?
asm_Beng
14,543
Merger of Railway Budget with the General Budget:
সাধাৰণ বাজেটৰ সৈতে ৰে’ল বাজেটৰ মিশ্ৰণ -
asm_Beng
14,544
Why has Jehovah preserved the Bible through the ages, and what does he expect his people to do with it?
( ১ তীমথিয় ২ :⁠ ৪) এইটো অনুমান কৰিব পৰা গৈছে যে বাইবেলখন গোটেই পৃথিৱীত থকা ৮০ শতাংশ লোকৰ বাবে ১০০ টা ভাষাত উপলব্ধ আছে ।
asm_Beng
14,545
The singer is currently undergoing treatment at the hospital.
বৰ্তমান উক্ত হাস্পাতলতে কণ্ঠশিল্পীগৰাকী চিকিৎসাধীন হৈ আছে।
asm_Beng
14,546
The narrative was likely written by the prophet Samuel in 1090 B.C.E. This is the only book in the Bible that bears the name of a non - Israelite woman.
ইয়াত পোৱা বাৰ্ত্তা বাস্তৱতে “জীয়া, কাৰ্য্য - সাধক । ” ​ —⁠ ইব্ৰী ৪ :⁠ ১২.
asm_Beng
14,547
Theres no need to think.
চিন্তা কৰাৰ প্ৰয়োজন নাই।
asm_Beng
14,548
Sarai thus chose to subject herself to her husband and conceal her married status. Of course, doing so exposed her to risks.
চাৰীৰ সতীত্ব নাশ হ’বলগীয়া হোৱা বিষয়টো অব্ৰাম আৰু চাৰীৰ বাবে কিমান যে এক মনোবেদনাৰ বিষয় আছিল!
asm_Beng
14,549
You have just inserted a medium with software intended to be automatically started.
আপুনি এইমাত্ৰ স্বচালিতভাৱে আৰম্ভ হব লগিয়া চফ্টৱেৰৰ সৈতে এটা মাধ্যম সুমুৱাইছে।
asm_Beng
14,550
Instead, they had to wander for some four decades in a great and fear - inspiring wilderness.
মিচৰ দেশৰ দাসত্ব বন্ধনৰ পৰা স্বাধীনতা পোৱাৰ পিছত ইস্ৰায়েলসকলক এক জাতিৰূপে সংগঠিত কৰা হ’ল ।
asm_Beng
14,551
The Bible says: A true companion is loving all the time, and is a brother that is born for when there is distress.
সেইবাবে পাঁচনি পৌলে সকলো খ্ৰীষ্টানক “অল্প - সাহসীবিলাকক আশ্বাস ” দিবলৈ উৎসাহিত কৰিছিল ।
asm_Beng
14,552
I tell him.
মই কৈ থওঁ তাকেতো ।
asm_Beng
14,553
SDRF team has been rushed to the spot.
ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় SDRFৰ দল।
asm_Beng
14,554
GUWAHATI: Tez Hazarika, the only son of Bharat Ratna Bhupen Hazarika, feel privileged to have received the Bharat Ratna Award for his father
ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাৰ পিতৃ কাৰণে ভাৰত ৰত্নৰ পুৰস্কাৰ লাভ কৰিবলৈ সৌভাগ্য অৰ্জন কৰিছে ৷ এই সন্দৰ্ভত তেজ হাজৰিকাই কয় যে মোৰ কাৰণে ব্যক্তিগত ভাৱে পিতৃৰ কাৰণে ভাৰত ৰত্নৰ কাৰণে আমন্ত্ৰিত হোৱাটো বহু সৌভাগ্য পূৰ্ণ কথা ৷ এই পুৰস্কাৰ তথা এই সন্মান অসমবাসীৰ কাৰণে।
asm_Beng
14,555
This gives each family member the feeling that he or she is not grieving alone and provides the comfort of shared responsibility and shared mourning.
সেইবাবে মানৱ সমাজত মৃত্যুৰ সম্পৰ্কে পোৱা প্ৰত্যাহ্বানজনক বিষয়বোৰত আমি আঁচৰিত হোৱা উচিত নহয় ।
asm_Beng
14,556
Do come, she implores him, let us drink our fill of love until the morning. do let us enjoy each other with love expressions.
ৰজা দায়ুদে কৰা পাপৰ পৰা শিক্ষা লাভ
asm_Beng
14,557
The names of the victims have not yet been released.
আহতসকলৰ নাম বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
asm_Beng
14,558
What a sad situation! The Israelites were Jehovahs chosen people, and he wanted them to draw close to him.
তেওঁলোকে বাইবেলত উল্লেখ থকা যিহোৱাৰ উদ্দেশ্যৰ বিষয়ে আনক ক’বলৈ পাই আনন্দিত হয় ।
asm_Beng
14,559
( b) When it comes to teaching, what unique responsibility do true Christians have? ARE you a teacher?
কিছু ক্ষেত্ৰত আমি সকলোৱে শিক্ষক ।
asm_Beng
14,560
Indeed, Gods loyal ones make known to the sons of men his mighty acts and the glory of the splendor of his kingship.
( গীত ১৪৫ :⁠ ১১, ১২) আপুনি যিহোৱাৰ ৰাজশাসনৰ বিষয়ে সত্যত নথকা লোকবিলাকক জনাবলৈ সকলো সুযোগৰ সুবিধা লয়নে?
asm_Beng
14,561
But this is beset with many difficulties.
কিন্তু ইয়াৰ সৃষ্টি হ’ল বহু অসুবিধাৰ।
asm_Beng
14,562
He wants to go.
তেওঁ চাই ৰ’ল মোলৈ।
asm_Beng
14,563
[ Credit Line] Refugee camp: UN PHOTO 186811 / J.
শৰণাৰ্থী শিবিৰ: UN PHOTO 186811 / J.
asm_Beng
14,564
Presently, the well is under extended production testing.
বৰ্তমান এই খাদটো বৰ্ধিত উৎপাদন পৰীক্ষণৰ অধীনত আছে।
asm_Beng
14,565
Likewise, Christian youths facing the dangers of harmful associates want to apply Pauls counsel given to young Timothy: Flee from the desires incidental to youth.
দায়ূদে কেনে এক সুবিবেচক পদক্ষেপ লৈছিল আৰু আমি তেওঁক অনুকৰণ কৰিব পৰা এটা পদ্ধতি কি?
asm_Beng
14,566
But what about our time the Lords day ? Are the same evil influences evident?
সেই একেইদৰে বেয়া প্ৰভাৱসমূহ আজিও দেখা গৈছেনে?
asm_Beng
14,567
How can the tail wag the dog?
কেনেকৈ চিধা হ’ব কুকুৰৰ নেজ।
asm_Beng
14,568
Cannot write PID file %s: possibly out of diskspace: %s
PID নথিপত্ৰ %s লিখা ন'গ'ল: সম্ভৱতঃ ডিস্কত আৰু স্থান নাই: %s
asm_Beng
14,569
My personal views:
মোৰ ব্যক্তিগত ধাৰণাঃ
asm_Beng
14,570
But you are adamant.
কিন্তু তই আহিলি প্ৰ্দীপ।
asm_Beng
14,571
Now India is much big and refined.
“ভাৰতবৰ্ষ এখন বহুজাতিক আৰু বৈচিত্ৰ্যপূৰ্ণ দেশ।
asm_Beng
14,572
Select Time
সময় নিৰ্ব্বাচন কৰক
asm_Beng
14,573
Their arguments are right.
তেওঁলোকৰ যুক্তিও সত্য।
asm_Beng
14,574
[ Picture on page 17] Jesus showed that mildness and humility go hand in hand [ Picture on page 18]
আমি কিয় মৃদুতাক অনুকৰণ কৰা উচিত?
asm_Beng
14,575
Using workspaces:
কাৰ্য্যস্থানসমূহ ব্যৱহাৰ কৰা:
asm_Beng
14,576
"Hindustan Times noted the film's ""intense portrayal of the surreality of the human condition""."
"হিন্দুস্থান টাইমছে চিনেমাখনৰ ""মানৱ অৱস্থাৰ অতিৰিয়তা তীব্ৰ ভাৱে চিত্ৰগ্ৰহণ"" বুলি উল্লেখ কৰিছিল।"
asm_Beng
14,577
Throughout history many spiritual disasters could have been avoided and much suffering averted if only people had developed this heart of theirs to fear God and keep his commandments.
( ২ বংশাৱলি ৩৬ :⁠ ১৫. ২ পিতৰ ৩ :⁠ ১) ‘ যদি লোকসকলে ঈশ্বৰৰ প্ৰতি ভয় আৰু তেওঁৰ আজ্ঞা পালন কৰা হ’লে, ’ ইতিহাস জুৰি হোৱা আধ্যাত্মিক ধ্বংস আৰু জীয়াতু ভুগাৰ পৰা বহুতে হাত হাৰিব পাৰিলেহেঁতেন ।
asm_Beng
14,578
For instance, the report does not include regular personal Bible study, attendance and participation at Christian meetings, congregational duties, assistance to fellow believers as needed, financial support of the worldwide Kingdom work, and so on.
গতিকে আমি ব্যক্তিগত বা আনৰ পৰা অযুক্তিযুক্তভাৱে অপেক্ষা কৰাটো উচিত নহয় ।
asm_Beng
14,579
: And what do you think?
: তেতিয়া হ’লে সুধিছ কিয়?
asm_Beng
14,580
Pakistan is a schizophrenic country.
সন্ত্ৰাস জৰ্জৰিত দেশ পাকিস্তান।
asm_Beng
14,581
How does Jehovah assure us that he loves us as individuals?
( খ) যিহোৱাই কি প্ৰকাৰে আমাক সহায় কৰে?
asm_Beng
14,582
Europe is today only nominally Christian.
এই বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হ’ব ।
asm_Beng
14,583
Death is the natural end of Genesis 1: 28. 2: 17. Romans 5: 12 life
মৃত্যু হৈছে, স্বাভাৱিকতে জীৱনৰ সমাপ্তি আদিপুস্তক ১ :⁠ ২৮. ২: ​ ১৭.
asm_Beng
14,584
When we have an intimate relationship with Jehovah God, we may get physically tired, but never will we tire of worshiping him.
বহুতে বিশ্বাস কৰে যে সদায়ে উদ্যমী হৈ কাম কৰিলে শাৰীৰক ভাগৰ আঁতৰ হয় ।
asm_Beng
14,585
Ambala Cantt, Faridabad, Hissar, Kalka, Panipat Jn., Rewari, Rohtak, Ballabhgarh, Karnal, Sonipat, Jagadhari, Kurukshetra, Palwal, Chandi Mandir, Bhiwani, Sirsa, Bhodwal Majri and Kosli.
অম্বলা কেন্ট, ফৰিদাবাদ,হিছাৰ,কালকা,পানীপট জংচন, ৰেৱাৰী, ৰোহটক, বাল্লভগড়, কৰ্ণাল,ছোনিপট, জগধাৰী,কুৰুক্ষেত্ৰ,পলৱাল,চন্দী মন্দিৰ,ভিৱানী, ছিৰ্ছা,ভোড়ৱাল মাজৰী আৰু কোশলী৷.
asm_Beng
14,586
1 tab has arrived.#1 tabs have arrived
1টা টেব পালেহি.#1টা টেব পালেহি
asm_Beng
14,587
Is that so?
যদি ঈশ্বৰে আপোনাক কোনো বিশেষ কাৰ্য্যৰ বাবে বাছি লৈছে তেন্তে আপুনি নিশ্চয়ে তাৰ বিষয়ে জানিবলৈ বিচাৰিব ।
asm_Beng
14,588
Luckily no one injured in the incident.
অৱশ্যে ঘটনাটোত সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক।
asm_Beng
14,589
Why not try it?
তেনেকৈ চেষ্টা নকৰ কিয় ?
asm_Beng
14,590
The very word strikes fear into the heart, evoking feelings of insecurity and helplessness.
বুলা শব্দটোৱেই মানুহক ভয়ভীত, নিৰাপত্তাহীন আৰু নিঃসহায় কৰি তুলে ।
asm_Beng
14,591
I could not make it.
ময়ো সৈমান কৰাব নোৱাৰিলো।
asm_Beng
14,592
Otherwise there is no way.
নহ'লে বাচি থকাৰ কোনো উপায় নাই।
asm_Beng
14,593
[ Pictures on page 18]
আপোনাৰ মনত আছেনে?
asm_Beng
14,594
Under this influence, Saul thought that his conduct gave evidence of zeal for God, but he actually lacked real faith.
( পাঁচনিৰ কৰ্ম্ম ২২ :⁠ ৩ -⁠ ৫) ফলস্বৰূপে, যীচুৱে যে প্ৰকৃত মচীহ আছিল, সেই বিষয়েও বুজিবলৈ বিফল হৈছিল ।
asm_Beng
14,595
[ Picture on page 11] The priests and the people offered unacceptable sacrifices
আমি কিহৰ বাবে অপেক্ষা কৰি আছোঁ আৰু কি কৰি থকা উচিত?
asm_Beng
14,596
Be positive.
পজিটিভবোৰ ধৰক।
asm_Beng
14,597
Not happiness.
সুখ হ’ব নোৱাৰে ৷
asm_Beng
14,598
Sonia Gandhi has been appointed as the interim president of the Congress party.
কংগ্ৰেছ কাৰ্যকৰী সমিতিয়ে ছোনিয়া গান্ধীক অৰ্ন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপে নিযুক্তি দিছে।
asm_Beng
14,599
Instead of sharply rebuking Peter, James, and John, he expressed sympathy!
( মাৰ্ক ১৪ :⁠ ৩২ -⁠ ৩৮) সেই একেই নিশা পিতৰে যীচুক তিনিবাৰ অস্বীকাৰ কৰিছিল ।
asm_Beng