Unnamed: 0 int64 0 50.5k | source stringlengths 1 1.85k ⌀ | target stringlengths 1 8.31k ⌀ | lang stringclasses 3
values |
|---|---|---|---|
14,600 | Shortly after the establishment of Gods Kingdom in the hands of Christ in 1914, they were cast down to the vicinity of the earth. Revelation 12: 7 - 9. | ১৯১৪ চনত স্বৰ্গত ঈশ্বৰৰ ৰাজ্য স্থাপন হোৱাৰ লগে লগেই যীচুৱে তেওঁলোকক স্বৰ্গৰ পৰা বহিষ্কাৰ কৰি পৃথিৱীলৈ পেলাই দিলে । — প্ৰকাশিত বাক্য ১২ : ৭ - ৯. | asm_Beng |
14,601 | Jehovah shed light upon Zion! Surviving ones of the Israel of God stood up in order to reflect Gods light, fearlessly taking up once again the proclamation of the good news. | এই বিষয়ে ভৱিষ্যতবাণীৰ পৰৱৰ্তী বাক্যশাৰীত উল্লেখ কৰা হৈছে । | asm_Beng |
14,602 | Everything cant be the same. | একেলগে সকলো কৰা সম্ভৱ নহয়। | asm_Beng |
14,603 | The issue of connectivity to operate the ATMs without hiccups will be settled by the State Government in association with the network service providers and banks. | এই এ টি এমসমূহ যাতে অসুবিধা-সমস্যা নোহোৱা কৰি সক্ৰিয় কৰি ৰাখিব পাৰি তাৰ বাবে ৰাজ্য চৰকাৰে নেটৱৰ্ক প্ৰভাইডাৰসমূহৰ আৰু বেংকসমূহৰ সৈতে আলোচনা কৰিব”। | asm_Beng |
14,604 | Ramzan greetings to everyone. | এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সকলোকে ৰমজানৰ শুভেচ্ছা জনাইছো। | asm_Beng |
14,605 | Soon after the incident, the fire brigade rushed to the site. | ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। | asm_Beng |
14,606 | Exchange know-how and explore cooperation in the area of railways, such asrailway policy development, safety, training and operation and maintenance of railways. | ৰে’লৱেৰ বিভিন্ন পৰিক্ষেত্ৰ যেনে ৰে’লৱে নিয়মাৱলী বিকাশ, সুৰক্ষা, ৰে’লৱে প্ৰশিক্ষণ আৰু কাৰ্যকৰী পৰিচালনা আদিৰ ক্ষেত্ৰত জ্ঞান আৰু সহযোগিতাৰ বিনিময়৷ | asm_Beng |
14,607 | A new work will begin. | সি আকৌ নতুন গৱেষণা আৰম্ভ কৰিব। | asm_Beng |
14,608 | Some people even suffer emotionally, giving way to depression and despair. Christians are well - equipped to deal with work - generated stress. | এনেবোৰ হেঁচাৰ সৈতে সম্মুখীন হ’বলৈ বহুতে চাকৰি বা পৰিস্থিতিৰ সলনি কৰি তাৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰে । | asm_Beng |
14,609 | This is my third time here. | মই অসমলৈ এইবাৰলৈ তৃতীয়বাৰৰ বাবে আহিছোঁ। | asm_Beng |
14,610 | Life seemed so uncertain. | জীৱনটো অর্থহীন যেন লাগিছিল । | asm_Beng |
14,611 | I had no idea what I was feeling. | কিহে মোক গৰ্ব অনুভৱ কৰাইছিল মই বুজি পোৱা নাছিলোঁ। | asm_Beng |
14,612 | What, though, is the Last Supper, and what meaning does it have for people living in the 21st century? | যীচুৱে তেওঁৰ মৃত্যুৰ নিশা তেওঁৰ শিষ্যসকলৰ সৈতে এই আহাৰ গ্ৰহণ কৰিছিল । | asm_Beng |
14,613 | How is this disease Diagnosed? | বেমাৰ কেনেকৈ নিৰ্ণয় কৰা হয়? | asm_Beng |
14,614 | Prime Minister Narendra Modi-led governments sixth and final Budget | প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বধীন চৰকাৰে পঞ্চম তথা কাৰ্যকালৰ শেষৰ খন সাধাৰণ বাজেট উত্থাপন কৰিবলৈ আগবাঢ়িছে । | asm_Beng |
14,615 | Text View | লিখনী দৰ্শন | asm_Beng |
14,616 | Thank you all and thank God. | সকলোৱে মনে মনে ভগৱানক ধন্যবাদ জনালে। | asm_Beng |
14,617 | %s has been removed from your favorites. | %s ক আপোনাৰ পছন্দৰ পৰা আতৰোৱা হৈছে। | asm_Beng |
14,618 | If true, arrows will be placed on the hide buttons. This key is only relevant if the enable_buttons key is true. | মান সত্য হ'লে, লুকুৱা-বুটামৰ ওপৰত কাঁড়চিহ্ন আঁকা হ'ব। enable_buttons ৰ মান সত্য হ'লে এই বৈশিষ্ট্য ব্যৱহাৰ কৰা সম্ভব হ'ব। | asm_Beng |
14,619 | It is unfortunate for the nation. | যিটো তিৱা জাতিৰ বাবে দুৰ্ভাগ্য জনক। | asm_Beng |
14,620 | He just laughed. | কেৱল হাঁহি ৰৈছিল তেওঁ৷ | asm_Beng |
14,621 | For what fellowship do righteousness and lawlessness have? Or what sharing does light have with darkness? | দৰাচলতে আমি তেওঁলোকৰ স্থান অৰ্থাৎ অনৈতিক মনোৰঞ্জন বা দুৰ্নামৰ পৰাও আঁতৰি থাকিম । | asm_Beng |
14,622 | Would it be wise to run around frantically in order to retrieve material things from the blazing structure that is about to collapse? | কিয়নো ই তেওঁলোকক তেওঁলোকৰ ঈশ্বৰ যিহোৱাই “পবিত্ৰ - হোৱা ” বুলি দিয়া আজ্ঞাক স্মৰণ কৰাইছিল । | asm_Beng |
14,623 | Lifestyle changes include weight loss, decreased salt intake, physical exercise, and a healthy diet. | জীৱনশৈলী পৰিৱৰ্তনৰ ভিতৰত ওজন কমোৱা, নিমখ কমাই খোৱা, শাৰীৰিক ব্যায়াম আৰু স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ প্ৰধান। | asm_Beng |
14,624 | What specific requests can be mentioned in prayer before the children leave for school? | বিশ্বাসী হৈ ঈশ্বৰৰ আজ্ঞা পালন কৰোঁতা অবিবাহিত মহিলাসকলক আপুনি প্ৰশংসা কৰেনে? | asm_Beng |
14,625 | Assistance in development of human resources and setting up of health care facilities. | খ)মানৱ সম্পদৰ উন্নয়ন আৰু স্বাস্থ্য সাৱধানতাৰ অন্যান্য সুবিধাবোৰৰ স্থাপনত সহযোগ. | asm_Beng |
14,626 | Open a New Document | এটা নতুন দস্তাবেজ খোলক | asm_Beng |
14,627 | Funds for these schemes would be allocated to States by the Ministry of Finance as a lump sum. | কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ৰাজ্যসমূহক এই আঁচনিবোৰৰ বাবে একাংশ ধন প্ৰদান কৰিব লাগে। | asm_Beng |
14,628 | Not a honeymoon! | হয় ৰঙামাটি নহয় গুৱাহাটী! | asm_Beng |
14,629 | We are ready to face any challenge. | আমি যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাজু। | asm_Beng |
14,630 | Yet, it must be true, since Jesus himself said so. Hence, how should his words be understood? | তেনেহ’লে যীচুৰ বাক্যশাৰীক কি অৰ্থত বুজি পোৱা উচিত? | asm_Beng |
14,631 | Rather, the love of money can be a cause even if not the only cause of all kinds of injurious things. | যি খ্ৰীষ্টানে ধনৰ প্ৰতি লোভ কৰিবলৈ আৰম্ভ কৰে, তেওঁহে সকলো প্ৰকাৰৰ সমস্যাক আমন্ত্ৰণ কৰে আৰু বিশ্বাসৰ পথৰ পৰা পিচলি পৰে । | asm_Beng |
14,632 | Social networks and social media have become more important in peoples learning strategies. | ছ’চিয়েল মিডিয়া মানুহৰ শিক্ষানীতিৰ প্ৰধান আহিলা হৈ পৰিছে। | asm_Beng |
14,633 | Never Has Another Man Spoken Like This | “ সেই জনৰ দৰে মানুহে কেতিয়াও কথা কোৱা নাই ” | asm_Beng |
14,634 | The writer is a poet and author. | কবিতাৰ কবি স্ৰষ্টা আৰু আবৃত্তিকাৰ প্ৰাণপ্ৰতিষ্ঠাপক। | asm_Beng |
14,635 | : What's left? | :তাৰ পিচত? | asm_Beng |
14,636 | Device paths | যন্ত্ৰৰ পাথ | asm_Beng |
14,637 | Even after the Jews had killed his Son, how did Jehovah continue to show them long - suffering? | ইয়াৰ প্ৰাথমিক কাৰণ হৈছে, তেওঁৰ পবিত্ৰ নামক মহিমা আৰু তেওঁৰ সাৰ্ব্বভৌমত্বক প্ৰতিষ্ঠা কৰা । | asm_Beng |
14,638 | Select a filename to save | সংৰক্ষণৰ বাবে নথিপত্ৰৰ নাম নিৰ্ব্বাচন কৰক | asm_Beng |
14,639 | We have many. | আমাৰো বহুতো খৰচপাতি আছে। | asm_Beng |
14,640 | Despite severe trials, Jesus remained perfectly obedient to his Father. He was thus able to offer his own perfect human life to cover the enormous cost of Adams sin. | এইদৰে তেওঁ নিজৰ সিদ্ধ মানৱ জীৱনৰ দ্বাৰা আদমৰ পাপৰ বিপুল মূল্য পৰিশোধ কৰি মুক্তিপণ দিয়াত সক্ষম হ’ল । | asm_Beng |
14,641 | Move to parent folder | উপধায়ক ফোল্ডাৰলৈ স্থানান্তৰ কৰক | asm_Beng |
14,642 | Some vices have entered in our way of life, and we do not think that we are breaking the law and that is why it is the responsibility of the leadership and of the society to get rid of these faults that have crept into the society. | হাস্পতালত ডাক্তৰে দিয়া ঔষুধ সেৱন কৰি সুস্থ নহ’লে তাৰ বাবে সকলো সময়তে ডাক্তৰ দায়ী নহয়, সকলো মৃত্যু ডাক্তৰৰ দোষ অথবা হাস্পাতালৰ গাফিলতিত নহয়। | asm_Beng |
14,643 | Many women have become infertile due to stressful environment. | বহুতো মহিলাই অবাঞ্চিত পৰিবেশৰ মুখামুখী হ'ব লগা হৈছে। | asm_Beng |
14,644 | The second petition in the model prayer is: Let your kingdom come. This request is closely related to the preceding one. | ( মথি ৬ : ১০) এই নিৱেদন আৰু প্ৰথম নিৱেদনৰ মাজত এক নিবিড় সম্পৰ্ক আছে । | asm_Beng |
14,645 | The Prime Minister urged the gathering to not limit their connect with India, to just an emotional one. | তেওঁ কয় যে ছুইডেনৰ ভাৰতীয় বংশোদ্ভূত সমুদায়ে ইয়াত সমবেত হোৱাতো ভাৰতৰ প্রতি থকা আবেগকে সূচাইছে। | asm_Beng |
14,646 | At the third | অধিবেশনৰ তৃতীয় . | asm_Beng |
14,647 | If checked, the device is always shown in the user interface no matter what its directory is [x-gvfs-show] | যদি সংহত, ডিভাইচক সদায় ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠত দেখুৱা হয় তাৰ ডাইৰেকটৰি যেনেকুৱা নহওক [x-gvfs-show] | asm_Beng |
14,648 | Fixed slider size | স্লাইডাৰৰ পূৰ্বনিৰ্দিষ্ট দৈৰ্ঘ্য | asm_Beng |
14,649 | Import selected keys to local key ring | নিৰ্বাচিত কি'সমূহ স্থানীয় কি'ৰিংৰ মাজত ইমপোৰ্ট কৰক | asm_Beng |
14,650 | The question of importance, though, is, What influence do Jesus teachings have on me personally? Jesus teachings touched on a vast array of subjects. | আমি নিজকে এই গুৰুত্বপূৰ্ণ প্ৰশ্নটো সোধা আৱশ্যক যে, “যীচুৰ শিক্ষাই মোৰ জীৱনত কেনেকৈ ব্যক্তিগতভাৱে প্ৰভাৱিত কৰিছে? ” | asm_Beng |
14,651 | But we accepted it. | কিন্তু আমি তাইক সমৰ্থন কৰিছিলো। | asm_Beng |
14,652 | The software which you want to remove is required to run other software, which will be removed too. | অপসাৰণৰ বাবে চিহ্নিত চালনাজ্ঞানৰ সহায়ত অন্য কিছু চালনাজ্ঞান সঞ্চালিত হয় আৰু ইয়াক অপসাৰণৰ ফলত অন্য চালনাজ্ঞানসমূহও আঁতৰুৱা হ'ব । | asm_Beng |
14,653 | TCIL is a leading ISO-9001: 2008 and ISO:2008 and 14001:2004 certified, Schedule-A, Mini Ratna Category-l Public Sector Undertaking (PSU). | এই ক্ষেত্রত পৰিচালন পৰিষদৰ নিম্ন শ্ৰেণীৰ পদসমূহৰ সর্বাধিক ১০শতাংশ লৈকে অবিলম্বে অন্তর্ভুক্তিৰ আইনৰ ৰেহাই প্ৰদানেৰে পুৰণ কৰা যাবে। | asm_Beng |
14,654 | However, Amit Shah had later clarified that he never asked for imposition of Hindi over native languages in the country but advocated its use as the second language. | অমিত শ্বাহে পৰৱৰ্তী সময়ত কৈছিল যে তেওঁ কেতিয়াও হিন্দীক দেশৰ জাতীয় ভাষা হিচাপে আৰোপ কৰাৰ বাবে কোৱা নাছিল, কিন্তু ইয়াক দ্বিতীয় ভাষা হিচাপে ব্যৱহাৰৰহে পোষকতা কৰিছিল। | asm_Beng |
14,655 | In place. | জেগাতে। | asm_Beng |
14,656 | An error has occurred. | এটা ত্ৰুটি দেখা দিছে। | asm_Beng |
14,657 | Calling for expediting the process of sending DPRs and UCs, Dr Jitendra Singh said, these procedures have already been simplified and the State Government should make the best use of the revised guidelines. | ড০ জিতেন্দ্ৰ সিঙে ডি পি আৰ আৰু ইউ চি পঠিওৱাৰ পদ্ধতিসমূহ খৰতকীয়া কৰিবলৈ জনাই কয় যে এই পদ্ধতিসমূহৰ ইতিমধ্যে সৰলীকৰণ কৰা হৈছে আৰু ৰাজ্য চৰকাৰসমূহে এই পৰিৱৰ্তিত নিৰ্দেশাৱলীৰ সুবিধা লব লাগে। | asm_Beng |
14,658 | Bus error | বাচ ত্ৰুটি | asm_Beng |
14,659 | A photo card has been detected. | এটা ফ'টো কাৰ্ড চিনাক্ত কৰা হৈছে । | asm_Beng |
14,660 | Whether the border should be shown or not | প্ৰান্ত প্ৰদৰ্শন কৰা হ'ব নে নাই | asm_Beng |
14,661 | Chinese Foreign Ministry spokesman Geng Shuang said in Beijing that China had never acknowledged the existence of Arunachal Pradesh. | আশ্চৰ্যজনকভাৱে যোৱা বুধবাৰে চীনৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ গেং চুৱাঙে বেইজিঙত দাবী কৰিছিল যে চীনে ‘তথাকথিত অৰুণাচল প্ৰদেশৰ অস্তিত্বক কেতিয়াও স্বীকাৰ কৰা নাই। | asm_Beng |
14,662 | Through the entertainment field and other avenues, Satan deceives people into believing that good is bad and bad is good. | ( লূক ১১ : ১৩) গতিকে তেওঁৰ পবিত্ৰ আত্মা পাবলৈ হ’লে আমি কেৱল জগতৰ আত্মাক প্ৰতিৰোধ কৰাটোৱেই যথেষ্ট নহয় । | asm_Beng |
14,663 | A lot of people are involved. | কেইবাসহস্ৰাধিক লোকৰ অংশগ্ৰহণ। | asm_Beng |
14,664 | He received his early education at Indu Babur Pathshala, a small pre-primary school. | দেই তেওঁৰ শৈশৱৰ পাঠ গ্ৰহণ কৰিছিল ‘ইন্দু বাবুৰ পাঠশালা’ নামৰ এক সৰু প্ৰাক-প্ৰাথমিক বিদ্যালয়ত। | asm_Beng |
14,665 | Who can forget the sacrifice of sixteen year old Valliamma, the fearless Thambi Naidoo and the selfless Mohammed Cachalia? | ১৬ বছৰীয়া ভালিয়াম্মা, সাহসী থাম্বী লাইড’ আৰু নিস্বাৰ্থ মহম্মদ কাচালিয়াৰ ত্যাগক কোনে পাহৰিব পাৰে? | asm_Beng |
14,666 | "Default color of terminal background, as a color specification (can be HTML-style hex digits, or a color name such as ""red"")." | "টাৰ্মিনেলৰ পটভূমিৰ অবিকল্পিত ৰং, এটা ৰঙ ধাৰ্য্যকৰণ হিচাপে (HTML-শৈলী hex অঙ্কসমূহ অথবা এটা ৰঙৰ নাম যেনে ""ৰঙা"")।" | asm_Beng |
14,667 | The entire country is grieving. | সমগ্ৰ দেশেই শোকাকুল হৈ পৰিছে। | asm_Beng |
14,668 | Attribute Name | বৈশিষ্টৰ নাম | asm_Beng |
14,669 | What are you going to say? | কি কথা ক’বলৈ আহিছে আপোনালোকে? | asm_Beng |
14,670 | USB wireless adapter | USB বেতাঁৰ এডাপ্টাৰ | asm_Beng |
14,671 | can not drop privileges | সুবিধাসমূহ এৰিব নোৱাৰি | asm_Beng |
14,672 | But all of us need to be alert to the danger that Satan can distort our thinking in such a way that our service may actually become unacceptable to God. | ( গীতমালা ৮১ : ১১, ১২) তেওঁলোকে আৰ্জন কৰা সম্পূৰ্ণ ধন - সম্পত্তি কেৱল নিজৰ হিতৰ কাৰণহে ব্যৱহাৰ কৰিব বিচাৰে । — হিতোপদেশ ১৮ : ১. | asm_Beng |
14,673 | Why do | কিয় বা কৰিব? | asm_Beng |
14,674 | Whether to use the value from the snap_edge property or a value derived from handle_position | snap_edge নাকি handle_position ইয়াৰ বৈশিষ্ট্যৰ পৰা নেয়া মানটি ব্যৱহাৰ কৰা হ'ব | asm_Beng |
14,675 | He said that India is today at a unique stage in its history, and the high aspirations of its people need to be nurtured by the Government, so that they translate into the nations development. | তেওঁ কয় যে ভাৰত আজি ইতিহাসৰ ভিতৰতে এক বিশিষ্ট স্তৰত উপনীত হৈছে আৰু ইয়াৰ লোকসকলৰ উচ্চাকাংক্ষাক চৰকাৰৰ দ্বাৰা পৰিপূৰ্ণ কৰাৰ আৱশ্যকতা আছে, যাতে সেইবোৰে ৰাষ্ট্ৰৰ বিকাশত পৰিৱৰ্তন আনিব পাৰে। | asm_Beng |
14,676 | Mr. Faleh Bin Mubrarak Al Hajri, Director, Department of Culture and Arts, Ministry of Culture and Sports | ফালেহ বিন মুবাৰক আল হাজৰী, সংস্কৃতি আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সংস্কৃতি আৰু কলা বিভাগৰ সঞ্চালক | asm_Beng |
14,677 | But the public doesn't give a damn. | কিন্তু খবৰ ল’বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ। | asm_Beng |
14,678 | "_Files opened by process ""%s"" (PID %u):" | "প্ৰক্ৰিয়া ""%s"" (PID %u) দ্বাৰা খোলা নথিপত্ৰ:_F" | asm_Beng |
14,679 | Love at first sight. | প্ৰথম দৃষ্টিতে প্ৰেম। | asm_Beng |
14,680 | I didnt want to. | খোৱাৰ ইচ্ছাও নাছিল। | asm_Beng |
14,681 | The BJPs victory is assured. | বিজেপিৰ প্ৰদান বৰুৱাৰ বিজয় নিশ্চিত। | asm_Beng |
14,682 | Attribute Value | বৈশিষ্টৰ মান | asm_Beng |
14,683 | They have washed their robes and made them white in the blood of the Lamb. | কিয়নো তেওঁলোকে “মেৰ পোৱালিৰ তেজেৰে নিজ নিজ বস্ত্ৰ ধুই বগা কৰিলে । ” | asm_Beng |
14,684 | Whether we have the privilege of the heavenly calling or the prospect of living forever on earth, our being impartial enables us to enjoy the unity of one flock, one Shepherd. | গিবোনীয়াসকলৰ সৈতে স্থাপিত কৰা যিহোচূৱাৰ নিয়মৰ প্ৰতি যিহোৱাই কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? | asm_Beng |
14,685 | After a great many years longer than any one of us will have to endure in this system of things the faith of Noah led to his salvation through the Flood. | কিন্তু বিংশ শতাব্দীৰ আগৰলৈকে হিলৈ আৰু বৰতোপ, ৰাইফল আৰু আন উন্নত ধৰণৰ অস্ত্ৰ যুদ্ধত ব্যৱহাৰ কৰা হৈছিল । | asm_Beng |
14,686 | You see some of that energy as lightning. Besides being awesome, lightning actually helps to produce forms of nitrogen that reach the soil, where plants absorb them as natural fertilizer. | গতিকে বিজুলীয়ে মাত্ৰ শক্তিয়ে দিয়ে এনে নহয়, কিন্তু লাভসমূহো প্ৰদান কৰে । — গীতমালা ১০৪ : ১৪, ১৫. | asm_Beng |
14,687 | The count of voice recording hours we have collected so far. | আমি এতিয়ালৈ সংগ্ৰহ কৰা ভইচ ৰেকৰ্ডিঙৰ সংখ্যা। | asm_Beng |
14,688 | We are very small. | আমি তেতিয়া বহুত সৰু। | asm_Beng |
14,689 | Despite the amazing diversity of Gods people, they dwell in unity with one another. | ঈশ্বৰৰ পবিত্ৰ আত্মাই তেওঁৰ সেৱকসকলক প্ৰেম, আনন্দ, শান্তি, মৃদু - ভাব আৰু বিভিন্ন প্ৰকাৰৰ গুণ বিকশিত কৰিবলৈ সহায় কৰে । | asm_Beng |
14,690 | Can we perhaps increase our sacrifice of praise to Jehovah as well as our support of the worldwide work in a material way? | আমি কৰা সেৱাত যিহোৱাই কি অপেক্ষা কৰে? ১৫, ১৬. | asm_Beng |
14,691 | "The window ""%2"" is not responding. It belongs to the application %1 (Process ID = %3, hostname = %4). Do you wish to terminate the application process including all of its child windows? Any unsaved data will be lost." | """% 2"" শিৰোনাম থকা সংযোগক্ষেত্ৰৰ পৰা কোনো প্ৰতিক্ৰিয়া হোৱা নাই । এই সংযোগক্ষেত্ৰৰ গৰাকী% 1 অনুপ্ৰয়োগ (PID=% 3, গৃহস্থ নাম=% 4) । এই অনুপ্ৰয়োগ বন্ধ কৰিব নে? (ইয়াৰ ফলত, অনুপ্ৰয়োগত উপস্থিত সকলো অসংৰক্ষিত তথ্য হেৰাব ।)" | asm_Beng |
14,692 | And what of me? | আৰু মোৰ বঁটা ক’ত? | asm_Beng |
14,693 | Friends, Today, India is on the path of several major transformations. | বন্ধুসকল, আজি, ভাৰতে বহু পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে। | asm_Beng |
14,694 | Amount of space used up by arrow | কাঁড়ৰ দ্বাৰা ব্যৱহৃত স্থান | asm_Beng |
14,695 | He will... show himself attentive toward Jehovahs acts of loving - kindness. PSALM 107: 43. | যিহোৱাৰ প্ৰেমপূৰ্বক দয়াৰ পৰা লাভবান হোৱা | asm_Beng |
14,696 | "Defund the police.""" | ৰ’বা পুলিচত খবৰ দিওঁ” । | asm_Beng |
14,697 | """But how could I not watch?" | “ কিন্তুু মইতো তাত নাছিলোঁ৷ সি মোক কেনেকৈ দেখিলে? | asm_Beng |
14,698 | The state has been witnessing widespread protests over the Citizenship Amendment Act. | ৰাজ্যত এতিয়া তীব্ৰতৰ হৈছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ। | asm_Beng |
14,699 | Some of theseare mentioned hereunder: | তাৰ বিষয়ে তলত কিছু আলোকপাত কৰা হ’ল – | asm_Beng |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.