Unnamed: 0 int64 0 50.5k | source stringlengths 1 1.85k ⌀ | target stringlengths 1 8.31k ⌀ | lang stringclasses 3
values |
|---|---|---|---|
15,200 | A: And how! | : আৰু কি কিন্তু কিন্তু! | asm_Beng |
15,201 | The Bible says: The fear of Jehovah is the beginning of wisdom. | কিয়নো বাইবেলে এইদৰে কৈছে: “যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ । ” | asm_Beng |
15,202 | World love | বিশ্ব প্রেম বিনন্দীয়া বুলি | asm_Beng |
15,203 | The BJP Government has misused the administration. | বিজেপিয়ে প্ৰশাসনীয় ব্যৱস্থা অপব্যৱহাৰ কৰিছে। | asm_Beng |
15,204 | Music sharing (DAAP) | সংগিত অংশীদাৰী (DAAP) | asm_Beng |
15,205 | And if so, why not? | আৰু যদি এইটোৱে হয়, পিয়াহ দিয়াৰ তাইৰ ভঙ্গীমা নোচোৱা কিয়? | asm_Beng |
15,206 | Rather than enlighten, he deceives. To achieve his aim to turn people away from pure worship, Satan promotes an array of lies. | আদমে প্ৰতাৰিত নোহোৱাৰ নিচিনাকৈ যদিও আনবিলাকে প্ৰতাৰিত হোৱা নাই তথাপিও তেওঁলোকে ইচ্ছাকৃতভাৱে অৱজ্ঞাকাৰী হ’বলৈ বাছি লৈছে । | asm_Beng |
15,207 | Another cyclist was injured in the accident. | আনহাতে, দুৰ্ঘটনাটোত বাইকৰ আনগৰাকী আৰোহী চম্পক নাথ আহত হয়। | asm_Beng |
15,208 | Major fire in Mumbai | মুম্বাইত দেওবাৰে পুৱাই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। | asm_Beng |
15,209 | And what do you hope to achieve? | আৰু কেনেকুৱা ধৰণৰ ফলাফল আশা কৰে? | asm_Beng |
15,210 | This normally indicates an internal error and should be reported. | সেৱকলৈ প্ৰৰণ কৰাৰ সময়ত সৰঞ্জাম চিনাক্তকৰণৰ তথ্য সঠিক ৰূপে গঠিত নহয় । | asm_Beng |
15,211 | Whether caused by fear, ignorance, prejudice, oppression, injustice, nationalism, tribalism, or racism, hatred seems to be all around us. | সেয়েহে আমি অধিক সা - সম্পত্তি বা উচ্চ স্থান অধিকাৰ কৰিবলৈ চেষ্টা নকৰাটো বুদ্ধিমানৰ কাৰ্য্য হ’ব । | asm_Beng |
15,212 | What are you saying! | কি কথা কোৱাহে! | asm_Beng |
15,213 | No MTP devices found | কোনো MTP ডিভাইচ পোৱা নগল | asm_Beng |
15,214 | Cant be happier. | সুখী হোৱাটো সম্ভৱেই নহয়। | asm_Beng |
15,215 | Summing up, the Women and Child Development Minister, Smt Maneka Sanjay Gandhi said the Government is moving fast on all fronts to change the status of women and children in the country. | চমুকৈ ক’বলৈ হ’লে মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী শ্ৰীমতী মানেকা সঞ্জয় গান্ধীয়ে কয় যে, চৰকাৰে মহিলা আৰু শিশু কল্যাণৰ ক্ষেত্ৰত সকলো দিশ সামৰি অতি খৰতকীয়াকৈ ফলপ্ৰসূ হ’ব পৰা পদক্ষেপ হাতত লৈছে। | asm_Beng |
15,216 | According to a report submitted to Home Ministry. | গৃহ মন্ত্ৰণালয়ক চোৰাংচোৱাই দাখিল কৰা এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে এই কথা। | asm_Beng |
15,217 | We have made efforts to fast track it. | আমি সেই পৰ্যায়টোক এক গতি দিয়াৰ প্ৰচেষ্টা হাতত লৈছোঁ। | asm_Beng |
15,218 | By their failure to teach the truth and by their poor example, the priests misled many Israelites, so Jehovah was rightly angry with them. Keeping Gods Standards | সেইবাবে যিহোৱাই তেওঁলোকৰ অহিতে ক্ৰোধীত হোৱাটো যুক্তিসঙ্গত আছিল । | asm_Beng |
15,219 | By using a sincere, enthusiastic approach, we show people that we value and love what we have learned from Gods Word. Psalm 119: 97, 105. 9, 10. | যদি আপুনি ভাবিছে যে এই বিষয়ে উত্তৰ দিবলৈ প্ৰস্তুত নাই, তেনেহ’লে ৰীজনিং কিতাপখন অধ্যয়ন কৰিবলৈ কিয় সময় অতিবাহিত নকৰে? | asm_Beng |
15,220 | Prime Minister Narendra Modi in Nimu | লখিমপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ | asm_Beng |
15,221 | In Egypt, Joseph is imprisoned because he faithfully and courageously adheres to Gods moral standards. | চকু চৰহা হৈ যাকোবৰ পুতেকবিলাকে তেওঁলোকৰ নিজ ভায়েক যোচেফক এজন দাস হিচাবে বিক্ৰি কৰিলে । | asm_Beng |
15,222 | Page Set_up... | পৃষ্ঠা নিৰ্ধাৰণ...(_u) | asm_Beng |
15,223 | He had made the declaration earlier also. | অৱশ্যে ইয়াৰ পূৰ্বেও তেওঁ এই বিষয়ে ঘোষণা কৰিছিল। | asm_Beng |
15,224 | To start a search in : | ত সন্ধান আৰম্ভ কৰিবলৈ: | asm_Beng |
15,225 | Initial state. | প্ৰাৰম্ভিক অৱস্থাসমূহ. | asm_Beng |
15,226 | No human government has the right to impede that God - given work. Why are true Christians neutral, and how have they shown this? | এক জাতিয়ে আন জাতিৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, সিহঁতে যুদ্ধ - বিদ্যা আৰু নিশিকিব । ” | asm_Beng |
15,227 | It's not very easy, it is complex. | কথাবোৰ বৰ জটিলো নহয়, বৰ সৰলো নহয়। | asm_Beng |
15,228 | Then again, often we believe a thing simply because we want to believe it. | ( ১ তীমথিয় ৪ : ১. ২ তীমথিয় ৪ : ৩, ৪) এজন ব্যক্তিয়ে হয়তো গভীৰভাৱে ঈশ্বৰক বিশ্বাস কৰে । | asm_Beng |
15,229 | An International Feast | আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন | asm_Beng |
15,230 | A lot of people are. | বহুতে বহুত ধৰণে কয়। | asm_Beng |
15,231 | I am not singing to anyone. | মই কান্দো কোনেও গম নোপোৱাকৈ৷ | asm_Beng |
15,232 | asked the apostle Paul. You, the one preaching Do not steal, do you steal? | হে চুৰ নকৰিবলৈ ঘোষণা কৰা জন, তুমি চুৰ কৰা নে? | asm_Beng |
15,233 | We do not have the capacity for that. | তাৰে বহুখিনি ৰোধ কৰাৰ শক্তি আমাৰ নাথাকে। | asm_Beng |
15,234 | The Indian air passenger traffic is growing at the fastest pace in the world. | বৰ্তমান ভাৰতৰ ঘৰুৱা বিমান পৰিবহণৰ বৃদ্ধি বিশ্বৰ ভিতৰতে সৰ্বাধিক। | asm_Beng |
15,235 | Insufficient memory to load PNG file | PNG নথিপত্ৰ তুলিব'লৈ অপৰ্য্যাপ্ত স্মৃতিশক্তি | asm_Beng |
15,236 | Protest against Citizenship Amendment Act | নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰহাত জোঁৰ সমদল | asm_Beng |
15,237 | Exodus 34: 6, 7. James 5: 16. | — যাত্ৰাপুস্তক ৩৪ : ৬, ৭. যাকোব ৫ : ১৬. | asm_Beng |
15,238 | And what happens thereafter? | আৰু তাৰ পাছত কি হ’ব? | asm_Beng |
15,239 | There are a few conditions that have been imposed on the opening of these shops. | অৱশ্যে এই দোকান-পোহাৰ খোলাৰ ক্ষেত্ৰত কেতবোৰ বাধ্যবাধকতা আৰোপ কৰা হৈছে। | asm_Beng |
15,240 | It cannot be reused. | ইয়াক পুনৰ কঠিয়া ৰূপে ব্যৱহাৰ কৰিব নোৱাৰি। | asm_Beng |
15,241 | At the end of the note, the official has mentioned that he is committing suicide. | আনহাতে পত্ৰখনৰ শেষত বিষয়া জনে আত্মহত্যা কৰাৰ কথা উল্লেখ কৰিছে। | asm_Beng |
15,242 | Ek Bharat, when we look at Railways then we get the feeling of one India. | আমি যেতিয়া ভাৰতীয় ৰে’লৱেৰ ফালে চাওঁ তেতিয়াই আমি এখন সুন্দৰ ভাৰতৰ কথা অনুভৱ কৰিব পাৰো। | asm_Beng |
15,243 | Go back to this page | এই পৃষ্ঠালে ঘুৰি যাওক | asm_Beng |
15,244 | When the wicked ones are cut off, you will see it. Psalm 37: 34. [ Footnotes] | আমি সচেতনে থাকিবলৈ আশাই কেনে মূখ্য ভূমিকা আদায় কৰে? | asm_Beng |
15,245 | An amount of Rs. 4.00 crore has been proposed to be earmarked to these North Eastern States for construction of fishermen houses and contribution towards Saving-cum- Relief scheme. | উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে মাছমৰীয়াৰ ঘৰ নিৰ্মাণ কৰা আৰু জমাভিত্তিক সাহায্য আঁচনিত বৰঙণি দিয়াৰ ক্ষেত্ৰত ৪.০০ কোটি টকা ধাৰ্য কৰাৰ প্ৰস্তাৱ লোৱা হয়। | asm_Beng |
15,246 | Format Disk... | ডিস্ক ফৰমেট কৰক... | asm_Beng |
15,247 | Interface required entry | ইন্টাৰফেসেৰ ক্ষেত্ৰেৰ আৱশ্যক এন্ট্ৰি | asm_Beng |
15,248 | We thus have every reason to be grateful to God each day for life and for the hope that he extends to us of living forever in a world free of all suffering. | বৰ্তমান সময়ত ঈশ্বৰে তেওঁৰ সেৱকসকলক অৱশ্যেই সহায় কৰিছে । | asm_Beng |
15,249 | The reason of death is not known. | জানিব পৰা নাই কিহৰ বাবে মৃত্যু হৈছে গৰুবোৰৰ। | asm_Beng |
15,250 | These evolutionary psychologists argue that much of human behavior is the output of psychological adaptations that evolved to solve recurrent problems in human ancestral environments. | বিবৰ্তনমূলক মনোবিজ্ঞানীসকলে যুক্তি দিয়ে যে মানুহৰ বেছিভাগ আচৰণ হৈছে মনস্তাত্বিক পৰিৱৰ্তনৰ ফলাফল যি মানৱ বংশানুক্ৰমিক পৰিৱেশত (ancestral environments) বাৰে বাৰে হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে বিকশিত হৈছিল। | asm_Beng |
15,251 | In this context, he said that all concerned must fulfil, in accordance with the Constitution of India, whatever responsibilities have been assigned to them. | প্রসঙ্গ সংগতি ৰাখি ভাষণৰ মাজতে প্রধানমন্ত্রীয়ে কয়, ভাৰতৰ সংবিধান অনুসৰণ কৰি সংশ্লিষ্ট সকলো পক্ষই নিজ নিজ দায়িত্ব সঠিকভাৱে পালন কৰা উচিত। | asm_Beng |
15,252 | In this plan, under the BIMSTEC Trans-Power Exchange and Development Project, it was decided that a Task Force led by Thailand, with representatives of member countries, will give a report on draft MoU for grid interconnections. | এই পৰিকল্পনাৰ অধীনতে বিমষ্টেক শক্তি সংবহন আৰু বিনিময় আৰু উন্নয়ন প্ৰকল্প গ্ৰহণ কৰা হয় আৰু থাইলেণ্ডৰ নেতৃত্বত সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিক লৈ এটা টাস্ক ফৰ্চ গঠন কৰা হয়, যি এই গ্ৰিড আন্তঃসংযোগৰ বুজাবুজি চুক্তিৰ খচৰা প্ৰস্তুত কৰিব। | asm_Beng |
15,253 | what can u say? | তুমিয়েতো ক’ব পাৰা | asm_Beng |
15,254 | Maximum jitter buffer | সৰ্বাধিক জিটাৰ বাফাৰ | asm_Beng |
15,255 | Jehovah has supplied us with a full suit of spiritual armor to enable us to stand firm against the machinations of the Devil. | বৰ্তমান সময়ত চয়তানে যিহোৱাৰ সাক্ষীসকলক ফান্দত পেলাবলৈ কেনে ধৰণৰ প্ৰতাৰণা ব্যৱহাৰ কৰিছে? | asm_Beng |
15,256 | Do you occasionally feel a tinge of envy toward the well - to - do and their indulgent life - styles? | বাৰূকে সেই আজ্ঞা পালন কৰিলেনে? | asm_Beng |
15,257 | Yet, how does God feel when his servants are unfaithful? According to Hosea 6: 7, how were some Israelites acting? | কিন্তু তেওঁৰ উপাসকবিলাক আজ্ঞাকাৰীতা নহলে তেওঁ কেনে অনুভৱ কৰে? | asm_Beng |
15,258 | What is needed in order to break free from wrong desires and inclinations? | এই দুয়ো পৰস্পৰ বিৰুদ্ধা - বিৰুদ্ধী । ” | asm_Beng |
15,259 | So what did Jennifer do? I told the girls that I was one of Jehovahs Witnesses, she continues. | তথাপিও মই তেওঁলোকক জনালোঁ যে মই এজনী যিহোৱাৰ সাক্ষী । | asm_Beng |
15,260 | Whether or not to play a sound when logging in a network. | নে'টৱৰ্কত প্ৰৱেশ কৰিলে সূচনাপ্ৰদানৰ বাবে শব্দ বজোৱা হ'ব নে নাই । | asm_Beng |
15,261 | """There are more than 700 districts in the country.However, only 60 districts in 7 states are a cause of worry,"" said the Prime Minister." | প্ৰধানমন্ত্ৰীয়ে কয় - 'দেশত ৭০০ৰো অধিক জিলা আছে কিন্তু তাৰ মাজত ৭খন ৰাজ্যত ৬০খন জিলাৰ অৱস্থা গুৰুতৰ আৰু চিন্তা জনক । | asm_Beng |
15,262 | Isnt this political hypocrisy? | এয়া ৰাজনৈতিক দুৰ্নীতি নহয় নেকি? | asm_Beng |
15,263 | Even before 1914, a small band of anointed Christians began to grasp important truths about the Lords return. For instance, they discerned that it would be invisible, as implied by the two angels who appeared in 33 C.E. to the disciples while Jesus was ascending to heaven. | ৯, ১০. ( ক) যীচুৰ মহিমাৰ সম্বন্ধে দিয়া এক চিহ্ন শিষ্যবিলাকৰ বাবে সময়োচিত আছিল বুলি কিয় ক’ব পাৰি? | asm_Beng |
15,264 | He was the health minister in the first Modi government. | মোডীৰ প্ৰথম কাৰ্যকালত স্বাস্থ্য মন্ত্ৰী ৰূপে দায়িত্ব চম্ভালিছিল তেওঁ। | asm_Beng |
15,265 | A glossy looking theme | চিকচিকিয়া আবৰণৰ থিম | asm_Beng |
15,266 | Set display type to scientific format | বৈজ্ঞানিক ফৰমায় প্ৰদৰ্শন কৰতে নিৰ্ধাৰণ কৰো | asm_Beng |
15,267 | The town was the former capital of the Kumaon Kingdom. | প্ৰাচীন প্ৰাগজ্যোতিষপুৰ আছিল কামৰূপ ৰাজ্যৰ ৰাজধানী। | asm_Beng |
15,268 | Upgradation of 1396 Government ITIs through PPP | ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্বৰ মাধ্যমেৰে ১৩৯৬ খন চৰকাৰী আই টি আই উন্নীতকৰণ | asm_Beng |
15,269 | We have also come to know that the best way to live is by applying the Bibles wise counsel. | প্ৰকৃততে মৃতবিলাকৰ অৱস্থা কি? | asm_Beng |
15,270 | The mind turned numb. | মন প্ৰাণ শাত পৰি গ’ল। | asm_Beng |
15,271 | "Can't read from ""%s""" | """%s"" -ৰ পৰা পঢিব নোৱাৰি" | asm_Beng |
15,272 | There are several reasons why this question is being asked. | এনেবোৰ প্ৰশ্ন অৱতৰণ হোৱা বহু যুক্তি আছে। | asm_Beng |
15,273 | He had no idea why. | তেওঁ মোক তাৰ কাৰণ বুজাব পৰা নাছিল। | asm_Beng |
15,274 | Their dead bodies were left exposed on a mountain. | তেওঁবিলাকৰ মৃত শৰীৰবোৰ এটা পাহাৰত মুকলিকৈ ৰখা হ’ল । | asm_Beng |
15,275 | When the menu is a submenu, position it this number of pixels offset vertically | এটি যদি সাবমেনু হয়, তেন্তে একে এই সংখ্যক পিক্সেল উলম্ব অফসেটে স্থাপন কৰো | asm_Beng |
15,276 | Click the background image you want to use. | আপুনি ব্যৱহাৰ কৰিব বিচৰা পটভূমি ছবিত ক্লিক কৰক। | asm_Beng |
15,277 | Having been Jehovahs Master Worker during creation, Jesus had a profound understanding of human nature. That understanding deepened his love. | যিয়েই নহওঁক কিয়, যিহোৱাই আমাক তেওঁৰ বাক্যৰ শিক্ষক হ’বলৈ যোগ্য কৰাৰ বাবে আমি তেওঁক ধন্যবাদ নিদিম নে? | asm_Beng |
15,278 | Never Allow | কেতিয়াও অনুমতি নিদিব | asm_Beng |
15,279 | If true, scroll the background image with the foreground text. if false, keep the image in a fixed position and scroll the text above it. | মান সত্য হ'লে, অগ্ৰভূমিৰ শব্দৰ সৈতে পটভূমিৰ চিত্ৰ স্ক্ৰোল কৰা হ'ব. মান সত্য ন'হ'লে (false) পটভূমিৰ চিত্ৰৰ স্থান অপৰিবৰ্তিত ৰাখি অগ্ৰভূমিৰ শব্দ স্ক্ৰোল কৰা হ'ব । | asm_Beng |
15,280 | There has been economic chaos in the country. | দেশত অৰ্থনৈতিক দুৰ্যোগে দেখা দিছে। | asm_Beng |
15,281 | Could not get server hostname: %s! | চাৰ্ভাৰৰ হস্টৰ নাম পোৱা ন'গ'ল: %s! | asm_Beng |
15,282 | In the eyes of most merchants, what that man in Jesus parable did was probably unwise. | হয়তো যীচুৰ দৃষ্টান্তত থকা সদাগৰজনৰ বিষয়ে সৰহভাগ বেপাৰীয়ে তেওঁ লোৱা পদক্ষেপক এক নিৰ্বোধতাৰ কাৰ্য্য বুলি ক’ব পাৰে । | asm_Beng |
15,283 | This Bible book can also move you to give the Most High your very best, always maintaining holiness to his praise. | লেবীয়া পুস্তকৰ কিতাপখনে আমাৰ উপাসনাক কেনেদৰে প্ৰভাৱিত কৰে | asm_Beng |
15,284 | No applications were chosen to be installed | সংস্থাপন কৰাৰ বাবে কোনো অনুপ্ৰয়োগ নিৰ্ব্বাচন কৰা নহয় । | asm_Beng |
15,285 | Select from the list on the left. | বাঁওফালৰ তালিকাৰ পৰা বাছক। | asm_Beng |
15,286 | Her Faujdar Arjun Das was killed in the battle and the Rani decided to lead the defence herself. | দুৰ্গাৱতীৰ সেনাপতি অৰ্জুন দাস যুদ্ধত নিহত হৈছিল আৰু ৰাণীয়ে প্ৰতিৰক্ষাক নিজে নেতৃত্ব কৰাৰ সিদ্ধান্ত লৈছিল। | asm_Beng |
15,287 | Increase the text size | লিখনী আকাৰ বৃদ্ধি কৰক | asm_Beng |
15,288 | By giving to Jehovah, what can we never accomplish, yet what may we always succeed in doing? | এনেধৰণে প্ৰকাশ কৰা প্ৰেমে আমাক যিহোৱাৰ কাষ চাপিবলৈ সহায় কৰিব । | asm_Beng |
15,289 | What will happen to Jerusalem and Samaria, and why? Think again of Micahs day. | তেওঁলোক কোনো বিভক্ত জাতি আৰু এই জগতৰ চৰকাৰসমূহ নহয় । | asm_Beng |
15,290 | For instance, the apostle Peter, a Jew, was instructed to visit the house of a foreign national, someone with whom he would not normally have close association. | ইয়াৰ উপৰিও উপাসকসকলে যীচুত বিশ্বাস কৰাৰ দ্বাৰাও অধিককৈ ঐক্যতাবদ্ধ হ’ব পাৰিলে । | asm_Beng |
15,291 | The ITM is organized by the Union Ministry of Tourism in association with the North Eastern States and the state of West Bengal. | ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰ্যালয় উদ্যোগত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে পশ্চিমবংগ চৰকাৰৰ সহযোগত এই আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আয়োজন কৰা হৈছে। | asm_Beng |
15,292 | 2,479 health/ eye/ immunisation camps were organised, in which 1.50 lakh volunteers participated. | ২,৪৭৯টা স্বাস্থ্য/চকু/টীকাকৰণ শিৱিৰ অনুষ্ঠিত কৰা হয়, য’ত ১.৫০ লাখ এনএছএছৰ সেচ্চাসেৱকে অংশ লয়৷ | asm_Beng |
15,293 | If any Member wishes to offer any suggestions or amendments, we can very well take up those issue in the next session of the House. | আমি তেনে প্ৰস্তাৱ বা সংশোধনীৰ বিষয়ে বিধানসভাৰ আগন্তুক অধিৱেশনত আলোচনা কৰিম”। | asm_Beng |
15,294 | The end result, much to his regret, was crime and prison. | কিন্তু তেনে ভাবি মই কিমান যে ভুল কৰিলোঁ । | asm_Beng |
15,295 | Leakey and Roger Lewin wrote: Perhaps the human species is just a ghastly biological blunder. | ঠিক তেনেদৰে ৰিচাৰ্ড ই লিকেই আৰু ৰোজাৰ লিউইনে এইদৰে লিখিছিল: “সম্ভৱতঃ মানুহৰ উৎপত্তি সাংঘাটিকভাৱে হোৱা জৈৱিক দুৰ্ঘটনাৰ ফলত হ’ল । ” | asm_Beng |
15,296 | Yeast infection | প্ৰস্ৰাৱৰ সংক্ৰমণ | asm_Beng |
15,297 | We had no time to think. | আমি বিকাশৰ কথা মন দিবলৈ সময় পোৱা নাই। | asm_Beng |
15,298 | Show CPU frequency as _frequency | চলাঙ্ক অনুসাৰে CPU চলাঙ্ক প্ৰদৰ্শিত হ'ব(_f) | asm_Beng |
15,299 | Protests against the Citizenship Amendment Act are continuing | জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। | asm_Beng |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.