Unnamed: 0 int64 0 50.5k | source stringlengths 1 1.85k ⌀ | target stringlengths 1 8.31k ⌀ | lang stringclasses 3
values |
|---|---|---|---|
15,600 | The actual cause of the fire is still not known. | এতিয়ালৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। | asm_Beng |
15,601 | We frequently hear thank you, youre welcome, or similar expressions on the lips of young and old as well as new and longtime Witnesses as they join in worship and happy fellowship. | তদুপৰি আমি সঘনাই সৰু, বৰ, নতুন বা দীৰ্ঘ সময়ৰ সাক্ষী ভাই - ভনীসকলৰ মুখৰ পৰা “ধন্যবাদ ” বুলি কোৱা শুনিবলৈ পাওঁ আৰু তেওঁলোকে ইজনে সিজনৰ সৈতে সঙ্গতি কৰি আনন্দিত হয় । | asm_Beng |
15,602 | The injured were taken to the Assam Medical College in Dibrugarh. | আহত লোকজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। | asm_Beng |
15,603 | He sent his servants the prophets Zephaniah and Jeremiah, among others to urge the people to repent. | ( চফনিয়া ৩ : ৭) বৰ্তমান সময়টো সেই একেইদৰে ঘটিব । | asm_Beng |
15,604 | We are ready to play the role of a good and constructive opposition. | ‘আমি বিৰোধী হিচাপে বলিষ্ঠ ভূমিকা পালন কৰিবলৈ প্ৰস্তুত। | asm_Beng |
15,605 | Yes, the way to know the true God involved paying attention to Jesus Christ, for in him, humans could and can see what Jehovah is like. | সেই প্ৰতিজ্ঞাটো বৰ্তমানে আমাৰ সময়তো প্ৰযোজ্য হয় । | asm_Beng |
15,606 | The writer is a Supreme Court Advocate. | লেখক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা। | asm_Beng |
15,607 | Sports complexes and stadiums can open but without any spectators. | ষ্টেডিয়াম বা ক্ৰীড়া চৌহদ খুলিব পাৰিব যদিও কোনো দৰ্শক প্ৰৱেশ কৰিব নোৱাৰিব। | asm_Beng |
15,608 | There is no answer to that question as yet. | সেই প্ৰশ্নৰ উত্তৰহে এতিয়া পোৱা নাই মাতৃয়ে। | asm_Beng |
15,609 | What can be the reason? | আঁৰত কি কাৰণ থাকিব পাৰে? | asm_Beng |
15,610 | He himself may have been seriously ill when he wrote of Gods dealings with an upright sick one. | তেওঁ হয়তো গম্ভীৰ নৰিয়াত থকা অৱস্থাত ঈশ্বৰে এজন ৰোগীৰ সৈতে কৰা ব্যৱহাৰৰ বিষয়ে লিখিছিল । | asm_Beng |
15,611 | Bineswar Brahma Engineering College is situated at Chandrapara, a village which is 5 km from Kokrajhar town. | বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় কোকৰাঝাৰ চহৰৰ পৰা ৫ কিঃমিঃ নিলগৰ চন্দ্ৰপাৰা গাঁৱত অৱস্থিত । | asm_Beng |
15,612 | Yet, there would be survivors of that fear - inspiring day. | যু. পূ. ৬৪৮ চনত যিহূদা দেশত লিখা হৈছিল । | asm_Beng |
15,613 | The amount of time in seconds the computer on UPS power needs to be inactive before it goes to sleep. | UPS দ্বাৰা চালিত কম্পিউটাৰৰ প্ৰদৰ্শন নিদ্ৰিত অৱস্থাত স্থাপনাৰ পূৰ্বে কম্পিউটাৰ নিষ্ক্ৰিয়তাৰ সময়সীমা, ছেকেণ্ডত ব্যক্ত । | asm_Beng |
15,614 | E. Mr. Recep Tayyip Erdogan, President of the Republic of Turkey, called Prime Minister Narendra Modi over telephone today. | তুৰ্কী গণৰাজ্যৰ ৰাষ্ট্ৰপতি সন্মানীয় শ্ৰীমান ৰিকেপ টাইয়িপ ইৰ্ডোগানে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ | asm_Beng |
15,615 | Instead, he became offended and put Hanani in the house of the stocks. How sad! What about us? | এই বুলি বিচৰাৰ পৰিৱৰ্তে তেওঁলোকে নিজৰ সুখ - বিলাস পূৰণ কৰিছিল । — যিচয়া ৫ : ১১, ১২. | asm_Beng |
15,616 | You should have received a copy of the GNU General Public License along with this program. if not, write to the Free Software Foundation, Inc., 51 Franklin Street, Fifth Floor, Boston, MA 02110-1301, USA | আপুনি হৈতো ইতিমধ্যে এই প্ৰগ্ৰামৰ সৈতে GNU General Public License ৰ কপি এটা পাইছে. যদি নাই পোৱা, Free Software Foundation, Inc., 51
Franklin Street, Fifth Floor, Boston, MA 02110-1301, USA লে লিখক | asm_Beng |
15,617 | He also dedicated a bridge over the River Ganga at Balughat, Chunar, which will facilitate connectivity between Mirzapur and Varanasi. | তেওঁ মিৰজাপুৰ আৰু বাৰাণসী সংযোগী চুনাৰৰ বালুঘাটত গংগা নদীৰ ওপৰত নিৰ্মাণ কৰা দলংখন ৰাইজৰ বাবে উচ্চৰ্গা কৰে। | asm_Beng |
15,618 | In recent years disdain has grown to ridicule and open hostility. | ঈশ্বৰে ঘৃণা কৰা অভ্যাসবোৰক মই ভাল পাওঁনে? | asm_Beng |
15,619 | New Login in a Window | প্ৰৱেশ | asm_Beng |
15,620 | Indias Independence. | ভাৰতৰ স্বাধীনতাৰ পূৰ্বৰ কথা। | asm_Beng |
15,621 | Their number increased as additional spiritual Israelites were brought in. And then the other sheep started to flock to them in ever - increasing numbers. | তাৰ পিছত অন্য মেৰবৰ্গৰ গণিব নোৱাৰা এক বৃহৎ সংখ্যক লোকসমূহে অভিষিক্ত বৰ্গৰ লোকসকলৰ সৈতে একত্ৰিত হ’বলৈ আৰম্ভ হ’ল । | asm_Beng |
15,622 | """Don't na." | “নাই যোৱা। | asm_Beng |
15,623 | List of profiles | পাৰ্শ্বৰূপ তালিকা | asm_Beng |
15,624 | His thinking was totally different. | তেওঁৰ মন্তব্য আছিল সম্পূৰ্ণ পৃথক। | asm_Beng |
15,625 | Why should faithful Christians never feel shy or unworthy when approaching Jehovah in prayer? Faithful Christians should never feel shy, unworthy, or lacking in confidence when approaching Jehovah in prayer. | ( যিচয়া ৪৯ : ১৩. ২ কৰিন্থীয়া ৭ : ৬) বিশেষকৈ আমি মানসিক বেদনা আৰু সঙ্কটৰ সময়ত বিশ্বাসেৰে তেওঁলৈ প্ৰাৰ্থনা কৰা উচিত । | asm_Beng |
15,626 | Getting update detail | আপডেইটৰ বিৱৰণ প্ৰাপ্ত কৰা হৈছে | asm_Beng |
15,627 | And how can we benefit from Jesus words? High Value of Pearls | মুকুতাৰ উচ্চ মূল্য | asm_Beng |
15,628 | We will work for the country. | আমি ৰাষ্ট্ৰৰ বাবে সেৱা আগবঢ়াম। | asm_Beng |
15,629 | That has gone. | সেয়া হৈ গ’ল। | asm_Beng |
15,630 | Open your personal folder | ব্যক্তিগত ফোল্ডাৰ খোলকDesktop FolderDesktop Folder | asm_Beng |
15,631 | Continue in the Spiritual Paradise What will help us to stay spiritually strong? | ডেকা ভাই - ভনীসকলে বিশেষ কিছুমান পৰীক্ষাৰ সম্মুখীন হৈছে । | asm_Beng |
15,632 | Temporary file creation failed. | অস্থায়ী নথিপত্ৰ সৃষ্টি কৰিবলৈ বিফল । | asm_Beng |
15,633 | In congregations of Jehovahs Witnesses, mature Christian elders, who are persevering in the fight for the faith themselves, stand ready to help you. | এই যুদ্ধত আমি অকলে যুঁজ কৰাটো আৱশ্যক নাই । | asm_Beng |
15,634 | Whether or not other devices can discover your computer. | আপোনাৰ কমপিউটাৰক অন্য ডিভাইচসমূহে খোজ কৰিব পাৰিব নে। | asm_Beng |
15,635 | When we do that, we are giving glory to Jehovah, and we can be assured that he is well pleased. | যীচুৰ যুৱলি লৈ আমি কেনেকৈ জিৰণি পাব পাৰোঁ? | asm_Beng |
15,636 | Translation along the X axis | X অক্ষত অনুবাদ | asm_Beng |
15,637 | We boast in the privilege of knowing God and of being used by him to assist others. The Challenge | ( যিৰিমিয়া ৯ : ২৪) আমি ঈশ্বৰক জনা আৰু তেওঁৰ দ্বাৰা আনক সহায় কৰাৰ বিশেষাধিকাৰ পোৱাৰ বাবে “গৌৰৱ ” কৰিছোঁ । | asm_Beng |
15,638 | RAID disks management | RAID ডিস্ক পৰিচালনা | asm_Beng |
15,639 | Do not miss it! | তহঁতে ঢুকি নোপোৱাকৈ ডাঙৰ! | asm_Beng |
15,640 | Such men had devised for themselves instruments for song and were drinking out of bowls of wine. | তদুপৰি তেওঁলোকে “নেবল - বাদ্যেৰে অসাৰ্থক গীত ” গাই“ বৰ বাটিত দ্ৰাক্ষাৰস পান ” কৰিছিল । | asm_Beng |
15,641 | Nobody has functioned like this. | চাবচোন কোনে এনেকুৱা কাম কৰিছে। | asm_Beng |
15,642 | The dead could not be identified till filing of this report. | বাতৰি লিখা পৰলৈকে মৃত ব্যক্তিগৰাকীৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই। | asm_Beng |
15,643 | Little Prairie | লিটল প্ৰেইৰি | asm_Beng |
15,644 | If you are taking part, are there further goals that you may set for yourself? | তেতিয়া যিহোৱাই আশ্বাস দি তেওঁক সাহসী কৰি তুলিলে । | asm_Beng |
15,645 | We should never allow our daily routine to cause us to become so busy or distracted that we begin to treat Gods Word with indifference, even with misgivings. Romans 3: 3, 4. | আমি এইটো শিকিলোঁ যে প্ৰত্যেকজন ব্যক্তিৰে দায়িত্ব আছে । | asm_Beng |
15,646 | Certainly the man we are inside is being renewed from day to day. For though the tribulation is momentary and light, it works out for us a glory that is of more and more surpassing weight and is everlasting. while we keep our eyes... on the things unseen. | বেদনাদায়ক পৰীক্ষাসমূহত সম্মুখীন হোৱা ব্যক্তিসকলক ঈশ্বৰৰ সেৱকসকলে কেনেকৈ উৎসাহিত কৰিব পাৰে? | asm_Beng |
15,647 | Location and amenities | ঠাই আৰু আৱাসৰ সুবিধা | asm_Beng |
15,648 | Don't use an external application to view page source. | পৃষ্ঠা উৎস দৰ্শন কৰিবলে এটা বহিৰ্তম এপ্লিকেচন ব্যৱহাৰ নকৰিব। | asm_Beng |
15,649 | It is perhaps not commonly known that at 1000 Mega Watt, Kundankulum 1 is the largest single unit of electrical power in India. | এইটো সাধাৰণতে বহুতেই নাজানে যে ১০০০ মেগাৱাট ক্ষমতাসম্পন্ন কুণ্ডাকুলাম-১ হৈছে ভাৰতৰ সৰ্বৃবৃহৎ একল বৈদ্যুতিক শক্তি প্ৰকল্প। | asm_Beng |
15,650 | He observed: The search for happiness is one of the chief sources of unhappiness. | এই বিষয়ে সামাজিক দাৰ্শনিকবিদ এৰিক্ হফাৰে এইদৰে মন্তব্য দিছিল: “আনন্দ হোৱাৰ বাবে অন্বেষণ কৰাটো হৈছে দুখী হৈ পৰাৰ এটা মুখ্য কাৰণ । ” | asm_Beng |
15,651 | There are no problems with that. | ইয়াৰ ফলত কোনো চকুৰ সমস্যা নহয়। | asm_Beng |
15,652 | Jeremiah recalled his initial reaction: I said: Alas, O Sovereign Lord Jehovah! | কিয়নো তেওঁৰ সময়ত বহুতো লোক মিছা দেৱতাবোৰৰ উপাসক আছিল । | asm_Beng |
15,653 | We will protest against it. | আমি তাৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ কৰি যাম। | asm_Beng |
15,654 | 13 - 15. (a) What were some of the consequences of rejecting Jehovahs righteous rulership? | ( মীখা ৬ : ৮) যীচুৱে ঈশ্বৰৰ দ্বাৰা পোৱা শাসন - প্ৰণালী দয়াৰ এক প্ৰতীক হ’ব বুলি পূৰ্বাভাস দিছিল । | asm_Beng |
15,655 | Days passed like this. | এনেকৈ দিনবোৰ গৈছে। | asm_Beng |
15,656 | He that is pursuing righteousness and loving - kindness will find life, righteousness and glory, says Gods Word. | ১৪ বাইবেলে কোনো এজন ব্যক্তিক “ধাৰ্ম্মিক ” বুলি উল্লেখ কৰাৰ অৰ্থ কি? | asm_Beng |
15,657 | Yes, those who fear God obey him. | [ অধ্যয়নৰ বাবে প্ৰশ্নসমূহ] ১, ২. | asm_Beng |
15,658 | In contrast, all dedicated Witnesses of Jehovah endeavor to share in evangelizing. They realize that proclaiming the good news is an evidence of the genuineness of their faith. | তেওঁলোকে জানে যে শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ অৰ্থ হৈছে প্ৰকৃতে তেওঁলোকৰ বিশ্বাসৰ প্ৰমাণ দিয়া । | asm_Beng |
15,659 | Look at this. | ‘এইটো চোৱা। | asm_Beng |
15,660 | The novel is narrated in first person. | উপন্যাসখন প্ৰথম পুৰুষত লিখা হৈছে। | asm_Beng |
15,661 | But it adds: Godly devotion is beneficial for all things, as it holds promise of the life now and that which is to come. | ( ১ তীমথিয় ৪ : ৮) আপুনি নিজকে সুধিব পাৰে যে কেনেকৈ ‘ ঈশ্বৰীয় ভক্তি আজিও লাভজনক? ’ | asm_Beng |
15,662 | ( b) What encouragement can be given to Christians who care for aging parents? | ফৰাৎ নদীৰ সিপাৰলৈ যোৱা | asm_Beng |
15,663 | Mankinds desire for peace can be realized only by the creation of a world government. After five decades, this vital need is yet to be satisfied. | মানৱজাতিয়ে আশা কৰা এই শান্তি কেৱল নতুনকৈ সৃষ্টি কৰা এখন বিশ্বব্যাপী চৰকাৰৰ দ্বাৰাহে সম্ভৱ হ’ব পাৰে । | asm_Beng |
15,664 | There won't be any differences between the two. | দুয়োজনৰ মাজৰ ব্যৱধান এক আঙুলো নহ’ব। | asm_Beng |
15,665 | The number of dengue patients is on the rise in Delhi. | দিল্লীতো কৰ'না আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। | asm_Beng |
15,666 | Identifying Marks of Those Having Gods Backing What does it mean to teach only what is based on the Bible? | তেওঁ এইদৰেও কৈছিল: “যি কোনো ঈশ্বৰৰ হয়, তেওঁ ঈশ্বৰৰ কথা শুনে । ” | asm_Beng |
15,667 | The central | কেন্দ্ৰীয় তথ্য় আৰু . | asm_Beng |
15,668 | The use of this key was deprecated in GNOME 2.20. The schema is retained for compatibility with older versions. | GNOME 2.20 ত এই চাবি অবচিত হৈছে । পুৰাতণ সংস্কৰণৰ সৈতে সামঞ্জস্যৰ উদ্দেশ্যে স্কিমা ৰখা হৈছে । | asm_Beng |
15,669 | Though the deviation may not yet be so serious as to lead to rejection by God, it may give a warning signal indicating that some adjustment is required. | কেতিয়াবা হয়তো সঙ্গী উপাসকলৰ ভাৱনা বা আচাৰ - ব্যৱহাৰ কিছুমাত্ৰাত যিহোৱাৰ স্তৰসমূহৰ সামঞ্জস্যৰ নহ’ব পৰে । | asm_Beng |
15,670 | Whats up? | “কি হৈছে তোৰ? | asm_Beng |
15,671 | %s: cannot fork | %s: fork কৰোঁতে ব্যৰ্থ | asm_Beng |
15,672 | The car driver fled away after the accident. | দুর্ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰে বাছ খনৰ চালকে। | asm_Beng |
15,673 | Parents thereby show that they are concerned about their young ones eternal welfare. When these respond, parents experience great joy and satisfaction. | ( ইফিচীয়া ৬ : ৪) কিয়নো তেনে কৰাৰ যোগেদি পিতৃ - মাতৃসকলে তেওঁলোকৰ সন্তানৰ অনন্তকলীয়া হিতৰ বিষয়ে চিন্তা কৰে । | asm_Beng |
15,674 | 12 - 14. (a) What did one Christian do to cope with cancer? ( b) How did this womans spiritual brothers and sisters support and encourage her? | এখন আলোচনীৰ প্ৰবন্ধত উদ্ধৃত কৰা এটা জ্ঞানপূৰ্ণ বাক্য পঢ়িবলৈ পাইছিল । | asm_Beng |
15,675 | Last Used | সৰ্বশেষ ব্যৱহৃত | asm_Beng |
15,676 | Law should be equal for all. | আইন সকলোৰে বাবে সমান হ'ব লাগিব। | asm_Beng |
15,677 | Peel the potatoes first. | প্ৰথমতে আলুকেইটা চাৰিটুকুৰা কৈ কাটি বইল কৰি লব । | asm_Beng |
15,678 | For example, the branch office of Jehovahs Witnesses in Hungary reports: The brothers show respect for the customs and lifestyle of people of other nations and do not expect them to adapt to local customs. | গতিকে তেওঁলোকে প্ৰচাৰ কাৰ্য্যত এই বিষয়বোৰৰ ওপৰত জোৰ দি বাইবেল অধ্যয়ন পৰিচালিত কৰিবলৈ সক্ষম হৈছে । | asm_Beng |
15,679 | He is hoping to travel all around the world. | তেওৰ ইচ্ছা বিশ্বৰ সকলো দেশ ভ্ৰমণ কৰা । | asm_Beng |
15,680 | Lag before user actually pushes button (ms) | ব্যৱহাৰকৰ্তা দ্বাৰা বুটাম টিপাৰ পূৰ্ববৰ্তী সময়কাল (মিলিছেকেণ্ড) | asm_Beng |
15,681 | The Vice President of New Development Bank and the senior team will join this forum and share how the private sector can support its own efforts to promote sustainable development projects across BRICS countries. | নিউ ডিভেলপমেন্ট বেংকৰ উপ-সভাপতি প্ৰমূখ্যে জ্যেষ্ঠ বিষয়াৰ এটা দলে BRICS ৰ অন্তৰ্গত দেশসমূহত বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ বাণিজ্যিক প্ৰতিষ্ঠানে আগবঢ়াবপৰা সহায়ৰ বিষয়ে অৱগত কৰাব। | asm_Beng |
15,682 | Current Pending Sector Count | বৰ্তমান অৱশিষ্ট অংশৰ গণনা | asm_Beng |
15,683 | Polling begins for first phase of Lok Sabha elections | লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া | asm_Beng |
15,684 | Why should we put forth diligent effort to study the deeper things of Gods Word? | যিদৰে এজন খেলুৱৈ দৌৰ প্ৰতিযোগিতা ভাগ লোৱাৰ পূৰ্বেই শৰীৰৰ কিছুমান মাংসপেশীক প্ৰশিক্ষিত কৰিবলগীয়া হয়, ঠিক সেইদৰে বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰি আমি নিজৰ জ্ঞানেন্দ্ৰিয় শক্তিক দৃঢ় কৰিব পাৰোঁ । | asm_Beng |
15,685 | But during that time, how will the superiority of Jehovahs way of ruling be demonstrated? | ( ক) খ্ৰীষ্টৰ সহযোগী শাসকসকলক ক’ৰ পৰা বাচি লোৱা হৈছে? | asm_Beng |
15,686 | One primary partition must contain information that your computer uses to start up, or . For this reason it is sometimes called a boot partition, or boot volume. To determine if a volume is bootable, look at its in the disk utility. External media such as USB drives and CDs may also contain a bootable volume. | এটা প্ৰাথমিক বিভাজনত আপোনাৰ কমপিউটাৰে আৰম্ভ হবলৈ, অথবা হবলৈ প্ৰয়োজনীয় তথ্য থাকিব লাগিব। এই কাৰণৰ বাবে ইয়াক কেতিয়াবা বুট বিভাজন, অথবা বুট ভলিউম কোৱা হয়। এটা ভলিউম বুটেবুল হয় নে নিৰ্ধাৰণ কৰিবলৈ, ডিস্ক সঁজুলিত ইয়াৰ চাওক। বহিৰ্তম মাধ্যম যেনে USB আৰু CDs ত এটা বুটেবুল ভলিউম থাকিব পাৰে। | asm_Beng |
15,687 | Not one [sparrow] will fall to the ground without your Fathers knowledge. | “ তোমালোকৰ পিতৃৰ অনুমতিৰ বিনে [ঘৰ - চিৰিকাৰ] এটিও মাটিত নপৰে । | asm_Beng |
15,688 | Show weather in clock | ঘড়িত বতৰ দেখুৱাওক | asm_Beng |
15,689 | In addition, Jehovah can give us the strength to endure. | তদুপৰি যিহোৱা ঈশ্বৰে আমাক সহন কৰিবলৈ শক্তি প্ৰদান কৰে । | asm_Beng |
15,690 | More than that, when he found himself in fashion as a man, he humbled himself and became obedient as far as death, yes, death on a torture stake. | যুৱক - যুৱতীসকলে কেনেকৈ ৰাজ্যৰ হিতক প্ৰথম স্থান দিব পাৰে? | asm_Beng |
15,691 | Northeast India will be gateway to Southeast Asia: PM Modi in Bangkok | দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হ’ব উত্তৰ-পূব ভাৰত: বেংককত প্ৰধান মন্ত্ৰী মোদী | asm_Beng |
15,692 | %s: Could not open ~/.xsession-errors | %s: ~/.xsession-errors ফাইলটি খুলতে ব্যৰ্থ | asm_Beng |
15,693 | Add to Toolbar | সঁজুলিবাৰলৈ যোগ কৰক | asm_Beng |
15,694 | Error reading stderr output: No content | অংশ যোগ কৰিবলৈ ত্ৰুটি | asm_Beng |
15,695 | How to escape a stampede? | অগ্ৰাহ্যকৰণৰ নাগপাশৰ পৰা কেনেকৈ মুক্তি পাব? | asm_Beng |
15,696 | No wonder a young Christian named Katarzyna faced a difficult situation. Shall I give money or not? | তাইৰ সহপাঠীসকলে তাইক যুক্তি দৰ্শাই এইদৰে কৈছিল: “এইটো হৈছে এটা প্ৰথাগত অভ্যাস । | asm_Beng |
15,697 | Farrukhabad district consists of three tahsils: Farrukhabad, Kaimganj and Amritpur. | কৰিমগঞ্জ জিলাক তিনিটা মহকুমাত ভাগ কৰা হৈছে: কৰিমগঞ্জ, পাথাৰকান্দি আৰু ৰামকৃষ্ণ নগৰ। | asm_Beng |
15,698 | What do observers have to say regarding world conditions since 1914? Has the scene of this world really changed so much since 1914? | নিশ্চয়ে নহয়, কিয়নো দানিয়েলৰ সময়ত থকা ভৱিষ্যতবক্তা যিহিষ্কেলক তাৰ অৰ্থ বুজিবলৈ যিহোৱাই এইদৰে কৈছিল: “মই এক এক বছৰ তোমাৰ নিমিত্তে এক এক দিন কৰিলোঁ । ” | asm_Beng |
15,699 | Permission denied for (document.domain has not been set) to set property %2$S.%3$S on (document.domain=). | (document.domain সংহতি কৰা হোৱা নাই) ত সম্পত্তি %2$S.%3$S সংহতি কৰিবলে (document.domain=) ক অনুমতি নাকচ কৰা হৈছে। | asm_Beng |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.