Unnamed: 0
int64
0
50.5k
source
stringlengths
1
1.85k
target
stringlengths
1
8.31k
lang
stringclasses
3 values
15,700
After winning the Golden Globe and Screen Actors Guild award, Bong Joon Ho had said that the privileges earned by his film proved that international films were breaking every stereotype especially the language barrier with audiences
গোল্ডেন গ্লোব, স্ক্ৰীণ এক্টৰ গীল বঁটা লাভ কৰাৰ পিছত বং জুন হোৱে কয় যে এই ছবি খনে শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰি দৰ্শকৰ মাজত ভাষাৰ বান্ধোন চিঙি পেলাইছে ।
asm_Beng
15,701
The owner of the receiving device usually has to press a button to accept the file. Once the owner accepts or declines, the result of the file transfer will be shown on your screen.
গ্ৰাহক ডিভাইচৰ গৰাকীয়ে ফাইল গ্ৰহণ কৰিবলৈ এটা বুটাম টিপিব লাগিব। গৰাকীয়ে গ্ৰহণ অথবা নাকচ কৰাৰ পিছত, ফাইল স্থানান্তৰৰ ফলাফল আপোনাৰ পৰ্দাত দেখুৱা হব।
asm_Beng
15,702
File where bug-buddy will save your bug report in case it can't be sent immediately to Bugzilla.
Bugzilla লৈ তৎক্ষণাৎ পথিয়াব নোৱাৰিলে bug-buddy য়ে জমা কৰাৰ উদ্দেশ্যে বাগ-ৰিপোৰ্ট সংৰক্ষণৰ বাবে ব্যৱহৃত নথিপত্ৰ ।
asm_Beng
15,703
When others disagree with him, a peacemaker will yield to and support the decision of the majority.
[ অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
asm_Beng
15,704
Parents can prepare their children for marriage by helping them to understand the importance of following divine guidance.
যিসকলে একেই বিশ্বাস আৰু স্তৰসমূহক পালন নকৰাৰ সৈতে অসমানভাৱে যোঁতা হয় ।
asm_Beng
15,705
Getting dependencies
নিৰ্ভৰতাসমূহ প্ৰাপ্ত কৰা হৈছে
asm_Beng
15,706
Peter wrote: Maintain your conduct fine among the nations, that, in the thing in which they are speaking against you as evildoers, they may as a result of your fine works of which they are eyewitnesses glorify God in the day for his inspection. 1 Peter 2: 12.
তেনে কৰাৰ দ্বাৰাই তেওঁ সেই অনৈতিক জীৱন ধাৰণ কৰা ৰজা জনক খ্ৰীষ্টান ধৰ্ম্মৰ বিষয়ে ভালদৰে বুজিবলৈ সহায় কৰিছিল । ​ —⁠ পাঁচনিৰ কৰ্ম্ম ২৬ :⁠ ২৮ - ​ ৩১.
asm_Beng
15,707
no password
কোনো পাছৱাৰ্ড নাই
asm_Beng
15,708
Just as obeying Jesus command to let their nets down led to overwhelming results, so obeying Jesus command to catch men would lead to great blessings.
পিতৰ, আন্দ্ৰিয় আৰু অন্য পাঁচনিবিলাকে বহু পৰিমাণে মাছ ধৰাৰ পিছতহে যীচুৱে “মনুষ্যধাৰী ” হ’বলৈ তেওঁলোকক আমন্ত্ৰণ জনাইছিল ।
asm_Beng
15,709
Guard Against Greed The fact that money itself is not condemned in the Scriptures should not blunt Pauls warning.
প্ৰকৃততে পৌলে কলচীয়া মণ্ডলীত থকা খ্ৰীষ্টানসকলক কোৱা কথাষাৰ এক অনিবাৰ্য্য সত্য ।
asm_Beng
15,710
But, besides all these things, clothe yourselves with love, for it is a perfect bond of union. Colossians 3: 12 - 14.
আৰু খ্ৰীষ্টৰ শান্তি তোমালোকৰ হৃদয়ত কৰ্ত্তৃত্ব কৰক । ” ​ —⁠ কলচীয়া ৩ :⁠ ১২ - ​ ১৪.
asm_Beng
15,711
Actor Sushant Singh Rajput's brother-in-law O.P
যেন এই কথাই মানি ল'বলৈ লৈছে পুত্ৰ শোকত ব্যাকুল অভিনেতা সুশান্ত সিং ৰাজপুতৰ পিতৃয়ে।
asm_Beng
15,712
PM thanks members of all parties on the passage of GST Bill in Rajya Sabha
ৰাজ্যসভাত জিএছটি বিধেয়ক অনুমোদিত হোৱাত সকলো দলৰ সাংসদকে প্ৰধানমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন
asm_Beng
15,713
If we do that then well be good enough.
এইটো হ'লে আমাৰ যথেষ্ট উন্নতি হব।
asm_Beng
15,714
Editability set
সম্পাদনযোগ্য সেট
asm_Beng
15,715
Nations in Tumult How would you summarize the main points of Psalm 2: 1, 2?
জাতিবোৰে বিহ্বল হৈছে
asm_Beng
15,716
The animals had nothing to eat.
চৰাইটোৱে কোনো খাদ্য গ্ৰহণ কৰা নাই।
asm_Beng
15,717
Keyboard shortcut to toggle the visibility of the menubar
মেনু-বাৰ প্ৰদৰ্শন বা লুকাবলৈ ব্যৱহৃত কিবৰ্ড চৰ্টকাট কি
asm_Beng
15,718
"To create a %s %s array on %d disks, press ""Create"""
"%s %s এৰে, %d ডিস্কত নিৰ্মাণৰ বাবে ""নিৰ্মাণ কৰক"" টিপক"
asm_Beng
15,719
We gave as well.
আমিও ধৰাধৰিকৈ তুলি দিলো।
asm_Beng
15,720
In many places, they are not legally protected from discrimination.
বহু ঠাইত তেওঁলোক বৈষম্য আৰু সামাজিক বহিষ্কাৰৰ পৰা আইনী ৰক্ষা লাভ নকৰে।
asm_Beng
15,721
So, theres an opportunity there.
গতিকে এইক্ষেত্ৰত আমাৰ সম্ভাৱনীয়তা আছে।
asm_Beng
15,722
Remember the wife of Lot, Jesus warned. Luke 17: 32.
৩৩ চনত মোচিৰ নিয়মৰ সলনি নতুন নিয়ম স্থাপিত কৰা হৈছিল । ​ —⁠ ইফিচীয়া ২ :⁠ ১৫.
asm_Beng
15,723
The book was published by Educational Publishing House in New Delhi.
গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে নতুন দিল্লীৰ অথৰপ্ৰেছ পাবলিকেশ্যনে।
asm_Beng
15,724
The unit of pressure used for showing weather. Valid values are 'kpa' (kilopascal), 'hpa' (hectopascal), 'mb' (millibar, mathematically equivalent to 1 hPa but shown differently), 'mm-hg' (millimiters of mercury), 'inch-hg' (inches of mercury), 'atm' (atmospheres).
বতৰ দেখুৱাবলৈ ব্যৱহাৰ কৰা চাপৰ একক। বৈধ মানসমূহ হল 'kpa' (কিলোপাস্কেল), 'hpa' (হেক্টোপাস্কেল), 'mb' (মিলিবাৰ, গাণিতিকভাৱে 1 hPa ৰ সমতূল্য কিন্তু পৃথকভাৱে দেখুৱা হয়), 'mm-hg' (মাৰকিউৰিৰ মিলিমিটাৰ), 'inch-hg' (মাৰকিউৰিৰ ইঞ্চি), 'atm' (এটমচফেয়াৰ)।
asm_Beng
15,725
Could not open console.
কনচল খোলিব নোৱাৰি।
asm_Beng
15,726
Anonymized user data like age, sex, and accent helps improve the audio data used to train the accuracy of speech recognition engines. Your username and email will never be associated with your submitted data, and you can choose whether to make your username public or anonymous.
অনামীকৃত ব্যৱহাৰকাৰী ডেটা যেনে বয়স, লিংগ আৰু উচ্চাৰণে কথন চিনাক্তকৰণ ইঞ্জিনবোৰক সঠিকতা প্ৰশিক্ষণ দিবলৈ ব্যৱহাৰ হোৱা অডিঅ' ডেটা উন্নত কৰাত সহায় কৰে। আপোনাৰ ব্যৱহাৰকাৰীনাম আৰু ইমেইল কেতিয়াও আপুনি দাখিল কৰা ডেটাৰ সৈতে সংশ্লিষ্ট কৰা নহ'ব আৰু আপুনি আপোনাৰ ব্যৱহাৰকাৰীনাম ৰাজহুৱা বা অনামী কৰাটো বাছি ল'ব পাৰে।
asm_Beng
15,727
They also have two children.
লগতে তেওঁলোকৰ আছে দুটিকৈ সন্তান।
asm_Beng
15,728
Schools can't discontinue students from attending online classes.
শিক্ষাৰ্থীয়ে মাছুল দিব নোৱাৰিলে অনলাইন ক্লাছৰ পৰা বঞ্চিত কৰিব নোৱাৰিব শিক্ষানুষ্ঠানে।
asm_Beng
15,729
His faith came to the fore when he observed the injustices heaped on his brothers by Pharaohs slave masters.
তাত তেওঁ ৰূৱেলৰ সাতজনী জীয়েকক লগ পালে আৰু তেওঁলোকৰ বৃহৎ মেৰৰ জাকক পানী খুৱাবলৈ সহায় কৰিলে ।
asm_Beng
15,730
that Rahul Gandhi is not a Hindu.
ৰাহুল গান্ধী প্ৰকৃত হিন্দু নহয় বুলিও তেওঁ দাবী কৰে।
asm_Beng
15,731
She had also claimed that the legislator maintained an intimate relationship with her but later refused to tie the nuptial knot.
মহিলাগৰাকীয়ে লগতে দাবী কৰিছিল যে বিধায়কজনে তেওঁৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰিছিল যদিও পাছত বিবাহ কৰাবলৈ অস্বীকাৰ কৰিছিল।
asm_Beng
15,732
The shepherd she loved also respected her chaste conduct. At one point he mused that the Shulammite was like a garden barred in.
বাইবেলত উল্লেখ কৰা ‘ ব্যভিচাৰত ’ কি কি কাৰ্য্য সন্মিলিত আছে?
asm_Beng
15,733
Choose if you want to guarantee a minimum image quality (possibly leading to dropped frames in order not to surpass the bitrate limit) or if you prefer to keep the frame rate
যদি এটা সৰ্বনিম্ন প্ৰতিমূৰ্তিৰ গুণ গেৰান্টি কৰিব বিচাৰিলে নিৰ্ব্বাচন কৰক (ইয়াৰ কাৰণে হয়তো bitrate সীমা অতিক্ৰম নকৰিবলৈ হয়তো ফ্ৰেম ড্ৰ'প কৰা হ'ব) বা যদি আপুনি ফ্ৰেম-ৰেট ৰাখিব খোজে।
asm_Beng
15,734
By trying to direct their own steps, humans have allowed themselves to become prey to Satan and his demons, so much so that the Bible calls Satan the god of this system of things. 2 Corinthians 4: 4.
গতিকে বাইবেলত চয়তানক “এই যুগৰ দেৱতা ” বুলি কোৱা হৈছে । ​ —⁠ ২ কৰিন্থীয়া ৪ :⁠ ৪.
asm_Beng
15,735
He has no knowledge about it.
এই বিষয়ে তেওঁ অৱগত নহয়।
asm_Beng
15,736
Though the Bible reports no miraculous healing of such Christians as Epaphroditus, Timothy, and Trophimus, undoubtedly Jehovah helped them to endure.
( ৰোমীয়া ৮ :⁠ ১৫) তেওঁৰ প্ৰতি ৰখা বিশ্বাসে কেতিয়াও আমাক নিৰুৎসাহিত হ’বলৈ নিদিব ।
asm_Beng
15,737
Because of the difference in their size and weight, the weaker animal would have to struggle to keep up the pace, and the stronger would have a greater burden to bear.
কিন্তু যদি তেওঁৰ দুটা বলদ গৰু নথাকে, তেন্তে তেওঁৰ ওচৰত থকা দুই প্ৰকাৰৰ জন্তুক যুঁৱলিত লগাব পাৰে ।
asm_Beng
15,738
Yet, they failed to acknowledge that Jehovahs spirit moves the faithful and discreet slave to make adjustments in His due time, not when we may feel that this is needed.
গতিকে যিকোনো সাল - সলনি আমাৰ ব্যক্তিগত ধাৰণাৰে নহয়, কিন্তু যিহোৱাৰ ইচ্ছাৰ সামঞ্জস্যতহে হয় ।
asm_Beng
15,739
It will result in rebuilding of the linkage over Nagaveli river which was washed away during floods in July 2017.
ইয়াৰ ফলত ২০১৭ চনৰ জুলাই মাহৰ বানত নাগাভেলী নদীৰ ওপৰত ভাগি থকা এই দলংখনি পুনৰ নিৰ্মাণ হোৱাৰ ফলত এই ৰে’লপথৰ যোগাযোগো পুনৰ সম্ভৱ হ’ব।
asm_Beng
15,740
"True if the command specified in the ""command"" key should handle ""callto"" URLs."
"""command"" কি'ৰ দ্বাৰা ""callto"" URL ব্যবস্থাপনা নিৰ্ধাৰিত হলে মান true (সত্য) ।"
asm_Beng
15,741
Voting is going on peacefully.
শান্তিপূৰ্ণভাৱে চনি আছে ভোটগ্ৰহণ।
asm_Beng
15,742
Kamenica nad Cirochou
কামেনিকা নাদ কিৰোচু
asm_Beng
15,743
But in reality, they did not care about it.
কিন্তু বাস্তৱত তেওঁলোকে বিষয়বোৰত গুৰুত্ব দিয়া নাই।
asm_Beng
15,744
Read it below
পঢ়ক তলৰ কখা খিনি
asm_Beng
15,745
(The writer is Assistant Professor, Amity University.)
(লেখক ৰূপহী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক,)
asm_Beng
15,746
Server does not support PLAIN
চাৰ্ভাৰে PLAIN সমৰ্থন নকৰে
asm_Beng
15,747
The public is upset.
ইয়াৰে জনসাধাৰণ ক্ষোভিত হৈ আছে।
asm_Beng
15,748
While depression may persist, how faith strengthening it is to know that we can cast all our anxiety upon our loving heavenly Father!
শুভবাৰ্ত্তা আৰু সম্পূৰ্ণ ঈশ্বৰৰ বাক্যৰ প্ৰতি থকা বিশ্বাসে আমাক যিহোৱাৰ কাষ চাপিবলৈ সহায় কৰে ।
asm_Beng
15,749
At the sight the Pharisee that invited [Jesus] said within himself: This man, if he were a prophet, would know who and what kind of woman it is that is touching him, that she is a sinner.
( লূক ৭ :⁠ ৯) ইয়াৰ বিপৰীতে, যীচু এজন অত্যন্ত দয়াবান ব্যক্তি আছিল ।
asm_Beng
15,750
In the window switcher, applications from different workspaces are divided by vertical separators.
উইন্ডো চুইচাৰত, বিভিন্ন কাৰ্য্যস্থানৰ পৰা এপ্লিকেচনসমূহক উলম্ব বিভাজক দ্বাৰা পৃথক কৰা হয়।
asm_Beng
15,751
Unknown technology
অজ্ঞাত প্ৰযুক্তি
asm_Beng
15,752
Matthew 9: 36 says of Jesus: On seeing the crowds he felt pity for them, because they were skinned and thrown about like sheep without a shepherd.
তেওঁলোকে বন্দীয়াৰবিলাকক মুক্তি আৰু অন্ধবিলাকক পুনৰাই চকু পোৱাৰ কথা কেনেকৈ ঘোষণা কৰিব পাৰিলেহেঁতেঁন?
asm_Beng
15,753
The changes:
পৰিৱৰ্তন তিনি :
asm_Beng
15,754
Those with a humble status in life work side by side with those who may be viewed by some as upper class.
সকলোকে প্ৰথম শতাব্দীৰ ভাই - ভনীৰ দৰে বুলি বিবেচনা কৰা হয় ।
asm_Beng
15,755
Our livelihood depends on agriculture.
কাৰণ কৃষিৰ ওপৰতে নিৰ্ভৰশীল আমাৰ অৰ্থনীতি।
asm_Beng
15,756
Pixbuf column
পিক্সবাফ স্তম্ভ
asm_Beng
15,757
Look at this!
ইয়ে বাইদেৱো দেখোন!
asm_Beng
15,758
Prime Minister will visit the Hospital and interact with students and faculty of the hospital.
চিকিৎসালয়খনৰ ছাত্ৰ–ছাত্রী তথা অধ্যাপকসকলৰ সৈতে মত বিনিময় কৰিব৷
asm_Beng
15,759
MoU on Defence Cooperation
বুজাবুজি চুক্তি – প্ৰতিৰক্ষা সহযোগিতা
asm_Beng
15,760
Justice Pinaki Chandra Ghose takes oath as India's first Lokpal
দেশৰ প্ৰথম গৰাকী লোকপাল হিচাপে নিযুক্ত ন্যায়াধীশ পিনাকী চন্দ্ৰ ঘোষ
asm_Beng
15,761
What is more valuable than wealth?
যীচুৱে যে বিচলিত হোৱাৰ পৰা দৃঢ়ভাৱে আঁতৰি থাকিব বিচাৰিছিল, সেই সম্পৰ্কে আমি তেওঁ শিষ্যবিলাকক নিজৰ মৃত্যুৰ সম্বন্ধে কোৱা কথাষাৰৰ পৰা জানিব পাৰোঁ ।
asm_Beng
15,762
Center of ellipse
উপবৃত্তৰ কেন্দ্ৰ
asm_Beng
15,763
Is this a joke?
‘এইজনী নেকি ছোৱালীজনী?
asm_Beng
15,764
Selection: Written-test, Voice Test and Interview
প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰ।
asm_Beng
15,765
The WBMP image format
WBMP প্ৰতিমুৰ্তিৰ আকৃতি
asm_Beng
15,766
Lack of physical activity
শাৰীৰিক সক্ৰিয়তাৰ অভাৱ
asm_Beng
15,767
Assam Congress MP Bhubaneswar Kalita resigns from Rajya Sabha
ৰাজ্যসভাৰ পৰা পদত্যাগ অসমৰ কংগ্ৰেছী সাংসদ ভূৱনেশ্বৰ কলিতাৰ
asm_Beng
15,768
Rights to Information
তথ্য জনাৰ অধিকাৰৰ বিষয়ে
asm_Beng
15,769
Send Out of Office replies only _during this time period:
অফিচৰ বাহিৰ উত্তৰবোৰ কেৱল এই সময় কালত পঠাব (_d):
asm_Beng
15,770
But its not just that.
কিন্তু কেৱল সেইয়াই সঁচা নহয়।
asm_Beng
15,771
There is no age for love.
প্ৰেমত কোনো বয়সৰ সীমা নাথাকে।
asm_Beng
15,772
These non - Israelites had experienced ten awesome plagues that wrought havoc upon Egypt and made a laughingstock of its false gods.
( যাত্ৰাপুস্তক ১২ :⁠ ৩৮) এই নানা জাতিৰ লোকসমূহে, যিহোৱাই মিচৰৰ ওপৰত অনা দহোটা ক্লেশ দেখি অতি প্ৰভাৱিত হৈছিল ।
asm_Beng
15,773
It has changed the mindset of people.
আখৰখিনিয়ে মানুহৰ মানসিক অৱস্থাটো সলনি কৰি দিয়ে।
asm_Beng
15,774
%d %s %d %s until charged (%d%%)
%d %s %d %s পূৰ্বে চাৰ্জ কৰা হৈছে (%d%%)
asm_Beng
15,775
Providing Material Assistance How did the Philippians react when fellow Christians needed material help?
পাঁচনি পৌলে থিচলনীকীত থাকোঁতে ফিলিপীয়াত থকা ভাইসকলে তেওঁক অধিক প্ৰেম আৰু ভৌতিকৰূপে সহায় কৰিছিল ।
asm_Beng
15,776
Switch to Next Screen
পৰবৰ্তী পৰ্দ্দালৈ পৰিবৰ্তন কৰক
asm_Beng
15,777
At whose side do thousands fall, and in what way? The psalmist continues: A thousand will fall at your very side and ten thousand at your right hand. to you it will not come near.
লগতে এই “পশু ” আৰু তাৰ“ প্ৰতিমূৰ্ত্তি ” অৰ্থাৎ সংযুক্ত ৰাষ্ট্ৰৰ উপাসনাত ভাগ লোৱাৰ পৰাও আতঁৰি আছোঁ । ​ —⁠ প্ৰকাশিত বাক্য ৯ :⁠ ২০, ২১. ১৩ :⁠ ১ - ​ ১৮. যোহন ১৭ :⁠ ১৬.
asm_Beng
15,778
Archive Manager
আৰ্কাইভ ব্যৱস্থাপক
asm_Beng
15,779
Speak Text
স্বনিৰ্ধাৰিত লিপি উচ্চাৰণ
asm_Beng
15,780
Cannot allocate memory for IOBuffer data
IOBuffer তথ্যৰ বাবে মেমৰি বিতৰণ কৰিব নোৱাৰি
asm_Beng
15,781
Personality not found
ব্যক্তিত্ব পোৱা নগল।
asm_Beng
15,782
However, what about helping ones who are already serving God, who are following The Way ?
যিসকলে ইতিমধ্যে ঈশ্বৰৰ সেৱা কৰিছে, তেওঁলোকক কিদৰে সহায় কৰিব পাৰি আৰু কোনসকলে “এই পথত ” চলিছে?
asm_Beng
15,783
Explain. Does it really matter to Jehovah which choice you make?
চয়তানক প্ৰত্যুত্তৰ দিবলৈ সেই বিশ্বাসী ব্যক্তিসকলে বজাই ৰখা বিশ্বস্ততাই যথেষ্ট নহয়নে?
asm_Beng
15,784
{ $engineName } is your default search engine in Private Windows
ব্যক্তিগত উইণ্ড'সমূহত { $engineName } হৈছে আপোনাৰ ডিফ'ল্ট ছাৰ্চ ইঞ্জিন
asm_Beng
15,785
Both injured persons were hospitalised.
আহত দুজনক ভৰ্তি কৰা হৈছে হাস্পতালত।
asm_Beng
15,786
She then gives birth to a boy.
তাৰপিছত পুত্ৰ ৰাহুলে জন্মগ্ৰহণ কৰে।
asm_Beng
15,787
Irular (including Villi and Vettaikaran)
ইৰুলাৰ (বিল্লি আৰু ভেট্টাইকৰণক সামৰি)
asm_Beng
15,788
The VPN connection '%s' disconnected because the network connection was interrupted.
নেটৱাৰ্ক সংযোগ বাধাগ্ৰস্থ হোৱা বাবে VPN সংযোগ '%s' বিচ্ছিন্ন হল।
asm_Beng
15,789
Whether this tag affects the rise
এই টেগে উত্থানক প্ৰভাবিত কৰে নে নাই
asm_Beng
15,790
The author is a retired Indian Administrative Services officer
লেখক ভাৰতীয় প্রশাসনীয় সেৱাৰ অৱসৰপ্রাপ্ত বিষয়া
asm_Beng
15,791
The printer may have run out of one color of ink or toner. Check your ink/toner supply and buy a new cartridge if necessary.
প্ৰিন্টাৰত এটা ৰঙৰ চিয়াঁহী অথবা টনাৰ শেষ হৈছে। আপোনাৰ চিয়াঁহী/টনাৰ যোগান নিৰীক্ষণ কৰক আৰু প্ৰয়োজন সাপেক্ষে এটা নতুন কাৰ্ট্ৰিজ কিনক।
asm_Beng
15,792
[ Pictures on page 16, 17] We reflect the glory of God in our ministry
আমি পৰিচৰ্য্যা কাৰ্য্যৰ দ্বাৰা যিহোৱাৰ গৌৰৱ প্ৰকাশ কৰোঁ
asm_Beng
15,793
This was a memorable trip for all of us.
সেই ঘটনা আমাৰ সকলোৰে বাবে হৈ ৰ’ল এক হৃদয়স্পৰ্শী অবিস্মৰণীয় স্মৃতি।
asm_Beng
15,794
I couldn't quite understand.
মই ঠিক বুজিব নোৱাৰিলোঁ।
asm_Beng
15,795
The chosen sound will be played on incoming calls, if enabled
নিৰ্বাচিত ধ্বনি অহা কলত বজোৱা হ'ব, যদি সক্ৰিয়
asm_Beng
15,796
A: Why not?
: অলপ ওলাই নাযাৱ কিয়?
asm_Beng
15,797
Various aspects of the economy such as FDI, GST came up for discussion.
পোনপটীয়া বৈদেশিক বিনিয়োগ, সামগ্ৰী আৰু সেৱা কৰকে ধৰি বিভিন্ন বিষয় আলোচনাৰ আওঁতালৈ অনা হয়।
asm_Beng
15,798
He also revealed his political leaning.
লগতে তেওঁৰ ৰাজনীতিৰ প্ৰতি থকা আগ্ৰহহীনতাও প্ৰকাশ কৰে।
asm_Beng
15,799
Whys that?
কিয় এনে হ'ল?
asm_Beng