Unnamed: 0
int64
0
50.5k
source
stringlengths
1
1.85k
target
stringlengths
1
8.31k
lang
stringclasses
3 values
20,100
Profile to be used when opening a new window or tab. Must be in profile_list.
নতুন উইন্ডো বা টেব খোলাৰ সময় ব্যৱহাৰযোগ্য আলেখ্য। নিৰ্বাচিত আলেখ্য profile_list ত উপস্থিত থকা আৱশ্যক।
asm_Beng
20,101
What grand public service did Jesus perform? What public service do Christians perform?
( খ) কি ধৰণৰ পবিত্ৰ উপাসনাই আমাৰ বাবে আনন্দ কঢ়িয়াই আনিব?
asm_Beng
20,102
"""But what about my cheque?"""
কিন্তু মোৰ বদনাম কিয়ো?
asm_Beng
20,103
The cause of suicide is not yet known.
বৰ্তমানলৈকে জানিব পৰা নাই আত্মহত্যাৰ কাৰণ।
asm_Beng
20,104
The principal cause has been malnutrition and poor conditions of living.
তাৰ প্ৰধান কাৰণ হ'ল,অনিয়মীয়া খাদ্যৰ যোগান আৰু অপৰিষ্কাৰ পৰিৱেশ।
asm_Beng
20,105
If you wan
বুলি যদি তুমি ভাৱিছা
asm_Beng
20,106
To restore a window to its unmaximized size, drag it away from the edges of the screen. If the window is fully maximized, you can double-click the titlebar to restore it. You can also use the same keyboard shortcuts you used to maximize the window.
এটা উইন্ডোক তাৰ প্ৰকৃত আকাৰলৈ পুনৰুদ্ধাৰ কৰিবলৈ, তাক পৰ্দাৰ প্ৰান্তৰ পৰা টানি আনক। যদি উইন্ডো সম্পূৰ্ণভাৱে সৰ্বাধিক আকাৰত থাকে, আপুনি ইয়াক পুনৰুদ্ধাৰ কৰিবলৈ শীৰ্ষকবাৰত দুবাৰ-ক্লিক কৰিব পাৰিব। আপুনি উইন্ডোক সৰ্বাধিক আকাৰলৈ নিবলৈ ব্যৱহাৰ কৰা একে কিবৰ্ড চৰ্টকাটসমূহ ব্যৱহাৰ কৰিব পাৰিব।
asm_Beng
20,107
Check out some more cute photos below:
তলত কিছুমান সুন্দৰ মূহৰ্ত্তৰ ফটো দিয়া হ'ল .
asm_Beng
20,108
Depends on users.
সম্পূৰ্ণৰূপে ব্যৱহাৰকাৰীৰ ওপৰত নিৰ্ভৰশীল ।
asm_Beng
20,109
As in road sector my government has given priority to railways, waterways and airways.
পথ নিৰ্মাণ খণ্ডত মোৰ চৰকাৰে ৰে’লপথ, জলপথ আৰু আকাশীপথ সকলোতেই অগ্ৰাধিকাৰ প্ৰদান কৰিছে।
asm_Beng
20,110
File is not a valid .desktop file
ফাইল এটা বৈধ .desktop ফাইল নহয়
asm_Beng
20,111
And therefore, the bulb which used to be sold at 350 Rupees, it is now being sold at 50 Rupees because of governmental intervention.
আৰু সেইবাবে যিটো বাল্ব ৩৫০ টকাত বিক্ৰী কৰি আহিছিল, সেইটো চৰকাৰৰ হস্তক্ষেপত ৫০ টকাতে বিক্ৰী কৰা হৈছে।
asm_Beng
20,112
And the crisis will, indeed, be brought about by extraterrestrial forces. King David of ancient Israel prophetically spoke of this world situation.
সেই যুদ্ধ অৱশ্যেই অপাৰ্থিৱ স্ৰোতৰ পৰা আহিব ।
asm_Beng
20,113
Many people would be willing to accept any therapy that seems to offer immediate benefit, even a therapy having known health risks, as is true of blood products.
আনহাতে প্ৰকৃত খ্ৰীষ্টানসকলে চিকিৎসাৰ নিৰ্ণয় লোৱাৰ পূৰ্বে কেৱল কষ্টৰ পৰা উপশম পোৱা বিষয়ে নাভাবে ।
asm_Beng
20,114
The lesson for us is that when we are determined to do something we gradually move towards the desired goal.
১৯৪২ৰ পাছত বিশ্বৰ যি ভূ-ভাগত আফ্রিকা আৰু এছিয়াৰ নানা দেশত ঔপনিবেশিক শাসন আছিল–সর্বত্রে স্বাধীনতা আন্দোলনৰ প্রেৰণা হৈ পৰে ভাৰতৰ আগষ্ট বিপ্লৱ।
asm_Beng
20,115
The atmosphere was good.
পৰিৱেশটো ভালেই লাগিল তাৰ।
asm_Beng
20,116
Further decision will be taken after reviewing the situation.
পৰিস্থিতি চাই পাছত অন্য সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।
asm_Beng
20,117
He also said that by October this year five new movie halls would be opened while five old halls would be renovated
লগতে যতীন বৰাই কয় যে চলিত বৰ্ষত অক্টোবৰত পাঁচটা নতুন ছবি গৃহ মুকলি কৰাৰ লগতে পাঁচ টা পুৰণি ছবি গৃহ পুনৰ মেৰামতি কৰা হ’ব।
asm_Beng
20,118
As a result, his sister and brother became Jehovahs Witnesses, and Jim later enjoyed the privilege of serving as a full - time volunteer at Bethel in London. Persecuted yet Joyful
কিয়নো তেওঁলোকে জানিছিল যে যিহোৱাই তেওঁলোকক “শক্তিৰ বাহুল্যতা ” প্ৰদান কৰিলে ।
asm_Beng
20,119
What can we learn from the way Jesus often dealt with opposers? Why does Jesus delay in responding to Lazarus illness?
লাজাৰক পুনৰুত্থান কৰা আচৰিত কাৰ্য্যই কি পৰিস্থিতিৰ পূৰ্ব্বসূচনা দিয়ে?
asm_Beng
20,120
Pairing with '%s' cancelled
'%s'-ৰ সৈতে নিৰ্ধাৰিত জুটি বাতিল কৰা হৈছে
asm_Beng
20,121
Human Development Report 1999 noted: All countries report erosion of their social fabric, with social unrest, more crime, more violence in the home....
আমি কেতিয়াও সম্পূৰ্ণ শান্তিৰে শাসনভাৰ চলোৱা নাই । ”
asm_Beng
20,122
It resulted in the death and injury of many.
যাৰ ফলত বহুলোক প্ৰাণ হেৰুৱাই আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
asm_Beng
20,123
Swachh Bharat Short Films Competition to encourage participative approach for Clean India
পৰিষ্কাৰ ভাৰত নিৰ্মাণৰ উদ্দেশ্যে স্বচ্ছ ভাৰত চুটী ছবি প্ৰতিযোগিতা
asm_Beng
20,124
Will be careful.
সাৱধানতাক উৰুৱাই নিদিব।
asm_Beng
20,125
Not a little brother
বোৱাৰীও নহয় সৰু
asm_Beng
20,126
%s: setusercontext () failed for %s. Aborting.
%s: %s'ৰ বাবে setusercontext () ব্যৰ্থ। কৰ্ম বাতিল কৰা হচ্ছে।
asm_Beng
20,127
File name:
ফাইল নাম:
asm_Beng
20,128
Everything's true.
সকলো সত্য বাহিৰ হৈ আহিছে।
asm_Beng
20,129
How? Bible scholar Frederic W.
[ অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
asm_Beng
20,130
The early Christians could avoid the betting that went on at the chariot races by simply staying away from the circuses.
শিল গুটি বা আন খেলুৱৈৰ আঙুলীৰ গাঁঠিৰ হাড়বোৰৰ যুগ্ম বা অযুগ্ম সংখ্যাৰ ওপৰত বাজি মাৰিছিল ।
asm_Beng
20,131
I went to bed.
মই ৰুমলৈ নি শুৱাই দিছিলো।
asm_Beng
20,132
Guess how is that possible?
আহকচোন জানি লও এইয়া কেনেকৈ সম্ভৱ?
asm_Beng
20,133
Key Creation Context %s Assigned
চাবি নিৰ্মাণৰ সন্দৰ্ভ %s নিযুক্ত কৰা হ'ল
asm_Beng
20,134
That applied, not to the literal soil, but to people.
আমি তেনেদৰে কিয় ক’ব পাৰোঁ?
asm_Beng
20,135
In Norway, a couple studies with a family from Afghanistan. The Witness couple uses the English and Norwegian editions of the brochure What Does God Require of Us?
সেই দম্পতীহালে অধ্যয়নৰ অনুচ্ছেদবোৰ ফাৰ্চী ভাষাত পঢ়ে যি তেওঁলোকৰ দাৰী ভাষাৰ সৈতে মিল খায় ।
asm_Beng
20,136
The Bible often likens life to a journey or a walk. In some cases, that comparison is direct, but in other cases, it is implied.
তেওঁলোকে ঈশ্বৰৰ সৈতে চলা বুলি কিয় বৰ্ণনা কৰা হৈছে?
asm_Beng
20,137
Also Read: Lakhimpur AJYCP stages protest against CAB (Citizenship Amendment Bill)
অন্য খবৰৰ বাবে পঢ়ক: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ
asm_Beng
20,138
He died of a heart ailment.
হৃদজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে তেওঁৰ।
asm_Beng
20,139
He claimed that there would be no discrimination on the basis of religion.
শ্বাহে ঘোষণা কৰিছিল যে ধৰ্মৰ আধাৰত কোনো ভেদভাৱ নহ’ব।
asm_Beng
20,140
The game was a bit rough.
খেলটো অলপ ক্ৰিটিকেল।
asm_Beng
20,141
I wanted to spit.
ময়ো তালৈ চাইছিলোঁ।
asm_Beng
20,142
Picture the seaside scene that we read about at Luke 5: 1 - 11.
ইয়াত মথি ৫ :⁠ ৩ - ৯ পদটো উল্লেখ কৰা হৈছে ।
asm_Beng
20,143
location: Delhi, Kolkata, Mumbai, Bangalore
স্থান - গুৱাহাটী , মুম্বাই , কোলকাতা, দিল্লী আদি ।
asm_Beng
20,144
It is clear the BJP wants to get political benefits.
ইয়াৰ পৰাই এটা কথা স্পষ্ট হ’ল যে বিজেপিয়ে হিমন্তক দলৰ ৰাজনৈতিক লাভৰ বাবেহে ব্যৱহাৰ কৰিব বিচাৰে।
asm_Beng
20,145
He has got the opportunity to travel around many countries of the world because of his work.
তেখেতে পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰাৰ সুযোগ পাইছে চাকৰীৰ সংক্ৰান্তত।
asm_Beng
20,146
Several people are injured.
কেইবাজনো লোক হৈছে আহত।
asm_Beng
20,147
Delete partition
বিভাজন মচি পেলাওক
asm_Beng
20,148
Empty all of the items from the trash?
আবৰ্জনাৰ বক্সত উপস্থিত সামগ্ৰীসমূহজ আঁতৰুৱা হ'ব নেকি ?
asm_Beng
20,149
Yes, mounted at %s
হয়, %s ত মাউন্ট কৰা আছেIn UseIn UseIn Use
asm_Beng
20,150
Other type
অন্য ধৰণ
asm_Beng
20,151
Window & Desktop
সংযোগক্ষেত্ৰ & ডেষ্কট' প
asm_Beng
20,152
Would he hold back something so good from you?
ঠিক একেইদৰে সি এনে কৌশলক ব্যৱহাৰ কৰি হৱাক ভুলাইছিল, তেওঁ এইদৰে সুধিছিল: “বাৰীৰ কোনো গছৰ ফল তোমালোকে নেখাবা বুলি ঈশ্বৰে বাস্তৱিকে কলে নে? ”
asm_Beng
20,153
When facing intense opposition, we can be confident of Jehovahs support. 2 Corinthians 4: 7 - 9.
অত্যন্ত বিৰোধিতাৰ সম্মুখীন হোৱাৰ সময়ত আমি যিহোৱা ঈশ্বৰৰ সমৰ্থন লাভ কৰাৰ আশ্বাস ৰাখিব পাৰোঁ । ​ —⁠ ২ কৰিন্থীয়া ৪ :⁠ ৭ -⁠ ৯.
asm_Beng
20,154
Finally we decided to go down.
শেষত আমি কেইজনমানে তাৰ ঘৰলৈ যোৱাটোকে ঠিক কৰিলোঁ ।
asm_Beng
20,155
A partition will be created
এটা বিভাজন নিৰ্মাণ কৰা হ'ব
asm_Beng
20,156
The need is to properly harness them and to use them sustainably for welfare of the common man.
সৰ্বসাধাৰণ লোকৰ কল্যাণৰ বাবে ইয়াক মাথো উপযুক্তভাৱে ব্যৱহাৰ কৰাৰ দৰকাৰ৷
asm_Beng
20,157
But let me tell you something.
কিন্তু তোক মই কেইটামান কথা কৈ থওঁ।
asm_Beng
20,158
Run video editing program
ভিডিঅ' সম্পাদনা সংক্ৰান্ত কাম চলোৱা হ'ব
asm_Beng
20,159
Father was a farmer.
পিতৃ আছিল ফৰেষ্টাৰ।
asm_Beng
20,160
I agree
মই সন্মত
asm_Beng
20,161
Who, though, is God? Mankind is divided on this question.
তেতিয়াহ’লে ঈশ্বৰ কোন?
asm_Beng
20,162
Viruses are programs that cause problems if they manage to find their way onto your computer. A common way of them getting onto your computer is through email messages.
ভাইৰাচ এটা প্ৰগ্ৰাম যি আপোনাৰ কমপিউটাৰত সমস্যা সৃষ্টি কৰিব পাৰে। কমপিউটাৰত ভাইৰাচ লগাৰ এটা সাধাৰণ ধৰণ হল ইমেইল বাৰ্তাসমূহ।
asm_Beng
20,163
Cable unplugged
কেবুল আনপ্লাগ্গড
asm_Beng
20,164
None of this is true of todays Bangladesh.
আনকি এনেকুৱা কথাটো বাংলাদেশটো হোৱা নাই আজিলৈ।
asm_Beng
20,165
No person has been injured.
কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই।
asm_Beng
20,166
However, the messengers visit was misinterpreted as a hostile spying out of Ammonite territory, moving Hanun first to humiliate the messengers and then to make war on Israel.
অম্মোনীয়াসকলৰ ৰজা, নাহচৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ পুত্ৰ হানূনে ৰাজ্যভাৰ গ্ৰহণ কৰিলে ।
asm_Beng
20,167
Jehovah is depicted as walking behind his people, issuing directions on the right way to walk.
এইদৰে আমি ঈশ্বৰৰ সৈতে চলোঁ ।
asm_Beng
20,168
And Daddy!
আৰু পিতায়ে!
asm_Beng
20,169
This figure did not include those who follow atheistic religions, such as some Buddhists.
এই সংখ্যাত নাস্তিকতাবাদী ধৰ্ম অনুশৰন কৰা সকলক সাঙুৰি লোৱা হোৱা নাই, যেনে কিছুসকল বৈ বৌদ্ধধৰ্মী লোক।
asm_Beng
20,170
The carcass has been sent for a post-mortem examination.
মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।
asm_Beng
20,171
If you have an inkjet printer, the print head may be dirty or partially blocked. Try cleaning the print head (see the printer's manual for instructions).
যদি আপোনাৰ এটা ইঙ্কজেট প্ৰিন্টাৰ আছে, প্ৰিন্ট হেড লেতেৰা অথবা আংশিকভাৱে ৰোধিত থাকিব পাৰে। প্ৰিন্ট হেড পৰিষ্কাৰ কৰি চাওক (নিৰ্দেশৰ বাবে প্ৰিন্টাৰৰ হাতপুথি চাওক)।
asm_Beng
20,172
As a result, the villagers have gone scary.
ফলত চিন্তিত হৈ পৰিছে গাঁওবাসী।
asm_Beng
20,173
Many died.
বহুতো বনুৱাৰ মৃত্যু হ'ল।
asm_Beng
20,174
By so doing, they set themselves up as judges.
ঘিণ কৰোঁ । ”
asm_Beng
20,175
PM visits Gujarat, launches Saurashtra Narmada Irrigation Project
গুজৰাট ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰীয়ে, মুকলি কৰিলে সৌৰাষ্ট্ৰ নৰ্মদা জলসিঞ্চন প্ৰকল্প
asm_Beng
20,176
How? By seeking Jehovah, seeking righteousness, and seeking meekness before it is too late! What is involved in seeking Jehovah today?
( মথি ২৪ :⁠ ২১) এতেকে যিসকলে সেই ধ্বংসৰ পৰা ৰক্ষা পাব বিচাৰে, তেওঁলোকে কোনো পলম নকৰাকৈ এতিয়াই সঠিক পদক্ষেপ লোৱা উচিত ।
asm_Beng
20,177
Only N_ative Packages
কেৱল স্থানীয় পেকেইজসমূহ (_a)
asm_Beng
20,178
Unexpected bitdepth for colormap entries
ৰঙৰনক্সা প্ৰৱেশৰ বাবে অপ্ৰত্যাশিত bitdepth
asm_Beng
20,179
Name on Card
কাৰ্ডত নাম
asm_Beng
20,180
Last self-test completed successfully
সৰ্বশেষ স্ব-পৰীক্ষণ সফলভাৱে সম্পূৰ্ণ হলsmart-self-test-result
asm_Beng
20,181
Hence, walking as Jesus walked requires that we closely observe him as the Chief Leader and that we follow his steps closely.
যীচুৰ দৰে চলিবলৈ হ’লে আমি তেওঁক মুখ্য অধিনায়ক হিচাপে মানি অনুকৰণ কৰা উচিত ।
asm_Beng
20,182
Only online applications will be accepted
কেৱল অনলাইন আবেদনহে গ্ৰহণ কৰা হ'ব ৷
asm_Beng
20,183
The Prime Minister Shri Narendra Modi has wished the people of Nagaland on their Statehood Day.
প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে।
asm_Beng
20,184
It is one of the largest rodents in the world.
এইটো পৃথিৱীৰ অন্যতম বৃহৎ মছজিদ।
asm_Beng
20,185
It reached The Times of London on May 8, 1920. More than a year later, The Times exposed the document as a fake.
দৰাচলতে আমি ইচ্ছাকৃতভাৱে মিছা বিষয়বোৰক গ্ৰহণ কৰি ভুল বিশ্বাসত পৰিচালিত নহওঁ ।
asm_Beng
20,186
Further, gambling encourages in some a superstitious reliance on good luck. Gamblers develop all kinds of superstitions, hoping to influence luck in their favor.
( গালাতীয়া ৫ :⁠ ২৬) ইয়াৰ উপৰিও জুৱা খেলে কিছুমানক সৌভাগ্য লাভ কৰাৰ অৰ্থে অন্ধবিশ্বাস কৰিবলৈ উৎসাহিত কৰে ।
asm_Beng
20,187
The former Delhi chief minister died due to a cardiac arrest.
হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ।
asm_Beng
20,188
Likewise, in writing about worship that is acceptable to God, the disciple James stated: The form of worship that is clean and undefiled from the standpoint of our God and Father is this: to look after orphans and widows in their tribulation, and to keep oneself without spot from the world. James 1: 27.
গতিকে ঈশ্বৰে তেওঁৰ উপাসকসকলৰ পৰা কি বিচাৰে আৰু তেওঁলোক তেওঁৰ দৃষ্টিত শুদ্ধ আৰু গ্ৰহণযোগ্য হ’বলৈ তেওঁ কেনে সহায় আগবঢ়ালে তাক আমি ভালকৈ চালি - জাৰি চোৱা আৱশ্যক । ​ —⁠ গীতমালা ১১৯ :⁠ ৯. দানিয়েল ১২ :⁠ ১০.
asm_Beng
20,189
Voting process is going on very well.
ভোট গ্ৰহণ প্ৰক্ৰিয়া সুন্দৰ ভাৱে হৈ যোৱা বুলি জানিব পৰা গৈছে।
asm_Beng
20,190
Humans, on the other hand, are unable to render such a judgment.
আনকি শাস্ত্ৰীয় পদে কৈছে যে “জীৱনময় ঈশ্বৰৰ হাতত পৰা অতি ভয়ঙ্কৰ কথা । ”
asm_Beng
20,191
It's just that?
এইটুৱে নেকি বছ?
asm_Beng
20,192
New mathematical techniques to apply to general relativity streamlined calculations and made its concepts more easily visualized.
সাধাৰণ আপেক্ষিকতাবাদত ব্যৱহাৰ কৰিবলৈ নতুন নতুন গাণিতিক উপায় উদ্ভাৱনৰ লগে লগে গণনাৰ কাম-কাজখিনি পূৰ্বতকৈ সহজ হ'ল আৰু তত্ত্বটোৰ ধাৰণাবোৰো মনঃচকুৰে দৃশ্যাংয়ন কৰিব পৰা হ'ল।
asm_Beng
20,193
Not a word must be said.
কোনো কথায়ে জোৰ দি ক’বই নোৱাৰে।
asm_Beng
20,194
Celebrating his birthday with family and friends
পিতৃৃ-মাতৃ আৰু আত্মীয় স্বজনৰ সৈতে কণমানিজনীৰ জন্মদিন উদযাপন কৰাৰ মুহূৰ্তত
asm_Beng
20,195
As we do our best, we will be following the counsel of Psalm 55: 22: Throw your burden upon Jehovah himself, and he himself will sustain you.
( খ) ইয়াৰ বাবে যিহোৱাই কেনে আশ্বাস প্ৰদান কৰিছে?
asm_Beng
20,196
Display size
প্ৰদৰ্শনৰ আকাৰ
asm_Beng
20,197
The music was distinct.
বাদ্য যন্ত্ৰত পাৰ্গত আছিল ।
asm_Beng
20,198
Two persons commit suicide
একেনিশাই দুজনকৈ লোকৰ আত্মহত্যা ভৱানীপুৰত
asm_Beng
20,199
Whether buttons for creating/manipulating files should be displayed
ফাইল তৈৰিৰ/পৰিবৰ্তনেৰ বুটাম প্ৰদৰ্শন কৰা হ'ব নে নাই
asm_Beng