Unnamed: 0 int64 0 50.5k | source stringlengths 1 1.85k ⌀ | target stringlengths 1 8.31k ⌀ | lang stringclasses 3
values |
|---|---|---|---|
21,300 | They have been meeting in New Delhi. | নতুন দিল্লীস্থিত কাৰ্যালয়ত সাক্ষাৎ কৰে তেওঁক। | asm_Beng |
21,301 | Acts 16: 9, 10. | — পাঁচনিৰ কৰ্ম্ম ১৬ : ৯, ১০. | asm_Beng |
21,302 | Prime Minister Narendra Modi and Home Minister Amit Shah condoled his demise. | তেওঁৰ মৃত্যুত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকলে শোক প্ৰকাশ কৰিছে। | asm_Beng |
21,303 | Whether to store and prefill passwords in web sites. | পাছৱাৰ্ডসমূহক সংৰক্ষণ কৰি ৱেব ছাইটসমূহত আগতিয়াকৈ ভৰা হব নে। | asm_Beng |
21,304 | If true, show date in a tooltip when the pointer is over the clock. | মান সত্য হ'লে, ঘড়িৰ ওপৰত মাউছ নিলে টুলটিপত তাৰিখ প্ৰদৰ্ছন কৰা হ'ব । | asm_Beng |
21,305 | True to his promise, Jehovah led the Israelites to the Promised Land. But as the apostle Paul later explained, because of their lack of faith, that land did not prove to be truly a place of rest. | কিন্তু যিদৰে পাঁচনি পৌলে পিছলৈ বৰ্ণনা কৰিছিল, তেওঁলোকৰ বিশ্বাস হ্ৰাস হোৱাৰ বাবে সেই দেশ প্ৰকৃতৰূপে “বিশ্ৰাম ” প্ৰমাণিত নহ’ল । | asm_Beng |
21,306 | 13, 14. In what way can elders imitate Christ as they encourage others to serve God? | যীচুৱে সদায়ে শিষ্যবিলাকৰ দুৰ্ব্বলতাৰ বিষয়ে মনত ৰাখি তেওঁলোকৰ সৈতে আচৰণ কৰিছিল । | asm_Beng |
21,307 | Only show packages matching the machine architecture | কেৱল মেচিনৰ স্থাপত্যৰ সৈতে সুসঙ্গত পেকেইজ দেখুৱাওক | asm_Beng |
21,308 | How can we obtain the heritage that Adam forfeited? | কেনেকৈ? | asm_Beng |
21,309 | And don't enter politics. | আৰু ৰাজনীতি কৰাৰো পথ নহয়। | asm_Beng |
21,310 | Since the peace of the universe and its inhabitants depends on the sanctification of Jehovahs name and loving submission to his sovereignty, our prayer let your name be sanctified is an expression of our confidence that Jehovahs purpose will be fulfilled to his praise. Ezekiel 38: 23. The Kingdom for Which We Pray | সেইবাবে প্ৰাৰ্থনাত “তোমাৰ নাম পূজনীয় হওক ” বুলি উল্লেখ কৰা উক্তিটোৱে আমাক আশ্বাস দিয়ে যে যিহোৱাৰ মহিমাৰ অৰ্থে তেওঁৰ ইচ্ছা অৱশ্যেই পূৰ্ণ হ’ব । — যিহিষ্কেল ৩৮ : ২৩. | asm_Beng |
21,311 | Why should Christians keep the Kingdom hope sharply in focus? | ( ক) বৰ্ণনা কৰক যে কি কি প্ৰকাৰে আমি আমাৰ আনন্দ বজাই ৰাখিব পাৰোঁ । | asm_Beng |
21,312 | Smash the boiled pumpkin pieces then add some salt and spices. | উহোৱা ৰঙালাও পিটিকি লওঁক তাৰ পিছত অলপ নিমখ আৰু মছলা দিয়ক। | asm_Beng |
21,313 | But theres a snag. | কিন্তু ছাৰ আছেতো। | asm_Beng |
21,314 | We know how to handle it. | ইহঁতক কেনেকৈ হেণ্ড’ল কৰিব লাগে আমি জানো। | asm_Beng |
21,315 | Opponents are arrested. | প্ৰতিবাদকাৰীসকলক আটক কৰে আৰক্ষীয়ে। | asm_Beng |
21,316 | Everyone was busy in their own work. | সকলোৱে নিজ নিজ কৰ্মস্থলীত ব্যস্ত। | asm_Beng |
21,317 | The various demands included in the memorandum are: | স্মাৰক পত্ৰত উল্লেখ কৰা দাবীসমূহ এনেধৰণৰ- | asm_Beng |
21,318 | He also witnessed the Exchange of MoUs for Jan AushadhiKendras. | সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান(এইমছ), দেওঘৰ | asm_Beng |
21,319 | In order to meet the requirement of Upper Myanmar, two way movement of high speed diesel trucks have started from India. | আপাৰ ম্যানমাৰৰ প্রয়োজনৰ ভিত্তিত ভাৰতৰ পৰা ভাৰতৰ পৰা ট্রাকেৰে হাইস্পীড ডিজেল অনাৰ কাম আৰম্ভ হৈছে। | asm_Beng |
21,320 | The TET qualified teachers also threatened to go for a democratic protest Dispur Chalo on June 29, if the government doesnt come out with a solution on the matter within the next 10 days | টেটৰ শিক্ষক সকলে ২৯ জুনত দিছপুৰ চল গনতান্ত্ৰীক প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ভাবুকি দিছে । | asm_Beng |
21,321 | Cannot allocate colormap structure | ৰঙৰনক্সা গঠন বিতৰণ কৰিব নোৱাৰি | asm_Beng |
21,322 | I dont like to associate with such people | নালাগে এনে লোকৰ সৈতে থাকিবলৈ…৷” | asm_Beng |
21,323 | But that is about as far as the power of money goes. What we need most, money cannot buy the love of one true human friend, peace of mind, a crumb of heartfelt solace in the hour of death. | কিন্তু তথাপিও তেওঁ স্বীকাৰ কৰিছিল যে ভৌতিক বস্তুসমূহে চিৰকলীয়া সুখ দিব নোৱাৰে । | asm_Beng |
21,324 | Please report bugs to %1. | অনুগ্ৰহ কৰি% 1 লৈ বাগ প্ৰতিবেদন কৰক । | asm_Beng |
21,325 | A list of folders where you can find documents, files and settings that you may want to back up. | ফোল্ডাৰসমূহৰ এটা তালিকা য'ত আপুনি বেকআপ ল'ব বিচৰা দস্তাবেজসমূহ, ফাইলসমূহ আৰু সংহতিসমূহ পাব। | asm_Beng |
21,326 | About the GNOME Panel | GNOME পেনেলৰ বিষয়ে | asm_Beng |
21,327 | The discussion lasted into the early hours of the following morning. Before leaving, the young man offered to study the Bible with me, using the Truth book. | ভায়জনে ঘৰৰ পৰা বিদায় লোৱাৰ আগতে সেই সত্য নামৰ কিতাপখনৰ পৰা তেওঁৰ সৈতে অধ্যয়ন কৰিবলৈ মোক আগ্ৰহ কৰিলে । | asm_Beng |
21,328 | We love the new. | নতুনকৈ কাৰোবাৰ প্ৰেমত পৰিছোঁ। | asm_Beng |
21,329 | That does not mean we have gone with the BJP. | তাৰ অৰ্থ এয়ে যে আমাৰ বিজেপিৰ সৈতে কোনো মিত্ৰতা নাই। | asm_Beng |
21,330 | It doesn't snow here very often. | ইয়াত ইমান ঘনাই বৰফ নপৰে। | asm_Beng |
21,331 | Prime Minister Narendra Modi expressed grief over the loss of lives. | খায়ামৰ মৃত্যুত শোক প্ৰকাশ কৰি টুইট কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। | asm_Beng |
21,332 | """I said it as a joke." | ” মই খঙেৰে কোৱাৰ দৰে ক’লোঁ। | asm_Beng |
21,333 | They had been working all night but without success. Still, Jesus told them: Pull out to where it is deep, and you men let down your nets for a catch. | ( পাঁচনিৰ কৰ্ম্ম ১ : ৮) কিন্তু যীচুৰ শিষ্য হিচাপে পৰিচিত হোৱাৰ আগেয়ে পিতৰে যীচু খ্ৰীষ্টৰ ওপৰত কৰা নিজৰ বিশ্বাসৰ বিষয়ে লোকসকলক জনাব লাগিছিল । | asm_Beng |
21,334 | Binding to start playback (or toggle play/pause). | প্লে-বেক অৰ্থাৎ চালনাৰ আৰম্ভৰ বাবে বাইন্ড কৰক (অথবা চালনা/স্থগিত কৰ্মত পৰিবৰ্তন)। | asm_Beng |
21,335 | It is not yet known why the woman wanted to commit suicide. | মহিলা গৰাকীক কি কাৰণে হত্যাৰ চেষ্টা কৰা হৈছিল সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই । | asm_Beng |
21,336 | During the shutdown period all offices, business establishments and shops will remain closed. | উক্ত দিনটোত জিলাখনৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। | asm_Beng |
21,337 | You will need to restart this computer before the hardware will work correctly. | হাৰ্ডৱেৰ সঠিকভাৱে কাৰ্য্য কৰিবলে আপুনি এই কমপিউটাৰ পুনৰাম্ভ কৰিব লাগিব। | asm_Beng |
21,338 | If I have free time, I go to the library and read the Young People Ask book. * Has Jehovah blessed her efforts? | ইয়াৰ দ্বাৰা পোৱা আশীৰ্ব্বাদসমূহ অতুলনীয় । | asm_Beng |
21,339 | Today, where is Philistia and where are its cities? What about once proud Moab and Ammon? | তাৰ বাট - পথত ব্যৱসায়ী, যুদ্ধাসকলৰ চিঞৰ - বাখৰ আৰু পুৰোহিতসকলৰ কোনো যশোকীৰ্তন শুনা নগ’ল । | asm_Beng |
21,340 | You probably have had the experience of being unable to think of a name or some other piece of information that was on the tip of your tongue.... | হয়তো আপোনাৰ ক্ষেত্ৰটো সেই একেইদৰে হৈছে, যেনে, কিবা এটা বিষয় বা কোনোবা এজনৰ নাম মনত থকা স্বত্ত্বেও সেইবোৰক মুখেৰে প্ৰকাশ কৰিব নোৱাৰে ।... | asm_Beng |
21,341 | If Cain shared this belief, he was totally wrong. On the other hand, faith accompanied Abels sacrifice. | সেয়েহে, “যিহোৱাই হেবলক আৰু তেওঁৰ উপহাৰ গ্ৰহণ কৰিলে. কিন্তু কয়িনক আৰু তেওঁৰ উপহাৰক হলে, গ্ৰহণ নকৰিলে । ” | asm_Beng |
21,342 | In the last Assembly polls the party could win only two seats. | যোৱা বিধান সভা নিৰ্বাচনত দলটোৱে মাত্ৰ দুখন আসনহে পাইছিল। | asm_Beng |
21,343 | Separate tags with commas | কমাৰ সৈতে টেগ পৃথক কৰক | asm_Beng |
21,344 | The situation in the country is very grim. | ৰাজ্যত উদ্ভৱ হোৱা এনে পৰিস্থিতি অতি দুৰ্ভাগ্যজনক। | asm_Beng |
21,345 | Most people never change the system settings that are created during installation. If you do customize your system settings for some reason, or if you use your computer as a server, then you may wish to back up these settings. | বেছিৰভাগ মানুহে ইনস্টলেষণৰ সময়ত সৃষ্টি হোৱা চিস্টেম সংহতিসমূহ পৰিবৰ্তন নকৰে। যদি আপুনি কিবা কাৰণত চিস্টেম সংহতিসমূহ স্বনিৰ্বাচন কৰে, অথবা আপুনি আপোনাৰ কমপিউটাৰক এটা চাৰ্ভাৰ ৰূপে ব্যৱহাৰ কৰে, তেন্তে আপুনি এই সংহতিসমূহ বেকআপ কৰিব পাৰে। | asm_Beng |
21,346 | With spiritual light from Gods Word and with the help of Gods holy spirit, we can keep doing good. | এই সম্পৰ্কে যীচুৱে এইদৰে কৈছিল: “দয়ালুবিলাক ধন্য. কিয়নো তেওঁবিলাকে দয়া পাব । ” | asm_Beng |
21,347 | Customs That Displease God, 1 / 1 Faith Move You to Action? 4 / 15 | ঈশ্বৰৰ সৈতে চলি লাভৱান হওক, ১২ / ১ | asm_Beng |
21,348 | Then in a pan heat oil and put mustard. | তাৰপিচত কেৰাহীত তেল দি পনীৰখিনি ৰংচোৱাকৈ ভাজি উঠাই থব । | asm_Beng |
21,349 | Three soldiers were killed. | দুৰ্ঘটনাত নিহত তিনিজন সেনা জোৱান। | asm_Beng |
21,350 | This would reduce accidents. | যাৰ বাবে দুৰ্ঘটনাৰ পৰিমাণ হ্ৰাস পাব। | asm_Beng |
21,351 | Educational qualification: The candidates need to hold a post graduate degree. | উক্ত পদৰ বাবে শিক্ষাগত অৰ্হতা: প্ৰাৰ্থী সকলে স্নাতক পৰ্যায় উত্তীৰ্ণ হব লাগিব। | asm_Beng |
21,352 | In some countries, higher education is government sponsored and qualified students do not have to pay fees or tuition. | বেছিভাগ ঠাইত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ অধিক খৰচ - পাতি বহন কৰিবলগীয়া হয় । | asm_Beng |
21,353 | Icon used for button | বস্তুৰ বুটামে ব্যৱহৃত আইকন | asm_Beng |
21,354 | It rains outside. | বাহিৰত চিপ্-চিপ্ বৰষুণ। | asm_Beng |
21,355 | There is a controversy behind the origin of Kolhapuris. | কোল্হাপুৰী চেণ্ডেলৰ উৎপত্তিৰ আঁৰত এটা বিতৰ্ক আছে। | asm_Beng |
21,356 | The psalmist exclaimed: How many your works are, O Jehovah! All of them in wisdom you have made. | গীতমালা ৰচোঁতাজনে এইদৰে কৈছিল: “হে যিহোৱা, তোমাৰ কাৰ্য্য কিমান বহুবিধ! | asm_Beng |
21,357 | Jesus has in mind giving three of his intimate disciples a spectacular foregleam of his glory in Kingdom power. | ( যোহন ১ : ১৪) ৰূপান্তৰণৰ উপৰি শিষ্যসকলে অন্য বহুতো দৰ্শন দেখাৰ বিশেষাধিকাৰ পাইছিল । | asm_Beng |
21,358 | Could not get Camel storage path | %s -ৰ বাবে ক্যাশ সৃষ্টি কৰিব নোৱাৰি: | asm_Beng |
21,359 | Brazilian Portuguese | ব্ৰাজিলিয়ান পোৰ্তুগিজ@ item Spelling dictionary | asm_Beng |
21,360 | Focussed Information Education Communication (IEC) activities like banners, posters, hoardings, newspaper advertisements, radio jingles etc. | বেনাৰ, পোষ্টাৰ, হৰ্ডিং, বাতৰিকাকতৰ বিজ্ঞাপন, ৰেডিঅ’ৰ মাধ্যমত এনে আঁচনিৰ তথ্য শিক্ষা জনসংযোগত গুৰুত্ব প্ৰদান৷ | asm_Beng |
21,361 | Cannot find a terminal, using xterm, even if it may not work | টাৰ্মিনেল পোৱা নাযায়, xterm ব্যৱহাৰৰ প্ৰচেষ্টা কৰা হৈছে, যদিও এই চেষ্টা ব্যৰ্থ হ'ব পাৰে। | asm_Beng |
21,362 | The Certifying Authority for this certificate is not permitted to issue a certificate with this name. | এই প্ৰমাণপত্ৰৰ প্ৰমাণকাৰী কতৃপক্ষৰ এই নামেৰে প্ৰমাণপত্ৰ প্ৰেৰণ কৰাৰ অনুমতি নাই। | asm_Beng |
21,363 | can stay. | থাকিব পাৰিবি৷ | asm_Beng |
21,364 | This building will serve as transit accommodation for Members of Parliament. | কামৰ সূত্রে ৰাজধানীত অহা সাংসদসকলে আগলৈ এই এনেক্স ভৱনত সাময়িকভাবে থাকিব পাৰিব। | asm_Beng |
21,365 | Apple crop damaged in Lahaul-Spiti region | লাহাউল-স্পিটি জিলাত বিস্তৰ ক্ষতি হৈছে আপেল খেতিৰ। | asm_Beng |
21,366 | The students will be awarded with certificates after completion of training. | প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পাছত শিক্ষাৰ্থীসকলক যোগদানৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। | asm_Beng |
21,367 | In effect, you were going down the wrong highway but consulted a reliable map and began to travel on the right road. | পৰিণামস্বৰূপে, আপুনি ভুল ৰাজপথেৰে যোৱাৰ পৰিৱৰ্তে ভাৰসাযুক্ত মানচিত্ৰ অনুকৰণ কৰি সত্যৰ পথত চলিবলৈ আৰম্ভ কৰিছে । | asm_Beng |
21,368 | Standard letter-based PPM | প্ৰমিত অক্ষৰ-ভিত্তিক PPM | asm_Beng |
21,369 | It is not just that. | কথাটো একেবাৰে নোহোৱাও নহয়। | asm_Beng |
21,370 | All of us appreciate this gift of free will because we do not want all our thoughts and actions dictated to us without ever having a choice in anything. However, was the fine gift of free will to be used without limits? | কিন্তু ইয়াৰ অৰ্থ এইটো আছিল নে যে উপহাৰস্বৰূপে পোৱা এই দানৰ বাবে কোনো সীমা বন্ধা নাছিল? | asm_Beng |
21,371 | It was then. | আন্ধাৰো আছিল তেতিয়া। | asm_Beng |
21,372 | Running the transaction failed | আদান প্ৰদান চলাওঁতে বিফল | asm_Beng |
21,373 | 2, 3. (a) How do we demonstrate that we are walking by faith? ( b) What does it mean to walk by sight? | তেওঁ স্বৰ্গীয় আশা ৰাখা অভিষিক্ত খ্ৰীষ্টানসকললৈ লিখাৰ সময়ত এইদৰে কৈছিল: “আমি দেখাৰ দ্বাৰাই নচলি, বিশ্বাসৰ দ্বাৰাই চলিছোঁ । ” — ২ কৰিন্থীয়া ৫ : ৭. | asm_Beng |
21,374 | If a teacher could not attend, Elizabeth stayed after school and presented the talk to the teacher. | সেই ভাষণৰ বাবে তাই এনে এটা আকৰ্ষণীয় বিষবস্তুৰ বাছনি কৰিছিল যাৰ বিষয় আছিল, “ঈশ্বৰে কিয় দুষ্টতাক অনুমতি দিছে? ” | asm_Beng |
21,375 | Congress stakes claim to form government in Manipur | মণিপুৰত চৰকাৰ গঠনৰ দাবীৰে ৰাজ্যপালক সাক্ষাৎ কংগ্ৰেছৰ | asm_Beng |
21,376 | Even stones such as bans against our work have not caused us to stumble and fall out of divine favor. | আমি কেতিয়াও এই পৃথিৱীৰ পৰা উচ্ছন্ন নহম । | asm_Beng |
21,377 | The widget to be activated when the label's mnemonic key is pressed | লেবেলৰ নেমোনিক কী (Key) চাপা হলে যি উইজেটকে সক্ৰিয় কৰা হ'ব | asm_Beng |
21,378 | login: failure forking: %m | প্ৰৱেশ: forking ত বিফল: %m | asm_Beng |
21,379 | Dwell on what you are reading. When intrigued by a certain point, look up the cross references if your Bible contains such. If the point is still not clear, make a note to do further research later. | যিহোৱাই ভৱিষ্যতে হ’বলগীয়া ইস্ৰায়েলৰ ৰজাসকলৰ পৰা কি বিচাৰিছিল আৰু কি কাৰণসমূহৰ বাবে আজি সেই আৱশ্যকতাবোৰ খ্ৰীষ্টান প্ৰাচীনসকলৰ ওপৰতো প্ৰযোজ্য হয়? | asm_Beng |
21,380 | This changes the default application not just for the selected file, but for all files with the same type. | ই কেৱল নিৰ্বাচিত ফাইলৰ বাবেই নহয়, একে ধৰণৰ সকলো ফাইলৰ বাবে অবিকল্পিত এপ্লিকেচন পৰিবৰ্তন কৰে। | asm_Beng |
21,381 | I was frustrated. | বৰ বিমোৰত পৰিলো মই । | asm_Beng |
21,382 | This one is worth a million. | ই লাখ টকাতকৈ মূল্যবাদ। | asm_Beng |
21,383 | Error creating disk image | ডিস্ক ছবি সৃষ্টি কৰোতে ত্ৰুটি | asm_Beng |
21,384 | Hence, we demand the NRC should be carried out at the national level. | গতিকে আমি দাবী কৰিছোঁ যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক ৰাষ্ট্ৰীয় স্তৰলৈ লৈ যোৱা হওঁক। | asm_Beng |
21,385 | It did not take long to come. | তাতে বহু সময় হ’ল টানিবলেও পোৱা নাই। | asm_Beng |
21,386 | But they are just a boil. | কিন্তু সেইবোৰ ফুটোকাৰ ফেন হৈছে। | asm_Beng |
21,387 | PM Modi will fly to neighbouring country Sri Lanka from the Maldives later on Sunday | মালদ্বীপৰ পৰা শ্ৰী লংকালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। | asm_Beng |
21,388 | You can choose to print a document to a file instead of sending it to print from a printer. Printing to file will create a , a or a file that contains the document. This can be useful if you want to transfer the document to another machine or to share it with someone. | আপুনি এটা দস্তাবেজক এটা প্ৰিন্টাৰত প্ৰিন্ট কৰাৰ পৰিৱৰ্তে এটা ফাইললৈ প্ৰিন্ট কৰিব পাৰিব। ফাইললৈ প্ৰিন্ট কৰিলে এটা সৃষ্টি হব, এটা অথবা এটা ফাইল যি দস্তাবেজক অন্তৰ্ভুক্ত কৰে। ই উপযোগী হব পাৰে যদি আপুনি দস্তাবেজক অন্য মেচিনলৈ স্থানান্তৰ কৰিব খোজে অথবা অন্যৰ সৈতে অংশীদাৰী কৰিব খোজে। | asm_Beng |
21,389 | We will be in touch with more information about how to add your language to Common Voice very soon. | আপোনাৰ ভাষা কমন ভইচত কেনেকৈ যোগ কৰিব সেই বিষয়ে অধিক তথ্যৰ সৈতে আমি আপোনাৰ সৈতে অতি সোনকালে যোগাযোগ কৰিম। | asm_Beng |
21,390 | The actual cause of the fire is still not known. | অৱশ্যে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা নাই। | asm_Beng |
21,391 | Rather, he has complete confidence in the truth as it is revealed by Jehovah God through his Son, Jesus Christ, and the faithful and discreet slave. | তদুপৰি, আমি ঈশ্বৰৰ ইচ্ছা আৰু উদ্দেশ্যক সঠিক আৰু সম্পূৰ্ণকৈ বুজিবলৈ চেষ্টা কৰা উচিত । | asm_Beng |
21,392 | You are life for us. | তুমিসি আমাৰ জীৱ প্ৰাণ সমুদায়৷৷ | asm_Beng |
21,393 | Progress Dialog | অগ্ৰগতিসূচক সম্বাদ | asm_Beng |
21,394 | Are you perplexed? | তুমি বিচলিত হৈছা নেকি - | asm_Beng |
21,395 | When Jesus arrives in Bethany, what is the situation there, and what happens after his arrival? | [ অধ্যয়নৰ বাবে প্ৰশ্নসমূহ] | asm_Beng |
21,396 | The entire process, including Inter Ministerial Consultations (IMC) is quite lengthy and time consuming. | চৰকাৰে ২০১৭ৰ ১ জুলাইত আৰম্ভ কৰি ১৫ নৱেম্বৰত বন্ধ কৰা অএএলপিৰ প্ৰতি ব্যাপক সঁহাৰি লাভ কৰে। | asm_Beng |
21,397 | 'I was shocked. | 'মই আচৰিত হৈ পৰিলো। | asm_Beng |
21,398 | Then, at age 93, Oreanna was baptized as one of Jehovahs Witnesses. | ( গীত ৩৭ : ২৮) হতাশ হৈ পৰা ব্যক্তিবিলাকে যিহোৱাৰ সহায়েৰে পুনৰাই সজীৱ হ’বলৈ সক্ষম হৈছে । | asm_Beng |
21,399 | A software source contains packages that can be installed on this computer. | এটা চফ্টৱেৰ উৎসয় পেকেইজসমূহ যি এই কমপিউটাৰত ইনস্টল কৰিব পাৰি সায়ে অন্তৰ্ভুক্ত কৰে। | asm_Beng |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.