Unnamed: 0
int64
0
50.5k
source
stringlengths
1
1.85k
target
stringlengths
1
8.31k
lang
stringclasses
3 values
21,500
Doing work that pleases our Creator will not leave us dissatisfied. To Jesus, the work he was assigned by Jehovah was as nourishing, satisfying, and refreshing as food.
যিহোৱাই দিয়া কাৰ্য্য কৰি যীচুৱে পৰিপোষক, সন্তুষ্টি আৰু খাদ্য গ্ৰহণ কৰি পোৱা সতেজতাৰ দৰে অনুভৱ কৰিছিল ।
asm_Beng
21,501
But there are no true ones either.
কিন্তু সেইদুটাৰ কোনো বাস্তৱ অস্তিত্ব নাই।
asm_Beng
21,502
Tom wasn't reliable.
টম্‌ নিৰ্ভৰযোগ্য নাছিল।
asm_Beng
21,503
For example, we travel and while travelling if we have a seat reserved for us and if there is an empty seat beside us, we tend to keep our bags, newspapers and other stuffs on it.
আমি যেতিয়া ভ্ৰমণ কৰো, তেতিয়া আমাৰ আসন সংৰক্ষণ থাকে, আমি আসনত বহি আছো কাষৰ আসনখন খালী আছে, আমাৰ বেগ, বাতৰি তথা অন্য সামগ্ৰী তাত ৰাখি দিও।
asm_Beng
21,504
Fortunately, the driver was not injured.
ভাগ্যবশতঃ চালকজন বিশেষ আঘাতপ্ৰাপ্ত হোৱা নাই।
asm_Beng
21,505
Damaged love
"""প্রেমৰ বতাহ"""
asm_Beng
21,506
According to Daniels prophecy, there were given [to Jesus] rulership and dignity and kingdom, that the peoples, national groups and languages should all serve even him.
দানিয়েল ভৱিষ্যতবাণীৰ অনুসাৰে, “সকলো জাতিৰ, দেশৰ, আৰু ভাষাৰ লোকবিলাকে তেওঁৰ সেৱা কৰিবৰ নিমিত্তে [যীচুক] ৰাজশাসন, মহিমা, আৰু ৰাজ্যভাৰ দিয়া হল । ”
asm_Beng
21,507
Any / All Information
যিকোনো / সকলো তথ্য
asm_Beng
21,508
Several PIN attempts have been incorrect, and the token will be locked after further failures.
কেইবাটাও PIN চেষ্টা ভুল হৈছে, আৰু ততোধিক ব্যৰ্থতাৰ পিছত টকেন লক কৰা হব।
asm_Beng
21,509
You will also get benefit in government work.
চৰকাৰী কাম-কাজৰ ক্ষেত্ৰত আপুনি সুফল লাভ কৰিবলৈ সক্ষম হব।
asm_Beng
21,510
India is the leader in the production, consumption and export of spices in the world.
তামোলৰ উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতেই এখন শীৰ্ষস্থানীয় দেশ।
asm_Beng
21,511
An opposer may also have refused to listen to any explanation from the Bible because of prejudice or pride.
ইয়াৰ অলপ সময়ৰ পিছত ভনীগৰাকীৰ মাকেও বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে ।
asm_Beng
21,512
As those living with godly devotion in association with Christ Jesus, we expect to be persecuted.
যিসকলে “খ্ৰীষ্ট যীচুৰ ভক্তিভাৱে জীৱন ধাৰণ ” কৰে, তেওঁলোকৰ সকলোৱে উৎপীড়নৰ সম্মুখীন হ’ব বুলি আমি আশা কৰোঁ ।
asm_Beng
21,513
Mechanical Fault
যান্ত্ৰিক বিজুতি
asm_Beng
21,514
Many senior Congress leaders were present in the procession.
বৈঠকত উপস্থিত আছে কংগ্ৰেছৰ বহু শীৰ্ষ নেতা।
asm_Beng
21,515
how do you cope?
তুমি কেনেকৈ সহ্য কৰিছা?
asm_Beng
21,516
Education is an endless journey.
শিক্ষা আজীৱনব্যাপী হোৱা এক বিৰামহীন প্ৰক্ৰিয়া।
asm_Beng
21,517
Cannot create new folder '%s'
নতুন ফোল্ডাৰ '%s' সৃষ্টি কৰিব পৰা নাযায়
asm_Beng
21,518
This peaceful, picturesque area may have seemed more suitable for leisure than for self - denial.
গালীল চহৰৰ উত্তৰ দিশে অৱস্থিত কৈচৰিয়া - ফিলিপীৰ কাষৰীয়া অঞ্চললৈ গৈ যীচুৱে প্ৰচাৰ কৰিছিল ।
asm_Beng
21,519
Accuracy Level:
যথাৰ্থতাৰ মাত্ৰা:
asm_Beng
21,520
The Bill provides for establishment of National Dam Safety Authority as a regulatory body which shall discharge functions to implement the policy, guidelines and standards for dam safety in the country.
দেশৰ বান্ধসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ নীতি, নির্দেশাৱলী আৰু মানদণ্ড বৰ্তাই ৰাখিবলৈ এখন ৰাষ্ট্ৰীয় বান্ধ নিৰাপত্তা প্ৰাধিকৰণ নামেৰে নিয়ন্ত্রণক সংস্থা গঢ়ি তোলাৰ ব্যৱস্থাও এই বিধেয়কত সন্নিৱিষ্ট কৰা হৈছে।
asm_Beng
21,521
Uploading: %1
গুৰুত্বৰ মান: of January
asm_Beng
21,522
The associated GtkSourceBuffer
সংযুক্ত GtkSourceBuffer
asm_Beng
21,523
This is expected to be carried out through public private participation.
অৱশ্যে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্বৰে সম্পন্ন হ’ব এই কাম।
asm_Beng
21,524
Large High Contrast Icon Theme
বৃহৎ গাঢ় তাৰতম্যৰ আইকন থিম
asm_Beng
21,525
Earlier, there was lot of atrocities on women.
প্ৰথমে মহিলাসকলৰ ওপৰত বহু অত্যাচাৰ হৈছিল।
asm_Beng
21,526
Average efficiency of operations while positioning
অৱস্থিত কৰাৰ সময়ত কাৰ্য্যসমূহৰ গড় দক্ষতা
asm_Beng
21,527
THE word of God is alive and exerts power and is sharper than any two - edged sword... and is able to discern thoughts and intentions of the heart.
বাইবেলখন আমাৰ বাবে এখন ব্যৱহাৰিক কিতাপ
asm_Beng
21,528
Update now
এতিয়াই উন্নহয়ন কৰক
asm_Beng
21,529
Allow _BSD data compression
BSD তথ্য সংকোচনৰ অনুমতি দিয়ক (_B)
asm_Beng
21,530
12, 13. What are some situations in which Christians today can show consideration for the conscience of their brothers?
কিছুমানে নতুনকৈ স্থাপিত হোৱা এই ব্যৱস্থাৰ অনুসাৰে জীৱন - যাপন কৰাত অসুবিধা পাইছিল ।
asm_Beng
21,531
Pitched outside leg.
বাহিৰত হাড় কপোৱা ঠান্দা ।
asm_Beng
21,532
_Select a dictionary source for looking up words:
শব্দ সন্ধানৰ বাবে এটা অভিধান উৎস বাছক (_S):
asm_Beng
21,533
How can elders show their appreciation for the contribution made by elderly Christians?
সঙ্গী বৃদ্ধ অধ্যক্ষই আগবঢ়োৱা অৱদানৰ প্ৰতিও অন্য অধ্যক্ষবিলাকে মূল্যাঙ্কন কৰে ।
asm_Beng
21,534
Prime minister Narendra Modi and BJP national president Amit Shah also attended the session.
বৈঠকত উপস্থিত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
asm_Beng
21,535
The India-China border face off is also going to be discussed in the meeting.
ইয়াৰ লগতে ভাৰত-চীনৰ সীমান্ত সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ সম্পৰ্কেও আলোচনা কৰা হ’ব বুলি জানিব পৰা গৈছে।
asm_Beng
21,536
Our incessant prayers help us to have a close friendship with Jehovah.
( যিচয়া ৪১ :⁠ ৮. যাকোব ২ :⁠ ২৩) আনকি আমিও তেনেধৰণৰ সম্বন্ধ গঢ়ি তুলাটো যিহোৱাই বিচাৰে ।
asm_Beng
21,537
I specifically thank Prime Minister Rutte and the Government of Netherlands for the assistance in safe extraction of Indian nationals at the time of hurricane that came in Sint Maarten in September 2017.
২০১৭ চনত ছিন্ট মার্টিনত প্রৱল সামুদ্রিক ঘূৰ্ণীবতাহৰ প্রকোপত বিপর্যস্ত ভাৰতীয়সকলৰ উদ্ধাৰৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে মই প্রধানমন্ত্রী ৰুট আৰু নেদাৰলেণ্ডছ চৰকাৰক বিশেষভাবে ধন্যবাদ জনাইছো।
asm_Beng
21,538
can not open `%s'
`%s' খুলিব নোৱাৰি
asm_Beng
21,539
What is our approach to education?
শিক্ষা সম্পর্কে আমাৰ সর্বসাধাৰণৰ ধাৰণা কি?
asm_Beng
21,540
Both within and outside the country, it has captured the imagination of people, institutions, industries, businesses, media and the political leadership.
দেশৰ ভিতৰে বাহিৰে, ই সৰ্বসাধাৰণ, প্ৰতিষ্ঠান, উদ্যোগ, বাণিজ্য, মিডিয়া আৰু ৰাজনৈতিক নেতৃত্বৰ মাজত এক দৃঢ় চাপ ৰাখিবলৈ সক্ষম হৈছে৷
asm_Beng
21,541
Tips and questions
সহায় আৰু প্ৰশ্নবোৰ
asm_Beng
21,542
Everyone squirmed.
সকলোৰে চকু ডাঙৰ হ’ল।
asm_Beng
21,543
Speaking at the BJP headquarters in Delhi.
দিল্লীস্থ বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল।
asm_Beng
21,544
Learning such things makes us happy and brings us ever closer to him.
তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য!
asm_Beng
21,545
Show process 'nice' column on startup
প্ৰাৰম্ভে প্ৰসেসেৰ 'nice' কলাম প্ৰদৰ্শিত হ'ব
asm_Beng
21,546
Therefore, investigation is needed.
গতিকে এনআৰচি সন্দৰ্ভত এক তদন্তৰ প্ৰয়োজন।
asm_Beng
21,547
This was evident to John, the longest - surviving apostle. Based on what he had observed over decades of life, he knew that Christian morality was not harmful.
পাঁচনি পৌলৰ সময়ত কেনেকৈ কিছুমান ইহুদীয়ে ‘ পবিত্ৰ বস্তুৰ অপহাৰক ’ হৈছিল?
asm_Beng
21,548
Distance Makes a Difference 7, 8. (a) What amazing thing did Samson do involving Gaza?
গতিকে আপোনাৰ বাবে সেই ঠাইডোখৰ ক’ত আছে, তাক অনুমান কৰাটো ইমান কঠিন নহ’ব পাৰে ।
asm_Beng
21,549
Now that Christ has been raised from the dead and has been placed at the right hand of God, he actively pleads for Christians.
( ১ যোহন ৪ :⁠ ১০) এতিয়া সেই পুত্ৰজন অৰ্থাৎ যীচু খ্ৰীষ্ট পুনৰুত্থিত হৈ ঈশ্বৰৰ সোঁহাতে বহিল আৰু সক্ৰিয়ৰূপে সত্য খ্ৰীষ্টানসকলৰ হৈ প্ৰতিবাদ কৰে ।
asm_Beng
21,550
She was also invited to give a model Theocratic Ministry School talk, for which she chose the subject Why Does God Permit Wickedness?
খ্ৰীষ্টানসকলক সকলো বিষয়তে সত্যবাদী হ’বলৈ বাইবেলে উৎসাহিত কৰিছে ।
asm_Beng
21,551
Autosave Interval
অন্তৰাল স্বসংৰক্ষণ কৰক
asm_Beng
21,552
One extreme action of certain Zealots was to mingle with crowds in Jerusalem during festivals and similar occasions and stab the objects of their displeasure unawares with daggers.
যীচুৱে পৃথিৱীত থকা সময়ছোৱাত ধৰ্ম্মান্ধ যিহূদীসকলে পীনহাচৰ আৰ্হিক ভুলভাৱে লৈ তেওঁলোকৰ কাৰ্য্যসমূহক উচিত বুলি গণ্য কৰিছিল ।
asm_Beng
21,553
Needless to say, it was a challenge to preach there. Nevertheless, the Witnesses did not give up. they kept right on preaching.
ইয়াকে দেখি মীচেল আৰু ডায়েনই মানসিকৰূপে ভাঙি পৰে ।
asm_Beng
21,554
This was true of Rgis, mentioned at the outset. For years, his wife opposed his efforts to serve Jehovah.
এনে অৱস্থাত ক্ৰোধত ধীৰ হোৱাটো অতি আৱশ্যক ।
asm_Beng
21,555
Bihar, Jharkhand, Odisha and West Bengal
বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু পশ্চিমবংগ
asm_Beng
21,556
The cause of the fire is not known yet and investigations are underway.
শেহতীয়াকৈ সংঘটিত হোৱা অগ্নিকাণ্ডৰ কাৰণ বৰ্তমান সময়লৈ জানিব পৰা নাই আৰু অনুসন্ধান চলি আছে।
asm_Beng
21,557
Petrol prices rise for third consecutive day
ধাৰাবাহিকভাৱে তৃতীয় দিনাও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য
asm_Beng
21,558
This slave class is entrusted with caring for Jesus earthly interests and with providing timely spiritual food.
এই দাস বৰ্গক যীচুৰ পাৰ্থিৱ বিষয়বোৰক চোৱা - চিতা আৰু সময়মতে আধ্যাত্মিক আহাৰ প্ৰদান কৰিবলৈ দায়িত্ব প্ৰদান কৰা হৈছে ।
asm_Beng
21,559
Save As
এই ধৰণে সংৰক্ষণ কৰক
asm_Beng
21,560
Play a sound when a contact logs in
পৰিচিত ব্যক্তি প্ৰৱেশ কৰিলে শব্দ বজোৱা হ'ব
asm_Beng
21,561
All India Congress Committee (AICC) had announced the names of the four candidates for the four key lower Assam Constituencies which will go to the polls on April 23
২৩ এপ্ৰিলত অনুষ্ঠিত হব লগা তৃতীয় পৰ্যায় নিৰ্বাচনৰ বাবে নামনি অসমৰ ৪ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিয়ে ।
asm_Beng
21,562
Reply only to known senders outside the organization
কেৱল সংঘঠনৰ বাহিৰৰ জ্ঞাত প্ৰেৰকসকললৈ উত্তৰ দিয়ক
asm_Beng
21,563
At Vastral, Prime Minister will mark the launch of the pension scheme for unorganized sector workers, the Pradhan Mantri Shram Yogi Maan-dhan, through the online fund transfer to beneficiaries.
হিতাধিকাৰীসকলক অনলাইনযোগে ধন হস্তান্তৰৰ জৰিয়তে এই যোজনাৰ অধীনত প্ৰধানমন্ত্রীয়ে অসংগঠিত খণ্ডৰ সৈতে জড়িত কর্মীসকলৰ পেন্সন আঁচনি মুকলি কৰিব।
asm_Beng
21,564
Or did something else happen?
অথবা আন কিহবালৈ পৰিণত হ’লনে?
asm_Beng
21,565
From his childhood he was fascinated by the freedom struggle of India.
তেওঁৰ কৈশোৰ কালৰ পৰায়ে দেশৰ স্বাধীনতা সংগ্ৰাম আৰু বিদ্ৰোহৰ প্ৰতি আকৰ্ষিত হৈছিল।
asm_Beng
21,566
An error occurred while creating a new file
নতুন ফাইল নিৰ্বাচনৰ সময় ত্ৰুটি দেখা দিলে।
asm_Beng
21,567
New researches are not from just obtaining the PhD degree from the cut-paste world.
নতুন নতুন উদ্ভাৱনে কেৱল পি এইচ ডি ডিগ্ৰী লাভতে সীমাবদ্ধ নাথাকে।
asm_Beng
21,568
The two countries then will continue discussions on a more substantive India-US agreement on trade.
ইয়াৰ লগতে দুয়ো ঘোষণা কৰে যে ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্য চুক্তি সম্পন্ন হোৱাৰ ক্ষেত্ৰতো আলোচনা আগবাঢ়িব।
asm_Beng
21,569
How many can you do?
কিমান বাহানা মাৰিব পাৰে ছোৱালীবোৰে?
asm_Beng
21,570
Soon, however, the officers of the sons of Israel blamed Moses and his brother for making them smell offensive before Pharaoh and his servants.
( যাত্ৰাপুস্তক ৪ :⁠ ১ -⁠ ১৭) মোচিয়ে নিষ্ঠাৰে এই দায়িত্ব সম্পন্ন কৰিব পাৰিলেনে?
asm_Beng
21,571
Return Your Sword to Its Place
“ তৰোৱাল পুনৰায় তাৰ ঠাইত থোৱা ”
asm_Beng
21,572
Another initiative, is the National Investment and Infrastructure Fund.
ভাৰতত আমি চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্বৰ মডেলসমূহ অনুসৰণ কৰি চলিছো।
asm_Beng
21,573
Many times accidents have happened on this route.
এই পথছোৱাত সঘনে দুৰ্ঘটনা সংঘটিত হৈছে ।
asm_Beng
21,574
Header Font for Printing
প্ৰিন্টৰ বাবে হেডাৰৰ আখৰ
asm_Beng
21,575
Like wind that whips up dust and litter, the spirit of the world stirs up hurtful desires that corrode love and cater to the weaknesses of the flesh. Galatians 5: 19 - 21.
যদি আপুনি প্ৰকৃত প্ৰেম বিকাশিত কৰিব বিচাৰিছে, তেনেহ’লে আপোনাক দৃঢ়তাৰে জগতৰ আত্মাক প্ৰতিৰোধ কৰা আৱশ্যক ।
asm_Beng
21,576
PM addresses gathering at the swearing-in ceremony of the Council of Ministers of Assam
অসমৰ নৱনিযুক্ত মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত ৰাইজক প্ৰধানমন্ত্ৰীৰ সম্বোধন
asm_Beng
21,577
Whether the children should all be the same size
সকলো চিলড্ৰেনৰ আকৃতি সমান হ'ব নে নাই
asm_Beng
21,578
Woman power!
নাৰী শক্তিৰ বিজয়!
asm_Beng
21,579
GUWAHATI: The NETA (North East Tea Association) has requested Union Finance Minister Nirmala Sitharaman for special incentives for the tea producers-exporters of the Northeast under the Act East Policy so as to encourage the producers to export tea
উত্তৰ পূব চাহ সংস্থা(এন ই টি এই)- ই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক এক্ট-ইষ্ট নীতিৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ চাহ উৎপাদক-ৰপ্তানিৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।
asm_Beng
21,580
You will get support from family.
আপুনি পৰিয়ালৰ পৰা সমৰ্থন পাব।
asm_Beng
21,581
Jesus was the Son of God, so we cannot feel and act exactly as he did.
ই আমাৰ অনুভূতিক জগাই নুতুলেনে?
asm_Beng
21,582
You are required to change your password immediately (root enforced)
এই মুহূৰ্তে গুপ্তশব্দপৰিবৰ্তন কৰা আবশ্যক (root ব্যবহাৰকাৰীৰ নিৰ্দেশানুযায়ী)
asm_Beng
21,583
Sonia Gandhi has been appointed as the interim president of the Congress party.
জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক নিযুক্তি দিয়া হৈছে কংগ্ৰেছৰ অৰ্ন্তৱৰ্তীকালীন অধ্যক্ষ হিচাপে।
asm_Beng
21,584
Sonia Gandhi to be chief of Congress Parliamentary Party
কংগ্ৰেছ সংসদীয় দলৰ নেত্ৰীৰ দায়িত্ব পালন কৰি যাব ছোনিয়া গান্ধীয়ে।
asm_Beng
21,585
Thought I.
মই ভাবিলোঁ হ'ল আৰু।
asm_Beng
21,586
Whether extra horizontal space should be assigned to the actor
অতিৰিক্ত আনুভূমিক স্থান অভিনেতালে ধাৰ্য্য কৰা হব নে
asm_Beng
21,587
But their love is still more expansive, for it reaches out even to their enemies. Matthew 5: 44 - 48. John 13: 35.
কিন্তু তেওঁলোকৰ প্ৰেম সীমিত নাছিল, সেয়েহে তেওঁলোকে নিজৰ শত্ৰুসকলকো প্ৰেম কৰিছিল । ​ —⁠ মথি ৫ :⁠ ৪৪ - ​ ৪৮. যোহন ১৩ :⁠ ৩৫.
asm_Beng
21,588
Remote Application:
দূৰবৰ্তী এপ্লিকেশন:
asm_Beng
21,589
Fourth viewing
চতুৰ্থ দৃশ্য॥
asm_Beng
21,590
Market is growing.
বজাৰটো সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে।
asm_Beng
21,591
The apostle Paul wrote: Solid food belongs to mature people, to those who through use have their perceptive powers trained to distinguish both right and wrong. We give proof of maturity by training our perceptive powers.
এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “টান আহাৰ, সম্পূৰ্ণ বয়সীয়াবিলাকৰহে, অৰ্থাৎ অভ্যাসৰ কাৰণে যিবিলাকৰ জ্ঞানেন্দ্ৰিয়বোৰ ভাল - বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ, তেওঁবিলাকৰহে । ”
asm_Beng
21,592
Let us examine the Bible account of what took place that night in 33 C.E.
সা. যু.
asm_Beng
21,593
Note his words: God knows. Satan said, as it were: I know what God knows.
প্ৰকৃততে সি এইদৰে ক’ব বিচাৰিছিল: ‘ ঈশ্বৰে যি জানে ময়ো জানো ।
asm_Beng
21,594
One killed, another injured in the blast.
এই বিস্ফোৰণত এজন লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছে আন এজন লোক।
asm_Beng
21,595
Can you become more adept in the art of persuasion when explaining Gods Word?
প্ৰচাৰ কাৰ্য্যত ঈশ্বৰীয় দৃষ্টিভঙ্গী বজাই ৰাখক
asm_Beng
21,596
Magnifying the screen is different than just enlarging the . This feature is like having a magnifying glass, allowing you to move around by zooming in on parts of the screen.
পৰ্দাৰ আকাৰ বৃদ্ধি কৰাটো বৃদ্ধি কৰাৰ পৰা পৃথক। এই বৈশিষ্ট্য এটা মেগ্নিফায়িং গ্লাচ থকাৰ নিচিনা, পৰ্দাৰ অংশবোৰ জুম কৰি ইফাল সিফাল লৰিব পাৰি।
asm_Beng
21,597
What challenge faced the shepherd boy David? THE man stood well over nine feet [almost 3 meters] tall.
“ হে প্ৰভু যিহোৱা, তুমি মোৰ আশা. সৰু কালৰে পৰা তুমি মোৰ বিশ্বাস - ভূমি । ” ​ —⁠ গীতমালা ৭১ :⁠ ৫.
asm_Beng
21,598
Do not spit in public places.
ৰাজহুৱা স্থানত কৰিব নোৱাৰিব সুৰাপান।
asm_Beng
21,599
In God I have put my trust. I shall not be afraid. What can flesh do to me?
তেওঁলোকে কিযে এক মহান কাৰ্য্য সম্পন্ন কৰিলে!
asm_Beng