Unnamed: 0 int64 0 50.5k | source stringlengths 1 1.85k ⌀ | target stringlengths 1 8.31k ⌀ | lang stringclasses 3
values |
|---|---|---|---|
21,600 | A lot of money. | বহুত টকা দিয়ে। | asm_Beng |
21,601 | If you are, be assured that your loving - kindness is deeply appreciated. | স্বইচ্ছাৰে কৰা | asm_Beng |
21,602 | Let us consider these questions. | প্ৰেম কি? | asm_Beng |
21,603 | Disable print setup | প্ৰিন্ট ব্যৱস্থাৰ বৈশিষ্ট্য নিষ্ক্ৰিয় কৰা হ'ব | asm_Beng |
21,604 | But the Witnesses were still under ban in the huge Soviet Union and in its allied nations in the Warsaw Pact. | ‘ নতুন পৃথিৱীত ’... | asm_Beng |
21,605 | One observed: Last week when my son Javan saw his pediatrician, she asked if we had discussed with him the proper use of private parts of the body. | পিতৃ - মাতৃসকলে নিজৰ ল’ৰা - ছোৱালীক কিয় উপহাৰস্বৰূপে দৃষ্টি কৰা উচিত? | asm_Beng |
21,606 | All the rules have changed. | পৰিৱৰ্তন হৈছে সকলো ব্যৱস্থা নীতিৰ। | asm_Beng |
21,607 | Close the current window | বৰ্তমান সংযোগক্ষেত্ৰ বন্ধ কৰকGame | asm_Beng |
21,608 | (Very Low Priority) | (অত্যন্ত নিম্ন মাত্ৰাৰ গুৰুত্ব) | asm_Beng |
21,609 | Create one post of Additional Secretary to the GST Council in the GST Council Secretariat (at the level of Additional Secretary to the Government of India), and four posts of Commissioner in the GST Council Secretariat (at the level of Joint Secretary to the Government of India). | ঙ) জিএছটি পৰিষদৰ সচিবালয়ত অতিৰিক্ত সচিব পর্যায়ৰ পদ সৃষ্টি কৰা (কেন্দ্রীয় চৰকাৰৰ অতিৰিক্ত সচিব পর্যায়ৰ) তথা জিএছটি পৰিষদৰ সচিবালয়ত চাৰিটা আয়ুক্তৰ (কেন্দ্রীয় চৰকাৰৰ যুটীয়া সচিব পর্যায়ৰ)পদ সৃষ্টি কৰা। | asm_Beng |
21,610 | By sustaining us through our trials, Jehovah dignifies us with the privilege of helping to prove Satan a liar. Proverbs 27: 11. | আমি তেনেধৰণৰ সাহায্য কেনেকৈ পাব পাৰোঁ? | asm_Beng |
21,611 | But, why? | কিন্তু কেতিয়া, কেনেকৈ? | asm_Beng |
21,612 | You can have an application automatically start when you plug in a device or insert a disc or media card. For example, you might want your photo organizer to start when you plug in a digital camera. You can also turn this off, so that nothing happens when you plug something in. | আপুনি এটা এপ্লিকেচনক স্বচালিতভাৱে আৰম্ভ হব দিব পাৰে যেতিয়া আপুনি এটা ডিভাইচ প্লাগ ইন কৰে অথবা এটা ডিস্ক অথবা এটা মিডিয়া কাৰ্ড সুমুৱায়। উদাহৰণস্বৰূপ, আপুনি এটা ডিজিটেল কেমেৰা প্লাগ ইন কৰোতে আপোনাৰ ফটো সংঘটক আৰম্ভ হোৱাটো বিচাৰিব পাৰে। আপুনি ইয়াক বন্ধ কৰিব পাৰে, যাতে আপুনি কিবা প্লাগ ইন কৰোতে একো নহয়। | asm_Beng |
21,613 | Use custom font: | স্বনিৰ্বাচিত ফন্ট ব্যৱহাৰ কৰক: | asm_Beng |
21,614 | Since wisdom itself preserves alive its owners, you parents need to instill the truth in the hearts of your children. | যিহেতু “প্ৰজ্ঞাই নিজৰ গৰাকীৰ জীৱন ৰক্ষা ” কৰাৰ বাবে পিতৃ - মাতৃসকলে নিজৰ ল’ৰা - ছোৱালীৰ হৃদয়ত সত্যতাৰ বীজ ৰোপণ কৰা উচিত । | asm_Beng |
21,615 | Do achievement, recognition, and wealth guarantee a life filled with satisfaction? | এই বিষয়ে বাইবেলে আমাক সতৰ্কতাৰে বিবেচনা কৰিবলৈ কৈছে । | asm_Beng |
21,616 | Whats your name? | তোৰ নামটোৱেই কি ধুনীয়া অ’? | asm_Beng |
21,617 | Keep it clean at all times. | পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকে সব সময়তে। | asm_Beng |
21,618 | A big hand | মস্ত হাতী৷ | asm_Beng |
21,619 | He also unveiled a plaque to mark the commencement of phase-2 of BharatNet. | তদুপৰি, ভাৰতনেটৰ দ্বিতীয় পর্যায়ৰ শুভাৰম্ভণি উপলক্ষে এখন নাম ফলকো উন্মোচন কৰে প্ৰধানমন্ত্ৰীয়ে। | asm_Beng |
21,620 | Screenshot from %s.png | স্ক্ৰিনশ্বট য'ৰ পৰা লোৱা হৈছে সেই %s.png | asm_Beng |
21,621 | A: Oh yes! | : অ’ কোৱা! | asm_Beng |
21,622 | May we therefore have the spirit of the psalmist who sang: The righteousness of your reminders is to time indefinite. | মণ্ডলীৰ প্ৰত্যেকখন সভাই আমাক কেনেকৈ লাভবান কৰে? | asm_Beng |
21,623 | GUWAHATI: Educational and cultural connectivity between Bangladesh and Indias NorthEast is very much required, apart from business and trade relations, said Tipu Munshi, Minister of Commerce, Bangladesh at the University of Science and Technology Meghalaya here on Wednesday | বাংলাদেশৰ বানিজ্যক মন্ত্ৰী টিপু মুন্সীয়ে কয় যে বাংলাদেশ আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাধাৰণ লোকৰ মাজত যোগাযোগ আৰু ভৌগালিক সম্পৰ্ক উন্নতিৰ ফলত বাংলাদেশ আৰু উত্তৰ পূৰ্বাঞ্চল অধিক লাভান্বিত হ'ব । | asm_Beng |
21,624 | Click the system status area on the top bar and select , then select . Make sure that is set to . You should also check that . | নেটৱাৰ্ক আইকন ক্লিক কৰক আৰু সুনিশ্চিত কৰক যে অন আছে। আপুনি লগতে এইটো নিৰীক্ষণ কৰিব লাগিব যে । | asm_Beng |
21,625 | It was very tough at that time. | সেইসময়ত বহুত দুখ হৈছিল। | asm_Beng |
21,626 | Go on cultivating and manifesting Christian qualities as best you can. | য’ত শুধৰণি কৰা আৱশ্যক, তাক কৰিবলৈ যিহোৱাৰ পৰা সহায় বিচাৰক । | asm_Beng |
21,627 | But in reality that is not the case. | কিন্তু প্ৰকৃত ঘটনা সেই বিষয়ে অৱগত নহয় পৰিয়াল। | asm_Beng |
21,628 | Also Watch: Self Reliant Farmers from Titatbor | ভিডিঅ প্ৰতক্ষ্য কৰক: Self Reliant Farmers from Titatbor | asm_Beng |
21,629 | This is the first case in the northeast. | উত্তৰ-পূবত কৰনা ভাইৰাছত আক্ৰান্ত প্ৰথমটো ঘটনা। | asm_Beng |
21,630 | Really, how can we expect things to be otherwise when people abandon all standards or points of reference when it comes to right and wrong? | যিবোৰ যিহোৱাৰ গ্ৰহণীয় তাৰ বিষয়ে শিকক | asm_Beng |
21,631 | "The name ""Wikipedia"" is a blending of the words wiki (a technology for creating collaborative websites, from the Hawaiian word wiki, meaning ""quick"") and encyclopedia." | "ছেগাৰে ৱিকি (সহযোগিতামূলক ৱেবচাইট সৃষ্টি কৰিব পৰা এটা প্ৰযুক্তি, হাৱাইয়ান শব্দ """"ৰ পৰা যাৰ অৰ্থ হৈছে ""ক্ষিপ্ৰ"") আৰু শব্দ দুটা মিলাই ""Wikipedia"" শব্দটোৰ উদ্ভাৱন কৰে।" | asm_Beng |
21,632 | Failed to find the debuginfo package %s: %s | %s debuginfo সৰঞ্জাম পোৱা নাযায়: %s | asm_Beng |
21,633 | Don't become a daemon | ডেমন তৈৰি কৰা ন'হ'ব | asm_Beng |
21,634 | test GNOME's implementation of the Desktop Menu Specification | GNOME'ৰ ডেস্কটপ তালিকাৰ বৈশিষ্ট্যাবলী প্ৰয়োগৰ পৰীক্ষা কৰক | asm_Beng |
21,635 | He also appealed to the Karbi people who are spread across 13 districts of the State to keep their traditions, customs, language, and culture alive through regular practice | লগতে তেওঁ কাৰ্বি সকলৰ পৰম্পৰা , ৰীতি নীতি, ভাষা সংস্কৃতি সংৰক্ষণ কৰি ৰখাৰ বাবে ৰাজ্যৰ ১৩ খন জিলাত থকা কাৰ্বি লোক সকলক আহ্বান জনায়। | asm_Beng |
21,636 | Congress to oppose Citizenship Amendment Bill in Parliament | নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিলাসীপাৰাত কংগ্ৰেছৰ প্ৰতিবাদ | asm_Beng |
21,637 | But that will not be the end of this case. | কিন্তু এই যাত্ৰাৰ শেষ হৈছে বুলি কোনেও ভাৱি নলব। | asm_Beng |
21,638 | Choose the order of information to appear in the list view. | তালিকা দৰ্শনত উপস্থিত হবলে তথ্যৰ ক্ৰম বাছক। | asm_Beng |
21,639 | In leading his sheep, what does Jehovah consider, and how is this reflected in what he asks of us? | যিমানকৈ চলিব পাৰে, সিমানে ধীৰে ধীৰে ” পৰিচালিত কৰে । | asm_Beng |
21,640 | The Prime Minister, Shri Narendra Modi, will dedicate to the nation, the naval submarine INS Kalvari, at Mumbai on Thursday. | বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইত দেশবাসীৰ হাতত অৰ্পণ কৰিব নৌসেনাৰ ছাৱমেৰিণ আই এন এচ কালৱেৰি । | asm_Beng |
21,641 | Show completions | সম্পূৰ্ণ কৰাৰ বাবে তথ্য দেখুৱাওক | asm_Beng |
21,642 | Rather than enjoying what he has, a person who is caught up in attaining possessions can find himself always wanting more, regardless of the cost to his well - being. | বহুতো দেশত বিবাহ বিচ্ছেদৰ বাবে পৰিয়াল ভাঙি চিন্ন - বিচিন্ন হৈছে । | asm_Beng |
21,643 | My stomach hurts. | মোৰ পেটত প্ৰচণ্ড বিষ। | asm_Beng |
21,644 | Jehovah will continue to show us how to count our days. | ( ক) ঈশ্বৰে কিহত “পলম ” কৰে? | asm_Beng |
21,645 | Mr. John Chambers, Chairman of US-India Strategic Partnership Forum called on Prime Minister Shri Narendra Modi in Gandhinagar today. | ভাৰত-মাৰ্কিন কৌশলগত সহযোগিতা মঞ্চৰ অধ্যক্ষ শ্ৰীযুত জন চেম্বাৰছে আজি গান্ধীনগৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ | asm_Beng |
21,646 | Roaming mode enabled | ৰোমিং মোড সক্ৰিয় কৰা হৈছে | asm_Beng |
21,647 | No damage from the earthquake has been reported so far. | ভূমিকম্পত ক্ষয় ক্ষতিৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। | asm_Beng |
21,648 | In Hindu mythology, Shakuntala (Sanskrit: akuntal) is the wife of Dushyanta and the mother of Emperor Bharata. | হিন্দু ধৰ্মগ্ৰন্থত শকুন্তলা (ইংৰাজী: Shakuntala, সংস্কৃত: शकुन्तला) হ’ল দুষ্যন্তৰ পত্নী আৰু সম্ৰাট ভৰতৰ মাতৃ। | asm_Beng |
21,649 | That will be very soon. Genesis 18: 23 - 32. Deuteronomy 32: 4. Psalm 37: 9, 10, 38. | অতি শীঘ্ৰেই তেওঁ তেনে কৰিব । — আদিপুস্তক ১৮ : ২৩ - ৩২. দ্বিতীয় বিবৰণ ৩২ : ৪. গীত ৩৭ : ৯, ১০, ৩৮. | asm_Beng |
21,650 | Youth rescued after suicide bid dies | আত্মহত্যাৰ অভিপ্ৰায়েৰে শৰাইঘাটত জাপ দিয়া যুৱকক বহৰিত জীৱন্তে উদ্ধাৰ | asm_Beng |
21,651 | Error loading num_rows value for Workspace Switcher: %s | কৰ্মক্ষেত্ৰ অদল-বদলকাৰীৰ বাবে num-rows তথ্য তুলি ল'বলৈ সমস্যা: %s | asm_Beng |
21,652 | He had been suffering from age-related ailments for a long time. | দীৰ্ঘদিন ধৰি তেওঁ বাৰ্ধক্যজনিত কাৰণত অসুস্থতাত ভূগি আছিল। | asm_Beng |
21,653 | Lovers of God know that prostitution, homosexuality, premarital sex, and pornography are violations of Jehovahs standard of moral cleanness. | দৰাচলতে, এনেধৰণৰ কাৰ্য্যৰ অভিব্যক্তিবোৰ আজিৰ জগতৰ বাবে মনোৰঞ্জন আৰু ফেচনৰ বিষয় । | asm_Beng |
21,654 | Right half of screen | পৰ্দাৰ সোঁ অংশ | asm_Beng |
21,655 | The applications corresponding to these identifiers will be displayed in the favorites area. | এই পৰিচয়কসমূহৰ লগত আনুষংগিক অনুপ্ৰয়োগসমূহ পছন্দৰ স্থানত প্ৰদৰ্শীত কৰা হব। | asm_Beng |
21,656 | The president is the head of state and head of government. | ৰাষ্ট্ৰপতি একাধাৰে ৰাষ্ট্ৰ আৰু চৰকাৰৰ প্ৰধান। | asm_Beng |
21,657 | And what of Aarons sons, Nadab and Abihu? Why, they showed such gross disrespect for their privileges of service that Jehovah had to put them to death! | তদুপৰি, হাৰোণৰ দুজন পুত্ৰ নাদৰ আৰু অবীহূৱে তেওঁলোকৰ বিশেষ অধিকাৰক সম্পূৰ্ণকৈ অসন্মান কৰাত যিহোৱাই জানো তেওঁলোকক মৃত্যুদণ্ড দিয়া নাছিলনে! ’ | asm_Beng |
21,658 | The film had its first public screening at Academy of Fine Arts, Kolkata. | অগ্নিদেৱ চেটাৰ্জীৰ প্ৰথম পৰিচালিত এই ছবিখন কলকাতা চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হৈছিল। | asm_Beng |
21,659 | Use larger fonts to make text easier to read. | লিখনী পঢ়িবলৈ সহজ কৰিবলে ডাঙৰ ফন্ট ব্যৱহাৰ কৰক। | asm_Beng |
21,660 | The drawback for children is education. | খৰ্ব হৈছে শিশুসকলক শিক্ষাৰ অধিকাৰ। | asm_Beng |
21,661 | The recurrent rains have caused landslides in different parts of the state. | বৃষ্টিপাতৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ভূমিস্খলনৰ ঘটনা। | asm_Beng |
21,662 | Early Christians were also objects of mockery. Modern - day servants of Jehovah face similar abuse. | যিহোৱাই ধৈৰ্য্যশক্তি প্ৰদান কৰে | asm_Beng |
21,663 | Is it not a joy to observe little children exhibit wide - eyed wonder when they see, feel, or hear things new to them? | এটা কণমাণি শিশুৱে কোনো এটা নতুন বস্তুলৈ লক্ষ্য কৰি বা স্পৰ্ষ কৰি অথবা কিবা এটা শুনি চকু বহল হোৱাটো তাৰ বাবে এটা আনন্দৰ বিষয় নহয়নে? | asm_Beng |
21,664 | Christian Neutrality Versus Terrorism How have nations recently responded to the threat of terrorism? | শাস্ত্ৰীয় পদে যদিও ভয়ঙ্কৰ অৱস্থাৰ বিষয়ে উল্লেখ কৰিছে তথাপিও আশাহীন হ’বলৈ কোৱা নাই । | asm_Beng |
21,665 | But not everyone is so sanguine. | কিন্তু সকলো মানুহটো আৰু দেৱতা নহয়। | asm_Beng |
21,666 | According to Psalm 1: 1, what are some reasons why a godly person is happy? | সেই মানুহেই [আনন্দিত, NW] । ” | asm_Beng |
21,667 | IV Grade Staff of Irrigation Department dies after falling from fourth floor | জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ চতুৰ্থ মহলাৰ পৰা পৰি মৃত্যু এজনৰ | asm_Beng |
21,668 | The negotiations continued for long. | আলোচনা আমনি লগাকৈ দীঘলীয়া হৈছিল। | asm_Beng |
21,669 | One of his most important techniques was bounce lighting, to recreate the effect of daylight on sets. | তেখেতৰ এক উল্লেখযোগ্য টেকনিক আছিল চিনেমাৰ চেটত দিনৰ পোহৰৰ আবেশ তৈয়াৰ কৰিবলৈ প্ৰতিফলকৰ ব্যৱহাৰ (bounce lighting). | asm_Beng |
21,670 | Still, John Adams evidently had his doubts that people are really equal, for he wrote: Inequality of Mind and Body are so established by God Almighty in his Constitution of Human Nature that no art or policy can ever plane them down to a level. | সেই প্ৰসিদ্ধ ঘোষণাত এইদৰে কোৱা হৈছিল: “আমি স্বয়ংপ্ৰমাণিত হোৱা এই সত্যটোক বিশ্বাস কৰোঁ যে সকলো মানুহক একেই সমানে সৃষ্টি কৰা হৈছে । ” | asm_Beng |
21,671 | Of course not! | তেওঁলোকে কেৱল বিলাসীতা জীৱন - যাপন, উত্তম ভোজন - পান আৰু মধুৰ সঙ্গীতৰ আনন্দ উপভোগ কৰাৰ বাবে যিহোৱাই অসন্তুষ্টি হৈছিলনে? | asm_Beng |
21,672 | Football fever grips the whole world. | সমগ্ৰ দেশ ফুটবল জ্বৰত আক্ৰান্ত। | asm_Beng |
21,673 | Qualification MBBS or MD from a recognized University | শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ডি এম বা ডি এন বি। | asm_Beng |
21,674 | Its only you. | কেৱল তোমাৰেই মাত ৷ | asm_Beng |
21,675 | There is no life after death. | মৃত্যুৰ পিছত কোনো জীৱন নাথাকে। | asm_Beng |
21,676 | Is there no plan for an upgrade? | তহঁতৰ সংসাৰ বঢ়োৱাৰ পৰিকল্পনা নাই নেকি? | asm_Beng |
21,677 | They further said that it was unacceptable if any Indian of any religious denomination is harmed by negligence, wilful prejudice, wrongful confinement and prosecution. | “যিকোনো ধৰ্মৰে কোনো ভাৰতীয়ই অৱহেলা, ইচ্ছাকৃত পক্ষপাত, ত্ৰুটিপূৰ্ণ বন্দিত্ব আৰু অভিযোগৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাটোও অগ্ৰহণযোগ্য হ’ব,” বিবৃতিটোৱে কয়। | asm_Beng |
21,678 | Can't you understand? | কথা বুজি নাপাৱ নেকি? | asm_Beng |
21,679 | What will be considered in the next article? As noted earlier, all parts of the human body are important. | ( ক) যেতিয়া যীচুৱে মন্দিৰত সাক্ষী দিয়া কাৰ্য্য কৰিছিল তেতিয়া কিছুমান ল’ৰাই কি বুলি চিঞৰিছিল? | asm_Beng |
21,680 | As servants of Jehovah, however, we are confident that following Jehovahs direction in all matters is the best course. | আমি পাঁচনি পিতৰে কোৱা এই কথাষাৰ মনত ৰাখা উচিত: “সৎকৰ্ম্ম কৰি দুখভোগ কৰিলে, যদি সহন কৰা, তেন্তে সেয়েহে ঈশ্বৰৰ আগত গ্ৰহণীয় । ” | asm_Beng |
21,681 | We are told: The very spirit of fornication has caused [the people of the ten - tribe kingdom] to wander off, and by fornication they go out from under their God.... | সেইবাবে যিহোৱাই “তেওঁবিলাকক দণ্ড ” দিবলৈ সাজু হৈছিল । | asm_Beng |
21,682 | Cannot switch on TV. | টিভি খুলিবই নোৱাৰি। | asm_Beng |
21,683 | He said the Union Government wants more and more people, and especially the youth, to learn about his vision and ideas. | সেয়ে ড০ আম্বেদকাৰৰ লগত জড়িত ঠাইসমূহক তীৰ্থস্থানৰ দৰে উন্নয়ন কৰাৰ ব্যৱস্থা কৰা হৈছে। | asm_Beng |
21,684 | First of all, if the one falling into poverty had sold his land inheritance, a repurchaser would have to put out money to buy the land at a price determined by the number of years remaining till the next Jubilee. | যদি এজনে দৰিদ্ৰতাত পৰি নিজৰ মাটি বিক্ৰী কৰিলে । | asm_Beng |
21,685 | May such love always be the motivating force behind our preaching activity! | যিহোৱাৰ সংগঠনে আমাক যোগ্য কৰে | asm_Beng |
21,686 | Local cuisine and food will be made available to tourists. | একমাত্ৰ স্থানীয়ভাৱে প্ৰস্তুত সুৰা আৰু জৈৱিক খাদ্যহে পৰ্যটকসকলৰ বাবে ব্যৱহাৰ কৰা হ’ব। | asm_Beng |
21,687 | She said that if she was convinced from her study of the Bible that practicing as a Sangoma was against Jehovahs will, she would stop. | সেই মহিলাগৰাকীয়ে তেওঁলোকৰ বাৰ্ত্তা শুনি বাইবেল অধ্যয়ন কৰিবলৈ মান্তি হ’ল । | asm_Beng |
21,688 | Blessed to have your love. | প্ৰেমৰ সুৰভি বিলোৱা তোমাৰ তেজেৰে । | asm_Beng |
21,689 | BJP suffers humiliating defeat in Karnataka polls | কৰ্ণাটকৰ উপ-নিৰ্বাচনত বিজেপিৰ হতাশাজনক ফল | asm_Beng |
21,690 | Use co_lor from the system theme | ব্যৱস্থাপ্ৰণালী থিম থেকে ৰং ব্যৱহৃত হ'ব (_l) | asm_Beng |
21,691 | Defence Minister of France calls on PM | প্ৰধানমন্ত্ৰীক সাক্ষাৎ ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ | asm_Beng |
21,692 | Dont you know? | আমালৈ জানো তোৰ মনত পৰা নাই? | asm_Beng |
21,693 | The 5th chapter of Pauls letter to the Romans beautifully describes how sinners, once alienated from God, became acquainted with Jehovahs love. | সম্ভৱতঃ, প্ৰথম শতাব্দীৰ খ্ৰীষ্টানসকলৰ দৰে আপুনিও অনুভৱ কৰিছিল । | asm_Beng |
21,694 | Error detaching device | যন্ত্ৰ বিচ্ছিন্ন কৰিবলৈ ত্ৰুটি | asm_Beng |
21,695 | This is where India has to be on guard. | এইক্ষেত্ৰত সাৱধান থাকিব লাগিব ভাৰত চৰকাৰ। | asm_Beng |
21,696 | The minding of the flesh means enmity with God, whereas the minding of the spirit means life and peace. | আত্মাৰ ভাবক উৎপন্ন কৰাৰ অৰ্থ কি? | asm_Beng |
21,697 | First you eat the fish. | প্ৰথমে মাছৰ টুকুৰাবোৰ ভাজি ল’ব। | asm_Beng |
21,698 | Stop printer | মুদ্ৰক বন্ধ কৰক | asm_Beng |
21,699 | The Union Cabinet chaired by Prime Minister Shri Narendra Modi has approved the Memorandum of Understanding (MoU) between India and Russia on Bilateral Cooperation in the Road Transport and Road Industry. | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু ৰাছিয়াৰ মাজত পথ পৰিবহণ আৰু পথ উদ্যোগৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তিত অনুমোদন জনোৱা হয়। | asm_Beng |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.