Unnamed: 0 int64 0 50.5k | source stringlengths 1 1.85k ⌀ | target stringlengths 1 8.31k ⌀ | lang stringclasses 3
values |
|---|---|---|---|
2,300 | The bottle contained a corrosive acid, and sadly, young Owen died. | তাৰ মাক - দেউতাকে শোকত ভাগি পৰে । | asm_Beng |
2,301 | """Why not?" | “কিয় নোৱাৰিব? | asm_Beng |
2,302 | Jehovah may choose to use natural phenomena to accomplish his purposes. | যিহোৱাই তেওঁৰ উদ্দেশ্য সম্পন্ন কৰিবলৈ প্ৰকৃতিৰ ব্যৱহাৰ কৰিব পাৰে । | asm_Beng |
2,303 | Samuel is faithful to Jehovah all his life, but his sons do not walk in godly ways. | চমূৱেলে ওৰে জীৱনে বিশ্বাসী হৈ ঈশ্বৰৰ সেৱাত লাগি থাকি সেই অনুসাৰে জীৱন - যাপন কৰিলে । | asm_Beng |
2,304 | And also not. | আৰু নোৱাৰোঁ। | asm_Beng |
2,305 | He wrote: My son, if you will receive my sayings and treasure up my own commandments with yourself, so as to pay attention to wisdom with your ear, that you may incline your heart to discernment. if, moreover, you call out for understanding itself and you give forth your voice for discernment itself, if you keep seekin... | সেই পদবোৰত বুদ্ধিমান ৰজা চলোমনে ঈশ্বৰৰ জ্ঞান, বুদ্ধি আৰু বিচাৰ শক্তিৰ বিষয়ে বুজাবলৈ যি ক্ৰিয়া পদসমূহ ব্যৱহাৰ কৰিছিল, সেইবোৰৰ ওপৰত ধ্যান দিয়ক । | asm_Beng |
2,306 | %s selected | “%s” নিৰ্বাচিত হৈছে | asm_Beng |
2,307 | Clearly, Jesus owed his perfect human life to his heavenly Father, not to any man. | স্পষ্টৰূপে, যীচুৱে লাভ কৰা সিদ্ধ মানৱজীৱনৰ বাবে কোনো মানুহৰ নহয়, কিন্তু স্বৰ্গীয় পিতৃৰ ওচৰত ঋণী আছিল । | asm_Beng |
2,308 | A MAN traveling through the countryside comes to a fork in the road. | বাটৰুৱাসকলক সোধাৰ স্বত্বেও তেওঁ সঠিক নিৰ্দ্দেশনা পোৱা নাই । | asm_Beng |
2,309 | Why can't I? | কিয়নো নোৱাৰিম? | asm_Beng |
2,310 | The total sum gathered for the collection must have been considerable, says scholar Dieter Georgi, because the final efforts, involving Paul and so many delegates, would not have been worth the trouble and expense otherwise. | ৫৬ চনৰ বসন্ত কালত তেওঁলোকে দান কৰা ধনবোৰ যিৰূচালেমলৈ লৈ যাবলৈ নিৰ্ণয় কৰিলে । | asm_Beng |
2,311 | Everyone is not saying that. | সকলোকে এইবোৰ কথাতো ক’ব নোৱাৰি। | asm_Beng |
2,312 | Furthermore, they now lack the ability to materialize human bodies on earth in order to enjoy illicit fleshly pleasures. | ঈশ্বৰৰ বাক্যই আমাক আশ্বাস দিছে যে “এক বৰ লোকসমূহ ” যি“ মহাক্লেশৰ পৰা ” ৰক্ষা পাব । | asm_Beng |
2,313 | But the family members refused to do so. | কিন্তু সেই পেন্সন ল’বলৈ অস্বীকাৰ কৰিছে পৰিয়ালৰ সদস্যসকলে। | asm_Beng |
2,314 | The Citizenship Amendment Bill has been tabled in the Rajya Sabha. | বুধবাৰে ৰাজ্যসভাত গৃহীত হ’ল বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক। | asm_Beng |
2,315 | How is Christian baptism performed? What knowledge is needed for one to be baptized? | কেনে ভয়ে ব্যক্তিসকলক বাপ্তিষ্মা লোৱাত বাধা হ’বলৈ দিব নালাগে? | asm_Beng |
2,316 | They were busy feeding and watering the animals, removing waste, and keeping track of time. | সেই সময়ছোৱাত তেওঁলোকে সময়ৰ প্ৰতি ধ্যান ৰাখি জীৱ - জন্তুক খাদ্য, পানী, মল পৰিষ্কাৰ কৰা কাৰ্য্যত ব্যস্ত হৈ আছিল । | asm_Beng |
2,317 | The process name. | প্ৰক্ৰিয়াৰ নাম | asm_Beng |
2,318 | Your download has started. | আপোনাৰ ডাউনল'ড আৰম্ভ হৈছে। | asm_Beng |
2,319 | Likewise today, Bible prophecy indicates that militarized powers within the United Nations will see religion as a disturbing element and will act to destroy modern - day Jerusalem Christendom as well as the rest of Babylon the Great. | যিদৰে প্ৰথম শতিকাৰ ৰোমান সৈন্য - বাহিনী পেক্স ৰোমানা অৰ্থাৎ শান্তি স্থাপন কৰিবলৈ ৰাখা হৈছিল, তেনেদৰে সংযুক্ত ৰাষ্ট্ৰকো শান্তি স্থাপন কৰিবলৈ ব্যৱহাৰ কৰা হৈছে । | asm_Beng |
2,320 | Gods People Must Love Kindness | ঈশ্বৰৰ লোকসকলে দয়াক প্ৰেম কৰা উচিত | asm_Beng |
2,321 | But dont get us wrong. | কিন্তু আমাক নিৰাশ নকৰিব। | asm_Beng |
2,322 | According to locals, a short-circuit is suspected to have resulted in the fire. | চৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ। | asm_Beng |
2,323 | According to the provisions of the bill, illegal immigrants who are Hindu, Sikh, Buddhist, Jain, Parsi and Christian from Afghanistan, Bangladesh and Pakistan will be eligible for citizenship in India. | প্ৰস্তাৱিত বিধেয়কখনৰ দ্বাৰা আফগানিস্থান, পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী সকলক ধৰ্মীয় উৎপীড়ণৰ ভেটিত নাগৰিকত্ব প্ৰদানৰ বিশেষ ব্যৱস্থাই ভাৰতবৰ্ষলৈ হোৱা প্ৰব্ৰজন আৰু বিদেশী অথা অবৈধ অনুপ্ৰৱেশৰ সংজ্ঞা নিৰূপক এতিয়াৰ আইনলৈ ব্যতিক্ৰম আনি নিসন্দেহে ধৰ্মক নাগৰিকত্ব আইনৰ... | asm_Beng |
2,324 | During your study, avoid the approach common to many so - called Bible scholars. | আপোনাৰ আৰু আনৰ বাবে লাভজনক | asm_Beng |
2,325 | But why? | ‘কিন্তু কিয়? | asm_Beng |
2,326 | The work of cleaning of Ganga has been going on for several years. | গংগা পৰিষ্কৰণৰ কাম বহু বছৰ ধৰি চলি আছে। | asm_Beng |
2,327 | Its start to start a new phase of my life. | ইয়াৰ পাছৰ পৰা মোৰ জীৱনৰ এটা নতুন অধ্যায়ৰ আৰম্ভণি হৈছিল। | asm_Beng |
2,328 | How are those who serve Jehovah distinct from those who do not? | যিসকলে যিহোৱাৰ নামৰ প্ৰতি ভয় ৰাখে তেওঁলোকে কি অনুভৱ কৰিছে? | asm_Beng |
2,329 | What are some ways in which we can show others that we love the truths we have learned from the Bible? | যীচুৰ আৰ্হিক অনুকৰণ কৰাৰ দ্বাৰা আমি প্ৰকাশ কৰিম যে আমাৰ প্ৰচাৰ আৰু শিক্ষা প্ৰদান কৰা কাৰ্য্য সম্পূৰ্ণভাৱে বাইবেলৰ ওপৰত আধাৰিত । | asm_Beng |
2,330 | Binding to increase the text size | ব্যৱস্থাপ্ৰণালীৰ শব্দ বৃদ্ধিৰ বাবে বাইন্ড কৰক । | asm_Beng |
2,331 | I was ready to go. | ঘৰৰ পৰা আহোতে মই সাজু হৈ আহিছিলো। | asm_Beng |
2,332 | We can remain faithful to Jehovah even under the most trialsome circumstances. | ঈশ্বৰৰ বাক্যৰ সঠিক জ্ঞানে আমাক নিৰ্ভয়ে সাক্ষী দিবলৈ আত্মবিশ্বাস প্ৰদান কৰে । | asm_Beng |
2,333 | Screenshot interval | স্ক্ৰিনশ্বট অন্তৰাল | asm_Beng |
2,334 | [ Footnotes] See The Watchtower, March 15, 1983, pages 29 - 31. | ( ক) বিবাহিত খ্ৰীষ্টানসকলৰ বাবে ইয়োবৰ আৰ্হি কিয় উত্তম? | asm_Beng |
2,335 | SSL peer does not support requested TLS hello extension. | SSL সমনীয়ায় TLS হেল্লো প্ৰসাৰন সমৰ্থন নকৰে। | asm_Beng |
2,336 | Create a New Profile | নতুন প্ৰ'ফাইল সৃষ্টি কৰক | asm_Beng |
2,337 | But actual evidences proved the claim to be right. | কিন্তু ৰাইজৰ দাবী সত্য প্ৰমাণিত হ’ল। | asm_Beng |
2,338 | Highlights of Department of Pension and Pensioners Welfare during 2015 | বৰ্ষান্ত সমীক্ষা - ২০১৫ বৰ্ষত পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগৰ উল্লেখনীয় দিশসমূহ | asm_Beng |
2,339 | What does this illustrate? What is illustrated by the concern shown by the shepherd and the woman? | তেওঁৰ পথত অহা দুখ - কষ্ট, বিপদ, দূৰত্ব আদিয়ে তেওঁক বিচৰাত বাধা দিব নোৱাৰে । | asm_Beng |
2,340 | The State-wise and Zone-wise name of stations identified under the Model Station Scheme are as under:- | ম’ডেল ষ্টেচন আঁচনিৰ অধীনত চিনাক্তকৰণ হোৱা এই ষ্টেচনসমুহ ৰাজ্য আৰু মাণ্ডলিক ভিত্তিত তলত উল্লেখ কৰা ধৰণৰ:- | asm_Beng |
2,341 | The maximum duration of time displayed on the x-axis of the graph. | গ্ৰাফেৰ x-অক্ষে প্ৰদৰ্শিত সময়সময়তৰ সৰ্বোচ্চ মাপ । | asm_Beng |
2,342 | This is not something new. | এয়া কোনো নতুনকৈ আৰম্ভ হোৱা কথা নহয়। | asm_Beng |
2,343 | He can speak, eat, etc. | তেওঁ খোৱা, কথা পতা ইত্যাদি কৰিবলৈ সক্ষম হৈছে। | asm_Beng |
2,344 | I hope he wins it. | আশা কৰো তেওঁ প্ৰতিযোগিতাখনত জয়ী হৈছে। | asm_Beng |
2,345 | For Stuffing: | ফোৰণৰ বাবে: | asm_Beng |
2,346 | The Prime Minister, Shri Narendra Modi, has announced an ex-gratia relief of Rs. 2 lakhs each, from the Prime Ministers National Relief Fund, for the next of kin of those who lost their lives in the floods dues to heavy rains in Tamil Nadu. | প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ ধাৰষাৰ বৰষুণ আৰু ভয়াবহ বানত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ ২ লাখকৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহাৰ্য নিধিৰ পৰা বিশেষ ৰাজসাহাৰ্য ঘোষণা কৰিছে। | asm_Beng |
2,347 | The certificate has expired. | প্ৰমাণপত্ৰৰ অৱসান ঘটিছে। | asm_Beng |
2,348 | Certificate is invalid | প্ৰমাণপত্ৰ অবৈধ | asm_Beng |
2,349 | `%s' has unknown version %u | `%s' -ৰ এটা অজ্ঞাত সংস্কৰণ %u আছে | asm_Beng |
2,350 | It should impress upon us the need to obey Jehovah God and respect his representatives. | ( দ্বিতীয় বিবৰণ ৮ : ১৫) কিয় অনাই - বনাই ফুৰিবলগীয়া হৈছিল? | asm_Beng |
2,351 | State Health Minister tweeted, We lost Sneha Mall (36), Litu Kumar Bora (37), Sarat Ch Saharia (60), Upendra Nath (62), Pramod Ranjan Saha (73) and Subhakaran Dudheria (73) today | এই ছজন লোকৰ প্ৰাণহানি ঘটাৰ কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী শৰ্মাই এটা টুইটত কয়, আমি স্নেহা মল(৩৬), লিতু কুমাৰ বৰা, শৰত চন্দ্ৰ চহৰীয়া(৬০), উপেন্দ্ৰ নাথ(৬২), প্ৰমোদ ৰঞ্জন সাহা(৭৩) আৰু সুভাকৰণ দুধেৰিয়া(৭৩)ক আজি ক'ৰ'নাত হেৰুৱালো। | asm_Beng |
2,352 | Cultural development of Rangoli in the South originated in the era of the Chola Rulers. | দক্ষিণত ৰঙ্গোলীৰ সাংস্কৃতিক বিকাশ চোল শাসকসকলৰ যুগত উদ্ভৱ হৈছিল। | asm_Beng |
2,353 | The SIP Outbound Proxy to use for outgoing calls | বাহিৰলৈ যোৱা কলৰ কাৰণে ব্যৱহাৰ কৰিব লগা SIP Outbound Proxy | asm_Beng |
2,354 | Jehovah The Rightful Lawgiver | যিহোৱা — এজন প্ৰকৃত ব্যৱস্থাপক | asm_Beng |
2,355 | It is something I have never experienced before. Likely, that dear interested person will never forget the first impression the truth made on her. | আদেশ মতে কৰ্ণালিয়াই নিজৰ দাসবোৰক পঠিয়ালে আৰু পিতৰে তেওঁলোকৰ সৈতে কৈচৰীয়ালৈ ঘূৰি আহিল । | asm_Beng |
2,356 | Cabinet approves MoU between India and Germany | ভাৰত আৰু জাৰ্মানীৰ মাজৰ বুজাবুজি চুক্তিলৈ কেবিনেটৰ অনুমোদন | asm_Beng |
2,357 | Of course, Paul did not accomplish this in his own strength. He wrote: For all things I have the strength by virtue of him who imparts power to me. | সেয়েহে তেওঁ কৈছিল: “মোক শক্তি দিয়া জনাত থাকি, মই সকলো বিষয়ত বলৱান হৈছোঁ । ” | asm_Beng |
2,358 | But what is the real reason behind BJP's defeat? | কিন্তু বিজেপিক শত্ৰুজ্ঞান কৰাৰ কাৰণ কি? | asm_Beng |
2,359 | I have written many books. | “সৰুতে লিখিছিলোঁ বহুত। | asm_Beng |
2,360 | In the long run, we cannot live without spiritual light any more than we can live without physical light. Luke 1: 79. In view of Isaiahs words, what should Christians do? | ( গীতমালা ৮৯ : ৩৬, ৩৭. ১৩৬ : ৭ - ৯) তাৰ পৰিৱৰ্ত্তে তেওঁ আধ্যাত্মিক অন্ধকাৰৰ বিষয়ে কৈছিল, যিয়ে আমাৰ জীৱনৰ বাবে বিপদজনক হ’ব পাৰে । | asm_Beng |
2,361 | Allow applications to invoke the font installer. | অনুপ্ৰয়োগসমূহক ফন্ট ইনস্টলাৰ আৱাহন কৰাৰ অনুমতি দিয়ক। | asm_Beng |
2,362 | Hundreds of women across the district participated. | সমদলটোত অঞ্চলটোৰ প্ৰায় শতাধিক মহিলাই অংশগ্ৰহণ কৰে। | asm_Beng |
2,363 | This incident has created tension in the whole area. | এই ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। | asm_Beng |
2,364 | Whether traveling together, doing chores together, or relaxing together, you may find opportunities to provide for your childrens spiritual needs. | হয়তো একেলগে যাত্ৰা, কাম কৰা বা জিৰণি লোৱাৰ সময়ত তেনে শিক্ষা দিব পাৰি । | asm_Beng |
2,365 | It initiated a new chapter in their lives. | সেই সহায়ে সিহঁতৰ জীৱনৰ এক নতুন অধ্যায় লিখিলে। | asm_Beng |
2,366 | original filename | প্ৰাথমিক নথিপত্ৰৰনাম | asm_Beng |
2,367 | An earthquake... | পুৱাই ভূমিকম্পই জোকাৰি . | asm_Beng |
2,368 | Appreciating Your Grand Privilege How did the sons of Korah express appreciation for the privilege of serving Jehovah? | তদুপৰি শুভবাৰ্ত্তাক শুনি তাক গ্ৰহণ কৰাটো এই কথাৰ প্ৰমাণ দিয়ে যে যিহোৱাই আপোনাৰ প্ৰতি ব্যক্তিগতভাৱে আগ্ৰহী । | asm_Beng |
2,369 | It was hot. | মূৰটো গৰম হৈ গ’ল। | asm_Beng |
2,370 | Its the same situation. | বুঢ়াৰো যেন সেই একেই অৱস্থা। | asm_Beng |
2,371 | Topdown BMP images cannot be compressed | ট'পডাউন BMP ছবি সঞ্চাপন কৰিব নোৱাৰি | asm_Beng |
2,372 | What kind of religion is this? | এয়া কি ধৰণৰ ৰাজধৰ্ম? | asm_Beng |
2,373 | Click the gear icon and pick to finish copying the file, or press . There will now be a copy of the file in the original folder and the other folder. | ফাইল কপি কৰা সম্পূৰ্ণ কৰিবলৈ গিয়াৰ আইকনত ক্লিক কৰক আৰু পিক কৰক, অথবা টিপক। এতিয়া সেই ফাইলৰ এটা কপি প্ৰকৃত ফোল্ডাৰ আৰু অন্য ফোল্ডাৰত থাকিব। | asm_Beng |
2,374 | Please enter an email address. | অনুগ্ৰহ কৰি এটা ইমেইল ঠিকনা সুমুৱাওক। | asm_Beng |
2,375 | A kioslave for data URIs (rfc2397) | তথ্য URI সমূহৰ বাবে এটা kioslave (rfc2397) Name | asm_Beng |
2,376 | Start searching | অনুসন্ধান আৰম্ভ | asm_Beng |
2,377 | Use the command line | আদেশ লাইন ব্যৱহাৰ কৰক | asm_Beng |
2,378 | He was the Home Minister in the First Modi Ministry. | মোডীৰ প্ৰথম কাৰ্যকালতো তেওঁ ৰাজ্যিক মন্ত্ৰী আছিল। | asm_Beng |
2,379 | A:I can''t say. | : মই ক’ব নোৱাৰিম। | asm_Beng |
2,380 | Prime Minister will also be attending Annual G-20 Leaders Summit in Hangzhou, China from 3rd September 2016 to 5th September 2016. | প্ৰধানমন্ত্ৰী ৩ ৰ পৰা ৫ ছেপ্তেম্বৰলৈ চীনৰ হাংঝউত অনুষ্ঠিত হ’বলগীয়া জি-২০ বার্ষিক শীৰ্ষ সম্মিলনতো অংশগ্ৰহণ কৰিব। | asm_Beng |
2,381 | Cows are not stupid. | গৰুচোৰবোৰ এলাপেচা নহয়। | asm_Beng |
2,382 | %s contains software intended to be automatically started. Would you like to run it? | “%s” এ স্বচালিতভাৱে আৰম্ভ কৰাৰ বাবে চফ্টৱেৰ অন্তৰ্ভুক্ত কৰে। আপুনি ইয়াক চলাব বিচাৰে নেকি? | asm_Beng |
2,383 | The photos are huge. | ফটোবোৰ বৰ ধুনীয়া। | asm_Beng |
2,384 | He may simply have quoted a common source, a reliable tradition handed down from remote antiquity. | হানোকৰ ভৱিষ্যতবাণী যে বাইবলেত উল্লেখ কৰা নাই বুলি যিহূদাই কেনেকৈ জানিব পাৰিলে? | asm_Beng |
2,385 | Login name | প্ৰৱেশ নাম | asm_Beng |
2,386 | Checking for updates | আপডেটৰ বাবে পৰিক্ষা চলি আছে… | asm_Beng |
2,387 | The delegates signed a document entitled Commitment to Global Peace. | তেওঁলোকে “ধৰ্ম্মৰ নামত হোৱা হিংসা আৰু যুদ্ধ, ” এই কথাষাৰ স্বীকাৰ কৰিলে । | asm_Beng |
2,388 | Show time with seconds | ছেকেণ্ডসহ সময় দেখুৱাওক | asm_Beng |
2,389 | PM pays his last respects to HH Pramukh Swami Maharaj in Gujarat | এইচ এইচ প্ৰমুখ স্বামী মহাৰাজলৈ গুজৰাটত শেষ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰীৰ | asm_Beng |
2,390 | He tried to kill her. | তেওঁলোকে মোক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। | asm_Beng |
2,391 | But we have no solution. | কিন্তু আমি একো সমাধান উলিয়াব নোৱাৰিলোঁ। | asm_Beng |
2,392 | BJP manifesto for elections | পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে ইস্তাহাৰ | asm_Beng |
2,393 | I felt nothing. | মইতো অনুভৱ কৰা নাই। | asm_Beng |
2,394 | Unless you have a specific need to immediately delete files from your trash, it is probably safer to set a longer value. | যেতিয়ালৈকে আপোনাৰ আবৰ্জনাৰ পৰা ফাইলসমূহ তৎক্ষনাত মচি পেলোৱা প্ৰয়োজনীয়তা নহয়, সাধাৰণত এটা দীঘল মান সংহতি কৰাটো সুৰক্ষিত। | asm_Beng |
2,395 | The apostle Paul therefore wrote: Through one man [Adam] sin entered into the world and death through sin, and thus death spread to all men because they had all sinned. Romans 5: 12. The Main Issue Sovereignty | সেয়েহে বাইবেলে কৈছে: “ইবিলাক তেওঁৰ সন্তান নহয়, এয়েই তেওঁবিলাকৰ কলঙ্ক. ইবিলাক বিপথগামী আৰু কুটীল বংশ । ” — দ্বিতীয় বিবৰণ ৩২ : ৫. | asm_Beng |
2,396 | Dictionary source `%s' selected | অভিধানৰ উৎস `%s' নিৰ্বাচন কৰা হৈছে | asm_Beng |
2,397 | Subscribe to this podcast using | চিহ্নিতক ব্যৱহাৰ কৰি এই প'ডকাস্টলৈ স্বাক্ষৰ কৰক\u0020 | asm_Beng |
2,398 | What beere was? | ক’ৰ ছোৱালী আছিল? | asm_Beng |
2,399 | Thus, fear of God influences two important aspects of our lives: our attitude toward God and our attitude toward conduct that he hates. Obviously, both aspects are crucial and deserve careful consideration. | ভয় শব্দটোৰ এটা অৰ্থকৰণ হৈছে, “সৃষ্টিকৰ্ত্তা ঈশ্বৰক সম্ভ্ৰম, সম্ভ্ৰম ভয় কৰা আৰু তেওঁক অসন্তোষ্ট নকৰিবলৈ স্ফুৰ্তিদায়ক ভীতি ৰখা । ” | asm_Beng |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.