Unnamed: 0 int64 0 50.5k | source stringlengths 1 1.85k ⌀ | target stringlengths 1 8.31k ⌀ | lang stringclasses 3
values |
|---|---|---|---|
24,100 | This computer is now connected with %S. | এই কম্পিউটাৰটো এতিয়া %S-ৰ সৈতে সংযোজিত হৈ আছে। | asm_Beng |
24,101 | Violations and Security | অপৰাধজনিত ঘটনা আৰু নিৰাপত্তা | asm_Beng |
24,102 | Two others were injured in the accident. | দুৰ্ঘটনাটোত আন দুজন লোক আহত হয়। | asm_Beng |
24,103 | _Next Tab | পৰবৰ্তী টেব (_N) | asm_Beng |
24,104 | The fire was caused due to a cylinder leak. | এটা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত। | asm_Beng |
24,105 | He demanded from the Union home minister to take corrective steps in this regard. | তেওঁলোকে গৃহ মন্ত্ৰীক এই বিষয়ত সঠিক পদক্ষেপ লৈ ইয়াৰ সংশোধন কৰাৰ দাবী তোলে। | asm_Beng |
24,106 | The closure to be monitored for accelerator changes | acceleratorৰ সাল সলনিৰ বাবে যি closure ক নিৰীক্ষণ কৰিব লাগিব | asm_Beng |
24,107 | This can easily be seen in a famous discourse given by Jesus Christ, the Founder of Christianity. It is recorded in Matthew chapters 5 to 7. | বিশেষকৈ এই প্ৰমাণ প্ৰকৃত খ্ৰীষ্টান ধৰ্ম্মৰ প্ৰৱৰ্তক যীচু খ্ৰীষ্টই দিয়া ভাষণত দেখিবলৈ পোৱা যায় । | asm_Beng |
24,108 | The object controlling the layout of an actor's children | এজন অভিনেতাৰ সন্তানৰ বিন্যাস নিয়ন্ত্ৰণ কৰা অবজেক্ট | asm_Beng |
24,109 | A dead man comes to life. 2 Kings 13: 20, 21 | এজন মৃত ব্যক্তি জীৱিত হোৱা । — ২ ৰাজাৱলি ১৩ : ২০, ২১. | asm_Beng |
24,110 | Commenting concerning the second century C.E. practice, historian J. L. von Mosheim says that the Quartodecimans observed the Memorial on Nisan 14 because they considered the example of Christ as possessing the force of a law. | যীচুৱে অলৌকিকভাৱে হাজাৰ হাজাৰ লোকক খুৱাবলৈ সহজে ভাঙি বিতৰণ কৰিবলৈও সেই একেইধৰণৰ পিঠা ব্যৱহাৰ কৰিছিল । | asm_Beng |
24,111 | Binding to stop playback. | প্লে-বেক বন্ধ কৰাৰ বাবে বাইন্ড কৰক । | asm_Beng |
24,112 | Prabhakar served as a communications advisor to the Andhra Pradesh Chief Minister, Chandrababu Naidu. | প্ৰভাকৰে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ যোগাযোগ উপদেষ্টা আছিল। | asm_Beng |
24,113 | No one, not even a close family member, could be allowed to interfere with the work Jesus came to earth to do. What determination to do his Fathers will is expressed in Jesus answer to Mary! | ( ১ কৰিন্থীয়া ১১ : ৩) গতিকে তেওঁৰ পৰিয়ালৰ সদস্যই হওঁক বা আন কোনো ব্যক্তিয়ে হওঁক, কোনেও পৃথিৱীত তেওঁ কৰিবলগীয়া কাৰ্য্যত বাধা দিব নোৱাৰে । | asm_Beng |
24,114 | This occurred years after Micah prophesied, but he was sure that it was coming. | আনকি বৰ্তমান যিহোৱাৰ সৈতে থকা আমাৰ সম্বন্ধই আমাক মানসিক শান্তি আৰু আধ্যাত্মিক নিৰাপত্তা প্ৰদান কৰিছে । | asm_Beng |
24,115 | Love you to you all. | উজাৰি দিলাহেতেন তোমাৰ সমস্ত ভালপোৱা ৷ | asm_Beng |
24,116 | Further details please visit our website at https://asdm.assam.gov.in | অধিক জানিবলৈ https://asdm. assam. gov. in-চাওক। | asm_Beng |
24,117 | Disease screening | ৰোগ নিৰ্ণয় | asm_Beng |
24,118 | Vote Bank Politics | এন আৰ চিক লৈ ভোট বেংকৰ ৰাজনীতি | asm_Beng |
24,119 | Since this is against the political and social systems followed by Britain, Gandhi's concept of Swaraj advocated India's discarding British political, economic, bureaucratic, legal, military, and educational institutions. | যিহেতু এয়া ব্ৰিটেইনে অনুসৰণ কৰা ৰাজনৈতিক আৰু সামাজিক প্ৰণালীৰ বিপৰীত, গান্ধীৰ স্বৰাজৰ ধাৰণাটোৱে ব্ৰিটিছ ৰাজনৈতিক, অৰ্থনৈতিক, আমোলা তান্ত্ৰিক, আইনী, সামৰিক আৰু শিক্ষা প্ৰতিষ্ঠান বৰ্জনত ভাৰতৰ সপক্ষে আছিল। | asm_Beng |
24,120 | Why did you say it? | মিছা কথা কিয় কৈছিলা? | asm_Beng |
24,121 | No clue has been found yet. | এতিয়াও সন্ধান পোৱা নাই দুৰ্বৃত্তৰ। | asm_Beng |
24,122 | Me: Whats bothering you? | : মই থাকোতে তোৰ কি অসুবিধা হৈছে? | asm_Beng |
24,123 | A budget of Rs 2 crore has been allocated for the event | এইবাৰ বাজেটত অন্ন আচনি খনৰ বাবে ৩৩০ টকা ধাৰ্য কৰা হৈছে । | asm_Beng |
24,124 | Jehovah thereby gives us an opportunity to show that we trust him. | ( খ) এই বৃতান্তটো পঢ়ি কিছুমানৰ মনত কেনে প্ৰশ্নবোৰ উদয় হ’ব পাৰে? ১৩, ১৪. | asm_Beng |
24,125 | Perform arithmetic, scientific or financial calculations | গণিত, বৈজ্ঞানিক অথবা অৰ্থনৈতিক প্ৰণালী কৰক | asm_Beng |
24,126 | Permission for purchase of property for self occupation and suitable accommodation for carrying out selfemployment. | নিজা বৃত্তিৰ বাবে সম্পত্তি ক্ৰয় আৰু উপযুক্ত থকা-খোৱাৰ বাবে নিজা-সংস্থাপনৰ ব্যৱস্থাৰ অনুমতি। | asm_Beng |
24,127 | Millions of Jehovahs dedicated servants turn first to Jehovah in prayer, then to their Christian brothers and sisters. | তেওঁলোকৰ পৰা পোৱা সহায়ক আমি যিহোৱাই প্ৰদান কৰা সহায় হিচাপে দৃষ্টি কৰি, তাৰ প্ৰতি কৃতজ্ঞ হোৱা আৱশ্যক । — হিতোপদেশ ১২ : ২৫. ১৭ : ১৭. | asm_Beng |
24,128 | Mary Kom reaches quarterfinals of World Women's Boxing Championships | বিশ্ব মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ এম চি মেৰীকমৰ। | asm_Beng |
24,129 | The investigation is still going on into the incident. | ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। | asm_Beng |
24,130 | Think Over It. | ওপৰত চিন্তা চৰ্চা। | asm_Beng |
24,131 | Arunachal Pradesh Government had identified a suitable portion of land measuring 5.99 acres within the campus of SSB at Tawang for construction of Mega Festival-cum-multipurpose ground with parking facilities (4,73 acres) and construction of ring road (1.26 acres). | অৰুণাচল প্ৰদেশৰ চৰকাৰে পাৰ্কিং সুবিধা (৪.৭৩ একৰ) আৰু ৰিং পথ নিৰ্মাণ (১.২৬ একৰ)ৰ সৈতে মেগা-ফেষ্টিফেল-কাম-মাল্টিপ্লেক্স গ্ৰাউণ্ড নিৰ্মাণৰ বাবে টাৱাঙত এছএছবিৰ পৰিসৰৰ ভিতৰত ৫.৯৯ একৰ উপযুক্তি ভূমি নিৰ্বাচন কৰিছিল৷ সেই অনুসাৰে ৰাজ্য চৰকাৰে এই ৫.৯৯ একক ভূমি হস্তান্তৰিত কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল৷ | asm_Beng |
24,132 | He had full confidence in the words of the prophetic psalm of David: You will not leave my soul in Sheol. You will not allow your loyal one to see the pit. | গীতমালা ৰচোঁতা ৰজা দায়ূদে লিখা এই বাক্যবোৰৰ ওপৰত তেওঁৰ সম্পূৰ্ণ ভাৰসা আছিল: “তুমি মোৰ প্ৰাণ চিয়োলত পৰিত্যাগ নকৰিবা, তোমাৰ পবিত্ৰ জনক ক্ষয়স্থান দেখিবলৈ নিদিবা । ” | asm_Beng |
24,133 | It is cultivated in India for its use in traditional medicine and elsewhere as an ornamental. | ভাৰতত ইহঁতক ঔষধি গুণৰ বাবে খেতি কৰে আৰু পৃথিৱীৰ অন্য ঠাইত আলংকাৰিক উদ্ভিদ হিচাপে কৰে। | asm_Beng |
24,134 | I dont have a single shape. | মোৰ হেনো চৰিত্ৰ বুলি একোৱে নাই। | asm_Beng |
24,135 | After the joining... | কৰনামুক্ত হোৱাৰ পাছৰ . | asm_Beng |
24,136 | Cannot do SMTP authentication without a domain | এটা ডমেইন নহোৱাকৈ SMTP প্ৰমাণীকৰণ কৰিব নোৱাৰি | asm_Beng |
24,137 | While compiling the book, Jeremiah evidently consulted such ancient records as the book of the affairs of Solomon. | এই কিতাপখন সঙ্কলন কৰাৰ সময়ত যিৰিমিয়াই স্পষ্টকৈ “চলোমনৰ জীৱন - চৰিত্ৰ ” নামৰ কিতাপখনৰ সহায় লৈছিল । | asm_Beng |
24,138 | It doesnt take too much time. | সময়ো বেছি নাই লোৱা। | asm_Beng |
24,139 | God said: When you eventually come into the land that Jehovah your God is giving you,... and you have said, Let me set a king over myself like all the nations who are round about me . you should without fail set over yourself a king whom Jehovah your God will choose.... | সেই নিৰ্দ্দেশনাত ঈশ্বৰে এইদৰে কৈছিল: “যিহোৱাই তোমাক যি দেশ দিছে, তুমি সেই দেশত সোমাই... | asm_Beng |
24,140 | The offline update failed in an unexpected way. | অফলাইন আপডেইট এটা অপ্ৰত্যাশিত পদ্ধতিত ব্যৰ্থ হল। | asm_Beng |
24,141 | _Incremental Search... | বৃদ্ধিকৰণ সন্ধান কৰক (_I)... | asm_Beng |
24,142 | What is the worlds view of greatness? NEAR the ancient Egyptian city of Thebes (modern - day Karnak), about 300 miles [500 km] south of Cairo, stands a 60 - foot [18 m] - tall statue of Pharaoh Amenhotep III. One cannot look at that immense image without feeling tiny in comparison. | ইজিপ্তৰ ৰাজধানী কাইৰোৰ পৰা ৫০০ কিলোমিটাৰ [৩০০ মাইল] নিলগত দক্ষিণে অৱস্থিত থেবীচ্ (বৰ্তমান সময়ত কানাক্ নামেৰে জনা যায়), চহৰৰ মাজত ৬০ ফুট [১৮ মিটাৰ] ওখ ফৰৌণ ৰজা তৃতীয় এমেনহথেপ্ৰ বিশাল মূৰ্ত্তিটো আজিও দেখিবলৈ পোৱা যায় । | asm_Beng |
24,143 | _Install Update(s) | উন্নয়ন সংস্থাপন কৰক (_I) | asm_Beng |
24,144 | No other packages require this package | অন্যান্য কোনো সৰঞ্জামৰ বাবে এই সৰঞ্জাম আৱশ্যক নহয় | asm_Beng |
24,145 | In the interim, the government at the Centre has changed. | কৰ’নাৰ মাজতে সলনি হৈছিল মধ্যপ্ৰদেশৰ চৰকাৰ। | asm_Beng |
24,146 | Open the by pressing or by searching for in the . | টিপি অথবা ত ৰ বাবে সন্ধান কৰি খোলক। | asm_Beng |
24,147 | Documents required for application: | আবেদনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ : | asm_Beng |
24,148 | PM said that these projects will usher in connectivity and development in the region and soon Dhule will give competition to Surat in terms of development. | প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পসমূহে অঞ্চলটোত যোগাযোগৰ ক্ষেত্ৰত আৰু লগতে অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট যোগাত্মক প্ৰভাৱ পেলাব আৰু অতি শীঘ্ৰেই উন্নয়নৰ দিশেৰে ঢুলেই চুৰাটৰ সমানে ফেৰ মাৰিব পাৰিব। | asm_Beng |
24,149 | The incident had sparked sensation in the entire area. | ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। | asm_Beng |
24,150 | Unless we take the opening words of Psalm 1 to heart, we could lose the spirituality we have acquired through a study of the Scriptures. | হয়তো ইয়াৰ আৰম্ভণী দুষ্টবোৰৰ আলচত চলাৰ দ্বাৰা হ’ব পাৰে । | asm_Beng |
24,151 | The faithless priests in ancient Jerusalem viewed the offering of sacrifices as a tiresome formality. | এই কাৰ্য্য তেওঁলোকৰ বাবে গধুৰ বোজা আছিল । | asm_Beng |
24,152 | The question, then, especially in the light of the teaching at 1 Timothy 6: 6 - 10, is: What should people with more than the average amount of money do if they want to honor God? | পৌলে কৈছিল যে তেওঁলোকে নিজৰ মনোবৃত্তিক পৰীক্ষা কৰিবলৈ আৰম্ভ কৰা আৱশ্যক । | asm_Beng |
24,153 | We did not view ourselves simply as the innocent victims of oppressive men. | এই সকলো সমস্যাৰ নেপথ্যত কোন আছে সেই বিষয়ে আমি বাইবেলৰ পৰা জানিব পাৰিলোঁ । ” | asm_Beng |
24,154 | No executive class will be allowed except in the case of Governor, Chief Minister, Chief Justice and other judges of Gauhati High Court and Chief Secretary. | ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক বাদ দি আন কোনেও চৰকাৰী খৰচত এক্সিকিটিভ শ্ৰেণীত ভ্ৰমণ কৰিব নোৱাৰিব। | asm_Beng |
24,155 | I said clearly in my clarification. | মই মোৰ ভাষণত সেই সুঁতি সম্পূৰ্ণ স্পষ্টৰূপে উল্লেখ কৰিছো। | asm_Beng |
24,156 | Yeah, you dummy. | ” হু , নিৰ্জীৱ । | asm_Beng |
24,157 | The spiritual food that Jehovah provides is not only timely but also richly satisfying. | চয়তানে সকলো প্ৰকাৰে ঈশ্বৰৰ আনুগত্য লোকসকলৰ নিষ্ঠা ভাঙিবলৈ চেষ্টা কৰিব । | asm_Beng |
24,158 | In this context, he mentioned the great saint poet, Kabir, who also belonged to the same region. | প্ৰসংগক্ৰমে তেওঁ বিখ্যাত মনীষী কবি, কবীৰৰ কথা উল্লেখ কৰে, যিগৰাকীয়ে সেই অঞ্চলতে জন্মগ্ৰহণ কৰিছিল। | asm_Beng |
24,159 | It is sheer poetry. | এটি জীয়া কবিতা হৈ । | asm_Beng |
24,160 | The size of the remote video window | দূৰবৰ্তী ভিডিঅ' উইন্ডোৰ প্ৰস্ত | asm_Beng |
24,161 | A related and significant reason to study the Word of God is to equip yourself to teach others your loved ones, acquaintances, and even those whom you may not yet know. Doing this is not optional for true Christians. | এনে ধৰণৰ শিক্ষা দিয়া কাৰ্য্য প্ৰকৃত খ্ৰীষ্টানসকলৰ বাবে কোনো বিকল্পযুক্ত কাৰ্য্য নহয় । | asm_Beng |
24,162 | It has become a habit. | অভ্যাস হৈ গৈছে চলিহাৰ। | asm_Beng |
24,163 | Yes, that could seem to offer long - awaited security. But is this vision realistic? | কিন্তু এনে কল্পনা বাস্তৱিক নে? | asm_Beng |
24,164 | Operation not supported, files on different mounts | এই কাৰ্য্য অসমৰ্থিত, ফাইলসমূহ অন্য মাউন্টত অৱস্থিত | asm_Beng |
24,165 | So when the conventioners arrive in the area where the convention is to be held, their appearance is often somewhat disheveled. | আজি আমি সমকক্ষৰ হেঁচা প্ৰবল হোৱা এখন জগতত জীয়াই আছোঁ । | asm_Beng |
24,166 | As we considered in the preceding article, Christians must resist the anti - God spirit of the world. As the world changes, however, we too change in many ways. | এই সম্বন্ধে পূৰ্বৱতী লেখত আলোচনা কৰিলোঁ যে আমি সকলো খ্ৰীষ্টানে এই জগতৰ আত্মাক প্ৰতিৰোধ কৰিব লাগে । | asm_Beng |
24,167 | Instead, he raised up Isaiah and other prophets to provide spiritual light for any in the nation who still sought to serve Jehovah faithfully. | উদাহৰণস্বৰূপে, যিচয়া ২৫ - ২৭ অধ্যায়ত উল্লেখ কৰা ভৱিষ্যতবাণীৰ সম্পৰ্কে বিবেচনা কৰক । | asm_Beng |
24,168 | The Bible points out that all human creation is so weighed down with burdens that many anxiously await release from todays stressful life. But the Scriptures also show how we can gain considerable relief from distress right now. | ( ৰোমীয়া ৮ : ২০ - ২২) তদুপৰি, শাস্ত্ৰই এইদৰেও কৈছে যে আমি বৰ্ত্তমান সময়ত কেনেকৈ অলপ পৰিমাণে মুক্তি লাভ কৰিব পাৰোঁ । | asm_Beng |
24,169 | Does there exist a father for the rain, or who gave birth to the dewdrops? | কাৰ গৰ্ভৰ পৰা বৰফ বাহিৰ হল? | asm_Beng |
24,170 | Toward the end of his long career, he found himself imprisoned on the isle of Patmos for speaking about God and bearing witness to Jesus. | “ ঈশ্বৰৰ বাক্য আৰু যীচুৰ সাক্ষ্যৰ কাৰণে ” পাত্ম দ্বীপত বন্দী হিচাবে থকাৰ সময়ছোৱাত তেওঁ বৃদ্ধ কালৰ চৰম অৱস্থাত জীয়াই আছিল । | asm_Beng |
24,171 | 16, 17. (a) What did one son say about the love shown by his mother? ( b) How did the mothers spiritual outlook affect her children? | এইটো সঁচা যে সকলো ল’ৰা - ছোৱালীয়ে অলিভাৰ দৰে পৰিস্থিতিত ডাঙৰ - দীঘল নহ’বও পাৰে । | asm_Beng |
24,172 | """Our strike has been successful." | – আমাৰ এক্সপেৰিমেণ্ট সফল হৈছে। | asm_Beng |
24,173 | Central European | মধ্য ইউৰোপিয়ান | asm_Beng |
24,174 | It is to us, then, that the psalmist says: Shout in triumph to God, all you people of the earth. Make melody to the glory of his name. | আনহাতে মানৱে যুক্তি দৰ্শন, উপলব্ধি, প্ৰশংসা আৰু উপাসনা কৰাৰ ক্ষমতা আছে । | asm_Beng |
24,175 | What changes are you looking forward to in the new world, and why will it have been worth the wait? | আপুনি নিজৰ জীৱনকালত কেনে ধৰণৰ পৰিৱৰ্তনসমূহ দেখিবলৈ পাইছে? | asm_Beng |
24,176 | Narendra Modi heads to BJP Headquarters, New Delhi. | দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ এৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। | asm_Beng |
24,177 | Reasonable parents will apply correction according to the individual childs needs. | তেনে পদক্ষেপ লোৱাৰ বাবে ই অতি কাৰ্য্যকাৰীৰূপে প্ৰমাণিত হ’ল । | asm_Beng |
24,178 | People should obey the rules and guidelines fixed by the Governments of Assam and India on maintaining social distancing to avoid community transmission of coronavirus | সকলো লোকে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ দ্বাৰা ঘোষণা কৰা তলাবন্ধৰ নীতি-নিয়মসমূহ পালন কৰিব লাগে লগতে কোৰোনা ভাইৰাছৰ পৰা বাচিবলৈ সামাজিক দূৰত্ব বজাই চলিব লাগে। | asm_Beng |
24,179 | it was all I could do to get out the words, Yes, wonderful things. | আপুনি হয়তো ছবি বা যাদুঘৰত প্ৰদৰ্শন কৰা সেই ‘ আচৰতি বস্তুসমূহ ’ দেখিছে । | asm_Beng |
24,180 | BJP will go alone in Assembly elections. | বিজেপি দলে অকলেই পৰিষদ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। | asm_Beng |
24,181 | Death toll is likely to increase. | মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। | asm_Beng |
24,182 | UPS is charged | UPS চাৰ্জ্ড | asm_Beng |
24,183 | There is no water or toilet amenities. | নাই খোৱা পানীৰ ব্যৱস্থা কিম্বা শৌচালয়। | asm_Beng |
24,184 | One can never tell. | কোনো কেতিয়াও সাৰিব নোৱাৰে। | asm_Beng |
24,185 | Automatically update timezone and display notifications | সমাঅঞ্চল আৰু প্ৰদৰ্শন অধিসূচনাসমূহ স্বচালিতভাৱে আপডেইট কৰক | asm_Beng |
24,186 | Will remain united forever | অগপ সদায় ঐক্যবদ্ধ হৈ থাকিব | asm_Beng |
24,187 | In order to prepare '%s' for storage of certificates or keys, a password is required | প্ৰমাণপত্ৰ আৰু কি সংগ্ৰহৰ বাবে '%s' প্ৰস্তুত কৰাৰ বাবে এটা পাছৱাৰ্ড লিখা আবশ্যক | asm_Beng |
24,188 | It needs persuasion and training. | তাৰ বাবে আবৃত্তিৰ শিক্ষা আৰু চৰ্চাৰ প্ৰয়োজন। | asm_Beng |
24,189 | What, Amma? | “কেনেকুৱা, মাজনী? | asm_Beng |
24,190 | Determined to continue meeting together regularly, they returned to their war - ravaged town, dismantled what remained of the Kingdom Hall, and rebuilt it in the jungle. | তেওঁলোকেও সভাত উপস্থিত হোৱা আৱশ্যকতাৰ প্ৰতি আন্তৰিকভাবে অনুভৱ কৰিছিল । | asm_Beng |
24,191 | 19 - 21. (a) How do we view those in positions of secular authority? | খ্ৰীষ্টান পৰিয়ালক কিহৰ পৰা সুৰক্ষা প্ৰদান কৰা আৱশ্যক? | asm_Beng |
24,192 | She was a primary school teacher. | প্ৰাথমিক বিদ্যালয় এখনৰ শিক্ষক আছিল তেওঁ। | asm_Beng |
24,193 | The local people demand that the road should be constructed as soon as possible. | এই পথচোৱা অতি শীঘ্ৰে নিৰ্মান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় লোকসকলে। | asm_Beng |
24,194 | Right Centered Panel | সোঁফালে কেন্দ্ৰীত পেনেল | asm_Beng |
24,195 | After a tearful embrace, the older woman told the younger that she had never forgotten her students respectful conduct. | আপুনি কেতিয়াবা নিজৰ বিশ্বাসৰ বিষয়ে স্কুলৰ সহপাঠীসকলক জনাবলৈ পাই সংকোচ বোধ কৰেনে? | asm_Beng |
24,196 | Run benchmarks on your hard disk to check how fast it is. | আপোনাৰ হাৰ্ড ডিস্কৰ দ্ৰুততা নিৰীক্ষন কৰিবলৈ বেঞ্চমাৰ্ক চলাওক। | asm_Beng |
24,197 | In about 49 C.E., the situation was still serious. | সা. যু. | asm_Beng |
24,198 | I love my life. | 'জংলী জীৱন মোৰ ভীষণ প্ৰিয়। | asm_Beng |
24,199 | In an order issued on Saturday, State Chief Secretary Kumar Sanjay Krishna said the government has allowed certain activities from July 5-12 in Kamrup Metropolitan district | আজি ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কামৰূপ মহানগৰ জিলাত তলাবন্ধৰ ক্ষেত্ৰত কিছু শিথিলতা ঘোষণা কৰি এই কথা প্ৰকাশ কৰে। | asm_Beng |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.