Unnamed: 0 int64 0 50.5k | source stringlengths 1 1.85k ⌀ | target stringlengths 1 8.31k ⌀ | lang stringclasses 3
values |
|---|---|---|---|
25,100 | [ Pictures on page 7] | [ ৭ পৃষ্ঠাৰ ছবিসমূহ] | asm_Beng |
25,101 | Two others were injured in the accident. | দুৰ্ঘটনাত আহত হয় বাহনখনত থকা আন দুজন লোক। | asm_Beng |
25,102 | I knew what was happening. | মই জানিছিলোৱেই এনেকুৱা কিবা এটা হৈছে বুলি। | asm_Beng |
25,103 | But as time passes, they add up. | কিন্তু সময়ৰ লগে লগে পৰিসৰ বৃদ্ধি হয়। | asm_Beng |
25,104 | Anti-CAA protests in Delhi. | দিল্লীত CAAৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ | asm_Beng |
25,105 | Adobe RGB coverage | Adobe RGB বিস্তাৰ | asm_Beng |
25,106 | Different performers' interpretations of the same work of music can vary widely, in terms of the tempos that are chosen and the playing or singing style or phrasing of the melodies. | সংগীতৰ একে কামৰ বিভিন্ন পাৰফৰ্মাৰসকলৰ ব্যাখ্যাবোৰ বাছনি কৰা টেম্প’ৰ ক্ষেত্ৰত আৰু সুৰ বজোৱা বা গোৱাৰ শৈলী বা ফ্ৰেডচিংৰ ক্ষেত্ৰত ব্যাপকভাবে পৰিৱৰ্তিত হব পাৰে। | asm_Beng |
25,107 | Jammu and Kashmir: 2 militants killed in encounter with security forces | জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, নিহত ২ সন্ত্ৰাসবাদী… | asm_Beng |
25,108 | The Bible psalmist sang: Know that Jehovah is God. It is he that has made us, and not we ourselves. | ( গীত ১০০ : ৩) পিতৃ - মাতৃসকল, আপোনালোকে ভালদৰে জানিব পাৰিছে যে আপোনালোকৰ কোনো অসাধাৰণ ক্ষমতাৰ বাবে সন্তান উৎপন্ন হোৱা নাই । | asm_Beng |
25,109 | Cannot save your personal information on the server | আপোনাৰ ব্যক্তিগত তথ্য চাৰ্ভাৰত সংৰক্ষণ কৰিব নোৱাৰি | asm_Beng |
25,110 | Keep initial title | প্ৰাৰম্ভিক শিৰোনাম অপৰিবৰ্তিত ৰখা হ'ব | asm_Beng |
25,111 | Human endeavors and promises are often as unsteady as a shadow. | ঠিক সেইদৰে মানৱৰ প্ৰচেষ্টা আৰু প্ৰতিজ্ঞাৰ সৈতেও হোৱা দেখা যায় । | asm_Beng |
25,112 | 5: 27 - 30 What do Jesus words underscore as to romantic fantasizing? How will my avoiding such contribute to my happiness and peace of mind? | মই মোৰ আধ্যাত্মিক আৱশ্যকতাসমূহৰ প্ৰতি কেনেকৈ অতিৰিক্ত মনোযোগ দিব পাৰোঁ? | asm_Beng |
25,113 | Joint Declaration between India and Germany on the extension of the tenure of the Indo-German Science & Technology Centre (IGSTC) from 2017 till 2022 | ভাৰত আৰু জাৰ্মানীৰ মাজত ভাৰত-জাৰ্মানী বিজ্ঞান তথা প্ৰযুক্তিগত কেন্দ্ৰ (আইজিএছটিচি)ৰ ম্যাদ ২০১৭ৰ পৰা ২০২২লৈ বৃদ্ধিৰ কাৰণে যুটীয়া ঘোষণা পত্ৰ। | asm_Beng |
25,114 | Whether any change to the home directory should be monitored. | ব্যক্তিগত ডাইৰেকটৰিত কোনো পৰিবৰ্তন পৰ্যবেক্ষিত হ'ব নে নহয়। | asm_Beng |
25,115 | Enoch Walked With God in Turbulent Times What information do we have about Enoch? | পিছৰ লেখটোত নোহৰ বিষয়ে কৰা হ’ব । | asm_Beng |
25,116 | E_ncodings shown in menu: | মেনুত প্ৰদৰ্শিত এনক'ডিং (_n): | asm_Beng |
25,117 | Renewal of MoU between India and Canada in Higher Education | উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাৰত আৰু কানাডাৰ মাজত হোৱা বুজাবুজিৰ চুক্তিৰ পুনৰ্নবীকৰণ | asm_Beng |
25,118 | They are engaged in a wide range of activities. | বৃহৎ পৰিসৰৰ কাৰ্যকলাপত তেওঁলোক জড়িত হৈ আছে৷ | asm_Beng |
25,119 | Five persons were critically injured in the accident. | দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় পাঁচজনকৈ লোক। | asm_Beng |
25,120 | Why my love? | কিয় তাই মোৰ প্ৰেয়সী? | asm_Beng |
25,121 | Those blameless in their way are a pleasure to him. On the contrary, those who persist in offending God by stubbornly ignoring or defying his righteous feelings will shortly become the objects of his displeasure. | ঈশ্বৰৰ ‘ গুপ্ত মন্ত্ৰণা সৰলবিলাকৰ লগত ’ আৰু “যিবিলাক আচৰণ - ব্যৱহাৰত সিদ্ধ, তেওঁবিলাক তেওঁৰ প্ৰিয় । ” | asm_Beng |
25,122 | We are not going to the BJP. | কংগ্ৰেছ বিজেপি বুলি আমি যোৱা নাই। | asm_Beng |
25,123 | It's raining. | ওৰে ৰাতি বৰষুণ। | asm_Beng |
25,124 | What can happen if we ignore warnings? | যদি এখন মটৰ গাড়ীক নিয়ন্ত্ৰণ কৰা নহয় তেন্তে বিপদজনক হ’ব পাৰে | asm_Beng |
25,125 | Can you simplify your life to have more time for spiritual pursuits? | আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি অধিক সময় উলিয়াবলৈ আপুনি সৰলতাৰে জীৱন - যাপন কৰিব পাৰেনে? | asm_Beng |
25,126 | """That is a bad situation,"" he said." | তেওঁ কয়, ‘অগপৰ এতিয়া অতি বেয়া অৱস্থা। | asm_Beng |
25,127 | Among other leaders and workers of the organizations who joined in the movement included Bokul Roy, Subodh Barman, Raju Ghosh and others. | সংগঠন দুটাৰ নেতৃবৰ্গ আৰু কৰ্মচাৰী সকলৰ লগতে এই প্ৰতিবাদত বকুল ৰয়,সুবুধ বৰ্মন,ৰাজু ঘোষ আৰু অন্যান্য লোকেও অংশগ্ৰহন কৰিছিল। | asm_Beng |
25,128 | She will be an exultation, a cause for unbounded joy. | পৃথিৱীত চিয়োনক প্ৰতিনিধিত্ব কৰা তাইৰ সন্তানবিলাকে “পুৰুষানুক্ৰমে ” অনুমোদন লাভ কৰিব । | asm_Beng |
25,129 | The modesty and humility that Saul had when he first became king safeguarded him from acting rashly when some good - for - nothing men did not accept his kingship. What a protection such a mind - set is against irrational actions! | এনে মনোবৃত্তিয়ে বিৰক্তিপূৰ্ণ কাৰ্য্যৰ পৰা কিমান যে উত্তমভাৱে ৰক্ষা কৰিলে! | asm_Beng |
25,130 | MoC between India and Japan in the field of Environment Cooperation. | ভাৰত আৰু জাপানৰ মাজত পৰিবেশ সহযোগিতাৰ এমঅ’চি৷ | asm_Beng |
25,131 | "Checking ""Out of Office"" settings" | """অফিচৰ বাহিৰ"" সংহতি নিৰীক্ষণ কৰা হৈছে" | asm_Beng |
25,132 | It is the only member of the genus Houbaropsis. | Houbaropsis গোত্ৰৰ ই একমাত্ৰ প্ৰজাতি। | asm_Beng |
25,133 | Why was what Jesus did on the night of Nisan 14, 33 C.E., significant? | সা. যু. | asm_Beng |
25,134 | HAS someone ever drawn the wrong conclusion about you, perhaps questioning your actions or motives, without having all the facts? If so, you likely felt hurt and understandably so. | যদি ৰাখিছে, তেন্তে আপুনি নিশ্চয়ে তেওঁৰ এনে ব্যৱহাৰ দেখি অতি দুখিত হৈছে । | asm_Beng |
25,135 | The following packages have to be downgraded: | নিম্নলিখিত সৰঞ্জামসমূহ ডাউনগ্ৰেড কৰা আৱশ্যক: | asm_Beng |
25,136 | We have full faith in the Supreme court, he said. | আন এগৰাকী ছাত্ৰ হীৰকজ্যোতি বৰাই কয়, “আমাৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। | asm_Beng |
25,137 | The amount of memory reported by Android. Typically excludes graphics memory. | Android দ্বাৰা সংবাদন কৰা মেমৰিৰ পৰিমাণ। গ্ৰাফিক্স মেমৰি বাদ দিয়ে। | asm_Beng |
25,138 | Wisely, then, Christian parents look to Jehovah for direction to protect their children. How much effort are you making to do so? | ( ১ পিতৰ ৫ : ৮) সাধাৰণতে সিংহই দুৰ্ব্বল আৰু নিঃসহায় জন্তুবোৰৰ ওপৰত আক্ৰমণ কৰে । | asm_Beng |
25,139 | When we give of ourselves to others, not only do we help them but we also enjoy a measure of happiness and satisfaction that make our own burdens more bearable. Acts 20: 35. | কেতিয়াবা হয়তো আমি সঙ্গী খ্ৰীষ্টানসকলৰ সৈতে সঙ্গতি কৰিবলৈ নিৰুদ্যম বুলি অনুভৱ কৰিব পাৰোঁ । | asm_Beng |
25,140 | The primary intended purpose for enactment of the DNA Based Technology (Use and Regulation) Bill 2018 is for expanding the application of DNA-based forensic technologies to support and strengthen the justice delivery system of the country. | দেশত ডিএনএভিত্তিক ফৰেন্সিক প্ৰযুক্তি সম্প্ৰসাৰণ আৰু প্ৰয়োগৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়াৰ প্ৰতি সমৰ্থন আৰু সুদৃঢ় কৰাৰ লক্ষ্যৰে “ডিএনএভিত্তিক প্ৰযুক্তি (ব্যৱহাৰ আৰু নিয়ন্ত্ৰণ) বিধেয়ক, ২০১৮” প্ৰৱৰ্তনৰ মুখ্য উদ্দেশ্য। | asm_Beng |
25,141 | But his patience reached a limit, and the Flood came. | আপুনি বৰ্ণনা কৰিব পাৰিবনে? | asm_Beng |
25,142 | Should wrong thoughts arise, reject them immediately. We can flee from temptation by prayerfully keeping our eyes fixed on Jesus. | ( ক) ইন্দ্ৰিয় - দমন কৰাত কেনে সংগ্ৰাম কৰা সন্মিলিত আছে? | asm_Beng |
25,143 | Well, why not! | নহ’ব কিয় কওঁকচোন! | asm_Beng |
25,144 | Prime Minister Modi to continue with foreign visit | পুনৰ বিদেশ যাত্ৰালৈ প্ৰধানমন্ত্ৰী মোদী। | asm_Beng |
25,145 | Downloading list of packages | পেকেইজ তালিকা ডাউনল'ড কৰা হৈছে | asm_Beng |
25,146 | Currently, we use the book Knowledge That Leads to Everlasting Life. | সংগঠনৰ প্ৰণালীৰ সংশোধনৰ সৈতে অগ্ৰসৰ হোৱা | asm_Beng |
25,147 | Why is this done? | কিয় এনেকুৱা কৰা হ’ল? | asm_Beng |
25,148 | Real Meaning for Us What does the book of Exodus reveal about Jehovah? | বৰ্তমান সময়ত যিহোৱাৰ এটা ঈশ্বৰশাসিত সংগঠন আছে । | asm_Beng |
25,149 | Or preaching to strangers may go against our natural inclination. Paul himself recognized that there could be times when we declare the good news against our will. | এজন ব্যক্তিৰ জীৱনত ঈশ্বৰৰ বাক্যই কৰা পৰিৱৰ্তনৰ তুলনাত আন একোৱেই আমাক আত্মসন্তুষ্টি প্ৰদান কৰিব নোৱাৰে । | asm_Beng |
25,150 | Also Read: Beheaded Body of Unidentified Woman Recovered ahead of Ambubachi Mela in Guwahati | অন্য খবৰৰ বাবে পঢ়ক:অম্বুবাচী মেলাৰ প্ৰাকক্ষণত কামাখ্যাত মুণ্ডহীন মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য | asm_Beng |
25,151 | ( a) With what does teaching children to love Jehovah start? ( b) What counsel is given parents at Deuteronomy 6: 5 - 7? | আৰু আজি মই তোমাক আজ্ঞা কৰা আটাই বাক্য তোমাৰ হৃদয়ত থাকিব লাগে । | asm_Beng |
25,152 | _Ticker symbol: | টিকাৰ'এ ব্যৱহৃথ প্ৰতীক:(_T) | asm_Beng |
25,153 | Thats so good. | বৰ ভাল ছোৱালী তাই। | asm_Beng |
25,154 | VPN Connections | VPN সংযোগসমূহ | asm_Beng |
25,155 | Jehovah Rewards His Servants 17, 18. (a) How does Jehovah feel about the faithful service of his intelligent creatures? | উদাহৰণস্বৰূপে, সেই বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “যি জনে দৰিদ্ৰক কৃপা কৰে, তেওঁ যিহোৱাক ধাৰ দিয়ে. তেওঁ নিজ সৎকাৰ্য্যৰ পৰিশোধ কৰিব । ” | asm_Beng |
25,156 | But should they simply let their children be swept along by the spirit of competition for material advancement and success? What sort of goals do they put before their children, either by word or by personal example? | কেতিয়াবা তেওঁলোকে নিজৰ ল’ৰা - ছোৱালীয়ে কলেজ বা বিশ্ববিদ্যালয়লৈ গৈ উচ্চ শিক্ষা গ্ৰহণ কৰাত সক্ষম হ’বলৈ অধিক পৰিশ্ৰম আৰু ধন সঞ্চিত কৰিবলগীয়া হয় । | asm_Beng |
25,157 | Show details | বিৱৰণসমূহ দেখুৱাওক | asm_Beng |
25,158 | The Finnish Association of Landscape Industries also issued a press release, which states: In various parts of the country, the Kingdom Halls of Jehovahs Witnesses are, almost without exception, beautifully planned. | তাৰে এটা উদাহৰণ হৈছে টিকুৰীলা চহৰত থকা ৰাজ্যগৃহ, যাৰ সুন্দৰ বাগিছাখনৰ সাধাৰণভাৱে উপমা দিব পাৰি । | asm_Beng |
25,159 | An amount of Rs 20 crore would be spent every year for the scheme | আঁচনিখন প্ৰতি বছৰে ২০ কোটি টকা ব্যয় কৰা হ’ব। | asm_Beng |
25,160 | Print settings file | প্ৰিন্টৰ বৈশিষ্ট্য সম্বলিত নথিপত্ৰ | asm_Beng |
25,161 | The temple is located on the Sukreswar or Itakhuli hill on the south bank of river Brahmaputra in the Panbazar locality of Guwahati city. | গুৱাহাটী মহানগৰীৰ পাণবজাৰ নামে ঠাইত মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা শুক্ৰেশ্বৰ বা ইটাখুলি পাহাৰত মন্দিৰটো অৱস্থিত। | asm_Beng |
25,162 | How did Jehovah himself indicate that glorifying his name is a vital aspect of his will, and who today are praising Gods name throughout the earth? | দ্বিতীয়টো হৈছে, আনক তেওঁৰ বিষয়ে সত্য শিকোৱা । | asm_Beng |
25,163 | Tom wasn't in my way. | টম্ মোৰ বাটত নাছিল। | asm_Beng |
25,164 | The Chief Minister called on the committee to provide recommendations to streamline production-procurement-marketing chain so that a roadmap can be prepared for achieving market sustainability for the farmers | উৎপাদিত ক্ৰয় বিপননৰ শৃংখলা সু-সংগঠিত কৰা আৰু কৃষকসকলৰ বাবে বজাৰ ব্যৱস্থা বহনক্ষম কৰি তোলাৰ বাবে ৰূপৰেখা (ৰোডমেপ) প্ৰস্তুত কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে সমিতিক আহ্বান জনায় । | asm_Beng |
25,165 | Blatant murders! | বটদ্ৰৱাত চাঞ্চল্যকৰ হত্যাকাণ্ড! | asm_Beng |
25,166 | His actual life started after that. | তাৰ পাছতেই আৰম্ভ হৈছিল তেওঁৰ আচল ৰুটিন। | asm_Beng |
25,167 | We have faith in Jehovah and in his Word because what he says always comes true. | এই দুয়োটা বংশৰ লোকে ঈশ্বৰৰ নিয়ম উলঙ্ঘন কৰিছিল । | asm_Beng |
25,168 | Jehovahs Glory Shines on His People | যিহোৱাৰ মহিমাই লোকসকলক দীপ্তিময় কৰি তুলে | asm_Beng |
25,169 | Wise King Solomon observed long ago: Sweet is the sleep of the one serving, regardless of whether it is little or much that he eats. but the plenty belonging to the rich one is not permitting him to sleep. | গতিকে যদি চাকৰি হেৰুৱাবলগীয়া হয়, তেন্তে আমি নিজৰ জীৱন - প্ৰণালী, আৱশ্যক আৰু অনাৱশ্যক বিষয়বোৰক পুনৰ নিৰীক্ষণ কৰাৰ সুযোগ পাব পাৰোঁ । | asm_Beng |
25,170 | Scale Center X | স্কেইল কেন্দ্ৰ X | asm_Beng |
25,171 | The family has alleged murder. | পৰিয়ালৰ লোকৰ সন্দেহ এইয়া পৰিকল্পিত হত্যাকাণ্ড। | asm_Beng |
25,172 | Is it really? | সঁচাকৈ হ’বনে? | asm_Beng |
25,173 | Number of errors while reading from a disk | ডিস্কৰ পৰা পঢ়াৰ সময় উৎপন্ন ত্ৰুটিৰ সংখ্যা | asm_Beng |
25,174 | Use 'fuzzy' picking | 'fuzzy' বুটলা ব্যৱহাৰ কৰক | asm_Beng |
25,175 | The location of the launcher is not set. | লঞ্চাৰৰ অৱস্থান নিৰ্ধাৰিত নহয় । | asm_Beng |
25,176 | Why is persecution of Christians not just a matter of history? | সাক্ষ্যৰ অৰ্থে এই সকলো কথা তোমালোকলৈ ঘটিব । ” | asm_Beng |
25,177 | Kitnay aadmi they? | তেওঁলোক গৈছে কলৈ ? | asm_Beng |
25,178 | Everything must go. | সকলোবোৰ নিয়াৰিকৈ হ’ব লাগিব। | asm_Beng |
25,179 | Such were the times. | এনে দৰে সময় বোৰ পাৰ হৈছিল । | asm_Beng |
25,180 | Pakistan's cricket legend and politician Imran Khan is sworn in as Prime Minister | পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ললে প্ৰাক্তন ক্ৰিকেটাৰ তথা তেহৰিক-ই-ইনছাফৰ অধ্যক্ষ ইমৰান খানে। | asm_Beng |
25,181 | We have the privilege of sharing in the preaching work. | যিহোৱাই আমাক আধ্যাত্মিক পৰমদেশলৈ আনিলে । | asm_Beng |
25,182 | Protests are raging across the country against the Citizenship Amendment Act. | নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰতৰ হৈ আছে আন্দোলন। | asm_Beng |
25,183 | every child of India felt the trauma of the deaths of children in Peshawar. | ভাৰতৰ প্ৰতিজন শিশু, ছাত্ৰ-ছাত্ৰীয়ে পেছোঁৱাৰৰ ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ ঘটনা অনুভৱ কৰিছিল। | asm_Beng |
25,184 | Shri Narendra Modi recalled a reception organized by the Art of Living Foundation in Mongolia, and said that India had a lot to contribute to the world, but in order to be able to do so, it was first necessary to appreciate the uniqueness and the breadth of Indian culture. | ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আয়োজিত বিশ্ব সাংস্কৃতিক মহোৎসৱৰ উদ্বোধনীত উপস্থিত থাকি উপস্থিত অভ্যাগতক সম্বোধন কৰে৷ উল্লেখ্য যে প্ৰখ্যাত অনুষ্ঠান আৰ্ট অৱ লিভিং ফাউণ্ডেশ্যনৰ মানৱ সেৱাৰ প্ৰতি উৎসৰ্গাৰ ৩৫ বছৰ পূৰ হোৱা উপলক্ষে আয়োজন কৰা হৈছে এই বিশেষ অনুষ্ঠান৷ ইতিমধ্যেই সমগ্ৰ বিশ্বৰে পৰা আহি নতুন দিল্... | asm_Beng |
25,185 | Set the selected image as the desktop background | নিৰ্বাচিত ছবি ডেস্কট'পৰ পটভূমি ৰূপে স্থাপন কৰক | asm_Beng |
25,186 | Object instance's name formatted for assistive technology access | সহায়ক প্ৰযুক্তিবিদ্যাৰ অভিগম্যতাৰ বাবে Object instance ৰ নাম পুনৰাকৃত কৰা হ'ল | asm_Beng |
25,187 | Young voters | যুৱচাম ভোটাৰ | asm_Beng |
25,188 | The body has been sent for a post-mortem exam. | আৰক্ষীয়ে মৃতদেহটি ইতিমধ্যে প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে। | asm_Beng |
25,189 | Or should they have become involved in politics to fight the rampant corruption of the time? | অৱশ্যেই নহয় । | asm_Beng |
25,190 | The Situation at Baghjan: | বাঘজানৰ পৰিস্থিতিঃ | asm_Beng |
25,191 | For thousands of years, reasoning people have credited the formation of a child inside its mothers womb to the Grand Creator. | যিহোৱা এজন অনুভূতিহীন ঈশ্বৰনে যিজনে পুৰুষ আৰু স্ত্ৰীক সন্তান উৎপন্ন কৰিবলৈ জৈৱিক প্ৰক্ৰিয়াৰ প্ৰবন্ধ কৰি এৰি দিলে? | asm_Beng |
25,192 | What is memory? | স্মৃতিৰ ঘৰ ক’ত? | asm_Beng |
25,193 | Bringing Good News of Something Better, 7 / 1 Christ Focus of Prophecy, 1 / 15 Christians Be Proud of Who You Are! | দ্বিতীয় চমূৱেল কিতাপৰ আলোকপাত, ৬ / ১ | asm_Beng |
25,194 | Your photos are being indexed | আপোনাৰ ফ'টোসমূহ সূচীত কৰা হৈছে | asm_Beng |
25,195 | A new love affair. | নতুন সম্বন্ধৰ সপোন৷ | asm_Beng |
25,196 | By being obedient to those taking the lead among us, we show that we see the One who is invisible. Hebrews 13: 17. Seeing God as Our Grand Instructor | গতিকে, মণ্ডলীত থকা প্ৰাচীনসকলৰ অধীন হৈ আমি প্ৰকাশ কৰোঁ যে সেই অদৃশ্য জনাক দেখা পাইছোঁ । — ইব্ৰী ১৩: ১৭. | asm_Beng |
25,197 | No, not if we are imitators of God. | নহয়, যদিহে আমি “ঈশ্বৰৰ অনুকাৰী ” হওঁ । | asm_Beng |
25,198 | Theres not been an official announcement yet. | এতিয়াও আনুষ্ঠানিক ঘোষণা হোৱা নাই। | asm_Beng |
25,199 | A local spotted the bodies initially. | মৃতদেহটো প্ৰথমে প্ৰত্যক্ষ কৰে স্থানীয় লোকে। | asm_Beng |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.